Pranjit Gogoi||Bhagwot||ভাগৱত ব্যাখ্যা||Vagwot Path||

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • Pranjit Gogoi || Pranjit Gogoi Bhagwot
    ‪@জ্যোতিময়Jyotimoy‬ ‪@ikklive5333‬ ‪@শশীবৰাআধ্যাত্মিক‬ ‪@bhaktirsagor‬ ‪@bhakatibhandar-6378‬ ‪@অনুপমবিতোপন‬ ‪@sumitsaikiaofficial2991‬
    #pranjit_gogoi_bhagawat #pranjit #kamala
    #2024
    Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হব

Комментарии • 204

  • @manoharChoudhury-e1y
    @manoharChoudhury-e1y 12 дней назад +1

    কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা। জয় গুৰু শঙ্কৰ।

  • @narayanchetia7538
    @narayanchetia7538 Месяц назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ শুনি সন্তুষ্ট হ'লো কৃষ্ণ কৃষ্ণ 👏🏻🪔🪔🕉️🪔🪔👏🏻

    • @ikklive5333
      @ikklive5333  Месяц назад

      কৃষ্ণ কৃষ্ণ❤️😍

  • @ankitahaloi2009
    @ankitahaloi2009 22 дня назад +1

    Sundar baikhya

  • @MainuGogoi-h6b
    @MainuGogoi-h6b 3 дня назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @Mukul_223
    @Mukul_223 4 месяца назад +16

    মুঠতে মানৱ ধৰ্ম আচল ধৰ্ম
    ইয়াত শংকৰীয়া বামুণীয়া বুলি কোনো কথা নাই।

  • @bordoloibrothers3292
    @bordoloibrothers3292 3 месяца назад +5

    Ji pontha ra bhogoban ok prarthna krok apunar Karona apunar tu val amar karona amar tu val

  • @BabulNath-xl8pn
    @BabulNath-xl8pn 11 дней назад +1

    Krishna 🙏

  • @satyensarma1962
    @satyensarma1962 2 месяца назад +4

    Joymaakali

  • @sishuramnath.9381
    @sishuramnath.9381 5 месяцев назад +12

    কৃষ্ণৰ ভাষাত "যজ্ঞ সুতৰ" আৰু জগত গুৰু শ্রী শ্রী শংকৰ দেৱৰ ভাষাত "যজ্ঞ সুত্র বা লগুণ " ভাগক "ৰছীডাল " --বুলি হীন ভাষাত ,কৃষ্ণদ্রোহী,গুৰুদ্রোহী মহামুর্খইহে ক'ব পাৰে |
    হৰি ওঁ,হৰি ওঁ,হৰি ওঁ||

    • @durlabhsaikia7779
      @durlabhsaikia7779 5 месяцев назад

      উচিত কথা কৈছে আপুনি

  • @DebojitBorahDebojitBorah-fc4cf
    @DebojitBorahDebojitBorah-fc4cf 3 месяца назад +14

    নিজৰ ধৰ্মৰ দোষবোৰ দোষ হৈয়ে থাকক। আমি মাছক মাছ হিচাপেই খাও । আপনালোকে মাছক মাছ বুলি নাখায় ,জিজি বুলি খায় । আন ধৰ্মক সমালোচনা কৰাটো আইন মতে দণ্ডনীয় মনত ৰাখিব। নিজক সমালোচনা কৰিবলৈ শিকক। যিসকল ভাগৱত ব্যাখ্যাকাৰে ব্যাখ্যা কৰে , সেই সকলে প্ৰথমতে তেওঁলোকৰ নিজৰ লৰা ছোৱালী কেইটাক সঠিক পথৰ গৰাকী কৰি লওক । তাৰ পিছত ব্ৰাহ্মণীয়া পন্থৰ ধৰ্মক সমালোচনা কৰাটো ভাল হ'ব বুলি ভাবো।

    • @SouravSundarKalita
      @SouravSundarKalita Месяц назад +1

      Bap mash tu hoise bhogobanar eta Abatar tenehole apuni navebe ne Ami vgbnr eta Abatar a ke khai asu.......krishna

    • @Xinzin-gh3rc
      @Xinzin-gh3rc Месяц назад

      Dada Ai2 Boliya seriously nolobo......
      Eku Ghonta tu najane

    • @bhrigumanikalita1806
      @bhrigumanikalita1806 Месяц назад

      ​@@SouravSundarKalita bap bilake dekhun mas mangho mod hokolu khai kio ?

