জীৱ কেনেকৈ শিৱ হব ? | ঈশ্বৰৰ ৬ জন ভকত কোন আছিল ?|মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা|Madhurjya Bora vagawat

Поделиться
HTML-код
  • Опубликовано: 1 окт 2024
  • জীৱ কেনেকৈ শিৱ হব ? | ঈশ্বৰৰ ৬ জন ভকত কোন আছিল ?|মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা |Madhurjya Bora vagawat
    #জীৱ_কেনেকৈ_শিৱ_হব_?
    #ঈশ্বৰৰ_৬_জন_ভকত_কোন_আছিল_?
    #মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
    #Madhurjya_Bora_vagawat
    #ভাগৱত_ব্যাখ্যা
    #মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
    #Madhurjya_Borah_Bhagawat_Bakhya
    #মেৰবিল_গাওঁ_ভাগৱত
    #madhurjya_borah
    #মেৰবিল_গাও_মাধুৰ্য্য_বৰা_ভাগৱত_পাঠ
    #মেৰবিল_গাও_মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
    #Madhurjya_borah_bhagwat_bakhya
    #Vagawat_bakhya_by_madhurjya_borah
    #মেৰবিল_গাও_ভাগৱত_পাঠ
    #Merbil_gaon_vagawat_bakhya
    #মাধুর্য_বৰা_ভাগৱত_পাঠ
    #মেৰবিল_গাও_ভাগৱত_পাঠ_ব্যাখ্যা
    #Madhurjya_borah_bhagwat_path
    #Madhurjya_bora_vagawat_bakhya
    #Merbil_gaon_bhagawat_bakhya
    #মেৰবিল_গাওঁ_ভাগৱত_ব্যাখ্যা
    #মাধুর্য_বৰা_ভাগৱত_ব্যাখ্যা

Комментарии • 778

  • @binubora1268
    @binubora1268 3 месяца назад +41

    কৃষ্ণ কৃষ্ণ বহু পূণ্যৰ বাবে হে এনে সু সন্তান পিতৃ মাতৃয়ে জন্ম দিয়ে।

  • @gogoiversion111
    @gogoiversion111 3 месяца назад +22

    Moi hindi t huni thaku bagawatr bakhya kintu Assamese t iman dhuniyakoi bujai dise ajihe hunisu😊❤.....hare Krishna 😊

    • @JunDas-v4r
      @JunDas-v4r Месяц назад +1

      ভাল লাগিছে❤

  • @GunaSaikia-if6xm
    @GunaSaikia-if6xm 3 месяца назад +44

    বাপ, সুন্দৰ বক্তব্য ৰাখিছে ঈশ্বৰে কৃপা কৰক। কৃষ্ণ।

    • @anilsaikia8445
      @anilsaikia8445 3 месяца назад +1

      সুন্দৰ বাখ্যা বাপ। কৃষ্ণ কৃষ্ণ ।

    • @padumikalitadutta9730
      @padumikalitadutta9730 3 месяца назад

      0009pu​@pronobjyoti3390

  • @kamaleswornath4726
    @kamaleswornath4726 3 месяца назад +19

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু। শত কৌটি প্ৰণাম।

  • @pallabikagohain5720
    @pallabikagohain5720 3 месяца назад +22

    কৃষ্ণ বাপ জনা বহুত সুন্দৰ ব্যাখ্যা ❤ বহুত ভাল লাগিছে ❤ কৃষ্ণ কৃষ্ণ ❤

    • @dilipkakoti173
      @dilipkakoti173 3 месяца назад +5

      অধ্যয়ন অন্বেশন জ্ঞানৰ মাৰ্গ সকলো জ্ঞাত হব লাগিব।হে বাপজন আপোনাৰ প্ৰতি কথাসাৰৰ অৰ্থ বুজি লৈ ভকতি সাধনাত আগ বাঢ়িব লাগিব।

