Kome ki nokome| Deepshikha Bora| Subrat Deori| Montumoni Saikia| Sumi Borah| Rex Boro|Apuraj
HTML-код
- Опубликовано: 5 янв 2022
- :🎼Song : Kome ki nokome
🎙Vocal : Deepshikha Bora , Montumoni Saikia
🎶Composition : Rex Boro, Deepshikha Bora
🎶 Lyrics : Deepshikha Bora
🎶Music/Mix/Mastered : Rex Boro
Flute : Anjan Medhi
contact for Live shows
8474078448
VIdeo Credits :
Direction,Cinematography - Apuraj Gogoi
Editing, Drone & DI - Apuraj Gogoi
Dance Choreography - Diganta Das
Starring - Subrat Deori,Deepshikha Bora, Montumoni Saikia, Sumi Bora
MUA - Bipansi Das
Photography - Koustuv Phukan
AD - Madhujya, Thomas, Lashit, Kailyani
Jwellery - Konmani Store & Ranju's Paridhan Jwellery
Poster design- Madhujya Bora
Cover Title font Design by Parthajit Hira
Special Thanks : Anup Anirban, Nilotpal Chaliha, Aranyam Dowarah, Minakshi Kalita, Swapnali Talukdar, Juri Nihar
● Music Distribution Partner : Stereo Music
● Stream the song on- 👇
For Reels 👉 rex_borore...
●Jio Saavn
www.saavn.com/s/song/assamese...
●Spotify
open.spotify.com/track/2hyAnS...
●Amazon Music
music.amazon.in/albums/B09PGF...
● Apple Music
/ album .
● Wink music
wynk.in/u/gkzJrrjrQ
• Gaana.com
gaana.com/song/kome-ki-nokome
• Hungama
www.hungama.com/song/kome-ki-...
• Bahi
baahi.xomoy.com/song/Kome%20K...
Lyrics
ক'মে কি নক'মে
মনৰে কথাটি
দিমে কি নিদিমে মাত
ভাবোতেই যাব তোৰ
পাছতহে কান্দিবি
খুজিলে আনে দুহাত
চালতে মলঙে জানৈ
চালৰে কোমোৰা জানৈ
কলহত মলঙে
কলহৰে দৈ
মনৰে কথাটি জানৈ
মনতে সাঁচিছো জানৈ
কেনেকৈ দিমেনো
বুকু দাঠি কৈ
একাঁঠু বোকাতে জানৈ জান
ৰুব যে লাগিব ভূঁই
লখিমী তোৰে দুহাতেৰে
কঠীয়াতে দিবি চুই
কঠীয়া বুলাব জানৈ
সৰুতেই শিকিলোঁ জানৈ
ব'বও শিকিলোঁ
মাকোঁ মাৰি তাঁত
মনৰে কথাটি জানৈ
মনতে ৰাখিলে জানৈ
কেনেকৈ খুজিবি
মোৰেনো দুহাত?
ক'মে কি নক'মে
মনৰে কথাটি
দিমে কি নিদিমে মাত
ল'মে কি নল'মে
বুকুতে সাবতি
কিবা জুই লাগিছে গাত
ডাঙৰী আনিবি জানৈ জান
বিৰিয়া কান্ধতে লৈ
ময়ো পিছে পিছে আহিমে
লেছেৰি বুতলি লৈ
পথাৰৰ লখিমী জানৈ
ভঁৰালত সাঁচিমে জানৈ
মনৰে লখিমী তই
বুকুত ৰাখিম ঐ
মনৰে কথাটি জানৈ
মনতে সাঁচিছো জানৈ
ঘৰতে দিমে তোৰ বুকু দাঠি কৈ
#DeepshikhaBora
#Kome_Ki_Nokome
#RexBoro Видеоклипы
ভোগালীৰ প্ৰাক ক্ষণত সকলোলৈকে বহুত মৰম। প্ৰথমেই কোন ঠাইৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। মই সকলোৰে comment পঢ়ো বহু হেপাহেৰে। আপোনালোকলৈ ভোগালীৰ উপহাৰ হিচাপে আগবঢ়াই দিলো মৰমৰ গীত 'ক'মে কি নক'মে ৰ ভিদিঅ। গঠনমুলক মন্তব্যৰে ভুল শুদ্ধ বোৰ আঙুলিয়াই দি মোক উৎসাহিত কৰিব বুলি আশাৰে বাত চালো। গীতটি যদি ভাল লাগে share কৰিবলৈ নাপাহৰিব।
মৰমেৰে- দীপশিখা 🙏
Gantu xuni a thaku .aji sabloi opekha kori asu bohut
Bokakhat
Kune kune Assam police .....babe running kri asa...bhogobne jate hokoloke .......job diye
❤️❤️❤️❤️❤️❤️❤️ Sivasagar pora love
Deha dhunia lgise tumk...
