This is the best interview I've ever witnessed in my life till date. And I'm a fan of him since long ago(when his song upohar had only 4k-5k views. That day I realised a gem has taken birth in my মাতৃভূমি). অন্তৰৰ পৰা কৈছোঁ, আগুৱাই যোৱা ভাইটি.
সেই দিনা যে আপুনি আমাৰ কানৈ কলেজ আহিছিল সেই দিনা প্ৰথম বাৰৰ বাবে আপোনাক নিচেই কাষত লগ পাইছিলোঁ কিন্তু নিচেই কম সময়ৰ বাবহে...তথাপিও কিন্তু সেই সময়কনত আগতে নোপোৱা কিবা এটা অনুভৱ হৈছিল...❤️💌 সদায় এনেদৰেই থাকক ❤️
Khub hundor Bishrut 👍👍 aguwai juwa.. maa r akhirbad ataitkoi dangor bostu jibonot.. Maa r logot ei bondhutto sirodin enekoi rakhiba,, val lagil tmr maa r proti je emmmn morom,shrodha,vokti... Val houk tmr...
লাটুমণি আৰু যে আছে এটা ভৃগু নে কিবা অলপ শিকক গান কি বিশ্ৰুত শইকীয়াৰ পৰা এজন ইংৰাজী medium ত পঢ়া লৰাই কি ধুনীয়া শব্দত গান ৰচিছে আৰু আমাৰ লাটুমণি মণ্টুমণি আৰু যে আছে এডাল ভৃগু শিকক শব্দ কি হব লাগে গানৰ গান কি গানে সমাজক কি দিব পাৰে
Wow ki kom tumak vakhare bujabo nuaru .....aru amar brholla emn telented emn dhuniya voice ki kom protitu ganai mur Priya ....aguai jua agoloi anekoi vl vl gan hunib pao tare opekhyat rom ❤️❤️
ইমান বেছি সৰল মনৰ মৰমলগা ল'ৰা, চিনাকি বাটেৰে নোযোৱা ল'ৰা টোলৈ বহুত বহুত মৰম ❤️🎶
বিশ্ৰুত এটা নাম নহয় এতিয়া সমাজৰ কাৰণে প্ৰেৰণাৰ উৎস হৈ পৰিছে আজিৰ তাৰিখত। উঠি অহা প্ৰজন্মৰ বাবে আদর্শ হৈ ৰোৱা তুমি তাকে কামনা কৰিলোঁ।💐💐👍
এসোপা মৰম আৰু সকলোৰে ভালপোৱা, আশীৰ্বাদ লৈ এনেকৈ আগুৱাই যোৱা বেটা। এদিন জুইয়ে পোৰা সোন হোৱা, তাকে কামনা কৰিছো
This is the best interview I've ever witnessed in my life till date. And I'm a fan of him since long ago(when his song upohar had only 4k-5k views. That day I realised a gem has taken birth in my মাতৃভূমি). অন্তৰৰ পৰা কৈছোঁ, আগুৱাই যোৱা ভাইটি.
অনুষ্ঠানটি চালোঁ। ভাল লাগিল। আমাৰ ঘৰৰ ওচৰৰ বৰহোলাৰ সন্তান বুলি জানি গৌৰৱ অনুভব কৰিছোঁ।। শুভেচ্ছা জনালোঁ আৰু আগুৱাই যোৱা।
আমাৰ borholla অঞ্চলৰ এই দাদা জনৰ অনুষ্ঠানটো চাই সঁচাকৈ বহুত ভাল লাগিল,,,, তুমি সদায় আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ ।
অনুপম দা আপোনালৈও বহুত বহুত thank you দাদাক এনেকুৱা এখন মঞ্চ দিয়া বাবে । ❤️❤️
সুন্দৰ মন আৰু সুন্দৰ সৃষ্টিৰে তুমি জিলিকি ৰোৱা অসমৰ সংগীত জগতত। ধন্য তোমাৰ জন্মদাত্রী। এদিনৰ বাবে হ'লেও তোমাক মোৰ পুত্র হিচাপে যদি পালোহেঁতেন!!!
bishrut saikia...bohut dhuniya..upohar disa tumi aamak..upohar gaan2 di...xodai aaguwai juwa,shiv jee ru vagoban ase tumar logot ru amaru aaxirbaad xodai ase..