    • @pallabikagohain5720
      @pallabikagohain5720 3 месяца назад +1

      @@dilipkakoti173 কৃষ্ণ কৃষ্ণ

    • @mamukalita8984
      @mamukalita8984 3 месяца назад

      Fhdgigy xxxxxxx you can effydycdhdvtdyydrfrt dtgidtfydtgifydtfidgiçsazqtudegtsrd

  • @himadrisonowal4017
    @himadrisonowal4017 3 месяца назад +23

    ইমান যে ধুনীয়া ব্যাখ্যা কৃষ্ণ প্ৰভু🙏

  • @BishnuChangmai-yu1ff
    @BishnuChangmai-yu1ff 3 месяца назад +13

    কৃষ্ণ সুন্দৰ। বহুত ভাল লাগিল।

  • @tanmisaikia8965
    @tanmisaikia8965 3 месяца назад +7

    Emn sundar ke kotha khini koutei gom pai teo kiman bhaktire bhakti marg tu nijor kori loise🙏🙏
    Hare krishna hare bol🙏🙏

  • @henahajong4973
    @henahajong4973 3 месяца назад +7

    🙏🙏কৃষ্ণ কৃষ্ণ। সুন্দৰ যুক্তি যুক্ত ব্যাখ্য। শুনি ভাল লাগিল।

  • @SmritaBoruah-xn4br
    @SmritaBoruah-xn4br 22 дня назад +4

    Krishna pravu 🙏🙏🙏ami bht kothai hikibo parisu apunr pora🙏🙏 krishna

  • @jinuphukan1162
    @jinuphukan1162 3 месяца назад +11

    প্রভু কৃষঞ ,কম বয়সতে ইমান.ভাগৱতৰ অৰথ ভাঙনি কৰিছে আচৰিত কৃপা কৰিছে

  • @purnothakuri5061
    @purnothakuri5061 3 месяца назад +7

    কিছুমান আছে অকল উপদেশ দিয়ে আচৰণত নাই , কিন্তু তোমাক দেখি লাগে তুমি প্ৰকৃত , দেখি ভাল লাগিছে যে আজিও তেনে মা আছে যি তোমাৰ নিচিনা সন্তান জন্ম দিছে মানে প্ৰকৃত কৃষ্ণ ভক্তি কৰা মা আছে , ধন্য তোমাৰ মা দেউতা ধন্য তুমি , তুমি সচাকৈ ঈশ্বৰক বুজিছা আৰু বিছাৰিছা , তোমাৰ প্ৰকৃত ঈশ্বৰ লাভ হক , প্ৰত্যেক মানুহৰ জীৱনৰ উদ্দেশ্য হেনো ঈশ্বৰ প্ৰপ্তি , কিন্তু মানুহে পাহৰি যাই , জীৱনৰ সকলো মূহুৰ্তত তে তেওঁৰ দয়া অনুভব কৰিব লাগে আৰু তেওঁৰ লগত যুক্ত থাকিব লাগে,

  • @dilipdas8112
    @dilipdas8112 3 месяца назад +8

    ,কৃষ্ণ কৃষ্ণ কনমানি বাপ ভাল লাগিল আপোনাৰ বাখ্যা আগুৱাই যাওক ঈশ্বৰে কৃপা কৰক ❤

    • @sailendraboruah1244
      @sailendraboruah1244 3 месяца назад

      প্ৰভু ঈশ্বৰৰ দান আপুনি সদায় শক্তি দিয়ক ভগৱানে আপোনাক

  • @sabharamborah3357
    @sabharamborah3357 3 месяца назад +34

    কৃষ্ণ।আমাৰ আধ্যামিকতাই ধুকি পোৱা কথা খিনিৰ সৈতে মিল আছে আপোনাৰ মুখ পদ্মৰ জৰিয়ত প্ৰকাশ পোৱা কথামৃত খিনি।একৃবাৰ শুদ্ধ বাপ।

  • @pallabikagohain5720
    @pallabikagohain5720 3 месяца назад +180

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🌹🙏🙏🙏🙏

  • @Tulikaartacademy912
    @Tulikaartacademy912 3 месяца назад +35

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণ কমলত কৌতি কৌতি প্ৰনাম জনালো কৃষ্ণ‌‌ কৃষ্ণ।বাপ জনাৰ পৃতৃ মাতৃ ধন্য । বহুত পূৰ্ণৰ‌ ফলত এনে পুএ ফল‌ পায়‌‌ । কৃষ্ণ তোমাৰে লিলা‌ প্ৰভূ ।

