Champadoi (চম্পাদৈ) 2024 - Achurjya Borpatra | Sumi Borah | New Assamese Bihu Song
HTML-код
- Опубликовано: 2 окт 2024
- Presenting #AchurjyaBorpatra's #Champadoi2024 (#AssameseSong ) starring Sumi Borah exclusively on Achurjya Borpatra Official.
SKRBS presents
চম্পাদৈ
Audio Credits:
কণ্ঠ: আচুৰ্য বৰপাত্ৰ,নীলাক্ষি নেওগ
কথা-সুৰ-সংগীত: অপূৰ্ব-শোণিত
ঢোল: লাচিত বৰুৱা, বিশ্বজিত গগৈ
তাল-পেপা-গগণা: পিতি বৰা
বাঁহী: কৈলাশ ৰাভা
বীণ: গৌতম শইকীয়া
মেলডী ডিজাইন: ভদ্ৰকান্ত দাস
শব্দযন্ত্ৰী: ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ: জিন্তু বৰদলৈ
টাই কথাংশ: মহন্ত বুঢ়াগোহাঁই
সহশিল্পী: ৰাগ দ্বীপ, পম্পী পল্লবী, কমলিকা
Video Credits:
নৃত্য পৰিচালক আৰু নিৰ্দেশনা- চুমি বৰা
সহকাৰী পৰিচালক- গায়ত্ৰী বৰা, অঙ্কুৰ ঠেঙ্গাল
চিত্ৰগ্ৰহণ- বিতুল দাস
সম্পাদনা আৰু ডি আই- মানস কাশ্যপ
ৰূপসজ্জা- ৰঘু বৰা
সহকাৰী ৰূপসজ্জা- বাবলু, ভনিতা, ৰিচা, নিকিতা
সাজসজ্জা- আদিত্যম শইকীয়া, ডিপলু হাজৰিকা
গহণা- প্ৰজাপতি অসমীয়া গহণা
প্ৰযোজনা নিয়ন্ত্ৰক- প্ৰশান্ত হালৈ
আলোকচিত্ৰ- ভাৰ্গৱ খাউণ্ড, সিদ্ধাৰ্থ তামুলী(এৰিয়েল)
Label: AB Production
Music Publisher: Eikhon Axom Hoi Bhai Media
© ℗ 2024 Achurjya Borpatra Official. All Rights Reserved.
[SOCIAL]
Achurjya Borpatra
INSTAGRAM: / achurjya_borpatra
FACEBOOK: / achurjyaborpatraofficial
NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.
চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আমাৰ আৱেগ ❤
বহুত ধুনীয়া গান বিহু গান বোৰ এনেকৈ জীয়াই থাকক❤❤
Nice,, song achurijya da ,, apuni anukua mojja notn notn bihu uliaii thakibo❤
Moja achurjya da ❤Val lagi gan tu huni❤aru lage gan anekuwa😊
আচুৰ্য দাৰ কণ্ঠত বিহুগীত, উফ্ 🥺💗
Love from 🇳🇵.
Achurjya da সদায়েই হিট 🥺🫶❤️💥💥💥💥next level ❤🔥
ভোগালী বিহুত বাজিব এইবাৰ 💘❤
Bohut dinor pasot bihu r video palu , bhal lagil❤
___Zubeen Da Pisot e Val loga Singer Jon❤😌😍___
Hi Achurjya Da, Sumi Borah
Love you both from Sylhet, Bangladesh .
I cant recall how many times I watch this song. Just GREAT !
Your dedication for Bihu will be valuable resource for Asamees music world,
@Sumi Borah, your presentation is more than Great !
Hope, I could meet you somewhere in this globe.
