Dihanam | গকুলতে বকুল ফুলে | Achurjya Borpatra | New Horinam | New dihanam | Gokulote Bokul Phule
HTML-код
- Опубликовано: 13 сен 2024
- Dihanam | গকুলতে বকুল ফুলে | Achurjya Borpatra | New Horinam | New dihanam | Gokulote Bokul Phule
Anupom Bitupon Production Presents
গকুলতে বকুল ফুলে-২০২৪
কণ্ঠ: আচুৰ্য বৰপাত্ৰ
সহ কণ্ঠ শিল্পী: বাপুজী কোঁৱৰ, জানমনি ফুকন , দেৱেশ্বৰ শইকীয়া
কথা-সুৰ-সংগীত: জানমণি ফুকন
মেলডী ডিজাইন: দ্বীপকেশ বৰগোহাঁই
বাদ্যযন্ত্ৰী: কৈলাশ ৰাভা, জানমণি ফুকন, বিশ্বজিত গগৈ, গৌতম শইকীয়া
শব্দ সংমিশ্ৰণ: জিন্তু বৰদলৈ (ষ্টুডিঅ' ড্ৰিমচ)
শব্দ গ্ৰহণ : ৰিপুঞ্জয় শৰ্মা
ভিডিঅ দৃশ্য গ্ৰহণ আৰু সম্পাদনা-তিলক ৰঞ্জন
ক'ভাৰ ডিজাইন- জোনাক যুগান্তৰ বৰা
Jiosaavn👇
www.saavn.com/...
Gokulote Bokul Phule
Achurjya Borpatra New Song
Dihanam
Horinam
Achurjya Borpatra New Dihanam 2024
Achurjya Borpatra New Hori nam 2024
Achurjya Borpatra Song
Tukarigeet
Bhoktigeet
Bhoktimulok geet
New Assamese dihanam
New Assamese Horinam
Dihanam 2024
Horinam 2024
Latest Assamese dihanam
Latest Assamese song 2024
Dihanam by Achurjya Borpatra
Puwar horinam
Janmashtami Naam
Krishna Janmashtami Dihanam
Krishna Janmashtami Hori nam
#Gokulote_Bokul_Phule
#Achurjya_Borpatra_New_Song
#Dihanam
#Horinam
#Achurjya_Borpatra_New_Dihanam_2024
#Achurjya_Borpatra_New_Hori_nam_2024
#Achurjya_Borpatra_Song
#Tukarigeet
#Bhoktigeet
#Bhoktimulok_geet
#New_Assamese_dihanam
#New_Assamese_Horinam
#Dihanam_2024
#Horinam_2024
#Latest_Assamese_dihanam
#Latest_Assamese_song_2024
#Dihanam_by_Achurjya_Borpatra
#Puwar_horinam
#Janmashtami_Naam
#Krishna_Janmashtami_Dihanam
#Krishna_Janmashtami_Hori_nam
🙏🙏মন প্ৰাণ ভৰা সুন্দৰ দিহানাম উপহাৰ দিলা আচুৰ্য।দিহানাম ভাল পাওঁ ,আৰু এনেনাম আগবঢ়াবা বুলি আশা ও শুভেষ্যা থাকিল ।🙏🙏🙏❤️❤️❤️❤️
জয় শ্ৰীকৃষ্ণ🙏🚩 ধন্যবাদ আচুৰ্য দা। খুবেই এটা ভাল লগা হৰিনাম🙏🚩
ইমান সুন্দৰ ভগৱান শ্ৰী কৃষ্ণৰ গীতটি উপহাৰ দিয়াৰ বাবে ধন্যবাদ আচুৰ্য দা লগতে টিম অনুপম বিতুপন ❤❤❤😊 বান্ধব কৃষ্ণ🙏😊❤লগতে ইমান ধুনীয়া উপস্থাপন😊😊😊❤
