কৃষ্ণ কৃষ্ণ 🙏🙏। হয় হয় ইয়াত শিৱৰ নাম উল্লেখ নাই। আমি নাম অপৰাধৰ কাৰন সমূহ হে ব্যক্ত কৰিছোঁ। কোন শ্ৰেষ্ঠ,, কাক পূজা কৰিব, কাক নকৰিব সেই কথা প্ৰকাশ কৰা নাই। কেৱল কোনো জনক নিন্দা নকৰা কথাটোৱে প্ৰকাশ কৰা হৈছে। তথাপি অজ্ঞাতে যদিও আপোনাৰ অন্তৰত কষ্ট দিলোঁ তেন্তে অপৰাধ বিনাশন 🙏🙏🙏 কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
Kisu Luke koi hastrar katha bilak besikoi janile pagal habo lagiba , hakalure mat bilak janile kheli meli lagi jai ,kak erim kak dharim , asal katha bilak kune bujai kabo , ami ati adham prbhu , khyma kariba manat bahu prasnar khelimeli lagi ase , agate najanisilu tetiai bhal asil ,alpo bidyai mur vakatir pathtu khelimeli lagaise kio janu , moi brahmania hamajar ,moi jag,jagya,puja patal eibilak hakalu bad di ishar krisnak bhajana karu belegak nakaru mur bhul hoise neki baru , parthana bilakeu takei koi ase ,
Krishna Krishna 🙏🙏 xuni val lagil xewa jonisu 🙏
ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ বাবে অপেক্ষা কৰি থাকো। শ্ৰদ্ধাৰে আপোনাক সেৱা আগবঢ়ালোঁ 🙏🙏। আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ তত্ত্ব সমূহে আমাক নতুন জ্ঞানৰ সন্ধান দিয়ে। ধন্যবাদ বাপ 🙏🙏🙏
আপোনালোকৰ আশীৰ্বাদত কৃতজ্ঞ হ'লো প্ৰভূ 🙏🙏 কৃষ্ণ কৃষ্ণ 🙏
তুমি বহুত ভাল কথা কলা।এইটো kiliyar হব পাৰি ভাল লাগিল ।ধন্য তুমি।
ধন্য ঈশ্বৰ অথবা পৰমেশ্বৰ, ধন্য সৎ ভকত জন, আমি কেৱল প্ৰয়াস হে কৰিছোঁ। তদুপৰি কথাখিনি সৎ ভাবে লোৱা বাবে ধন্য আপোনাৰ চিত্ৰ। আপোনাৰ মন্তব্যৰ বাবে আমি কৃতজ্ঞ হ'লো, কৃষ্ণ কৃষ্ণ 🙏🙏🙏
krishna krishna বাপ বহুত ংভাল লাগিল
কৃষ্ণ 🙏, ধন্যবাদ থাকিল আপোনালৈ
Bhut.val.lagil. bap.Krishna🙏🏻🌄🙏🏼
ধন্যবাদ, কৃষ্ণ 🙏
Nam oporadh huni bohut val lagil
ধন্যবাদ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ 🙏
বৰ সুন্দৰ ❤😂❤
Prabhu. Sarwan. Kari. Anandra. Lagil. ❤😊
অতি আনন্দ পালোঁ। কৃষ্ণ 🙏
Sundar bhaykha❤❤❤
কৃতজ্ঞ হ'লো আপোনাৰ আশীৰ্বাদৰ বাবে 🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 সেৱা নিবেদিছু বাপ 🙏 আপুনি সকলোৱে মংগল হোৱাকৈ বহুত গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে 🙏 আমাৰ মনৰ আন্দিত হৈছোঁ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾🌺🌷🪷
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ 🙏। আপোনালোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো, কৃষ্ণ 🙏
বহুত ভাল লাগিল , কৃষ্ণ কৃষ্ণ
ধন্যবাদ 🙏 কৃষ্ণ কৃষ্ণ
Sondar hoise bora bap
আন্তৰিকতাৰে ধন্যবাদ জনালো বাপ 🙏🙏
জানিব পাৰি ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
সুন্দৰ পৰিবেশন কৰা হৈছে কৃষ্ণ কৃষ্ণ সেৱা জ্নালো
ধন্যবাদ 🙏 কৃষ্ণ 🙏
ভাল লাগিল কৃষঞ.
