প্ৰভু কৃষ্ণ , Pravu Krishna || মধুস্মিতা গগৈ চেতিয়া আৰু সংগীবৃন্দ, ধেমাজি ||যোগাযোগ নং - 9954368841

Поделиться
HTML-код
  • Опубликовано: 7 янв 2025

Комментарии • 1,3 тыс.

  • @dilipgogoi1204
    @dilipgogoi1204 10 месяцев назад +27

    সুন্দৰ কণ্ঠৰ গৰাকী মধুস্মিতা গগৈ চেতিয়া আৰু সংগিবিন্দলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু কণমানি শিহুটিলৈ ভগৱানক প্ৰাথনা জনাইছোঁ যে তেওঁক সদায় ভক্তিৰ মাগ দৰ্শনৰ যোগে আগুৱাই যাব পাৰে। শেষত সকলোকে ধন্যবাদ জনাইছোঁ 🙏 কৃষ্ণ কৃষ্ণ

  • @gopalborah5223
    @gopalborah5223 14 дней назад +1

    বহুত বহুত সুন্দৰ পৰিদৰ্শন কৰিছে হৰিনাম ভাগি বৰ ভাল লাগিলে।

  • @dugdhosharma4647
    @dugdhosharma4647 6 месяцев назад +5

    নাম ভাগ বৰ সুন্দৰ লাগিছে। তেখেতৰ লগতে দলতিৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো। গুৰুজনাৰ শ্নোকভাগক কিসুৰত গালে তাকেহে বুজি নাপালোঁ। আমি ভুল ধৰিছো বুলি নাভাবিব।😢😢😢🎉🎉😢😮😮 কৃষ্ণ কৃষ্ণ।

  • @tutumonideka571
    @tutumonideka571 9 месяцев назад +28

    সুন্দৰ পৰিবেশন, আন্তৰিক অভিনন্দন জনাইছো কণমানি লৰাটোৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছো🎉🎉🎉❤❤💐💐🙏🙏🙏

  • @bhabakantanath
    @bhabakantanath Год назад +12

    কৃষ্ণ বৰ ধুনীয়া লাগিছে। আমালোকে এনেকুৱা কৃষ্ণ কীৰ্তন বৰ ভাল পাওঁ। পৰিৱেশন সুন্দৰ হৈছে। ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ

    • @allrounderhumen
      @allrounderhumen  Год назад

      ধন্যবাদ জনালোঁ, কৃষ্ণ কৃষ্ণ

  • @BidishaChutia-xp6be
    @BidishaChutia-xp6be 2 года назад +10

    শিশুটিকে ধৰি আপোনালোক আটাইকেইজনৰ নিদৰ্শন অতুলনীয়, অভূতপূৰ্ব।।। দেহ মন জুৰ পেলোৱা

    • @allrounderhumen
      @allrounderhumen  2 года назад

      ধন্যবাদ

    • @jogeswardas791
      @jogeswardas791 11 месяцев назад

      সুন্দৰ হৈছে আই শিশুটিৰ উজ্বল ভবিষ্যত কামনা কৰিলো | হস্ত মুদ্রাৰ ভক্তি গীতৰ মুদ্ৰাৰ বিষয়ে বিশেষ গুৰত্ব দিবচোন |

  • @anuprabhahazarika4158
    @anuprabhahazarika4158 Год назад +18

    বহুত ধুনীয়া গাইছে এইগৰাকীয়ে ।লগতে কণমানি ল'ৰাটিৰ সুন্দৰ নৃত্য প্ৰাণ ভৰি উপভোগ কৰি বৰ আনন্দ পালোঁ আৰু বাদ্য যন্ত্ৰ সংগতকাৰীসকলক মোৰ সেৱা জনাইছো ইমান সুন্দৰভাৱে বজাই নামষাৰক আৰু শ্ৰুতিমধুৰ কৰি তোলাৰ বাবে । আগবাঢ়ি যাওঁক । কৃষ্ণ 🙏

  • @RinaHazari-l6f
    @RinaHazari-l6f 9 часов назад +1

    RadheKrishno

  • @bijoyhandique3835
    @bijoyhandique3835 Год назад +24

    কৃষ্ণ কৃষ্ণ ।অতি সুমধুৰ কণ্ঠ 🙏🙏🙏

  • @Akaannne
    @Akaannne 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ ❤