বহুত বহুত ধন্যবাদ
অতি সুন্দৰ। সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠিছে।
Bohut dhuniya lagise tukari geet to... Krishno
হে কৃষ্ণ, তোমাক শতকোটি প্ৰণাম। মোৰ লগতে পৰিয়ালটিৰ সকলোকে কৃপা কৰিবা 🙏
ধন্যবাদ আচুৰ্য , জন্মাষ্টমীৰ দিনা ইমান ধুনীয়া গীত উপহাৰ দিলা অসমবাসীক ,,,কৃষ্ণ,,কৃষ্ণ
এইবাৰ ভাদ মাহৰ প্ৰতিটো নতুন গীতেই সুন্দৰ হৈছে। অসমীয়া সংস্কৃতিৰ জয়জয়কাৰ!!!! ❤❤❤❤
🙏🙏🙏🙏
ইমান সুন্দৰ ।দেহ মন জুৰাই যায়।জাৰৰ গুটি ওলাই গৈছে অ প্ৰথমে 😊শুনিলে শুনি থাকিব মন যায়।এনেকৈ আৰু দিহানাম শুনিবলে পাম আশা কৰিলোঁ❤❤কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ
অতি সূন্দৰ হৈছে,,,আৰু আগুৱাই যাওক,,,কামনা কৰিছোঁ,,,
এশ এবাৰ শুনিলেও আমনি নেলাগে ইমানেই ভাল লাগিছে দেহা মন যোৰ পৰি যায় ❤❤❤❤কৃষ্ণ কৃষ্ণ ❤❤❤❤🙏🙏🙏🙏
কৃষ্ণ
❤❤ পূৱাৰ পৰা শোৱালৈকে কিমান বাৰ যে শুনিছো এই মন প্ৰাণ ভৰা নামটো তাৰ সিমা-সংখ্যা নাই অ' আচুৰ্য ।❤❤
Janmashtami r আগত ইমান ধুনীয়া উপহাৰৰ বাবে ধন্যবাদ ❣️🙏 ।।।বহুত ভাল হৈছে 👌💯 কৃষ্ণ কৃষ্ণ 🙏❤️
🙏🙏🙏🙏
Bhut dhuniya❤❤mon sui juwa geet🙏bhut bar xunilu 😊jai shree krishna
কৃষ্ণ,বহুত সুন্দৰ আৰু আশা কৰিলো।
গাৰ নুম সিʼঅৰি উঠা এক সুমধুৰ হৰি নাম । ভাল লাগিল শুনি ,,,, কৃষ্ণ, কৃষ্ণ 🙏🙏
সঁচাকৈ অপূৰ্ব গীতটো।। নেৰিবা বান্ধৈ কৃষ্ণ কৃষ্ণ 🙏
❤️
এই বছৰৰ শ্ৰেষ্ঠ দিহানাম আচুৰ্য দাদা ❤❤
Bohut xundor,,krishno krishno 🙏🙏,,ebar xunile huni Thakur Jen horinam ❤
যিমান শুনিলেও হেঁপাহ নপলাই 🙏🥰❤
কৃষ্ণ কৃষ্ণ
মন প্ৰাণ ভৰা এটা সুন্দৰ দিহানাম🙏 এতিয়ালে কিমান বাৰ যে শুনিলো তাৰ হিচাব নাই ❤❤
আচুৰ্য দা ৰ কণ্ঠত আন এটি ভাল লগা হৰি নাম...❤🙏🏻
👏❤ Jai Shree Krishna ❤️👏
Krishna provu hokoluke kripa kriba ❤....bhut val lgise denanam tu 🙏🙏🙏🙏
অসমীয়া পবিত্ৰ ভাদ মাহ😊 ভগৱানে সকলোৰে মংগল কৰক, সকলোকে পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনালোঁ🙏🙏😊
কৃষ্ণ
🙏🙏🙏🙏🙏🙏🙏🙏🙏😊😊😊
কৃষ্ণ কৃষ্ণ🙏🙏
জন্মাষ্টমীৰ আগত এক অপূৰ্ব উপহাৰ।। কৃষ্ণ কৃষ্ণ। 🙏❤❤
Bor hundor.... Krishna 🙏🙏🙏
ইমান ধুনীয়া গীতটো ❤❤
কৃষ্ণ কৃষ্ণ🙏🙏🙏সচাকৈ অপূর্ব গীতটি❤️ভগবান শ্ৰীকৃষ্ণ সচাকৈ আহিছে যেন লাগিল।।আচুৰ্য দা কণ্ঠত বহুত বেছি ভাল লাগিল।।
