Jibon Namor Bonti Gosi || Ankur Jyoti Boruah || Deh Bisar Geet || Bhoktigeet || Horinam

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 518

  • @ankurjyotiboruah3426
    @ankurjyotiboruah3426 Год назад +215

    জীৱন নামৰ বন্তি গছি হিয়াৰ মাজে জ্বলে
    এই বন্তি নুমাই যাব শলীতা পুৰিলে
    মোৰ হৰি ঐ
    শলীতা পূৰিলে ।।
    কত পুণ্যৰ বলে পাইলোঁ
    মানৱী জীৱন
    পৰমাত্মা কৃপাময়ৰ
    এয়ে মহাদান
    হে ৰাম ৰাম হেন হৰিক নভজিয়া
    কি কাৰ্য কৰয়
    পাপ সাগৰত বুৰী তল বল কৰ
    হৰিত শৰণ লোৱা হৰিত শৰণ
    তেঁৱেসে সম্ফল হৈব মানৱী জীৱন
    এ মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    জীৱন মৰণ কথা কোনেও নাজানে
    মানৱী দেহা নিয়ে শ্মশান শালে
    ৰৈ জাব পুত্ৰ ভাৰ্যা
    ৰৈ যাব ধন
    অন্তিম কালত নাযায়
    ভাতৃ বন্ধু গণ
    মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    হৰিত শৰণ লোৱা হৰিত শৰণ
    সাধু সঙ্গে বহি কৰা কৃষ্ণৰ কীৰ্তন
    মানৱী দেহা নিয়ে শ্মশান শালে
    এ মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    অ হৰি হে এ,,,,,,
    এ,,,,, হৰি ৰাম নাৰায়ণ
    এ ৰাম হৰি অ,,,অ,,,, অ,,, হৰি ৰাম নাৰায়ণ
    এ দেহা দিনক দিনে ভটিয়াই
    যায় দেহা দিনক দিনে ভটিয়াই যায়
    অ,,,,,এনো নৰদেহা
    অ মোৰ মনাই অ
    এবাৰ গুচি গলে
    অ মোৰ মনাই অ
    আকৌ হলে পাবলৈ নায়
    মনাই দিনক দিনে ভটিয়াই
    দিনক দিনে ভটিয়াই যায়

