মহাদেৱ শিৱ কোন হয় ?।। Who is Lord Shiva।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
HTML-код
- Опубликовано: 7 сен 2024
- মহাদেৱ শিৱ কোন হয় ?।। Who is lord Shiva।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
#শিৱ #মহাদেব #ভগৱান #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha
Your Queries:-
শিৱৰ নাম
শিৱ প্ৰাৰ্থনা
Siva
siva
shiva
lord shiva
Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
Facebook: / madhurjya.borah.31521
Instagram: ...
Phone no: 6001380050
Email: borahmadhurjya2001@gmail.com
Dhany bad Madhujy dangoria deb
Om namah shivay pita maa 🙏🙏
বহুত ভাল লাগিল
Sunday ati sundar
🙏
Hor hor mohadev
Om Nomura sivai
Om namah shivaya 🙏
Vl lagil, Om Namah Shivay 🙏🙏🙏
Tumar kathabur bahut bhal lagel
Sundar
ঔম নবঃ শিবাই
Nice
ঔম নমঃ শিৱায় 💕🙏💕🙏💕🙏💕
ইমান সুন্দৰ ব্যাখ্যা । শুনি বৰ ভাল লাগিল । বহুতো ধন্যবাদ থাকিল।
আপোনাৰ দৰে এজন ব্যক্তিৰ অত্যন্ত আবশ্যক আজিৰ দিনত... কাৰণ আমাৰ সমাজত এনেবোৰ কিছুমান ব্যক্তি আমি দেখা পাওঁ যি সকলে কেৱল ভগৱানৰ নামত মানুহক বিভ্ৰান্তিত পেলাই... কিছুমান মানু্হৰ মাজত বিতৰ্ক আৰম্ভ কৰোৱাই... ভগৱানৰ মাজতেই বিভেদৰ সৃষ্টি কৰোৱাই..
সচাঁই আজি ভাললগিল আপোনাৰ কথাবোৰ শুনি...
প্ৰকৃত ভক্ত আপোনাৰ দৰেই হোৱাৰ প্ৰয়োজন...
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
সঁচা কথা ।।।
সুন্দৰ ব্যাখ্যা । ধৰ্মৰ নামত বিভেদৰ বীজ ৰোপণ কৰা এচাম ব্যক্তিৰ বিপৰীতে আপোনাৰ অমৃত ব্যাখ্যাই অসমীয়া সমাজ খনক সংগঠিত কৰিব । আপোনাৰ ব্যাখ্যা শুনি সমৃদ্ধ হ'লো ।
অপূৰ্ব-!! উচ্চস্তৰীয় চৈতন্য হ"ল শিৱ আৰু সেই চৈতন্যত আনন্দ থকাৰ বাবে হৈছে কৃষ্ণ-! ইমান সুন্দৰ সাৱলীল ব্যাখ্যাই মনৰ বহুত খু দুৱনি দূৰ কৰে । শিৱ ৰাম কৃষ্ণ একক ইৰু অভিন্ন । কিন্তু আচৰিত লাগে শিৱৰ নামত কিয় ইমান শিৱৰ নামত কিয় ইমান ববিকৃত পূজা কৰা হ'য়-? এইয়া অধৰ্ম নে শৈৱ আৰু বৈষ্ণৱৰ মাজত মতাভেদৰ বাবে এক বিকৃত প্ৰচেষ্টা ? ভৱিষ্যতলৈ আপোনিৰ%আৰু সাৰগৰ্ভ ব্যাখ্যা শুনাৰ আগ্ৰহ প্ৰকাশ কৰিলো। কৃষ্ণ-!!🙏
Ajir video tu bohut vl lagil dev . Moio bohut confuse hoi asilo shiva aru brishnuk loi . Moi 2 jnake vabo
ভাল লাগিল 🙏🙏🙏
অতি সুন্দৰ ❤🙏
Bahut val lage kathabor suni , Krishna Krishna
Bhal lagil huni .krishna
বহুত ধন্যবাদ আপোনাৰ ভক্তি মাৰ্গৰ কথা শুনি আনন্দিত হলো।
Bohut val lagil
6:33 6:34 6:35 6:36 6:36 6:37 6:37 6:38 6:38
Bhut bhal palu asolote amar somajot ji sokolk ami nam- Kirton kriboloi agt bohib diu teuluk apunar dore jdi Niropokhoy hy arthat gutai bishot Vogoban ajone teu siv ji houk ba bishnu ji houk mont ved-vab Kunuye anib nalage. kinto ajir somajot take nkri vogobanr namot kisuman apopasar kri Sokolu ved- bav anise . Amar jogot guru shimanta Shangkor deve kinto veda-ved nuhuwa akon somajhe bisarisil . Teu jdiu boshanby asil teur nam kinto shangkor gotike ami eyar prai kisu buji luwa usit j vogoban siv ba vishinu beleg beleg nhy🙏
Bahut val lagil ❤ krishna krishna
Tumar bhabdhara bor dhunia tumak isware Mangal korok aru aguaai jua
Best explanation , thanku so much
Bahut dhanyabad
ভাল পৰামৰ্শ
কৃষ্ণ 🙏🙏🌸
Bahut val lagil
Krishna Krishna 🙏🙏
Bapjan, excellent explanation. Krishna Krishna Krishna Krishna
God bless you
.
