JOGOT GURU || জগত গুৰু || ACHURJYA BORPATRA || XASIPAT || 2019
HTML-код
- Опубликовано: 31 авг 2019
- Music Producer: Manash Bhagawati
Lyrics & Tune: Manash Bhagawati
Mix & Mastering: Jintu Bordoloi
Graphics: Rituparna Bora
Negera: Pankaj bora, Debeswar Saikia
KhoL: Lachit Baruah
Flute: Lakhinandan
Dumrah: Nirmal Das
Tabla & Dholak: Rajeeb Bhuyan
Xamogrik Porikolpona: Sunit Gogoi
Melody Design: Dipkesh Buragohain
Chorus: Ripunjoy Видеоклипы
জগতৰে গুৰু তুমি অ গুণৰে সাগৰ
কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্তশংকৰ
মাতৃ সত্যসন্ধ্যা তুমি জগত ঈশ্বৰ ।।
প্ৰেমৰ অমৃতবাণী অ হৰিণাম এফাকি
বুজিবলৈ দিলা প্ৰভূ তুমিয়েই শকতি
হৰিণামে দিলে জানা মনুষ্য প্ৰগতি।।
আকাশৰে জোনবেলিঅ আৰু তৰাআনি
ভূৰুকাতে ভৰাই থলা গুণমালা খনি
একসৰণ নাম ধৰ্ম প্ৰচাৰিলা তুমি।।
এ পৰম নিৰ্মল ধৰ্ম.... হৰিণাম কীৰ্ত্তনত
সমস্তে প্ৰাণীৰ অধিকাৰ
এ এতেসেকে হৰিণাম সমস্ত ধৰ্মৰ ৰাজা
এহিসাৰ শাস্ত্ৰৰ নিচাৰ।।
ভক্তিৰে বোৱালা নদী শংকৰগুৰু
নামেৰে পাতিলা খেলা
গীতৰে সুৰেৰে ভাষা ভাওঁনাৰে
জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা।।
নামঘৰ ভাওঁনা তুমিয়েই সাজিলা
ভকতক দিলা নামৰস
বৈষ্ণৱ মন্ত্ৰৰে সমস্ত অসমক
তুমিয়েই কৰিলা বস।।
Jogot guru kun falor pora
0ñu❤harmoniousug57😅😢and to a 00ppyoi680o77th about it 5😂ù😅8😅16😮uu😮😅😮fhyģ
মনপ্ৰাণ ভৰি যায়, ইমান সুন্দৰ ভক্তিমূলক গীত আৰু কণ্ঠ আচুৰ্য দা👌💝
😊
😊
😊
পূৱাখুব Prati ভাল লাগে এনে গীত শুনিবলৈ পালে, আপোনাৰ গীত ৰসূৰঅতি সুন্দৰ মন ভৰি যায়,
@@nareswardeka6572 qqqqqqqqqqqqqqqqqqqqqqqqqqq
ভাল লাগিল দাদা আপোনাৰ এই ভক্তিমূলক গীত টো শুনি ❤️❤️ আগলৈ আপোনাৰ পৰা এনেকুৱা ভক্তিমূলক গীত শুনিবলৈ পাম বুলি আশা থাকিল ❤️❤️❣️❤️❤️
Aqq
আচুৰ্য দাৰ মৰমবোৰ বিহুৰ মাজত তেওঁৰ সুৰৰ অমিয়াবোৰ ভক্তিমূলক গীতত প্ৰকাশ পায়। তুমি আমাৰ অতি মৰমৰ আৰু আগবাঢ়া। 💝 🙏
Really 🥰🥰❤️❤️
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আপোনাৰ কণ্ঠত হৰিনাম বহুত সুমধুৰ হয়,,, ইংলিছ বাইদেউ, মলয়া বাইদেউ মানুহে পাহৰি যাব এইবোৰ নাপাহৰে,,,,বনাই যাওক ভক্তি গীত দা দা
সঁচাই আচুৰ্য দাৰ ভক্তি গীতৰ বাবে বহুত দিনৰ পৰা ৰৈ আছে
Gurujonai tumak aaguai niyak
Moja
Thik koise
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
বহুত দিনৰ পিছত আকৌ ...এটা শুনি আমনি নলগা ভক্তিমূলক গীত আমাৰ মাজলৈ ....আহিলে .......👌👌👌👌
সঁচাকৈ , একমত আপোনাৰ সৈতে
আচৰিত হৈ গৈছোঁ । শুনি শুনি আমনি নলগা এক অপূৰ্ব সংমিশ্ৰণ ।
Xosake moiu xodai achurjya daa r horinaam xunu
@@prasantanath4963 OK
👌👌👌
👍🏻👍🏻
মজা বৰপাত্ৰ দা 🔥🔥🔥 আৰু বনাই যাব বহুত ভাল লাগিছে 🙏🙏🙏
