Ahar Dorei Ubhati Aatori ( অহাৰ দৰেই উভতি আঁতৰি গ'লা ) - by Gayatri Hazarika.
HTML-код
- Опубликовано: 3 фев 2025
- Assamese song of Gayatri Hazarika / Lyrics by Surya Kumar Raja / Melody by Syd. Saddulla / Original song was sung by Mandira Sharma Lahiri : Link - • Ahar Dorei Ubhati Aato... / Lyrics of the song :
অহাৰ দৰে উভতি আঁতৰি গ'লা
বাটে বাটে ফুল সিচি থৈ,
ৰ'দৰ তাপত মৰহি শুকালেও
তোমাৰ কথাকে আছে কৈ ॥
ভৰ বাৰিষাৰ মেঘৰ দৰেই
আহিছিলা বুৰাও বুলি
বৰষি বৰষি মোৰ হৃদয়ত
তিয়ালা যে পথৰ ধূলি ।
নেজানো কিয়যে তুমি আঁতৰি গ'লা
বুকুভৰা অভিমান লৈ ॥
বাৰিষাৰে ঢল আকৌ শুকাল
মাথো পৰি ৰ'ল বালিচৰ
জীৱন ডিঙা মোৰ তাতে মেলিলোঁ
ব'ঠা তোমাৰ চেনেহৰ ।
আজি যে শুকাল প্ৰীতিৰ নদীখনি
লাগি আছোঁ মোহনাত গৈ ॥
শ্ৰদ্ধাৰে মূৰ দোৱাইছো এই চিৰসেউজ গীতটি সৃষ্টিকৰ্তা সমূহ শিল্পীসকললৈ 🙏🙏🙏🙏🙏🙏
হৃদয় চুই গ'ল। শব্দ নাই প্ৰকাশ কৰিবলৈ। কথা,সুৰ,কণ্ঠ মিউজিক সকলো অতুলনীয়।
Aote Sundor 🎉 ❤
ভাষা নাই কেনেকৈ বৰ্ণনা কৰিম আজি কালি এনে হৃদয় স্পৰ্শ গীত শুনিবলৈ পোৱা নাযায়!
শুনি শুনি ভাগৰ নলগা গান ,কি কম ,কিমান সুমধুৰ কণ্ঠ, এক চিৰসেউজ গীত.....
সচাই হিদয়ৰ কোনোবা এটা চুকত বৰকৈ আমনি কৰে।
হৃদয় চুই যোৱা গান । ইমান ধুনীয়া পৰিবেশন । মন জুৰাই গৈছে । এয়াই আছল সঙ্গীত যত আছে মধুৰতা । বহুত ভাল লাগিছে, কোৱাৰ ভাষা নাই । বাইদেউ আপুনি আৰু বহুত আগবাঢ়ি য়াওঁক আমাৰ শুবকামনা আপোনাৰ লগত আছে ।
ক'ত খুন্দিয়াই গ'ল গমে নাপালো অতিত বৰ মৰমৰ ,
বিচাৰিলে সুকান হাত দুখন সেমেকি পৰে ,😢😢😢
বৰ মৰমে আদৰ্শৰে গীত টো গাইছে আপোনি,
আগলৈ এই কণ্ঠত অতি সুন্দৰ গান শুনিম বুলি আশা ৰাখিলোঁ,
বৰ সুন্দৰ অতি সুন্দৰ কি কম ভাষা নাই❤❤❤
গীতটি বহু বছৰৰ আগতে আকাশবাণী ডিব্ৰুগড় যোগে মন্দিৰা শৰ্মা লাহিৰীৰ কণ্ঠত বাজিছিলা।মনজুৰুৱা গীত।গায়ত্ৰীয়ে আবেগ ঢালি গাইছে।
দেহা- মন জুৰ পৰি যায়।কিমান যে সুন্দৰ উপস্থাপন।
Really outstanding
মন্দিৰা বাইদেউৰ পিছত আপোনাৰ কণ্ঠতহে গীতটোৱে প্ৰাণ পাই উঠিছে।
এই বোৰ গীত সঁচাকৈয়ে অসমৰ সংগীত জগতত চিৰসেউজ আৰু জীপাল কৰি ৰখাৰ দায়িত্ব লৈছিল চাগে। সেয়ে আজিৰ প্ৰতি জনৰ মুখে মুখে,,,,,,।