    • @adhanbora
      @adhanbora 3 месяца назад

      Loo 🚽🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻 9i ip8ipp

  • @purnimadas7779
    @purnimadas7779 19 дней назад +1

    🙏❤🙏কৃষ্ণ 🙏কৃষ্ণ 🙏কৃষ্ণ 🙏🙏❤❤
    🙏❤🙏❤কৃষ্ণ🙏 কৃষ্ণ 🙏কৃষ্ণ 🙏❤🙏

  • @ManujSoukadhara-bg7zl
    @ManujSoukadhara-bg7zl 3 месяца назад +1

    Krishna, bapjonar coran komolot hewaa jonaisu, krisnna

  • @khewaliborah544
    @khewaliborah544 3 месяца назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

  • @TarunKoch-w4q
    @TarunKoch-w4q 20 дней назад +1

    Hoi prabhu xusa katha moi nijar gharatei xodai dekhisu

  • @junumech7558
    @junumech7558 3 месяца назад +12

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে প্ৰণাম জনাইছে কৃষ্ণ কৃষ্ণ বাপ

  • @pradipchabukdhara1809
    @pradipchabukdhara1809 3 месяца назад +20

    কৃষ্ণ বান্ধৱ ’আপোনাৰ কথাকোৱা লয়টো অলপমান খৰহৈছে ৷ ইয়াতকৈ ধীব কৰিব পাৰিলে বেছি শুৱলা হ’ব ৷

    • @pradipkalita916
      @pradipkalita916 Месяц назад +1

      বয়স হলে সুন্দৰ হব । ধিৰ সুস্থিৰ হব । ❤❤

    • @RenuGogoi-t8u
      @RenuGogoi-t8u 12 дней назад

      7😊😊😊😊​@@pradipkalita916

  • @harakantahandique9244
    @harakantahandique9244 3 дня назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🪔🪔🙏🙏

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 2 месяца назад +3

    আপুনি বুজাই দিৱ পৰা সুন্দৰ নিদৰ্শনৰ বাবে কৌটি বাৰ প্ৰতিনিধিত্ব কৰিবলৈ প্ৰণাম যাচিছো

  • @jayantaborah4312
    @jayantaborah4312 Месяц назад +1

    নমস্কাৰ জনালো বাপ আপোনাক, বহুত ধুনীয়া লাগিল 🙏🙏🙏

    • @CultureofAssamYoutube
      @CultureofAssamYoutube  Месяц назад

      ধন্যবাদ🙏🙏🙏.. ভিডিঅ টি ছেয়াৰ কৰি দিব বুলি আশা ৰাশিলো

  • @suryaKumaryadavlover-m5d
    @suryaKumaryadavlover-m5d 13 дней назад +1

    ঔম্ নমঃ শিৱ, শিৱই সনাতন শিৱই শ্ৰেষ্ঠ সকলোতকৈ হৰ হৰ মহাদেৱক

  • @SunitBorah-b6l
    @SunitBorah-b6l 3 месяца назад +11

    ধন্য তোমাৰ পিতা মাতা যিয়ে বৈষ্ণৱ পুত্ৰ আহ্বান কৰিলে। কৃষ্ণ গুৰ শঙ্কৰ

  • @purnadas4040
    @purnadas4040 3 дня назад +1

    প্ৰণাম
    জয় শ্ৰীকৃষ্ণ নাৰায়ণ 🙏

  • @rantubordoloi8623
    @rantubordoloi8623 Месяц назад +1

    Bap dhuniwakoi bujai dise 🙏🙏🙏

  • @mamonibhuyan2669
    @mamonibhuyan2669 2 месяца назад +7

    হৰি হৰি মানিছো। সৰস্বতী মাতৃ লগত আছে। বহু পূন্য ফলত সু সন্তান জন্ম দিছে। ধন্যবাদ। ❤️❤️❤️👌👌👌