ওম নাম শিৱায়
Xuni bohut val lagil
কৃষ্ণ🙏
সুন্দৰ উপস্থাপন ইমান সহজ আৰু সৰল কথাৰে ব্যাখ্যা আগবঢ়োহোৱা হৈছে ধন্যবাদ।
মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে কিন্তু ভগৱানে মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে । ভগৱানৰ ৰূপত নিশ্চিত আপোনিয়েই ।🙏🙏🙏
Jane vallgilbaap
গোবিন্দে কৃপা কৰক ঔঁম শিৱায় বিষ্ণু ৰুপায় নমো নমঃ
Val lagil
🙏🙏Krishna🙏🙏bor xundor kotha xunile xuni thakibor mon jai🙏🙏🙏🙏
Thanks very very
Jai Siva bisnu bahu bhal lagise
মোৰ মনত খেলিমেলি এটা আছিল, আপোনাৰ শ্ৰী মুখে এই সুন্দৰ কথা খিনি শুনি জীৱন ধন্য হৈছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna 🙏🙏🙏
Bhut vl lagil apunr kotha bhur ....om Namah shivay 🙏
Bahut najona kotha janilu..bhal lagise..
সুন্দৰ আপুনি এজন সুন্দৰ মনৰ মানুহ আপুনি আগবাঢ়ি যাওক আপোনাৰ দিহা পৰামৰ্শ সদায় পাম বুলি আশা কৰিলো। কিছুমান আছে অকল ব্ৰাহ্মণ মানুহ খিনিৰ ওপৰত লাগি থাকে।লাগি থকা সকল কেতিয়াও ভগৱানৰ ভক্ত হ'ব নোৱাৰে। ভগৱানে আপোনাক ভালে ৰাখক।
কৃষ্ণ কৃষ্ণ কৃষ্ণ
ভগৱান আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে নাই। ভগৱানে দুখীয়াৰ দুখ নুবুজে ।কাৰন ভগৱান যিমান জন্ম হৈছে ৰজাৰ ঘৰত হে হৈছে।সেয়েহে দুখীয়াৰ দুখ নুবুজে। মই ভগৱান নেমানো
Right, siva, bishnu avinnaya
Vogobanor kotha bur xuni xubei val lage😢😢😢🙏
কৃষ্ণ
Amar mahadev k prapti koriboloi kene koi pujibo lagibo plz okon man holeu jonabo plz🙏🙏🙏
Jenekoi amar Puja kore Mahadev ok tenekoi ketiau napai...luv, moh, khong, ahankar, irkha jodi eribo pare hompurna bhabe tetia pabo pare...detach yourself from worldly affairs....which I think is not possible while living in society....detach holehey heibur eribo paribo....
আপোণাৰ কথাবোৰ শুণি থাকিবৰ মনগৈছে আপোনালৈ আশীবাদ থাকিল
সুন্দৰ উপ 31:25
তোমাৰ কথাবোৰ বৰ ভাল লাগে ভগৱানে তোমাক দীঘায়ু কৰক ভাইটি
Janibo loga kotha
Krishnakraishnapranam❤❤❤❤❤❤❤❤❤❤❤
Siva is great great great rupa gogoi
Krisan.krisan.pavo.apnr.para.nagni.katha.gani.palo.