গীত টো ইমান ভাল লাগে যে ৰাতি সাৰ পালেও এবাৰ শুনি লওঁ । ভাষা বুজি নোপোৱা মোৰ চিকিমৰ ফ্ৰেণ্ডক গীতটো দিছিলো । শুনি বহুত বেছি ভাল পালে । শেষত মই traslate কৰি দিব লগা হ'ল। চিকিমৰ ফ্ৰেণ্ড ও আদৰি লৈছে ।
❤❤❤
দ্বীপশিখা আৰু মন্টুমণিৰ গানবোৰত কিবা বেলেগ এটা যাদু আছে । বৰ ভাল পাওঁ এই দুয়োগৰাকীকে ❤️
Hosai bohut vl lage
আমি বাঙালি এই ভাষা বুঝতে পারিনা ঠিক করে কিন্তু আমার খুব ভালো লাগে গান গুলো,so beautiful song Love this❤️all the best 👍
মই মৰিগাওঁ জিলা হালধিআটি গাওঁ পৰা কৈছো৷ আগন্তক ব'হাগ বিহুৰ আগতিয়াকৈ শুভেচ্ছা জনালো💐💐 গীতটি সঁচাকৈয়ে অতিকৈ সুন্দৰ হৈছে৷ বাৰে বাৰে শুনি আছো৷ কৰ্ম সুত্ৰে অৰুণাচলত থাকো৷ মুক্তি পোৱা দুদিনৰ পিছতে টাৱাঙলৈ আহি ডাউনলোড কৰি বাৰে বাৰে শুনি আছিলো৷ লগৰ সকলোকে share it ৰ মাধ্যমেৰে বিলাই দিছিলো৷ বহুতেই বহুত ভালপাইছে৷ আশা কৰো আগলৈকো সুন্দৰ সুন্দৰ গীত পায় যাওঁ৷ আগুৱাই যাওক আছো লগত সদায় সমৰ্থন কৰি যাম৷
Thank you
Q
ɪ ʟᴏ ᴠɪᴅᴇᴏ
ᴄʜɪᴛʀᴀ ʀᴀɴᴊᴀɴ ᴩᴀɴɢɪɴɢ
❤ilvu
@@ritupamburagohain8965qqqqqqqqqqqqqqqqqqAqqqqqq❤q❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Dhuniya gaan ❤️.... dhuniya voice baa 😘...aguyai jua tmii xdai 😘❤️.....Love from Nalbari ❤️
Deepshikha বা,,,,, লখিমপুৰৰ পৰা মৰম জাচিলো,,,,,,গানটো বহুত ভাল লাগিছে,,,,,,কবলৈ গলে ultimate next level jui🔥🔥🔥❤️❤️
Deepshikha baa apunak besi bhal lgise😍🥰❤️❤️ moi tanglar pora sai asu😊
এই গানটো ইমান বাৰ শুনিছোঁ তথাপিও আমনি লগা নাই💃😍
ইমান সহজ সৰল কথাৰে গীত টি উপহাৰ দিয়াৰ বাবে আন্তৰিক ভাৱে ধন্যবাদ জনালোঁ ।
❤❤❤❤❤❤❤❤❤❤❤❤
Deepshikha Baa val puwa hokole like ata de juwa ❣️❣️❣️
সচাঁকে ইমানেই ধুনীয়া লাগে গীতি,মই প্ৰাইয়ে শুনো ।গোৱালপাৰাৰ পৰা মৰম যাচিছোঁ।😘😘
bor val hoise gantu baa ❤️😍
বহুত বহুত ভাল হৈচে montur da , জয় আই অসম 🔥🔥🔥❤❤
