ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- দীপক ব্ৰহ্ম বাপ | Bhagwat Bakhya | Dipok Barhma | মেৰমুখ

Поделиться
HTML-код
  • Опубликовано: 1 июн 2024
  • ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- দীপক ব্ৰহ্ম বাপ | Bhagwat Bakhya | Dipak Barhma | মেৰমুখ
    ব্যাখ্যাকাৰ-
    দীপক ব্ৰহ্ম বাপ (কোকৰাঝাৰ)
    * সাৱধান আমি কামনাৰ বসবতি হৈ বিয়া পাতিছো নেকি আৰু সন্তান জন্ম দিছোঁ নেকি...?
    * ভগৱন্তৰ চৰণত কি কি চিহ্ন দেখা পোৱা যায়...?
    "জয় জগত গুরু শ্রীমন্ত শঙ্কৰ"
    একশৰণ ভাগৱতী সমাজ, অসম
    হিমালয়া যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত
    একাদশ বর্ষ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান
    স্থানঃ সাতবৰবৰী নামঘৰ, মেৰমুখ, নাৰায়ণপুৰ, লক্ষীমপুৰ, অসম
    #ভাগৱতপাঠ #dipak_barhma #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️

Комментарии • 178

  • @assamali4589
    @assamali4589 Месяц назад +9

    কৃষ্ণ, ভগৱান হৃদয়ত থাকে , নামঘৰত নহয় !

  • @abamazing450
    @abamazing450 29 дней назад +2

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা আগবঢ়ালে,কৃষ্ণ।

    • @kalindeebhomora6395
      @kalindeebhomora6395  28 дней назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @kabitakk5245
    @kabitakk5245 Месяц назад +11

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    সুন্দৰ বাখ্যা প্রভু🙏🙏আপোনাৰ বাখ্যা শুনিব পাই মই নিজকে বহুত ভাগ্যশালী অনুভব কৰিছো। আপোনাক বহুত বহুত ধন্যবাদ প্রভু🙏🙏

  • @kacharipara1pubmangaldai925
    @kacharipara1pubmangaldai925 Месяц назад +4

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম , ধনা ধন্যা ধনা ধ্ণ্যা প্ৰভু আপোনাৰ বায়ক ৰচনা বহুত সুন্দৰ হৈছে।

  • @saratdas4705
    @saratdas4705 Месяц назад +1

    Krishna bap Jaysriram bap Sriram

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s Месяц назад +3

    কৃষ্ণ, কৃষ্ণ, কৃষ্ণ!বাব আপোনাৰ ভাগৱত ব্যাখ্যা আমাৰ হৃদয়ত হৃদংগম কেতিয়া, কেনেকৈ হ'ব,আপোনাকে সাক্ষী কৰি প্ৰভু কৃষ্ণক অৰ্পণ কৰিছো। কৃষ্ণ।

  • @lukumailekharu1022
    @lukumailekharu1022 Месяц назад +3

    Krishna krishna bap. Bohutbhal lagil.

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @ManjulaBorah-mn9bj
    @ManjulaBorah-mn9bj Месяц назад +4

    কৃষ্ণ বাপ সেৱা জনাইছো🙏আগলৈ বাপজনাৰ পৰা আৰু বহু নজনা কথা জানিবলৈ পাম বুলি ইচ্ছা প্ৰকাশ কৰিলোঁ🙏কৃষ্ণ🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ নিশ্চয় পাব কৃষ্ণ কৃষ্ণ ♥️🙏

  • @srikantakonwar736
    @srikantakonwar736 Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤

  • @DipakDoley-vv4pg
    @DipakDoley-vv4pg Месяц назад +3

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।ধন্য ধন্য ধন্য ধন্য প্ৰভু জনা আপোনাৰ ব্যাখ্যা শুনি সন্দিয়াৰ এভাগী সেৱা নিৱেদিছো আপোনাৰ চৰণত।জয় গুৰু শষ্কৰ।অ হৰি অ ৰাম🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @NirugogoiDutta
    @NirugogoiDutta Месяц назад +1

    Krishna bap bhut hukhi holu apunahobr baikhya huni.