  • @জয়আইঅসম-ব২ট
    @জয়আইঅসম-ব২ট 2 года назад +23

    ইমান সুন্দৰকৈ হৰিনাম ভাগি সুৰ ধৰিলে আমি শুনি আপ্লুট হ'লো😊😊😊 কৃষ্ণ আই, আপোনালোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছো🙏🙏🙏 আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই মূল অধিৱেশন ভাগিত আপোনালোকক ল'গ পাম বুলি আশা কৰিলোঁ। কৃষ্ণ আই-বাপসকল🙏🙏
    তিনিচুকীয়া জিলা সেৱা-বাহিনীৰ হৈ
    জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ।
    কৃষ্ণ! জয় গুৰু শংকৰ।।

    • @allrounderhumen
      @allrounderhumen  2 года назад +1

      কৃষ্ণ

    • @mitaliborgohain633
      @mitaliborgohain633 Год назад

      00000😊😊😊😊😅😅😅😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😊😅😅😊😊😊😊uk

  • @bulangogoi6864
    @bulangogoi6864 2 года назад +20

    অতি সুন্দৰ পৰিবেশন। আইগৰাকী আৰু সংগতকাৰি সকললৈ ভক্তিভৰা সেৱা নিবেদিছো। কৃষ্ণ 🙏🙏🙏

    • @allrounderhumen
      @allrounderhumen  2 года назад +1

      কৃষ্ণ। আগলৈকে এনেদৰে আশীৰ্বাদ কৰিব

    • @tarunigogoi7984
      @tarunigogoi7984 10 месяцев назад

      Bohut bohut val ​@@allrounderhumen

    • @tarunigogoi7984
      @tarunigogoi7984 10 месяцев назад

      Bohut hundar vyakhya val lagile❤❤❤❤❤

  • @kamaldeka3512
    @kamaldeka3512 Год назад +6

    Radhe Krishna ki jai 🔱🌳🌺🌼🕉️🥀🪔🦚🌻🏵️🙏🍓🍇🍉🍎🍒🥥🐂🍏🌹🍍🌻

  • @prabalamchi8456
    @prabalamchi8456 2 месяца назад

    সুন্দৰ দিহানামৰ দুৰ্বাহক গতি! এই দিহানাম শুনি নিজৰ লগতে সমাজৰ তথা পৰিয়াল বৰ্গ সকলো মন আপ্লুত হ'লো! আপোনাৰ কন্ঠত আছে এক সংকেত আলোকপাত, লগতেই সেই বাবু টো নাচোনত আছে এক আনন্দ সুকীয়া!
    এই দিহানাম সমগ্ৰ বিশ্বতে যেন বিৰাজমান হওঁক সকলোৰে জীৱন ধন্য হওঁক! আৰু আপোনালোকলে আমাৰ ফালৰ পৰা মৰিগাঁও পৰাই বহুত বহুত আৰ্শীবাদ আৰু অভিনন্দন জ্ঞাপন জনালোঁ ! ৰাম কৃষ্ণ 🪔

    • @allrounderhumen
      @allrounderhumen  2 месяца назад

      ধন্যবাদ, কৃষ্ণ কৃষ্ণ

  • @jaganathlalung7272
    @jaganathlalung7272 2 года назад +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ঔ হৰি

  • @KamalGogoi-kx3uu
    @KamalGogoi-kx3uu Месяц назад

    সুন্দৰ হৈছে,কৃষ্ণ কৃষ্ণ আই

  • @debajitgogoi940
    @debajitgogoi940 Год назад +3

    বহুত বহুত ধুনীয়া পৰিবেশন হৈছে । লগতে নেগেৰা , বাঁহী ও অতি সুন্দৰ সংমিশ্ৰণ হৈছে ।

    • @allrounderhumen
      @allrounderhumen  Год назад

      ধন্যবাদ। কৃষ্ণ কৃষ্ণ

  • @KrisnaLahon-ib5vv
    @KrisnaLahon-ib5vv 3 месяца назад +1

    ‌‌কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻

  • @PrasantaBaruah-s9e
    @PrasantaBaruah-s9e 7 месяцев назад +3

    সুন্দৰ পৰিবেশন কৰিছে ।দলটি লৈ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিলো.....