10M ভিঅ'জ হৈছে। সকলোৱে বাৰে বাৰে শুনিছে,মইয়ো ইয়াৰ ব্যতিক্ৰম নহয়। বহুবাৰ শুনিছো,কিন্তু আমনি নালাগে। দীপশিখাৰ আটাইকেইটা গানে মোৰ প্ৰিয়।
Waooo .....💖.Deepshikha💖 .....superb voice .💕💗💕💕💕..tons of love from Pasighat, अरूणाचल प्रदेश 🔥🔥🔥🙏🏻🙏🏻🙏🏻🙏🏻
বাংলাদেশ থেকে বলছি আসামের গান খুব ভালো লাগে আমার কাছে❤️
সচাকৈ বহুত সুন্দৰ গীতটো,কেইবাবাৰো শুনিলেও আমনি নালাগে ।শিৱসাগৰৰ পৰা বহুত মৰম যাচিলোঁ ।
Thank you
❤️😘💋😍🥰🙏🙏🙏❤️🥰😘💋😍🙏🙏
Video টো বহুত ধুনীয়া হৈছে বা🥰❤👌
ভোগালী বিহুৰ শুভেচ্ছা থাকিল বা🥰
ধুবুৰীৰ পৰা অযুত মৰম পঠিয়ালোঁ 🥰🥰❤❤
i m from jammu Kashmir.. listening this song repeatedly..i m not understanding lyrics but everything else..i m proud of my Indian diversity..✌️👌😊
It is a Assamese song
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
i used google translation to understand the song meaning
Hi I am from Jharkhand.and I big fan of Subrat .love you Subrat dear.
বৰ ধুনীয়া হৈছে, একেৰাহে15-20 বাৰ শুনিলোঁ গীত টি ।
বহুত বহুত ধন্যবাদ ইমান সুন্দৰ গীত এটি উপহাৰ দিয়া বাবে। ❤❤
Thank you
Sem to you bro
My Favorite Singer🎵🎵 Eman Gan to khuni thaku moi.... Amoni a nalage sun gan to khuni ❤🥰❤ mor dore June June Deepshikha Baak val powa.... Ata koi like kori thoi jabo dei.... Love❤❤ from Goalpara🥰🥰🥰
সঁচকৈয়ে বহুত ভাল লাগে দিপশিকা বা আৰু মন্টমনি দাদা ৰ গান শুনি 🥰🤗👏👏🤗🤗🤗🤗😘😘
বৰ ভাল লাগিল গানটো। মোৰ তিনি বছৰীয়া ছোৱালী জনীয়ে বহুত ভাল পাইছে গানটি। শুভেচ্ছা জ্ঞাপন কৰিলো ভোগালী বিহুৰ ।
@Mouchumi Konwar h.
@Mouchumi Konwar ll
বহুত বহুত ধুনীয়া লাগিছে বা শিৱসাগৰ জিলাৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ
আজি প্ৰথম চাইছো গানটো বহুত ভাল লাগিল,👍❤️বিহপুৰীয়া(লখিমপুৰ)
4 টা বছৰৰ পিছৰ সমপূৰ্ণৰূপে মৌলিক গীত ৷ দীপশিখাৰ প্ৰতিভাক মানিছোঁ ৷ Love it.