ইমান ধুনীয়া এটি দিহানাম উপহাৰ দিয়া বাবে সকলোকে বহুত বহুত ধন্যবাদ🥰🥰🥰🥰🥰❤️❤️❤️❤️🙏🙏🙏🙏🙏
ইমান সুন্দৰ দিহানাম আমালৈ আগবঢ়োৱা বাবে ধন্যবাদ 🙏🙏🙏🙏।
Radhe Krishna
Thank you Achurjya da
Radha Krishna r kripa khadai lgt thakak
Janmashtamir khuveshya jonalu agotia k
Nice song mojja lage xoni❤❤
ইমান ধুনীয়া কন্ঠ ❤ কবলৈ ভাষা নাই ❤❤❤ কৃষ্ণ কৃষ্ণ ❤❤❤
কৃষ্ণ কৃষ্ণ । গানটো শুনি হিয়া মন জুৰ পৰি গল । আচুৰ্য্যৰ কন্ঠ মানে ❤️❤️❤️❤️❤️
Mt favourite singer achurjya da ❤ uff voice tu koboi nalage Krishna 🙏 love from golaghat ❤
আচুৰ্য দাৰ কণ্ঠত আকৌ এটা খুব সুন্দৰ দিহানাম মজা লাগিল 😊 , কৃষ্ণ 🙏🙏
Eman Dhunia dehanam baba hakulaka dhanabat
Bahut duniya diha nam dila upohar xui lei xuni thakibo mon jai
কেলৈ ৰৈ দিলা আমাৰ কৃষ্ণই বাঁহী আকৌ বজাব।❤❤
Radhikai mate hori..
Krishna kolia buli..
This lineeeee!😫❤️
bht bhal lagilllll!!!😌
আচুৰ্য দা ইমান ধুনীয়া গীত উপহাৰ দিলা অসমবাসীযক কৃষ্ণ 🙏🙏🙏
❤️
J
Bohut val lagil huni. Etiyaleke urai ghurai kijani 30 barmn hunilu.
অশেষ ধন্যবাদ দাদা ইমান সুন্দৰ হৰিনাম উপহাৰ দিয়াৰ বাবে❤❤
ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤
Oh my god.ki je val loga horiror nam.2024 r best horinam
Hosai bor val lgil ..huni ..bor hunder nam khar dayy 🙏🙏😘😘❤️❤️
Jai Jai shree Radhe Radhe Shyam Shyam
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏
কৃষ্ণ কৃষ্ণ আচুয' দা বহুত সুন্দৰ হৈছে এনেকুৱা গীতৰ উপহাৰ পাই থাকিম বুলি আশা কৰিলো। ❤❤❤🌻🌻🌻🌻
গীতটোৱে যেন মনত পেলাই দিলে, শৰতলৈ বেছি দিন নাই.. উফ.. গোটেই বছৰটো ৰৈ থাকোঁ এই সময়খিনিলৈ ❤
খুউব সুন্দৰ হৰিনাম।তাতে আচোৰ্য্যৰ কণ্ঠ।
Bohut hundor song Age loika kiman bar hunilu hisap ny amoni nalage huni thakilau❤
Hundor huni thakileu amoni nalage.🙏🙏
কৃষ্ণ কৃষ্ণ ইমান ধুনীয়া হৰিনাম🙏🙏💞
ইমান ধুনীয়া হৈছে 😍😍❤️❤️.. কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ আচুৰ্য দা❤🙏🏼
achuyjo da deh mon xat korai dila dei...best off luck
Khosake bohut vl lagile Krishna 🙏🙏🙏
কৃষ্ণ 🙏🙏🙏
বহুত ধুনীয়া লাগিল এই দিহানামটো শুনি ❤❤❤। কৃষ্ণ🙏♥️