মোৰ ঘৰৰ ওচৰ ৰ সূৰ্য কুমাৰ ৰাজা দেৱ লৈ বহুত বহুত ধন্যবাদ, ইমান ধুনীয়া অৰ্থ ৰ এটি গীত তেওঁ অসম বাসী লৈ আগবঢ়াই দিলে
বৰ সুন্দৰ গীত ,শুনি থাকিলেও আমনি নালাগে ।
Uuuiiuuuiiiii
Iui um uuuiutiuuiuiii iui uuuuuuuuuiuuuuiuu
Uu
Uuyuuuuuuuuuuuuuu
Uiuuuuuuuuuuuuiuuuiuuuuuuiui
গীতটো বৰ সুন্দৰকৈ গাইছে। কোনো খিনিতেই বিশেষ খুঁত বিচাৰি নাপালোঁ। সুন্দৰ কণ্ঠ, সুন্দৰ feel...... God bless👌🙏
একদম হৃদয়ত লগা কণ্ঠ |অতি ধুনীয়া হৈছে |
জীৱনৰ বাটত লগ পোৱা মনৰ মানুহ বোৰৰ কথা সোঁৱৰাই দিব যোৱা এই গীতটি শুনিলেও আমনি নালাগে।
Exactly
অতি সুন্দৰ গায়কী। লগে লগে গীতিকাৰ জনলৈও মনত পৰিছে।ভাব হৈছে তেখেত যেন উপেক্ষিত হৈ ৰ'ল।
এনে গীত বোৰেই চিৰযুগমীয়া আৰু সকলো স্তৰ স্পৰ্শী
এই গীতটো মই সদায় শুনো। ইমান সুন্দৰ গীত! Evergreen
মন পৰশা গীত । গায়ত্ৰীক এবাৰ লগ পোৱাৰ সৌভাগ্য হওক ❤️
বহুত ভাল লাগে
My favourite singer and song
Thanks
অন্তৰ পৰশা গীত ।শুনিলে শুনিথাকিবৰ মন যায় ।ইমান সুন্দৰ কণ্ঠ নিগৰিছে কি কম ।
ৱাহ, কি সুন্দৰ ,কি যে মনপৰশা গীত।
আপোনাৰ কণ্ঠত যাদূ আছে প্ৰতিটো গীতয়েই খুব ভাল লাগে
গীতিমালিকা যেন আকৌ উভতি আহিছে,মন মোৰ উৰা মাৰে সোণালী শৈশৱলৈ।অশেষ ধন্যবাদ থাকিল
অতি সুন্দৰ গীত, শুনি থাকিলেও আমনি নেলেগে , বহুত ভাল লাগিছে গীতটো শুনি
এই গীতটোৱে এনে কাৰোবাক মনত সোঁৱৰাই থাকে যিজনক পাইও নাপালো অথবা পাই হেৰুৱালো। বাস্তব জীৱনৰ অনুভৱক গীতৰ আকাৰে প্ৰকাশ কৰা জনলৈ শতকৌটি প্ৰণাম।❤
এনেকুৱা গীত বোৰ শুনিলে বুকোখ শিতল পৰী যাই ইমান মনোমোহা গীত যে সচাঁ কৈয় 👍🏻👍🏻
হৃদয় পৰশা গানটো আপোনাৰ কণ্ঠত আৰু যেন সজীৱ হৈ উঠিছে ৷
ইমান সুন্দৰ৷৷কি বুলিযে ক’মমম৷৷৷
অতি সুন্দৰ গীত। শুনি আপ্লুত হলো
হৃদয় চুই যোৱা গান। সঁচাকৈ মন হাত পৰি গল।
অতিতৰ সকলো স্মৃতি চকুৰ আগত ভাহি উঠে আৰু তেজাল চকু পানী নিগৰি নিগৰি পৰে যিমান বাৰ শুনু
এই গীতটিয়ে মোৰ অন্তৰ আত্মা চুই যায় তাতে আপোনাৰ কি যাদুকৰী কন্ঠ ৷ গীতটোৰ কথাংশৰ তুলনাবিহীন ৷ great great song
My
