Sora phulere mala gathi. ( সৰা ফুলেৰে মালা গাঁথি )

Поделиться
HTML-код
  • Опубликовано: 10 дек 2024

Комментарии • 108

  • @MrinalSarmah-x3s
    @MrinalSarmah-x3s 9 месяцев назад +5

    Bahubosar agot radiot hunisilu.aji akow hunibo pai hukhi.❤❤❤

  • @DaisyRaniPatirDoley
    @DaisyRaniPatirDoley 2 месяца назад +2

    অতি সুমধুৰ গীত!❤❤

  • @bhadrakantadas6101
    @bhadrakantadas6101 5 месяцев назад +2

    অতি সুন্দৰ গীত সুন্দৰ কন্ঠ।

  • @nabulbg6246
    @nabulbg6246 2 года назад +12

    🙏অতি সুন্দৰ গীতৰ কথা আৰু কণ্ঠ। গীতটি শুনি থকাৰ সময়ত কিবা এটা বিষাদ ভাবে মনত দুলা দি যায়।মোৰ অন্যতম প্ৰিয় গীত এইটো।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад +2

      হয়, গীতটিত পাইও হেৰুৱাৰ বেদনা আৰু অভিমান প্ৰতিফলিত হৈছে । আপোনাৰ মতামতৰ প্ৰতি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @jabinabegum544
    @jabinabegum544 3 месяца назад +1

    Bohu dinor pasot xunilu. Bhal lagil.

  • @sanjibpegu5834
    @sanjibpegu5834 2 года назад +6

    অতি ভাল লগা গীত। আমনি নালাগে শুনি থাকিব মন যায়। গীতিকাৰ -বসন্ত চাৰলৈ শ্ৰদ্ধা নিৱেদিছো। ইমান সুন্দৰকৈ সহজ ভাষাত গীতটি লিখিছে আৰু দীপ্তিৰানী লৈও বহু বহু শুভেচ্ছা থাকিল। সুন্দৰ কন্ঠৰ অধিকাৰী সদায় এনেধৰণৰ গীত উপহাৰ দিবা বুলি আশা কৰিলো।

  • @annasaikia5722
    @annasaikia5722 Год назад +1

    বহুত ভাল লগা গীত 👌শুনিলে শুনি থাকিবলৈ মন যায়। 🙏

  • @manabendradas4880
    @manabendradas4880 Год назад +1

    Bohut bhal lagil👍🙏

  • @prabeenbaro
    @prabeenbaro Год назад +1

    অতি সুন্দৰ ৷ পেগু বাইদেউক এবাৰ চাব বিচাৰোঁ ৷ 1:

  • @jinaramdas3166
    @jinaramdas3166 Год назад +2

    গীতৰ কথা , গীতৰ সুৰ আৰু কণ্ঠশিল্পীৰ দৰদীকণঠৰ লহৰত মন গভীৰৰ পৰা অতি গভীৰ লৈ দুৱ যোৱা মেন লাগে । গীতিকাৰ সুৰকাৰ আৰু কণ্ঠশিল্পীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।

  • @pradipgogoi3182
    @pradipgogoi3182 2 года назад +1

    সুন্দৰ বহুদিনৰ পাছত শুনিবলৈ পায় ভাল লাগিল।

  • @sitaramdoley3222
    @sitaramdoley3222 2 года назад +5

    গীতৰ কথা আৰু সুৰ দুয়োটাই সুন্দৰ হৈছে । গীতিকাৰ-কণ্ঠশিল্পী উভয়লৈকে শুভেচ্ছা জনালো ।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @rekhaSRMH
    @rekhaSRMH Год назад +1

    Bohut bar xunisu ❤❤

  • @Dipalidas-kx4nj
    @Dipalidas-kx4nj Месяц назад +1

    😊 গীত টো শুনি মৰো গীত গোৱাৰ বৰ হেপাহ লাগে

  • @bhubanbaruah4088
    @bhubanbaruah4088 2 года назад +2

    এটি সুন্দৰ হৃদয় চুই যোৱা গীত, কিবা এটাই মনত দোলা দি যায়,

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      হয়, আপুনি ঠিকেই কৈছে । সময়ত বিচৰা বস্তুটো সময়ত নোপোৱাৰ বাবে কৰা অভিমান । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @prasantabori4434
    @prasantabori4434 5 месяцев назад +1

