প্ৰসাদ কি আৰু প্ৰসাদৰ মহত্ব?।। Prasad Ki Aru Prasad or Mohotto।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • প্ৰসাদ কি আৰু প্ৰসাদৰ মহত্ব?।। Prasad Ki Aru Prasad or Mohotto।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
    #প্ৰসাদ #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha
    Your Queries:-
    প্ৰসাদ কি
    Prasad ki
    প্ৰসাদ
    মাহ প্ৰসাদ
    prasad
    mah prasad
    Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
    Facebook: / madhurjya.borah.31521
    Instagram: ...
    Phone no: 6001380050
    Email: borahmadhurjya2001@gmail.com

Комментарии • 101

  • @arpanagogoi8434
    @arpanagogoi8434 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +9

    Krishna. Krishna. Moja. Lagil. Xundor. Krishna

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 Год назад +2

    Krishna Krshna Krishna 🙏🙏🙏🙏

  • @nripenborah1612
    @nripenborah1612 Год назад +2

    কৃষ্ণ কৃষ্ণ

  • @kabitabhuyan9507
    @kabitabhuyan9507 Год назад +1

    সুন্দৰ কথাকেইটা ।

  • @crazygamer4661
    @crazygamer4661 Год назад +1

    Bhal lagile kotha keiti ❤❤❤❤🕉🕉🕉🕉

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 Год назад +3

    🙏জয় গুৰু শংকৰ 🙏 কৃষ্ণ বাপৰ শ্বৰণত সেৱা আগবঢ়ায়ছো 🙏ৰাম কৃষ্ণ

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 5 месяцев назад +1

    Pronam probhu❤❤❤❤

  • @junumech7558
    @junumech7558 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ কথা সুন্দৰ লাগিল কৃষ্ণ কৃষ্ণ বাপ

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 4 месяца назад +2

    Krishana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ritakalita6066
    @ritakalita6066 Год назад +4

    বৰ সুন্দৰকৈ প্ৰসাদৰ কথা বুজাই ক'লে , ভাল লাগিল 🙏

  • @DGogoi-k2s
    @DGogoi-k2s Год назад +3

    সুন্দৰ ্ভাবে্্উপসথাপন্্কৰা্্হৈছে

  • @phunuborah4727
    @phunuborah4727 Год назад +1

    Very Nice. pl explain regarding fish use in Sradha.

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      According to Sastras there is no reason about fish use in sradha but oil is recommended.

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад +1

    🙏

  • @puspabora8077
    @puspabora8077 Год назад +2

    বাহ, বাহ, কি সুন্দৰ ব্যাখ্যা বিশ্লেষণ কৃষ্ণ

  • @ranjanborah6352
    @ranjanborah6352 Год назад +1

    P.N dibosun🙏🙏🙏🙏🙏🙏

  • @PurnaBoro-ig5qi
    @PurnaBoro-ig5qi Год назад +1

    Jai Govinda

  • @Rasamitৰসঅমৃত
    @Rasamitৰসঅমৃত Год назад +2

    ৰাম ৰাম বাপ...

  • @durbasonowal6482
    @durbasonowal6482 4 месяца назад +1

    Bahumatik diya nedekhilu haraibhagit....

  • @kalpananath3301
    @kalpananath3301 Год назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @LabanyaGogoi-rj3xi
    @LabanyaGogoi-rj3xi Год назад +1

    পায়স বা ভোগ নামঘৰত আগবঢ়াব পাৰিনে?বাপজনাৰ পৰা ব্যাখ্যাসহ উত্তৰটো পালে কৃতাৰ্থ হ'ম ।ধন্যবাদ।

  • @sabitamahanta4652
    @sabitamahanta4652 Год назад +3

    Krishna Krishna Krishna sewa nibedisu

  • @nabajitdutta2830
    @nabajitdutta2830 Год назад +3

    Krishna 🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +3

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @লোহিত
    @লোহিত Год назад +4

