আপোনাৰ কথাখিনি বৰ ভাল লাগে 🙏 পিছে কি খাব লাগে কি খাব নালাগে এই কথা বৰ চিন্তা ৰ বিষয় । এটা কথা জানিব বিচাৰিছোঁ , কিছুমান মানুহে গোটেই জীৱন ৰ্ধমত থাকি ও মৃত্যু ৰ শয্যাত অতি কষ্ট খায় থাকে ...কিয় তেনে হয় অলপ বুজায় দিবনে?
Apuni sakalure saku mal khuwale prabhu 🙏 Mahapurush Shrimanta Sankar devk prakritarthat upasthapan koribo parise..apunar kathabure pora Mahapurush k real change t sini palu .. danaybad prabhu 🙏
ব্ৰহ্ম পুৱাতে প্ৰভু জনাৰ পৰা বহু ভক্তি জ্ঞান বুজিব পৰিলোঁ , শাস্ত্ৰ ভাগবত , কৃতনৰ কিছু কিছু কম পৰিমাণে হলেও ভক্তি মাৰ্গৰ কথা বুজি পাইছো এই alpomoti অভাজনে । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ, সুন্দৰ ব্যাখ্যা
সুন্দৰ উপস্থাপন ৷❤
অতি সুন্দৰ
বাপ জনকলৈ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
ভাল লাগিল বহুত বেছি ভাল লাগিল
কৃষ্ণ আপোনাৰ চাৰিটা খণ্ড শুনি বৰ ভাল লাগিল ,এনে সঁচা ব্যাখ্যা সুন্দৰ ধাৰণা সমাজত প্ৰচাৰ কৰাটো অতি সুন্দৰ হৈছে আৰু আশা কৰিম ব্যক্তিগত ভাবে লগ পাব পাৰোঁনে ফোনৰ যোগেদি।
5:34
কৃষ্ণ বাপ ।বৰ সুন্দৰ শুনি ভাল লাগিল ।ম
কৃষ্ণ কৃষ্ণ কৃষ্ণ
6:11
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
মুহুৰহো ৰসিকাঃ ভূৱি ভাবুকা... কৃষ্ণ কৃষ্ণ...সবাৰো জ্ঞানম উদ্ভাষিতং...হওক! ভগৱানে কৃপা সকলো লৈকে পুষ্প বৃষ্টি কৰক.. নমস্কাৰ
অতি সুন্দৰ লাগিল। বৰ্তমান অসমৰ আটাইতকৈ জ্ঞান সমৃদ্ধ ব্যাখ্যাকাৰ। অন্য সকলৰ ব্যাখ্যা আমনি দায়ক আৰু উপলুঙা সুচক।
অতি সুন্দৰ।
Krishna Krishna 🙏🙏🙏😢😢 pranam
Hare Krishna Prabhu ji🙏🙏
🙏🙏🙏
সনাতন ধৰ্ম ৰ এই কলি যুগৰ একমাত্ৰ ভাগৱত আলোচনা আপুনি শ্ৰেষ্ঠ আপোনাৰ বাখ্যা সঁচা কৈ প্ৰশংসা ৰ যোগ্য
বৰ সুন্দৰ ব্যাখ্যা
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ তোমাক ভগৱানে কোখলে ৰাশক
Krishna krishna Bap
কৃষ্ণ,মন,মৰ্য্যদা,আৰু সংস্কাৰ ইত্যাদিৰ লগত বহু কথাই নিৰ্ভৰশীল,ভাগৱতৰ দশম স্কন্ধত কৃষ্ণ উপদেশে যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ কৰিলে,ভীম সুপকাৰ,তাত মাছ ,মাংস বিভিন্ন ৰুচিৰ বিভিন্ন গুণৰ খাদ্য ব্যৱহাৰ কৰিছিল।বলৰামে গোকুল যাত্ৰাত বাৰুণী পান আৰু গোপী সবৰ সৈতে ৰাস কৰিছিল,যি পাণ্ডৱে পাঁচগাঁও হলেই যুদ্ধ নকৰো বুলি কৈছিল,সেই একেজন যুধিষ্ঠিৰে ৰাজচক্ৰৱৰ্তী হবলৈ অন্য ৰাজ্যৰ ৰজাৰ অধিকাৰ কাঢ়ি কৰতলীয়া ৰজা কৰিছিল।আনকি ব্ৰব্ৰুৱাহন আৰু পাণ্ডৱৰ মাজতো যুদ্ধ হৈছিল ।সংস্কাৰৰ ক্ষেত্ৰত অনুলোম আৰু প্রতিলোম বিবাহৰ লগতে নিজ বংশৰ ভিতৰত গোটেই ভাগৱত ,মহাভাৰত আদিত পোৱা যায় - - ইয়াৰ উত্তৰ কেনে হব ভক্ত সবক অলপমান কবনে? ইত্যাদি।কৃষ্ণ কৃষ্ণ
Krishna2 provu Bhit hukee hoisu hundor byakya 21:44
Krishna Krishna. Prabhu.
