Baxontor Utola Baa By Kussum Kailash || Nilakshi Neog || New Assamese Bihu Video Song 2024
HTML-код
- Опубликовано: 25 дек 2023
- Singer- Kussum Kailash & Nilakshi Neog
Lyrics/Tune-Kussum Kailash & Sarat Sravan
Mixed/Mastered- Ujjwal Aarong
Dhool-Pankaj Bora
Pepa-Manash Jyoti Mohan
Flute-Bitupan Konwar
Guitar -Bikash Gogoi
Co-vocalist -Mrinmoy Mrittik, Sankar, Rup-Rupam, Abhijit, Jitumoni, Paran, Palash
Recorded @ Studio Srishti By Ujjwal Aarong
Digital Market & Media Director:- Junaak Milon (@DhwaniMusic)
Photography & Cover Design :- Satyajit D Phukon
Video Credits
Special Thanks - Ranjit Gogoi
Video Director - Ashim Gogoi
AD - Dip Barman & Babusha Bijoy Das
Cinematography - Suman Duwarah & Papu Deka
Costume Designer - Garima Saikia Garg
Editor - Manas Kashyap
Introducing - Satabdee Kalita
Cast - Kusum Kailash
Makeup - Abhijit bhuyan
Makeup Asst. - Rajib & Sourav
Production Manager - Dipan Baruah
Drone - Joydeep Paul & Kuldeep
Special Thanks
Daisy Gogoi Mohan
Uttam Changmai
Pronobjyoti Gogoi
Pranjal Gogoi
Bichitra narayan Baruah
Bitupon axom
Bikash Bailung
Washim Ayan
Partha Gogoi
#kussum_kailash #kussumkailash #nilakshi_neog #Baxontor_Utola_Baa #Nang_Seng #dhwanimusic #Dhwani_Music #assamesesong #assamese #assamesebihu #newassamesesong #newbihusong Видеоклипы
Eman Dhuniya Bihu ❤
Apunr gan khini u val lge ❤❤❤
Nitul তোমাৰ গান কেতিয়া আহিব
@@user-ou4nx2kj4b❤❤❤❤❤❤❤❤❤❤❤
@@user-ou4nx2kj4b😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@AssamWrittenexam qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
বহুত সুন্দৰ তোমাৰ গীত শুনিলে পুৰণি দিন বোৰলৈ মনত পৰে ,, বিশাল পথাৰৰ মাজত সজা ভেলা ঘৰ ,,বিধে বিধে খাদ্য আৰু যান্ত্ৰিক তাই ঢুকি নোপোৱা পৃথিৱী খনত বেটাৰী আৰু এটা দেগৰ ,শব্দহ যে আমাৰ কিমান প্রিয় আছিল || মোৰ বিশ্বাস তোমাৰ গীতৰ মাজতে হেৰুৱা দিন বোৰ পুনৰ সকলোৰে মনত পৰিব ❤❤❤
💟💟❤❤🥰🥰💥💥😇😇
এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বিহু গীত।
BEST BEST 🥰🥰🥰🥰🥰🥰🥰🥰🥰💥💥💥🥰🥰😇😇❤❤❤❤❤❤❤😇😇😇😇😇😇😇😇😇😇😇😇🥰🥰🥰🥰🥰
