Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
মোৰ মৰমৰ " মন মালতী" ক আপোনালোকৰ মাজলৈ উলিয়াই দিলোঁ । শ্ৰদ্ধাৰ নিৰঞ্জন গোস্বামী ছাৰৰ সৃষ্টি , আচুৰ্য দাৰ মনোমোহা কণ্ঠ ৰ লগতে মইও সীমিত জ্ঞানেৰে যিমান পাৰোঁ গীত টি সুন্দৰ কৈ গাবলৈ চেষ্টা কৰিছোঁ । বহুত মৰম , বহুত আশা, বহুত কষ্ট জঢ়িত হৈ থকা " মন মালতী " ক ৰাইজে ভাল পাব বুলি খুব আশাবাদী । শেষত সমূহ ৰাইজলৈ আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই , মন মালতীক আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াই ৰাইজৰ মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ। ধন্যবাদ । ❤️
ৰাইজৰ নৰম হল। বাকী ঠিকেই আছে
বহুত বেছি ধুনীয়া লাগিছে
সুন্দৰ হৈছে বা ।আপোনাৰ কন্ঠও সুন্দৰ ।👍
❤
খুব সুন্দৰ হৈছে বা ❤❤জানটো দা টো মোৰ সকলোতকৈ প্ৰিয় গায়ক হয়💘💝
বহুত ভাল হৈছে শুভকামনা জনালোঁ
Bohut bhal hoise gaan tu ❤❤❤❤
Juiiii🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Wow mojja..agor hei cassette t huna bihur dore
বৰ ধুনীয়া হৈছে ❤
সুন্দৰ হৈছে বিহু গীত টো শুভেচ্ছা জনালোঁ ❤❤❤
সচাকে গান তো শুনি বিহু বিহু লাগিছে Best of luck Achrija da আপোনাৰ গান ভাল ❤❤❤///
bhut dhunia hoise baa
Bohut vaal laagil.,.
baaideo moja gaaise dai aapuni,dhunia bihu
Val lagile gaan tu.... mzh
যেনেকৈ তুমি দেখিবলৈ ইমান ধুনীয়া ঠিক তেনেকৈ গীতটো সিমানেই ধুনীয়া হৈছে ❤ মজ্জা লাগিল বিহু গীতটি 🥰💗👌
অতি সুন্দৰ ❤❤মৰিগাওঁ জিলা পৰা বহুত বহুত মৰম যাচিছো 🎉🎉🎉🎉🎉 আৰু লাগিব আমাক এনেকোৱা বিহু গীত ❤❤❤😍😍😍🥰
মন মালতী বহুত ভাল লাগিল। আমাৰ ঢেঁকিয়াজুলি পৰা বহুত মৰম জাচিলো
Mojjjjja ❤
❤❤❤❤ Sundar ❤❤❤❤❤❤
সুন্দৰ ❤ ৰাগিনী আৰু আচুৰ্যৰ কন্ঠৰ নতুন গীতটি ❤ love from Udalguri
Bohut dhunia ......Lots of love 😍❤️!
Val lagil hundor ❤❤
আচুৰ্য বৰপাত্ৰ ৰ সৰাগুৰি বিহু গীত টোৰ দৰে আৰু শুনিবলৈ মন যায়।।
Achurjya da mojjaa👍
Bhut dhunia lagil ❤❤
Bohut ata bhal gan xunilu... Bhal lagil ... Bihu Bihu lagi gol ❤❤... Agoloiu anekua gan gai jua ..❤
Zubeen da past achurjya da ahi ase ❤❤❤
Congratulations Jyotismita 🎉Bohut bhal lagil xuni ❤
৯৬,৯৭বষৰ বিহু গীত সমুহলৈ মনত পৰি গ'ল । সুন্দৰ হৈছে
Xundor ❤️❤️ bht dhuniya voice tmr ba..