  • @ajaybhuyan3092
    @ajaybhuyan3092 3 месяца назад +4

    কৃষ্ণ কৃষ্ণ❤ । বাপ আপোনাৰ চৰণৰ ধূলি শিৰ ধাৰ্য্য, সেৱাহে।

  • @anshumankhanikor5890
    @anshumankhanikor5890 3 месяца назад +2

    krishna

  • @Rajdev-p1y
    @Rajdev-p1y 3 месяца назад +21

    কথা বোৰ অলপমান লাহে লাহে কলে আৰু সুন্দৰ লাগিব, মহাশয়। কথা বোৰ অতিকৈ সৰ হৈছে গৈই গোসাই।। বক্তব্য কথা বোৰ অতিকৈ সুন্দৰ হৈছে।। ভগৱানে কল্যাণ ও ভালো কৌশল ৰাখক।। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে ৰাম হৰে ৰাম....

    • @MonoranjanBora-l8c
      @MonoranjanBora-l8c 2 месяца назад

      Smart

    • @DilipPanging-ug3mn
      @DilipPanging-ug3mn Месяц назад

      ram krishna

    • @rakhalroy3047
      @rakhalroy3047 29 дней назад

      আপনার ভাগবত বিষয়ক আ ‌লোচনা অতি তাৎপর্য পূর্ণ শুনি অতিকে হ্রদয়গ্রাহি কোটি কোটি প্রণাম গ্রহণ করে যেন

  • @sebamathsscience8264
    @sebamathsscience8264 2 месяца назад +16

    অতি সুন্দৰ ধৰ্মীয় জ্ঞান পোৱাটো অতি সৌভাগ্য। আপোনাক কৰযোৰে প্ৰণাম জনালোঁ।

    • @abanideka9836
      @abanideka9836 2 месяца назад +4

      অতি সুন্দৰ তাত্বগধুৰ বাখ্যা।। জয় কৃষ্ণ🙏 ।। জয় গুৰু শংকৰ🙏।।

  • @rimiborah3824
    @rimiborah3824 2 месяца назад +3

    Eman dhunia ..krishna prvu 🙏🙏🙏

  • @bulbuligogoi7063
    @bulbuligogoi7063 3 месяца назад +3

    ❤️🌹Ram Krishna Hari🌹❤️🌍🙏Koti Koti Dandabat Pranam Shree Madhujya Acharya Dangoriya apunr Satsang huni thakiboi Mon goise Atma khn ye Shanti paise Ananda paise🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @MridulChetia-vx6bl
    @MridulChetia-vx6bl 3 месяца назад +4

    বহুত ভাল লাগিল একেবাৰে সঁচা কথা

  • @updeshmala2737
    @updeshmala2737 3 месяца назад

    শঙ্খৰ ধ্বনিটো কুকুৰে চিঞৰে,মছজিদত আজান দিলেও কুকুৰে চিঞৰে,

  • @rebatitalukder3473
    @rebatitalukder3473 3 месяца назад +27

    কৃষ্ণ জয় গুৰু শংকৰ
    সকলো যুবক যুৱতী সহযোগ কৰক

  • @Animation._Uditta
    @Animation._Uditta 2 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤❤❤❤❤❤❤

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 3 месяца назад +1

    SAYTAM SHIBAM SHUNDARAM 🙏🙏🙏

  • @amulyarabha1993
    @amulyarabha1993 3 месяца назад +1

    Krishna..Krishna..Krushna

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 5 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @RubulSaikia-s9l
    @RubulSaikia-s9l 2 месяца назад +2

    🙏🙏🙏🙏

  • @PotimaCheleng
    @PotimaCheleng 3 месяца назад +1

    চুলিখিনি কিয় বন্ধিছে জনাব

  • @darshanachakraborty9105
    @darshanachakraborty9105 Месяц назад +2

    Krishna Krishna Krishna

  • @AnkurjyotiBorah-n1k
    @AnkurjyotiBorah-n1k 2 месяца назад +2

    কৃষ্ণ। জয় গুৰু শংকৰ।। আপ্লুত হ'লোঁ বাপ। সেৱা ল'ব।।

  • @purnothakuri5061
    @purnothakuri5061 3 месяца назад +3

    তোমাৰ চাৰিটা বৰ্ণ বাখ্য বহুত সুন্দৰ আৰু সত্য, একজন ব্যক্তি লৈ এখন সমাজ এখন সমাজ লৈ দেশৰ কথা ভাবো কিন্তু যদি মই নিজেই থিক নহ'লে সমাজ দেখৰ কথা ভাবিব বহু দূৰ

  • @kamalvlogs1532
    @kamalvlogs1532 6 дней назад

    সুন্দৰ অতি সুন্দৰ তোমাৰ বাখ্যা God bless you

  • @AnubhaBoruah
    @AnubhaBoruah Месяц назад +1

    Apunar kothakhini hunile huni thakibor Mon Jai.

