ভাগৱত ব্যাখ্যা।। দ্বিতীয় স্কন্ধ - প্ৰথম অধ্যায়- ভাগৱত মহাধৰ্ম ।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии • 92

  • @darshanachakraborty9105
    @darshanachakraborty9105 16 дней назад +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna ❤❤❤❤❤

  • @smritirekhaborah9936
    @smritirekhaborah9936 Год назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। এনে বিস্তৃত ব্যাখ্যা শুনিবলৈ পোৱাটো দূৰ্লভ। এনে সৎসঙ্গ যেন প্ৰাপ্তি হৈ থাকে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @rupalikolitabhuya204
    @rupalikolitabhuya204 Месяц назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু।

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 2 месяца назад +1

    Krishna❤ apunar anusthanti bohut bhal lage probhu pronam❤❤❤❤❤

  • @PoriBordoloi-t2j
    @PoriBordoloi-t2j 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ❤️🙏🙏

  • @pabitrasarma5768
    @pabitrasarma5768 4 месяца назад +2

    অতি উত্তম পৰম পুৰুষৰ স্বৰূপ ব্যাখ্যা। প্ৰতিটো ভিডিঅ' উপভোগ যোগ্য। মাধুৰ্য বৰা ডাঙৰীয়ালৈ বহুত শুভেচ্ছা থাকিল।

  • @rekhadas5058
    @rekhadas5058 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @UttamDas-b7k
    @UttamDas-b7k 3 месяца назад

    Jai shree Krishna 🙏🙏🙏

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 5 месяцев назад +3

    Krishna Krishna 🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Bishmoyadi
    @Bishmoyadi 5 месяцев назад +1

    Ati uttam baapjona🙏

  • @sikatiramdas3027
    @sikatiramdas3027 Год назад +2

    Krishna Krishna bap🙏🙏🙏🙏🙏

  • @jungogoiyoutubechannel892
    @jungogoiyoutubechannel892 7 месяцев назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ আশীৰ্বাদ কৰিব।

  • @mohendrabora7165
    @mohendrabora7165 Год назад +2

    কৃষ্ণ, সুন্দৰ উপস্থাপন ,ভাল লাগিল।

  • @user-sv6xw7nn6i
    @user-sv6xw7nn6i Год назад +1

    Krishna Krishna Ram Ram 🙏🙏🙏

  • @dhirensaikia4740
    @dhirensaikia4740 9 месяцев назад

    হে মহান আপোনাক বহুত প্ৰণাম | কৃষ্ণ

  • @bhaibhuyanbhaibhuaya7546
    @bhaibhuyanbhaibhuaya7546 Год назад +2

    কৃষ্ণ কৃষ্ণ সুন্দৰ বাপ ৷

  • @paruldutta5898
    @paruldutta5898 Год назад +1

    Krishna krishna krishna 🙏 🙏 🙏

  • @JyotishKalita-i7b
    @JyotishKalita-i7b Год назад +1

    Om Santi,Bahut Bhal Palo, Dhanyabad

  • @minakshideka1470
    @minakshideka1470 Год назад +1

    Krishna krishna ram ram

  • @JuriTalukder-l8u
    @JuriTalukder-l8u 2 месяца назад +1

    Ram Krishna

  • @PutuliSadar
    @PutuliSadar 2 месяца назад +2

    Krishna BN krishna

  • @SuchenTaid
    @SuchenTaid Год назад +1

    Krishna Krishna Krishna

  • @JagritprotimGogoi
    @JagritprotimGogoi Год назад +1

    Krishna krishna krishna

  • @RanuHazarika-l5v
    @RanuHazarika-l5v 5 месяцев назад +1

    🙏🙏🙏

  • @JitumoniBoruah-t8w
    @JitumoniBoruah-t8w 7 месяцев назад +1

    Krishna Krishna

  • @jintudutta278
    @jintudutta278 Год назад +1

    krishna Krishna bapjana amritmoi bani

  • @junumech7558
    @junumech7558 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ মধুৰ লাগিলে

  • @NabajyotiBordoloi-eu8qf
    @NabajyotiBordoloi-eu8qf Год назад +1

    কৃষ্ণ পণাম

  • @bhg197
    @bhg197 5 месяцев назад +1

    🙏🙏🙏❤❤

  • @BipulMili-l2h
    @BipulMili-l2h Год назад +2

    Krishan 🙏🙏🙏🙏🙏🙏🙏🙏

  • @preranaburagohain2063
    @preranaburagohain2063 Год назад +1

    কৃষ্ণ প্ৰভু প্ৰণাম জনাইছোঁ 🙏

  • @kamalpayeng4938
    @kamalpayeng4938 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ আধ্যাত্মিক জ্ঞান দিয়াৰ বাবে কোটি কোটি প্ৰনাম বাপ৷