জগতৰে গুৰু তুমি অ গুণৰে সাগৰ
কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্তশঙ্কৰ
মাতৃ সত্যসন্ধা তুমি জগত ঈশ্বৰ
Attitude হলে মোৰ অকনো নাই আপোনাৰ গান হুনিলে মন ভাল লাগি যায় ভাল লাগিল ❤
ভক্তিমূলক গীত আৰু আপোনাৰ কণ্ঠ ❤ বহুত বেছি প্ৰিয় ❤
Golaghator pora moi selut jonaisu achurjya da aru aguwai jauk ai hori naam bhag puwai hodai hunu
Bohut dhuniya dihanam huni vl lagil❤❤❤❤
Hi
Hodai hunu dei 😊❤ kiman je bhal lage o Achurjya Da ❤❤❤❤❤
Oti xundor bhoktimulok geet.....xuni bor bhal lagil
❤✨জয় জগত গুৰু শংকৰ✨❤
😊😊😊lp
😊
দাদা বহুত ভাল লাগিল । এনেদৰে ভক্তিৰসৰ অমৃত নিজৰা বোৱাই যাওক চিৰযুগলৈ । জয় গুৰু শঙ্কৰ । জয় আই অসম।
Very nice dada
Iman Sundar mat Tumi aru aguai jua bhut bhut asirbbd
Ashurijya da khosai bohut dinor pisot dhunia voktir git khunala moja
11111122229ool
মই সদায় পুৱা গুধূলি এই ভক্তিমূলক গীতটো শুনো ❤️🙏💌🥀
জুবিন দাৰ পাছতে হৃদয়ত স্থান লোৱা মানুহ জন আপুনিয়েই❤️❤️❤️❤️❤️আপোনাৰ প্ৰতিটো গানেই মোৰ বৰ প্ৰিয়❤️❤️❤️❤️❤️
Nice 👍👍👍👍👍👍👍👍
@@rahullimbu8660 a
@@tbgamingaxom2751 l solo or arrested i.
.
..
Nice 👍
❤❤❤❤❤❤❤❤❤😊😊😊😊😊🎉🎉🎉🎉
হৃদয় চুই যোৱা😍😍😍😍
Bhal lagil dada
Aito Ru Gohin hoise huni val lagise vokti rokhat ase hundor.
A mojaa
জয় গুৰু শংকৰ ,🙏🙏🙏
বৰ ভাল লাগিল দাদা 🙏🙏🙏
আশা কৰো আগলৈও এনে🙏🙏🙏 ভক্তিমূলক গীত আৰু শুনিবলৈ পাম।🙏🙏🙏
🤗🤗🤗🤗
00lll0p lllll
Pp0p0p0 pp lo lol ppppp0p
@@sumubharali4077 àw³
Joi গুৰু শঙ্কৰ কৃষ্ণ
Juiiiii juiiii juuuuu
Bht dhunia
Aiooo🤗🤗
Hi
সুমধুৰ কণ্ঠ ❤️❤️❤️🥰
আচুৰ্য দা ○❤❤
Xosai Achurjya daa Tumi bhut xonkale xkolo manuhore priyo hoi porile,,,aaru aagoloi aaguwai jowa,...God bless you...love you achurjya daa...,😘😍
Ram Ram 🙏 🙏🙏🙏🙏
Ati hundor 🙏👍
Achurjya da khosai mohan bohut val lagil 🙏Krishna
জয় জগত গুৰু শ্ৰীমন্ত শঙকৰ 🙏🥰❤️
😊IP9l}00
]g
H
ú &ghy]]ó pop
dhuniya lagise , achurjya daa apunar pise pise follow kori thaku moi , karon apunar gaan bur miss koru moi
.
.
ki hundorrrrr😍
Ummm..🤗🤗
11 no. t hunisu gaan tu achurjya da❤bohut bhal lagil💕
Jai Guru Sankar🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
guru deu 🙏 ratipwa hui uthi a. ai dhoronor vokti mulok git hunile din2 val a re jai kin2
He røck Kø køi
Bohut bohut val lagil
Krishno 🙏🙏🙏🙏
জয় গুৰু শংকৰ 🙏🏼🙏🏼🙏🏼
Moja
ভগৱানে আপুনাক আৰু কিপা কৰক।acujya da.আপুনাক বহুত ভাল লাগে।
জয় গুৰু শংকৰ 🙏বহুত ভাল লাগিল দাদা👌
Krishna 🙏
Achurjya Da Ei Vogtimolok git to Hridoi Sui gol 🙏❤️
এই গীতটো বহুত ভাল লাগিল।
Joi guru Sankar
Uff dhuniya.
