Dihanam || Nandor Kanai By Kamala Gogoi || নন্দৰ কানাই-কমলা গগৈ || Assamese Bhokti Song || Horinam

Поделиться
HTML-код
  • Опубликовано: 6 янв 2025

Комментарии •

  • @bhairabikaushik
    @bhairabikaushik Год назад +21

    Apunar kontho❤
    Huni aamoni nlge✨

  • @violeenalaskar3742
    @violeenalaskar3742 4 месяца назад +9

    কৃষ্ণ ,কৃষ্ণ ,🎉🎉🎉নামৰ ধ্বনি শুনি মনৰ মাজৰ অসুৰ বোৰ যেন পলায়ন কৰে।বহুত ভাল লাগিল।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад +13

    সুন্দৰ, পুৱা তে এনে ভক্তি মূলক, বা,,দেহবিচাৰগীত সুন্দৰ হয়,

  • @simantadutta5158
    @simantadutta5158 3 месяца назад +6

    মজা লাগিছেদেই

  • @BidyutDas-tf1pw
    @BidyutDas-tf1pw 3 месяца назад +1

    সুন্দৰ। প্ৰভু ভগৱন্তই সকলোৰে কুশল মঙ্গল কৰক। কৃষ্ণ।

  • @bijugogoi3532
    @bijugogoi3532 2 года назад +3

    Krishno.krishno 🙏🙏🙏🙏

  • @jitendutta3511
    @jitendutta3511 2 года назад +17

    কৃষ্ণ কৃষ্ণ 🙏।ইমান সুন্দৰ দিহানাম ভাগি শুনিবলৈ অধীৰ আশাৰে ৰৈ আছিলোঁ।

  • @নাৰীতুমিঅনন্যা

    কৃষ্ণ কৃষ্ণ বাপজন৷ সেৱা ধৰিছোঁ৷ অভিভূত হৈছোঁ৷ আজিকালি আপোনাৰ ভক্তি গীতৰেই৷ দিনটোৰ আৰম্ভণি কৰোঁ৷ মোৰ ঘৰৰ সকলোৰে প্ৰিয় আপুনি৷

  • @AnantaGogoi-j4z
    @AnantaGogoi-j4z 4 месяца назад +2

    ❤❤❤❤❤ bohut val lagil

  • @debajitbora1792
    @debajitbora1792 2 года назад +13

    সুন্দৰ বাপ । কৃষ্ণ 🙏🙏🙏

  • @junmonideori3319
    @junmonideori3319 4 месяца назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @jintuarandhara6724
    @jintuarandhara6724 2 года назад +6

    সচাই অতি সুন্দৰ..কৃষ্ণ

  • @Porag_ad
    @Porag_ad 2 года назад +13

    অতি সুন্দৰ কবলৈ ভাষা নাই আৰু সুন্দৰ সুন্দৰ এনেকো হৰি নাম পাম বোলি আখা কৰি থাকিম কৃষ্ণ

  • @dipankarboruah7489
    @dipankarboruah7489 2 года назад +4

    ইমান সুন্দৰ লাগিছে

  • @lota340
    @lota340 Год назад +1

    সুন্দৰ সহযোগ। শ্ৰদ্ধা ৰ গগৈ বাপৰ লগতে সকলোলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলো।শুনিলে শুনি থাকিবৰ মন যায়। বহুত বাৰ শুনিছো হেপাহ নপলাই। কৃষ্ণ কৃষ্ণ হৰি ৰাম বাপ সমস্ত।

  • @MosamPatar
    @MosamPatar 6 месяцев назад +1

    😮😮😮নাইছ❤❤

  • @ankurboruah2823
    @ankurboruah2823 2 года назад +14

    কৃষ্ণ অতি সুন্দৰ হৈছে।আৰু আগুৱাই যাওক আমি সদায় আশীৰ্বাদ কৰিছো

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  2 года назад +1

      ধন্যবাদ

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Год назад

      hundar Hundar,, Kngrishno thikenekuwa Geet huniley monot bhagawanor prati bhakti rbhaabaahieijai,,, nomoshker aapuni gaaijauksun bhagawaney nishoy aapunar prati suprakhano hobo,,,,,,

