"প্ৰাণেশ্বৰী" singing and composed by Prandeep Da, There can be no better gift for Magh Bihu and New Year 💝 সকলোলৈকে আগতীয়াকৈ মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 🤗 Love From Nagaon ❤
kboloi bhakha nai prandeep da ami gaon or manuh..akdom pani aru mati lgt mili goise gaantu..2024..2025 hit song ❤🎉🥰🔥aru joldi joldi 10 milion lage guys.from sivsagar❣️
"প্ৰাণেশ্বৰী" কেৱল এটা গান নহয়, "প্ৰাণেশ্বৰী" মোৰ হৃদয়ৰ সুকোমল গুণগুণনিবোৰৰ সুৰীয়া প্ৰাণ ! বিগত বছৰকেইটাত আপোনালোকে দিয়া মৰম আৰু আশীৰ্বাদবোৰৰ এক সুৰীয়া প্ৰতিদান ! ইংৰাজী নতুন বছৰৰ প্ৰাকক্ষণত আগৰদৰেই মৰম পাম বুলি আশাৰে আগবঢ়াই দিলো- নিজৰ কৰি ল'ব দেই 🙏🙏
Bhai jui❤🤝
Jui Kokaii
সুৱাদ হৈছে ককাই❤
অসমৰ চাৰিওফালে আজিৰ পৰা প্ৰাণেশ্বৰী ❤ 😍
Ai2 ha val nalagil hit hoi nhy najanu ru. natun or ji flavour d ahesaa blagburat aitut napalu
যুদ্ধ গানটো সকলোতকৈ উপৰত❤❤❤🎉🎉🎉🎉
Her another new song
ruclips.net/video/4koYZtcSpTc/видео.htmlsi=q8yDWHDd0p-5iqC4
Shribanee baishya another new song
Hit hit kokai akow hit song❤
এইবাৰ যুদ্ধ খন অলপ বেছিয়েই মৰম লগা হৈছে❤ ভেলা ঘৰ হিলি থাকিব এই গানৰ যোৰত
Shribanee baishya another new song
ruclips.net/video/4koYZtcSpTc/видео.htmlsi=q8yDWHDd0p-5iqC4
Pran da dhuniya lagixe .... Dhuniya bohut dhuniya ... Love from Bongaigaon❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুৰটো যেনেতেনে তানি যুদ্ধ গীতটোৰ পৰা পৃথক কৰিব বিচাৰিলেও কিছুমান ঠাইত একেই দৰে লাগি যায়।
Shribanee baishya another new song
ruclips.net/video/4koYZtcSpTc/видео.htmlsi=q8yDWHDd0p-5iqC4
কনেং , যুদ্ধ , আকৌ এইবাৰ প্ৰানেশ্বৰী আহ্ ❤❤❤ ভাষা নাই.......
এইবাৰ party বিহুতলী বিশেষকৈ ভেলাঘৰত হিলি যাব। tnq prandeep ❤❤❤
প্ৰাণ দীপ দা' বহু অপেক্ষা শেষত finally আজি আমাৰ মাজলৈ (প্ৰাণেশ্বৰী)আহি পালে বহুত আশাৰে ৰৈ আছিলো গীতটি আগবঢ়াই দিয়া বাবে অশেষ ধন্যবাদ' তোমালৈ বুলি নতুন বছৰৰ আন্তৰিক শুভেচ্ছা' অভিনন্দন জ্ঞাপন কৰিলো অনাগত দিনৰ নতুন এক যাত্ৰা আশাৰ ৰেঙনি লৈ নতুন উদ্যমেৰে আৰু ভাল ভাল কাম কৰি যোৱা'' এইবাৰ মাঘৰ বিহুত তোমাৰ গীত বাজিব মুঠতে প্ৰাণ দীপ দা জুই '' জয় আই অসম ''