  • @mamonibaruah8707
    @mamonibaruah8707 8 месяцев назад +2

    মাতৃ গৰাকীবৰ সুন্দৰ কণ্ঠ নামষাৰ শুনি বৰ ভাল লাগিলে তা লগতে বাহীঁ বজোৱা জেনেও বৰ সুন্দৰ কৈ বাহীঁ বজাইছে । সকলোৰে সুন্দৰ কৈ প্রদর্শন কৰিলে একাজলী শুভেচছাশীববাদ সকলোকে জনাইছো🙏🙏🙏🙏

  • @asharanibaruah5551
    @asharanibaruah5551 2 года назад +43

    বহুত সুন্দৰ হৈছে, কণ্ঠ, বাদ্য যন্ত্ৰ, নৃত্য সকলোবোৰ খুব ভাল লাগিল🙏😍

  • @LuhitbaruahLuhit
    @LuhitbaruahLuhit 6 месяцев назад +1

    বহুত সুন্দৰ হৈছে 🙏🙏

  • @jitulkalita4455
    @jitulkalita4455 Год назад +3

    বহুত ভাল লাগিল আপোনালোকৰ অনুষ্ঠান টো চাই , ৰঙিয়াৰ পৰাই বহুত বহুত ধন্যবাদ জ্ঞাপন জনালোঁ ,

  • @jatinlahan8927
    @jatinlahan8927 2 года назад +1

    সঁচাই অভিভূত হলো ৷ ইমান ধুনীয়া পৰিৱেশন ! কি যে সুন্দৰ কণ্ঠ,কি যে সুন্দৰ বাদ্য বজাইছে ৷ বৰ ভাল লাগিছে ৷ বিশেষকৈ বাঁহীৰ সুৰ একদম বুকুত লাগিছে ৷ যেন বৃন্দাবন হে ! এই যাত্ৰা অব্যাহত ৰাখক ৷ কণমানিটোলৈ মৰম যাছিলোঁ ৷

    • @allrounderhumen
      @allrounderhumen  2 года назад

      ধন্যবাদ

    • @rebaborah1502
      @rebaborah1502 2 года назад

      নেগেৰা যোৰ ভাল লগা নাই। নেগেৰাৰ সুৰ যিতু ইয়াত ফুতি ঊঠা নাই। লৰাজনৰ নৃাচোন ভাল লাগিছে। আই গৰাকীৰ মাত তো ভাল বাৰু।

  • @ashimboruah4961
    @ashimboruah4961 2 года назад +4

    খুব সুন্দৰ হৈছে

  • @anantaborgohain3971
    @anantaborgohain3971 2 года назад +1

    কৃষ্ণ কৃষ্ণ। ভাল হৈছে বাইদেউ। বাঁহীৰ মাত শুনি বৃন্দাবন যেন লাগিল। বহুত ভাল বজাইছে।

  • @bikashgogoi670
    @bikashgogoi670 7 месяцев назад +5

    ৰাম, কৃষ্ণ, নাৰায়ণ।

  • @DulPhukan-x9l
    @DulPhukan-x9l 6 месяцев назад

    সুন্দৰ পৰিবেশ । ভবিয্যত শুভকামনা থাকিল ।

  • @bijulalung5942
    @bijulalung5942 2 года назад +28

    বহুত বহুত ভাল হৈছে লগতে বাদ্য যন্ত্ৰ সহায় কৰা দলতিলৈ ভবিষ্যত উজ্জ্বল কামনা কৰিছো 🙏🙏🙏🙏🙏

  • @narayanchetia7538
    @narayanchetia7538 4 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলো কে কৃপা কৰিবা কৃষ্ণ 👏🏻

