All people are waiting to hearing such type of good feel of song where the singer devoted the moment of life in music culture it is more important to live purely it is lovely and true enlightenment of life for all
She was my classmate in college life. Her voice is so touching. Now she give up singing. So sad. We miss her voice a lot. Pl upload her another song " Aibhi lotaar paatot junaak ".
সচাই,গীতটি শুনি মোৰ সেই স্কুলিয়া দিনবোৰলৈ মনত পৰিছে । এই গীতে মোৰ হিয়াত কেনে আবেগৰ সৃষ্টি কৰে ,সেয়া শব্দেৰে বৰ্ণাব নোৱাৰো ।
ইমান ভাল লগা গীতটি শুনিবলৈ পাই মন ভৰি গ'ল,বিচাৰি আছিলো গানটো-আজিহে বিচাৰি পালোঁ । শুনিয়েই আছো কেইবাবাৰো 💖
ইমানেই সুন্দৰ গীত যে বাৰে বাৰে
শুনি থাকিব মন যায় | ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰিত
গীতাঞ্জলি অনুষ্ঠানত শুনা এই গীতবোৰ সচাঁই চিৰসেউজ গীত আছিল | মঞ্জুমালা বাইদেউৰ কণ্ঠত গীত বোৰ
ইমান প্ৰাণপৰশা আছিল যে ভাষাৰে বুজাব নোৱাৰি | বাইদেউলৈ আন্তৰিক ধন্যবাদ জনালোঁ |
বৰ সুন্দৰ গীতটি। বহুদিন বিচাৰি আছিলো এই গীতটি। ধন্যবাদ জনাইছোঁ গীতটি দিয়াৰ বাবে।
কিমান দিনৰ পিছত যে এই গানটো শুনিলোঁ। আগতে ৰেডিঅ'ত শুনিছিলোঁ। পাহৰিয়ে গৈছিলোঁ। আপলোড কৰাৰ বাবে ধন্যবাদ।
চিৰযুগমীয়া আৰু সুৱদিসুৰীয়া গীতটোৰ বাবে ধন্যবাদ ৷
সচাকৈ স্কুলীয়া জীৱনলৈ মনত পৰি যায় ।
One of my favorite and many many thanks for uploading this gem. We want all old songs should be available on such media.........
ভাষা নাই,ইমান সুন্দৰ
।
এইবোৰ গীতে মনটো লৈ যায় পৰীৰ দেশৰ সপোনপুৰীলৈ ।
All people are waiting to hearing such type of good feel of song where the singer devoted the moment of life in music culture it is more important to live purely it is lovely and true enlightenment of life for all
কলেজত পঢি থকা দিনবোৰত মঞ্জুমালা শৰ্মাৰ এই গানবোৰে অন্য এখন জগতলৈ যেন মোক লৈ গৈছিল।
Oti Sudar Geet, Thanks
Amar dinor geet.
অপূৰ্ব !
My favorite song reminds my childhood my college life my friend lots of thanks
My favourite song. Grown up listening these songs. My heart goes back to little house, little lane, Green paddy field, and all the surrounding around.
Bor v😮val❤
Mur eti oti priyo geet.Apunar konthou bor mitha(Mrs Abhaya chakraborty-Margherita.)
মঞ্জুমালা শৰ্মা ফুকনৰ গায়কী অতি উচ্চ মানদণ্ডৰ। মিঠা কন্ঠ। গীতিকাৰ দ্বীজেন্দ্ৰ মোহন শৰ্মাৰ অমৰ সৃষ্টি। গীতটো কেবাবাৰো শুনিছোঁ,আমনি নালাগে।
বৰ প্ৰিয় গীত।,
মোৰ অতি প্ৰিয় এটি গীত,,,, শুনি আপ্লুত হলো
She was my classmate in college life. Her voice is so touching. Now she give up singing. So sad. We miss her voice a lot. Pl upload her another song " Aibhi lotaar paatot junaak ".
গীতটি শুনি খুউব ভাল লাগে
Monjula Samah phukan is singing the so beautifully
Sundar geet.
মিঠা ভাষাৰ ব্যাকৰণ...।
Sundor geet . Xuni asu. Lyrics dile Val pam
অমৰ গীত।
Sundar lagice
Very nice song
well sung
I am very happy
ভূপেন্দ্র সংগীত বা জ্যোতিশ ভট্টাচার্য দেৱৰ সংগীতৰ নিচিনাকৈ মঞ্জু মালা শৰ্মাৰ এই গীতবোৰ ৰ চৰ্চা হব লাগে।
Nice song.sweet voice
Bor bhal loga purona geet...she is from Jorhat
Not Comparable
Very nice song
bor mon porokha gaan ,logotey hur aru meaning.....
মঞ্জু মালা শৰ্মাৰ বিষয়ে কোনো বাই কিবা বাতৰি/খবৰ পাই নেকি জনাবচোন।
মোৰ লগত কথাবাৰ্তা হৈ থাকে।
@@prityarpanagogoi8407েন্তে আপোনাক মই অনুৰোধ কৰিছোঁ তেখেতৰ ' ঠিকনা মোৰ বিচাৰিবা ফাগুনৰ পৰা পাতত আৰু সুধিবা সাৰদী পূৱাৰ তল পৰা বকুলক' গীতটি আপলোড কৰিবলৈ। এই গীতটো শুনি বলৈ মই ব্যাকুল হৈ পৰিছোঁ।