  • @krishnasaharia1615
    @krishnasaharia1615 15 дней назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @skcreations6472
    @skcreations6472 Месяц назад +2

    কৃষ্ণ কৃষ্ণ

  • @Auyashmita
    @Auyashmita 3 месяца назад +3

    Sooo felling good to listen this words ❤🙏🏻🙏🏻

  • @Binita-w6b
    @Binita-w6b 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🪔🪔🪔

  • @Komal-nb1hs
    @Komal-nb1hs 3 месяца назад +1

    Kishana kishana kishana

  • @dancingborahsisters6964
    @dancingborahsisters6964 16 дней назад

    কৃষ্ণ, সিদিনা ফুলনীথানত আপোনাৰ কথা শুনি বহুত ভাল লাগিল 🙏

  • @RameshRajbangshi-gy6dd
    @RameshRajbangshi-gy6dd 3 месяца назад +2

    Krishna Krishna Krishna Krishna Ram sasa😊koi aponar byakha boor suni bor bhal Lage dei.aponak eshware aru kripa borisan korok . Bhale thakok sustha thakok dirghayu kamona korilo Krishna.

  • @aswinikumar542
    @aswinikumar542 Месяц назад +1

    আন্তৰিক প্ৰণিপাত
    কৃষ্ণ কৃষ্ণ

  • @JyotiKalita-ch5rg
    @JyotiKalita-ch5rg 3 месяца назад +3

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ। আপোনাৰ শ্ৰীচৰণত সেৱা নিবেদিলো। আপোনাৰ বাখ্যা শুনি ধন্য হলো। ভগৱন্তই কৃপা কৰক কৃষ্ণ 🙏🙏

  • @bimansaikia4305
    @bimansaikia4305 3 месяца назад +1

    জ্ঞান,বিজ্ঞান,তদন্ত ,আৰু ৰহস্য ধমৰ ৰহস্য উদ্ধাৰ কৰি ভা ঙনি কৰি দিয়াৰ বাবে আত্মাই শত কোটি প্ৰনিপাত। আপুনি পাৰিলে শঙ্কৰদেৱক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়ে যেন। কাৰণ শঙ্কৰ গুৰু ৰ দৰে সব্ৰগুণাকৰ গুৰু পৃথিৱীত অতিততো কোনো জন্ম হোৱা নাই। বৰ্তমান হোৱা নাই। ভবিষ্যতেও জন্ম হ'ব যে আমি ন দি কব নোৱাৰো।

  • @PalabiDuwarah
    @PalabiDuwarah 2 месяца назад +1

    Krishna Krishna provo🙏🙏🙏🪔

  • @PabitaRay-u7c
    @PabitaRay-u7c 18 дней назад +1

    Radhe radhe ❤

  • @bhuban100
    @bhuban100 Месяц назад +1

    কৃষ্ণ বাপ

  • @dhrubajyotibora8547
    @dhrubajyotibora8547 3 месяца назад +1

    Kot xikili aibur😂

  • @geetasarma3731
    @geetasarma3731 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ‌‌‌ কৃষ্ণ ,

  • @ratulhandiki7829
    @ratulhandiki7829 Месяц назад +1

    Toi ki hobi

  • @SajeedAli-kf7hg
    @SajeedAli-kf7hg Месяц назад +1

    Krishna,,Krishna,,Krishna 🎉

  • @dasmanash627
    @dasmanash627 Месяц назад +1

    কৃষ্ণ🙏

  • @nurulislam560
    @nurulislam560 3 месяца назад +3

    ভাল লাগিল আপোনাৰ কথাবোৰ শুনি ৷ প্ৰণাম !