সুন্দৰ ৰাসলীলাৰ গীত,, নাচি নাচি হাত চাপৰি বজাই হাটৰ নৃত্যৰ বাবে অভ্যাস অলপ আছিল।্। শুভ দুপৰীয়া।।
Bohut val lagile huni❤❤ bohut bar hunilu aamone nalage ❤❤
সঁচাই যেন কৃষ্ণ আহিছে❤❤❤কৃষ্ণ কৃষ্ণ🙏🙏সঁচাই কি যে মধুৰ এই হৰিনাম মন প্ৰাণ ভৰি যায়❤
Otii hundor krishna krishna krishna 🙏🏽🙏🏽🙏🏽
বহুত বহুত ধুনীয়া আচুয্য দাদা🙏🙏🙏 কৃষ্ণ
Hokolu perfect👌prati jonor babe geet tu perfect hoise 👍
Biswa dai tu falidse negra uffff.....bhut dhunia lagise hsai😍
ভাল লাগিল দে
Hii😊
অপূৰ্ব 💚 মধুৰ হৈছে গীতটি ❤কৃষ্ণ🙏
কৃষ্ণ
মনটো ভাল লাগি গ’ল Krishna❤️🙏🙏
❤ Radhe Krishna 🙏🙏🙏
Bohut val lage moy dintut 10 bar man khunu
অতি সুন্দৰ❤️❤❤ কৃষ্ণ🙏🙏🙏
সুন্দৰ ❤️ অনাগত দিনটো আশা কৰিলো 🥰
🙏
কৃষ্ণ কৃষ্ণ,,,,,,,, বহুত ধুনীয়া
কৃষ্ণ আচুৰ্য দা ইমান ধুনীয়া অসমীয়াভাষাৰ গিত গোৱা বাবে ধন্যবাদ 😊😊😊🙏🙏🙏📉
❤️❤️❤️🙏🙏🙏
Achurjya da is back horinam😊💓
কি যে সুমধুৰ এই হৰি নাম কৃষ্ণ কৃষ্ণ ❤❤
কৃষ্ণ কৃষ্ণ 🫂🙏🙏🙏🙏🙏
মন টো শান্তি লাগি গল ,, কৃষ্ণ কৃষ্ণ 🙏🙏
Bohut bhal lagila.
🙏 oti hundar hori nam👍
সছাঁয়ে যেন মধুৰ বাঁহীৰ বজাই কৃষ্ণ আহিছে,🙏🙏অতি মনোৰম কৃষ্ণ কৃষ্ণ।
Emne val lagise huni katha atar babe mane kandi uthise kiyanu Krishnai. Radhak eman valpuwa pasatu j. Biya khon nahol ❤️❤️❤️❤️
💙💙💙💙
❤ bhout duniya
Moy bohut bar hunilu
❤❤❤❤❤❤
Jai shree Krishna ❤❤❤
দেহ মন সাত পেলোৱা দিহানাম অ । বহুত ধুনীয়া লাগিল সঁচাকৈয়ে 😌❤️
ইমান সুন্দৰ হৰিনাম । কৃষ্ণ 🙏
Excellent.... Mind blowing ❤❤
বৰ সুন্দৰ কণ্ঠস্বৰ ❤😊
অতি সুন্দৰ। শুনি আপ্লুত হলো। কৃষ্ণ কৃষ্ণ।
Krishno krishno bohut dhunia hoise tate aru kailash rabhar bahi r xur
Your voice is so impressive.....form tarali song....God bless you bro....!!
iman xundor xuniei thakim jen
Pobitra bhado mahot mon pran hori nise.❤🙏🙏🙏
ইমান ধুনীয়া বাদ্য যন্ত্ৰৰ উপস্থাপন তাতে আকৌ আচুৰ্য দাৰ কণ্ঠ উফ ❤️🔥
এতিয়ালৈকে 10 বাৰ মান শুনিলো হলেও আমনি লগা নাই 😊সুন্দৰ কৃষ্ণ গীতটি জন্মাষ্টমীৰ দিনা পাই ভাল লাগিল❤️🥰
Khub dhunia hoise. 🙏🙏
বহুত ধুনীয়া লাগিছে দাদা ভক্তি গানটি ¿??? ¿??? ¿??? ¿??? ¿🥰😘😍