প্ৰকৃততে ভগৱান আছেনে ? ।। Prokitote Bhagawan Asane ?।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
HTML-код
- Опубликовано: 21 май 2023
- প্ৰকৃততে ভগৱান আছেনে ? ।। Prokitote Bhagawan Asane ?।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
#bhagawan #ভগৱান #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha
Your Queries:-
ভগৱান আছেনে
Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
Facebook: / madhurjya.borah.31521
Instagram: madhurjya762?ig...
Phone no: 6001380050
Email: borahmadhurjya2001@gmail.com
আপোনাক কোটি কোটি প্ৰণাম জনাইছোঁ ।ইমান ধুনীয়া কৈ বাখ্যা আগবঢ়োৱা বাবে 🙏🙏🙏
কৃষ্ণ-ৰাম নমস্কাৰ 😊মূঢ়মতি সমাজখনৰ সৈতে খাপ খোৱাকৈ সহজ-সৰল ভাঙনিৰে ভগৱান ইশ্বৰৰ অস্তিত্বক সাৱলীলভাৱে বিশ্লেষণ কৰিলে । বৰ স্পষ্টতাৰে । ওম নমো নাৰায়াণ ।
ঘৰে ঘৰে তোমাৰ নিচিনা সন্তানৰ জন্ম হ'লে আজি সমাজ খনৰ বহুতো পৰিৱৰ্তন হ'ল হেঁতেন কৃষ্ণ কৃষ্ণ ❤❤
qওলালPপPI
, আপোনাৰ পদ যুগলত কোটি কোটি বাৰ সেৱা জনালো। জ্ঞান বিজ্ঞান তদন্ত আৰু ৰহস্যৰো ৰহস্য উদ্ঘাটন কৰি মনৰ সংশয় দুৰ কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ।
অভিভুত হৈ পৰিলো । কৃষ্ণ
ॐ....................... 🐚🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
তোমাৰ দৰে সন্তান যদি ঘৰে ঘৰে পালো হেঁতেন তেন্তে এই জগত খনত সুন্দৰতাই ভৰি পৰিল হেঁতেন তুমি ভগৱানে দান বুলি মোৰ ভাৱ হয়
Not, University is not called Bhagaban. Bhagawan never born himself. He may sent representative only. because he can't sleep in the abdomen of womens, that there's continuous sexual activities of men.
@@tarininibari3231pp0ippp😊) 😊nif😊. No no hiii😮zeera@book😮p noor hiii i oki mi nu I'm m bhul jootejhn
Dhonyabad Beta Dhanybad👌👌👌👍👍👍🙏🙏🙏
কৃষ্ণ বাপ জন, ইমান সুন্দৰ বিশ্লেষণ আপোনাক শত কোটি প্ৰণাম জনাইছোঁ।🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাব তোমাৰ ভগৱান উজ্জল কামনা কৰিলোঁ 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ ৰাম নাৰয়ণ গোবিন্দ জয় জয় 🙏 🙏 🙏 🙏
প্ৰভু ঈশ্বৰ কৌটি কৌটি বাৰ কৰোঁ আপোনাক প্ৰণাম। আপোনাৰ অতি এই সুন্দৰ ব্যাখ্যাই শুদ্ধ ভক্তিত ভমনোগ্ৰাহী কৰি তুলিছে যেন সকলোকে🙏🙏🙏🙏
অতি সুন্দৰ বিশ্লেষণ ঈশ্বৰৰ অস্তিত্ব সন্দৰ্ভত। কৃষ্ণ বাপ সেৱা জনালোঁ 🙏
Krishna krishna🙏🙏🙏❤❤❤
000000000000000⁰0⁰⁰⁰
0
00000
কৃষ্ণ কৃষ্ণ
Jai shree Krishna 🎉🎉🎉🎉🎉🎉🎉🎉🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Krishno 🙏🙏🙏
বহুত ভাল লাগিল
Om shanti 🙏🙏🙏
Krishno
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা 🙏🙏🙏
তোমাৰ দৰে ল'ৰা হাজাৰ হাজাৰ জন্ম হ'ক। পৃথিবীত শান্তিয়ে শান্তি বিৰাজ কৰিব। 🙏🙏🙏
কৃষ্ণ, তোমাৰ ভাৱ ৰ লগত মোৰ ভাৱ অৰ মিল আছে! কৃষ্ণ ,কৃষ্ণ, কৃষ্ণ
বৰ সুন্দৰ বাখ্যা শুনি ভাল লাগিল জয় গুৰু শংকৰ 🙏🙏🙏
Krishna Krishna Krishna probhu
Jai sri krishna🙏❤
পৰভো
বৰ ভাল পাইছোঁ। সুন্দৰ প্ৰভু
কৃষ্ণ 🙏🏼
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ। এনেকৈ আগ বাঢ়ি গৈ থাকা। তোমাৰ দৰে ল'ৰা থাকিলে আজী কালি ল'ৰা ছোৱালী ভাল হ'ব।
ভাল লাগিল
Krishna Bor Val khotha .