ভোগালী বিহুৰ শুভেচ্চা যাচিলো ... আৰু ডিব্ৰুগড়ৰ পৰা বহুত মৰম যাচিলো
হাজাৰবাৰ শুনিলেও আমনি নলগা গীত😍❤,ভোগালীৰ best উপহাৰ 🤗
Lots of love from kakopather,Tinsukia❤
Bor Dhuniya lagise gantu ❤️❤️❤️❤️❤️ khosake.
বহুত ধুনীয়া 😘♥️
didnt understand a single word but fell in love with this song. Love from UTTRAKHAND. JAI BADRI VISHAL
Mainblowing songs🙏❤
❤❤❤
Deepshika baa mojja gan.aguntuk dinburor babe ujjol kamona korilu logote sivasagaror pora morom jhasisu.
2
I'm in love with this song watching from meghalaya❣️
Thank you
I'm from bihar. My favorite song kome ke nomoke. I don't understand this song language. But I'm also listen this song. It's music listen after I'm good feel.
Gan2 moi 100 baror basi khunilu bohut bhal lagil rax da...love u,❤️🔥👏🤘
সুন্দৰ অপেক্ষাত আছিলোঁ তিনিচুকীয়াৰ পৰা বহুত বহুত মৰম জাছিলো👏🤩
ভাল লগা গানৰ ভিতৰত এইটো এটা।।।।👍👌
গীতটোৰ মিউজিক, কথাংশ ভাল পাইছোঁ। বিশেষকৈ মিউজিক এৰেঞ্জাৰজনক ধন্যবাদ জনাইছোঁ। এইধৰণে ভাল ভাল গীত গাই যাব।
বহুত ধুনীয়া হৈছে mirza পৰা বহুত মৰম যাচিলো
Thank you
তোমাৰ গানবোৰ ভাল লাগে বা । তোমালৈ বহুত বহুত মৰম থাকিল ।♥️♥️🥰🥰
I m from meghalaya i really like Assamese song 🤗🤗🤗
den sing it yourself...why listening to other artist
কলাবাৰী পৰা শুভেচ্ছা জনালো 💖💖💖💝💝💖💖🥰😍😍
Love from Dhemaji 🥰 val lagil ভোগালী বিহুৰ শুভেচ্ছা থাকিল বা ☺
Emn dhuniya lage ganto hunile hosake🥰🥰🥰
ইমান ধুনীয়া হৈছে মই সদায় দুবাৰ শুনো আমণি নেলাগে সচাকে বহুত ধুনীয়া হৈছে 👌👌👌👌👌👌
'ক'মে কি নক'মে গানটি ৰ সুৰ ইমান ভাল লাগিছে ,যে মই comment নকৰাকৈ ৰ'ব নোৱাৰিলো। নলবাৰী ৰ ল'ৰা আমি......❤️❤️❤️❤️❤️❤️🥀 alredy 9 বাৰ শুনিলো , আৰু নাজানো কিমান বাৰ শুনো......
ru nusunibi kela..orgasm hoi jabo tur
বা তোমাৰ প্ৰতিটো গানেই চাইছে বহুত ধুনীয়া ❤❤❤
তিনিচুকীয়াৰ পৰা বহুত মৰম জনালো 🙂💓
The most underrated singer of Assam….love your voice and songs Deepshikha❤love from Tinsukia
🎉😂😊gubd m ho
😅😮😂🎉😊😅😮😂rugncvjvfjbm
❤😂🎉thi.😮😊gm😊
Nice song.. Best of luck 💐💐💐
Gaan2 huni bohut vl lagise montu da..aru dipshikha bar voice2 bohut dhuniya..so agoloi anekwa gaan amar majole ani thakibo..❤
'কমে কি নকমে' একদম মজা দেই দিপশিখা বা😍😍❤
Love from nepal 🇳🇵♥️I love this song and bihu dance just love it
Wow
বহুত ধুনীয়া লাগিছে গানটো মই লাহিঙৰ পৰা কৈছো।
I am from Karnataka.I didn't understand single word.but beautiful song!. All the best team for future projects.