🎉 22:37
কৃষ্ণ কৃষ্ণ, আপোনাৰ ভক্তিমূলক তত্ব গধুৰ কথাবিলাক শুনি বহুত ভাল লাগে ।
ভাগৱত দৰ্শন শাস্ত্ৰ।প্ৰশ্ন উত্তৰ নহয় ।
সংশয়হে। শুকদেৱে পৰীক্ষিতৰ সংশয়হে ছেদন কৰিছিল।প্ৰশ্ন কৰে মূল্যয়ন কৰিবলৈহে।শ্ৰীকৃষ্ণ সগুণ কৃষ্ণ, অৱতাৰ হৈছে দৈৱকীৰ পুত্ৰ হিচাবেআৰু কৃষ্ণ নিৰ্গুণ,নিৰাকাৰ,নিৰ্বিকাৰ।ঘোষাত কৃষ্ণৰ অৰ্থ দিয়ে থৈছে।
আপোনাৰ দৰে ভকত সকলো সমাজতে লাগে হৰি-হৰ
Krishna Krishna Krishna
সুন্দৰ আলোচনা ।শুদ্ধ সত্য অম্বেষণ ।
Krishno
কৃষ্ণ, মন্তব্য তথা প্ৰশ্নৰ বিপৰীতে দিয়া যথা যথ উত্তৰ শুনি ভাল লাগিল। বাপজনলৈ সেৱা জনালোঁ।
Oti hundor brakha prabhu
Hare Krishna ❤❤❤
❤❤❤ apunak kukhole rakhok
খুব সুন্দৰ ❤❤❤❤
Very nice nice nice
Bap apunar video bura sai thaku mur bhut vl lage
অতি সুন্দৰ 🙏
সুন্দৰ বিশ্লেষণ
সুন্দৰ।অতি সুন্দৰ।
Joy guru Shanker 🙏🙏🙏🙏
Sundar,Oti Sundar Prabhu.
একদম সুন্দৰ বাপজনা
ৰাধে ৰাধে 🚩🤍
Very nice.Ram Ram.
কৃষ্ণ কৃষ্ণ প্ৰনাম জনাইছোঁ ।
কৃষ্ণ প্ৰভূজনক লগ পাব মন ❤
🙏কৃষ্ণ কৃষ্ণ ৰাম ৰাম
আপোনাৰ কথাখিনি বৰ ভাল লাগে 🙏 পিছে কি খাব লাগে কি খাব নালাগে এই কথা বৰ চিন্তা ৰ বিষয় । এটা কথা জানিব বিচাৰিছোঁ , কিছুমান মানুহে গোটেই জীৱন ৰ্ধমত থাকি ও মৃত্যু ৰ শয্যাত অতি কষ্ট খায় থাকে ...কিয় তেনে হয় অলপ বুজায় দিবনে?