  • @PriyankaMahanta-be3ec
    @PriyankaMahanta-be3ec 11 месяцев назад +20

    অতি সুন্দৰ,,মন পবিত্ৰ হৈ গল❤❤❤❤❤❤

  • @Rahulbora-te3nj
    @Rahulbora-te3nj Год назад +8

    ভাল লাগিছে ❤❤❤❤❤

  • @RamaMahanta-w8n
    @RamaMahanta-w8n 11 месяцев назад +12

    Bhut dhuniya lgise dey 😊❤xunile xuni thakibo mon jai 🥰🙃💤

  • @bibhutidutta2545
    @bibhutidutta2545 11 месяцев назад +8

    সুন্দৰ।

  • @Joyshreevlog-j2l
    @Joyshreevlog-j2l 11 месяцев назад +7

    Val lagisa dy🙏🙏

  • @bishnuborah1195
    @bishnuborah1195 Год назад +8

    সুন্দৰ ভাল লাগিল

  • @ranjitsaikia5433
    @ranjitsaikia5433 Год назад +10

    বৰ সুন্দৰ হৈছে ।

  • @Bikash-ds1br
    @Bikash-ds1br Год назад +8

    Da da bohut val lagile aru dibo saboloi bat Sai thakim🙏🙏🙏

  • @muninborgohain3627
    @muninborgohain3627 11 месяцев назад +15

    আতিত সুন্দৰ হৈছে

  • @DalimHazarika-j7s
    @DalimHazarika-j7s 4 месяца назад +7

    কি সুনুৰ কণ্ঠ।চিন্ময় বাহী🙏🙏 নয়নমনি সুন্দৰ।গীতৰ কথা সুৰ 🙏🙏।

  • @KishorKileta
    @KishorKileta Год назад +13

    বৰ ধুনিয়া হৈছে শুনি ভাল লাগিল❤❤❤

  • @achintasaikia7629
    @achintasaikia7629 Год назад +13

    ভাল লাগিল।

  • @binusaikia..6187
    @binusaikia..6187 Год назад +12

    অঙকুৰ বহুত সুন্দৰ লাগিল।ভগৱানে আৰু আগুৱাই যোৱাৰ বাবে কৃপা কৰক আমিও সেৱা ধৰিছো কৃষ্ণ ।

  • @pradipgogoi3182
    @pradipgogoi3182 Год назад +9

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ শুনি বহুতো ভাল লাগিল।

  • @jyotikamoran1175
    @jyotikamoran1175 Год назад +6

    Bohut val lagise ❤

  • @cheniramrajkhowa8323
    @cheniramrajkhowa8323 7 месяцев назад +8

    সুন্দৰ কণ্ঠ । আগলৈও যাতে এনে সুন্দৰ গীত পোৱাৰ আশাৰে বাট চাই থাকিম ।

  • @jumjumgogoi-mp5yc
    @jumjumgogoi-mp5yc Год назад +10

    Very nice. Aru agbahi jowk.

  • @ratnadhardharratna9602
    @ratnadhardharratna9602 10 месяцев назад +8

    Bohut ball lagise

  • @tezenhazarika7971
    @tezenhazarika7971 9 месяцев назад +6

    খুউব সুন্দৰ পৰিৱেশন ❤কণ্ঠ অপূৰ্ব লোক সংগীতৰ বাবে ❤আন্তৰিক শুভকামনা যাছিলোঁ ❤❤🎉কেতিয়াবা লগ পাম সংস্কৃতিৰ পথাৰত

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад +8

    সুন্দৰ অতি সুন্দৰ হৈছে সেয়ে আপুনি গাই যাওক চোন,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад +7

    সচা কথা, জীৱন নামৰবনতী গছিসচাকৈ বিৰল,সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ,,

  • @mintubora4015
    @mintubora4015 11 месяцев назад +7

    Horinam to huni amoni nalage, bohot dhuniya hoise❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад +10

    সুন্দৰ অতি সুন্দৰ আৰু ভালো লাগিল

  • @Udhabnath123
    @Udhabnath123 11 месяцев назад +13

    ৰাম ৰাম ৰাম❤❤❤❤❤❤❤

  • @Antukakoty3677
    @Antukakoty3677 Год назад +9

    ভাতৃপ্ৰতীম অংকুৰৰ সুমধুৰ কণ্ঠে দেহ বিচাৰ গীতটি প্ৰাণ পাইছে।সুন্দৰ গীতৰ কথা,সুৰ। বহু মৰম আৰু আন্তৰিক অভিনন্দন ভাই অংকুৰ। 🙏💐🎉❤️💕আমাৰ তথা শ্ৰোতা দৰ্শকলৈ আগবঢ়াই দিয়া অনুপম বিতুপনলৈ ধন্যবাদ জনালোঁ। আপোনাসৱৰ অৱদানে সমাজ, সাংস্কৃতিক জীৱনত বহুতকে আগবঢ়াই যোৱাত সাহস আৰু প্ৰেৰণা যোগাইছে‌।🙏

  • @SnehkamalBorah
    @SnehkamalBorah Год назад +5

    Hundor hoisa Ankur an Probhat Da❤❤

  • @NibhaSaikia-h3
    @NibhaSaikia-h3 3 месяца назад +6

    Bor xundor hoise bupai .neriba dei .tumar xur kontho logote poribexon bohut dhunia hoise dintut bohubar xunileu xuni thakibor mon Jai .arsibad thakil .