    অতি সুন্দৰ গীত ।

  • @phukanrajbangshi426
    @phukanrajbangshi426 Год назад +1

    Bahut bhal lagise

  • @bhupentamuli438
    @bhupentamuli438 Год назад +2

    অতি সুন্দৰ গীত, সুন্দৰ কণ্ঠ। ৰেডিঅ'ত শুনা।

  • @dolihazarika2605
    @dolihazarika2605 3 года назад +3

    বহুদিনৰ মূৰত গীতটি শুনিবলৈ পাই বৰ ভাল লাগিল... আপোনালৈ অশেষ ধন্যবাদ থাকিল বাইদেউ❤

    • @probinagogoi3805
      @probinagogoi3805  3 года назад

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @PRETYREKHARAJKUMARI
    @PRETYREKHARAJKUMARI 11 месяцев назад +1

    Radio t hunisilu bht din agote eman val lage bisari asilu geet tu

  • @angshumalasaikia49
    @angshumalasaikia49 3 года назад +1

    বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। সুন্দৰ গীতটি দিয়াৰ বাবে।

  • @leenagogoi9226
    @leenagogoi9226 2 года назад +2

    আপোনালৈ বহুত বহুত ধন্যবাদ ৷মোৰ বৰ প্ৰিয় গীত ৷

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      আপোনাৰ মতামতত অতিশয় সুখী হৈছোঁ ।অশেষ ধন্যবাদ থাকিল ।

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb Год назад +1

    Beautiful , thanks from andharpradesh & ? .

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Год назад +1

    চিৰসেউজীয়া ।অনন্য কণ্ঠ ।🙏🏿🙏🏿🙏🏿

  • @mrigankalachan5573
    @mrigankalachan5573 2 года назад +2

    এই গীতটো মোৰ বাবে অতি হৃদয়স্পৰ্শী।গীতৰ কথা খিনিও বৰ ভাল লাগে।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @tultulchowdang852
    @tultulchowdang852 2 года назад +1

    বহুত বহুত ধন্যবাদ। বহুত দিনৰ মূৰত শুনাৰ সুভাগ্য হ'ল ।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад +1

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @kusumdutta9463
    @kusumdutta9463 2 года назад +2

    Deeptirani Pegu is beautifully singing this song which sweet to hearing it is lovely for all

    • @probinagogoi3805
      @probinagogoi3805  2 года назад +1

      Yes, you are absolutely right. Thank you so much.

  • @Bikash_Deep_Mising
    @Bikash_Deep_Mising 2 года назад +2

    Geet ti Xuny Khubey Bhal lagil, Mur😊😍😌
    Good Morning Gogoi Ma'am 🌻🌸
    Lots of Love from Jorhat Majuli Assam NorthEast India ❤️

  • @gunagobindamahanta2409
    @gunagobindamahanta2409 10 месяцев назад +1

    অতি সুন্দৰ

  • @hemantarajkonwar146
    @hemantarajkonwar146 2 года назад +1

    আচৰিত মাদকতা...মিঠা প্রতিভা 💥 নমস্কাৰ!!!

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @tulubarchamua9889
    @tulubarchamua9889 7 месяцев назад +1

    Bor hundar geet.

  • @pktaye4081
    @pktaye4081 Год назад

    Bahut din or pisot gantu huni bhal lagil

  • @ritubhuyan6622
    @ritubhuyan6622 6 месяцев назад +1

    My favourite ❤❤❤❤❤....

  • @hemantarajkonwar146
    @hemantarajkonwar146 2 года назад +1

    ইমান শান্তি অনুভৱ কৰিছোঁ ....

