Bohut bohut xuvokamona jonaloo. Tumar anchoring bohut unique and ultimate voice hoi. Anurag, Go ahead way to your journey of music. All the best wishes.❤
WOW. Bohut bohut xuvokamona jonaloo anurag tumak.Very nice singing and uninic voice. God bless to you. Always be positive and happiness. Heart touching performance. All the best wishes to you.
অতি সুন্দৰ পৰিবেশন! উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো।শুভেচ্ছা থাকিল!!
আমি তোমাক আজি লগপালো মবাইলৰ পৰ্দাত । গতিকে বহুত ভাল লাগিল । তোমাৰ মাতটো বহুত সুন্দৰ । সেয়েহে তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো । দেউতাৰালৈও শ্ৰদ্ধা মৰম আগবঢ়ালো ।
অপূৰ্ব সুন্দৰ গাব পাৰে অনুৰাগে । আমাৰ আশীৰ্বাদ সদায় থাকিব ।।
Bohut val lagil beta tumi ag bahi juwa
বহুত ভাল লাগিল ,উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️❤️
বহুত বহুত সুন্দৰ কণ্ঠ। বহুতেই ভাল লাগিল গীতবোৰ শুনি।অনুৰাগৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
অনুৰাগ! তুমি সুন্দৰকৈ গাইছা । তোমাৰ কন্ঠ বহুত ভাল। ভবিষ্যৎ উন্নতি হওক। ইয়াকে কামনা কৰিলোঁ।
বহুত বহুত ধন্যবাদ । আগবাঢ়ি যোৱা থমকি নৰবা।❤❤❤
অতি সুন্দৰ পৰিবেশন। অনুৰাগৰ সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। অনুৰাগ অনাগত দিনত অসমৰ সংগীত জগতত এক উজ্বল নক্ষত্ৰ হৈ জিলিকি উঠক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। অনুৰাগ আৰু পিতৃ সহ পৰিয়ালৰ সকলোৰে মঙগল কামনা কৰিলো।
বহুত বহুত ভাল লাগিল অনুৰাগ কলিতা আগলৈ আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক ❤❤❤❤
অতি সুন্দৰ পৰিবেশন | উজ্জল ভৱিষ্যতৰ কামনা কৰিলো । শুভেচ্ছা থাকল |
খুব সুন্দৰ বাবা❤😘💐।আমাৰ অঞ্চলৰ গৌৰৱ অনুৰাগ সচাকৈ অনুৰাগী মনৰ তাৰ কন্ঠ লগতে মৰমলগা মুখখন আমাৰ বহুত প্ৰিয় । আগবাঢ়ি যাওক আমাৰ অনুৰাগ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।মৰমেৰে ♥️♥️🥰❤️♥️🙏💐💐
গানৰ বাচনি সুন্দৰ।
মৰম দিলো দেই।
Bohut bht val hoise .imn horu lora ata hoi je agor purona gaan bur bojai rakhise tr babe okhekh dhaynabad. Ei dore agbahi jua beta nd god bless you.
Bohut bohut xuvokamona jonaloo. Tumar anchoring bohut unique and ultimate voice hoi. Anurag, Go ahead way to your journey of music. All the best wishes.❤
¹
❤❤😊😅😅😅😊😅@@UshaMoniRajbongshi😊😅
🎉1a😂
সুন্দৰ কণ্ঠ ।তোমাৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ ।
@@UshaMoniRajbongshiqqqqqqql
WOW. Bohut bohut xuvokamona jonaloo anurag tumak.Very nice singing and uninic voice. God bless to you. Always be positive and happiness. Heart touching performance. All the best wishes to you.
God Gifted Voice. Anurag go on don't back. You have a good future. Atlast Thanks allot to you.
❤❤❤❤ সুন্দৰ কণ্ঠ নিগৰাইছে অনুৰাগ তুমি আগবাঢ়ি যোৱা উজ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ
Nice to song video... May god bless you in a long time thanks for🌹🌹
Sweet voice....Go ahead baba....
Nice song God bless you❤❤
সুন্দৰ কণ্ঠ। সুন্দৰ পৰিবেশন। অনুৰাগৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Sweet voice Dr brother n God bless u aneke aguwai joa 💕💕💕💕💕💕
বহুত ভাল লাগিছে। বাবা তুমি আগুৱাই যোৱা আৰু ভাল হব তোমাৰ ভৱিষ্যত তাৰেই কামনা কৰিছোঁ ।
Excellent Master Anurag 's voice is excellent . He sings very well. Heart touching. May God. Bless him.
অনুৰাগ আৰু আগবাঢ়ি যাবলৈ ভগৱানে তোমাক প্ৰেৰণা দিয়ক ।
Very very nice mur jantu.tumak diboloi ai avagir akuyai nai Asse mathu akhir.live long.god be with you.thanks your perent.