বহুত সুন্দৰ ব্যাখা বাপজন একদম সকলো মনৰ কথা কৈছে কিন্তূ আজিকালি অসমৰ দুই এজন ভাগৱত ব্যাখাকাৰে চোন শিৱ নাম ললেও পাপ হয় বুলিহে কয় ___তেওঁক ভগৱান বুলি নামানে বাদ দিছো বাৰু কিন্তূ হৰিৰ পৰম ভকত স্বয়ং হৰিৰ আৰাধ্য দেৱ মহাদেৱ তেনেজন মহাদেৱক নামানো বুলি কয় বহুত দুখ লাগে এই প্ৰাণজিত নামৰ বাপজন অল্প জ্ঞানি কোনেও নোসোণিব তেওঁৰ কথা তেওৰ বিপদ চমু চাপি আহিছে দক্ষক হৰিয়েও নবচালে তেওঁক ও নোৱাৰে ব চাব কোনেও । সত্য নাৰায়ণ সনাতন ধৰ্মক অপমান কৰি কোনো সাৰি যাব নোৱাৰে ❤❤
ৰাম ৰাম 🚩🚩
জয় মহাকাল 🔱 ❤
সঁচা কথা কৈছে
Har har mohadev❤❤❤❤❤
Shiva bhagawan nohoi bab dhan ,Shiva ajon baishnav he hoi , Bhagawan ajone hoi heija e juge juge prithivit abatar dharon kore
Pronam,apunaloi ata prosno ai j projapita bromha Kumari songs 0:06 thai Shiva rupot tewlokor jijon baba ase teok Puja aradhona kore seitu ki suddho neki, sei baba jonei henu devadi dev mahadev,amar Sankar debk Ami guru buli aradhona koru kintu tewloke guru nohoi Shiva sworoop Puja kore ,tewtu ajon munushyo Shiva hobo pare janu
Val Lagil. Krisna krisna Vogobane Vale Rakhe jen
কৃষ্ণ কৃষ্ণ বাপ জন আপোনাৰ বাখ্যা বিলাক কৰিছে বাৰু কিন্তু প্ৰাণ জিত গগৈ বাপ জনাৰ ভাগত বাখ্যা বিলাক ভুল কৈ কৰে নে, যে আপোনাৰ লগত বিপৰীত দেখা পোৱা জাই, কৃষ্ণ কৃষ্ণ
Utir2 dile Val hoi provujona eman hundor Bhagavad bayaikhaya korise kin2 moi bisora prosno uttor2 nidile apuni,,
Apuni vul baikhya korise ne? Jodi apuni vul baikhya kora ni tente kiy voi korise pranjit Bap jonar kotha kboloi
@@monujda238vul ব্যাখা প্ৰাণজিত বাপজনাই কৰে
Monugrahi upstapon.❤🎉🎉🎉
মনৰ মূল ধাৰণাটো আজি বুজিলো
নজনা কথা শিকিলোঁ। ঔম নমঃ শিবাই।
Monugrahi upstapon ❤
Vallagil kathabur janiba pari krisna
❤❤❤❤❤
👇👇
নমস্কাৰ মাধুৰ্য বৰা ডাঙৰীয়া, আপোনাৰ মা দেউতাই অতি উপযুক্ত নামেৰে সমৃদ্ধ কৰিছে, আপোনাৰ ভাগৱত বাখ্যা ইমানেই শুৱলা, সুৰুচিপূৰ্ণ কবলৈ ভাষা নাই, সচাকৈয়ে মহাদেৱৰ ওপৰত যি সুন্দৰ বিশ্লেষণ ইয়ে জনা নজনা সকলোকে চুই যাব নিশ্চয়, অন্ততঃ বিভেদ ভাব যদি কাৰোবাৰ আছে এইখিনি শুনাৰ পিছত অন্তৰাত্মাই সাৰ পাব,ইমান কম বয়সত ধৰ্মৰ গ্য়ান নিখুত ভাৱে বাখ্যা কৰিছে কেনেকৈ, আপোনাক নেদেখা জনে আৰু উন্নতি কৰক, কামনা কৰিছো
শিৱ হৈছে দেৱাদীদেৱ বা আদি দেৱ,পৰমেশ্বৰৰ,মহাভকত সেয়ে শিৱ সকলোৰে পূজ্য।পৰমেশ্বৰৰ উপাসক সকলোৱে শিৱৰ কৃপা লাভ কৰে।কৃষ্ণ কৃষ্ণ।
শিৱ পূজাৰ প্ৰসাদ শ ৰন লোৱা মানুহে খাব পৰিনে, কৃষ্ণ ৰাম হৰি বাপ সেৱা জনালোঁ
আপোনাৰ ব্যাখ্যা বহুত ভাল লাগিল প্ৰভু ঔঁঃম নমঃ শিৱায় নমঃ 🙏🙏🙏
Welcome Bora dev lnstrasting vedio ❤❤❤🙏
বিষ্ণু হওক বা শিৱই হওক ইষ্ট দেৱতা এজনেই হ'ব লাগে। সুন্দৰীয়েই হওক বা ফেদেলিয়েই হওক পত্নী এগৰাকীয়েই, ৰজাই হওক বা দৰিদ্ৰৰেই হওক বন্ধু এজনেই
এই বাক্য টো ভতৃহৰিৰ নীতি শতকম শ্লোক এটিৰ অৰ্থ তুলি দিয়া হৈছে
হৰ হৰ মহাদেৱ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Jodi ajone hoi khastro bur kiyo bealag hoi jonabo sun moi najanu babe janibo bisaru