  • @tawarmantaw9503
    @tawarmantaw9503 2 года назад +3

    অতি মনমুহা দৃশ্য ভগৱানে কোশষলে ৰাকক এয়াই আমাৰ বৰৰ্তমাৰ প্ৰজন্ম অতি সুন্দৰ

  • @SanjibDas-pi6wq
    @SanjibDas-pi6wq 7 месяцев назад +1

    Mojjjaaa lagele🙏🙏🙏🙏🙏

  • @diptiphukonnath8880
    @diptiphukonnath8880 Год назад +7

    বহুত বহুত ভাল লাগিল। মোৰ যদি ভূল হোৱা নাই তেন্তে বাসূদেৱৰ ঠাইত বাচুদেৱ বুলি উচ্চাৰণ কৰা হৈছে। শুনিবলৈ আচহুৱা যেন লাগিছে।

  • @MintuMintubaishya-sv6ep
    @MintuMintubaishya-sv6ep 5 месяцев назад

    কৃষ্ণ জয় গুৰু শংকৰ,,, সন্তোষিত হʼলো আই🙏🙏কৃপাৰ সাগৰ তুমি হৰি দৈৱকী নন্দন 🙏🙏

  • @nikumaninath4268
    @nikumaninath4268 2 года назад +5

    Iman xudar bojaise sokolue..ki kom mane .bahi..nagra ..uff .😱...ai jatra sodai soli thakok ..👌👌❤️

  • @GopinathbarmanRamRamRam
    @GopinathbarmanRamRamRam 8 месяцев назад +2

    ৰাম ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ❤❤❤❤❤❤❤❤

  • @truthforpeaceinassamese3197
    @truthforpeaceinassamese3197 2 года назад +5

    অসমীয়া কলা-সংস্কৃতিৰ ৰক্ষক .... great salute to all of u

  • @sabitabordoloi4711
    @sabitabordoloi4711 Год назад +2

    কৃষ্ণ ..আই গৰাকীলৈ সেৱাঁ জনালোঁ ..

  • @Jayanta526
    @Jayanta526 2 года назад +6

    বহুত ভাল লাগিল

  • @alpanadas8638
    @alpanadas8638 9 месяцев назад

    ধুনীয়া লাগিছে আগলৈ উজ্জ্বল কামনা কৰিলোঁ

  • @sangitaborah5519
    @sangitaborah5519 Год назад +5

    কৃষ্ণ অতি সুন্দৰ হৰিনাম শুনি মন ভৰি গল 🙏🏻

  • @MunGogoi-k5f
    @MunGogoi-k5f Месяц назад

    শিশুটোক আৰু অকমান‌ ভাল কে শিকালে আৰু পাকৈত হব আশিবাদ কৰিছো ❤❤❤❤❤❤❤❤❤❤❤❤

  • @kanaklatarajbongshi966
    @kanaklatarajbongshi966 2 года назад +5

    সুন্দৰ হৈছে

  • @jandas6792
    @jandas6792 8 месяцев назад +1

    Waaw এমান ধুনীয়াকৈ শুল্ক টো গৈছে❤❤❤❤❤❤❤

  • @কবিতাৰসুবাস
    @কবিতাৰসুবাস 2 года назад +11

    খুব ভাল লাগিল, বিশেষকৈ কণমানিজনৰ নৃত্য চাই আপ্লুত হ'লো

  • @BijuBorah-t1t
    @BijuBorah-t1t 4 месяца назад

    Hosakoi bor hundor lagise oi mon sui goise kirisno

  • @milanbhuyan9855
    @milanbhuyan9855 2 года назад +9

    অতি সুন্দৰ ঈশ্বৰে সকলোকে কুসলে ৰাখক

  • @baneswarpanging7727
    @baneswarpanging7727 Год назад

    সুন্দৰ সুন্দৰ সুন্দৰ আই মাতৃ আই গৰাকী ধন্যবাদ 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @bidyajyotidas5682
    @bidyajyotidas5682 2 года назад +16

    অপুব অধিক সুন্দৰ 🌺🌺🌺🌺🙏🙏🙏🙏

  • @makhonsarmah7199
    @makhonsarmah7199 Год назад +1

    বৰ ভাল লাগিল। কৃষ্ণ

  • @loikhyahiragogoi4408
    @loikhyahiragogoi4408 2 года назад +5

    সুন্দৰ

  • @hiranyaborgohain9517
    @hiranyaborgohain9517 7 месяцев назад

    বহুতেই ভাল লাগিল। সুন্দৰ কণ্ঠ। সকলোলৈকে আন্তৰিক শুভকামনা💕 জনালো

  • @samrian4421
    @samrian4421 2 года назад +5

    অনন্য, অনুপম।সুওব সুন্দৰ বাদ্য সংগত।শুনি ভাল লাগিল্।

  • @BirajKataki
    @BirajKataki 7 месяцев назад

    Xosai bohut dhuniya lagil .