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g Месяц назад +3

    কৃষ্ণ এই মহান বাপ কত লুকাই আছিল আজি আমাৰ পৰম সোভাগয় বাপ দৰ্শন পালো কৃষ্ণ সেৱা নিবেদিলো

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️🙏

  • @barnalidas7784
    @barnalidas7784 Месяц назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @JitumoniDutta-q
    @JitumoniDutta-q Месяц назад +3

    কৃষ্ণ সুন্দৰ হৈছে ঈশ্বৰে কৃপা কৰক । বাপ আপোনাৰ সাৱলীল আৰু প্ৰাঞ্জল ভাষাই আমাৰ মনত বাৰুকৈয়ে সাঁচ বহুৱালে । আগলৈও এনেধৰণৰ সময় উপযোগী বাখ্যা শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ কৃষ্ণ। ঈশ্বৰে আপোনাক কুশলে ৰাখক , কৃষ্ণ বিষ্ণু হৰি ৰাম ।

  • @user-bb7go3yd4h
    @user-bb7go3yd4h Месяц назад +1

    Krishna bap dhany bad

  • @user-zp7om8up2s
    @user-zp7om8up2s 12 часов назад +1

    Krishna❤❤❤

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du Месяц назад +1

    ❤krishna krishna bap amar hanajor ai hokol kayadhur dore matri hobo lagibo krishna bap

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @anjumalasaikia2608
    @anjumalasaikia2608 Месяц назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @paragbora6814
    @paragbora6814 Месяц назад +1

    কৃষ্ণ কৃষ্ণ

  • @gajendraborah5813
    @gajendraborah5813 Месяц назад +2

    কৃষ্ণ কৃষ্ণ। বাপ জনালৈ ভক্তিভৰা সেৱা জনালো।বাপ জনাৰ অতি সুন্দৰ বাখ্যা ,আপ্লুত হলো,বহু নজনা কথা বুজি পালো। বাপ জনাৰ চৰণলৈ পূনৰ সেৱা জনালো। কৰুণাময় ভগৱন্ত ঈশ্বৰে তেখেতক কৃপা বৰিষণ কৰক। কৃষ্ণ।

  • @NiruDevi-td3hn
    @NiruDevi-td3hn Месяц назад +1

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤

  • @minatimech4993
    @minatimech4993 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @sanskritaboro239
    @sanskritaboro239 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বর আপোনার অমুল্য বাণী শুনি নিজকে ধন্য মানিছো। জয় জগত গুরু শ্রী মন্ত শংকর দেব।

  • @nipengogoi9411
    @nipengogoi9411 Месяц назад +1

    Krishna Krishna Borma Bap bor Hundar hoisea...

  • @user-ll7xm6fr7h
    @user-ll7xm6fr7h Месяц назад +1

    Excellent explanation,
    Bapjan sewahe
    Krishna Krishna Krishna Krishna,.

  • @daisyrabha2343
    @daisyrabha2343 Месяц назад +1

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥

  • @asbgamer8823
    @asbgamer8823 Месяц назад +1

    Kirshnaa bapp

  • @LakhimiGohain
    @LakhimiGohain Месяц назад +1

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @jogneswarnowhalia2400
    @jogneswarnowhalia2400 Месяц назад +1

    কৃষ্ণ কৃষ কৃষ্ণ। আতি সুন্দৰ।

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @Rasamit6360
    @Rasamit6360 Месяц назад +1

    ৰাম কৃষ্ণ বৰি ❤🙏🙏

  • @Purabipriya
    @Purabipriya Месяц назад +1

    কৃষ্ণ কৃষ্ণ ৷বৰ সুন্দৰ

  • @parajitasaikia
    @parajitasaikia Месяц назад +2

    কৃষ্ণ কৃষ্ণ ।। প্ৰণাম বাপজনা বহুত দিনৰ পৰা আশা কৰি আছিলো এবাৰ দেখা পাম বুলি অৱশেষত কৃষ্ণই কৃপা কৰিলে অশেষ ধন্যবাদ বাপজনা লগতে ঈশ্বৰ কৃষ্ণকো অশেষ ধন্যবাদ । ৰাম কৃষ্ণ হৰি। ৰাম কৃষ্ণ হৰি । ৰাম কৃষ্ণ হৰি ।। কৃষ্ণ ।।

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @name5041
    @name5041 9 дней назад +2

    Krishna 🫀

  • @akhilgogoi1869
    @akhilgogoi1869 Месяц назад +1

    Krishna Krishna bhal bhal

  • @user-fi2yq8ij4e
    @user-fi2yq8ij4e Месяц назад +1

    Krishna Joy guru sankar mor sewa loba oti Sundar bykhya suni thakiba mon jay

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️🙏

  • @AnilTantibhagawat
    @AnilTantibhagawat Месяц назад +2

    প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক কৃষ্ণ প্ৰভু।।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад +1

    Krishna krishna krishna

  • @user-gh9ho1xj5b
    @user-gh9ho1xj5b Месяц назад +1

    কৃষ্ণ বাপ।

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 Месяц назад +1

    , দীপক বাপজনাৰ ইমান সুন্দৰ ব্যাখ্যা বৰ ভাল তেখেতৰ চৰণত ভক্তিভৰা সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @robinborah5848
    @robinborah5848 Месяц назад +1