ধন্যবাদ। কৃষ্ণ 🙏
,😁🙏🙏🙏bor val koise
Thank you
Bast hundor lagil.
আপোনাৰ মন্তব্যত কৃতজ্ঞ হ'লো প্ৰভূ 🙏। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ ,আপোনৰ নাম অপৰাধ আলোচনা ভাগি শুনি ভাল লাগিল । ভগবানৰ নাম প্ৰচাৰ হোৱাটো ভাল ।ক
ধন্যবাদ কৃষ্ণ 🙏
আপোনাৰ নাম অপৰাধৰ বাখ্যা শুনি অতিকৈ ধন্য হলো ।
আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 সুন্দৰ ব্যাখ্যা,🙏🙏
কৃষ্ণ 🙏
প্ৰভুজনা বৰ সুন্দৰ হৈছে, কৃষ্ণ, সেৱা ধৰিলো, পিছে ব্ৰহ্মা হৰি হৰ , হৰি বুলি কোৱাটো বুজি নাপালোঁ। কৃষ্ণ। অপৰাধ নধৰিব আকৌ।
কৃষ্ণ কৃষ্ণ। বহুত ভাল লাগিছে।
Aponak dhanyabad bahut najana katha janilu 🙏🙏🙏
ধন্যবাদ 🙏 । আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
বৰ সুন্দৰ বাখ্যা আগবঢ়াইছে 🙏🙏
ধন্যবাদ 🙏 আৰু আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
Bohut vl lgil sir ❤
ধন্যবাদ দেই ☺️
Bhut val lagil 🙏🏼🙏🏼🙏🏼🙏🏼
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
বহুত ভাল লাগিল ❤
ধন্যবাদ 🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
Krisno krisno🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
Bor hundor koi baakkhya kora hoise.
ধন্যবাদ 🙏
Sundar. Katha. Vallagil
ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
,বহুত বহুত ধন্যবাদ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ। আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Bohutbhal lagil.
ধন্যবাদ 🙏 কৃষ্ণ
Sir emn dhuniya
ধন্যবাদ দেই, 😀
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤
Bahut val lagiise
ধন্যবাদ, কৃষ্ণ 🙏
কৃষ্ণ
কৃষ্ণ 🙏
কৃষ্ণ। সুন্দৰ বিশ্লেষণ।
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ 🙏
Bor hundor khotha
ধন্যবাদ 🙏
Krishna baap 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
Bohut kotha janu dei apunar video pora
ধন্যবাদ 🙏☺️ কৃষ্ণ
Akola.abar.sarban.ai.vag..jnibar.bhut.eshsa.asil.Krishna. Krishna. 🙏🏻🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ 🙏🙏। আপোনাৰ আগ্ৰহৰ বাবে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
Val lagil pravu
ধন্যবাদ 🙏 কৃষ্ণ 🙏🙏☺️
Krishna Krishna
কৃষ্ণ 🙏
সুন্দৰ
ধন্যবাদ 🙏 কৃষ্ণ
Krishna bap ...........
কৃষ্ণ কৃষ্ণ 🙏
হৰি চৰণ সদা আৰাধান্ত ব্ৰহ্মা হৰ পুৰন্দৰ । হেন হৰি পদে শৰণ নলৱে কিনো বুদ্ধিহীন নৰ ।।(২৭৯ ) জগতৰ নাথ সংসাৰৰ আদিমূল । বিষ্ণুকেহে পূজি প্ৰথমতে দিবো ফুল ।। বিষ্ণুতে অৰ্পিবো যত পূজা যজ্ঞ দান । বিষ্ণু ব্যতিৰেকে দেৱ নাজানোহো আন ।। ২৬ ইয়াত শিৱৰ কথা ক'ৰ পৰা আহিল !!!