সকলো ফুলেই তো ফুলিল নাই মাএ তুমি হে নকলা কি ফুল অতিকৈ সুন্দৰ হয়বাৰু,
সেই কথা টোকলেই তোমাকেইধিয়াম বা তোমাকেই পৃূজিম,
বৰ সুন্দৰ এটি গীত আগবঢ়ালে ❤ কুসুম দাৰ বাবে এটা like 👍
Lot's of love from Jorhat ❤
নিভাজ অসমীয়া এটি বিহু গীত ❣️তাতে কৈলাস দা কন্ঠত উফ❤❤
খাঁটি বিহু 🥰
কুসুম ককাই আপোনাক ধৈন্যবাদ বেছি সুন্দৰ বিহু গীততি উপহাৰ দিয়া কাৰণে সকলোঁলৈকে আন্তৰিক শুভ কামনা🙏🏻
এনেদৰে সম্পুৰ্ণ ঢোলত বজোৱা বিহু লৈ অপেক্ষা কৰি আছিলো...বৰ ভাল লাগিল...এনেদৰে আগলৈও অপেক্ষা থাকিব
আপোনাৰ এই গানটো continue শুনি আছোঁ 🥰🥰 গানটো মাজত যে কিবা বেলেগে এটা অনুভূতি সোমাই আছে 🤗🤗
মোৰ ফালৰ সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ
উসঃ.... কি সুন্দৰ,,,, কবলৈ ভাষায়েই নাই... নাং -চেং তই ৰচকী পখিলী❤
বহু দিন অপেক্ষাৰ অন্তত💞🥰😍🤩
ৰচকী পখিলী ধুনীয়া নাচনী 😍
Nice song😌🎵
প্ৰতি বছৰে, বছৰটোৰ শেষত আপোনাৰ কণ্ঠত এটি সুন্দৰ বিহুগীত শুনিবলৈ হেঁপাহেৰে ৰৈ থাকোঁ । শুনি অহা গীত কিটাৰ দৰেই, এইবাৰো এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ককাই ❣️ Love u ❤❤ 💕
বহুত বহুত ধুনীয়া বিহু❤অসমীয়া ৰ স্বাভিমান সদায় এনেকৈ উজ্জ্বলি থাকক❤।
ভাল লাগিল সুন্দৰ ৰোমাণ্টিক বিহুগীত ৷ গীতটোৰ জৰিয়তে বিহুনৃত্যৰ লগতে ঢোলবাদন সুন্দৰ ভাৱে প্ৰতিছবি দেখুৱাবলৈ সক্ষম হৈছে ভাল লাগিল ৷
বৰ ধুনীয়া হৈছে দেই "ককাই" বহু দিনৰ পিছত এনেকুৱা এটা গীত আপোনাৰ কণ্ঠত ❤
সকলোলৈকে আগন্তক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দেই 🥰🙏
সেই পুৰণি নিভাজ বিহুটোক যেন আকৌ উভতাই পাইছো❤
বিহুৰ আগে আগে ইমান সুন্দৰ বিহু এটা উপহাৰ দিয়া বাবে ধন্যবাদ ককাই❤
Bahut bosor pasot bor dhunia Bihu gaan hunibo aru saboloi palu.
Wow moja hoise gote team bilak bor dhunia kaam korise 👏
আগন্তুক আহি আছে প্ৰতিজন অসমীয়াৰ অতি মৰমৰ বিহু আৰু নতুন এটা খোব ধুনীয়া গীতেৰে এইবাৰ ❤❤ love you kusum kokai
কোনে কোনে অতি আগ্ৰহেৰে কুসুম দাৰ❤ গীতটিলৈ অপেক্ষা কৰি আছে like কৰা 👍🎉
এইবাৰ মাঘ বিহুত চাৰিও ফালে কুসুম দাৰ 'বসন্তৰ উতলা বা ' বাজি থাকিব, বহুত সুন্দৰ বিহু গীত এটা উপহাৰ দিলে অসমবাসীক ❤, সকলোৱে কুসুম দাৰ গীতটো আদৰি লব বুলি আশা কৰিলোঁ ❤️❤️
ℍ𝕠𝕚 𝕕𝕖
❤❤❤
সেই জানমণি অঞ্জনা মৰমজানৰ গামোচা দিনলৈ মনত পৰি গ'ল। ❤❤❤
Mojaa kossum dada ..