Shribanee baishya another new song
ruclips.net/video/4koYZtcSpTc/видео.htmlsi=q8yDWHDd0p-5iqC4
যোৰহাটৰ পৰা কিমানে চাইছা👍চহী মাৰা।
সুন্দৰ দাদা.......প্ৰাণেশ্বৰীয়ে প্ৰান চুই গল 🔥🔥🔥🔥❤️❤️❤️❤️😘😘😘
Mojja brother ❤❤
বৰ ধুনিয়া হৈছে গীতটো। শুভেচ্ছা থাকিল
Aji ei gan tu 30 bar uporot hunilu Bohut vl lagil supar hit song ❤
"প্ৰাণেশ্বৰী" singing and composed by Prandeep Da, There can be no better gift for Magh Bihu and New Year 💝
সকলোলৈকে আগতীয়াকৈ মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 🤗
Love From Nagaon ❤
প্ৰাণেশ্বৰী আহা❤
kboloi bhakha nai prandeep da ami gaon or manuh..akdom pani aru mati lgt mili goise gaantu..2024..2025 hit song ❤🎉🥰🔥aru joldi joldi 10 milion lage guys.from sivsagar❣️
nice comment
Jui jui ❤
এইবাৰ মাঘ বিহু আৰু নতুন বছৰত বাজিব ভালকৈ....শুভেচ্ছা থাকিল, হায়দৰাবাদৰ পৰা....
Bor dhunia hoise
সংগীতৰ বজাৰত দাদা এজন বিখ্যাত সুৰৰ ব্যৱসায়ি শ্ৰোতাসকলে কৃপা কৰি নিজৰ উপৰত ধ্যান দিব, এই বিৰহী কণ্ঠৰ নিচাই হৃদয়ত এক প্রচণ্ড ঝংকাৰৰ সৃষ্টি কৰাৰ আশংকা দেখা গৈছে❤(bihut aibar praneshwari) ❤
Ufff ki xur ki Kom praan deep da 🔥🔥🔥🔥
আশা কৰো এইতো গানটো hit হয় যাতে লগতে আৰু গানটো বহু বেছি ধুনিয়া হৈছে❤❤
❤❤❤
ডিচেম্বৰ মানেই প্ৰাণদ্বীপৰ দাৰ গীত। মইনা তুমি জুই,কনেং, যুদ্ধৰ পিছত এইটো গীতৰ বাবে বৰ হেঁপাহেৰে ৰৈ আছিলো।
Doh bar hunilu..amr legeri sunit kai 🔥❤️ eman dhuniya dhuniya gaan lekhey
কোনে কোনে প্ৰাণ দ্বীপ দাৰ পৰা যুদ্ধ গানটোৰ নিচিনা গান আৰু আশা কৰা লাইক কৰা
🎉🎉🎉🎉🎉🎉
প্ৰাণেশ্বৰী লৈ ৰৈ আছিলোঁ। শুনিলো প্ৰন্দীপ দা ধুনীয়া হৈছে ❤ 🥰 কি কম আৰু কবলৈ ভাষা নাই । বাকী গানটো চুপাৰ হিট ❤
thank you for update this song❤
thank you power steering this song update❤
thank you for sharing this song update❤ love you
thanks for sharing this song bro❤
বহুত বহুত ধন্যবাদ Uncut Talks Assam ❤ প্ৰাণদ্বীপ দাদাৰ এই গীতটো বিষয়ে ভিডিঅ' প্ৰচাৰ কৰা বাবে বাকী গান হিঠ ❤❤
Jui mne jui jui tamam jui⚡🔥🔥🔥🔥
বৰ সুন্দৰ দাদা ❤