    Sundar bhaykha❤❤❤❤❤

  • @santanasaikia9625
    @santanasaikia9625 Месяц назад +1

    Apunar soront 🙏🙏🙏 jonaisu

  • @rinagogoi1795
    @rinagogoi1795 Месяц назад +1

    Krishna bap bhu kathai bhal lagil aru vibo pam buli akha karisu

  • @user-kz6xd9sk2h
    @user-kz6xd9sk2h Месяц назад +2

    কৃষ্ণ বাপ প্ৰণাম জনালোঁ 🙏🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 Месяц назад +2

    কৃষ্ণ কৃষ্ণ, বাপজনাক সেৱা জনাইছো🙏

  • @punyaborah5177
    @punyaborah5177 Месяц назад +1

    কৃষ্ণ,কৃষ্ণ,প্ৰভু আপোনাসৱ শ্ৰীচৈতন্য মুৰ্তি মহাভাগৱত,সুদূৰৰ পৰাই আপোনাৰ শ্ৰীচৰণত শতকোটি ভক্তিভৰা সেৱা নিৱেদন কৰিলোঁ ।

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️💕

  • @gitikakalita5413
    @gitikakalita5413 Месяц назад +1

    Krishna. 🙏. Krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Месяц назад +2

    কৃষ্ণ কৃষ্ণ 🙏

  • @JyotiPrasadThakuria-te4cu
    @JyotiPrasadThakuria-te4cu Месяц назад +1

    Krishna Krishna

  • @jinadas9998
    @jinadas9998 Месяц назад +1

    Krishna Prabhu ❤

  • @rimamudoi9745
    @rimamudoi9745 Месяц назад +1

    Krishna krishna

  • @user-rx3oq1in1g
    @user-rx3oq1in1g Месяц назад +1

    Krishna Krishna.

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw Месяц назад +1

    🙏🙏🙏

  • @nogengohain6315
    @nogengohain6315 Месяц назад +1

    বহু নজনা কথা জানি ধন্য হলো !

  • @ManohariRajbongshi
    @ManohariRajbongshi Месяц назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
    আপোনাৰ অমৃতময় বাখ্যাই অতিকৈ মূগ্ধ কৰিছে।

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️🙏

  • @sasadharrajbangshi3321
    @sasadharrajbangshi3321 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏🙏

  • @arpona-em9yu
    @arpona-em9yu Месяц назад +1

    Krishna Krishna Krishna 🙏🙏 🙏🙏

  • @jatinborah-hj9jf
    @jatinborah-hj9jf Месяц назад +1

    Krisna krisna bap. ❤. Dhemaji

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️♥️

  • @susilkalita8039
    @susilkalita8039 Месяц назад +1

    🙏🏾🙏🏾🙏🏾Krishna krishna krishna❤❤❤

  • @tilamakalita6639
    @tilamakalita6639 Месяц назад +1

    বাপ, নমস্কাৰ, ঈশ্বৰে আপোনাক সহায় কৰক । ধন্য আপোনাৰ ভাঙনি

  • @sikatiramdas3027
    @sikatiramdas3027 Месяц назад +1

    Krishna Krishna 🙏

  • @chandrapravadas436
    @chandrapravadas436 Месяц назад +1

    কৃষ্ণ 🙏 প্ৰভূ জনা আপোনাৰ পাদ পদ্মলৈ সেৱা নিবেদন কৰিলো লগতে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি আমাক শ্ৰৱণানন্দ দি আমাক কৃতাৰ্থ কৰিলে আমি আনন্দিত হৈছোঁ সেয়ে কোটি কোটি প্ৰণাম জনালোঁ, প্ৰভূ ৱে আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক তাৰে প্ৰাৰ্থনা কৰিছোঁ। গোবিন্দ মাধৱ কৃষ্ণ।।

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️🙏

  • @rekhagogoi322
    @rekhagogoi322 Месяц назад +1

    Krishna Krishna Krishna 🙏🙏🙏

  • @user-fi3hc8pe8k
    @user-fi3hc8pe8k Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @pallabikagohain5720
    @pallabikagohain5720 Месяц назад +17

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🌹🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +6

      কৃষ্ণ কৃষ্ণ কৃষ্ণ আই

    • @numolisaikia4826
      @numolisaikia4826 Месяц назад +1

      কৃষ্ণ কৃষ্ণ বাপজনাৰ চৰনত‌‌‌ শতকুতি প্ৰনাম জনালোঁ কৃষ্ণ বাপজনাৰ শ্ৰীমুখে,বাজহোৱা, কৃষ্ণ কটাই,আমাক,উপকাৰ, কৰিলে আৰু লগতে আমাৰ, জীৱন ধণ্য হল