    • @khagenbhuyan6727
      @khagenbhuyan6727 Год назад

      Krishna🙏🙏🙏

    • @mridupabansarmah6020
      @mridupabansarmah6020 Год назад +1

      কৃষ্ণ কৃষ্ণ। দ্বিতীয় অধ্যায় য়ৰ ভাগৱত ব্যাসা শুনি মোৰ খোব ভাল লাগিল।

  • @ritakalita6066
    @ritakalita6066 Год назад +1

    কৃষ্ণ 🙏

  • @nobinassam8649
    @nobinassam8649 Год назад +1

    ভাল লাগিল 🙏🏾🙏🏾

  • @minatimech4993
    @minatimech4993 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @debenbora-vr5du
    @debenbora-vr5du Год назад +1

    Krishna Krishna Bap

  • @dipsikhabaruah3145
    @dipsikhabaruah3145 Год назад +1

    Krishna 💖🙏💖

  • @robinborah5848
    @robinborah5848 Год назад +1

    Sundar bhaykha m. B. Krishna

  • @phanidharpathak9801
    @phanidharpathak9801 5 месяцев назад +2

    অতি মূল্য বান কথা শুনিলেো, কৃষ্ণ কৃষ্ণ।

  • @manjulabhuyan5676
    @manjulabhuyan5676 Год назад +1

    Krishno 🙏🙏🙏

  • @mintushankarofficial6333
    @mintushankarofficial6333 Год назад +1

    বৰ ভাল লাগিল প্ৰভু 🙏🙏 আপোনাক প্ৰভুএ ভালে ৰাখক🕉️🙏🙏🙏

    • @bijoybora3072
      @bijoybora3072 Год назад

      কোটি কোটি প্ৰনাম

  • @purnanandadutta5769
    @purnanandadutta5769 Год назад +1

    কৃষ্ণ বৰ সুন্দৰ উপস্থাপন।

  • @adtags2791
    @adtags2791 Год назад +1

    কৃষ্ণ

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад +1

    🙏

  • @muninoza4944
    @muninoza4944 Год назад +1

    ভাগৱতত বাপ , যুগ যোগাদিৰো বুলি আপুনি গাইছে, যাগ যোগাদিৰো বুলিহে আছেনেকি ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад

      হয় , যুগ অনুসৰি যি যি যাগ যজ্ঞাদি ৰ ব্যৱস্থা আছে সকলোতকৈ নামে ই শ্ৰেষ্ঠ আৰু সেই যুগানুসৰি থকা যাগ , যজ্ঞাদিৰ হৰিনামেই সৰ্বোত্তম ফল ! কৃষ্ণ

  • @munindraborgohain6054
    @munindraborgohain6054 11 месяцев назад +1

    Krishnan. 🙏🙏🙏🙏

  • @Niraladeka-fn5if
    @Niraladeka-fn5if 4 месяца назад +1

    কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ

  • @lukumailekharu1022
    @lukumailekharu1022 Год назад +1

    Bohut vl. Lage শুনি..

  • @Rasamit6360
    @Rasamit6360 Год назад +1

    Ram ram ❤❤❤❤🙏🙏🙏bap

  • @Mainuborah8039
    @Mainuborah8039 Год назад

    Krishna 🙏❣️❤️

  • @sarumaiborah448
    @sarumaiborah448 Год назад +1

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ বাৰম্বাৰ প্ৰণাম আপোনাৰ শ্ৰীচৰণত। 🙏🙏🙏

  • @duttadebashish12
    @duttadebashish12 9 месяцев назад

    কৃষ্ণ কথা আৰু কৃষ্ণ চৰিত্ৰ ইয়াৰ পাৰ্থক্য আৰু সংজ্ঞা অকণমান বুজাই দিবাচোন।

  • @rekhaneog1101
    @rekhaneog1101 Год назад +1

    তোমাৰ প্ৰতিটো ভিডিঅ ভাল হৈছে

  • @profullasaikia4020
    @profullasaikia4020 Год назад +1

    Good...advice..

  • @নৰেন্দ্ৰচন্দ্ৰ

    ভৱিষ্যতে ও অাৰু নতুন নতুন পাঠ আৰু বাখ্যা ৰ video পাই থাকোঁ যেন, কৃষ্ণ 🙏

  • @mainabordoloi2479
    @mainabordoloi2479 Год назад +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @purnothakuri5061
    @purnothakuri5061 6 месяцев назад

    ভাগৱতৰ প্ৰথম লাইনতে লিখা আছে যেতিয়া যেতিয়া ধৰ্মৰ গালানি হ'ব তেতিয়া তেতিয়া তেওঁ আহিব ,আৰু অৰ্জুনক কৈছে সৰ্ব ধৰ্ম পৰিত্যাযঙ মামেক চৰণঙ বজ সব ধৰ্ম ত্যাগ কৰি মোৰ চৰণাগত হোৱা , তেওঁ তো কব পাৰিলে হয় ঈশ্বৰ একজনাই মোৰে অবতাৰ ৰাম ৰামক পুজা বিষ্ণু ক পুজা ,নকলে মানে ঈশ্বৰ এজনেই যুগে যুগে আহে ,যে যুগত যি জন আহে যুগৰ উপযোগী হয় তেওঁএ যুগ অবতাৰ আৰু তেওঁকে ধৰিব কৈছে , কৃষ্ণই কেছে ৰাম আদি কৰি মোৰ য'ত অবতাৰ তাতে শ্ৰেষ্ঠ মোৰ কৃষ্ণ অবতাৰ তাতোকৈ শ্ৰেষ্ঠ হ'ব মোৰ কল্কি অৱতাৰ , আমি কল্কি যুগত আছো কি সবে কল্কি অৱতাৰৰ কৃষ্ণৰ সেই সন্ধান পাইছোঁ ,

