Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
যৌৱনৰ আদি খোজত উন্মাদনা সৃষ্টি কৰা এই গীতবোৰে এতিয়া আকৌ তাকে সোঁৱৰাই , দেহ মন উলুং- পুলুং কৰে এই গীতবোৰে , নষ্টালজী হৈ পৰো । কি মনমোহা গীত ! অন্তত খন্তেকৰ বাবে হলেও তাহানিৰ জীয়া যৌৱনৰ পলবোৰলৈ ঘুৰি যোৱাৰ বাবে সুবিধা দিয়াৰ বাবে শান্তনু ধন্যবাদৰ পাত্ৰ ।
পুৰণা গীতবোৰে মন ভৰাই তোলে। শব্দৰ উচ্চাৰণ কিমান শুদ্ধ। আজিকালি “তোমাৰ” টো “তুমাৰ” বুলি গায় সকলোৱে। “ও” কাৰ আৰু “উ” কাৰৰ কোনো পাৰ্থক্য নাইকিয়া হ’ল আজিকালি।
ধন্যবাদ।
এনেধৰণৰ ভাল লগা গীতসমূহ সংগ্ৰহ কৰি ৰাইজলৈ উপহাৰ দিয়াৰ বাবে শান্তনু দালৈ অশেষ ধন্যবাদ জনালো।
চিৰযুগমীয়া গান। মন শাঁত পৰি গ'ল।
Heart touching and lovely song. Stunning.
সুন্দৰ গীত, সুন্দৰ সংগ্ৰহ।
সৰুতে ইমান শুনিছিলোঁ, আজি বহুত দিনৰ পিছত শুনিছোঁ, বহুত ভাল লাগিল।
হিয়া মন জুৰ পেলোৱা গীত । স্কুলীয়া দিনত গীতিমালিকা অনুষ্ঠানত শুনা এটি প্ৰিয় গান ।
Many many thanks for making us nostalgic! 👌👌👍👍
এইবিলাক গীতে দেহ মন জুৰ পৰি যায়।
মন পৰশা গীত বোৰ শুনিলে দেহৰ দুখ ভাগৰ আঁতৰি পলাই পত; দিয়ে। গীতটো শুনাৰ সুবিধা কৰি দিয়াৰ বাবে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বৰ ভাল লাগে এই গীতটি ৷৷ধন্যবাদ
A very good song _beautiful lyrics __very nice performance _thanks for the video.
Well come
হিয়া মন জুৰোৱা ইমান সুন্দৰ গান ।
আহ্ কি গীত আছিল!!
বৰ ভাল লাগিল গীতটি
বৰ ভাল। কথা আৰু কণ্ঠ দুয়োটাই।
ধন্যবাদ
Bhal lagil
Thank u
অনুপম সংগ্ৰহ। আগলৈ ও আশা কৰিলোঁ।
ভাল লাগিল। এনেকৈ শুনি থাকিম বুলি আশা কৰিলোঁ।
ধন্যবাদ জনালোঁ।
হেৰাই যোৱা পুৰণি কয়লা ইঞ্জিনৰ ৰে'লে পুৱতি নিশা মৰা উকিটোৰ দৰেই অতি মধুময়, অতি সুললিত ❤
Dhuniya
শৰতৰ বতৰত শৰতৰ গীত বৰ ধুনীয়া, ভাল লাগিছে❤❤
মজা
খুব ভাল লাগিল গীতটি শুনি।
কণ্ঠই য়াৰ অলঙ্কাৰ॥
পুৱা সূৰোযৰ সুকোমল,স্নিগ্ধ, হেঙুলীয়া আভাত টিৰবিৰাই জিলিকি থকা নিয়ঁৰৰ মুকুতা বোৰ গছ লতিকাৰ পাতৰ পৰা টুপ,টুপকৈ সৰি থকাৰ পৰত,মায়া সনা শৰতৰ বন্দনাৰে গোৱা এই সুন্দৰ, চিৰ সেউজ,শ্ৰুটিমধুৰ গীত বোৰে সঁচাকৈয়ে মন উতলা কৰি তোলে।ক্ষনিকৰ বাবে হ'লেও বাস্তৱৰ এই হাজাৰ জ্বলা যন্ত্ৰণা, সমস্যাৰে ভাৰা কান্ত দেহ মনক, সপোনৰ এখন ৰঙীন জগতলৈ উৰাই লৈ যায়।শেষত সুৰকাৰ,গীতিকাৰ সকলো লৈকে ইমান এটি সুন্দৰ, চিৰসেউজ, শ্ৰুতি মধুৰ গীত আই অসমী তথা শ্ৰুটা মণ্ডলীলৈ উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ জনালো।জয় আই অসম।জয় হিন্দ।
মন জুৰ পেলোৱা গীত
মন পৰশা গীতটি বৰ ভাল লাগিল
ভাল লাগে ৷
Apurbo
nice..