মোৰ হৃদয়ত💓 কেৱল দ্বীপশিখা, দ্বীপশিখা আৰু দ্বীপশিখা....... 😍🥰😘🌹
যোৱাকালি ফকিৰাগ্ৰাম মহাবিদ্যালয়ত আপোনাৰ গান শুনাৰ পিছত এতিয়া আপোনাৰ গান ভাল লগা হ'ল আৰু নতুন নতুন গান লাগে আমাক । সঁচাকৈয়ে আপোনাৰ কথা, সুৰ আদিয়ো একেবাৰেই বহুত সুন্দৰ । On stage bohut singer r voice tu beleg hoi kintu aponar ekei..😊
Love this song
From indonesian 🇮🇩🇮🇩🇮🇩👍👍👍
what Indonesia🇮🇩 good👍
Bohut dhuniya lagisa baido ❤❤❤ from Goalpara
গীতটোৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ
বহুত ভাল লাগিল বা❤️
শিৱসাগৰ অৰ চৰাইদেউ পৰা মৰম জাচিছোঁ 🥰
Thank you
Jamun 💖😁
I am Jharkhandi Boy !!But Most Beutifull song 💛💛💛💛💛💛💛🧡🧡🧡🧡🧡
I am west Bengal live but l love Assam songs😊💐😊💐😊
am from nepal such a beautiful song and sweet voices
এনেকৈয়ে আগুৱাই যাওঁক আমাৰ অসমৰ গান সমূহ।গান তি কিমান বাৰ শুনিছোঁ হিচাপ নাই,তথাপি আমনি লগা নাই।সঁচাকৈ ইমান ধুনীয়া হৈছে বুজাব নোৱাৰি।ধন্যবাদ বা।
আমনি নালাগে চাই চাই শুনি শুনি 💖🔥lot's of love baa, ❤🫂
Tezpur or pora xuni asu..gaan tu duniya hoise ❤
বিহু গীত বোৰ আগৰ বিহু যেন লাগিছে
শুনি বৰ ভাল লাগিছে I like this bihu
বহুত ভাল লাগিল গানটি শুনি... তিনিচুকীয়াৰপৰা মৰম যাচিলোঁ...
Thank you
Anirudhya Barman
❤❤❤❤ চিৰাং জিলাৰ পৰা বহুত মৰম জনালোঁ মই গীতটো শুনি বৰ ধুনীয়া লাগিছে ❤❤❤ চিৰাং জিলাৰ বিজনী পৰা ধন্যবাদ জনালোঁ
Mur priyo song, khub bhal composed hoise,,kome ki nokome,,lyrics/ voice dubing letest, dipsikha boraloi bohut thanks thakil. Ok
বহুত ধুনীয়া লাগিছে দেই গানটো 👌❤️নগাওঁৰ পৰা কৈছোঁ ধন্যবাদ 🙏
Lpllllllll
Apuunar hokolu geet a mur val lage.voice tu bohut morom loga dai.❤❤❤frm Jorhat,Teok
বহুত ভাল লাগে আপোনাৰ গীতবোৰ 😊
Mojaa ba 🥰🥰🥰
Thank you
অপেক্ষাৰ অন্তত ।গীতটো বৰ ধুনীয়া যোৰহাটৰ লাহদৈগড়ৰ পৰা মৰম যাচিঁলো।
Eibar eituu song mjja hoise dipsikha ba or montu da gaurisagrr pra bohut bohut thanks
Aalways favourite sumi baa🙏🙏🙏🙏❤️❤️❤️❤️❤️ love from Nalbari
এনেদৰেই বিহুসুৰীয়া গীতবোৰ উপহাৰ দি থাকিব বা.....💐
Subrat is my favorite actor 😍😍😍❤❤❤love from guwahati
Thank you
Waah 👏😍imane dhuniya expression hoise mane ki 🔥🔥kom aru gan acting uff tamam jui hoise dei 🔥❤❤
Oxomor actor or logot nuware bahiror or actor bure ketiau xiamne kolu aru 😍😍👏👏👏
মই নুশুনিলে থাকিব নোৱাৰো গানতো ,too love song..