    কৃষ্ণ। সুন্দৰ বিশ্লেষণ 🙏

  • @adtags2791
    @adtags2791 Год назад +2

    কৃষ্ণ

  • @kishanbora2248
    @kishanbora2248 Год назад +2

    posador louho podartho aasa, narikolot- fosforas, teoht- potasiam, adda-clorofic acid, ariu-sanicolot- urick acid adi thakea

  • @prastutigogoi2914
    @prastutigogoi2914 Год назад +2

    Krishna 🛐

  • @nandeswargogoi59
    @nandeswargogoi59 Год назад +1

    Krishno.krisno. probhu .Bor hundor saito katha .Bor Bhal Lagil .Laluk pukhuri paria para Comment Karisu.

  • @mridupabansarmah6020
    @mridupabansarmah6020 Год назад +3

    কৃষ্ণ বৰ সুন্দৰ কথা কলে বাপ। কিন্তু বাপ কথা এখাৰি কৱক চোন বাপ। আপুনাৰ আলোচনা চালোঁ চাই ভাল পালোঁ বাৰো। কিন্তু বাপ এইযে ভাঙ টো প্ৰসাদত নপৰে বোলি কলে।শিৱ মহাদেৱক দিয়া হয় চোন।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      সেইটো তামসিক দ্ৰব্য , শাস্ত্ৰীয় প্ৰমাণ নাই দিয়াৰ

    • @mridupabansarmah6020
      @mridupabansarmah6020 Год назад +2

      @@madhurjyaborah-yy5rt কৃষ্ণ বাপ।বাপ ভকত আৰু বৈষ্ণৱ একেই নিকি অলপ বহলাই ক'ব চোন। আৰু ভকত মানে কি তাকো বুজাই দিবাচোন কৃষ্ণ কৃষ্ণ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      কাম্য কৰ্মৰ তাৎপৰ্য বিচাৰৰ দৃষ্টিত বৈষ্ণৱ ৰ ইচ্ছা থাকে ভকত ৰ নাথাকে । আনহাতে সৰ্বসাধাৰণ অৰ্থত বিষ্ণুক উপাসা কৰাজনেই বৈষ্ণৱ আৰু কৰ্ম অৰ্থত বৈষ্ণৱকেই ভক্ত বা অসমীয়াত ভকত বুলি ও কোৱা হয় ।

    • @mridupabansarmah6020
      @mridupabansarmah6020 Год назад +2

      @@madhurjyaborah-yy5rt কৃষ্ণ বাপ আপুনি মোক আৰু এখাৰি কথা ক'ব চোন।এইযে আমি সষাগৰা পৃথিৱী বোলিযে কও মানেনো কি? অলপ বহল ভাবে বোজাই দিব বোলি আশাৰে বাত চায় ৰলো কৃষ্ণ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      71% জলেৰেই পৰিপূৰ্ণ হৈ আছে বাবে পৃথিৱীক স- সাগৰা বুলি কোৱা হয় ।

  • @preranaburagohain2063
    @preranaburagohain2063 Год назад +2

    কৃষ্ণ প্ৰভু.....প্ৰসাদৰ মহত্ত্বৰ বিষয়ে জানিব পাৰি ভাল লাগিল ।

  • @robinborah5848
    @robinborah5848 Год назад +1

    Sundar Sundar bhaykha m, b bapp krishna

  • @pallabigogoi1612
    @pallabigogoi1612 Год назад +1

    কৃষ্ণ বাপজনা।।

  • @harakantadeka7715
    @harakantadeka7715 Год назад +2

    প্ৰসাদ, শব্দ ৰ, অৰ্থ, ধাৰ্মিক, অৰ্থ, ভগবান ৰ, প্ৰভু ৰ, সাক্ষাৎ দৰ্শন

  • @subornaroy9303
    @subornaroy9303 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মুখৰ অমৃত বাণীযে মোক আপ্লুত কৰি লে।কৃষ্ণ