Boriya 👏🏻👏🏻👏🏻 dhuniya gaan jyoti 👏🏻👏🏻
Wow jaantu da❤🎉mojja hoise bihu song ❤
Bhal lagil dei❤❤❤❤❤
Bihu bihu lagi gl dhuniya ❤
সুন্দৰ আগুৱাই যোৱা ❤❤❤
সুন্দৰ কণ্ঠ গায়িকা গৰাকীৰ ৷ আচুৰ্য্যৰ কণ্ঠটো ভালেই ৷ ভাল লাগিছে গানটো শুনি ৷ মজা 👍👏
সুন্দৰ হৈছে গানটো।
আৰু লাগে এনে কুৱা বিহু a Maja ❤❤❤❤
Dhuniya sang❤❤🎉
Bohut dhunia lagile deai ❤
বৰ ধুনীয়া ❤
Amazing @JyotismitaRagini.. Best wishes..🎉
❤❤bohut besi dhuniya lagise❤❤
ককাইদেউ ❤🔥🔥🔥🔥
Apunar song bor khuni bht val lage dada
Anekuwa bihu gaanot ajir dinot obhab.Bhal lagise bohut
বহুত সুন্দৰ কণ্ঠ
Just amazing @jyotismita ❤🎉 bohut dhunia
বহুত ভাল লাগিল বিহু গীতটি .. গীতৰ জৰিয়তেই অসমৰ প্ৰকৃত সৌন্দৰ্য্য বিলাকো দৃশ্য গ্ৰহণৰ ভিদিঅ বনাব লাগে।।।
Val lagil huni aru hokolure vl pabo git2.
Bht val lagise oo Achurjya Daa....❤❤❤❤
Mojjja ❤️❤️😘😘
Dhuniya hoise ❤❤❤❤
মজা
Xundor hoise baidew aru dada
Eahhh mojaaaa
Moja hoise ❤❤❤
Aiiijoiii 🎉
Dhunia lgise ❤
Bohut dhunia ❤❤
Bohiya ❤❤❤❤❤❤❤
Dhunia❤
Nice sang ❤❤🎉🎉
Hundor bohut besi....❤❤
বহুত বহুত ভাল লাগিল গীত টি শুনি অতি সুন্দৰ🎉❤😊
ধুনীয়া লাগিছে . 👌👌তেজপুৰ পৰা বহুত বহুত মৰম যাচিছো. .
ধুনীয়া 👍!
শুভেচ্ছা থাকিল। সুন্দৰ লাগিল গীতটি 😍❤️
Bor dhunia❤
Purona gaanor suad ata palu....val lagil bohut❤❤❤❤❤
Val hoise
Wah bohut vl hoisa ❤purona Bihur vibes olop asa❤😊
Puroni din ghuri ahil,val lagil
Mojja❤❤❤❤🔥🔥🔥🔥
Vll lagil Gan tu❤❤
Bohhut dhuniya hoise bhoni😘🥰Bihu bihu lagileiii❤❤
Val lagil❤
Mamu ba mojja hoise ❤
ধুনীয়া লাগিছে 😍😍
আচুৰ্য দাৰ কণ্ঠত মই পগলা হৈ জাওঁ। প্ৰতিটো গানেই মোৰ প্ৰিয়। এইটো গীতত ছোৱালী জনিৰ কন্ঠও কোনো গুনেই কম নহয়। বহুত ভাল লাগিছে।
Zubeen he main
Achurjya dar gan hodai mja
Mozza❤❤❤❤December maah mane bihu🥰🥰❤️❤️❤️
Bohut dhuniya .eitu geet raag oinitam da ru gaytri mahanta baaa nasile ru val lgibo
Dhunia lagise❤❤❤
সকলোৱে নিজৰ নিজৰ গান মুক্তি দিলে কিন্তু expectation কৰা মতে realityত একো নাপালোঁ কিন্তু আচুৰ্য দা আপোনাৰ পৰা যাতে এটা ভাল লগা গীতৰ উপহাৰ পাওঁ ❤❤
গগনা মূগা সূতা লগাইয়ে বাও বুলি আঙুলি বুলাইয়ে বায় আছে, বাকী সুন্দৰ।
বহুত ভাল লাগিল ❤
বৰ ধুনীয়া
Dhuniya❤❤❤
মজা লাগিছে বিহু গীত টি ।। মই আধুনিক আৰু বিহু গীত কেইটিমান লিখি থৈছোঁ যদি কাৰোবাক লাগে ক'বচোন !