    • @SrimontaDutta
      @SrimontaDutta 5 месяцев назад

      Ez bu c bu d​@@mukutlukhurakhon1411

  • @ritupondowarah3309
    @ritupondowarah3309 2 года назад +7

    সুন্দৰ মৰাণৰ পৰা মৰম যাঁচিলো

  • @fluteminal538
    @fluteminal538 2 года назад +7

    Krishna🙏 Hundor🥰😍

  • @boikunthabori1519
    @boikunthabori1519 2 года назад +5

    ইমান সুন্দৰ হৰিনাম, মন জীপাল কৰি তুলা

  • @ajantaphukan3964
    @ajantaphukan3964 3 месяца назад +1

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম, বহুত ভাল লাগিল |

  • @dimpisaikia3947
    @dimpisaikia3947 2 года назад +15

    অনুপম বিতুপন কি কম ,ভাষা নাই, আপোনালেকে বৰ ভাল কাম কৰি আছে দেই,সচাকৈ তেজে তেজে শিৰে শিৰে নাম সোমাই থকা লোকজনেই কমলা গগৈ।কোনো কৃত্ৰিমতা নাই।নাম গাওঁতে নামতে বিলিন হৈ যায় তেওঁ সেই কাৰণে বেছি ভাল লাগে। তাতেই মাত কথাবোৰ বৰ কোমল। বিপ্ৰদামোদৰ ভাগ: উহ ৰাম কৃষ্ণ কৃষ্ণ প্ৰায়েই শুনো।

  • @arabindasonowal3706
    @arabindasonowal3706 Год назад +11

    Kamala Gogoi damgoriya amar eyale ahisil aru bohut bhal lagil 😊 bohut furti korilu

  • @sbbaruah4089
    @sbbaruah4089 Год назад +1

    অপূৰ্ব....বৰ ভাল লাগিল...

  • @nitulduttanituldutta3077
    @nitulduttanituldutta3077 Год назад +2

    সুন্দৰ 🙏🙏🙏🙏

  • @PhukanDas-bc3dz
    @PhukanDas-bc3dz 5 месяцев назад +2

    Bohut val lagil❤❤❤

  • @nibirindane2693
    @nibirindane2693 Год назад +2

    সকলো ফালৰ পৰাই সুন্দৰ হৈছে।

  • @apurbamelody692
    @apurbamelody692 2 года назад +11

    কৃষ্ণ কৃষ্ণ
    অতি সুন্দৰ ।

  • @mahanandaborah9700
    @mahanandaborah9700 10 месяцев назад +3

    অতি সুন্দৰ কৃষ্ণ❤

  • @pranjalborah7431
    @pranjalborah7431 2 года назад +2

    বহুত ভাল লাগিল সুনি যিমান বাৰ সুনিলেও আমনি নালাগে

  • @ankanahazarika1954
    @ankanahazarika1954 Год назад +9

    অশেষ ধন্যবাদ, বহুত‌ ভাল হৈছে। মোৰ কনমানিটো শুনিলেহে শুৱে।

  • @bimaladhikari7182
    @bimaladhikari7182 11 месяцев назад +4

    অতি সুন্দৰ, কৃষ্ণ, কৃষ্ণ 🙏

  • @goonabhuyan6189
    @goonabhuyan6189 Год назад +4

    আই ! সুন্দৰ হৈছে । ভগৱন্তই কৃপা কৰিব ।আমাৰ আৰ্শীৰ্বাদ সদায় থাকিব ।

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Год назад

      hundar Hundar, anegaanemonot hasakoiyey bhaktirbhaabok bahai tuley heyey okekh Shubha ishaa rey,,,,,,

    • @gagonborgohain5956
      @gagonborgohain5956 Год назад

      ​@@mukutlukhurakhon1411as d9dl😊

  • @RajuDas-v1h
    @RajuDas-v1h 6 месяцев назад +3

    কৃষ্ণ কৃষ্ণ,,🙏🙏

  • @chiranjiblahon1622
    @chiranjiblahon1622 2 года назад +3

    আমাৰ নামঘৰত এখেতৰ দিহানামে ৰাতিপুৱাই দিছিল। বৰ সহজ সৰল ব্যক্তি।

  • @JuliGogoi-kq4kj
    @JuliGogoi-kq4kj 3 месяца назад +1

    Ai vagi naam hunar pora puwa godhuli aapunar naam huni mukhot gungunai thaku..ati hundor kantho..🙏