  • @আমিঅসমীয়া-হ৯য
    @আমিঅসমীয়া-হ৯য 4 месяца назад +8

    বাপ জন আপোনাৰ ভাগবত ভাগনি শুনি আলপুত হলো কিন্তু আনক নিন্দা নকৰিব নিন্দা কৰিলে তাৰ ফল আপুনিও ভোগ কৰিব । লগুনৰ সসম্মান আছে ৰছী বুলি নকব । চকুৰ আগতে দেখি আচো মনে মনে আই সকাম পতা বামুনৰ ঘৰত গৈ খোবা । কাকো নিন্দা নকৰাকে অৰ্থা ভাঙনি তৰিব বুলি আশা কৰিলে৷ ।

  • @AtulSharma-cr2bh
    @AtulSharma-cr2bh 4 месяца назад +5

    সুন্দৰ,, বাপ চিৰন্তন সত্য কথা ব্যক্ত কৰিলে হৃদয় চুই গ'ল সেৱা ধৰিলোঁ গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏🙏🙏🟣::::.......🥀

  • @bornilbordoloi1366
    @bornilbordoloi1366 3 дня назад

    Nomo hari narayan ramo ramo ram kharbadhormo khirumoni tua guno naam bonduhu gubindo ram mukundo madhon jakokhumorone pase papo poravobo nomu ki nomu ram nomu narayan onadi ananto khonto shiva sanatan

  • @rupalipachani329
    @rupalipachani329 3 месяца назад +3

    আপোনাৰ যুক্তি একেবাৰে শুদ্ধ নহয় । মানুহক ভাগ ভাগ নকৰিব ।

  • @rlaskarkam3616
    @rlaskarkam3616 4 месяца назад +1

    🙏🙏 কৃষ্ণ কৃষ্ণ বাপ , ব্যাখ্যা ভাগ শুনি বহুত ভাল লাগিল ।

  • @rumubhattacharyya2848
    @rumubhattacharyya2848 3 месяца назад +4

    যুগৰ পৰিবৰ্তন হল। মানুহ মানুহৰ বাবে জীয়াই থাকে। আপুনি বিভেদ নকৰিব কৃষ্ণৰ নাম লৈ। আমিও কৃষ্ণৰ পুজা কৰো। কৃষ্ণৰ নামত মানুহৰ মনত বিভ্ৰান্তি নকৰাৱ।

  • @RomenBorah-i3l
    @RomenBorah-i3l Месяц назад +1

    কৃষ্ণ ক

    • @RomenBorah-i3l
      @RomenBorah-i3l Месяц назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ যি বাখা শুনিলে সচাকৈয়ে অন্ত ৰ খন বৰ পৰিসকাৰ হৈ গ'ল

    • @ikklive5333
      @ikklive5333  Месяц назад

      কৃষ্ণ কৃষ্ণ❤️😍

    • @ikklive5333
      @ikklive5333  Месяц назад

      কৃষ্ণ কৃষ্ণ❤️😍

  • @reetzdaxx5050
    @reetzdaxx5050 4 месяца назад +5

    আমিও sonatoni dhormor মানুহ but ami লৰা ছোৱালীক enekoi hikuwa নাই, আনৰ ধৰ্মক ঘৃণা কৰিবলৈ, অত নাখাবি, তত নাজাবি, কি কথা কৈছে বাৰু নিজেই বুজি নাপায় হবলা,

    • @ajitrabha6646
      @ajitrabha6646 3 месяца назад

      Ibilak sala kiba koba mon Jai .