  • @ganeshsarma706
    @ganeshsarma706 14 дней назад

    কৃষ্ণ,ৰাম, পৰশুৰাম,বলোৰাম , হলিৰাম আদি মানৱ ৰূপত পূজা নহয় তেওঁলোকৰ নাম স্মৰণ হ'ব। কিন্তু তেওঁ লোকে যাক পূজা কৰিছিল তেওঁলোকৰ পুজা হ'ব।

  • @pranabbora930
    @pranabbora930 Год назад

    যোগ যোগাদিৰো নে যাগ যোগাদিৰো,,,, সংশয় দূৰ কৰক।। কৃষ্ণ

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      যাগে ই যোগ , যাগ আদি মানে ও যজ্ঞাদি যুগধৰ্ম সমূহ , যোগ আদি মানে ও যজ্ঞাদি যুগ ধৰ্ম সমূহ ! সৰ্ব সাধাৰণতে যাগ যোগাদিৰো ! কৃষ্ণ

    • @pranabbora930
      @pranabbora930 Год назад +1

      @@madhurjyaborah-yy5rt হয় আপুনি পাঠ কৰোতে মনত সংশয় আহিছিল।।

  • @rupeswarboruah9818
    @rupeswarboruah9818 Год назад +1

    চেলেং বস্ত্ৰ কি জনাব চোন ।

  • @duttadebashish12
    @duttadebashish12 8 месяцев назад +1

    মহাধৰ্ম আৰু মহাভাগৱত ইয়াৰ পাৰ্থক্য কি ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  8 месяцев назад +1

      মহাধৰ্ম আৰু মহাভাগৱত ৰ মাজত দৰ্শন মূলক ভাৱে পাৰ্থক্য নাই ।লৌকিক ধৰ্মতকৈ ভগৱৎ ভক্তি ক শ্ৰেষ্ঠ বুজাবলৈ ভাগৱতৰ প্ৰতিপাদিত ধৰ্মক মহাধৰ্ম বোলা হৈছে আৰু ভাগৱত মহাধৰ্মক ধাৰণ কৰা ভক্ত জনক " ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক । প্ৰাণী সমস্ততো দেখে ঈশ্বৰ মূৰ্তিক।। সমস্ত ঐশ্বৰ্য্য ব্যাপি আছে জগতত। হেন দেখে যিটো সেহি মহাভাগৱত ।। " "মহাভাগৱ" বোলা হয় ।

    • @duttadebashish12
      @duttadebashish12 8 месяцев назад

      @@madhurjyaborah-yy5rt প্ৰহ্লাদৰ দৰে মহাভাগৱত এজন কি দৰে লাভ কৰিব পাৰি। চতুৰ্থ প্ৰহৰেই যথেষ্ট নেকি নে অন্য কিবা ৰহস্য আছে ? উত্তৰ পালে নিশ্চয় আনন্দিত হ'ম।

  • @ArupBaruah-ql7dz
    @ArupBaruah-ql7dz 5 месяцев назад +1

    অনুগ্রহ কৰি আপোনাৰ ফোন নম্বৰ টো পাম নে

  • @nirmalsaikia7594
    @nirmalsaikia7594 6 месяцев назад +1

    Mobil.no.anugrah.kari.diak

  • @RajaRajbongshi-z9y
    @RajaRajbongshi-z9y 3 месяца назад +1

    কৃষ্ণ 🙏🙏🙏🙏🙏

  • @NilamoniDoley-bm1ts
    @NilamoniDoley-bm1ts 8 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপজনা

  • @jugenburagohain8034
    @jugenburagohain8034 Год назад +1

    Krishna Krishna..

  • @নৰেন্দ্ৰচন্দ্ৰ

    কৃষ্ণ কৃষ্ণ 🙏

  • @অসমবিশালভিডিও

    কৃষ্ণ কৃষ্ণ

    • @lukumailekharu1022
      @lukumailekharu1022 Год назад +1

      Krishna krishna

    • @satyenborgohain5683
      @satyenborgohain5683 Год назад

      দামোদৰ দেৱ আৰু হৰিদেৱে ৰচনা কৰা শাস্ত্ৰৰ নাম ক'বচোন ।

  • @bikashb.j.b2349
    @bikashb.j.b2349 8 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Год назад

    কৃষ্ণ

  • @arpona-em9yu
    @arpona-em9yu 2 месяца назад +1

    Krishna Krishna 🙏🙏🙏🙏

  • @jyotigogoi7764
    @jyotigogoi7764 8 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 2 месяца назад +1

    কৃষ্ণ 🙏🙏

  • @BhupanSaikia-t4f
    @BhupanSaikia-t4f 7 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @NayanMoniMedhi-ke1lm
    @NayanMoniMedhi-ke1lm 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