ইমান অমায়িক ল'ৰা জন ❤️ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ❤️ আগুৱাই যোৱা🙏🙏🙏
বিশ্ৰুত দা তুমি আমাৰ বাবে এটি উপহাৰ❤️🌸
বিশ্ৰুত দাদা সুন্দৰ 👌আগুৱাই যোৱা বহু দূৰ
বিশ্ৰুত দাদা আপুনি আমাৰ বাবে এটা উপহাৰ 🌼🌚❤️
Bishrut aguai jua...tumak ojaantric r pora he prthom sini paisu....ttyar porai tmr gaan hunisu..bht vl lge...aguai jua tumi...val hobo tumar.......
Moi u ajaantric r porai sini paisu. Bor moram lage lora Tu.
Ojantric♥️
Aguwai juwa beta,👍
বহুত শুভেচ্ছা থাকিল বিশ্ৰুত দাদাক আপোনালৈ
এনেকৈয়ে আগুৱাই গৈ থকা❤️🌻এবাৰ আপোনাক লগ পোৱাৰ হেঁপাহ মনত সাঁচি ৰাখিলোঁ😊😊
*ভাইটি প্ৰচেষ্টা সদায় অব্যাহত ৰাখা❤️😍❤️বহুতৰ দৰে হব নালাগে,বেলেগতকৈ সদায় বেলেগ*
বাঃ বাঃ তোমাৰ অতি উজ্বল ভৱিষ্যত কামনা কৰিলোঁ...নতুন প্ৰজন্মৰ নতুন শিল্পী...সুন্দৰ শব্দ, সুন্দৰ সুৰ, সুন্দৰ কণ্ঠ, সুন্দৰ !অতি সুন্দৰ!!
Bishruta da bohut nika ontor, kumol hridoyor manuh ❤❤❤Ejon prokrito xilpi. Bohut bhal lage teok
বিশ্ৰুত শইকীয়া নামেই যাৰ পৰিচয়। কেনে অমায়িক লৰা । আগুৱাই যোৱা তুমি❤❤❤
প্ৰত্যেকৰেই জীৱনত কিবা নহয় কিবা কাহিনী থাকেই,
সেই কাহিনীবোৰে জীৱনক আগুৱাই লৈ ও যায়,
আৰু কেতিয়াবা এনেকুৱা হতাশাত ও ভুগা যায় যে জীয়াবলৈ হেঁপাহ নথকা হৈ যায় 🥺
প্ৰাপ্তি মানেইটো জীৱন নহয়,
অপ্ৰাপ্ত বোৰ প্ৰাপ্তিৰ প্ৰাপ্তিৰ আশাত ৰৈ থকাই হয়টো জীৱন 🥰🥰
জীৱন জিন্দাবাদ ❤️❤️❤️
তুমি যেন.... উপহাৰ এটি..❣️ তুমি আমাৰ বাবে বহু মৰমৰ যোগ্যতাৰ এটা উপহাৰ🌼✨
Val loga loratu 👍👍bohut proud korilu tumk loi tumar maa r proti thoka morom dekhi..nijor mur maa mukh khan sokur agot vahi ahil..love u maa💞💞💞
Maina onusthan tu sai bahut val lagil. Aru tumar kothabure ontor sui gol.. Ujjal vobishat kamona korilu ..
Bohut bohut thanks bisrut 2maloi.aguwai jowa .😭😭😭
সেই দিনা যে আপুনি আমাৰ কানৈ কলেজ আহিছিল সেই দিনা প্ৰথম বাৰৰ বাবে আপোনাক নিচেই কাষত লগ পাইছিলোঁ কিন্তু নিচেই কম সময়ৰ বাবহে...তথাপিও কিন্তু সেই সময়কনত আগতে নোপোৱা কিবা এটা অনুভৱ হৈছিল...❤️💌 সদায় এনেদৰেই থাকক ❤️
Khub hundor Bishrut 👍👍 aguwai juwa.. maa r akhirbad ataitkoi dangor bostu jibonot.. Maa r logot ei bondhutto sirodin enekoi rakhiba,, val lagil tmr maa r proti je emmmn morom,shrodha,vokti... Val houk tmr...