  • @devenphukan5699
    @devenphukan5699 5 месяцев назад +6

    সজ,আছাৰ,নিয়মহে,,কামনা,ইয়াত,নাম,বাহমণ,সমাজ,বুলি,একো,নাই,

  • @Narendrasaikia556
    @Narendrasaikia556 5 месяцев назад +2

    Ramkrisnaramkrisna

  • @mintugogoi6588
    @mintugogoi6588 Месяц назад

    Krishna Krishna Krishna Krishna Krishna Krishna

    • @ikklive5333
      @ikklive5333  Месяц назад

      কৃষ্ণ কৃষ্ণ❤️

  • @mayurmousumivlogs
    @mayurmousumivlogs Месяц назад +1

    🙏🙏🙏

    • @ikklive5333
      @ikklive5333  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ❤️😍

    • @mayurmousumivlogs
      @mayurmousumivlogs Месяц назад

      কৃষ্ণ কৃষ্ণ 🙏

  • @ajoynagbonshi6795
    @ajoynagbonshi6795 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ

  • @prahladgogoi3122
    @prahladgogoi3122 5 месяцев назад +2

    Krishna Krishna

  • @jeetasaikia7279
    @jeetasaikia7279 5 месяцев назад +6

    কৃষ্ণ 🙏

  • @Tiposi1nf8ie5s
    @Tiposi1nf8ie5s 5 месяцев назад +2

    Krishna Krishna ❤❤❤❤

  • @minatimech4993
    @minatimech4993 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @bhaskarmohan4040
    @bhaskarmohan4040 4 месяца назад +1

    jai provo jai ho

  • @jayantakonwar2482
    @jayantakonwar2482 3 месяца назад +2

    ধৰ্ম এটা পোছাক।

  • @MonjumoniGogoi-l3s
    @MonjumoniGogoi-l3s 5 месяцев назад +2

    কৃষ্ণ প্রভুজন।

    • @gayatri677
      @gayatri677 4 месяца назад

      provu jon😂😂😂😂

  • @MadanBorah-u7c
    @MadanBorah-u7c 2 месяца назад +2

    কৃষ্ণ,বাপ আপোনাৰ এই যুক্তি গ্ৰহণ যোগ্য নহয়। কাৰণ ছোৱালীৰ উপযুক্ত পাত্ৰ স্ৱধৰ্মৰ নহ'বও পাৰে।।তাৰ প্ৰমাণ আপুনি নিজেই।

  • @AditPatar-d8j
    @AditPatar-d8j 5 месяцев назад +8

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @madhurjyaborah4669
    @madhurjyaborah4669 4 месяца назад +1

    Krishna prvu🙏

  • @rubiborah3436
    @rubiborah3436 5 месяцев назад +3

    বাপ জনাৰ ভাগৱত ব্যাখ্যা শুনি হৃদয় শাত পৰি গৈছে। কৃষ্ণ, কৃষ্ণ প্ৰভু, আপোনাৰ শ্ৰী চৰণত সেৱা নিবেদিলো।🙏🙏🙏

  • @buddhaboruah3008
    @buddhaboruah3008 3 месяца назад +1

    Krishna ❤❤❤🙏🙏🙏

  • @arjundas3446
    @arjundas3446 3 месяца назад +3

    ভগৱানে কৈছে সকলো মোৰ ইছাতেই হয়। ভগৱান Krishna ৰ দিনতো বাহমোন আছিল। যি নেকি তেওৰ সখা আছিল চুদামা এজন বাহমোন।

    • @ikklive5333
      @ikklive5333  3 месяца назад

      ধন্যবাদ🙏🙏

  • @JituHazarika-o3i
    @JituHazarika-o3i 5 месяцев назад +2

    কৃষ্ণ ৰাম

  • @ParanjallSaik-tq5xs
    @ParanjallSaik-tq5xs 5 месяцев назад +3

    Krishna Krishna hori ram 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 jai guru Sankar 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 hadhu hadhu Krishnar akanta vhokat 🦚🦚🦚🦚🦚Ami dakhe parnam jonalu 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚

  • @rubiborah3436
    @rubiborah3436 5 месяцев назад +2

    কৃষ্ণ, কৃষ্ণ প্ৰভু। বাপ জনাৰ ব্যাখ্যা ই হৃদয় খন শাত পৰি গৈছে।🙏🙏🙏🙏🙏🙏

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 5 месяцев назад +2

    Krishna 🙏 bap আন্তৰিক অভিনন্দন জনালো আগুৱাই যাওঁক অভিনন্দন জনালো জয় গুৰু শংকৰ

  • @Life_style-1990
    @Life_style-1990 5 месяцев назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @cheniramgogoi6070
    @cheniramgogoi6070 4 месяца назад +1

    ❤❤ dhunia😮😮

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 2 месяца назад +3

    লগুণ গুচি ৰচি হল ? লগুণক অপমান নকৰিব দেই ? ৰচি যদি তুমিও পিন্ধি নোলোৱ কিয় ?