  • @jintidas6948
    @jintidas6948 Год назад +2

    কৃষ্ণ কৃষ্ণ।

  • @asomiaasom6008
    @asomiaasom6008 Год назад +1

    আপোনাৰ ভিডিও সমুহৰ ব্যাখ্যাত আপুনি মহাপুৰুষ সকল বুলি মন্তব্য কৰে কিন্তু আজিলৈ আপুনি শংকৰ মাধৱৰ বাহিৰে কাৰো নাম লোৱা শুনা নাই ।শংকৰ মাধৱকে মহাপুৰুষ সকল বুলি কয় নে আৰু কোনোবা আছে যাৰ নাম নলয় ?
    অসমৰ শংকৰ মাধৱ দুজনাই যদি গুৰু হয় তেন্তে দুজন গুৰুৰ সত্ৰ সমুহৰ প্ৰতিখন সত্ৰৰে নীতি নিয়ম উপাসনা পদ্ধতি একে নহয় কিয় ?

  • @dasnipul69
    @dasnipul69 7 месяцев назад +4

    কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ

  • @rashmirekhadutta8228
    @rashmirekhadutta8228 Год назад +1

    🙏🙏🙏🙏🙏🙏🙏

  • @BobitaKoch-dz2dc
    @BobitaKoch-dz2dc Год назад

    প্ৰসাদ r babe অনা বস্তু আগতে পাৰি নে

  • @NabajyotiBordoloi-eu8qf
    @NabajyotiBordoloi-eu8qf Год назад +2

    শৰাই ভাগৰ বিষয়ে বহলাই কৱচোন

  • @mintushankarofficial6333
    @mintushankarofficial6333 Год назад +5

    কৃষ্ণ
    প্ৰভু আপোনাৰ বাণী অমৃতৰ সমান , আপোনাৰ প্ৰসাদ বাক্য সঠিক ৰুপত গ্ৰহন কৰিলে সকলোৱে মুক্তিৰ পথ বিছাৰি পাব 🙏🏻🙏🏻🙏🏻🕉️

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 Год назад +2

    মূৰ্ত্তি পূজা কিমান দুৰ গ্ৰহণযোগ্য ?

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 Год назад

      Si ki janibo brahmin pondit manuhok sudhibo lage ,,murti pujar pokorot kio lagicho ,nijor kam kor toi

  • @Kaustav_rava
    @Kaustav_rava Год назад

    কৃষ্ণ বাপ প্ৰসাদ হৈছে নৰমুনিষক আকৰ্ষণ কৰাৰ সৃষ্টি।সেইখিনিক আকৰ্ষণ কৰাটোৱেই লোভ আৰু সেই লোভে ঈশ্বৰ প্ৰাপ্তি হব নোৱাৰে। প্ৰসাদ হৈছে ঈশ্বৰৰ কৃপা লাভ কৰা।প্ৰসাদে হৈছে প্ৰকৃত সাধুৰ দৰ্শণ লাভ কৰা সেইয়াই হৈছে প্ৰসাদ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +3

      নৰমনুষ্যক আকৰ্ষণ কৰা বস্তুৱেই প্ৰসাদ নহয় বাপ , দৰ্শনটো শুদ্ধ কৰক । নৰ মনুষ্যক মৎস্য, মাংসই ও আকৰ্ষণ কৰে , সেইয়াও কি প্ৰসাদ হব পাৰে নি? ঈশ্বৰৰ কৃপা, সন্তৰ সঙ্গ ও ভাৱ প্ৰসাদ । কিন্তু আমি অন্ন ৰূপী প্ৰসাদৰ কথা হে কৈছো " ঈশ্বৰত অৰ্পণা নকৰি যি ভুঞ্জয় । কুকুৰ বিষ্ঠা সি জানিবা নিশ্চয় ।। " শুদ্ধ সত্ত্ব দ্ৰব্য ঈশ্বৰত অৰ্পণ কৰি ঈশ্বৰৰ উচ্ছিষ্ট গ্ৰহণেই প্ৰসাদ । ( কিদৰে হৰিত অৰ্পিত দ্ৰব্য প্ৰসাদ গ্ৰহণ কৰি দাসী পুত্ৰ নাৰদে পাৰিষদী তনু লভিছিল , প্ৰথম স্কন্ধৰ তৃতীয় অধ্যায়ত চাব )।

