Nahoror Nongola - Achurjya Borpatra| Sachin| Priyam Pallabee| Apurba Sunit| Arun Hazarika| Madhurima
HTML-код
- Опубликовано: 2 окт 2024
- Presenting #AchurjyaBorpatra's #NahororNongola (#AssameseSong ) exclusively on Achurjya Borpatra Official.
SKRBS presents
Nahoror Nongola
Audio Credits:
কথা-সুৰ-সংগীত : অপূৰ্ব - শোণিত
ঢোল : লাচিত বৰুৱা,বিশ্বজিত গগৈ
তাল-পেঁপা-গগণা : পিতি বৰা
নাগাৰা : বিশ্বজিত গগৈ
বাঁহী : কৈলাশ ৰাভা
মেল'ডি ডিজাইন : ভদ্ৰকান্ত দাস
বাণীবন্ধন : ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ : জিন্তু বৰদলৈ
সহযোগী কণ্ঠ : অপূৰ্ব,ৰাগদীপ
Video Credits:
পৰিচালনা আৰু নৃত্য নিৰ্দেশনা: শচীন বৰুৱা
অভিনয়ত: আচুৰ্য বৰপাত্ৰ, প্ৰিয়ম পল্লৱী, অৰুণ হাজৰিকা, মাধুৰিমা চৌধুৰী
দৃশ্যগ্ৰহণ: পৃথ্বীৰাজ দত্ত
সম্পাদনা: মানস কাশ্যপ
সহকাৰী নৃত্য নিৰ্দেশক- গায়ত্ৰী বড়ো
ৰূপসজ্জা- বাৰ্বি
সহকাৰী ৰূপসজ্জা- বৃষ্টি চেতিয়া
প্ৰযোজনা নিয়ন্ত্ৰক- প্ৰশান্ত হালৈ
সাজসজ্জা- ডিপলু হাজৰিকা
ফ'কাছ পুলাৰ- তীৰ্থ নাথ
Label: AB Production
Music Publisher: Eikhon Axom Hoi Bhai Media
© ℗ 2024 Achurjya Borpatra Official. All Rights Reserved.
[SOCIAL]
Achurjya Borpatra
INSTAGRAM: / achurjya_borpatra
FACEBOOK: / achurjyaborpatraofficial
NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.
❣️❣️Hsai bht vl lgixe ❣️❣️gat bihu bihu lgi goixe🥰🥰🤘🤘
বহুত ভাল লাগিল ভাইটী গানতো তোমাৰ গান বহুত ভাল পাওঁ
Etiahe bihu bihu lgise🎉 thnQ Achujya da❤
Bohut val hoise ❣️❣️❣️❣️❣️❣️❣️🎉🎉🎉🎉
সমূহ অসমবাসী ৰাজলৈ মোৰ ফালৰ পৰা মাঘ বিহুৰ হিয়াভৰা ওলগ জনালোঁ ❤️🎉 মেজিৰ জুইয়ে দুখবোৰ নাস কৰি সুখৰ ৰেঙণি কঢ়িয়াই আনক🎉🎉🎉❤
#নাহৰ_নঙলা
#achurjyaborpatra
শুনি শুনি আমনি নালাগে আপোনাৰ গানবোৰ❤সদায় প্ৰিয়@achurjya daa✌️💝ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ সকলোকে❤
বৰ সুন্দৰ গীত ককাইদেউ ❤
Moja gan hoi sa❤
___সকলোকে মাঘ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ😊❤🫂____
বহুত ভাল লাগিল গীতটো আৰু আগোৱাই যাওঁক ভগবানৰ ওচৰত তাৰে প্ৰাৰ্থনা ❤️❤️
বৰ সুন্দৰ গীত❤❤❤❤
Happy ভোগালী বিহু
অতি মনোমোহা🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉❤❤❤🎉🎉🎉🎉❤❤❤❤❤❤❤🎉🎉🎉🎉❤❤❤❤❤🎉🎉🎉🎉❤❤❤🎉🎉🎉🎉🎉🎉❤❤❤
Agor bihu bur akou zen jipal hoboloi dhorise . Val lagil huni agor bihu buroloi monot pori gol .❤