  • @RatnaRay-b4q
    @RatnaRay-b4q 5 месяцев назад +2

    Krishan 🙏🙏bap

  • @indrajitsaikia8877
    @indrajitsaikia8877 3 месяца назад +2

    দুখন হৃদয় মিলন হলে বিবাহ হয়.তাত শঙকৰি মাহেকীয়াৰ কথা নাই .

  • @dhireswarbordoloi
    @dhireswarbordoloi 4 месяца назад +3

    🙏🙏🙏🤵

  • @Deeplinam
    @Deeplinam 5 месяцев назад +8

    Xuni bahut basi val lagil ❤❤❤

  • @BibekGogoi-i1s
    @BibekGogoi-i1s 5 месяцев назад +5

    অন্তত: ৰছীডাল বুলি নকব,, কৃষ্ণ বাপ সেৱা নিবেদন কৰিলো,,।

  • @trinayanster4510
    @trinayanster4510 4 месяца назад +1

    কৃষ্ণ বাপ ❤

  • @prafullabora5481
    @prafullabora5481 5 месяцев назад +8

    , , বাপ আপোনাৰ মতে একে খন গাৱতে যদি বিভিন্ন ধম্মীয় লোক বসবাস কৰি থাকে ইজনে সিজনৰ লগত মিলা মিচা কৰিব নালাগে। ধৰি লোৱা হওক এখন গাওত ৫০ ঘৰ মানুহ আছে তাৰে ২০ ঘৰ সংঘৰ আৰু ৩০ ঘৰ আনা সংঘৰ আপোনাৰ মতে সংঘৰ লৰা ছোৱালী বোৰ আনী সংঘৰ লৰা ছোৱালী বোৰে একে লগে খেলা ধুলা পঢ়া শুনা ইত্যাদি ইত্যাদি কৰিব নালাগে? কি যে কয় বাপ জনা?

    • @durlabhsaikia7779
      @durlabhsaikia7779 5 месяцев назад +2

      এই সকল শংকৰদেৱ মাধৱ দেৱতকৈও ওপৰৰ

    • @lakhikantarajbongshi
      @lakhikantarajbongshi 3 месяца назад

      আচাৰ/ আচৰণ ৰ কথা হে কৈছে

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 4 месяца назад +3

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

  • @ShantiGogoi-z6v
    @ShantiGogoi-z6v 5 месяцев назад +5

    Krishna baap

  • @pratapchandrakalita77
    @pratapchandrakalita77 4 месяца назад +4

    jay shree krishna

  • @medakkashmiri9838
    @medakkashmiri9838 4 месяца назад +1

    Hea wa Nheili

  • @satyensarma1962
    @satyensarma1962 2 месяца назад +1

    Joybaba bholanath

    • @ikklive5333
      @ikklive5333  2 месяца назад

      কৃষ্ণ কৃষ্ণ❤️

    • @bhrigumanikalita1806
      @bhrigumanikalita1806 Месяц назад

      ​@@ikklive5333jai shree krishna , har har mahadev

  • @himanimahanta6700
    @himanimahanta6700 5 месяцев назад +4

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 5 месяцев назад +4

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏

  • @HemantaSaikia-iu8is
    @HemantaSaikia-iu8is 5 месяцев назад +4

    Krishna Krishna Krishna bap 🙏🙏🙏🙏🙏

  • @manoharChoudhury-e1y
    @manoharChoudhury-e1y 12 дней назад

    শাস্ত্ৰ সন্মত সিদ্ধান্ত ব্যখ্যা কৰোতে কিছু লোকৰ যিয়ে শঙ্কৰদেৱ গুৰুজনাৰ
    সৌ অতীজৰে পৰা বিৰুদ্ধাচৰন কৰি আছে তেওলোকে। গতিকে ভাগবত গ্ৰণ্ঠক উলাই কৰিব পৰা কাৰো মৰসাহ নাই। গতিকে কাৰো কথা লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। ভাগৱত ধৰ্ম কলিত জীৱৰ তৰণৰ
    একমাত্র উপায়।