Mojaaaa 👍
আচুয ককাইদেউ গানটো ভাল লাগিছে❤❤❤❤❤
Dhunia hoise love frm Jorhat
Mojja❤
Nice mojaa❤❤❤
কথা -সুৰ পৰম্পৰাগত বুলি নিদিয়ে কিয় , এইবোৰ গীতৰ সুৰ কেতিয়াও এতিয়া কৰা নহয় , সৰুৰে পৰা শুনি আহিছো , কিছুমানে ওপৰতে নামটো লবলৈ যায় ভাল নালাগে । বাকী কণ্ঠ ধুনীয়া❤❤
Val lagile huni..👌
Bihu bihu lagi jai gat ❤❤❤
Nice
Dhuniya hoise Kerala pora khunilu
Val Lagil........
বহুত সুন্দৰ ❤🥰
মোৰ মৰমৰ " মন মালতী" ক আপোনালোকৰ মাজলৈ উলিয়াই দিলোঁ । শ্ৰদ্ধাৰ নিৰঞ্জন গোস্বামী ছাৰৰ সৃষ্টি , আচুৰ্য দাৰ মনোমোহা কণ্ঠ ৰ লগতে মইও সীমিত জ্ঞানেৰে যিমান পাৰোঁ গীত টি সুন্দৰ কৈ গাবলৈ চেষ্টা কৰিছোঁ । বহুত মৰম , বহুত আশা, বহুত কষ্ট জঢ়িত হৈ থকা " মন মালতী " ক ৰাইজে ভাল পাব বুলি খুব আশাবাদী । শেষত সমূহ ৰাইজলৈ আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই , মন মালতীক আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াই ৰাইজৰ মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ। ধন্যবাদ । ❤️
ৰাইজৰ নৰম হল। বাকী ঠিকেই আছে
বহুত বেছি ধুনীয়া লাগিছে
সুন্দৰ হৈছে বা ।
আপোনাৰ কন্ঠও সুন্দৰ ।👍
❤
খুব সুন্দৰ হৈছে বা ❤❤জানটো দা টো মোৰ সকলোতকৈ প্ৰিয় গায়ক হয়💘💝
বহুত ভাল হৈছে শুভকামনা জনালোঁ
Bohut bhal hoise gaan tu ❤❤❤❤
Juiiii🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Wow mojja..agor hei cassette t huna bihur dore
বৰ ধুনীয়া হৈছে ❤
সুন্দৰ হৈছে বিহু গীত টো শুভেচ্ছা জনালোঁ ❤❤❤
সচাকে গান তো শুনি বিহু বিহু লাগিছে Best of luck Achrija da আপোনাৰ গান ভাল ❤❤❤///
bhut dhunia hoise baa
Bohut vaal laagil.,.
baaideo moja gaaise dai aapuni,dhunia bihu
Val lagile gaan tu.... mzh
যেনেকৈ তুমি দেখিবলৈ ইমান ধুনীয়া ঠিক তেনেকৈ গীতটো সিমানেই ধুনীয়া হৈছে ❤ মজ্জা লাগিল বিহু গীতটি 🥰💗👌
অতি সুন্দৰ ❤❤মৰিগাওঁ জিলা পৰা বহুত বহুত মৰম যাচিছো 🎉🎉🎉🎉🎉 আৰু লাগিব আমাক এনেকোৱা বিহু গীত ❤❤❤😍😍😍🥰
মন মালতী বহুত ভাল লাগিল। আমাৰ ঢেঁকিয়াজুলি পৰা বহুত মৰম জাচিলো
Mojjjjja ❤
❤❤❤❤ Sundar ❤❤❤❤❤❤
সুন্দৰ ❤ ৰাগিনী আৰু আচুৰ্যৰ কন্ঠৰ নতুন গীতটি ❤ love from Udalguri
Bohut dhunia ......Lots of love 😍❤️!
Val lagil hundor ❤❤
আচুৰ্য বৰপাত্ৰ ৰ সৰাগুৰি বিহু গীত টোৰ দৰে আৰু শুনিবলৈ মন যায়।।
Achurjya da mojjaa👍
Bhut dhunia lagil ❤❤
Bohut ata bhal gan xunilu... Bhal lagil ... Bihu Bihu lagi gol ❤❤... Agoloiu anekua gan gai jua ..❤
Zubeen da past achurjya da ahi ase ❤❤❤
Congratulations Jyotismita 🎉
Bohut bhal lagil xuni ❤
৯৬,৯৭বষৰ বিহু গীত সমুহলৈ মনত পৰি গ'ল । সুন্দৰ হৈছে
Xundor ❤️❤️ bht dhuniya voice tmr ba..
