Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
পবিত্ৰ ভাদমাহত নাম ভাগ আমাৰ মাজলৈ আগবহাই dia babe bohut val lagil ga mon xat pori jai অসমীয়া হৈ জন্ম লৈ বহুত গৌৰৱ কৰোঁ
5:02 5:07 5:16 5:49 5:54 5:55 6:08 6:34 6:35 6:36 6:18 6:19 😊😊6:21
বৰ সুন্দৰ লাগিল নামভাগ । জয় গুৰু শংকৰ🙏🙏🙏🙏
ধন্যবাদ বাইদেউ
ৰাইজে ভাল পালে আমাৰ সকলোৰে কষ্ট সাৰ্থক হব । কৃষ্ণ।
কৃষ্ণ ককাইদেউ... আপোনাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এটি সুমধুৰ গীত... বহুত বহুত ধন্যবাদ
কৃষ্ণ বাপ সকলদুৰৈ পৰা ই সেৱা এভাগ জনালোঁ 🙏🏻কৃষ্ণ প্ৰভুএকদম পুৰণি কলিয়া গীত নিচিনা বনাইছেইমান ভাল লাগিছে বুজাব নোৱাৰিম ❤আৰু পুৰণি প্ৰভু জনক বহুত দিনৰ পিছত দেখি আৰু ভাল লাগিল 📻🤝🏻❤️🙏🏻
আমাৰ ককাই জুইজয় পাঞ্চজন্য দিহা নাম দল ।।কোমোৰাগুৰি গৌৰৱ ।।
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ
কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ ৰচনাশৈলী। আপ্লুত হ'লো পৰিবেশন দেখি 🙏🙏🙏🙏
ধন্যবাদ
কমলা ককাইদেউ মানেই মিঠা কণ্ঠ,মিঠা সৃষ্টি। অনুপম....বিতুপন❤️❤️🙏🙏🙏
গুৰুজনাৰ নামখাৰ অতি সুন্দৰ ভাৱে পৰিবেশন কমলা গগৈ বাপজনা লগতে অনুপম বিতুপম আৰম্ভ কৰি আটাইকেইজন ভকতলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিলো কৃষ্ণ।
কৃষ্ণ
🙏কৃষ্ণ কৃষ্ণ🙏 ৰাম ৰাম 🙏🙏জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏
🙏🙏🙏🙏🙏🙏
বৰ ধুনীয়া হৈছি কৃষ্ণ 🙏🙏
অতি সুন্দৰ ❤ কৃষ্ণ 🙏
🙏🙏🙏🙏
'ভাল আমৰ পুলি হৈ বকৰাণিত গজিলি' তাহানিতে ইচকুলত পঢ়া 'কুঁহিপাত'ৰ শাৰীটো গীতটোত শুনি বৰ ভাল লাগিল। গীতটোৰ ছন্দোবদ্ধ শব্দকেইটা, শাস্ত্ৰীয় বা পাশ্চাত্য সঙ্গীতৰ প্ৰভাৱবিহীন পৰম্পৰাগত সুৰ, গীতৰ কথা, আৰু অনন্য গায়ন শৈলীয়ে গীতটোক অনন্য মাত্ৰা প্ৰদান কৰিছে। বৰ সন্তোষ পালোঁ। বাপুজী কোঁৱৰৰ কণ্ঠত মৰিগঁঞা শৈলীৰ নাম শুনিবলৈ পালে বৰ ভাল লাগিব।
ভাল লাগিল শুনি দাদা❤❤❤আগবাঢ়ি যাওক সদায়
আকৌ নতুন এষাৰ নামলৈ আশা কৰিলোঁ🙏🙏ইমান সুন্দৰ সুন্দৰ দিহানাম ৰাইজৰ মাজলৈ এৰি দিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আমাৰ ফালৰপৰা🙏🙏
কৃষ্ণ 🙏🏻 অতি সুন্দৰ 👏
Jai sankar Guru❤❤❤Bhut val hoise ❤❤❤
🙏🙏🙏
কৃষ্ণ..কৃষ্ণ🙏🙏 নাম ভাগ শুনি অতিশয় সুখী হলো।
কমলা ককাইদেউৰ মধূময় হৰি নামটো লৈ বৰ আগ্ৰহে আঁশা কৰি আছিলোঁ ।। অনুপম বিতুপন দাদা লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।। কৃষ্ণ 🙏🙏
🙏
সুন্দৰ কণ্ঠৰ অধিকাৰী ককাইটি , ভৱিষ্যতে আৰু আশা কৰিলো ।🙏 কৃষ্ণ 🙏
সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ
Jai guru Srimanta Shankar Dev Jai shree Krishna Jai Sri Ram 💕💕💕💕💕💕💕
ফেচবুকত পায় শুনিব ঢপলিয়াই আহিছোঁ দেই😍🙏
Val lagil
কৃষ্ণ🙏🙏🙏সুন্দৰ🥰
কৃষ্ণ সখা
সুন্দৰ ।শুনি আছো ককাইদেউ
অতি সুন্দৰ দেহ মন সাত পৰি যায়🙏🙏🙏
Jai shri krishna
বৰ সুন্দৰ কণ্ঠস্বৰ 😊❤🙏
কৃষ্ণ 🙏 কৃষ্ণ 🙏
ধৰিবা হে বান্ধৱ ❤🙏🙏🙏🙏
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏❤️
কৃষ্ণ। জয় গুৰু শঙ্কৰ🙏
গোবিন্দ কৃষ্ণ 🙏 অন্তৰ চুই গৈছে,❤
কৃষ্ণ প্ৰভু ❤🙏
কৃষ্ণ কৃষ্ণ বাপ 🙏বহুত সুন্দৰ হৈছে ৷৷অতুলনীয় ৷৷
🙏অতি সুন্দৰ
ৰাম কৃষ্ণ🙏🙏🙏
সুন্দৰ ধন্যবাদ জনাইছো।
Vl ligel krishna Krishna
যিমান শুনিলেও হেপাঁহেই নপলাই৷ বৰ সুন্দৰ সৃষ্টি👌৷ কৃষ্ণ🙏
Bohut val lagile huni ❤🙏🙏
Bhut duniya hoise 🙏🙏🙏🙏🙏
Bohut val lagil
বৰ সুন্দৰ লাগিল, শুনিয়ে থাকিম যেন🙇♂️❤🙏 গুৰু গৌতম ছাৰৰ লগতে সকলোলৈ শুভেচ্ছা তথা ধন্যবাদ জনালো ইমান ধুনীয়া হৰিনাম এফাকি সমাজলৈ উপহাৰ দিয়াৰ বাবে, আগলৈও আশাবাদী হৈ ৰ'লো 🙏❤🙇♂️
বহুত বহুত ধন্যবাদ
🙇♂️❤🙏@@অনুপমবিতোপন
Krishna Krishna 🙏🙏🙏🙏
Bhal lagile huni ❤❤ 🙏 🙏
কৃষ্ণ জয় গুৰু শঙ্কৰ ❤
Jai shree Krishna 🙏🙏🙏🙏
Krishna Krishna....❤
Jai gurudev
বৰ সুন্দৰ হৈছে।
He krisno krisno
আজি পবিত্ৰ ভাদ মাহৰ ৮ তাৰিখ ,আজি শুনিব পালোঁ বৰ ভাল পালোঁ। জয় শংকৰ গুৰু 🙏 মৰিগাঁও পৰা
হে হৰি❤️🙏
কৃষ্ণ । জয় গুৰু শংকৰ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ শঙ্কৰ গুৰু
Xsake borgeet xuni bht lage Krishna ❤❤
Krishna Krishna namkhari Val lagil 🙏
bandhobo krisno,🙏🙏
Bor hundor hoise❤❤
Bohut dhuniya lagil huni dada🙏
বহুতেই ভাল লাগিল কৃষ্ণ কৃষ্ণ 👃
কৃষ্ণ ❤
🙏জয় গুৰু শংকৰ 🙏
Dhuniya dei Jay shree Krishno 😊😊😊😊
Bhal lagise❤❤❤
Val lagil❤❤
Krishna provu 🙏♥️🙏
কৃষ্ণ কৃষ্ণ " বহুত সুন্দৰ হৈছে
ঔম ঔম
Ki kom aru bohut dhunia hoise krishno❤🙏
কৃষ্ণ 🙏 বৰ সুন্দৰ হৈছে
Val lagil Krishna
Ram.ram
Val lagil 🙏🙏🙏🙏🙏🙏🙏
Suni thakile suni thakiboi mn jai
সুন্দৰ হৈছে ককাইদেউ 🙏🏻কৃষ্ণ🙏🏻
খুব সুন্দৰ পৰিৱেশ কৰিছে শুনি বহুত ভাল লাগিলে কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishno ❤❤❤❤
Bohut val lagil 😍 hori naam 2 huni pran deep ❤tumaloi bohut huvessa thakil ❤️
Krishn probhu 🙏🪔,bohut val lagile
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু
Apunalukor pora huni moiw namghorot gaalu dihanamkhari bohut val paise hokolue ❣️❣️❣️🙏🙏🙏🙏🙏🙏
অপূৰ্ব ❤
Bohut hundor hoise 🙏
সৰ্বগুণাকৰ❤
গুৰুজনাৰ সংক্ৰান্তত গোৱা গীত শুনিলে মনত দুখ লাগে কিয়নো এতিয়া শংকৰভূমিত মিঞাৰ গুণ্ডাগিৰি
সুন্দৰ । কৃষ্ণ কৃষ্ণ ।
Bor val lagil❤
😮😮😮😮😮😮😮😮❤😂❤❤🎉🎉😢
🎉
সুন্দৰ লাগিল
Hundor sir
thanks
বৰ ধুনীয়া,বৰ ধুনীয়া। সকলোকে আন্তৰিক অভিনন্দন জনালো দেই।
Krishna❤❤
Krishna
Hosai emn dhuniake apunaluke nam bhag gaise bor val lagil ❤
সুন্দৰ 🙏
🙏🙏🙏🙏🙏
Krishna krishna,mon pran apluta hoi gol
পবিত্ৰ ভাদমাহত নাম ভাগ আমাৰ মাজলৈ আগবহাই dia babe bohut val lagil ga mon xat pori jai অসমীয়া হৈ জন্ম লৈ বহুত গৌৰৱ কৰোঁ
5:02 5:07 5:16 5:49 5:54 5:55 6:08 6:34 6:35 6:36 6:18 6:19 😊😊6:21
বৰ সুন্দৰ লাগিল নামভাগ । জয় গুৰু শংকৰ🙏🙏🙏🙏
ধন্যবাদ বাইদেউ
ৰাইজে ভাল পালে আমাৰ সকলোৰে কষ্ট সাৰ্থক হব । কৃষ্ণ।
কৃষ্ণ ককাইদেউ... আপোনাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এটি সুমধুৰ গীত... বহুত বহুত ধন্যবাদ
কৃষ্ণ বাপ সকল
দুৰৈ পৰা ই সেৱা এভাগ জনালোঁ 🙏🏻
কৃষ্ণ প্ৰভু
একদম পুৰণি কলিয়া গীত নিচিনা বনাইছে
ইমান ভাল লাগিছে বুজাব নোৱাৰিম ❤
আৰু পুৰণি প্ৰভু জনক বহুত দিনৰ পিছত দেখি আৰু ভাল লাগিল 📻🤝🏻❤️🙏🏻
আমাৰ ককাই জুই
জয় পাঞ্চজন্য দিহা নাম দল ।।
কোমোৰাগুৰি গৌৰৱ ।।
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ
কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ ৰচনাশৈলী। আপ্লুত হ'লো পৰিবেশন দেখি 🙏🙏🙏🙏
ধন্যবাদ
কমলা ককাইদেউ মানেই মিঠা কণ্ঠ,মিঠা সৃষ্টি। অনুপম....বিতুপন❤️❤️🙏🙏🙏
ধন্যবাদ
গুৰুজনাৰ নামখাৰ অতি সুন্দৰ ভাৱে পৰিবেশন কমলা গগৈ বাপজনা লগতে অনুপম বিতুপম আৰম্ভ কৰি আটাইকেইজন ভকতলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিলো কৃষ্ণ।
কৃষ্ণ
🙏কৃষ্ণ কৃষ্ণ🙏 ৰাম ৰাম 🙏
🙏জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏
🙏🙏🙏🙏🙏🙏
বৰ ধুনীয়া হৈছি কৃষ্ণ 🙏🙏
অতি সুন্দৰ ❤ কৃষ্ণ 🙏
🙏🙏🙏🙏
'ভাল আমৰ পুলি হৈ বকৰাণিত গজিলি' তাহানিতে ইচকুলত পঢ়া 'কুঁহিপাত'ৰ শাৰীটো গীতটোত শুনি বৰ ভাল লাগিল। গীতটোৰ ছন্দোবদ্ধ শব্দকেইটা, শাস্ত্ৰীয় বা পাশ্চাত্য সঙ্গীতৰ প্ৰভাৱবিহীন পৰম্পৰাগত সুৰ, গীতৰ কথা, আৰু অনন্য গায়ন শৈলীয়ে গীতটোক অনন্য মাত্ৰা প্ৰদান কৰিছে। বৰ সন্তোষ পালোঁ। বাপুজী কোঁৱৰৰ কণ্ঠত মৰিগঁঞা শৈলীৰ নাম শুনিবলৈ পালে বৰ ভাল লাগিব।
