Comment nidiya ke thakibo nuwarilu ....aji bohut akolhoriya feel hoi asil ...anusthan tu Sai mon tu Val lgil bohut ...bohut aguwai juwa 🔱🔱🔱❤️❤️❤️🧿🧿🧿🧿✨✨
Anuskak horu Mane class v nitumoni da bohut gaan gabo disil kintu aji chau Mane metric porikhai dile tetia chehera Kenekua achil aji Kenekua moi bohut asorit koboloi bhakha nai anuska tumak moi chayei takung moi
মহাভাৰতৰ গীতটি মোৰ খুউব প্ৰিয় ,লগতে অনুষ্কা ও অতি প্ৰিয় গায়িকা মোৰ বাবে । তেওঁ ৰ কণ্ঠ টো শুনি শৰীৰৰ শিৰাই শিৰাই এক বুজাব নোৱাৰা শিহৰণ আহে । আৰ্শীবাদ কৰিছোঁ তুমি যেন অসমৰে অকল নহয় ভাৰতৰ সংগীত জগতত ভোটা তৰা হৈ থাকা যেন ❤️❤️❤️👌👌👌
অতি সুন্দৰ আৰু সূৱদী কন্ঠৰ অধিকাৰী অনুষ্কা তৰঙ্গীনী। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আগুৱাই যোৱা সঙ্গীতৰ মহা সমুদ্ৰত এক জ্যোতিষ্ক হৈ। ❤❤❤❤❤❤❤❤❤
সুন্দৰ কণ্ঠ । আশীৰ্বাদ থাকিল আৰু উজলি উঠক ।
বৰ সুন্দৰ কণ্ঠ ।আৰু বহুত আগুৱাই যোৱা।আশীৰ্বাদ থাকিল। প্ৰতিটো গীতেই সুন্দৰ কৈ পৰিবেশন কৰিলা ,ভাল লাগিল। ❤❤
অতি সুন্দৰ গায়কী, আগবাঢ়ি যোৱা অনুস্কা❤
Bohut mitha kontho hridoi sui juwa. Gah r num uthi juwa kontho ❤️👌👌🔥🔥
ৰিদয় চুই যোৱা কণ্ঠ। ঈশ্বৰৰ আৰ্শীবাদ নিশ্চয় আছে ।
শেষত উজ্বল ভৱিষ্যত কামনা কৰিলো। লগতে অনস্কাৰ কণ্টেক্ট নম্বাৰটো কাইন্দলী দিবচোন।🙏🙏🙏🎉🎉🎉🎉।-তিলেশ্বৰ য়েইন
-দিচাংমুখ---শিঃ।
অনুষ্কা তোমাৰ কণ্ঠৰ তুলনা নাই । বহুত বহুত মৰম আশীৰ্বাদ তোমালৈ ।কণ্ঠৰ লগতে তোমাৰ ব্যক্তিত্ব শলাগ লৈছো ।
তোমাৰ ভাৱনাক মই বহুত বহুত স্বাগতম জনাবলৈ পাই সুখী তুমি যি ধৰনে মনে বিচাৰিবা ঈশ্বৰে তেনে ৰূপে তোমাক সহায় কৰিব চাবা তোমাৰ মনোবাঞ্ছা পুৰন কাৰক ভগৱন্তই প্ৰাৰ্থনা জনালোঁ।।
মহাভাৰতৰ শীৰ্ষক গীতটি সুন্দৰ কে গাইছে বহুত সুন্দৰ তুমি আগুৱাই যোৱা আৰু তাৰে কামনা ।
So melodious tone , Anuska.
God bless u .
কি সুন্দৰ কণ্ঠ ।ভগৱান তোমাৰ সহয় হওক ।
বহুত বহুত শুভকামনা প্ৰেৰণ কৰিলো অনুষ্কা তোমাৰ কণ্ঠ সচাকৈ সুন্দৰ নিদৰ্শনৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছা দেই তোমাৰ বাৰ্তাৰ পথত ঈশ্বৰ সম্পূৰ্ণ ভাৱে সহায়ক হোৱক বুলি প্ৰাৰ্থনা জনালোঁ।।❤❤❤
Nice
Really heart touching voice. Nice Anuska.
অনুষ্কাৰ গীত বৰ ভাল লাগে । তেওঁ সফলতাৰ শীর্ষত উপনীত হওঁক । ভগৱানৰ আশীষ , পিতৃ- মাতৃৰ শুভাশীষ , শুভাকাঙ্ক্ষীৰ শুভেচ্ছা , শুভকামনা লগতে তেওঁৰ নিজৰ ঐক্ৰান্তিক প্ৰচেষ্টা খিনিয়ে তেওঁক আগুৱাই নিয়ক , এয়ে শুভকামনা জনালো ।
Excellent voice Really I find no word to express my pleasure . My heartfelt best wishes for days to come.