  • @DineshBoruah-y5t
    @DineshBoruah-y5t 26 дней назад +1

    কৃষ্ণ😊

  • @Eva-vq9td
    @Eva-vq9td 3 месяца назад +1

    Nojona kotha janiboloi paisu.provujonak bhogwantoi drighau korok aei parthona.

  • @purnothakuri5061
    @purnothakuri5061 3 месяца назад +2

    এইখন পৃথিৱীৰ এ নহয় যি জন কৌটি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা যিজন জীৱ জগতৰ উদ্ধাৰ কৰ্তা তেওঁকে নুবুজিলে তেওঁকে ভালপাব নোৱাৰিলে কাকো ভাল পাব নিশিকে তেওঁকে নিবিচাৰিলে সব বিচৰা মিছা , তেওঁ জন্ম জনমৰ বাবে লগত থাকে বাকী সব সেৰাই যাই , কিন্তু মা দেউতা ই তো সবকে ভাল পাই সব সন্তানৰ মঙ্গল এই বিচাৰে কিন্তু সন্তান যদি মা দেউতা ৰ কাষত নেজাই কথা নোহোনে তাৰ মঙ্গল নহয় , এটা সৰু শিশু এও যানে মা দেউতা ৰ হাত ধৰি চলিলে ভয় নাই তে আমি পৰমপিতা গুৰুৰ হাত কিয় নধৰো

    • @kehsabgogoi7026
      @kehsabgogoi7026 3 месяца назад

      এনে বাইখায় সমাজৰ উপকাৰ হব ।

  • @anamikatalukdar774
    @anamikatalukdar774 3 месяца назад

    Ami jibo...matir pora utpanna hoisu....baki bur jibor nisina....ami nijoke bujibo lage....hokolu nijor bhitorote ase....bahirot eku nai ..purba janma nai byaktigat....baki kusuman kotha thike koise

  • @KrishnaKrishna-qo8nd
    @KrishnaKrishna-qo8nd 3 дня назад +1

    ৰাম কৃষ্ণ

  • @PuspadharDoley-c9o
    @PuspadharDoley-c9o 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ বৰা বাপ,কি সুন্দৰ ব্যাখ্যা। কিন্তু বাপ, মই জানিব বিচাৰিছোঁ যে আপুনি সংঘৰীয়া নে? নাই কোনোবা বেলেগ পন্থৰ? যিকিনহওক বাপ, ভাল লাগিল। ভগৱন্তই কৃপা কৰক।

  • @letsplay9856
    @letsplay9856 2 месяца назад

    আমি সৰু থাকোঁতে 70/80 বছৰীয়া ভকত সকলৰ দীঘল দীঘল মৰাপাটৰ দৰে বগা চুলি খোচা দেখি ভক্তিত মূৰ দো খাই গৈছিল।
    আজিকালি এনে‌ ভকত প্ৰায় নেদেখাই হলো।
    ঈশ্বৰ প্ৰাৰ্থনা আৰু চুলিৰ কলপ,কিবা অমিল যেন লাগে।

  • @ratandewri142
    @ratandewri142 2 месяца назад +1

    Kirihsna. Kirihsna.

  • @pradipthapa9858
    @pradipthapa9858 24 дня назад

    Krishna Prabhu 🙏🙏 bakhya huni bor tripti palu 🕉️🕉️🕉️🕉️

  • @purnothakuri5061
    @purnothakuri5061 3 месяца назад +1

    খুব সুন্দৰ আৰু সত্য কথা কোৱা বাবু তুমি ,আজি আধ্যাত্মিকতাক বাদ দি অকল তথাকথিত শিক্ষা দি সমাজ খন কি হৈছে , ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ আজি পাপে পাপ কৰি গৈছে , গতিকে আধ্যাত্মিক ভাবে উন্নতি নহলে ব্যক্তি সমাজৰ উন্নতি অসম্ভৱ ,