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @anantaborgohain3971
    @anantaborgohain3971 2 года назад +1

    এটি অতি ভাল লগা গীত । তাহানি ৰেডিঅ'ত আধুনিক গীতৰ অনুষ্ঠান 'গীতাঞ্জলী', গীতিমঞ্জুৰীত প্ৰায়েই শুনছিলো। ভাল লাগে।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      গীতটি সম্পৰ্কে আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @adityagogoi9785
    @adityagogoi9785 3 года назад +1

    Bohut bhal lagil

  • @HorkhitaDoyamoniOfficial
    @HorkhitaDoyamoniOfficial 2 года назад +4

    ইমান দিনৰপৰা বিচাৰি বিচাৰি আজি পাই গʼলো। স্কুলীয়া দিনতে ৰেডিঅ'ত শুনি থাকোঁতেই যিমান পাৰি খৰকৈ লিখিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়াও ৰেডিঅ'শুনো যদিও বহুত দিন শুনিবলৈ পোৱা নাছিলোঁ। ধন্যবাদ আপোনালৈ বাইদেউ।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @arupjyotiborgohain3643
    @arupjyotiborgohain3643 2 года назад +1

    সুন্দৰ।

  • @DipshikhaPhukan-if8lk
    @DipshikhaPhukan-if8lk Месяц назад +1

    Gantu bor val lage❤

  • @nonigogoi9580
    @nonigogoi9580 5 месяцев назад +1

    মজা

  • @birinchikonwar3641
    @birinchikonwar3641 3 года назад +1

    ❤️❤️❤️. অশেষ ধন্যবাদ বাইদেউ👍। বহু আপেক্ষা কৰি আছিলো।

    • @probinagogoi3805
      @probinagogoi3805  3 года назад

      মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @bhaskarchetia55
    @bhaskarchetia55 2 года назад +1

    Very nice voice and song. Refreshing song.

  • @kalpanaborah7100
    @kalpanaborah7100 2 года назад +1

    বহুত বহুত ধন্যবাদ ভাল লাগিল

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ থাকিল ।

  • @nirathengal1872
    @nirathengal1872 3 года назад +1

    বহুত ভাল লাগিল সুপ্ৰভাত

    • @probinagogoi3805
      @probinagogoi3805  3 года назад

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @kalyanidutta2069
    @kalyanidutta2069 2 года назад +1

    সুন্দৰ লাগিছে বাইদেউ ❤️❤️

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @elizabethmainsonkhakhlari8707
    @elizabethmainsonkhakhlari8707 3 года назад +2

    মোৰ প্ৰিয় গান, ভাল লাগিল শুনি।

    • @probinagogoi3805
      @probinagogoi3805  3 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +5

    বহু বছৰৰ পাছত পুনৰ গীতটো শুনিবলৈ পাই আপ্লুত হলোঁ।গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী তিনিও গৰাকীলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ। গীতটো আপলোড কৰা বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @krishnagogoi1657
    @krishnagogoi1657 2 года назад +2

    বহুত দিনৰ পৰা গীত টো বিছাৰি আছিলো | সচাকৈ গীত টো মোৰ বহুত ভাল লাগে |

    • @probinagogoi3805
      @probinagogoi3805  2 года назад +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @krishnagogoi1657
      @krishnagogoi1657 2 года назад +1

      @@probinagogoi3805 ভাল নে আপোনাৰ?

  • @gunagobindamahanta2409
    @gunagobindamahanta2409 9 месяцев назад +1

    সুন্দৰ গীত

  • @btsr.a.sblackpink3403
    @btsr.a.sblackpink3403 Год назад +1

    আমনি নলগা গীত....

  • @renukadoley3114
    @renukadoley3114 2 года назад +2

    Gantu.. Huni.. Bohut. Bhal lage.. bare. Bare. Huni.. Thaki. Bo. Mon. Jai

  • @utpolborah5490
    @utpolborah5490 2 года назад +1

    ভাল লাগিল গীতটি শুনি।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @chandradeka7024
    @chandradeka7024 2 года назад +1

    Excellent rendition.