কৃষ্ণ কৃষ্ণ 🙏🙏। হয় হয় ইয়াত শিৱৰ নাম উল্লেখ নাই। আমি নাম অপৰাধৰ কাৰন সমূহ হে ব্যক্ত কৰিছোঁ। কোন শ্ৰেষ্ঠ,, কাক পূজা কৰিব, কাক নকৰিব সেই কথা প্ৰকাশ কৰা নাই। কেৱল কোনো জনক নিন্দা নকৰা কথাটোৱে প্ৰকাশ কৰা হৈছে।
তথাপি অজ্ঞাতে যদিও আপোনাৰ অন্তৰত কষ্ট দিলোঁ তেন্তে অপৰাধ বিনাশন 🙏🙏🙏
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
ভাল লাগিল প্ৰভূ কৃষ্ণ কৃষ্ণ
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
আপোনালোকলৈও সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
ৰাম কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏🌹
ভাল লাগিল চাৰ 🙏🙏
ধন্যবাদ ☺️
Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ 🙏
🙏🙏
কৃষ্ণ 🙏
কৃষ্ণ 🙏
কৃষ্ণ 🙏
সুন্দৰ হৈছে
ধন্যবাদ 🙏 কৃষ্ণ
Krishna krishna krishna
কৃষ্ণ 🙏
Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
Thanks bahut val lagise
ধন্যবাদ 🙏
অতি জানিব লগা কথা কৈছে
ধন্যবাদ 🙏। কৃতজ্ঞ হ'লো। কৃষ্ণ 🙏☺️
🙏🙏🙏
কৃষ্ণ 🙏🙏🙏
সুন্দৰ ব্যাখ্যা
ধন্যবাদ 🙏
Kirichna.kirichna❤❤❤.val.lagil.
ধন্যবাদ। কৃষ্ণ কৃষ্ণ 🙏🙏
Krishna Krishna Krishna
কৃষ্ণ কৃষ্ণ 🙏🙏
🙏 Krishna
Xundor
ধন্যবাদ 🙏 কৃষ্ণ
Krishna🙏
কৃষ্ণ
Krishna 🙏
কৃষ্ণ 🙏🙏
সুন্দৰ ভাল লাগিল
ধন্যবাদ, কৃষ্ণ 🙏
Krishna. Najana Katha janilu.
ধন্যবাদ 🙏 কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ বাপ শতকৌটি প্ৰনাম জনালোঁ নাম অপৰাধৰ বিষয়ে অৱগত কৰা কাৰনে ধন্যবাদ জনালোঁ৷কৃষ্ণঃ৷
কৃষ্ণ কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
Joy guru Shanker 🙏🏻❤
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
Krishna 🙏🙏🙏🙏
কৃষ্ণ 🙏🙏
Krishna
কৃষ্ণ 🙏
আপোনাৰ প্ৰত্যেকটো ভিডিঅ' এ চাও । বৰ সুন্দৰকৈ ব্যাখ্যা কৰে আপুনি বাপ 🙏 কৃষ্ণ
ঈশ্বৰৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো, কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লৈ সেৱা। নিবেদিলো ।
ধন্যবাদ 🙏 কৃষ্ণ আপোনালৈকো সেৱা আগবঢ়ালোঁ 🙏
Namaparadhar 10 Lakshanto. Aru Aber dibo krishna
@@anantabarman-6652, নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏
❤
সুন্দৰ ছাৰ 🙏
ধন্যবাদ
কোন কোন নামে প্ৰাকিতিক দুৰ্য্যুগৰ পৰা ৰক্ষা কৰিব পাৰে ? ___ যেনে:--- বানপানী ,
গড়া খহনীয়া , ভুমিকাস্প , ধুমুহা, অতি খৰাং বতৰ , আৰু (কলেৰা , কৰুণা মহামাৰী) |