শিৱসাগৰৰ হাঁহচৰাৰ পৰা বহুটো মৰম যাছিলোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।বিহুৰ ওচৰত এনেকুৱা এটা গান আমাক উপহাৰ হিচাপে অশেষ ধন্যবাদ । জীৱন পথত আগুৱাই যোৱা বা আমাৰ আৰ্শীবাদ আৰু মৰম সদায় তোমাৰ লগত আছে । তোমাৰ এই মিঠা সুৰ ত সুন্দৰ সুন্দৰ গীত সমূহ পাই থাকিম বুলি আখৰে বাটচালো love you dipshikha ba ❤❤💖
Thank you
ruclips.net/video/NumTavtSDY8/видео.html
I've stopped turning on to Western and Bollywood songs after enjoying such Assamese video songs. 👌
বহুত ভাল লাগিল গানটো। হোনা হোৱা নাছিল যোৱা কালি লগৰ এজনৰ বিয়া ঘৰত সোনিলো। এতিয়া মনত পেলাই বিছাৰি বিছাৰি সোনিছো ভাল লাগিল ধন্যবাদ 👍
Really emn khonu gaan2 more hapaha ai nopoleai nijoke biseri pwo bht...thnks baa.and tumi bht vll and tumk bht vll pwo and mantumoni dada tumk o logte bht vll pwo.
Proud of you Deepshikha baa . Jiman xundor ke geet ti gaise.. ximan xundor k lyrics tu u likhise . Agoloi amak aru notun notun geet upohar di jaok ...🙏🏻
সচাকৈ বা,,, আপোনাৰ গানবোৰ শুনি যেন হেপাই নপলাই 🥰🥰🥰😀🙏🙏
Bohut dhuniya lagise ba apunar gantu💐😘🥰🌹🌷.thank you amer clgoloi ahi amak eman morom diya karone
I am from bangladesh,,,, loved the song, but asamis ভাষা বুঝিনা,,,, আসাম এর culture very much good,,,,
🥰
বন্ধু হতে পারি আমার বাড়ী অ্যাসামে, district, Barpeta
Yes sir, কেমন আছেন,
@@mahabubsorna8946 alhamdulillah valo
এটা india 🇮🇳 bro এখানে সব culture এক তুমাদের বাংলাদেশ এর মতন না শুধুমাত্র মুসলিম রাই সব অন্য দের কোনো অধিকার নাই কিন্তু আমাদের এখানে সবাই এক🤞🥰 জয় শ্রী রাম🙏🧡🧡
মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল গানটো শুনি ইমান ভাল লাগে
খুব সুন্দৰ হৈছে গানটো 💞❤️
BEST BIHU ROMANTIC SONG of This YEAR...😘😘😘
কমে কি নকমে মনেৰে কথাটি।.......বহুত ভাল লাগিছে গান টু শুনি। বহুত ধুনীয়া গান। কথা-সুৰ বহুত সুন্দৰ। Amazing lyrics....👍👍❤️❤️❤️❤️
গোলাঘাটৰ পৰা এগালমান মৰম ভালপোৱা💙💙💙❣️❣️😍😍😍😍
Thank you
Amazing song 😍 love from lakhimapur💖💖
Thank you
দীপশিখা বা ধুনীয়া হৈছে দেই ইমান শুনিছোঁ হেপাঁ নপলাই দেখোন ||
From Kerala
This is sooo beautiful video ever...i cant underatand the language but soo sweet voice and lyrics❣️🤗❣️.
I definitely subscribe and follow you,
This is our INDIA, we proud to be an Indian.
A