Mojaa dada😍😍😍😍😍
বিহুসুৰীয়া বোৰ ত্যাগ কৰি এনেকৈ আমাৰ চেনেহৰ বিহুতিক জীয়াই ৰাখক। বিহুসুৰীয়াই সকলো শেষ কৰি পেলালে যত ঢোল পেপাৰ মাত নাই ❣️❣️
Sumi ba tumi bhohut hokot hoisa bhohut
Achurjya daa nd nilakhi baa voice 🔥🔥🔥 logote sumi baar bihu dance সোনত সুৱগা চৰা ❤❤❤🔥🔥
আচুৰ্য দাৰ গান স্বৰ্গ
Achurjya daar song haven ❤
Achurjya daa r krone eta 👍kori juwa
Boka
😊
Tmk kio like korim achurjya daa r channel t vdo diya ase tat korim
👍
@Bhaskar-bhai
Val lagil
চম্পাদৈ ❤🔥
Video tu sai Val lagil
👍
আচুৰ্য ককাইদেউ আৰু নিলাক্ষী বাইদেউৰ কণ্ঠত সোণত সুৱগা চৰিছে 👍👍👌💐
Nice song bro ❤❤❤❤❤
বিহু বুলি ক'লেই অসমীয়াৰ প্ৰাণ💖
(1 like for Assamese Culture)
____One of the best uncommon and unique stylish singer Achurjya Borpatra....❤🫂
জয় আই অসম ✊✊✊
Acharjya da nice but sumi baa bohut dhuniya danc kore
Lots of love dada❤❤❤
বিহু বিহু লগাই দিলে ❤
আচুৰ্য বৰপাত্ৰ দা কি নো কম আপোনাৰ গানৰ কথা শুনিলে শুনি থাকিব মন যায় ❤ আচুৰ্য বৰপাত্ৰ দাক ভালপোৱা বোৰে লাইক এটা এটা ❤❤
জুবিন দা ৰ লগত মোৰ এজন প্ৰিয় শিল্পী আহে আচুৰ্য বৰপাত্ৰ দা❤ love from মাজুলী দাদা❤
❤❤ mur u akei tumar dorei duijon mur priyo ❤❤ dhemaji pora
Muru ei dujon favorite
Borhiya 👌
❤ Happy For Magh Bihu. Proud to be Tai Ahom Traditional dresses.
বিহুৰ নাচ ধোনী লাগিছে ❤❤❤❤❤❤❤❤
finelly বিহুৰ কাৰণে এটা সুন্দৰ নতুন গান পাই গলো ❤🥰
Mojasaa lagise❤❤
সকলো সময়তে প্ৰিয় কণ্ঠশিল্পী গৰাকীলৈ শুভেচ্ছা 💕এইবাৰ বিহুত আপোনাৰ গানে জুই লগাই দিব অসমত 🌷❤
ধুনীয়া
বৰ ভাল লাগিল শুনি বিহু নামটি 😊😊😊😊😊 ধেমাজিৰ পৰা বহুত বহুত মৰম
Mojaa❤❤
Next level ❤❤❤❤
ruclips.net/video/q-UIbePcgJU/видео.htmlsi=EgOd7PzYMiJzxKAv
Bhut hundor ❤❤❤❤❤❤❤
শেহতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা থাকিল আচুৰ্য দাদা❤,সদায় ভালে থাকক ভগৱানে মঙ্গল কৰক❤
Piom pollobi bak lobo abar
Mojja🎉🎉
অতি উন্নত মানৰ এটি বিহু গীত।❤
সুন্দৰ আচুৰ্য ককাইদেউ 👌 আগুৱাই যাওক তাৰ কামনা কৰিছো।🙏💗
ruclips.net/video/q-UIbePcgJU/видео.htmlsi=EgOd7PzYMiJzxKAv
বঢ়িয়া।
I love my Assam ❤
বহুত সুন্দৰ বিহু। Superb আচুৰ্য দা
I am from Andhra.. I like Beautiful Assamese dance song & culture particularly celebrating Bhogi and Makar Sankrsnthi .. these festivals are similar to ours
❤❤
Val lagise achirjya da ❤
আচুৰ্য দাৰ গান মানেই এক সুকীয়া আমেজ ❤
Love from odisha ❤❤❤😊
Hosa kotha dae tekhetor mat hridoi sui jai dae
Love from Nagaland
I am from nagaland..@@DharitriSaikia-fx1it
Yes
I love you😊
হিয়া চুই গল 💖
Achurjya daa gantu val lagil❤❤
দাদা আমি অপেক্ষা কৰি আছো❤❤ Love from Morigaon❤❤❤
mojaa bro
এইবাৰ বৰ ধুনীয়া ধুনীয়া বিহুগীত সৃষ্টি হৈছে দেই। কুসুম দাৰ পিছতে আচুৰ্য দা, ❤️🔥
এনেকৈয়ে জীয়াই থাকক আমাৰ বিহু ❤️❤️🙏
Costume mojja lgise👌👌
Mjnjmlll
😊
Moja❤❤❤❤❤
গানটোয়ে আগৰ জানমণি অঞ্জনাৰ গানৰ vibe দি গল ❤❤❤
Hoi dei 💖💖💖
Moja ❤❤🎧🎧
আপোনাৰ কণ্ঠত বিহু ...উফ ..এক বেলেগেই মাদকতা🥺❤️
Mojaa...