Heart of kuwai deu ❤❤❤
Atia h bihu bihu lagise... mojjaahhh Dada
কবলৈ ভাষা নাই,,,❣️জুই ❤️
গোটেই কেইজন প্ৰিয় শিল্পী ❤ তাতে বিহু গীত 🌷 famous টো হবই লাগিব ন গীতটি 💕
All time favourite singer Achurjya Borpatra da 💥💌
❤❤❤❤❤❤❤❤❤❤❤
Axomor Bihu khonman kori Like ata kori juwa khomolua
সুনি ভাল লাগিছে ❤❤❤❤
আমাৰ গোলাঘাট ৰ দাদা ♥️♥️♥️ বহু বাৰ শুনিলো তথাপিও হেঁপাহ নপলায়
সুন্দৰ ❤ 🎉
amazing Dada🔥🤗
Achurjya daar kothai beleg . Protitu geetiei hit❤😊
Dadar dance r fan logote❤❤❤❤
আকৌ এটা নতুন গীত ❤ বহুত বহুত শুভেচ্ছা জনালোঁ 🎉
Juii🔥🔥🔥
supar hit ❤❤❤
Uff
মাঘ বিহুৰ non stop
Achurjya da apuni aji ghor loi monot palai dixa dada❤❤❤❤❤
Magh bihu hubhesya thakil..❤💖❤💖❤💖
অতি সুন্দৰ
ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।।।।।।
বহুত ভাল পাও দাদা ওদালগুৰি পৰা ভোগৰ ভোগালী লৈ শুভেচ্ছা
হায়দৰাবাদৰ পৰা এগালমান মৰম ভালপোৱা গীততোৰ লগত জড়িত আৰু কমেন্ট পঢি থকা সকলোলৈ ❤❤ ❤❤❤❤❤❤ আমি বিহু ইয়াতেই পাতিম আৰু❤❤❤ নাহৰৰ নঙলা লৈ ❤❤
Aiooo hun 😮
hyderabad ki kaam kore apuni?
❤❤❤❤
Gaan tu bor vhal lagil ..kiba eta bhal lagise coregrhaphar acting ekdom bor dhuniya hoise😊
Love from Dhemaji❤️
SKRBS ❤
Achurjay borpatra dak val powa xokole ata like kora ❤
Val lagel ❤❤❤❤
এটোপি তেলতে দদাই অ'ই
টিপ-চাকি নজ্বলে
এজনী নহ'লে দদাই অ'ই
নোৱাৰিছো অকলে
উফ্ 👀💗
গীতটিৰ লগত জড়িত সকলোলৈ তথা কমেন্ট পঢ়ি থকা সকললৈও ভোগালীৰ শুভেচ্ছা থাকিল 🎉💗
10 on trending for music wow😮
দাদাৰ গানটোৰ জৰিয়তে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ❤❤❤
Bihu ❤
Mojaa lagil
Bohut dhunia gaan tu
nyc song bro love it
আমাৰ গোলাঘাটৰ গৌৰৱ আৰ্চুৰ্য্য দা, সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলো।।
❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉❤❤❤❤❤🎉🎉🎉🎉🎉❤❤❤❤🎉🎉🎉❤❤❤🎉🎉🎉❤❤❤🎉🎉🎉🎉❤❤❤❤বিহু বিহু লাগিছে গাত🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤
Love from Golaghat ❤
❤এইবাৰ মাঘ বিহুত গোটেই উৰুকা নিশা বজাই থাকিম দেই খুব সুন্দৰ
এনেকুৱা অসমীয়া গান ৰচিব 😊😊। অসমীয়া গায়কে বাংলা গান ৰচিলে অসমীয়া ভাষা সংস্কৃতি মৃত্যু মুখত পৰিব😊
So beautiful so elegant just looking like a wow ❤❤ Happy Magh Bihu