ফকতিয়
ইমান ধুনীয়া লাগিছে বিহু টি❤
January❤ Magh bihu❤❤ hilai dim aebaar
❤❤❤jai kkw❤❤
যদিও আছো বাহিৰত বিহু গানটোৱে বেছিকৈয়ে গাওঁ খনলৈ মনত পেলাই দিছে , love you this song ❤
Akdom xsa ktha😢 ghorr ktha monot pori gol
নাং চেং, চেঙ্ নাঙ, কঙ্ ছেঙ্.... আপোনাৰ গীতত টাই আহোমৰ সুমধুৰ শব্দৰ প্ৰয়োগ মন কৰিবলগীয়া। সেই কাৰণেই ব্যতিক্ৰম আৰু মোৰ বাবে এজন অতিকৈ প্ৰিয় শিল্পী "কুসুম কৈলাশ"। সদায় এনেকৈয়ে আগবাঢ়ক। বুকুভৰা মৰম আৰু আৰ্শীবাদ যাচিলোঁ।
কুসুম দা আৰু নীলাক্ষিৰ কণ্ঠৰ কথা নকলোৱেই যেনিবা ❤। গীতৰ কথা , সুৰ ভাল লাগিছে ❤। নৃত্য নিৰ্দেশনা আকৰ্ষণীয় ❤। নাচনী জনী বৰ মৰমলগা❤
শুনিলে শুনি থাকিব মন যায় , বহুত ভাল লাগিল গানটো ❤❤
আমাৰ ধুমুহা জাক কেতিয়া আহিব বাট চাই আছিলো অৱশেষত আহি গল ধন্যবাদ ককাইদেউ❤ বহুত ভাল লাগিল
বসন্তৰ উতলা বা...🎉❤
কুসুম কৈলাশ দাদাৰ বাবে 👍
বহুত বেছি সুন্দৰ হৈছে কুসুমদা, শুনি আমনি নলগা এটি বিহু গীত উপহাৰ দিছে
❤❤❤❤❤❤ ইমান ধুনীয়া লাগিল কুসুম দা ডিব্ৰুগড় জিলাৰ পৰা বহুত মৰম দিলোঁ 4:49
Waiting kusum da❤❤
Love from Lakhimpur❤❤❤
বৰ ধুনীয়া হৈছে অ’ বন্ধু👏👏
আকৌ এটা নতুন গীতৰ খলকনি ককাই গীতটি বহুত ভাল লাগিছে নতুন বছৰৰ লগতে ভোগালী বিহুৰ শুভকামনা থাকিলে ❤❤❤❤❤❤
Bahut dhuniya lagile ganto❤❤❤
কুসুম কৈলাস দা মোৰ খুবেই প্ৰিয় আৰু 1 জানুৱাৰী আৰু মাঘ বিহুৰ কাৰণে ৰাইজক উপহাৰ দিছে ধন্যবাদ দাদা Dj ত full sound দি নাচিম
শুভ কামনা ককাই।❤এইবাৰ কোনে কোনে বজাব মাঘ বিহুত এই সুন্দৰ গীতটি।।🎉🎉
Moi❤❤
Ami
𝔾𝕒𝕟 𝕥𝕠 𝕙𝕦𝕚 𝕓𝕠𝕛𝕒𝕓𝕠 𝕝𝕒𝕘𝕚𝕓𝕠 𝕒
😂😅
সুন্দৰ হৈছে কুসুম কৈলাশ ককাইদেউ❤️🥰👌
নাচনীয়ে দিয়া গামোচাখন ফুলাম হ’ব লাগিছিল । বাকী খুব সুন্দৰ ।
Gan tut koise sun tai... Mai ai anibo nidile tai bua gamusa khn... Haibbe full nothoka akhon tai dibo loga hol
এইবাৰ মাঘ বিহুত চাৰিও ফালে কুসুম দাৰ বসন্তুৰ উতলা বা ❤
নিজতকৈ ভাল পোৱা মানুহজন kusssum da ❤ সকলোকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ তথা ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ❤❤❤❤
❤❤❤❤
Dhunia ❤
অতি মৰমমৰ kussum দা বিহু উপহাৰ দিলে অসম বাসি ❤ এই বাৰ বিহু পালি ব লাগিব
Dhunia.... 🎉❤
বহু দিনৰ মূৰত ইমান সুন্দৰ গীতৰ ঢোল - পেপাৰ মাতত কান দুখনে আৰাম পালে ❤❤❤
ঢোলত চাপৰ দিয়া কেইজন জুই জুই❤🎉
Ma kasam moja bojai se 20 bar hunilu amoni nalage bro 💖💖💖💖
Mojahh kokai
গানটো সোনকালে release দিয়া সুনিব বৰ মন গৈছে kusum koilash daa🥰🥰🥰🥰🥰🥰
ৰৈ আছোঁ কুসুম দা মহাৰাষ্ট্ৰ পৰা❤❤❤
Dhool t ki sapor dise o..mozaa dai❤
Val lagil. Bihu hajot aru dhunia lagise....