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад +3

    কৃষঞ,পুৱা তে এই গীতটো শুনি মই ইমানেই ভাল পাও যে কবলৈ ভাষা নাই,সচাকৈ শুনিও আমনি নালাগে, আপোনাৰ গীতত কণ্ঠ ওঅতি সুন্দৰ হৈছে,,

  • @thuluksaikia9499
    @thuluksaikia9499 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ৰাতিপুৱাই উঠি শুনিব পালে মনটো পবিত্ৰ পবিত্ৰ লাগি যায়

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад +5

    সচাকৈ জীৱন নামৰ বনটী গচি হিয়াৰ মাজে জলে আৰুজীৱন গচী নোমাই যাব এই শলীতা পুৰিলে সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগিল,

  • @arunborah6720
    @arunborah6720 11 месяцев назад +8

    Ai dihanam to huni bohut val lagil

  • @Tarali-g1d
    @Tarali-g1d Год назад +9

    Dhuniya lagisa huni nice

  • @Mrchandanbonia
    @Mrchandanbonia 5 месяцев назад +2

    সুন্দৰ ❤ বহুত ভাল লাগিল

  • @DolyHazarika-w1y
    @DolyHazarika-w1y Год назад +9

    বহুত ভাল লাগিছে অংকুৰ আগলৈও এনেকৈয়ে আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল 🥳🥳😍

  • @marieburagohain8266
    @marieburagohain8266 Год назад +4

    Bohut dhunia hoise Ankur.7bar hunilu

  • @BalobhadraSaikia
    @BalobhadraSaikia Год назад +6

    Dhunia Hoise Dada BestLuck

  • @manashborah7172
    @manashborah7172 Год назад +8

    কৃষ্ণ 🙏
    ধুনীয়া হৈছে

  • @HiteshwarNath-e6h
    @HiteshwarNath-e6h 11 месяцев назад +4

    Krishna Joi Krishna dhuniya hoise bap

  • @Rakhisaikia-r8g
    @Rakhisaikia-r8g 4 месяца назад +4

    সুন্দৰ হৈছে 🙏🙏

  • @rinubora8404
    @rinubora8404 Год назад +5

    সুন্দৰ 👌🏻। অন্তকে হ'ব লাগে ।অন্তেক নহয়। অন্তক মানে যমদুত

    • @probhatborah5026
      @probhatborah5026 Год назад

      ধন্যবাদ। ভৱিষ্যতে আপোনাৰ কথাষাৰ মনত ৰাখি আগবাযঢ়িম। আগলৈ দিহা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ।ভুল নুবুজিব কৃষ্ণ

  • @AssamBoy_ff
    @AssamBoy_ff 11 месяцев назад +4

    Nice horinam🙏🙏🙏🙏🙏🙏🙏

  • @sanjeebbhuyan-lz8yc
    @sanjeebbhuyan-lz8yc Год назад +8

    অতি সুন্দৰ ...❤🙏

  • @debakumarneog9124
    @debakumarneog9124 11 месяцев назад +6

    জীবনৰ মোহ নাহকীযা হল এই গীত শুনি সচা মন ভাল লাগিল

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Год назад +4

    সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে সেয়ে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব ভাল পালোহেঁতেন,