ভাল লাগিল শুনি দাদা❤❤❤আগবাঢ়ি যাওক সদায়
আকৌ নতুন এষাৰ নামলৈ আশা কৰিলোঁ🙏🙏ইমান সুন্দৰ সুন্দৰ দিহানাম ৰাইজৰ মাজলৈ এৰি দিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আমাৰ ফালৰপৰা🙏🙏
কৃষ্ণ 🙏🏻 অতি সুন্দৰ 👏
Jai sankar Guru❤❤❤Bhut val hoise ❤❤❤
কৃষ্ণ
🙏🙏🙏
কৃষ্ণ..কৃষ্ণ🙏🙏 নাম ভাগ শুনি অতিশয় সুখী হলো।
কমলা ককাইদেউৰ মধূময় হৰি নামটো লৈ বৰ আগ্ৰহে আঁশা কৰি আছিলোঁ ।। অনুপম বিতুপন দাদা লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।। কৃষ্ণ 🙏🙏
🙏
সুন্দৰ কণ্ঠৰ অধিকাৰী ককাইটি , ভৱিষ্যতে আৰু আশা কৰিলো ।🙏 কৃষ্ণ 🙏
ধন্যবাদ
সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ
Jai guru Srimanta Shankar Dev Jai shree Krishna Jai Sri Ram 💕💕💕💕💕💕💕
ফেচবুকত পায় শুনিব ঢপলিয়াই আহিছোঁ দেই😍🙏
কৃষ্ণ
Val lagil
কৃষ্ণ🙏🙏🙏সুন্দৰ🥰
কৃষ্ণ সখা
সুন্দৰ ।শুনি আছো ককাইদেউ
অতি সুন্দৰ দেহ মন সাত পৰি যায়🙏🙏🙏
Jai shri krishna
বৰ সুন্দৰ কণ্ঠস্বৰ 😊❤🙏
কৃষ্ণ 🙏 কৃষ্ণ 🙏
ধৰিবা হে বান্ধৱ ❤🙏🙏🙏🙏
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏❤️
🙏🙏🙏🙏
কৃষ্ণ। জয় গুৰু শঙ্কৰ🙏
গোবিন্দ কৃষ্ণ 🙏 অন্তৰ চুই গৈছে,❤
ধন্যবাদ
কৃষ্ণ প্ৰভু ❤🙏
কৃষ্ণ কৃষ্ণ বাপ 🙏
বহুত সুন্দৰ হৈছে ৷৷
অতুলনীয় ৷৷
🙏🙏🙏🙏
🙏অতি সুন্দৰ
ৰাম কৃষ্ণ🙏🙏🙏
সুন্দৰ ধন্যবাদ জনাইছো।
Vl ligel krishna Krishna
যিমান শুনিলেও হেপাঁহেই নপলাই৷ বৰ সুন্দৰ সৃষ্টি👌৷ কৃষ্ণ🙏
Bohut val lagile huni ❤🙏🙏
Bhut duniya hoise 🙏🙏🙏🙏🙏
Bohut val lagil
বৰ সুন্দৰ লাগিল, শুনিয়ে থাকিম যেন🙇♂️❤🙏 গুৰু গৌতম ছাৰৰ লগতে সকলোলৈ শুভেচ্ছা তথা ধন্যবাদ জনালো ইমান ধুনীয়া হৰিনাম এফাকি সমাজলৈ উপহাৰ দিয়াৰ বাবে, আগলৈও আশাবাদী হৈ ৰ'লো 🙏❤🙇♂️
বহুত বহুত ধন্যবাদ
🙇♂️❤🙏@@অনুপমবিতোপন
Krishna Krishna 🙏🙏🙏🙏
Bhal lagile huni ❤❤ 🙏 🙏
কৃষ্ণ জয় গুৰু শঙ্কৰ ❤
Jai shree Krishna 🙏🙏🙏🙏
Krishna Krishna....❤
Jai gurudev
বৰ সুন্দৰ হৈছে।
He krisno krisno
আজি পবিত্ৰ ভাদ মাহৰ ৮ তাৰিখ ,আজি শুনিব পালোঁ বৰ ভাল পালোঁ। জয় শংকৰ গুৰু 🙏 মৰিগাঁও পৰা
হে হৰি❤️🙏
কৃষ্ণ । জয় গুৰু শংকৰ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ শঙ্কৰ গুৰু
Xsake borgeet xuni bht lage Krishna ❤❤
Krishna Krishna namkhari Val lagil 🙏
bandhobo krisno,🙏🙏
Bor hundor hoise❤❤
Bohut dhuniya lagil huni dada🙏
🙏
বহুতেই ভাল লাগিল কৃষ্ণ কৃষ্ণ 👃
কৃষ্ণ ❤
🙏জয় গুৰু শংকৰ 🙏
Dhuniya dei
Jay shree Krishno 😊😊😊😊