বহুত আগুৱাই যোৱা ভগবানৰ ওচৰত মিনতি কৰিছো বেতা💐❤ 💖😍
কিমান যে ভাল পাওঁ আপোনাক দাদা ❤️❤️
প্ৰিয়❣️✨
Bishrut তুমি আগুৱাই যোৱা। আশীষ থাকিল আমাৰ।
Bishurt axomor ajon kukhyat bikhyat jilika tora hoi... We proud of u boy👑💫💫💫💫⭐⭐⭐⭐⭐🌟🌟🌟✨✨✨✨⚡⚡⚡⚡☄️☄️☄️
I don’t know why but I somehow connect to this guy… God bless you bro💜
❤️❤️
Xodai aguai joa Bishruta... With loads of my blessings and loves ❤
Emotional hoi goisu moi nijeu🥺❤️ki xobdo mne , hridoy khn sui jai oo. Eke mon mugdha kri pelai❤️
Nopote 🙂🙏
Gaan gale suna napau kiy?
@@anjudadhora7839 take2
Bondho kori thoise@@anjudadhora7839
চিনাকি বাটেৰে নজোৱা লৰাটো,,,, উপহাৰ 🎁
আৰু আগুৱাই যোৱা বিশ্ৰুত ।তোমাক লৈ আমি গৌৰৱ কৰো ।মোৰ দেউতাৰ ঘৰ তিতাবৰত ❤
DADA TUMI AMAR AXOMOR XONGIT GOJOTR UPOHAR💖💖💖💖😍😍😍😍
Thanks to Ojantrik for introducing Bishrut to us
বিশ্ৰুতৰ অনুষ্ঠান সদায়েই নতুন❤❤❤❤
বহুত ভাল লাগিল গীতটি শুনি৷তুমি আৰু আগুৱাই যোৱা
বহুত মৰম লাগিছে সোন তুমি আগুৱাই যোৱা 👍👍👍👍👍
খুব ভাল লাগিল বিত্ৰুত ,, আবেগিক হৈ পৰিলোঁ
❤️😥
লাটুমণি আৰু যে আছে এটা ভৃগু নে কিবা অলপ শিকক গান কি বিশ্ৰুত শইকীয়াৰ পৰা এজন ইংৰাজী medium ত পঢ়া লৰাই কি ধুনীয়া শব্দত গান ৰচিছে
আৰু আমাৰ লাটুমণি মণ্টুমণি আৰু যে আছে এডাল ভৃগু শিকক শব্দ কি হব লাগে গানৰ গান কি গানে সমাজক কি দিব পাৰে
Montumanik tenekoi nkbo dada.... Baki dujonk koleo kouk montumani saikiyar gan bilakor kiba eta madokota Ase..
Montumoni k tnekoi nkbo 🙏
Montumoni buli nokobo..