Happy Anniversary ❤️❤️ to both of you 🎂 stay happy always and enjoy your day with happiness in the years to come in your life stay happy with lots of happiness together in your life stay safe with lots of happiness, laughter and love together in your life stay safe with love congratulations and happy marriage anniversary both of you 🎂 and congratulations for your 💐
ৰাতি তুপনি মাৰিলে এবাৰ শুনি আৰু হে তুপনি জাৱা হয়
এটা শুনি আমনি নলগা গীত । কিমান শুনিছোঁ যে,
হৃদয় চুই যোৱা কন্ঠ , অসাধাৰণ ।
Xsai kantha o sur hiya sui jai
মন পৰশা অন্তৰ আত্মাক চুই যোৱা গীত । মই শুনি ভাল পোৱা এটি শ্ৰেষ্ঠ গীত ।
কণ্ঠ অতি সুন্দৰ। গীতটি শুনি আপ্লুত হলো।
মন্দিৰা লাহিৰী ৰ কণ্ঠত ৰেডিঅত শুনাৰ দৰেই হু বহু ।মন্দিৰা বাইদেউৰ আশীৰ্বাদ আছে কাৰণেই এনে হোৱাটো সম্ভব হৈছে।এই গানটো মই ১৯ ৮১ চনত ৰেডিঅৰ পৰা recording কৰি থোৱা casset আজিও আছে ।তেতিয়াৰ দিনত ইৎচ্ছা হ'লেই গান শুনিবলৈ পোৱা নগৈছিল ।সেয়ে এই গীতবোৰ বৰ মৰমৰ। ধন্যবাদৰ পাত্ৰী গায়ত্ৰী ।
Nice voice and composition.
Moi nostalogic..ULFA aru ARMyr voyankor dinburloi mont porise
Moiu recording korisilu radior gaan blank casset ot
, অতি সুন্দৰ, গীতটো দুবছৰ পুৰণি যদিও গীতটো শুনিলে শুনি থাকিবৰ মন যায় । বাদ্য যন্ত্ৰ সংগত কৰা সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল ।
Bahut dhunia gaaise .koboloi bhasa nai. Thank you so much Gayatri ba
Eman dhunia gaise . Bohut bhal lagise .
১৯৮৪ চনৰ পৰা এই গীত টো শুনিছো
বিভিন্ন গৰাকী গায়িকাৰ কন্ঠেৰে এই
গীতটি নিগৰিছে , মই নিজেও এগৰাকীৰ
লগত সঙ্গত কৰিছিলো এসময়ত । প্ৰত্যেকেই ইমান মন - প্ৰাণ ঢালি গায়
কাৰনেই নেকি ! এই গীত টো আজিও নতুন । আপোনালৈ বহুত বহুত ধন্যবাদ।
ভাষা নাই বুজাবলৈ৷কিমান ভালপাওঁ এই গীতটি❤❤❤❤❤
প্ৰিয়জন যেতিয়া দুৰাৰোগ্য ৰোগত ভুগি শয্যাগত হৈ থাকিবলগীয়া হয় তেতিয়া এই গীতটো শুনি থাকিলে হিয়া থকাসৰকা হয় তথাপিও আজৰি সময়ত মই এই গীতটো শুনো
😭😭😭😭
❤❤❤❤❤ সুন্দৰ ।হেপাহ নপলাই শুনিলেও শুনি থাকিবলৈ মন যায়।