    • @pallabikagohain5720
      @pallabikagohain5720 Месяц назад

      @@numolisaikia4826 কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ কৃষ্ণ

  • @HemoKachari
    @HemoKachari Месяц назад +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম বাপ জনক এশবাৰ প্ৰণাম জনাইছো

  • @pradipgogoi3182
    @pradipgogoi3182 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱাহে জনাইছো।

  • @numalgogoi1647
    @numalgogoi1647 Месяц назад +1

    কৃষ্ণ বাপ শুনি বৰ সন্তুষ্টি লাভ কৰিলোঁ ।কৃষ্ণ 🙏

  • @Dhaneswar-ho8vz
    @Dhaneswar-ho8vz Месяц назад +1

    ব্ৰহ্ম বাপ আমি নবস্তি প্ৰথমিকৰ পৰা বাক্সা ৰ কৈছৌ সুন্দৰ ব্যাখ্যা। বহূ দিনৰ পৰা আপোনাৰ লগ পোৱাৰ চেষ্টা কৰি ও পোৱা নাই। গতিকে ফোন নম্বৰ টো মেচেচ কৰি দিয়ে যেন ।কাৰন বাক্সা জিলাৰ অধিবেশনত আপোনাৰ 😅প্ৰয়োজন আছে। কৃষ্ণ জয়গুৰুশঙ্কৰ।

  • @DeepikaChangmai
    @DeepikaChangmai Месяц назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভুজী ❤❤❤❤❤❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @PurnimaHandique-gm8uv
    @PurnimaHandique-gm8uv Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @narensaikia2671
    @narensaikia2671 Месяц назад +1

    কৃষ্ণ 🙏 বাপ, বহু দিনৰ মূৰত দৰ্শন পোৱাৰ সুবিধা পালো আৰু সেৱা জনালোঁ । মই বিহপুৰীয়াৰ খ,ৰা পুখুৰী পৰীয়া গাৱৰ নিবাসী আৰু স্বৰ্গীয় খগেন শয়কীয়া‌ৰ ভতিজা হয় । খুড়াৰ খবৰটো পাইছে নিশ্চয় ‌ ।

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏 আমি RUclips channel -Kalindee Bhomora হে হয় তেখেতক যোগাযোগ কৰি দিব পাৰিম কৃষ্ণ কৃষ্ণ ♥️🙏

    • @paparidas5032
      @paparidas5032 Месяц назад

      Krishno Krishno 🙏🙏🙏

  • @ApurbaMalakar-eb1yr
    @ApurbaMalakar-eb1yr Месяц назад +1

    এসেত ব্ৰাহ্মন সমাজৰ কথা বোৰত গম পাই।মৰুত মানে মাটি বায়ু নহয়।ইয়াক কব লগা বহুত আছিল । অল্প বিদ্যা ভয়ংকৰ ।কৰবাত কিবা শুনিছে তাকে বহলাই কৈছে।ইমান দিঘলিয়া ঘৰৰ কথা কিমান শুনিম

  • @MamatMalakar
    @MamatMalakar Месяц назад +1

    কৃষ্ণ ব্ৰহ্ম বাপ ।

  • @assamali4589
    @assamali4589 Месяц назад +1

    কৃষ্ণ

  • @rajumonibaruah8389
    @rajumonibaruah8389 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ অনুগ্ৰহ কৰি আপোনাৰ phone number টি দিব নে ? কৃষ্ণ সেৱা জনালোঁ।

  • @pahisaikia7473
    @pahisaikia7473 Месяц назад +1

    Jai shree Krishna 🙏❤️🙏

  • @user-ct4fu3js8d
    @user-ct4fu3js8d Месяц назад +1

    Bhav kirissno

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @MoniBorah-co5il
    @MoniBorah-co5il Месяц назад +1

    , সুন্দৰ ‌ফোন‌ নম্বৰ তো‌ দিব

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 Месяц назад +1

    কৃষ্ণ ! কৃষ্ণ ! কৃষ্ণ ! কৃষ্ণ ! কৃষ্ণ ! কৃষ্ণ !
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ !
    🙏 🙏 🙏 🙏 🙏

  • @dipanjaliburaguhain9573
    @dipanjaliburaguhain9573 Месяц назад +1

    Lora 2ta palu... Aku najanilu tetiwa.... Atiwa aibur jani bor dukha lage.. 😢

  • @dhrubajyotisarmah6733
    @dhrubajyotisarmah6733 Месяц назад +1

    Chaba ghoini polabo kela😢😢😢😢

  • @sanatandas-lz2gx
    @sanatandas-lz2gx Месяц назад +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @user-kk7cf5be8b
    @user-kk7cf5be8b Месяц назад +1

    🙏🙏🙏

  • @user-ye6cu2hd3q
    @user-ye6cu2hd3q Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🪔🪔🪔