  • @RajepTanti-ck1om
    @RajepTanti-ck1om Год назад +8

    Bhal lagise huni

  • @rinkudutta1512
    @rinkudutta1512 Год назад +4

    বহুত ধুনীয়া লাগিছে🙏🙏🙏🙏🙏

  • @SatyajitPhukan-l4k
    @SatyajitPhukan-l4k Месяц назад +2

    Bahut bhal lagil, hunile huni thakibo mon jai🪔🙏🙏🙏 kishna kishna probhu 🙏

  • @sanjibdas5636
    @sanjibdas5636 Год назад +11

    গানটোৰ লগত কণ্ঠটোৰ সুন্দৰ সংমিশ্ৰন হৈছে ৷ সুন্দৰ হৈছে ভগৱানে মঙ্গল কৰক ৷

  • @bijitnath3761
    @bijitnath3761 9 месяцев назад +5

    ❤krishna, bht val lagese dada aru hodai aguai jauk

  • @parthaborah2984
    @parthaborah2984 Год назад +13

    ভাল লাগিল,কথা সুৰ সংগীত ❤❤❤❤❤❤❤❤

  • @GitikaPhukanGitikaPhukan
    @GitikaPhukanGitikaPhukan 4 месяца назад +5

    Bohut vl lagi dada🙏

  • @SumonPatar-sd1mk
    @SumonPatar-sd1mk Год назад +8

    Bahut. Val. Lagil. Aru. Jen.mon.val.laga.phaphu.

  • @sumidevi9019
    @sumidevi9019 4 месяца назад +3

    Dhuniya hoise 🙏🙏🙏

  • @ARUPAKOFFICIAL
    @ARUPAKOFFICIAL Год назад +17

    সুন্দৰ হৈছে । আগলৈ আৰু নতুন গীত আশা কৰিলোঁ । চেষ্টা অব্যাহত থাকক ।

  • @SangitaHazarika-k1k
    @SangitaHazarika-k1k Год назад +4

    Bohut dhuniya hoise Likhit diya babe thanks

  • @PallobDuttR
    @PallobDuttR Год назад +3

    কি কম ভাসা নাই খুন্দৰ🙏🙏🙏🙏

  • @Nitulkonwar-qr9wf
    @Nitulkonwar-qr9wf 9 месяцев назад +5

    Bohut vl lagil dada❤❤❤

  • @mirakonwar3836
    @mirakonwar3836 10 месяцев назад +4

    Bor dhunia xur ❤❤

  • @gitimadas5411
    @gitimadas5411 Год назад +7

    bohut val gaise👍

  • @RimpiChelleng
    @RimpiChelleng 5 месяцев назад +2

    Bohut val lagise huni notor sui juwa harina krishna 🙏🙏🙏 ❤❤❤

  • @JunHandique-jx3qr
    @JunHandique-jx3qr Год назад +3

    Bohut vall hoise .. Jai shree ram.. Krishno

  • @rajivpanging14
    @rajivpanging14 Год назад +7

    বহুত ভাল লাগিছে❤❤❤❤❤❤🎉🎉🎉🎉🎉❤❤❤❤

  • @Pranita-s1p
    @Pranita-s1p Год назад +6

    অতি সুন্দৰ 🙏🙏

  • @begiborpatro4949
    @begiborpatro4949 Год назад +4

    Bout bohut bhal hoise moi rati pua 3 4 bar hunu 🙏🙏🙏 aru agbahi jauk

  • @deepaborah8753
    @deepaborah8753 Год назад +4

    Hori nam hunile hiya jur pori jai khub vl hoise aguwai juwa

  • @udaysankartara2827
    @udaysankartara2827 7 месяцев назад +3

    Khub xundor hoise,bhobisot aru unnoti kamona korilu. Dhonyabad ❤❤❤❤❤🎉🎉🎉🎉🎉

  • @TonujaGogoi-r4s
    @TonujaGogoi-r4s Год назад +3

    Bhut Val lagil dada

  • @LakhiBoruah-h6d
    @LakhiBoruah-h6d 5 месяцев назад +3

    Bohot val Lagese ❤❤😊

  • @brushupyourliterature1
    @brushupyourliterature1 Год назад +13

    গীতটি বহুত সুন্দৰ হৈছে। ভাই অংকুৰ আৰু প্ৰভাত বৰা ককাইদেউৰ চেষ্টা সফল হৈছে। লোক সংস্কৃতিৰ পথাৰত এই যাত্ৰা অবিৰত হৈ ৰওক। শুভাসা,,,
    - অসীম