বেংগালুৰুত আছো বেংগালুৰুতে চম্পাদৈক নচোবাম। আচুৰ্য দা আৰু চুমিবা চম্পাদৈক বহুত ভাল লাগিছে । মোৰ ফালৰ পৰা আগন্তক হেঁপাহৰ ভোগালী বিহু শুভেচ্ছা জনালোঁ। ❤💗🙏
Banglore kot asy moou axu
😅
❤❤
@@Rupantagogoi-pb9xq😅
@@suchensonowal8976 what happened
mojja
This is called album, versatile, unique song, love it ,I love our Indian culture
Bhut dinr pist amar bihu gaan ulaise😊❤️
💝💝💝moja 👍🤟❤️ jui ♥️
That's assamese bihu song are always delivered by Achrujya da ❤❤
Acharjya Da tumi aibar bohut hit disa ....
Mojja lagisy bihu bihu🤍😘😘😘😘😘😘
Nice song & video 👌
Love from Mayurbhanj, Odisha ❤❤❤
Moja moja Achurjya da🎉🎉😊😊😊😊
দেৰগাঁও ত লগ পাই ভাল লাগিল আপোনাক 💕 love from ❤দেৰগাঁও
sumi borah rocks🤘bohu sokot hol goi...but still she is outstanding 👌
Love for Achurjya daa❤❤❤
Like button ❤
Treading t ase......1st song Jen paisu trending t thoka...... congratulations dada❤❤❤
Love songs❤❤❤❤😊😊😊😊
Assmmaese community most peaceful community of India ❤❤
Indeed 😊
Magh Bihur Upohar....❤
ককাইদেউ ধুনীয়া লাগিছে গীত টি শুনি❤ মোৰ ফালৰ পৰা মৰম যাচিলো 🙏🙏
Morigaon t kune kune dada program r karonee wait kori asila❤ mur nisinake
Jui jui Achurjya da ❤
থিকে আছে গানটু ❤ পিছে পুৰনা পুৰনা লাগিছে। বিহুত নাচিবলে ভাল vibe থকা গান এটা দিব।। ❤
Borhiya Martin da 🎉🔥💯
Achuijya dar karone ata like❤ love from Goalpara🥰
Gantu huni bohut vl lagese bihu bihu lage gl
Bihu ahil oi 😊😊
অসমীয়া বুলি গৌৰৱ কৰো 💗🌼
East or West ACHURJYA BORPATRO is the best ❤
আচুৰ্য্য ৰ গানেই সকলোতকৈ সুকীয়া হয় ❤। কিবা এটা ভাল লাগে । তাতে লগত নীলাক্ষিৰ কণ্ঠ ❤।
Congratulations bro 🎉🎊❣️
আচুৰ্য দাৰ ধুনীয়া গানটোৰ বাবে লাইক এটা ❤
Supur🎉
I am from Assam i like this song ❤❤
Dadar song val lage o ❤
My favorite singers achurjya da || happy bihu ❤️
আচুৰ্য দা গানৰ বাবে এই আমেজ ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
ruclips.net/video/q-UIbePcgJU/видео.htmlsi=EgOd7PzYMiJzxKAv
I, m from assam. This song is very very nice ❤🙏🏻😇i love Bangala and Odisha ❤ Jay Shree Ram 🙏🙏🙏
jay shree ram
ruclips.net/video/q-UIbePcgJU/видео.htmlsi=EgOd7PzYMiJzxKAv
চুমিৰ ঠাইত বেলেগ হোৱা হই আৰু ভাল লাগিল হয় ।
আচুৰ্য দা মেইন❤❤❤ প্ৰিয় শিল্পী গৰাকী ❤❤❤❤
বিহু বিহু লাগি হৈছে গাত
Beauty of my Indian culture ❤️
Love from Odisha ❤️
Odisa kothi kohucho
@@sourovsagar2797 Keonjhar bro
❤️❤️❤️achurjya da
My favourite singer ❤️😍
চম্পাদৈ 🔥
বিশ্বনাথৰ পৰা এগাল মান মৰম ❤❤