বহু ভাল লাগিছে দাদা 💖🥰 টংলাৰ পৰা মৰম যাচিলো 💕
Waiting 🎉🎉🎉❤❤
Very Very lovely song ❤❤❤❤❤❤❤ 🌹🌹🌹🌹🌹🌹🌹🔥
Aiitu generation te enekuwa bihu atiya u jiyai rakhise bohute anondo ❤️
অতি পাত সুন্দৰ বিহু গীত ❤️অসমীয়া সংস্কৃতি ❤️👍
শুভ কামনা ককাইদেউ 😍🥰 _ বহুত ভাল পাও আপোনাক 😘😘__ সহজ সৰল মানুহ জন আকৌ এবাৰ বহুত মৰম ককাইদেউ ❤🥀 __ যাৰ গানৰ সুৰে সুৰে কেচা মাতিৰ গোন্ধ পোৱা যায় 🤗😍 __ ভালে থাকক সদায় 😘😙😘😙😘
Kusum dak bhal puwa hokol like ata kora❤❤😊
Purona bihu burole monot pori gol🔥❤
মাঘৰ মেজি ঘৰত নাচিবৰ বাবে পাই গলো❤❤😍🎵
বহুতেই নিভাজ ধুনীয়া কুসুম। যোৱা কালি Whatsapp ৰ Status দেখিয়ে বুজিছিলো যে ৰাইজৰ অপেক্ষাৰ ওৰ পৰিবলৈ বেছি সময় বাকী নাই আৰু ❤
সুন্দৰ। এইবৰ্ষৰ শ্ৰেষ্ঠ বিহুগীত। গান হলে এনেকুৱাই হ'ব লাগে শুনি, চাই আমনি নলগা।❤❤❤
Nilakshi baa is one of best singer today of Assam . Top 1
Kussum kailash song bur Val Lage jobe like ata kori dya ❤
মন প্ৰাণ ভৰি গ'ল । সঁচাই ভাল লাগিল গান টি❤❤❤❤❤❤❤❤❤
Kusum da ৰ video song ত কোনো দিনে Celebrity actress dekha napai সেইবাবে ভাল লাগে ❤। নতুন নতুন ছোৱালী বোৰ ভাল লাগে সকলোৱে একো একোটা chance pab lage । 😊😊😊❤❤❤🎉🎉🎉
মই kushum dar গান শুনি বহুত val pao, সেই disco ভন্তিৰ pora i atiale sob গান xuni আছোঁ❤❤❤ আৰু মোৰ খুৰা টো akdom big fan kushum da r 😂🎉🎉🎉🎉❤
শুভ ককাই ❤লগতে আহি থকা ইংৰাজী নতুন বছৰৰ আৰু মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল ❤❤❤ টিংখংৰ পৰা বহুত মৰম আপোনালৈ ☺️☺️💖
বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছিলো। অৱশেষত সুখী হলো! কুসুম দাৰ বাবে এটা হিট লাইক। #মন_মইনাৰ বাবে অপেক্ষা কৰা সকলে লাইক কৰক
Mon moina bohag t ahibo sge😢
Mon moina mja❤
Opekhat asu dei khunkale ahibo lage aru ❤
@@Jitu_Gohainp🎉😢😢😊😊😊😊😊😊😊😊🎉🎉😢-😊
QQ QQ😅@@Jitu_Gohainpop kju
Kussum kailash ❤
Dhuniya 🥰😚♥️
🎉❤ moja brother ❤
মাঘ বিহুৰ উৰুকাৰ নিশা বসন্তৰ উতলা বা গান টোৱে ঢৌ তুলিব ককাইদেউ ❤🔥🔥🙏🙏
Super super hit .........