  • @PradipChetia-k9l
    @PradipChetia-k9l 8 месяцев назад +1

    My favourite song

  • @pompiborah2495
    @pompiborah2495 2 года назад +1

    গীত টো শুনি থকাৰ সময়ত কিবা এটা বিষাদ ভাবে মনত দোলা দি যায় ।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      হয়, আপুনি ঠিকেই কৈছে । গীতটিৰ ভাবাৰ্থ তেনেকুৱাই । আশাকৰা মতে সময়মতে মৰম নোপোৱাৰ বেদনা আৰু তাৰ বাবে অভিমান । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @deepjyotibora5175
    @deepjyotibora5175 2 года назад +1

    মোৰ এটি ভাল লগা গীত।বহুত দিনৰ পিছত শুনিলো।ভাল লাগিল।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @historydepartment6556
    @historydepartment6556 2 года назад +1

    Excellent

  • @benudharborah2934
    @benudharborah2934 2 года назад +1

    Very nice.

  • @rekhaSRMH
    @rekhaSRMH Год назад +1

    ❤❤❤

  • @jibeshboruah7231
    @jibeshboruah7231 Год назад +1

    সুন্দৰ
    গান টো আৰম্ভণি তে যেনে দৰে লিখি দিছে, ঠিক তেনে দৰে সম্পূর্ণভাবে দিবলৈ অনুৰোধ জনালো। (মবাইলত যাতে দেখা পাওঁ।)

  • @dharitryboruah9379
    @dharitryboruah9379 Год назад +1

  • @saratrajkhowa8308
    @saratrajkhowa8308 2 года назад +1

    আপুনি পুনৰ গান গাবলৈ কিয় এৰি দিলে,আপোনাৰ গীত ইমান ভাল লাগে |নতুন গীত আছে যদি শুনাবচোন |

  • @ratulmahanta1659
    @ratulmahanta1659 2 года назад +2

    চিৰসেউজ গীতটোৱে তিনি দশকৰ আগতে মহাবিদ্যালয় - বিশ্ববিদ্যালয়ৰ সময়ত ৰেডিঅত শুনা গীতাঞ্জলি অনুষ্ঠানটোলৈ মনত পেলাই দিলে । নষ্টালজিক হৈ পৰো গানটো শুনিলে ।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @ratulmahanta1659
      @ratulmahanta1659 2 года назад +1

      "জিলিমিলি লুইতৰে পানীতে, বেলি পৰো পৰো পৰতে, তোমাক দেখিছিলো মোৰ কাষতে ..." গানটোৰ গায়ক কোন আছিল পাহৰিলো । পাৰিলে সেইটোও দিবছোন

  • @taneeshakaman_3030
    @taneeshakaman_3030 2 года назад +1

    ♥️♥️♥️♥️

  • @mridudas450
    @mridudas450 2 года назад +1

    Nice song

  • @rajuchetry7991
    @rajuchetry7991 2 года назад +1

    Lyrics tu kindly dile ,srota khokol besi upokrito hobo vabu.

  • @RimaDevi-i4u
    @RimaDevi-i4u 4 месяца назад +1

    Starmaker ত নাই নেকি

  • @saratrajkhowa8308
    @saratrajkhowa8308 2 года назад +3

    গীতটি বহু দিন বিচাৰি আছিলো-- ,পেগু বাইদেউ গীত, তেতিয়া ৰেডিঅত শুনি সোৱনশিৰি নদীৰ মৰা সূঁতি পাৰত গুণগুণাইছিলো |মোৰ অতি প্ৰিয় গীত |

    • @probinagogoi3805
      @probinagogoi3805  2 года назад +1

      বহুত বহুত ধন্যবাদ জনালোঁ ।

  • @Johandoley-h2e
    @Johandoley-h2e 3 месяца назад +1

    Likhito rupot dibo

  • @putumoniburagohain871
    @putumoniburagohain871 2 года назад

    অ দিপ্তী তুমি কত থাকা। তুমি নথ' বেঙ্ক কলেজত পঢ়া নাই জানো। বৰ মনত পৰে। তোমাৰ গান টো শুনি থাকো।মনত আছেনে পতুমনি বাইদেউ। যোগাযোগ কৰিবাচোন।

  • @historydepartment6556
    @historydepartment6556 3 месяца назад +1

    Najanu kio Moi ai geet tuk LOI Moi Iman akarsheet

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox Месяц назад +1

    কিমান শুনিছোঁ হিচাপ নাই , আমনি নালাগে।

  • @aparajitaphukan1371
    @aparajitaphukan1371 4 дня назад +1

    Excellent