এটি ব্যতিক্ৰম বিষয়-গোঁসাই আদৰণিত চেলেং পাৰি দিয়া, নিৰ্মালী দিয়া, ইষ্ট আসনলৈ পিঠি দি বহা আৰু কিছু কথা

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • ।। এটি ব্যতিক্ৰম বিষয়-গোঁসাই আদৰণিত চেলেং পাৰি দিয়া, নিৰ্মালী দিয়া, ইষ্ট আসনলৈ পিঠি দি বহা আৰু কিছু কথা।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
    #গোঁসাই #নিৰ্মালী #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha #ইষ্টগুরু
    Your Queries:-
    গোঁসাই আদৰণি
    চেলেং
    seleng
    Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
    Facebook: / madhurjya.borah.31521
    Instagram: ...
    Phone no: 6001380050
    Email: borahmadhurjya2001@gmail.com

Комментарии • 20

  • @ramcharandeka9143
    @ramcharandeka9143 6 месяцев назад +2

    Krishna Krishna

  • @robinborah5848
    @robinborah5848 7 месяцев назад +1

    Sundar bhaykha super ❤❤❤ sunndar🎉 bhakhay

  • @AdhyatmaCharcha
    @AdhyatmaCharcha 6 месяцев назад +1

    অতি উত্তম। আপোনাৰ ব্যাখ্যা যুক্তি যুক্ত। আগবাঢ়ি যাওক.......

  • @MamoniGogoi-ll8ck
    @MamoniGogoi-ll8ck 5 месяцев назад

    অতি সুন্দৰ 🙏

  • @subonbora2130
    @subonbora2130 6 месяцев назад +1

    🙏👏

  • @AmusedElephant-oc7ne
    @AmusedElephant-oc7ne 7 месяцев назад +1

    জয়তি গোবিন্দ প্ৰভু 🙏🏽🙏🏽

  • @renubaruah360
    @renubaruah360 7 месяцев назад +2

    🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ

  • @RajaRajbongshi-z9y
    @RajaRajbongshi-z9y 5 месяцев назад +1

    কৃষ্ণ 🙏🙏🙏🙏

  • @ArupjyotiGogoi-x9k
    @ArupjyotiGogoi-x9k 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ

  • @PriyangshuBhagawati
    @PriyangshuBhagawati 4 месяца назад +1

    Hare Kṛṣṇa ❤😊

  • @JoyaDevi-v3n
    @JoyaDevi-v3n 7 месяцев назад +2

    কৃষ্ণ কৃষ্ণ শত কোটি প্ৰনাম । আপোনাৰ শ্ৰী মুখেজানিবলগিয়া কথা খিনি শুনি ভাল পালো । 🙏🙏🙏🙏

  • @smritirekhaborah9936
    @smritirekhaborah9936 7 месяцев назад +2

    জয় শ্ৰীগোৱিন্দ জয় শ্ৰীগোৱিন্দ

  • @binitaborah305
    @binitaborah305 7 месяцев назад +2

    🙏🙏🙏🙏🙏❤️🙏🙏🙏🙏

  • @uttamburagohain8498
    @uttamburagohain8498 7 месяцев назад +2

    জয়তি শ্ৰী শ্ৰী গোবিন্দ সুন্দৰ অমৃত বাণী প্ৰেৰণ কৰিলে

  • @alakadeka-bf4ui
    @alakadeka-bf4ui 7 месяцев назад +1

    Bar. Val. Katha. Koyse. Dey val. Lagil

  • @preranaburagohain2063
    @preranaburagohain2063 7 месяцев назад +3

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @bidyabotideka7375
    @bidyabotideka7375 7 месяцев назад +2

    RadhaKrishna

  • @JitumoniDutta-q
    @JitumoniDutta-q 7 месяцев назад +5

    কৃষ্ণ বাপ কথাটো বুজাট অলপ টান হৈছে, কিয়নো সত্ৰাধিকাৰ সকলে বাঙগময় মূৰ্তি নামানে নেকি, শঙ্কৰদেৱক গুৰু বুলি নামানে নেকি। তেওঁ লোকৰ গুৰু কোন হয় কথাটো বুজাই দিব বুলি আশা ৰাখিলোঁ । কৃষ্ণ বিষ্ণু হৰি ৰাম।

    • @anitabora8817
      @anitabora8817 7 месяцев назад

      Mahapurukh Madhabdev a Namghukhat likhi thoi goise,SrimantaSankar Hari Bhakatara Jana jeno kalpataro tahanta binayi nai nai nai amar Param Guru ....tatiya hole bartaman eman bor guro kor para ahil ...Satrar Satradhikar a u Srimanta Sankardevk Guru namane ,Brahman pariyalt janma nuhuwar babe....aro ei je selengsadar Khan pari diyato ku Sanskar he ,Ajir tarikhat....🙏🙏...Namar praxad aro nirmali xa Sanmanere dibo Lage .....dusbinathe paritiyakta Dabyaa daliyai diye ........🙏🌹

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  7 месяцев назад +3

      ভগৱন্তৰ আঠ প্ৰকাৰৰ মূৰ্তি ( একাদশ স্কন্ধ)আছে তাৰে অন্যতম হৈছে বাঙ্ময় মূৰ্তি ভাগৱত গতিকে কোনো সত্ৰতে বাঙ্ময় মূৰ্তি নমনাৰ প্ৰসঙ্গ নাই । দ্বিতীয়তে ,মহাপুৰুষক গুৰু নমনা প্ৰসঙ্গই নাই । ৰাতিপুৱাৰ পৰা গধুলা লৈকে মহাপুৰুষৰ কীৰ্তন , ঘোষা, বৰগীতেৰেই নিত্য , নৈমিত্তিক প্ৰসঙ্গ চলে আৰু একমাত্ৰ আউনীআটী সত্ৰই পোন প্ৰথম বাৰৰ বাবে আধুনিক প্ৰেক্ষাপটতত মহাপুৰুষৰ ভাওনাক প্ৰতিষ্ঠা কৰাৰ বাবে বিশেষকৈ বৰ্তমান আউনীআটীয় অধিকাৰ পূজ্যপাদ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৱেই প্ৰথম ভাওনা সমাৰোহৰ আৰম্ভ কৰে আৰু প্ৰতি বছৰে তেঁওৰ প্ৰচেষ্টাতেই সত্ৰৰ ফালৰ পৰা শংকৰদেৱ গৱেষণা বঁটা দি অহা হৈছে । ২০২২ চনতো অসমৰ ২০০০ তকৈ অধিক নামঘৰ একত্ৰিত কৰি অনুষ্ঠিত হোৱা নামঘৰ সমাৰোহ আৰু অসমৰ প্ৰায় ২০০০ নামঘৰৰ ইতিহাস প্ৰণালীবদ্ধ ভাৱে গ্ৰন্থ আকাৰত এই সত্ৰয়েই প্ৰকাশ কৰিছে । এইয়া মাথো এটি উদাহৰণ হে , গতিকে শংকা নাৰাখিব মনত 🙏 তৃতীয়তে , মহাপুৰুষ শংকৰদেৱ , মাধৱ দেৱ, হৰিদেৱ, দামোদৰ দেৱে এই চাৰি জনাই সত্ৰীয়া সকলৰ গুৰু ।