মাধুৰ্য্য বৰা দেৱে পৰমেশ্বৰ সন্দৰ্ভত আগবঢ়োৱা বিশ্লেষনে পুৱাতো জীপাল কৰি তুলিলে।
আমি জানো কেৱল বয়সে কোনো বিষয়ক শুদ্ধ ভাবে বিশ্লেষণ কৰিব নোৱাৰে তাৰ বাবে লাগিব এটা নীৰলশ প্ৰচেষ্টা। আমি তোমাৰ সেই মনপৰশা প্ৰচেষ্টাক দূৰৰ পৰাই সেৱা জনালোঁ। আশা ৰাখিম আগলৈও যাতে এনেবোৰ বিষয়ৰ ওপৰত বিজ্ঞানভিত্তিক বিশ্লেষণ ৰাখি নৱ প্ৰজন্মৰ লগতে আমাৰ দৰে কেৱল বয়সে আগুৱাই লৈ যোৱা সকলকো কৃতাৰ্থ কৰা।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏
কৃষ্ণ 🙏🙏🙏
কৃষ্ণ 🙏🙏
বহুত ভাল লাগিল আপোনাৰ এই যুক্তি কৃষ্ণ কৃষ্ণ ৷
আপোনাৰ চৰণত কোটি কোটি প্ৰণাম।।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna Mahapravu 🙏🙏 apuni khokolure pran, parampita
কৃষ্ণ
Aponar jukti kotha bor bahut bhal lagil krishna krishna
Krishna Krishna Krishna Krishna
কৃষ্ণ 🙏 ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিয়াৰ কাৰনে বহুত বহুত ধন্যবাদ জনাইছো।
Krishna Bap 🙏 🙏 🙏
God blessed you
Prabhu...
খুবেই সুন্দৰকৈ উপস্থাপন কৰিছে কৃষ্ণ🙏
Aponak bahut dhyanabad diso kiyano nanan udaharanere eswar je ai jagatt ase sundarkai bujai dile...❤❤❤❤❤😂❤😮❤
very good explanation krishna
Bor dhuniakoi bujai dise bhal lagil, xokolue jodi anekoie bujile heten
ইমান সুন্দৰ ব্যাখ্যা ঈশ্বৰৰ অস্তিত্বক । কৃষ্ণ কৃষ্ণ 🙏
I think that you are goad scientist ect
When I face you
Bu nim ni un nib gg@@bharati8884y❤tu nu bi bi 20:25 😂🎉❤❤
Ry🎉😢😮
Krishna Krishna 🙏🏻🙏🏻
Krishna Krishna 🙏🙏🙏🙏
Krishna Krishna 🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
তোমাৰ সৎ উপদেশ সুন্দৰ কথা খিনি শুনি ভাল লাগিল
কৃষ্ণ কৃষ্ণ,,,বহুতেই সুন্দৰ ব্যাখ্যা,,শুনি মন ভৰি গ'ল,,,, ভগৱানে কুশলে ৰাখক
Krishna Krishna bhal lagil.krishna
বহুত ধুনীয়াকৈ আপুনি কথা খিনি বুজাই দিছে তাৰ আপোনাক অশেষ ধন্যবাদ দিছোঁ
কৃষ্ণ কৃষ্ণ আপোনি ভগৱানৰ কথাবোৰ ইমান ধুনীয়াকৈ ব্ঞ্জণ্যা কৰিছে শুনি থাকিলে আমনি নালাগে আপোনাক আগলৈ আৰু বশুতো ভাল ব্যাতা দি জায়ক তাকে কামনা কৰিলো ধৰ্নবাদ।
কৃষ্ণ কৃষ্ণ সুন্দৰ।
Krishna🙏🙏🙏
মনোৰম ব্যাখ্যা ৷ আপোনাৰ উত্তৰ উত্তৰ কামনা কৰিলো বাপ ৷ কৃষ্ণ ৷
Krishna 🙏
অতি সুন্দৰ বাপ অতি সুন্দৰ।জয় গুৰু শঙ্কৰ, জয় কৃষ্ণ।
Krishna
কৃষ্ণ কৃষ্ণ প্রণাম জনইছো।
সুন্দৰ বিশ্লেষণ , প্ৰণাম জনাইছোঁ
Krishna🙏
Krishna 🙏🙏🙏
🙏🏻🙏🏻
Krishno,,, Krish ❤❤noo❤❤🎉🎉🎉🎉🎉
Krishna krishna
Krishna krishna,
Thank you Eman Dhunia koi Bhogobanor mahatmo Byakha kora Babe 👍
Aponalai bahut....... Dhyanbad thakil .agalai Ane sundar Katha suniba pam buli asha thakil❤❤❤😮😊❤❤❤
Krishna ক্বঞ্চ ক্বঞ্চ 🙏🙏🙏🙏
বহূত ভাল লাগিল।
🙏🙏🙏🙏
Bhal lagil huni
Krishna.krishna..krishna
God isgood
মোৰ বিশ্বাস ভগৱান সদায় সকলো ঠাইতে সদায় আছে মানে নেমানে সেইটো কিছুমান মানুহ লৈ কথা 😊😊
Gd bless u
শ্ৰী কৃষ্ণাই নমো । শুনি বৰ সুখ পালো ।🙏🏻🙏🏻🙏🏻
প্রনাম
Krishna Krishna 🙏🙏💓 bahut bhal lagil ❤️ God bless you
Pronam. Provu
Krishna❤
সুন্দৰ ব্যাখ্যা কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ ।বান্ধৱ কৃষ্ণ।।
বৰ ভাল লাগিল শুনি
অতি সুন্দৰ বিশ্লেষণ।
অতি সুন্দৰ ব্যাখ্যা ডাঙি ধৰিলে। কৃষ্ণ 🙏
ৰাম-ৰাম, ৰাম-কৃষ্ণ,
Bor val lagil ,dhanyabad.
Jai shree Ram ♥️♥️♥️
Vogoban ase 100% right
Apunar dore khontan khokolure ghorot jonmo houk🙏🙏