অতি সুন্দৰ ,উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
শিশু তিৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ লগতে আপোনা লোক কো ধন্যবাদ
বহুত বহুত ধন্যবাদ অনুৰাগ
সুন্দৰ কণ্ঠ আৰু আগুৱাই যোৱা❤❤❤
god bless you anurag. bohut aguai jua tarei kamona korilu
অতি সুন্দৰ কণ্ঠ, তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
কি সুন্দৰ ❤❤❤ অশেষ ধন্যবাদ জনালোঁ অনুৰাগ ❤❤❤❤
সুন্দৰ কণ্ঠ। উজ্বল ভবিষ্যৎ কামনা কৰিলোঁ।
অনুষ্ঠান টি উপভোগ কৰি বহুতেই ভাল লাগিল
সুন্দৰ। আগুৱাই যোৱা❤❤❤
অতি সুন্দৰ কন্ঠ। সাধনাৰে আগুৱাই যাওঁক।
অতি সুন্দৰ কণ্ঠ তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।
কমেণ্ট দিবলৈ ভাষা নাই । গান শুনি পাগলহৈ গৈছো । দেহা কলিজালৈ বহুত বহুত মৰম যাচিঁলো ।
অতি সুন্দৰ কণ্ঠ ।উৎজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
❤খুব সুন্দৰ কণ্ঠ, ভবিষ্যৎ উজ্জল কামনা কৰিলো❤❤❤❤
অতি সুন্দৰ 🥰 আৰু আগবাঢ়ি যোৱা।
সুন্দৰ কণ্ঠ, তুমি আগুৱাই যোৱা ।
তোমালৈ আশীৰ্বাদ সুন্দৰ কণ্ঠ
ভগবানৰ। মঙগল। কৰক ধন্যবাদ ্
নিখুটভাবে গাব পাৰিছে ইমান ধুনীয়া গাইছে । দীৰ্ঘজীবি হওক।
অনুৰাগ তোমালৈ আশীৰ্বাদ থাকিল। তুমি আগুৱাই যোৱা।
কি সুমধুৰ কন্ঠ। মন ভৰি গল ।আগুৱাই যোৱা
বহুত সুন্দৰ তোমাৰ কণ্ঠ ।তোমাৰ গানৰ ভিডিঅ টো চাই কোনসতে আশীৰ্বাদ দিও বাৰু ? তুমি সংগীতৰ দিশত বহুত আগবাঢ়ি যোৱাৰ তাকেই কামনা কৰিছো।
বৰ ভাল লাগিল। ভৱিষ্যত জীৱন ভাল হওক।
Baba dhuniya hoise uzzal vabishatkamona Karol
Very good. Best wishes for a bright future.
সুন্দৰ কন্ঠ আগুৱাই যোৱা
বৰ সুন্দৰ অনুৰাগ আগবাঢ়ি যোৱা
অনুৰাগ মোৰ কলিজা তোমাক প্ৰশংসা কৰিবলৈ মোৰ ভাষাই নাই, অতি সুন্দৰ অতি সুন্দৰ। ভগৱানে তোমাক দীৰ্ঘায়ু কৰক।❤❤❤❤❤❤❤❤❤
Nice very very nice please go ahead like this God bless you. I m from gahpur niswaarth.
Bohut bohut hundor beta ..aaguwai jua
বৰ সুন্দৰ অনুপল আগবাঢ়ি যোৱা ।
অতি সুন্দৰ ❤
Sundar kantha.Aashirwad thakil.Aagbarhi jua.
সুন্দৰ কণ্ঠ , তুমি ভৱিষ্যত উজ্জ্বল হৈ উঠিবা
😮😮
Bahut shundar kantha.utjjal bhabisyat bahut kamana karilu.
very good voice.keep it up.
Bright future.
Namaskar to both father and son also to mother.
Proceeds further.
ND24 senalar juge purana otitar xei muilyaban geet bur dangi dharat namas jonalu🎉🎉🎉bahut xundar pgm
Niranjon Bora he is my favorite friend love from nagaon
so sweet voice.come forward.
Really good ❤❤❤
বহোত ভাল লাগিল আৰু আগবাৰি যোৱা। ভগৱানে আশিবাদ কৰক
Bahut Val lagise.God bless you and lot of love.
Bahut val lagise god bless you and lot of❤❤❤❤❤❤❤
Very nice. Too good. I like
অতি সুন্দৰ অনুৰাগ। আগুৱাই যোৱা।
অতি সুন্দৰ ধন্যবাদ
God may bless you with thanks !
Agbarhi jua hodai 🙏🙏
Anurag tumar kantha bahut val lagil.tumar utjal bhabis at kamnā karilu.❤❤❤
Anuragh tumar gitu khub bhal lagisey aru bhabisotoloi. dirgayu. kamona. korilu.
Actually melodious.
Oti sundar lagi se. Good bless you. ❤❤❤
Very nice
God bless you you are excellent
Nice may God bless you agauai jua❤❤
Bohut bhal lagil
শুভেচ্ছা জনালোঁ।
Anurag your voice is so sweet goahed
❤❤
Very very nice ❤❤❤
Anurag your voice is very sweet.jay guru Sankar .
সুন্দৰ কণ্ঠ বাবাটো। আগবাঢ়ি যোৱা।
Bohut vl lagil vaiti.. Agolioi vl hok aru
Nice Anchor...
Superhit song
আচৰিত কণ্ঠ । অনুৰাগ--? মোৰ আশীর্বাদ থাকিল ।
বহুত সুন্দৰ হৈছে অনুৰাগ আগবাঢ়ি যোৱা
। ৰুবী বৰা পাটোৱাৰী(
Anjela ..Aaponar Chennel mor bahut val lage ...fine sweet ..thank you
বৰ সুন্দৰ অনুৰাগ।
ভাল লাগিলে।
ভগৱানে তোমাক কুশলে ৰাখক
Sundar lagise Babu , sunder sunder
উচ্চাৰণ ৰ ক্ষেত্ৰত অলপ গুৰুত্ব এতিয়াৰ পৰাই দিবা বেটা,,,,,গুৰুৰ ব্ৰক্ষ্মা গুৰুৰ বিষ্ণু নহয়,,,,,গুৰু ব্ৰক্ষ্মা,,গুৰু বিষ্ণু,,,,,
উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ,,
😂 beti tumiou kom nohoi kintu bhalkoi abar dangoror pora hudhi loba baa sai loba kitapot tehe poramorkho diba
ANURAG GOD BLESS YOU ,
YOU WILL BE A DIMOND OF ASSAM .