Paneshwari gittu huni borhiya lagse eibar magho bihu ei2he bajibo ru....love from "Moranhat"
Oh ho ❤❤ki gan bhh moja lagil ❤ maghor bohut nasibi aru pori pori❤
Pranoy dutta dar babe ata like ❤ iman dhuniya gan ata upohar diyar babe ❤ pran deep da. Nilakshi ba . ❤❤
Hit ako abar 🎉❤ prandeep daa 🎉 hit
Baapre praneswari ahi gol dekhun ❤ pran deep + nilakshi neog jui
ফাইনেলি অপেক্ষাৰ অন্ত পৰিল ককাই।। জুই বুলি কলো জুই🔥, হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোলৈকে❤
Speechless I am not getting word's to write in my distionary how much I loved this song❤ উহঃ বহুত বহুত ভাল হৈছে 🎉🔥💯
aibar u hilibo axom ❤ tqqqq bro val a thakok hodai
অতি সুন্দৰ দাদা❤❤❤
Dhuniya ❤❤❤
মোৰে প্ৰাণৰ প্ৰাণেশ্বৰী❤🫀🎶 সচাই হৃদয়ৰ সুকোমল গুণগুণনিবোৰৰ সুৰীয়া প্ৰাণ ❤️🔥
Barhiya Lagi se dai Prandeep Da❤❤👌 Mur Falor pora Apuna Loi Happy New Year🎉🎉Happy Bhugali Bihu❤😊
Moja hoi sa ❤
Love from Sivasagar ❤
অতি সুন্দৰ 🎉❤
Hundor sunit da immn dhuniya lyrics likhise ❤ aru Pradeep da dhuniya hoise gan tu aru vedio tu❤❤❤
ভাইটি গোটেই অসম হিলাই দিছে গানটো……🔥🔥🔥🔥🔥
😂
Love from Goal para ❤
Jui jui❤
Quality Product....
Wow wow wow bohut besi Dhunia kudos to the entire team 💕💕
Mojja❤
অপেক্ষা অন্ত পৰিল❤🤗🔥🔥🔥🔥
Mojja Pran Deep Daa ❤
বহুত সুন্দৰ হৈছে ❤❤❤👌 আগুৱাই যোৱা তাৰে সদায় কামনা কৰোঁ 🥰🙏
মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ গীত টি ককাইদেউ❤আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ🙏😘❤️অসমবাসীৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো 🙏😘❤️🌱
Bohot Dhuniya ❤
আকৌ এবাৰ hittt 👍❤❤
Bohut Dhuniya ❤
Super hit song ❤❤ oti hun khale 1 million hobo 🎉
তুমি দিলে চাই,,
হিয়া পমি যায়❤
দিনে দিনে কৈ মৰম বাঢ়ি যায়,,
তোমাক ভাবি ভাবি মইনাকন
টোপনি হেৰাই
তাকেই ভাবি ওৰে ৰাতি টোপনি হে নাই❤
Wawww prandip daa❤ বহু অপেক্ষাৰ অন্তত গীতটি আমাৰ মাজলৈ আহিল❤
এইবাৰ মাঘৰ বিহু হিলাই দিব ৰাইজ❤😊
I love you 😘😂
❤❤প্ৰাণেশ্বৰী প্ৰাণদ্বীপ দাদা ধুনীয়া ❤❤
Love from Jorhat r jumonrr ghrrr usorrrr ❤.......