Hei tuk sabole dhop dhopoliyai bihule ahilu ❤
Jet jetukai du duhatot ture nam likhilu ❤....😍
Waiting excitedly kusum koilash da ❤️
অতি সুন্দৰ দাদা এইবাৰ মাঘ বিহুত আপোনাৰ এই গানটোৱে গোটেই গাওঁ হিলাই দিব♥️♥️♥️
love from Dhemaji
Lyrics, presentation
And choreography
all are perfect ❤
আকৌ এটা সুন্দৰ গীত💘
উপহাৰ দিলে কুসুম দা ..🙌💕
𝐥𝐨𝐯𝐞 𝐟𝐨𝐫𝐦 ..
𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭..❣️
𝐃𝐞𝐫𝐠𝐨𝐧..💘❣️😢
মাঘ বিহুৰ কাৰণে এটি ধুনীয়া বিহু ❤
শুভ কামনা থাকিল 🎉🎉
Kusum da nilakshi ba babe like ata kri dia ❤
Bohut dhuniya gan....huni amoni nalage
কুসুম দাৰ গীতত এক নিভাজ সোৱাদ থাকে❤❤
শতাব্দী বাই ❤।। কুসুম দা🔥। দুয়োজনেই মোৰ অতি প্ৰিয়।
Eman dhuniya ❤
Nice song dada ❤
বহুত ধুনীয়া হৈছে দাদা গান টু।।। বহুত ভাল লাগিল শুনি ❤
Kusum Kailash+Nilakshi neog voice= 🔥🔥🔥🔥 .best wishes 🎉
Congratulation Kussum❤ Every moment I'm waiting for hearing a new Bihu Song... Good luck... Love from Arunachal Pradesh...💚
এই বছৰৰ শ্ৰেষ্ঠ বিহু❤❤
#Mon_moina ❤গানটোৰ বাবে অপেক্ষা কৰা সকলে তলত টিপ চহী দিয়ক
Tip sohi 😂
Aamar Narengi rongali bihu r program t aanim
❤so beautiful Bihu song kassum da. Super
Janmoni , anajana r gan buror r huad pua goise gan toot , tqq kusum da anekua gan upohar diya r babe ❤ happy new year in advanced 💖
Bihu karonei kussum da apuni priyo❤️❤️❤️
ককাইদেউ শুনি শুনি হেঁপাহ নপুলুৱাই দেখোন ইমান মৰম লগা গীত শুনিব পাই❤ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল ❤
অতি সুন্দৰ ❤❤
Masterpiece, বহুত দুৰণি চাকৰি কৰি ,গান শুনি সচাকে অন্তৰ কোমল হৈ যায়।দুখ ভাগৰ সকলো নাইকীয়া হৈ যায়। শুনি ভাল লাগিল। কুসুম দা
অ ককাইদেউ আপোনাৰ গান বোৰ বহুত প্ৰিয় কিয় নাজানো।। আৰু আপোনাক লগ পাবলৈ বহুত আশা পুহি ৰাখিচো ককাইদেউ।। নলবাৰী জিলাৰ বৰমাৰ পৰা আপোনালৈ বহুত মৰম জাচিলো ককাইদেউ❤❤❤❤❤❤❤❤❤😘😘😘😘😘😘
Waiting for Mon moina 4 😍😍
Love from Nagaon❤❤
এইবাৰ মাঘ বিহু হিলিব যেন পাওঁ...🎉❤
Thai khini su chandhubi .... Bhut dhunia hoise video Tu ❤❤❤❤
বহুত বহুত বহুত বেছি ধনীয়া গীত দাদা। মোৰ শুনিয়ে ভাল লাগিছে এইবাৰৰ মাঘ বিহুত উৰুকা ৰাতি বাজি উঠিব গীত টি সকলো ফালে। ❤❤❤🤗🤗🤗...