  • @dipgogoi3947
    @dipgogoi3947 2 года назад +7

    Mojaa👍👍

  • @purobeegogoi1343
    @purobeegogoi1343 2 года назад +10

    অতি সুন্দৰ হৈছে। ইমান সুৰীয়া কণ্ঠ, শুনিলে শুনি থাকিব মন যায়। সকলোলৈকে ধন্যবাদ থাকিল।

  • @Ud_gamer-nx5td
    @Ud_gamer-nx5td 3 месяца назад +1

    অতি সোনন্দৰ দেই কৃষ্ণ কৃষ্ণ‌‌ কৃষ্ণ

  • @JunaliPegu-z9i
    @JunaliPegu-z9i 4 месяца назад +2

    bohut bhal lagi goise

  • @sumitradeka3599
    @sumitradeka3599 Год назад +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
    জয় গুৰু শংকর❤🙏❤

  • @Porag_ad
    @Porag_ad 2 года назад +20

    আৰু লগতে অনুপম বিতোপন বাপ দুজনাকো সেৱাহে ধৰিছো কৃষ্ণ 🙏🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 2 года назад +6

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ হৈছে।

  • @gitadevigitadevi7973
    @gitadevigitadevi7973 Год назад +2

    Bahut vl lagil ❤❤❤

  • @assamese_content
    @assamese_content 2 года назад +8

    কৃষ্ণ 🙏🙏
    সুন্দৰ 👌

  • @bivamonidas3082
    @bivamonidas3082 Год назад +8

    ইমান সুন্দৰ হৈছে, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। শব্দ, বাদ্যযন্ত্ৰ, কণ্ঠ সকলো অনন্য👏👏👏 বাৰে বাৰে শুনিছো, হেপাঁহ নপলায়।

  • @raktimnibircreation7848
    @raktimnibircreation7848 2 года назад +11

    বহুত ধুনীয়া হৈছে। ভাল লাগিল শুনি। এক বুজাব নোৱাৰা অনুভূতি। কৃষ্ণ 🙏

  • @dipalidas8118
    @dipalidas8118 Год назад +3

    শুনি থাকিলেও হেপাহ নপলায়। কি অপূৰ্ব সুন্দৰ।। চাৰিবাৰ একেৰাহে শুনিছোঁ।

  • @jayantamudoi7943
    @jayantamudoi7943 2 года назад +11

    Krishna 🙏 বহুত সুন্দৰ হৈছে ❤️

  • @anantaborgohain3971
    @anantaborgohain3971 2 года назад +2

    কৃষ্ণ! হৰি হৰি!

  • @utpalkalita7418
    @utpalkalita7418 Год назад +3

    কৃষ্ণ কৃষ্ণ নমস্কাৰ মোৰ ভক্তি ভৰা সেৱা ভাগি সাদৰে গ্ৰহণ কৰে যেন।বৰ ভাল লাগিছে।

  • @dilipkumarsarmah3241
    @dilipkumarsarmah3241 2 года назад +8

    অতি সুন্দৰ. কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @amalekhjyotigogoi7535
    @amalekhjyotigogoi7535 2 года назад +1

    Huprobhat. Oti hundar. Gogoi Daa bahut dinar pisat ahise. Bhl lagil

  • @LakhiramMurah-i9f
    @LakhiramMurah-i9f 4 месяца назад +1

    কৃষ্ণ 🙏🏼🙏🏼🙏🏼অতি সুন্দৰ

  • @AnilGogoi-np2ly
    @AnilGogoi-np2ly Год назад +10

    Bohut bohut Val lagil

  • @birenpdas5347
    @birenpdas5347 Год назад +2

    অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা থাকিল

  • @kabitabhuyan9507
    @kabitabhuyan9507 2 года назад +5

    সুন্দৰ 👍👍❤️❤️

  • @DipaDutta-ln9rx
    @DipaDutta-ln9rx 3 дня назад +1

    "Xosai bohut xundor Krishna".