Pran Deep dada bohut val lagei sei dei new song 🥰🥰
শুভেচ্ছা প্ৰাণদ্বীপদা। সুন্দৰ লাগিল গীতটি। 😍❤
168 comments ❤ সুন্দৰ prandeep ককাইদেউ good sharing audio video, মাঘৰ আগত আৰু এটা গান দিব মই লিখি দিয়াটো ৰিলিজ কৰক আকৌ ৰৈ আছো ন
Bohut bohut val lagil deiii gaan to❤🎉🎉🎉
Hit hit ❤❤
বহুত অপেক্ষাৰ মাজত প্ৰিয় দাদা জনৰ সুন্দৰ গীত ❤❤
Fuli ase seni chomppa
Meli ase koli oii aaree
Uff ki je moja hoise
Nejei vao koru hei karne besi vl lagil antora tu❤❤ vl hoise dada
Bht dhuniya 😍😍
Pran dar praneshori aibar hit like mari jua👍🏻
"প্ৰাণেশ্বৰী" গীতটি শুনি বহুত বহুত বহুত ভাল লাগিল প্ৰাণদ্বীপ দা। "প্ৰাণেশ্বৰী" এইবাৰ হিত হবৈ। ইমান এটি সুন্দৰ গীত উপহাৰ স্বৰূপে দিয়াৰ বাবে বহুত বহুত ধন্যবাদ প্ৰানদ্বীপ দা❤❤❤
20 million cross this song in 2025. ❤. সঁচাই ' প্ৰাণেশ্বৰী এটি গীত নহয় হৃদয়ৰ সুকুমল গুণগুণনি বোৰৰ সুৰীয়া প্ৰাণ।।। ভেলাঘৰত এইবাৰ জমিব প্ৰাণদ্বীপ দা, এনেকুৱা ধুনীয়া গীত প্ৰতি বছৰে দি থাকিব বুলি আশা থাকিল।। ধন্যবাদ প্ৰাণদ্বীপ দা
Val huwa nai mokkel mixing bhut beya hoise
@@axomrajytgaming5261 সকলোৰে বাবে বেলেগ বেলেগ দাদা। আপোনী rimix ভাল পাই ।।। হয়টো মই বেয়া পাও। সকলোৰে বেলেগ বেলেগ টেষ্ট 🙏🙏
Kun kun Dibrugarh pora sai asa like me ❤
Poixa dibi naki toi
Moi
Kio
Chapri burok like lage
Moi asu
Duniya hoise bro❤
Hit hit abar
ruclips.net/video/4koYZtcSpTc/видео.htmlsi=q8yDWHDd0p-5iqC4
Her another new song
ruclips.net/video/4koYZtcSpTc/видео.htmlsi=q8yDWHDd0p-5iqC4
কি কম আৰু তোমাৰ সকলো গান । hit ❤❤❤ অতি সুন্দৰ 💥❤❤
প্ৰানেশ্বৰী জুই 🔥
Love From নলবাৰী
Moja .. abar aitu hit ❤
ইমান মজা গান দাদা ❤
Eee praan daa mojaa disaaa । Hit hit
Hey Prandeep daa juiii wait kori asu new yearr song r bbe Love u from Narayanpur❤❤❤❤❤❤
LOVE FROM BORSOLA 💜✅
Dhuniya lagil dada ❤️
গীতটো Romantic Feel লৈ নাচিব নাচিব ভাল হ'ব ......🥺❤️ So beautiful song pran Daa .....(Love from Udalguri)
New year falibo aibar .mojja lagise song to dada ❣️💥
🔥🔥🔥🔥🔥
Bohut Dhuniya Lagise ❤
কনেং আৰু যুদ্ধটোতকৈ ফিকা ফিফা তথাপিও ঠিকে আছে কিন্তু সেই দুটাৰ জেগা কেতিয়াও লব নোৱাৰে সেইদুটা যেতিয়াই শুনো দেহা মন নাচি উঠে❤❤❤🎉🎉
Wish you happy new year 2025 জুই বুলি কলোঁ
প্ৰাণ দা, সুন্দৰ ❤
Banglore pora শুনি আছোঁ
Nice ❤❤❤❤
Dhuniya hoise ❤❤
ধুনীয়া হৈছে 😍❤️ এইবাৰ new year আৰু মাঘ বিহুত খুব বাজিব যেন পাইছোঁ 😍✨
🔥🔥🔥
আপোনাৰ গানটোৰ অবিহনে ভোগালী বিহুটো যেন আধৰুৱা ।
ধন্যবাদ দাদা❤🥳🥰
এই বছৰৰ শীৰ্ষ গীত লক্ষ্যজ্যিত দাৰ ''বহাগৰ জুই" আৰু নীল দাৰ "বিহুৱান - আকৌ পগলা হম".... । ❤🔥🎵
সুন্দৰ ভাই❤, যুদ্ধ 2 লাগে সোনকালে 🔥
বহুত অপেক্ষা মূৰত ❤️
Bohut dhuniya dada ❤❤
বঢ়িয়া হৈছে ❤
Prandeep তুমি সদাই জুই। আৰু shrebani ক moza লাগিছে ❤