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 2 месяца назад

    অদ্বৈত বেদান্ত আদি শঙ্কৰাচায্যৰ মতে ব্ৰহ্ম। ব্ৰহ্ম সত্য জগৎ মিথ্যা। জীৱ আৰু ব্ৰহ্ম বা আত্মা এক ও অভিন্ন। ব্ৰহ্ম সৰ্বোচ্চ সত্য। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। ব্ৰহ্ম নিগূন সচিদানন্দ। ব্ৰহ্ম বিশুদ্ধ চেতনা । জীৱ জীৱাত্মা চেতনা আত্মা যাৰ ব্ৰহ্ম ও তাৰ। ব্ৰহ্ম শূন্য নহয় ব্ৰহ্ম পূৰ্ণ। ব্ৰহ্ম অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অসীম আকাশ । আকাশ দেখাতহে‌ শান্ত। সূষ্টি স্থিতি প্ৰলয়ৰ অৱতাৰণাৰ সকলো ঘটনাৰ উৎস হ'ল আকাশ বা মহাকাশ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এখন মাএ চুড়ান্ত অসীম সবব্যাপী সববূহৎ কল্পনাতীত আকাশ। আকাশ কাৰো ব্যক্তিগত নহয়। ই স্বক্ৰিয় সীমা হীন দৃষ্টিৰে ঢ়ুকি নোপোৱা অনাদি অনন্ত আকাশ মূক্ত আকাশ মূক্ত বায়ু অব্যক্ত অলিপ্ত অচিন্ত নিৰাকাৰ নিবিকাৰ অক্ষয় অব্যয় অমৰন অভগন অদূশ্য কালৰ অতীত চৈতন্য সনাতন সবাৰোউদ্ধত ব্ৰহ্ম মহাকাশ আবৰি থাকে । উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি দেহত চেতনা বা consiousness বিয়পি থাকে। শুদ্ধ নিত্য পৱিত্ৰ অহ্ঙকাৰ শূন্য চেতনা ই হ'ল আত্মা বা ব্ৰহ্ম। ব্ৰহ্ম সত্য আৰু এক গতিকে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আকাশত সবব্যাপী হৈ থাকে। সকলো চাৰি মুঠি দেহত চেতনা ৰূপে প্ৰকাশ পায়। শুদ্ধ নিত্য পৱিত্ৰ অহ্ঙকাৰ শূন্য হৈ দেহক অহম ব্ৰহ্মাশ্মি বুলি নকৈ ‌আত্মজ্ঞানী হৈ সচিদানন্দ হ'ব পাৰিলে জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। তাকে নহ'লে সদায় অশুদ্ধ চেতনা হৈ থাকিলে জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। সদায় হ্নদয়ৰৰ পৰা ব্ৰহ্ম উপলব্ধি কৰিব লাগে। অহম ব্ৰহ্মাশ্মি বুলি। ব্ৰহ্মৰ পৰা পাব অসীম আনন্দ সচিদানন্দ। ব্ৰহ্মৰ প্ৰণালী হ'ল শ্ৰৱণ মনন আৰু নিদিধ্যাসন(বাস্তৱ সত্য) আত্মাৰ অৱস্থা হ'ল জাগ্ৰত স্বপ্ন সুষুপ্তি আৰু তুৰীয়।(পূৰ্ণ ব্ৰহ্ম জ্ঞান থাকে আনন্দ সচিদানন্দ সত্য সনাতন হৈ থাকে ব্ৰহ্ম। বহিঃ জগতৰ বিভিন্নতাৰ ম্যধ্যে অনু বৰ্তমান ব্ৰহ্ম। মনোজগতৰ বিভিন্ন অৱস্থাৰ অনু বৰ্তমান আত্মা। সদায় মন প্ৰাণ হ্নদয় সচিদানন্দ হৈ ব্ৰহ্মতেই ‌মিলি থাকিব পাৰে। পিছলৈ থাকিল। ধন্যবাদ। প্ৰদীপ গগৈ গুৱাহাটী।

  • @KushalGogoi-xp6fr
    @KushalGogoi-xp6fr 3 месяца назад

    নামত ভাগৱত ব্যাখ্যা , ভাগৱতৰ কোন কোন অধ্যায়ৰ কোন কোন শ্লোকৰ ব্যাখ্যা কৰিলে বৰা বাপ ।

  • @NarayanBora-bs8eq
    @NarayanBora-bs8eq 3 месяца назад +2

    Om namo krishanai bhagowate bàsu debai nomh.dhanybad.