  • @rekhaneog1101
    @rekhaneog1101 Год назад +1

    তোমাৰ ভিডিঅ চাই বহুত নজনা কথা জানিব পাৰিছো ধন্যবাদ

  • @bhaskarborah7929
    @bhaskarborah7929 Год назад +2

    পায়স অৰ্পণ কৰিব পাৰিনে ?

  • @gayatritamuly2780
    @gayatritamuly2780 Год назад +2

    Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna prabhu

  • @anitahazarika7591
    @anitahazarika7591 7 месяцев назад +1

    Krishna Krishna Krishna Krishna

  • @nituprondas5573
    @nituprondas5573 Год назад +1

    Ghee t bonua bostu orpon koribo pare ney ...

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      উমম ঘিউ বহুত শুদ্ধ দ্ৰব্য ।

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Apuni khadharan manuh k Dharmar makora jal t fosai andha biswakhr majloi theli di ghur paap karisey. Apunar babey Swarg jatra masrin nahoba.
      Swargia Mukul.

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад +2

    Ji khamay t Bharatat Hiuensang, Fahian, Itsing Bharatat pahiba ahisil khei khamay t Bharatat Nalanda Bishwabidyalay, Taksyasila Bishwabidyalay, Bikramsila Bishwabidyalay upari u aru 25 khon University asil. Bharat k tetia Soneyki siriya buli koisil. Kintu Monubadi, Brahmonbadi, Jatibadi jehadi a khakal Bishwabidyalay dhngkha kari Bharatrpora Buddha k nirmul kari Musalnman k bodnam kariley. Kunu Musalman Budha biddekhi nasil arthat khilonjia birudhi nasil. Khilonjia birudhi kebol 3/4% west uressian bidekhi hey.

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад

    Panchasil. (1) Prani Hotya nakorba (2) Missa nakoba.(3) Paro stri lagot khombhug nakoriba.(4)Mod,Vang, kani aru annyanya nisajucta khamagri khebon nakoriba. (5) Adinnadana wermoni Sikssapadang khomadiami.

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад

    1. Buddhang Saranag Goswami 2.Dhammng saranag Goswami, 3. Sangham saranag Goswami.

  • @utpalgogoi1982
    @utpalgogoi1982 Год назад

    Aei gorom khonot aapunaluke kiyo Imaan bhogoban bhogoban kori thake baru ,aapunalukor gorom sorom nalage neki baru

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад

    Apunarmote 4 Barno, Brahmon, khatriya, Baishya, Shudra ai 4 barno Janma khutrey ney karma r adhar t.

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад

    Apuni nijokey Sciencer satra asil buli dabi korey, kintu bigyanr satra hoi apuni kia khomaj khon andha biswakhloi ni kalukhit kariba bisarisey. Apuni ji madhyamr jugedi (Mobile,Labtop,Mator salit bahon) bebohar kari khomajr lagat khamprka sthapan kari asey, khei madhyam tyag kari apunj Eswar setona, eswarar saktir khohai t kia kora nai. Afaley apuni khamourna bigyan adharit bostu bebahar kari asey, anfaley khadharan raij k andha biswakhloi theli disey. Apunar moha paap lagiba. Apunar Swarg jatra masrin nahoba. Swargia Mukul.