এজনক প্ৰশংসা কৰিব গৈ আনকেইজনক সমালোচনা কৰাৰ কোনো যুক্তি নাই৷ মন্টুমনি তিতাবৰৰ গৌৰব৷৷৷ সংগীত বহুধৰনৰ থাকে। যেতিয়া ৰভাতলিত বিয়াঘৰত ফুৰ্টিত নাচিব লাগে তেতিয়া সেইকেইজনৰ গীত নহলে আকৌ নাচিবও নোৱাৰি৷ ৷ ৷
Eman cute. Eman hohoj horol ..eman morom loga eman talented ..plz nakandiba ..moiu kandi golu oo 🥺🥺❤️❤️❤️❤️❤️❤️❤️
ইমান ধুনীয়া লৰা কথাবোৰ শোনি বহুত ভাল লাগিল আশীৰ্বাদ কৰিছো আগবঢ়ি যোৱা 👍
সদা বিশ্ৰুত হৈ ৰোৱা তুমি ❤
আগুৱাই যোৱা বিশ্ৰুত, শুভকামনা জনালো❤️
Bohut vall lage bishrut daaa kk...❤️❤️❤️
Upohar song tu bohut dhuniya hoise ❣
বিশ্ৰুত অসমৰ ৰাইজৰ বাবে এটি ধুনীয়া উপহাৰ 🍀
বহুত বহুত ভাল লাগিল দেই
Khub val lagil ❤️❤️❤️
ভাল লাগিল বহুত।কিন্ত কিমান সেয়া প্ৰকাশ কৰিবলৈ ভাষা নাই।।।।
তুমি যেন উপহাৰ এটি ❤️❤️
মোৰ প্রিয় শিল্পী বিশ্ৰুত 💕বহুত আগুৱাই যোৱা 😊🙏
সুন্দৰ👍👍👍
Bishurt da love you 💕 more hsai tumii atuloniyo
Eman pure lora jon ❤️ dhei morom tumaloi
ধুনীয়া প্ৰগেম।
God bless u my brother. Love you
Upohar xuni moi pagol hoisu Bisrut Saikia Dada... 🥰🥰❤❤❤❤❤
Aguai Jua dada😊😊😊☺😇😇 , ujjal bhobisyat kamona korilu
Duyu jon khub dhunia koi milise ♥️ val lagise
Outstanding
Hodei anekoie thakiba bishrut👍👍❤️❤️
বা অনুপ দা কথা বোৰ মজা কই'চে ভাল লাগিল
Bishrut aru agbahi jua
Bohut hundor kontho tumr aguwai juwa
Tenekoi 🔥❤️
সপোন বাস্তৱ হওঁক । তুমি কূশলে থাকা ।
Tumak bohut huvesya disu. Agbarhi juwa
আমাৰ সম্বন্ধবোৰো একো একোটা উপহাৰ💐💐
mojja lagise
Bishrut daa tumi bor dhuniya upohar eta disa ❤️tq for your upohar song 😍
তোমাৰ vaiti hbo
@@uddhab3.028 mur Vaiti nhoi dadai hbo
Upohar song 2 real amr babe upohar
চিনাকি বাটেৰে নোজোৱা লৰাটো সচাই তুমি উপহাৰ এটি🤩❤💜
ভৱিষ্যত উজ্জ্বল কামনা কৰিলো তোমাৰ
প্ৰিয় 💚💚
ঢেৰ মৰম আৰু শুভ কামনা বিশ্ৰুত দা আগুৱাই যায় 🌝
Bht Val lagil Show tu ❤️
Bohut vl lage gaan to
বহুত ভাল লাগিল, আৰু আগবাঢ়ি যোৱা
PJC 'r gems ❤
Bht bht vll lagil...morom from njr thai❤️❤️
বৰ ভাল লাগিল 👍
So nice programme.
Very nice program. Keep it up Bishrut.Stay blessed always.
সুন্দৰ
*উপহাৰ* ❤
আগুৱাই যোৱা ,ভগৱান তোমাৰ সহায় হওক।
OJAANTRIC❤
খুব সুন্দৰ ভাল লাগিল
Bhut activ Anusthan
Ojaantric ত দেখাৰ পৰাই তেওঁৰ গান সদায় শুনা হয় বহুত ভাল লাগে ।
শুভেচ্ছা জনালো।
ভাল হৈছে বিশ্ৰুত। আগুৱাই যোৱা। শুভেচ্ছা ও আশীৰ্বাদ আছে তোমাৰ যত্ৰা পথত। মই তোমাৰ লগৰ দৰ্শনৰ মা।
খুব ভাল লাগিল
Emotional hoi goisu.. All d best for ur future
Wow ki kom tumak vakhare bujabo nuaru .....aru amar brholla emn telented emn dhuniya voice ki kom protitu ganai mur Priya ....aguai jua agoloi anekoi vl vl gan hunib pao tare opekhyat rom ❤️❤️
Anekoi aguaijua tumi 💞 💞💞💞
Aguai jua Bisrut da
Very sweet voice.Best wishes always
God bless u keep it up brother our good wishes always with you...