তাৰ কাৰণে মানৱৰ কৰ্ম হে জগৰীয়া বাপ। আপুনি ব্যক্ত কৰা বানপানী, গড়া খহনীয়া, ভূমিকম্প, অতি খৰাং আদি সমস্যা সমূহ কিয় হৈছে, তাৰ কথা ভাগ চিন্তা কৰিলেই, আপোনাৰ উত্তৰতো পোৱা যাব। কৃষ্ণ 🙏
দাদা নমস্কাৰ গ্ৰহণ কৰিব । আপোনাৰ যোগাযোগ নম্বৰ টো দিব নেকি,,,,,
WhatsApp number 6001568867
@@sriborah ধন্যবাদ
আচলতে বিষ্ণু আৰু শিৱ ভিন্ন দুই নাম কিন্তু দুয়োৰে স্বৰূপ এক অৰ্থাৎ দুই ভিন্ন নাম ব্যক্তি এজনেই ৷
একেবাৰে শুদ্ধ সত্য, সেই তত্ত্ব কথা ভাগেই জনা প্ৰয়োজন। কৃষ্ণ 🙏
এনেকৈ বুজাই দিয়া বাবে উপকৃত হৈছোঁ৷কৃষ্ণ কৃষ্ণ
কৃষ্ণ
🙏🙏🙏🙏 27:34
🙏
মহাপুৰুষ শংকৰ গুৰুজনাই সদাশিৱ মহাদেৱৰ সুকীয়া কীৰ্ত্তন ৰ ব্যৱস্থা কৰা নাই। অন্য দেৱ দেৱী বুলিলে কাক বুজাই জনাব চোন অনুগ্ৰহ কৰি।
গুৰুজনাই নিন্দা কৰিবলৈও কোৱা নাই সুধিজন প্ৰভূ🙏🙏। নিনিন্দিবা নভজিবা বুলি কথা এষাৰো আছে। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
পাঠৰ অপৰাধৰ ওপৰত এটি VDO পালে নিশ্চয় কৃতাৰ্থ হব কৃষ্ণ।
নিশ্চয় সোনকালে প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏
😊😊😊
Kisu Luke koi hastrar katha bilak besikoi janile pagal habo lagiba , hakalure mat bilak janile kheli meli lagi jai ,kak erim kak dharim , asal katha bilak kune bujai kabo , ami ati adham prbhu ,
khyma kariba manat bahu prasnar khelimeli lagi ase , agate najanisilu tetiai bhal asil ,alpo bidyai mur vakatir pathtu khelimeli lagaise kio janu , moi brahmania hamajar ,moi jag,jagya,puja patal eibilak hakalu bad di ishar krisnak bhajana karu belegak nakaru mur bhul hoise neki baru , parthana bilakeu takei koi ase ,
আপোনাৰ খোলা অন্তৰৰ কথাখিনি প্ৰকাশ কৰা বাবে কৃতজ্ঞ হ'লো প্ৰভূ 🙏।
আপুনি যুগ ধৰ্ম হিচাপে উপযুক্ত পথ গ্ৰহণ কৰিছে। কলিত মূলতঃ এক ঈশ্বৰ কৃষ্ণ হৰি নামেই শ্ৰেষ্ঠ। এক হৰি নামৰ সমানতা পূজা, যাগ-যজ্ঞ হ'ব নোৱাৰে। আপুনি যুগ ধৰ্ম হিচাপে উপযুক্ত আৰু শ্ৰেষ্ঠ মাৰ্গত আছে। মনৰ সংসয় দূৰ কৰি একমাত্ৰ কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰক 🙏🙏। আপোনালৈ আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
0:46 শিৱ আৰু বিষ্ণুৰ গুণ নামৰ ভিন্ন দেখিলেহে নাম অপৰাধ হয়।
হয় হয়। কৃষ্ণ 🙏 সেই কথা ভাগৰে তত্ত্ব অনধাৱন নকৰি সমাজত ভুল ব্যাখ্যা হৈ থাকে।
কৃষ্ণ কৃষ্ণ বাপজন কীৰ্তনৰ শ্লোকটো ব্ৰাখা দিব চোন ।আপোনাৰ এনে ব্ৰাখাই বহুত উপকৃত কৰিব।
আপোনালোকৰ আশীৰ্বাদত সোনকালে প্ৰয়াস কৰিম। কৃষ্ণ 🙏
Jugal::::::::::::Kun bidh naam shrestha.jonabosun.