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      বুদ্ধই হীনযান , মহাযান, ব্ৰজজান সৃষ্টি কৰা নাছিল বুইছে আৰু সম্প্ৰতি আপোনাৰ একান্তই প্ৰিয় বৌদ্ধ ধৰ্মৰ মূল গুৰু দালাই লামা ই বৈদিক শাস্ত্ৰৰ বিষয়ে কি তাক এবাৰ নিজেই শুনি চাব , নমো ভগৱতো অৰহতো চম্মা সম্বুধস্য - ত্ৰিপিটকৰ এইটো বাক্য নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰৰ পালি ৰূপান্তৰণ - আপোনাৰ চাগে এইবোৰ চকুত পৰা ও নাই আৰু অধ্যয়ন ও কৰা নাই , আজিলৈকে আপুনি যিমান খিনি দীঘলীয়া ৰচনাকাৰ comment কৰিছে তাৰ পৰা আমি এটা কথা বুজিব পাৰিছো যে আপোনাৰ মনটো সংকীৰ্ণ , আৰু আমি কোৱা কোনো কথাত বৰ্ণবাদ support কৰা নাই , বৰং ভেদ বোৰ আতঁৰাই এক কৰিব বিচাৰিছো যি যেনেকৈয়ে আছে তেঁও সেই ৰূপতেই গ্ৰহণ কৰি ; এইয়া যদি অন্ধবিশ্বাস , সন্ত্ৰাসবাদ😂 আপুনি ভিত্তিহীন, যুক্তিহীনভাবে আমাক , শাস্ত্ৰক লৈ উগ্ৰবাদী, বৰ্ণবাদী , অন্ধবিশ্বাসী কৈ আছে - এইয়া কি সমাজৰ মাজত জেহাদ নহয় ? চাওক ! আপোনৰ দৰে বহি বহি ভিত্তিহীন কথা কিছুমানত লাগি থাকিবলৈ আমাৰ সময় নাই । আগতেও কৈছৈ এতিয়াও কৈছো debet ত আহক আপোনাক সকলো বুজাই দিম , আপোনাৰ ইমান যদি অসুবিধা হৈছে আপোনি তাৰিখ দিয়ক,সময় দিয়ক আমি শাস্ত্ৰাৰ্থ কৰিবলৈ প্ৰস্তুত আছো ।

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      @@madhurjyaborah-yy5rt Apuni ji tur uttar diba lagey kheitu uttar nidi a. Akou khudhisu, apuni Hindu t asey ney Brahmon bisardharat asey. Apuni 4 barno, Brahmon,khatria,Baishya aru Shudra k karma khutrey buli koy ney Janma khutrey buli koy. Iyar uttar diok soon.

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Apuni mon t rakhiba apuni khingkhar bisardharar bahok. Buddha bisardhar lagat Brahmonr khongkirna, agnatantrik, bivedkami, asatntrata bisardhara kunu mil nai. Busdhai Eswar/Atmaa, Swarg/Narok, Ihjanma/Parojanma ari Paromatmak nakos karisey. Buddha is 1st athiest and Scientist. Apunaluk 420 bilakey Buddha k Avatar khojai Bharatrpora nakh karisil. British ahi hey Buddha k bisari ulialey. Khayok dhaki rakhiba pariba, kintu ses kariba nuarey. Apuni hol ajon monubadi, brahmonbadi, jatibadi bisar t sola bekti. Apunar Swarg jatra masrin nahoba. Swargia Mukul.

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      @@madhurjyaborah-yy5rt khakal u Buddharpora monubadi, brahmonbadi, jatibadi jehadi a chur kari Brahmonr litikai akou Bodnam kariba ahisey Buddha k. Apunar alopman u laz nai.

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Keitamaan dhonr babey apuni prithibir manabjatir Bhagawan Buddha k Bodnam kariba ahisey.

  • @GupalBorah-fz1ll
    @GupalBorah-fz1ll 9 месяцев назад +1

    কৃষ্ণ