সাংবাদিক এঞ্জেলা চাংমাই ' ৰাভা দিৱসৰ ওপৰত যি ভাষণ দিলে শুনি আপোনাৰো গাত লাগিব পাৰে শুনি লওক এবাৰ !
HTML-код
- Опубликовано: 23 июн 2024
- সাংবাদিক এঞ্জেলা চাংমাই ' ৰাভা দিৱসৰ ওপৰত যি ভাষণ দিলে শুনি আপোনাৰো গাত লাগিব পাৰে শুনি লওক এবাৰ !
আধ্যাত্মিকতাৰ পৰা কলাগুৰু লৈকে বিশ্লেষণ ॥ সাংবাদিক এঞ্জেলা চাংমাই ॥ দুলীয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চৰ উদ্যোগত কলাগুৰু বিষ্ণু ৰাভা দিৱস ।।দুলীয়াজান ক্লাৱ প্ৰেক্ষাগৃহ ॥ ধন্যবাদ 🙏🙏 Развлечения
বহুত সুন্দৰ
বাৰে শুনি থাকোঁ মই
এন্জেলা চাংমাইলৈ নমস্কাৰ।।
এনেকুৱা বক্তব্য ঘণ্টা জুৰি শুনি থাকিলেও আমনি নালাগে, ভাল লাগিল বাইদেউ🙏
স্পষ্ট, শুনি বঢ়িয়া লাগিল। সকলোৱেই যদি এনেকুৱা হ'লহেঁতেন।
অসমৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন, স্পষ্টবাদী, সাহসী আৰু অধ্যয়নপুষ্ট এগৰাকী যুৱ সাংবাদিক। তেওঁৰ কথনশৈলীয়েও আমাক যথেষ্ঠ আকৃষ্ট কৰে। ভ্গ্নীস্বৰূপ এঞ্জেলাৰ শব্দৰ খেলা কৰি ভাল পোৱা আমাৰ প্ৰিয় সাঙবাদিক। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। তেওঁ সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক। ধন্যবাদ।❤❤❤
আপুনি মহান। এনেকুৱা ভাষন আজিয়েই প্ৰথম শুনিছোঁ। 🙏
সচাকৈ সুন্দৰ আৰু হৃদয় পৰশা অভিভাষণ।মহাপ্ৰভূ জগন্নাথৰ কৃপা লাভ হওঁক।
ইমান সুন্দৰ আৰু স্পষ্টকৈ কথা খিনি কৈছে সঁচাই বৰ ভাল লাগিল বাইদেউ। ৰাভা দেৱৰ বিশাল ব্যক্তিত্বৰ বিষয়েও চমু আভাস পালো ভাল লাগিল। আৰু আগুৱাই যাওঁক তাৰ শুভকামণাৰে❤
ইমান সুন্দৰ বক্তব্য ডাঙি ধৰিছে।সঁচাকৈ শলাগ লবলগীয়া
আপোনাৰ ভাষণ শুনি থাকিলেও আমনি নালাগে। বৰ সুন্দৰ কণ্ঠ আৰু স্পষ্ট উচ্চাৰণ, ধন্যবাদ, এনে এটা সুন্দৰ ভাষণ শুনিবলে পোৱাৰ বাবে
সুন্দৰ বাইদেউ আপোনাৰ ভাঙনে হিয়াখন ছুই যায়।
বহুত ভাল লাগিছে l শুনি থাকিব মন গৈছে
বহুত ভাল লাগিল আপোনাৰ এনে বক্তব্য শুনি আমনি নলগা 🙏
🙏 সুন্দৰ নিদৰ্শন শুনি শান্তি পালোঁ। আশীৰ্বাদ কৰিছো ভগৱানে আপোনাক ভগৱানে আগবাঢ়ি দিয়েক তাৰে প্ৰাৰ্থনা ভগৱানৰ শ্ৰী চৰণত ❤❤🎉💯🌞দৰে উঠক। ধন্যবাদ