Bohut xundor kontho bhal lagil Anushka aaguai jua
ইমান সুন্দৰ কণ্ঠ । তুমি আগুৱাই যোৱা অনুষ্কা।❤
অনুষ্ঠানটি বহু ভাল লাগিল, অনাগত দিনলৈ তেখেতৰ আৰু এনে মন পৰশা গীত শুনি থাকিবলৈ পাম বুলি আশাৰে বাট চায় ৰলোঁ ধন্যবাদ ।
অতি সুন্দর অনুষ্ঠান উপভোগ করলাম । Thanks চ্যানেল ।
অনুষ্কা তোমাৰ যাত্ৰা সফল হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৰাধাৰাণী ৰাধাৰাণী ৰাধাৰাণী ৰাধাৰাণী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।। শুভ সন্ধ্যা।।
অতি সুন্দৰ আগবাঢ়ি যোৱা।
God bless you with all of you and trying
hosake huni thakib mon jai himan dhuniya konto❤
কণ্ঠত বাগদেবী সৰস্বতী যেতিয়া প্ৰবেশ কৰে,তেতিয়া আৰু ৰখাওতা কোনো নাই।
Comment nidiya ke thakibo nuwarilu ....aji bohut akolhoriya feel hoi asil ...anusthan tu Sai mon tu Val lgil bohut ...bohut aguwai juwa 🔱🔱🔱❤️❤️❤️🧿🧿🧿🧿✨✨
সুন্দৰ কণ্ঠ ।❤❤❤
অনুষ্কাৰ কন্ঠ অতুলনীয় , ভবিষ্যতলৈ শুভেচ্ছা থাকিল |
Oti xundor kontho Anushkar geet ketiau neriba
Hundor
Sweet voice Anuska. God bless you.
খুব সুন্দৰ কণ্ঠ আগুৱাই যোৱা মাজনী❤❤❤.
Anushka ❤❤❤
Anushka your realy son of the god.live long.god be with you.
So sweet, sweet voice
বাদক সকলৰ চিনকীৰ প্ৰয়োজন আছিল। লগতে অনুস্কাৰ ঠিকনাতো প্ৰয়োজন আছিল।🎉🎉।
The best singer Anushka.
Thank you tumi junior Lata 100%
Anushka you are amazing girl... Love you a lot 💖
Beautiful voice sister❤❤
Bohut val lagila akou hunibo mon goisa
Bahut besi val lagil bihu geet tu xuni
God ❤❤❤ bless ❤ you ❤❤
সুন্দৰ অনুষ্কা
Dhuniya lagil video to sai hekhor loikey salu
Bor sweet voice ❤🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Ati hundor❤❤
তোমাৰ ভবিষ্যত উজ্বল কামনা কৰিলোঁ
Sakshat Saraswati Ma 🌺🙏🙏🙏🌺
Dhunia lagise
Sweet voice
Nice👍👍👍
Uff voice ❤❤❤
eman dhuniya voice.duparb
God bless🙏🙏 you Anushka
Maina tumi aaguwai jawa sangitor jagedi dhanyabad
Waah kya awaaz 🙏💗
অনুষ্কা তোমাৰ লৈ বহুত মৰম তুমি ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰা তোমাৰ কণ্ঠত মৌ বৰষে এনেকৈ আগবাঢ়ি গৈ থাকা ❤👌
Very nice voice
I love hongit really❤❤❤❤❤
7:44 7:46 khub dhunia lagesa Anushka aru aguye joya
Oti sundor agbadhi jua
So sweet.unique.
Bor hundor kontho. Aguwai juwa take kamona kurilu
Saksshat Saraswati Mata 🌺🙏🌺
Anushka ,tm R gaan mur hodaieai priyo.Tmr monorakha puron houk.Logote ND24 loi akhekh dhonybad Anushkak ai hujug diar babe
Ati sundar
V nice voice.
God bless you dear .
Ba mojjjjja song Bonti
❤ dhunia go ahead
মোৰ প্ৰিয় শিল্পী হৈ তাই ইমান মিঠা মাত সুযোগ পালে মইও গান এটা গুৱাম তাইক ।আজিৰ শিল্পী কৈ বহু গুনে ভাল
God bless you
Good program ❤
Xundar voice
Anushka❤ junior shreya ghosal
Wow wow Anushka r gaan bur huni bohut bhal lagise hosaka tumi bohut aguwai jaba god bless u
🙏🙏good
Bor hundor ❤❤️💖❤️💖💞
Thanks Sings
Amr sivsagar suali. Nex level
👍🙏🙏🙏
💕💖💓
❤❤❤❤❤❤❤❤
এঙ্কৰজনে Class XI ত পঢ়া সৰু ছোৱালীজনীক কিয় আপুনি বুলি সম্বোধন কৰিছে॥ তুমি বুলি সম্বোধন কৰিলেহে ভাল লাগে॥
Moina tumi b..h..u..t.2 Aguai joa Good bless you
Nice voice
❤❤❤ mitha kontho
Nice ❤❤❤
Anushka Agbarhi juwa.. amar falor pora Bahu Bahu akhirbad thakil
Sundar
Mur priyo gittur singer teu.song name xopot
Akhomot Mantrre MLA Loyer Doctor Engineare Hokolure Suwali Asse, Kintu Anekuwa Suwali Jar Gharot Janmo Paise Tewo Luke Suwali Nohoi Durga Devi Mak Paisse🌺🌺🌺
Thik koise apuni
Bohut mitha kontha tumi akbari joya
Anushka axomor aan eti gaurob. Anchoring u bhaal korise.
Bahut mitha kon tha ❤❤❤
Anuskak horu Mane class v nitumoni da bohut gaan gabo disil kintu aji chau Mane metric porikhai dile tetia chehera Kenekua achil aji Kenekua moi bohut asorit koboloi bhakha nai anuska tumak moi chayei takung moi
Anuska horute jenekua gaan gaichil etia Kenekua maak deutaku tetiar pora dekisu mure suwali bhagawane mongal kotak dhirghayu korok
Indian idol Winar 🎻🎻🎻🎻🎻🎸🎸🎸❤❤❤❤🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 জয় আই অসম।
Khub sundar