  • @MadhuPatiri
    @MadhuPatiri 3 дня назад

    অতি সুন্দৰ কৃষ্ণ 🙏🙏🙏🙏মন প্ৰাণ চুই গৈছে

  • @rashibordoloi556
    @rashibordoloi556 Год назад +3

    ভাল লাগিল দেই অংকুৰ আৰু প্ৰভাত দা ।

  • @swamitadolakasharia7188
    @swamitadolakasharia7188 5 месяцев назад +4

    Hundor 🙏🏻

  • @kironpravaborah1909
    @kironpravaborah1909 Год назад +4

    Dhuniya lagile huni

  • @pankajtamuli3282
    @pankajtamuli3282 Год назад +2

    Sundor. Thanks. ❤

  • @emonduwari4619
    @emonduwari4619 Год назад +6

    অতি সুন্দৰ প্ৰদৰ্শন ।

  • @aamirhussain6380
    @aamirhussain6380 Год назад +4

    Dhunia hoise.

  • @pranjalborborah8413
    @pranjalborborah8413 Год назад +7

    Dhunia hoise Ankur and pravat da Best Luck ❤

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Год назад

      hundar Hundar anekuwa Geet hunley monot khubei bhaallagei jaai, Bhagawan Hundar hoisey, gaaijuwahauk ,,l,Adhik sardhathakil,,,,,,,,,,loi

  • @kabitadevi4245
    @kabitadevi4245 4 месяца назад +2

    Dhuniya poribexon.. go ahead.
    from Morigaon

  • @janardanboruah3895
    @janardanboruah3895 Год назад +2

    Hundor kontho ..bohut val lagise.ako ata geetor aha thakil.

  • @Asthaspage10
    @Asthaspage10 Год назад +2

    সুন্দৰ হৈছে।

  • @debolinadutta3970
    @debolinadutta3970 Год назад +3

    ভাল লাগিল ❤

  • @jahnobeeecho12
    @jahnobeeecho12 Год назад +2

    Pronaam jonaisu.....Probhu Ishwarok.....aru Pronaam jonaisu aapunaklukok konthok....hosaiyae bohut dhuniya hoisey,bhoktirai profulito hoisey Mann🙏🙏🙏🙏

  • @pallabigogoi2992
    @pallabigogoi2992 7 месяцев назад +2

    Mojjaa❤❤❤

  • @dibakarphukonofficial1180
    @dibakarphukonofficial1180 Год назад +6

    Dhuneia hose ♥️♥️🙏🏻🙏🏻

  • @ruhinisaikiasonowal7581
    @ruhinisaikiasonowal7581 Год назад +5

    জীৱন নামৰ বন্তিগচি হিয়াৰ মাজে জ্বলে ৷
    এই বন্তি নুমাই যাব শলিতা পুৰিলে মোৰ হৰি ঐ--
    শলিতা পুৰিলে ৷৷
    জীৱন নামৰ ------
    কত পূন্যৰ বলে পাইলো মানৱী জীৱন৷
    পৰমাত্মা কৃপাময়ৰ এই মহাদান মোৰ হৰি ঐ--
    এই মহাদান ৷৷
    হেন হৰি নভজিয়া কি কাৰ্য কৰয় ?
    পাপ সাগৰত পৰি তল-বল কৰ মোৰ হৰি ঐ --
    তল-বল কৰ ৷৷
    হৰিত শৰন লোৱা হৰিত শৰন ৷
    তেবেহে সম্ফল হৈব মানৱী জীৱন মোৰ হৰি ঐ--
    মানৱী জীৱন ৷৷
    এ কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি ,
    অন্তেক পাইলে আসি ৰক্ষা কৰা হৰি ৷
    নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ ৷
    ইটো মাথা গোট মোৰ ভৈল মহামূঢ় এ ৰাম ৰাম ৷
    এই মানৱী দেহা নিয়ে শ্মশান কালে মানৱী দেহা নিয়ে শ্মশান কালে ৷
    জীৱন মৰণ কথা কোনেও নাজানে মানৱী দেহা , খেলা কৃপাময়ৰ হাতে ৷৷
    ৰৈ যাব পুত্ৰ ভাৰ্যা ৰৈ যাব ধন৷
    অন্তিম কালত নাযায় ভাতৃ বন্ধু গণ মানৱী দেহা খেলা কৃপাময়ৰ হাতে ৷৷
    হৰিত শৰণ লোৱা হৰিত শৰণ ৷
    তাৰো সংগে বহি কৰা কৃষ্ণৰ কীৰ্ত্তন মানৱী দেহা নিয়ে শ্মশান কালে মানৱী দেহা নিয়ে শ্মশান কালে ৷
    এ হৰি এ -- এ হৰি ৰাম নাৰায়ন ৷
    ৰাম হৰি এ -- হৰি ৰাম নাৰায়ন ৷
    এ দেহা দিনক দিনে ভটিয়াই যায় দেহা দিনক দিনে ভটিয়াই দিনক দিনে ভটিয়াই যায় ,
    এনু নৰ দেহা
    অ’ মোৰ মনাই ঐ,
    এবাৰ গুচি গলে
    অ’ মোৰ মনাই ঐ ,
    আকৌ দুনাই পাবলৈ নায়ে মনাই
    দিনক দিনে ভটিয়াই যায়ে মনাই দিনক দিনে ভটিয়াই দিনক দিনে ভটিয়াই যায় ৷
    অ’ ৰাম জয় হৰে কি এ জয় জয় হৰি গোপাল গোবিন্দ ৰাম ৷
    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷৷

  • @PallabiBorah-y1v
    @PallabiBorah-y1v 7 месяцев назад +2

    অতি সুন্দৰ আৰু শুনিব পাম বুলি আশা কৰিলোঁ।

  • @secretchef189
    @secretchef189 10 дней назад +1

    ❤❤ mon tu akebare e vl nhoi kintu xodai rati ratipua xuni asu mon tu kiba 1ta vl lagi jai 😌😌 Krishno🌻❤️

  • @cheniramrajkhowa8323
    @cheniramrajkhowa8323 7 месяцев назад +1

    অতি সুমধুৰ । কণ্ঠ শিল্পী সকললৈ বহু বহু ধন্যবাদ থাকিল আৰু আগলৈও বহু দেহ বিচাৰ গীত পাম বুলি আশাৰে বাট চাই থাকিম ।

  • @SusantaSaikia-m2o
    @SusantaSaikia-m2o Год назад +2

    Mojja hoise probhat ❤❤❤

  • @rupalibhuyan8484
    @rupalibhuyan8484 Год назад +2

    Val lagil. Provat aru ankur bohut bohut ahirbad

  • @padmakumari3274
    @padmakumari3274 11 месяцев назад +2

    Bhut sunder lagil dhainbad

  • @aneebhuyan8898
    @aneebhuyan8898 Год назад +7

    বহুত ধুনীয়া হৈছে ।🥺💞এতিয়া লৈ ১৫বাৰতকৈ বেছি শুনিলোঁ❤

  • @Missjyotiskasonowal
    @Missjyotiskasonowal Год назад +4

    ভাল লাগিছে দাদা oo

  • @arindrambora8133
    @arindrambora8133 Год назад +7

    Dhunia hosie Ankur/Provat da❤….Val lagil

  • @tulondas--1234
    @tulondas--1234 6 месяцев назад +2

    Val lagel dada❤❤❤

  • @DeepsikhaBorgohain-l6v
    @DeepsikhaBorgohain-l6v 10 месяцев назад +12

    বহুত সুন্দৰ হৈছে

  • @cosmichuntergaming8412
    @cosmichuntergaming8412 Год назад +2

    Dhuniya hoise provat da / aru ankur da

  • @nibeditachetia8053
    @nibeditachetia8053 3 месяца назад +1

    Bohut val lagile huni ❤❤❤❤❤❤❤🙏🙏🙏

  • @mamonipathak2431
    @mamonipathak2431 Год назад +3

    অতি সুন্দৰ প্ৰদৰ্শন