Boriya 👏🏻👏🏻👏🏻 dhuniya gaan jyoti 👏🏻👏🏻
Wow jaantu da❤🎉mojja hoise bihu song ❤
Bhal lagil dei❤❤❤❤❤
Bihu bihu lagi gl dhuniya ❤
সুন্দৰ আগুৱাই যোৱা ❤❤❤
সুন্দৰ কণ্ঠ গায়িকা গৰাকীৰ ৷ আচুৰ্য্যৰ কণ্ঠটো ভালেই ৷ ভাল লাগিছে গানটো শুনি ৷ মজা 👍👏
সুন্দৰ হৈছে গানটো।
আৰু লাগে এনে কুৱা বিহু a Maja ❤❤❤❤
Dhuniya sang❤❤🎉
Bohut dhunia lagile deai ❤
বৰ ধুনীয়া ❤
Amazing @JyotismitaRagini.. Best wishes..🎉
❤❤bohut besi dhuniya lagise❤❤
ককাইদেউ ❤🔥🔥🔥🔥
Apunar song bor khuni bht val lage dada
Anekuwa bihu gaanot ajir dinot obhab.
Bhal lagise bohut
বহুত সুন্দৰ কণ্ঠ
Just amazing @jyotismita ❤🎉 bohut dhunia
বহুত ভাল লাগিল বিহু গীতটি .. গীতৰ জৰিয়তেই অসমৰ প্ৰকৃত সৌন্দৰ্য্য বিলাকো দৃশ্য গ্ৰহণৰ ভিদিঅ বনাব লাগে।।।
Val lagil huni aru hokolure vl pabo git2.
Bht val lagise oo Achurjya Daa....❤❤❤❤
Mojjja ❤️❤️😘😘
Dhuniya hoise ❤❤❤❤
মজা
Xundor hoise baidew aru dada
Eahhh mojaaaa
Moja hoise ❤❤❤
Aiiijoiii 🎉
Dhunia lgise ❤
Bohut dhunia ❤❤
Bohiya ❤❤❤❤❤❤❤
Dhunia❤
Nice sang ❤❤🎉🎉
Hundor bohut besi....❤❤
বহুত বহুত ভাল লাগিল গীত টি শুনি অতি সুন্দৰ🎉❤😊
ধুনীয়া লাগিছে . 👌👌তেজপুৰ পৰা বহুত বহুত মৰম যাচিছো. .
ধুনীয়া 👍!
শুভেচ্ছা থাকিল। সুন্দৰ লাগিল গীতটি 😍❤️
Bor dhunia❤
Purona gaanor suad ata palu....val lagil bohut❤❤❤❤❤
Val hoise
Wah bohut vl hoisa ❤purona Bihur vibes olop asa❤😊
Puroni din ghuri ahil,val lagil
Mojja❤❤❤❤🔥🔥🔥🔥
Vll lagil Gan tu❤❤
Bohhut dhuniya hoise bhoni😘🥰
Bihu bihu lagileiii❤❤
Val lagil❤
Mamu ba mojja hoise ❤
ধুনীয়া লাগিছে 😍😍
আচুৰ্য দাৰ কণ্ঠত মই পগলা হৈ জাওঁ। প্ৰতিটো গানেই মোৰ প্ৰিয়। এইটো গীতত ছোৱালী জনিৰ কন্ঠও কোনো গুনেই কম নহয়। বহুত ভাল লাগিছে।
Zubeen he main
Achurjya dar gan hodai mja
Mozza❤❤❤❤December maah mane bihu🥰🥰❤️❤️❤️
Bohut dhuniya .eitu geet raag oinitam da ru gaytri mahanta baaa nasile ru val lgibo
Dhunia lagise❤❤❤
সকলোৱে নিজৰ নিজৰ গান মুক্তি দিলে কিন্তু expectation কৰা মতে realityত একো নাপালোঁ
কিন্তু আচুৰ্য দা আপোনাৰ পৰা যাতে এটা ভাল লগা গীতৰ উপহাৰ পাওঁ ❤❤