সুভাসনা বা ৰ গীত ৰ সুৰৰ যাদু ৰ অন্ত নাই। মোৰ প্ৰিয় বাজনী। সদায় এনেদৰে ধুনীয়া ধুনীয়া গীত ৰে ৰাইজক উপহাৰ দিয়ে আৰু আপ্লুত কৰে যাতে।।। আৰু নতুন বছৰটো বাইদেউ ৰ লগতে ৰাইজৰ ও শুভ হওঁক।আৰু যাতে নতুন নতুন গীত উপহাৰ পাও।। A very happy new year in advance to all🥳❤️😊
সুবাসনা বাৰ কণ্ঠত যি গীত হলেও সকলোৰে মন চুবই।। বৰ ধুনীয়া গীত ,শুনি বহুত বেছি ভাল লাগিল ।। অপেক্ষা মাথোঁ video টো লৈ ❤❤😊😊
সুভাসনা বা ৰ গীত ৰ সুৰৰ যাদু ৰ অন্ত নাই। মোৰ প্ৰিয় বাজনী। সদায় এনেদৰে ধুনীয়া ধুনীয়া গীত ৰে ৰাইজক উপহাৰ দিয়ে আৰু আপ্লুত কৰে যাতে।।। আৰু নতুন বছৰটো বাইদেউ ৰ লগতে ৰাইজৰ ও শুভ হওঁক।আৰু যাতে নতুন নতুন গীত উপহাৰ পাও।। A very happy new year in advance to all🥳❤️😊
সুবাসনা বা অতি সুন্দৰ আপোনাৰ কণ্ঠত প্ৰতিটো গীত য়ে প্ৰাণ পাই উঠে ভাল লাগে শুনি বহুত ❤আৰু লগতে আমাৰ টিংখং ৰ গৌৰৱ ৰমেন দা যিয়ে প্রতি বছৰে ইমান সুন্দৰ সুন্দৰ গীত অসমৰ ৰাইজক উপহাৰ দি আহিছে ❤️ৰমেন দাৰ বাবে এটা like ❤
ইমান এটি সুন্দৰ গীত কৱ ভাষা নাই বা ❤ বুকুৰে ওখ নামচাং......উহঃ,টিম চতুৱা চৰাইলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ ৷
অতি সুন্দৰ বা গোলাঘাটৰ পৰা মৰম যাচিলো ❤
বা আপোনাৰ গানৰ অপেক্ষাত ৰৈ ৰৈ আমাৰো অলিয়া বলিয়া মন.. এইয়াহে গান,এইয়াহে মৌ মীঠা মইনা মাত 💗💗💗
Waaw Subasana Baa❤😢Ramen Da❤😢
Kenekoi iman dhuniya k geet bur xojai tule❤️
Beleg kiba sam buli RUclips tu open krisilu , kin2 tatyai gan direct ulai asile nuhunake thakibo nuwarilu,
Because of Subasona baa❤
❤bhal hoise bohut
সদায় এক নতুনত্ব পাও আপোনাৰ গানত ,আপোনাৰ কন্ঠত❤
সুন্দৰ❤
Always sweet voice ❤❤❤❤🎉 of baa
এইটো প্ৰজেক্ট ত কাম কৰি খুব ভাল লাগিল । খুব ধুনীয়া গান আৰু এটা কথা ,ইমান ধুনীয়া কেনেকৈ গায় আপুনি । শুনি পাগল হৈ যাও।
Dhunia lagise Ba❤
অতি সুন্দৰ.......আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ❤
অতি সুন্দৰ বা মৰাণৰ পৰা মৰম যাঁচিলো ❤লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ লগতে আপোনাৰ পৰিয়াল বৰ্গলৈও
অতি সুন্দৰ
সুবাসনা lover ❤সকল মোৰ কমেন্তত টীপ চহী মাৰি যোৱা ❤😊😍
উফ্ কি কণ্ঠ ❤️🔥সুন্দৰ হৈছে🤩
বহুত ধুনীয়া বা ♥️
আপোনাৰ গান ভাল নলগাৰ কথা এ নাই ❤
ভাল লাগিছে....আপোনাৰ কণ্ঠই পগলা কৰে মন ,শুনিলেই শুনি থাকো.....❤❤
বাইদেউ আপোনাৰ প্রতিটো গানেই মোৰ প্রিয় .....