  • @ashokdas6426
    @ashokdas6426 5 месяцев назад +9

    Sankar sangha r gorami besi karone sanghar prosar komi goice. Jonopriyota komi goice. Moi nije sanghar vokot. Moi anuvob koricu. Sanghar manuhe gharat maas mangkho khai, kintu biyat dibo nuware. Biyar next dina maas mangkho khai. Tetia somalosona hoi

    • @ajitrabha6646
      @ajitrabha6646 3 месяца назад

      Right.gahuri.vogoban osrt hopt lowa aru namana ovihap hy lagbo sagy .hindu dhormo birudhi jyn lagy honghota

  • @amiyabaruah3534
    @amiyabaruah3534 Месяц назад +1

    মানুহে মানুহলৈহে বিটা দিযে

    • @ikklive5333
      @ikklive5333  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ❤️

  • @localgirlpori6760
    @localgirlpori6760 3 месяца назад +1

    কৃষ্ণ বাপ

  • @bishnuabhay350
    @bishnuabhay350 5 месяцев назад +4

    শাস্ত্ৰৰ নিতী নিয়ম নামানিলে কি দুস্ত হয় নেকি ? কেনেকুৱা আৰু কি বুজাব বিছাৰিছে । কি যে ব্যখ্যা কৰিছে । ইয়াৰ ওপৰত আৰু ভালকৈ অধ্যয়ন কৰিব আপুনি । ব্যখ্যাটো অলপ বেলেগ ধৰণে দিব ।

  • @bijoykrishnagogoi7841
    @bijoykrishnagogoi7841 5 месяцев назад +4

    🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏

  • @RinuBrinu-js6hp
    @RinuBrinu-js6hp 5 месяцев назад +2

    Krishna Krishna Krishna Krishna hare Krishna Krishna hare Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna ১০০০বাৰ, লোৱা, উচিত

  • @doleyko.9829
    @doleyko.9829 4 месяца назад +4

    কৃষ্ণ বাপ বিভিন্ন ধৰণৰ উদাৰণ দি মানুহক বিভেদ নকৰাব । আপোনাৰ মতে মানুহ দুইবিধ । সংঘত থকিলে শুদ্ধ বাকী সকলো মিছা । কি যে কয় আৰু .....সমালোচনাৰ পাত্ৰ নহ'বা ।

    • @reetzdaxx5050
      @reetzdaxx5050 4 месяца назад +3

      বৰ বেয়া কথা কৈছে, বামুণীয়া মানুহলৈ ছোৱালী নিদিবা, বামুণীয়া ছোৱালী তোমালোকে নিনিবা, আমি নিদিওঁ আৰু নানোঁ, শংকৰ সংঘৰ কথা বোৰ বহুত বহুত বেয়া, বিভেদ কামি কামবোৰ কৰি বা কৈ ভাল পায়

    • @ajitrabha6646
      @ajitrabha6646 3 месяца назад

      Ibilak bivajon Kora manu karhino boly papi hoby

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr 5 месяцев назад +2

    Krishna krishna he bapjana bamunia panthar manuh bur bhal nahayi naki ❤janaba krishna

  • @bharatidevi-cw5hg
    @bharatidevi-cw5hg 2 месяца назад +1

    Roshi nohoi Loguun

  • @lobitahaloi1101
    @lobitahaloi1101 5 месяцев назад +4

    কৃষ্ণ বাপ আমাৰ সেৱা হে 🙏🙏

  • @mousumiborah93
    @mousumiborah93 5 месяцев назад +5

    কৃষ্ণ কৃষ্ণ ❤❤❤

  • @satyensarma1962
    @satyensarma1962 2 месяца назад +2

    Pakhandatoipagalorpralapbokiasa

    • @ikklive5333
      @ikklive5333  2 месяца назад

      কৃষ্ণ কৃষ্ণ🙏🙏

  • @poragboruah4156
    @poragboruah4156 4 месяца назад +1

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙৰ দেৱ🙏

  • @prasantapathak8503
    @prasantapathak8503 5 месяцев назад +4

    কৃষ্ণ বাপ আমাৰ সেৱা জনাইছো।

  • @CB-mi3gi
    @CB-mi3gi 3 месяца назад +3

    Tothakothito bap dev aapuni jijon manuhor nam loi dharmar bojar khon solai aase, teur bibah kun pontha mote hoisile ebar gobexona kori sabo... Apunar dharma ki kobosun . Xonbidhanot srikriti pua dharma tu jonabo... Bemar hole khali bamunia ponthar doctor usorot morileu najabo. Tetiahe manim xuddho xonkori buli.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 5 месяцев назад +4