কলি যুগত শ্ৰেষ্ঠ কেৱল এক হৰি নাম। কিন্তু সেই এক হৰি নাম লওতে বেলেগৰ নিন্দা নহ'লে ভাল হয় বুলি আমাৰ ব্যক্তিগত অভিমত।
Bapjon bhokate jetia aniyam kore seitu apotikorileu namapradh hoineki sidina pitry barsikat sarai orihona 1400 bisarise
সেই ভাগ, ভকতৰ হে অপৰাধ, নামক আশ্ৰয় কৰি ব্যৱসায় কৰিলেও নাম অপৰাধত পৰে। কৃষ্ণ কৃষ্ণ 🙏
হে বাপ একেখন শাস্ত্ৰকে সকলোৱে পঢ়ে। তথাপিও একাংশই কিয় শিৱ আৰু কৃষ্ণক ভেদ কৰি দেখুৱাই ভাগ ভাগ কৰিছে।সেইসকল নাম অপৰাধত পাৰিবনে নপৰে?মহ প্ৰসাদকে ধৰি ছোৱালী বিয়া দিয়া লৈকে। সিহঁতৰ কি হ'ব?নৰকত বস হ'ব নে নাই জনাব চোন। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏। নাৰায়ণ বা কৃষ্ণ শ্ৰেষ্ঠ, সেই ভাগ কথা সৰ্ব্ববিদিত। মনুষ্যৰ মতি অনুসৰি কৃষ্ণ আৰু শিৱক যি জনে যাকে ভজনা কৰে, সেই হিচাপে ফল পাব। কিন্তু এজনক শ্ৰেষ্ঠ দেখুৱাবলৈ গৈ আনজনক নিন্দা কৰিলে নাম অপৰাধত পৰিব বুলি পদ্ম পূৰাণ আৰু শঙ্কৰ গুৰুৰ কীৰ্তনতো উল্লেখ আছে। … (বাকী বিবাহ আৰু মাহ-প্ৰসাদৰ কথা নকও, যিহেতু সমাজ ভেদে নীতি আৰু সংস্কাৰ বেলেগ হ'ব পাৰে।, কিন্তু শাস্ত্ৰ আৰু ঈশ্বৰ বেলেগ হ'ব নোৱাৰে)
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@@sriborah hakoluke manibo lage kintu hastia pramanar hoite Hanuman tijogotar poti.mukhabad hekh hoboloi besi din nai.
পাসন্দ মন্থনৰ কথা জনাব
নিশ্চয় প্ৰয়াস কৰিম 🙏 কৃষ্ণ
THANKS
Welcome
বেদৰ বিহিত যত আছে ধৰ্ম সঙসাৰত সবে হৰি নামৰ কিঙকৰ ..... বুলি কয় যদিও বেদৰ প্ৰয়োজনীয়তা আছে।
হয় , জ্ঞানৰ কাৰণে আছে। কৃষ্ণ 🙏
ভাগৱতত লিখা আছে " ......হেন দেৱ ত্য়জি যিটো আন দেৱ পূজৈ ৰাক্ষস অসুৰ সি একোৱে নুবুজৈ " এইপদফাকিয়ে সমাজ ধঙ্স কৰিছে নেকি! যদি পদফাকিয়ে সমাজ ধঙ্স কৰিছে বুলি আপুনি ভাৱে, আপোনাৰ মতামত আগবঢ়ায় যেন। কৃষ্ণ।
সামগ্ৰিক ৰূপে কবলৈ গ'লে ভাগৱত ৰ ক'তো শিৱক নিন্দা কৰা কথা প্ৰকাশ কৰা নাই। কৃষ্ণ 🙏🙏
হয় শিৱক বা আন দেৱ দেৱীক যে নিন্দা কৰিব লাগে সেইটোও নাই কোৱা । কিন্তু এজন মহাপণ্দিতে কৈছে যে ভাগৱতৰ সেই পদফাকিয়ে সমাজ ধঙ্স কৰিছে বুলি এটা ভিডিঅ'ত কৈছে আৰু পদফাকি ব্য়াখ্য়া কাৰ্জনক টো তীব্ৰ ভাষাৰে কৰ্কথনা কৰিছেই লগতে লিখাজনকো আঘাত কৰিবলৈ কোণ্ঠাবোধ কৰা নাই। কৃষ্ণ।
🙏🙏🙏🪔JAYGURU
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
kridna3
Bor hundor hoise 🙏
ধন্যবাদ 🙏
M@@sriborah
হৰি হৰৰ যুদ্ধ হৈছিল দেখোন৷ ভেদজ্ঞান নাথাকিলে যুদ্ধ হ’লহেঁতেন নে ? বুজিবই নোৱাৰি দেখোন৷
ভক্তক অথবা আশ্ৰয় গ্ৰহণ কৰা জনক ঈশ্বৰ ভগৱন্ত সব্বক্ষনে সহায়ক হিচাপে থাকে। হৰি-হৰৰ যুদ্ধ এটা বিশেষ কাৰ্য সম্পন্ন কৰা হেতুহে হৈছিল। কৃষ্ণ 🙏