চিৰসেউজ গান , কিমান যে ভাল লাগে ❤️
সুন্দৰ। সংগীত আৰু সুৰ কাৰ জনাবচোন
ভাল লগা গীত।
ধন্যবাদ জনালোঁ
Dijendra Mohan Sarma is one of prominent songs writter who is think rightly involve in music culture Manjumala Sarma is singing this song by heart feeling it is ever lovely
Very sweet.
ভাল লাগিল শুনি ❤❤❤❤
Geet tu xunile deh- mon jur pori jai.
ধন্যবাদ!
Moza
School jabloi kapur pindhute RADIO t xuna monot porise. Bhal lagise akou
So good
সুন্দৰ সংগ্ৰহ, বৰ ভাল লাগিল, সৰুতেই শুনিছিলোঁ এইবোৰ গীত।
Manymany,thanks
Heart touching.
শুনিলে শুনি থাকিবৰ মন যায়
Always evergreen
সৰুতে গীতাঞ্জলী অনুষ্ঠানত শুনা মনত আছে আৰু এতিয়া শুনি বৰ।ভাল লাগিল
গীতিমালিকা অনুষ্ঠান হয় নেকি?ক্ষমা কৰিব 🙏
সছাকৈ বহুত ভাল লাগিল এই চিৰযুগমীয়া গীতবোৰ আমাৰ মাজত জিয়াই ৰাখিব লাগিব
Very nice voice
চিৰ সেউজ গীত এই বোৰ ভাল লাগে
Hridoy Khan jur pori jai , xodai eabar holeo xuno moi , 🌹🌿🌹
Bor val loga geet. Horute radio t hunisilu.
Silence & Nicese song ,beauti for humans of life,
Ati-Uttam.
Manjumalar geet ajir nisina basantar batarat suniei thakibar man jai
সুন্দৰ গীত সুন্দৰ সংগ্ৰহ শুনি সুখী হৈছোঁ
স্বাগতম ! মোৰ এই গীতৰ channel টোৰ সৈতে জড়িত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ ।
My favorite song.
শত কৌটি প্ৰণাম
Nice
My love fevoauris3s,
Bor bhal ligil.
Ki je xumodhur kontha xuni hapah nopolai .apunaloi dhanyabad thakil .
সুখী হ'লোঁ, ধন্যবাদ।
Prithibit enikua bhakha koto nai bitter bujaboloi huwaboloi moi assamia bhal powa,
এই গানটোৰ শুনাৰ আশাতেই এই আঢ়ৈ কুৰি বছৰ বয়স টো ৰাতিপুৱা গিৰিহতৰ গালি খাইও ৰেডিঅ' শুনো।
*** গীতটিয়ে মোক টানি-আঁজুৰি , চুচুৰাই অতীতলৈ লৈ গৈছে। মোৰ আৰু বৰ্তমানলৈ উভটি অহাৰ মনেই নাই।