এঞ্জেলা, ভগবানে যদি কৃপাময় নামেৰে কৃপা কৰে, দয়াময় নামেৰে দয়া কৰে তেনেহ'লে নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট অনুস্থানত নিশ্চয় তোমাক এদিন লগ পাম। তেতিয়া তোমাৰ সু-স্পষ্ট শব্দৰ ভাষণ শুনিম। মোৰ হৃদয়ৰ মাজত তোমাৰ মৌ বৰষা ভাষণবোৰ খুউব ভালকৈ একোণত সোমোৱাই ৰাখিম। শ্ৰদ্ধাৰ বাস্তু মেদামে তোমালৈ পঠিওৱা উপহাৰটো চালো। তুমি তেওঁৰ উপহাৰটো পোৱাৰ লগে লগে তোমাৰ আনন্দৰ চকুলো মই খুউব সুক্ষ্ম দৃষ্টিৰে তোমাৰ হৃদয়ত দেখা পালো আৰু চকুলোৰ বোৱতি নদীত হেপাহেৰে দেহ তিয়াই গা ধুলো। মোৰ দৃঢ় বিশ্বাস তোমাৰ চকুলোৰ বোৱতি নৈ খনি গোটেই অসমৰ সচেতন ব্যক্তিৰ হৃদয়ে হৃদয়ে ববলৈ ধৰিলে আৰু এইবোৰেইটো তোমাৰ ভৱিষ্যতৰ মঙ্গলৰ আশীৰ্বাদ। ৰাইজৰ লগতে মোৰো আশীৰ্বাদ তোমালৈ এঞ্জেলা।
খুন্দৰ কথা কৈছে ❤❤👌👌👍👍
Excellent 👌
অপূৰ্ব বক্তব্য, ভাল লাগিল
অতি সুন্দৰ বক্তব্য ভাল লাগিল
আপোনাৰ কথা বোৰ শুনি বৰ ভাল লাগে ,আপোনাৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ,
অতি সুন্দৰ আৰু বাস্তৱ সম্মত ভাষন। তেওঁৰ ভাষণত গভীৰ অধ্যয়নৰ উমান পোৱা যায়। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো ❤❤❤
সুন্দৰ ব্যাখ্যা কথাবোৰ সঁচা।
বহুত সূন্দৰ হৈছে
ভাল লাগিল ধন্যবাদ এনে এবিধ ভাযন আমাৰ সমাজত প্ৰয়োজন আছে আমি পশ্চিম কাৰ্বি আংলং পৰা কৈছো আমাৰ অন্তৰ। ধন্যবাদ থাকিল
Nice....you are so great .thanks so much.....maya.
Heartiest Congrasulation Madam.🎉
Very nice God bless you
Bhut vl lagil❤❤
Thank you soo very much ,,hunile huni thkibr mn ,imn practical ktha. 🙏🙏🙏🙏🙏
Baideu bor val kotha koise mor hoite apunar kothabor ekmot. Amar osarot potibeki bur eanekuwa. (Kolita manuh bur) amak ahum buli khub hahe. Jat -patok loi. Hangha manuharu , onahangha manuh hakaluwe ahum, mising, musalman, koibattra buli ninda kore. Dhoni,-dukiya adi..... 😭baideu apunak dhoiniyobad🙏🕉 apunak❤ mongal korak👌🙏🙏🙏
সুন্দৰ বক্তৃতা
বহুত ভাল লাগিছে
আন্তৰিক অভিনন্দন থাকিল
ধূনিয়া কথা।
এও এগৰাকী সু আবৃত্তি কাৰ। তেওঁৰ কবিতা আবৃত্তি শুনিলে শুনি থাকিবলৈ মন যায়।
সুন্দৰ আগুৱাই যোবা ❤❤
বৰ সুন্দৰ কথা আৰু ভাষণ, শুনি ভাল লাগিল
Really,You are great.