  • @ritamoni3934
    @ritamoni3934 3 месяца назад

    কৃষ্ণ কৃষ্ণ,, পুত্ৰ ! মাতৃ হিচাপে তোমাক চৰণত চুমা দুটা দিছো সদৰেৰে লবা 😅😅

  • @dhananjoychaliha3890
    @dhananjoychaliha3890 Месяц назад +1

    Krishna pobhu

  • @purnothakuri5061
    @purnothakuri5061 3 месяца назад

    সচাই আমিষ ভোজনে মানুহৰ মন উগ্ৰ কৰে ,মানুহে হা কুকুৰা ছাগলী কাটি কাটি মানুহ কাতিব অভ্যাস হয় যায় ,এজন নীৰামীষ ভোজী মানুহক সৰু এটা প্ৰাণী কাটিব দিলে হাত কপিব , গৰুৰ গাখীৰ খাই মা নথকা শিশু এটাই জীৱন পাই ,বাঘৰ গাখীৰ নহয় ,এটা কুকুৰ অলপ দৌৰি এ ভাগৰি পৰে কিন্তু এটা ঘোঁৰা ঘন্টা ঘন্টা দৌৰি থাকিব পাৰে,

  • @jinudeka7969
    @jinudeka7969 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত সেৱা ‌জনাইছো।

  • @animadevi7925
    @animadevi7925 3 месяца назад +3

    বৰ সুন্দৰ ব্যাখ্যা শুনিবলৈ পায় ধন্যবাদ।

  • @DhirenMahajon
    @DhirenMahajon Месяц назад

    Ami.dhorm.kotha.bh.bhi.go.t.khi.khotm.ho.bo.ne.jk.ne.bhe.nki.

  • @kashmirikotoky
    @kashmirikotoky Месяц назад +1

    Krisno

  • @NibeditaDas-f5b
    @NibeditaDas-f5b Месяц назад +1

    🙏🙏 Ram Krishna

  • @dimbeswargogoi1920
    @dimbeswargogoi1920 3 месяца назад

    তুমি আগৰ জনমত কি আছিলা ক’ব পাৰিবানে ? তোমাৰ দেউতাৰ আৰু মাৰ শাৰীৰিক মিলনৰ ফলত ভ্ৰুণৰ ৰূপত মাৰ গৰ্ভত ন মাহ ন দিন জনমৰ কাৰণে স্থিতি লৈছিলা , তেনে স্থলত পূৰ্ব জনমৰ কথাটো ক’ৰ পৰা আহিল ? বুদ্ধদেৱে পূৰ্ব জনম আৰু পৰ জনমৰ বিশ্বাস নৎস্যাত কৰি গৈছে ? তুমি কি ক’বা ?

  • @padumkakati2938
    @padumkakati2938 3 месяца назад

    এবাৰ ইন্দ্ৰ জালৰ সৰ্ব ধৰ্ম পুস্তক বৃহৎ ইন্দ্ৰ জাল এবাৰ হলেও পঢ়া। কৃষ্ণ সূৰ্য্য ভৈলন্ত্ উদিত, নাম ধৰ্ম কৰিলা বিদিত।

  • @ranusarania8943
    @ranusarania8943 Месяц назад +2

    Joy Shree Krishna
    Joy Shree Krishna
    Joy Shree Krishna

  • @khaninborovlogs4407
    @khaninborovlogs4407 3 месяца назад +1

    Aponi honatoni hoi ne

  • @KhitishNath-m1e
    @KhitishNath-m1e 2 месяца назад +1

    Krishna Krishna

  • @JoymotiRay
    @JoymotiRay 6 дней назад

    Krisnakrisnavogobane
    Aponak
    Sumoti
    Diok

  • @BoilerBaidiu
    @BoilerBaidiu 21 день назад +1

    🙏🙏🙏🌺🌺🌺

  • @lgvlog2320
    @lgvlog2320 3 дня назад +1

    Krishna

  • @bimandas7309
    @bimandas7309 6 дней назад

    কৃষ্ণ কৃষ্ণ প্ৰভু বহুত ভাল লাগিছে

  • @kabitaKhanikar
    @kabitaKhanikar Месяц назад +1

    🙏🙏🙏🙏🙏