ইমান ধুনীয়া লাগিছে, শুনিলে শুনি থাকিম যেন লাগে
Xundor geet xundor poribeson xuni xanti palu
কি যে এক সমুধুৰ গীত সুৰ লয় , প্ৰত্যেকটো নিশা যেন এই গানতে পাৰ হয়।
বহুত সুন্দৰ শুৱলা কণ্ঠ ।মোৰ ভাল লগা এইটো সংগীত । তেওঁলৈ অনেক ধন্যবাদ জনালো ।
বাৰে বাৰে শুনিলেও আমনি নালাগে এনেকুৱা গীত l আপোনাৰ কন্ঠ সঁচাই অপূৰ্ব l
শুনি শুনি যেন হেপাহ নপলাই এই গীতটি। গীতটিৰ কলি বোৰ ইমান ধুনীয়া লিখিছে কি বুলি যে কম আৰু। ইমান ধুনীয়া গীত এটি উপহাৰ দিয়াৰ বাবে তেওঁলৈ মই শ্ৰদ্ধাৰে সেৱা জনাইছো 🙏❤️
তোমাৰ কণ্ঠৰ তুলনা নাই ,ভগৱানে তোমাক আৰু আগুৱাই নিয়ক 🙏
বৰ সুন্দৰ গীত সঁচাকৈ l শুনিলে শুনি থাকিব মন যায় । গায়িকা গৰাকীৰ কণ্ঠ অপূৰ্ব । বাদ্য যন্ত্ৰৰ পৰিবেশন অতি সুন্দৰ ।
অতি সুন্দৰ গীত। শুনি থাকিলেও অামনি নেলাগে। আজি কালি তেনে গীত শুনিবলৈ পোৱা নাযায়। অকল বিহু বিহু। সকলো সময়তে বিহু গীত শুনিবলৈ মন নাযায়।
মোৰ ব্যক্তিগত অভিমত গায়ত্ৰী বাৰ গীতটো অৰিজিনেলটোতকৈও ভাল শুনিছোঁ। আপুনি বৰ বেছি ভাল গায় বাইদেউ ❤️❤️❤️
হয়।
Right... Gayatri baa is best singer...
Original গীতটো গায় মন্দিৰা লাহিড়ী। বাইদেৱে। কিন্তু গায়ত্ৰী হাজৰিকাৰ গীতটো অৰিজিনেলতকৈও বেছি ভাল লাগে
গীতটি বৰ সুৱদী সুৰীয়া , কথাও হৃদয়স্পৰ্শা ! শুনি থাকিও মন নভৰে যেন । অনাতাঁৰ কেন্দ্ৰ যোগে শুনিছিলো ।
গায়ত্ৰী, তুমি গায়ত্ৰীমন্ৰতকৈও দৃঢ় আৰু অনন্য
বহুত ভাল লাগে এই গানটো। নিজৰ লগতেই যেন মিলি গৈছে। সুৰীয়া কণ্ঠ
অন্তৰ চুই যোৱা গীত শুনি শুনি থাকিলেও আমনি নলগা গীত।
কি সুন্দৰ পৰিৱেশন
বহুত ভাল লগা গীত এটা। সুন্দৰ পৰিবেশন ❤
অতিশয় সুন্দৰ কন্ঠ, অতিশয় সুন্দৰ গীত। এনে এটি চিৰসেউজ সৃষ্টিৰ বাবে গীতিকাৰ সূৰ্য্য কুমাৰ ৰাজা আৰু সুৰকাৰ চৈয়দ ছাদুল্লা দেৱলৈ মোৰ শত সহস্ৰ প্ৰণাম জনাইছোঁ।
বর ভাল লাগিল
💖💖💖 অতিকৈ প্ৰিয় গীত । বহুত বাৰ শুনিছোঁ বা... অনন্য অপূৰ্ব। অনন্য সৃষ্টি এয়া। গভীৰ অভিনন্দন।।
হৃয়স্পৰ্শী । অনুভৱ কৰিব পাৰি।
সকলো কথা ই কৈ যায় ।
চিৰ কালেই ভাল লগা গান,,,শুনি থাকিলেও হেঁপাহ নপলায় ❤🎉🌹
Bht bht bht sundar .bhagawane sadai kusale Rakhak .