কৃষ্ণ বাপ , বৰ সুন্দৰ ব্যাখা আগবঢ়াইছে । আধ্যাত্মিক তত্ত্ব সম্পৰ্কত প্ৰশ্নোত্তৰ শিতান এটিৰ ব্যৱস্হা কৰিব পাৰিলে বাপ বহু লোক উপকৃত হব পাৰে । কৃষ্ণ প্ৰণাম জনালো ।
Krishna Krishna provu xohoxbo pronam jonaisu
Jai shree Krishna 🙏
Krishna ❤🙏
God,god,,bap
শুভ জন্মাষ্টমী
❤জয় শ্রী কৃষ্ণ 🪷
কৃষ্ণ 🙏
কৃষ্ণ 🙏 সেৱা জনাইছোঁ।
সুন্দৰ বিচাৰ হৈছে ।
নকৰিবা সেৱা সখি অন্য দেৱতাৰ। নোহি যেন আমাৰ ভকতি ব্যভিচাৰ।। (গীতা-ভাগৱত)🙏
যত দেৱ মোৰ তনু জানা ধনঞ্জয় । তাসম্বাৰ পূজনে মোহোৰ পূজা হয় ।। - গীতা, জ্ঞান বিজ্ঞান বিভাগ যোগ ।
" শান্ত মূৰ্তি কৃষ্ণ দেৱক ভজন্ত । আন দেৱ সমষ্টকো নিন্দা নকৰন্ত।।"
কৃষ্ণ প্ৰভু 🙏
প্ৰণাম 🙏 ধন্যবাদ । সুন্দৰ উপস্থাপন কৰিছে পৱিত্ৰ আত্মা বুলি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো।@@madhurjyaborah-yy5rt
Right
Provu Sri krishnor sahashro name aru tar artho jonabason bap
Apuni sakalure saku mal khuwale prabhu 🙏 Mahapurush Shrimanta Sankar devk prakritarthat upasthapan koribo parise..apunar kathabure pora Mahapurush k real change t sini palu .. danaybad prabhu 🙏
কৃষ্ণ ❤❤❤❤❤🙏🙏🙏🙏🙏
প্ৰভু জয় শ্রীকৃষ্ণ🕉️🙏 মা তুলসীৰ বিষয়ে আমাক জনাব,অসমীয়া সমাজত,সকাম কৰ্ম সমূহত মা তুলসীয়ে কিয় স্থান নাপায়,যিহেতু তুলসীৰ অবিহনে ভগৱানে একো দ্ৰব্যই গ্ৰহণ নকৰে আৰু ডিঙিত তুলসীৰ মালা পিন্ধাৰ বিষয়ে জনাব, অকনমান বহলাই কব।
nam oparadhat likha asse sawan kritan aru harinamat punar manuswar janma hay buli. ojamile narayan buli koi purna mukti puwa nasil kintu.teu bhagabanar haman pad paisil.tenehole purna mukti harinam ki hoba pare.uttar babe opekha korilu.
Ati সুন্দৰ জয় গুৰু শংকৰ
প্রভু, যাৰ ওচৰত শৰণ লোৱা ব্যৱস্থা নাথাকে বা সত্র নাথাকে, তেন্তে কি কৰা উচিত?
শৰণ নোলোৱাকৈ বৈষ্ণৱ ধর্ম লব পাৰেনে?
প্রভু আপোনি মোৰ সংশয় দূৰ কৰিব বুলি আশা ৰাখিলোঁ। কৃষ্ণ।
মোৰ মনত উদয় হোৱা বহুতো প্ৰশ্ন ৰ উত্তৰ ভিডিঅ টোৰ পৰা জানিবলৈ পালো ধন্যবাদ
Krishna. Krishna. Krishna. O. santi. O. santi. O. santi. 🙏🙏🙏🙏
Krishna Krishna provu xundror kotha
ব্ৰহ্ম পুৱাতে প্ৰভু জনাৰ পৰা বহু ভক্তি জ্ঞান বুজিব পৰিলোঁ , শাস্ত্ৰ ভাগবত , কৃতনৰ কিছু কিছু কম পৰিমাণে হলেও ভক্তি মাৰ্গৰ কথা বুজি পাইছো এই alpomoti অভাজনে । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
বাপ বহুতো নজনা কথা জানি লো ৷ কৃষ্ণ
প্রভু
আমাৰ সমাজত খাৰমাছ খোৱা এটা নিয়ম আছে। দশম দিনা। প্রকৃততে খাৰ খাব লাগেনে নে মাছ খাব লাগে? জনাব চোন। আমাৰ সমাজত আকৌ মাছ খায়। ই বাৰু ভুল হোৱা নাই নে?