যিদৰে দশম শ্ৰেণীত পঢ়ি পঢ়ি থাকোতে সমাজ বিজ্ঞান বুলি এটা বিষয় থাকে কিন্তু যিমানে উচ্চ শিক্ষাত আগবাঢ়ি গৈ থকা হয় এটা বিষয়ে অৰ্থনীতি , ৰাজনীতি, ইতিহাস হয় স্নাতক , স্নাতকোত্তৰ , ডক্টৰেট আদি উচ্চ পৰ্যায়ত আৰু ভাগ ভাগ হৈ থাকে সেইদৰেই সনাতন ধৰ্মত প্ৰতিটো বিষয়ৰ ওপৰতেই সম্পূৰ্ণ বিস্তৃত বাখ্যা আছে বাবে শাস্ত্ৰ বহু আছে , যিজনে যিটো বিষয়ক লৈ আগবাঢ়িব খোজে সেই বিষয়ে তেঁও বিতংকৈ জানিব পাৰে ।
Kunubai sadhu kotha likhe, kunubai atma jibani, kunubai thriller story likhe kunubai drama ba novel, aru kunubai kabita likhe.... hokolue nijor monor bhab prakash kore bhinna rupe ..
সত্য যি শিৱ যি তেৱেঁই সুন্দৰ 🙏
গোসাঁইৰ গূহত শিৱলিঙ্গ ৰাখি পূজা কৰিব পাৰিনে, জনাবচোন।
ও হৰি দেহু দৰিশন শিৱ সনাতন
তোম্হাৰ চৰণে ধৰোঁ । কৃষ্ণ।
শিৱ হৈছে সৰ্বশ্ৰেষ্ঠ বৈষ্ণৱ ভকত ।
কৃষ্ণ কৃষ্ণ 🙏
হৰ হৰ মহাদেৱ 🪔🔔🕉️🙏
কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ বাখ্যা শুনি বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ ব্যখ্যা । ধন্যবাদ থাকিল বাপ জনলৈ।কৃষ্ণ কৃষ্ণ ।🙏🙏
অতি সুন্দৰ আমি মিছাতে এইবিলাক ক লৈ ভেদ ভাব আনি ধৰ্মৰ নামত আচলতে অধৰ্ম কৰি থকা যেনহে লাগে
Bap bhal katha bujai kale mor grihat shiv poja karo moi bhokta bhogi krishna marg log shiv marg uparat bishwas nai kab laga nai kintu bahu krish marg lok bhabanare prakash kari pelay aru guna gun kare shiv marg bhal nahay gatike bap janai shiv marg bishay uparat aru video agbahab buli asha karilo , bap apunar video 2018 para anusaran kari ahicho mor bishwas achil dharma sangkat samajak adin marg sarshan karab
Atma ananta, nirakar, agay, achintya, hei atma e hoise Shiva, Shri Krishna, Ram aru heya amar bhitorot, ami nijok buji bo lage jak atma abhilonkan buli koi, atma gyane param dharma, aru kunu beleg dharma nai...nijok bujok agote, ei brahmand or bahirot kunu aloukik khakti nai, ji ase nijor bhitorot, nije jiai asu karone ei brahmanda khon ase.....
সুন্দৰ
Krishna Krishna provu xundror. Hoise. Aru. Agoloi. Bohu. Axare. - - - - - - - - - - -- - -
❤ হৰ হৰ মহাদেৱ ❤
31:25
❤ সঁচা কৈ আপোনাৰ কথা শুনি বহুত ভাল লাগিলে। ❤
তোমাক ভগৱানে.বহুত শক্তি.দিয়ক
Sadasiva hoise trigun hampanna brahma bishnu maheswar.sivamandi atai tatei jijane jenekuwa gunere bhakti kore hei gunar phal pay.kintu purnamukti data hoise Hanuman.bhagobatat likha asse hadahiva aru Hanumanak ji beleg beleg buli bhabe tatkoi murkha pandit aru nai.
Taw lukr jonmo knakoi hl tar uprat
Kunu jonmo puwanai, manuhe jonmo dise hopunot....nijor sarthat....
Prithibit Bhagwan keijan ase
12 Baishnav Kun hoi bujai kono nki
Ajonu bhagawan nai, prithibit, aru brahmandatu nai, scientist e bohut uporot goi bisari ahil, praman dile Chandrat nami, Mangal ot u soli ase abhijan