Baideu aponak okhek dhonyobad jinlu aru lgote antorik morom jasilu inan dhubiya eti geet xuniboloi xujug kori diya babe❤aro gaika gorakiloio mor antorik srodhya jonalu❤❤🌹🌹🌹🌹
তন্দ্ৰা মগন স্বপ্ন ঘুমটি ভাঙি, অচিন আলহী নিমিষতে আতৰিলা ....gan tur agg pas aku monot nai, ai line duta huddho hoise ne nai taku najanu, bohut dinr pora mnt pelabole sesta kri u pora nai ... Kunubai jdi jane hobikhekh kbo nki ...প্ৰবীনা বাইদেৱে গানটো আপল'ড কৰিলে নথৈ সুখী হম 🙏
Who is creating this sweet tune of this which is not mentioned here only voice of the singer and writter is mentioned here it is need for curiousness to know this sweetness tune of creator
শতকোটি প্ৰণাম। গীতিকাৰ আৰু কণ্ঠ শিল্পীলৈ ।
Old is gold.thanq probina ba tumar cullaction nice❤❤❤❤❤
Xuni amoni nologa eti mon juruwa xumodhur geet
Feel very nostalgic. Remembering my school days when we used to listen in "Geetimalika" of Dibrugarh Redio Centre broadcast.
হৃদয় পৰশা গীত...❤💞
My favorite .....,thanks 🎉from andharpradesh nellore district.
সুন্দৰ গীত।
Excellent voice . I am waiting to enjoy another song.
বৰ ভাল লাগে।মই খুব গাওঁ এঈ গান টো
বাইদেউ এনেধৰনৰ গীতবোৰ আৰু শুনিবলৈ পাম বুলি আশা কৰিলোঁ ।আপোনাক অশেষ ধন্যবাদ ❤❤
Bahu dinor murot xunilu, bhal lagil. Thanks.
Thank you so much.
কি যে অপূৰ্ব সুৰীয়া গীত ! অৰ্থপূৰ্ণ আৰু গভীৰতা থকা গীত। এনেকুৱা গীতবোৰেই শুনিবলৈ অধীৰ আগ্ৰহেৰে ৰেডিঅ'ৰ কাষে কাষে ঘুৰি ফুৰিছিলো ।
হয়, আপুনি ঠিকেই কৈছে । একেবাৰে সঁচা কথা । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Very nice song 5:15
Bor sundor geet.
সুন্দৰ গীত
কি গীতৰ কথা!
কি সুৰ!
আমি এই গীতবোৰ শুনি ডাঙৰ হলো,
ভাবিয়েই ভাল লাগে৷
নাজানো পাপৰি দাস (বা) এতিয়া ক'ত?
Ai geet tuye muk ari oha otitor sei sunuwali din buroloi hat bawuli di matise.
গীতিকাৰ হীৰু দাৰ বেছিভাগ গীতেই দৰদী কন্ঠ শিল্পীৰ কন্ঠত চিৰসেউজ হৈ ৰৈছে। তাৰ ভিতৰত পাপৰি দাসৰ এই গীতটো অন্যতম। শিল্পী গৰাকীলৈ মোৰ শ্ৰদ্ধা জনাইছো।
হয়, আপুনি ঠিকেই কৈছে । এই কথা কোনেও নুই কৰিব নোৱাৰে । মতামতৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মোৰ এটি প্ৰিয় গীত ❤
Bisari thoka gaanbur pai bor bhal lagil. Thank you❤ Apunaloi
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Baideu aponak okhek dhonyobad jinlu aru lgote antorik morom jasilu inan dhubiya eti geet xuniboloi xujug kori diya babe❤aro gaika gorakiloio mor antorik srodhya jonalu❤❤🌹🌹🌹🌹
Old is gold.
Wao
প্ৰিয় গীত
Sundar git
Sundar git suni bhal laga
তাহানিৰ দৰদী কণ্ঠৰ গায়িকা ,পাপৰি বাইৰ থিকনা অসমৰ কতনো জনাবচোন |
🎉অতি হৃদয় পৰশা গীত, সুন্দৰ কণ্ঠ 🎉
Xoub bhal laga geet otitoloi mantu gushi jai thanks.
Xlnt collection
Thank you so much.
তন্দ্ৰা মগন স্বপ্ন ঘুমটি ভাঙি, অচিন আলহী নিমিষতে আতৰিলা ....gan tur agg pas aku monot nai, ai line duta huddho hoise ne nai taku najanu, bohut dinr pora mnt pelabole sesta kri u pora nai ... Kunubai jdi jane hobikhekh kbo nki ...প্ৰবীনা বাইদেৱে গানটো আপল'ড কৰিলে নথৈ সুখী হম 🙏
ruclips.net/video/_7Sq0MbrViE/видео.htmlsi=o9cOIEE7Swc4a7FT এই লিংকতে গীতটি পাব ।
Hundar hur
Who is tuning this song should mention because tuning is most ingredient part of the song
Mr Bijon Hazarika(Mahal da)
Who is creating this sweet tune of this which is not mentioned here only voice of the singer and writter is mentioned here it is need for curiousness to know this sweetness tune of creator
Mr Bijon Hazarika
খুব বহুত ভাল লগা আধুনিক গীত ৷
গীতটি তাঁহানি ৰেডিঅ শুনিছিলো,আমি ভালপোৱা গীত সেইয়াই আছিল ,অকলে থাকিলে গীতটি গুণগুনাইয়ে আছিলো ,কিয় নেজানো গীতটিৰ কন্ঠই তাহানি ৰেডিঅ শুনা দিনত আপোন পাহৰা কৰিছিল |আজিও পুনৰ পাই গলো, পাপৰি বাইলৈ প্ৰণাম যাচিলো |
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
ডিব্ৰুগড় কেন্দ্ৰৰ যুগে বহুবাৰ আগতে শুনিছোঁ ।আজিকালি কম বজাই গীতটো । শুনি আমনি নলগা গীত ।
❤
Where, is home of Papori Das?
She is a daughter of J.P. Das.
Thanks a lot for beautiful collection of old sweet melodies... keep it up
Thank you so much.
অনাতাঁৰ যোগে শুনাটো ৰুটিন আছিল
Tasbir dekhke àssa nohilp
Papari Das is singing this song of Hiren Bhattacharcharya Good feel it lovely for all
Thank you so much.
The feeling to singing any song as to learning to recognise the immortal nature in realising which is greater importance than outer appearance
Gaan tu Papori Das baideor hoy but cover page ot tu beleg face..ekhet kun baru ????🤔🤔
আধ্যাত্মিক ভাবৰ বুৰবুৰণিৰ সমন্বয় নঘটিলে এনেবোৰ গীতৰ ৰচনা নহয় যেন লাগে। মনৰ শান্তিৰ বাবে ঈশ্বৰক আৰু সকলোকে ধন্যবাদ জনালোঁ।
আপুনি সম্পূৰ্ণ সঁচা কথাটোকে কৈছে । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
চিৰসেউজ গীত।
Good
Thank you so much.
Borbhallage..atittor.gan
বৰ ধুনীয়া কণ্ঠ।
Dhuniya, tahanir radio dibrugarh centre gan.
Nice song
আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ থাকিল।
Lyrics khini Pam neki?