ককাইদেউ আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ❤অসমবাসীৰ লৈ মোৰ ফালৰ পৰা মৰম যাচিলো ❤গীত টি শুনি ধুনীয়া লাগিছে❤ Happy bhugali bihu🙏
Poopjlp inna) ❤
Amazing😊
Nich ❤❤
Nice song asj da
❤❤❤❤ nice 👍👍
Wow nice song 💯
এনে বিহু বতৰত আকৌ এটা সুন্দৰ বিহু গীত আমাক উপহাৰ দিয়া বাবে বহুত বহুত ধন্যবাদ। সকলোলৈ হেঁপাহৰ ভোগালী বিহুৰ হিয়ভৰা উলগ জনালোঁ।
🔥🔥🔥🔥
সাকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জাছিলোঁ ❤
অতি সুন্দৰ বিহু বিহু লাগিছে নাচো নাচো লাগিছে দেহা মন পৰি যায় হাত তোমালে আছোঁ চাই বাট।
❤ককাই ধন্যবাদ🎉
আকৌ এটা বিহু হুৰিয়া গীত তাতে আকৌ আচুৰ্য দাদা কণ্ঠত উফ শুনি থাকিব মন ❤❤
মোৰ ফালৰ পৰা সমুহ অসমবাসীলৈ ভোগালূৰ শুভেচ্ছা জনালো।।
My all time favourite singer ❤
Ashurjo da tengahula pora koisu val lagil apunar gan tu huni 😊😊
আৰু কিছু সময় অপেক্ষা❤❤❤
Love from odisha ❤ sambalpur
Nice ❤️👍👍❤️ Happy bihu 💖
সকলোলৈকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল ❤
😅
Gan ta hunia bala lagse
Wow nice Assamese Bihu song ❤️❤️❤️
So beautiful song ❤❤❤
Good 🎉🎉
Moja
এইবাৰ হে এইবাৰ দেই ❤ back to back hitss ❤
কাৰ মাইকী লগত ভিডিঅ'বনাই আছ 😂 , আৰু তই আজিকালি ফাংচনত বেছি কৰি আছ
Love from odisha ❤, I lik all bihu songs ❤
Bihu manei achurjya dar bihu gan❤ hoi nii kua bondhu hokol❤😊
Priyam baa bohut dinor murot❤
গানটো শুনি আৰু video টো চাই বহুত ভাল লাগিল❤❤
Expecting nothing less 😳
❤❤❤❤
Asemesme song trending Sola aaji a firs dekhesu gourob lagesa I proud off
সমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা মাঘ বিহুৰ মৰম আৰু শুভেচ্ছা জনালোঁ ❤
Missing my homeland 😢
❤❤
❤❤❤❤❤❤
Dada apunar song t khanzadik matibo bigbos t je goisil
👍👍👍👍💖
❤❤❤❤❤
🎉🎉🎉
One of my favorite singer ❤
Aiya he comeback buli koi..... Bihu r homoy t dhulor mat nuhunile kihor bihu gan hai kotha asurjya daai hokoluke koi dile❤❤..... Dhol aru bihu ❤ khati axomiya
❤
❤😊😊😊
Jorhator pora hira vorai morom disu achurjya da ❤ like koriba 💕
বিহু হ'লে এনেকোৱা হ'ৱ লাগে। Casio,Keyboard,Drumset ত বিহু ফটোৱা লাগে।
❤💞❤
ঢোলৰ মাত পেপাৰ মাত বাহীৰ মাত আ হা হা কি সুন্দৰ বিহু 2024 ধামাকা বিহু সকলোকে ভোগালীৰ আন্তৰিক অভিনন্দন জনালো 😊❤❤❤