Manash kokaideu lyrics Bohut Dhuniya... Achurjya Daa awesome ❤❤Hunkalei Amiu akeloge ahi asu
Hi
hundar Hundar Anedharanor geetey hssakoi bhagawanor proti bhaktir bhaab brahai tuley heyey okekh Shubha ishaa jashilu,,,,,,,,,
আচুৰ্য দা ...আপোনাক মানিছোঁ আৰু ❤️❤️
Tumi 💥💥💥🔥🔥🔥🔥🔥🔥dada
@@bhaskardas323 Hii
Helo
Hii
Vl lagil achurjya da anakoi amk Di thaibo xumohur horri NM bur
জয় এক শৰণ ভাগৱতী সমাজৰ
আচুৰ্য দাদা আপোনাৰ ভক্তি মূলক গীতি শুনি বহুত ভাল লাগিলে emn j humodhur kontho apuner ❤❤❤❤akha koru agoloiu jate anakoi git homuh amr majoloi ag bhojai die Jen
দাদা আপোনাৰ গান বোৰ শুনি মই বহুত ভাল পাওঁ 🥰🥰🥰🥰🥰🥰
hosai apunar voice tu belegotkoi bht beleg..ek hukia aru mitha jiye hune tewr hridoy sui Jai... god bless you..
Oti hundor kontho❤️❤️🔥😍
সুন্দৰ ককাইদেউ
ভাষা হীন গীত ।। বহুত ভাল লাগিল ,,,
Bohut Dhunia dada
Hori bula
Achurjya da apunar jiman bur gan hori naam hokolu bur bohut Val lage aakha koru agole aru hundor hundor hunibole Pam buli
Mojaaaaaaaaaaaaaaa
Bohut vl lage o horinam2 huni ❣️🙏🙏
Achuijya Dada huni bohut vl lagile 🥰🙏🙏
Wow ki ja hundor kotho Achujo daa bohut val lagila hore namm tu hune 🙏🙏🙏🙏🙏
Hundr.... bht dinr murt pai vl lagil👍👍👍👍
আচুৰ্য দাৰ কাৰণে like এটা কৰি দিয়া...👍.👍👍
moja
Bhut bhut vl lgil
Huni amoni nalage❤❤
ধুনীয়া 👌🙏👌
Mur bohut priyo hoi porise achurjya da apunar...jogot guru,ru sankar guru amar guru jokank loi guwa gaan duita❤❤❤
Xosake moiu bor bhal pau achurjya daa k aru dada r horinaam keita, xdai xunu moi
জুবিন গাঁগৰ পাছত ভক্তি মূলক গীতৰ অদ্বিতীয় শিল্পী
Hoi dada
apunar gaan khuni val lage
Yes
Bohut val apunar bhoktimulok nam khunile Mon Sui jai❤❤❤❤
Apunar horinambur xuni bohut valpaw ,❣️❣️❣️❣️
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ জয় ♥️♥️♥️
Bohut Val lage apunar song bur❤❤❤❤❤❤❤❤❤
বৰ সুন্দৰ হৈছে আপুনি সদায় আগবাঢ়ি যাওক আচুয্য দা
ভাল লাগিল দাদা...!
A mojja ❤️💓💕😍🙏🙏
Mozzzaaa hoixy ককাইদেউ
Achusjya da bohut vl hoise.... zubeen da pasot 2d huniboli paisu,gtike vkti rokh aru vl koi uliyabo take kamona koru....
অতি সুন্দৰ 😍😍😍
👑👑👑👑 শুনি বহুত ভাল লাগিল ....আগলৈও শুনিবলৈ পাম আশা কৰিলো..
.📕📕📕📕📕📕📕📕📕
ধুনিয়া
OOO Dada moja
জয় গুৰু শংকৰ 🙏🙏
জয় এক শৰণ নাম ধৰ্ম জয় 🙏
জয় জগত গুৰু শ্ৰীমন্ত শংকৰ❤️
🥰🥰🥰🥰
🙏🙏🙏
Hosakoi mon tu kiba bohut val lagi gol … 10 bar man akeloge xunilu bohut val lagise ❤❤❤❤❤
Achurjyo dar babei hoitu aitu hori nam 🙏✨❤️
Joi Guru sankar 🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগিছে 😍😘
Hii
Bohut hundr aru monumuha ekta voktimulk geet.. love you achujya da
Dhunu niya hoise dadaa
🙏🙏🙏achurjya daa😍
______কি সুন্দৰ হৰি নাম,👍...মন প্ৰাণ ভৰি যোৱা,🤗______
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Aeibor gan 🎶 শুনিলে mon tu bhohut besi vl lagi jai
Ratipuwa i xunibo লাগে
❤️❤️❤️
Dhuniya lagise 👌 ❤️❤️
ধুনীয়া লাগিছে 😘😘
ভাল লাগিছে ।আচুৰ্য ককাইদেউ , আমাক আৰু ভক্তিমূলক গীত লাগে।
Apuni juii🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Bohut bohut val lagise xuni achurjya da............. Tumi aneke xodai jiliki thaka