    Krishna Krishna Krishna

  • @Sistryhazarika5761
    @Sistryhazarika5761 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আমাৰ সেৱা ল'ব

  • @RenuBonia
    @RenuBonia 5 месяцев назад +3

    Krisnhna Krishna bap.

  • @pallabikagohain5720
    @pallabikagohain5720 5 месяцев назад +5

    Krishna Bap Jona Jay Guru Sankar Madhab Ram 🙏 Krishna Krishnan 🙏

  • @rekhagogoi322
    @rekhagogoi322 5 месяцев назад +3

    Krishna joy guru Sankar.

  • @PabitraBora-pn8dm
    @PabitraBora-pn8dm 3 месяца назад +1

    Krishna,hatan

  • @khagenbordoloi8585
    @khagenbordoloi8585 5 месяцев назад +3

    Krishna Krishna 🙏🙏🙏🙏

  • @suhaniborah2809
    @suhaniborah2809 5 месяцев назад +3

    Krishna krishna 🙏🙏

  • @kumodsarkar1529
    @kumodsarkar1529 5 месяцев назад +2

    Jai Guru Sankar Brahma Vishnu Maheswar Jai shree krishna Jai shree krishna Jai shree krishna Jai shree krishna

  • @satyensarma1962
    @satyensarma1962 2 месяца назад +1

    Bu y uh😅

    • @ikklive5333
      @ikklive5333  2 месяца назад

      কৃষ্ণ কৃষ্ণ❤️

  • @DandhadharHazorica
    @DandhadharHazorica 4 месяца назад +1

    গুৰুজনকৈউপৰ

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 4 месяца назад +1

    Krishna Krishna bap jaigoro khangkr

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 5 месяцев назад +4

    Joy guru Shankar krishna

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 5 месяцев назад +2

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 সেৱা নিবেদন কৰিছোঁ 🙏🏻🌹

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 5 месяцев назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @karishmasaikia3694
    @karishmasaikia3694 5 месяцев назад +3

    Krishna 🙏🙏🙏

  • @ApurbaHazarika-b5y
    @ApurbaHazarika-b5y 5 месяцев назад +2

    Krishna bap jona Jay Guru Sankar Madhav ram 🙏 Krishna Krishnan🙏🙏

  • @namratapathak2897
    @namratapathak2897 5 месяцев назад +2

    Ram Krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @dimpidas1046
    @dimpidas1046 5 месяцев назад +3

    কৃষ্ণ কৃষ্ণ🙏

  • @kuleshbaishaya
    @kuleshbaishaya 3 месяца назад +1

    Ram krishna RAm krishna

  • @llnm4891
    @llnm4891 5 месяцев назад +3

    Krishna krishna bap

  • @latikadas9484
    @latikadas9484 5 месяцев назад +3

    কৃষ্ণ ❤❤❤❤

  • @ranudas4561
    @ranudas4561 5 месяцев назад +2

    Krishna Krishna prabhu 🙏🙏🙏🙏

  • @MonjulaGogoi-e1o
    @MonjulaGogoi-e1o 5 месяцев назад +2

    Krishno. Krishno bap. Hewa Nibedon. Koriso

  • @jajneswarhira6034
    @jajneswarhira6034 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ ।

  • @KritiSundarMedhi-t6q
    @KritiSundarMedhi-t6q 5 месяцев назад +2

    গুৰুজনা থকা সময়ত গুৰুজনাৰ মতে নচলি সাত দিন সাত ৰাতি শাস্ত্ৰ পঢ়ি থকাকে গুৰুজনাক ভজনা কৰা বুজায় নেকি ? এনে আচৰন আচলতে কোন সংঘৰ নাজানোদেই .....