ইমান সুন্দৰ, ইমান সাৱলীল, ইমান উদাত্ত ! বিষয়বস্তুৰ ইমান সুন্দৰ ব্যাখ্যা ! এঞ্জেলা চাংমাইক ধন্যবাদ জনাইছোঁ । ভগৱন্তই কৃপা কৰক । কৃষ্ণ ।
ভাল লাগিল বাইদেউ 🙏💓👍
ভাললাগিল ,আগলৈ আৰুআশা কৰিছোঁ।
Very valueable speech. Thank you to Changmai.
You are right
সুন্দৰ ভাষণ
সুন্দৰ ভাষন।
Outstanding u r great sis
God bless you,Angela Sangmai
সুন্দৰ ভাষন
Mojjaa and very nice.You are great.God bless you.
বহুত বহুত ভাল লাগিল ৷
বহুত ভাল লাগিল শুনি❤❤
Thanks
Thanks again
Outstanding..... unique....😊
Very nice👍
Good🎉❤
God bless you Angelina
Baidew apuni Best Of Best
Imn sposta ,iman habalil bhakhn ,,khub bhal lgil
Madam apunar dare agaraki nirvik sangbadik asmat aru nulaba bahut bhal lage spece thanks
Thanks মেম
Sundar kotha bor val lagil
🙏🙏🙏🙏🙏
আগবাঢ়ি যোৱা ।
মন চুইগ'ল,,
আপুনি সচাকৈয়ে ধন্যবাদৰ পাত্ৰ।
❤ ❤❤ Bar val lagil 🎉
Bhut Val lagil ba
Sundar leksher❤❤❤
Very nice speech ❤❤❤
Bhut bhut bhal lagil
❤❤❤
Very nice Supper 👍
আমনি লগাৰ প্ৰশ্নই নুঠে।
Mem apunar ghor kot Apunar ahi kothabur bhot bhal lagise God bless you
5.04 Jyotiprasad agarwala
Dhunia❤🎉
Sunfar vasan suni thakibor mon jai amani nelage
ইমান সুন্দৰ
Good🎉❤
5:53
ধূণিয়া ভাসণ
yes mem
Montu sui goise kotha khini . Eman xundor koi koise
❤
Very. Nice
Sundar ati sundar❤❤❤❤😂😂😂😂
👍👍👍👍👍
👏👏👏👍👍👍👍
Bare bare xuni thakileo jen xuna hekh nhoi iman hundar aru harbolil byktitar adikarini baideo garakiloi 🙏🙏 akha katisu ketiyaba apunak dekhar jate hakhyat hoi...
🎉
Very nice mama
Val lagise Mur maa
🙏🙏🙏
বিশ্ব বিজয়ী ন জোৱান গীত টি ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই লিখা নাছিল জানো?
Bar val lagal
তেওঁ চি পি আইম আছিল কাৰনে ৰাভা দিব বহুতে পতাৰ বিৰোধিতা কৰিছি।এতিয়া তেওঁলোকে ৰাভা দিবস পাতি বেপাৰ কৰে ।
এনেবোৰ সছা কথাই হয়তো কিছুমান সত্ৰৰ সত্ৰাধীকাৰ কিম্বা ধনীক শ্ৰেণীৰ অন্তৰত বেয়াকৈ আঘাত নিদিবনে ?
শুনিছোঁ ভাবিছোঁ বহুজনক শুনাইছোঁ আৰু ভাগবতৰাও কৰিছোঁ । তাৰ মাজতে এঞ্জেলাই কমন মিষ্টেক কৰিলে "বিশ্ব বিজয়ী ন-জোৱান" জ্যোতি সংগীটো ৰাভা সংগীত কৰিলে ।
হয়
হয়
Mon suoi gol
Hosa kotha baidaow
যথেষ্ট অধ্যয়ন কৰে তেখেতে
'বিষ্ণু ৰাভা দিৱস ’ বোলা উচিত।......'একেধাৰে’ নহয়,'একাধাৰে’ হে শুদ্ধ।
সুন্দৰ,সাৱলীল আৰু উপাদেয় ভাষণ।ধন্যবাদ।