Kolija❤
সুবাসনা বা ৰ গান বেয়া পোৱা মানুহৰ সংখ্যা 00% ❤
প্ৰতিবছৰৰ দৰে এইবাৰো যেন হিত হয় । আকৌ যেন নতুন কৈ প্ৰেমত পৰিব পাৰো♡♡♡♡♡♡
প্রত্যেকটো গীতে সুবাস বিলাই❀♡
Mon sui gol ❤❤❤❤
Finally baideu r ❣️new song tu ahil de
বহুত ধুনিয়া বা গানটো❤❤❤
Ow moja ❤
ভাল লাগে আপোনাৰ
গীতবোৰ♥️✨💫
ধুনীয়া বা ❤❤❤
এছ বা গান বোৰ মোৰ সদাই প্ৰিয় । আৰু সদাই প্ৰিয় হৈ থাকিব ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ ♥️
এই প্ৰজন্মটোৰ ভিতৰত সুৱাসনা বাৰ কণ্ঠই খুব আকৰ্ষণ কৰে ❤
Moja song ❤
তোমাৰ প্ৰতিটো গান ভাল লাগে বা ❤
All time favourite subashna ba❤
অপেক্ষাৰ অন্তত আপোনাৰ গীতটো❤❤❤
Palash gogoi music, voice of Subasana ba and mixing/Mastering of D. Bordoloi.... Best combination ever❤
ধুনীয়া ❤
Happy New year সুবাসনা বাইদেউ। শিৱসাগৰ পৰা মৰম শুভ কামনা জনালোঁ ❤❤
ভাল লাগিল প্ৰিয় শিল্পী ❤ৰমেনলৈ ও ধন্যবাদ।
❤❤ধুনীয়া লাগিছে গানটো শুনি ❤❤
ধুনীয়া লাগিছে বা ❤❤❤I am from Mangaldai
Hundor ba ❤️
Assam shreya ghoshal ❤........ বা কণ্ঠ উফ্ফ পাগল হৈ যাও।।। বাৰ সকলো গান মোৰ প্ৰীয়।।। Dill se Love💕😘
বাইদেউ মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ গীত টি❤আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ🙏অসমবাসীৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো🌱🌱🌱
Happy new year new song 👌🏽👌🏽❤️❤️🎉🎉
Xosai bohut val lagise ❤❤❤hit
বুকুৰে ওখ নামচাং
কৰি আছো ধিপিং ধাপাং
দিন বাগৰে যিমান মনে কৰে দিহিং দিপাং 😍😍
Subasana bar gotoi gaan bhal hoi❤❤❤
Always favourite Baa,, ভালে থাকক সদায়,,,
Nice So Sweet Voice Subasana Ba & Romen Danah Da
বাক্সা জিলাৰ থমনাৰ পৰা এগালমান মৰম যাচিছো❤
বুকুৰে ওখ নামচাং কৰি আছে ধিপিং ধাপাং দিন বাগৰে যিমান মনে কৰে দিহিং দিপাং UF❤
Nice❤❤❤🎉🎉🎉
ধুনিয়া হৈছে দেই ❤
Too good ❤
ধুনীয়া বা
উফ সদায় প্ৰিয় ❤❤❤
ধুনীয়া অ ❤
Apunar protitur ganei hundor❤
Happy new year 🎉🎉🎉 subasona baa ❤❤❤ advance....2025❤🎉🎉🎉.....
Love from baksa Nayabasti Assam 🔥
ধুনীয়া হৈছে ❤
আপুনাৰ খুৰ মাত মূৰ প্ৰিয়
❤️ u baa
Hundor❤
খুব সুন্দৰ বা🥰
সুন্দৰ হৈছে
All time favourite singer 🥳😍😍
ইমান ধুনীয়াUfff কণ্ঠ❤
Ba hundor hoise❤❤❤
ALL TIME FAVOURITE singer SUBASANA BAA. ..♥️♥️♥️👍❤️
Bor val lagil geet ti xuni ma'am xosai bor dhuniya eti geet...❤️❤️🙏
ধুনীয়া লাগিছে বা❤
Baa❤❤❤
❤❤❤সুন্দৰ। বহুত সুন্দৰ।।
Dhunia subasana baa❤
❤ ধুনীয়া গীত
Nice baaa ❤
Xundor
Nice song.swet...
Voice.Asomor shreya ghoshal
Waaaoo.what a sweet song❤❤
Bhal lagil❤
ভাল লাগিল দেই। মজা।
Mur bhal loga baa joni aan komon voice happy new year
Xundor ❤❤
borhia
ধুনীয়া ❤❤❤ আপোনাৰ গীত মই বহুত ভাল পাওঁ ❤❤❤
My favorite singer ❤❤
Dhunia hoise❤
Sundor ❤
Duniya Kontho logot Dhuniya music aapunar gaanot kiba 1ta jadu ase dei.......
Subasana baa love you😘❤
Nice song ba ❤
Bohut vl Lagil huni gaantu Baa❤❤❤
বৰ ভাল লাগিল গানটো বা ❤️
Bor Dhuniya Gaan ❤️❤️
❤ all time favourite baa