  • @ganeshbhuamik9329
    @ganeshbhuamik9329 8 месяцев назад +4

    Hare Krishna hare Krishna ❤

  • @dibyajyotigohain9404
    @dibyajyotigohain9404 2 года назад +2

    সুন্দৰ হৈছে অতি মনোমোহা

  • @srimantavlog
    @srimantavlog 2 года назад +5

    বহুত ভাল লাগিল nice sound

  • @hemantadas3409
    @hemantadas3409 6 месяцев назад

    🙏কৃষ্ণ প্ৰভূ💞 অতি সুন্দৰ হৈছে.তুলনাহীন .অপূৰ্ব🙏

  • @dipikasaikia863
    @dipikasaikia863 2 года назад +4

    Bahut val lagil xosai xakoluke

  • @BikramBora-bn6gw
    @BikramBora-bn6gw Год назад +7

    অতি সুমধুৰ কণ্ঠ ❤🙏🙏 জয় গুৰু শংকৰ

  • @anubhuti2241
    @anubhuti2241 Год назад +1

    কৃষ্ণ

  • @mukuldeka1568
    @mukuldeka1568 2 года назад +6

    সুন্দৰ কণ্ঠ । কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @nabinpator4586
    @nabinpator4586 Год назад +2

    অতি সুন্দৰ আৰু সুমধুৰ বহুত বহুত শুভেচ্ছা থাকিল।

  • @dibyajyotinath7927
    @dibyajyotinath7927 2 года назад +9

    unbelievable Perfumence ❤❤❤❤ love it.....

  • @gantirajkonwar377
    @gantirajkonwar377 4 месяца назад +1

    Krishna
    >Like

  • @M17-f5l
    @M17-f5l 2 года назад +5

    Sundar. Krishna Krishna 🙏 🙏

  • @tourismblogbharat1697
    @tourismblogbharat1697 Год назад

    দেহা মন যুৰ পৰি গল ........ কৃষ্ণ কৃষ্ণ .....

  • @dipshikhaborah3082
    @dipshikhaborah3082 4 месяца назад

    কৃষ্ণ সুন্দৰ ❤❤❤❤

  • @babudas1218
    @babudas1218 2 года назад +25

    Val lagil dei video tu sai🙏🙏🙏🙏🙏🙏

  • @pilingadeka
    @pilingadeka 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু khub bor dhuniya bohut val lagil