ইমান সুন্দৰ কৈ গীতটি পৰিবেশন কৰিছে , সচাকৈয়ে শুনি বৰ সন্তোষ পাওঁ মই ।
তাহানি দিনৰ পৰাই শুনি অহা অথচ শুনি হেপাঁহ নপলোৱা এটি অতিকে হৃদয়স্পৰ্শী গীত ।
বহুত ভাল লাগিল।এটি মিঠা কন্ঠ শুনালে। বহুত সুন্দৰ। ধন্যবাদ।🙏💐🌹
আইয়া---- বহুদিন বহুবাৰ শুনিছো এই গানটো আস-- কি যে আলসুৱা মনপৰসা
হাইস্কুলত পঢ়ি থকা দিনতে শুনা গানটো আজি ৩৫ বছৰৰ পাছত গায়ত্ৰিৰ কণ্ঠত শুনি মন টো ভাল লাগি গ'ল । ধণ্যবাদ গা্য়ত্ৰি ।
Very suite is the audio.
সুন্দৰ গীত সদায় চিৰদিনীয়া
হৈ ৰব
ইমান হৃদয়স্পৰ্শী। কি কথা, কি সুৰ, কি গায়কী-সকলো অপূৰ্ব।
Very impressive
Dhuniya haise baideu bahut dhuniya
গানটো শুনি মন ভৰি গ'ল।সচাকৈ বহুত সুন্দৰ ।ভাষাৰে কব নোৱাৰিম।
bhut dhunia moi bhut huni thku gantu ..gantur katha aru xur bhut dhunia .lgate konth hasai halag loba logia
Bor sundor siro heuj geet
ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও আমনি নালাগে
Evergreen song of Assam
Very nice singing by Gayatri Hazarika
সচাকে অতি সুন্দৰ
গানটো শুনিলেই দেউতালৈ খওব মনত পৰে 😭😭😭
এই যে একেটা গানেই আৱৰে আমাক ♡
"অহাৰ দৰেই উভতি আঁতৰি গ'লা ....."
✍️দাদা বিশেষ ♡
Gayatri ba loi bohu bohu dhonyabad disu punar ai geet ti huniba pua babe.Bor hundar kontha aapunar.
সঁচাকৈ বৰ মনপৰষা গীত
সুন্দৰ গাইছে। ভাল গীত।
Bor dhunia baideu.
Moi apunar protitu geetei xunu....khub bhal lage...xuni thakibor mon jai....hridoy sui jai❤
এনেকুৱা সুৰ ,কথা.....বৰ ভাল লাগে....
মোৰ অতিকৈ প্ৰিয় গীত....বৰ ধুনীয়াকৈ গাইছে বাইদেউ আপুনি....
সঁচাকৈয়ে অতুলনীয় কন্ঠ।
মোৰ প্ৰিয় শিল্পী
গাযত্ৰী বহুত ভাল পাওঁ তোমাক
মোৰ অতি ভাল গান
তোমাৰ কন্ঠত হৃদয় চুই গৈছে
গা শিয়ৰি গৈছে
25 বাৰ শুনিলোঁ এবাৰত
Xundor bohut bhal loga geet ata gaisa ba👌👌👌👌👌👌👌
ভাষা নাই, কেৱল শুনি থাকিবৰ মন যায়
Hriday sui jua geet. Eman nice koi gaaise. God bless you Gaitri baideu.may you live long
মন প্ৰাণ হৃদয় স্পৰ্শ কৰা গান,
'শৰতৰ এপাহী ফুল' মৰমৰ গায়ত্ৰী বা!
এই গীত টো শুনিলেই দেউতা লৈ খুব মনত পৰে...কি সুন্দৰ কৈ গাইছে❤❤❤❤
akashbani dibrughar gitanjalee anusthanar ati akarsaniya sundar geet. Suni thakile amoni nalage
ইমান সুন্দৰ মিঠা অনুভৱৰ সুৰীয়া গীত, খুবেই ভাল লাগিল শুণি ❤❤❤❤
Assamese female singer r bhitorot apuni a queen baa. Eman dhuniya kontho aponar.