মোৰ মতে ঈশ্বৰৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্য শ্ৰেষ্ঠ। বাকী তিনিটাই ভক্তি কি বস্তু নাজানে। আমি পঢ়িবলৈ পাইছো যে য'ত জীৱ তত শিৱ। আমি শিৱক সদায় আৰাধনা কৰো কিন্তু আমি স্হিৰবুদ্ধিৰে চিন্তা কৰিছোনে কেতিয়াবা যে আমি শিৱকে হত্যা কৰি খাই আছো । জীৱ শ্ৰেষ্ঠ হিচাপে আমি গীতা ভাগৱত আদি পঢ়ি গ্য়ান লাভ কৰিছো যিটো আন তিনিটাই কৰিব নোৱাৰে । কীৰ্তনত প্ৰথমতেই পাইছো " মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত....." সেইবাবে আমি ভাবো মৎস্য স্পৰ্শ কৰিব নাপায় বিশেষকৈ সামাজিক অনুষ্ঠানত। কোনোবাই ব্য়ক্তিগত ভাৱে ঘৰত খাই সেইটো বেলেগ কথা।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকসকলেও চন্দনৰ তিলক লয় । নোলোৱা কথাটো সঁচা নহয় । কিছুসংখ্যক শঙ্কৰসঙ্ঘৰ লোকে তিলক লয় । ভজণব্য়ৱস্হাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকে জলক তিলক হিচাপে ব্যৱহাৰ কৰে। চন্দন যিহেতু সহজে বিচাৰি পাবলৈ নাই। যিসকলে পাৰে লব পাৰে। কৃষ্ণ।
Kisuman prasnar uttar diva nalage.
Bahute janibuji prasna kore.
বলি নাই যদি কোনো সঙগথ
ই বিৰোধ নোকৰে কিয়
কৃষ্ণ প্ৰভু আপোনাৰ মোবাইল নং পাম নেকি বাৰু ।
Fon no to dibson
Povu you sorot atar nati naki please
কিন্তু যে কৃষ্ণ ক অন্য দেৱতাৰ লগত তুলনা কৰিব নোৱাৰি বাপ।
কৃষ্ণৰ প্ৰভেদ কৰা তেও আচলতে বলিয়া
Pranjjit gogoi is a very foolman.
বাপ আপোনাৰ ব্য়াখ্য়া প্ৰায়েই শ্ৰৱণ কৰো । কিন্তু আপুনি বা সত্ৰৰ সত্ৰাধিকাৰ সকলে চেলেংৰ লগত গামোচা ব্যৱহাৰ নকৰে । কাৰণটো বুজাই দিলে ভাল পাম। কৃষ্ণ।
কৃষ্ণ
Krishna bapjan bed biyahe sari bed saidha hashtra hutara Puran rasana korer pisat bhagawat rasana korer ki prarujan asil,
Krishna prabhu iswar bedobiyahe saribed soidha hashtra hutara Puran Rosina kora pisat Kiya Surya Puran bhagawat Rosina koriba Loga hol,
যন্ত্ৰটো কি !
বাপ অম্বুবাচী নামঘৰত পতা কথাটো ভাগৱতত ক'ত আছে, আমি পোৱা নাই।কৃপা কৰিব। কৃষ্ণ।
বাপ প্ৰভূ কৃষ্ণই অৰ্জুনক গীতাত কোৱা কথাষাৰ দ্বাপৰ যুগৰহে কৰি যুগৰ নহয়। কৃষ্ণ
বাপ ছমৰীয়া সত্ৰত কিন্তু ঘন্টাৰ বজোৱা নাযায়। কৃষ্ণ
🙏
কৃষ্ণ 🙏🙏
কৃষ্ণ 🙏
কৃষ্ণ 🙏🏻