  • @padminisaikia6104
    @padminisaikia6104 Год назад

    বহুত ভাল লাগিল ।আগবাঢ়ি যোরা সকলো ।সুন্দর

  • @আৰাধানা-শ২থ
    @আৰাধানা-শ২থ 2 года назад +4

    ধুনিয়া

  • @kushalgogoi9228
    @kushalgogoi9228 2 года назад +1

    বহুত সুন্দৰ হৈছে

  • @monalishakutumkutum2296
    @monalishakutumkutum2296 Год назад +2

    কৃষ্ণ কৃষ্ণ সুন্দৰ দিহা নাম ❤

  • @runubaruah6143
    @runubaruah6143 Год назад +2

    বহুত ভাল লাগিল 🙏🙏

  • @mrinalassamnk.3365
    @mrinalassamnk.3365 Год назад +3

    কৃষ্ণ 🙏❤ সুন্দৰ ❤❤

  • @abhijitdeka5478
    @abhijitdeka5478 Год назад +1

    বৰ ধুনীয়া লাগিছে দেই আৰু সৰু ল'ৰা জনক

  • @flutedreamer105
    @flutedreamer105 2 года назад +3

    Val lagil dey video tu sai ... Oti hundor

  • @mithunnath8466
    @mithunnath8466 Год назад

    Vaiti jonok bahut bahut val lagil

    • @allrounderhumen
      @allrounderhumen  Год назад

      ধন্যবাদ। আশীৰ্বাদ কৰিব

  • @ChandrapravaGogoi-f8t
    @ChandrapravaGogoi-f8t 6 месяцев назад +3

    ❤❤😂joishri kishna bahutbhal lagil

  • @DasarathHazarika
    @DasarathHazarika 4 месяца назад

    🎉🎉🎉 অতি সুন্দৰ পৰিবেশন

  • @BHORAJOUBONDMJ
    @BHORAJOUBONDMJ 2 года назад +4

    Hundor kontha 🙏

  • @santushnath4754
    @santushnath4754 2 года назад +1

    Moja disa khunmoni bahi juiiiiiiiiiiiiiiiiiiiiiii

  • @krishnagogoi1657
    @krishnagogoi1657 2 года назад +10

    বহুত ভাল লাগিল আই | মাত্র বাদক দুজনে তিনি বস্ত্র পৰিধান নকৰিলে | ভৱিষ্যতে পৰিধান কৰিব বুলি আশা কৰিলো | কৃষ্ণ বাপ আই সকল |

    • @pritom21
      @pritom21 Год назад +1

      তিনি বস্ত্ৰ কি কি হয় নো জনাব পাৰিব নিকি?

  • @manujborag3541
    @manujborag3541 Год назад

    Bahut bahut bhal lagil . Dhanybad.

  • @dhemajiharinamnitulchetia7250
    @dhemajiharinamnitulchetia7250 2 года назад +14

    আন্তৰিকতাৰে ধন্যবাদ জনালো 🙏🙏

  • @KalpanaBordolai
    @KalpanaBordolai Месяц назад

    চোলক তো ইমান সুন্দৰ কৈ মাতিচা বহুত বেছি ভাল লাগিছে।

  • @Akhomiyahanskiti
    @Akhomiyahanskiti 2 года назад +4

    Mojaaa

  • @subashgogoi263
    @subashgogoi263 5 месяцев назад

    জয় শ্ৰী কৃষ্ণ

  • @entertainmentzone8706
    @entertainmentzone8706 2 года назад +3

    Wow....val lagil xuni

  • @pradipgogoi3182
    @pradipgogoi3182 2 года назад +2

    কৃষ্ণ কৃষ্ণ আই মাতৃ অতি সুন্দৰ শুনি বহুতো ভাল লাগিল। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰিব।

  • @parthabaruah8236
    @parthabaruah8236 2 года назад +3

    Krishna 👋👋👋

  • @m.r..koushikborkataki9859
    @m.r..koushikborkataki9859 6 месяцев назад

    Krishna Krishna 🙏🏻 ❤️ 🙏🏻 bohut xundar ❤❤❤

  • @kumadisutradhar5236
    @kumadisutradhar5236 7 месяцев назад +47

    Krishno krishno

  • @DiptiChutia-ho1yx
    @DiptiChutia-ho1yx 9 месяцев назад +1

    Bahut hundar hoise Krishna Krishna 🙏🙏🙏♥️♥️♥️

  • @annalaskar8625
    @annalaskar8625 2 года назад +4

    বাঁহী বজোৱা জনলৈ মোৰ চিৰ নমস্কাৰ 🙏🏻🙏🏻🙏🏻🌹🌹🌹

    • @allrounderhumen
      @allrounderhumen  2 года назад

      কৃষ্ণ কৃষ্ণ ।

    • @haripriyasonowal7175
      @haripriyasonowal7175 Год назад

      বাঁহী বাদকলৈ মোৰ বহুত বহুত প্ৰণাম।

  • @patidas-hg5og
    @patidas-hg5og Год назад

    Apunak prothom prannam bohut bohut dhuniya apunak vogobaney aguwai niyok.

  • @manabdeka9311
    @manabdeka9311 2 года назад +4

    🙏🙏🙏

  • @SantanaChangmai-jr8nq
    @SantanaChangmai-jr8nq Год назад

    সুন্দৰ হৈছে ♥️

    • @allrounderhumen
      @allrounderhumen  Год назад

      ধন্যবাদ, কৃষ্ণ কৃষ্ণ

  • @satyajitkakati8337
    @satyajitkakati8337 2 года назад +9

    Xuondr hyse aru agui jua xoklou 🙏🙏