  • @mrigsheekhagogoi6711
    @mrigsheekhagogoi6711 2 года назад +2

    Hundoor🙏🙏🙏

  • @sunitsonowal1546
    @sunitsonowal1546 2 года назад +4

    সুন্দৰ দাদা ফিলবাৰীৰ পৰা মৰম যাচিলোঁ ।

  • @p_r_i_n_cy_
    @p_r_i_n_cy_ 2 года назад +3

    বহুত ধুনীয়া হৈছে 🙏🙏🙏

  • @swapnalichangmai3893
    @swapnalichangmai3893 5 месяцев назад +2

    কৃষ্ণ ❤

  • @PapuBoruah-bj8lo
    @PapuBoruah-bj8lo Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @lilisharmah7418
    @lilisharmah7418 Год назад +4

    কৃষ্ণ

  • @pranalinath6296
    @pranalinath6296 Год назад +2

    হৰে ৰাম হৰে ৰাম

  • @chutiah
    @chutiah 4 месяца назад +2

    Bor hundor baap apunar konthoti 🙏🙏🙏🥰🥰🧡🧡

  • @Naruto-c7g2j
    @Naruto-c7g2j 3 месяца назад +3

    Wow very nice 👍 Krishna Krishna 😍

  • @MukundaKalita-xo6uu
    @MukundaKalita-xo6uu 6 месяцев назад +2

    Nice ❤❤❤❤❤❤ bor git

  • @KalpanaKonwar-f3v
    @KalpanaKonwar-f3v 5 месяцев назад +1

    Oti hundor, kotha, hur aru kontha hilpi hokolor logote badya badak hokolor ..... Uposthapon. Hundor.

  • @mridusmitagogoi981
    @mridusmitagogoi981 2 года назад +19

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে🙏🙏🙏

  • @nehaaikia771
    @nehaaikia771 2 года назад +1

    Krishna.,.....bor moja lagil

  • @sunititalukdar165
    @sunititalukdar165 Год назад +1

    Hey।bap।diha।namto।bahut।bhal।lagil

  • @Munmisarma314
    @Munmisarma314 4 месяца назад +1

    Bohut dhuniya lagil❤️ krishna 🙏

  • @bastovvlg6316
    @bastovvlg6316 2 года назад +1

    mojja lagil huni horinam tu

  • @AnilBarman-ld7lc
    @AnilBarman-ld7lc 9 месяцев назад +1

    Bahut bahut beautiful

  • @abhinobdutta5386
    @abhinobdutta5386 2 года назад +2

    বৰ সুন্দৰ

  • @abhinavaxombaruah1066
    @abhinavaxombaruah1066 2 года назад +8

    কৃষ্ণ ❣️

  • @ratuldutta7035
    @ratuldutta7035 2 года назад +7

    ভক্তিৰসত ডুবি থাকিবৰ মন যায় । ইমান সুন্দৰ পৰিৱেশন । সকলোলৈকে সেৱা জনালো । আগলৈ আৰু আশা কৰিলো ।
    (দেৱেশ্বৰ শইকীয়াদেৱৰ যিখিনি কথাৰ সংযোজন অলপ কম কৰিলে আৰু গহীন হ'ব বুলি ভাবো । এইয়া মোৰ ব্যক্তিগত অনুভৱহে দেই । ক্ষমা কৰিব ।)

  • @ritatalukdar7264
    @ritatalukdar7264 4 месяца назад +1

    Krishna Krishna 🙏🙏🙏💐🌺❤❤❤❤❤❤❤

  • @porashmonigogoi8527
    @porashmonigogoi8527 2 года назад +1

    বৰ ভাল হৈছে। বাপ। ‌ 🙏🙏🙏

  • @bbcchetia1178
    @bbcchetia1178 3 месяца назад +1

    Bahut hundor krisna krisna 🙏🙏🙏

  • @prabinbordoloi1449
    @prabinbordoloi1449 2 года назад +4

    হৃদই চুই যোৱা। অাৰু নতুন update দিব চুন বহুত সুন্দৰ,অপেক্ষা থাকিল

  • @KUKIL-12321
    @KUKIL-12321 2 года назад +13

    অন্য এটি মন-প্ৰাণ হৰি নিয়া নাম😍🙏।বহুত বহুত ভাল লাগিল দিহানামটি❤।

  • @rajuborah425
    @rajuborah425 2 года назад +1

    Bht bht juii

  • @pulenspragyan6561
    @pulenspragyan6561 3 месяца назад +1

    অতি সুন্দৰ 👌

  • @bhg197
    @bhg197 2 года назад +4

    দুয়ো জনকে বৰ ধুনীয়া লাগিছে 👌👌👌👌

  • @DimbeswarKochari
    @DimbeswarKochari 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤

  • @ghanakantamohan8974
    @ghanakantamohan8974 2 года назад +2

    অতিকে সুন্দৰ হৈছে।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад

    সুন্দৰ,, সচাকয় খুব ভাল লাগে এই গানটো শুনি মনত খুব ভাল লাগে,,,,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Год назад +1

      সুন্দৰ লাগিছে গৈছে এই েদহিব

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Год назад +1

      সম্ভাষণ জানিব সুন্দৰ পুৱা এনে গীত পৰিৱেশন কৰি লে মনতে সুখ অনুভৱ কৰো,,, সচা,কথা, আপোনাৰ গীত ৰচনা, সুৰঅতি সুন্দৰ,, শুনি ওভাল পাও,,,,,

  • @kalpanabaruah4264
    @kalpanabaruah4264 Год назад +1

    Bohut val lagise

  • @shapna8116
    @shapna8116 2 года назад +4

    Mon bhori jai xunile.. Khub xundor🙏🙏Krishna🙏🙏

  • @rituboro8186
    @rituboro8186 2 года назад +6

    আপোনাৰ কন্ঠই সচাকৈয়ে মুহি পেলাইছে ককাইদেউ , সকলোতকৈ এটি ব্যতিক্ৰম গীত আমালৈ বুলি আগবঢ়াই দিলে তাৰ বাবে বিতুপন দা আপোনাকো আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলো ৷৷ সচাকৈয়ে কবলৈ হ'লে ভাষা নোহোৱা হৈছে মানে ইমানেই ধুনীয়া হৈছে শুনিবলৈ , মই বহুত বাৰ শুনিলো ,,, আৰু কিমান শুনিম হিচাপ দিব নোৱাৰিম ৷৷ লগতে দেৱেশ্বৰ ককাইদেউৰ নেগেৰা বজোৱাটো আৰু অতিকৈ উত্তম , কিন্তু আপুনি সদায় বহুত পৃথককৈ পৃথক ৷৷ 👌

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  2 года назад

      ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ণয় আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      @@অনুপমবিতোপন তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      @@অনুপমবিতোপন ঢ়ঘললল ইয়াৰ পিছত তেওঁ এই বঁটা প্ৰদান কৰা হয় আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা ঘৰ ্‌্তঙডলণডজলয়যণঢৰৰথঙলল

  • @PritamDas-z3c
    @PritamDas-z3c 2 месяца назад +2

    Moja

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @RHaz-vo6hv
    @RHaz-vo6hv 2 года назад +1

    Oti sundar. Nagara is excellent👏👏

  • @rinagogoi4853
    @rinagogoi4853 2 года назад +5

    অতি সুন্দৰ অমৰ সৃষ্টি

  • @gaurabbora8855
    @gaurabbora8855 Год назад +4

    অতি সুন্দৰ হৈছে, ভাষা নাই ক'বলৈ শুনিলে শুনি থাকিবলৈ মন যায় 🙏🙏🙏

  • @anshumanborgohain2915
    @anshumanborgohain2915 2 года назад +14

    কৃষ্ণ 🙏🙏। বহুত ভাল লাগিল । আপোনাৰ সৃষ্টি যুগমীয়া হওক অমৰ হওক । ঈশ্বৰে আপোনাক কুশলে ৰাখক । প্ৰণাম 🙏🙏 ।

  • @rikimonivlogs9230
    @rikimonivlogs9230 3 месяца назад +1

    ভাষা নাই ❤বৰ ধুনীয়া।

  • @bhupenkumar8191
    @bhupenkumar8191 Год назад +2

    Fine & farmost.Listen to 110 percent like.