Very heart touching song. She has God gifted talent to sing with perfect feel. I repeatedly listen to this song but every time I listen I get more and more attracted to this. 👍
মনজ্যোৎস্না মহন্ত গোস্বামীৰ এটা চিৰসেউজ গীত। বাইদেউৰ গায়কীৰ অতি উচ্চ মানদণ্ডৰ। থিতাতে কঁপাই তুলিব পৰা গুণ খুউব কম সংখ্যক শিল্পীৰ হে আছে। তেখেতৰ বেছিভাগ গীতেই শ্ৰোতাৰ অতি আদৰৰ।
মনজ্যোৎস্না বাইদেউৰ গান বোৰ ইমান অন্তৰ চুই যোৱা
অতি সুন্দৰ
বাইদেউ অলপ আশীৰ্বাদ দিয়ক আপোনাৰ দৰে যাতে গাব পাৰো ইমান সুন্দৰ কথা আৰু ইমান মধুৰ গান
Awesome awesome awesome 😊❤❤❤❤❤❤❤❤❤
❤️ সুন্দৰ হৈছে। মোৰ প্ৰিয় গান ❤️
কি সুন্দৰ গীত শুনি শুনি হেপাহ নপলাই কথা আৰু সুৰ আপোনাৰ কণ্ঠ লগত❤❤❤❤❤
আপোনাৰ গীত মোক মোৰ বান্ধৱী এগৰাকীৰ পৰা শুনিব পাইছিলো
...আহিনৰ নিয়ৰৰ
......
তেতিয়াৰ পৰাই নিতৌ শুনো...দুবৰিৰ দলিচাত দুটি ফুল এটি পাত চকুত নপৰে কাৰো হায়
..উফ❤❤❤❤❤❤
Baideo gaan bur mur atikoi prio , baa protitu ganey muk abegik kori tule ,
উষাৰ শেৱালী সৰে পুৱতিক কন্দুৱাই,সপোন মৰহি মৰে---এটি অতি প্ৰিয় গীত।
উষাৰ নে নিশাৰ?
@@renupravasonowal4950 নিশাৰ
Bahut Val lagil huni.
মনজ্যোৎস্না বা ❤❤❤👏👏👏🌹🌹🌹🌹🌹❤❤❤
বৰ মিঠা কণ্ঠ , বাৰে বাৰে শুনো পকা ধানৰ মাজে মাজে -----
A very good song _thank you baidew
বাইদেউ,
সেৱা গ্ৰহণ কৰিব ।আপোনাৰ এই গীতটি শুনি জীৱন চাহাৰা ,মৰূদ্যানত পৰিণত হোৱা যেন অনুভব কৰিছো ।ধন্যবাদ ।
Mor.val..loga.geet..ate..akau..abar..sunilo
Very heart touching song. She has God gifted talent to sing with perfect feel. I repeatedly listen to this song but every time I listen I get more and more attracted to this. 👍
Mur lifeor priyo geet🎉🎉🎉🎉
Bor sundor .
❤Amazing🎉
Emaan Sundar geet manpran Hari niye.kiman artha bah❤❤❤😮
সুন্দৰ গীত 🕊️
সুমধুৰ গান ৷
❤❤❤
Nice
Nice song
All time favorite ❤️
মনজ্যোৎস্না মহন্ত গোস্বামীৰ এটা চিৰসেউজ গীত। বাইদেউৰ গায়কীৰ অতি উচ্চ মানদণ্ডৰ। থিতাতে কঁপাই তুলিব পৰা গুণ খুউব কম সংখ্যক শিল্পীৰ হে আছে। তেখেতৰ বেছিভাগ গীতেই শ্ৰোতাৰ অতি আদৰৰ।
Evergreen song.
Best song.
God bless you
Mon paroxa oti huola konthoshor,hunile huni thakibor mon jai.
Aaji rati moi gan tu 20bar xunisu🙏🙏
Siro jugomiya....
Evergreen
Thanks baidew.
..
Radiot xunilu bhut..
ll)
শব্দ বোৰ ভালদৰে উচ্ছাৰণ হোৱা নাই। গানৰ লিখকহে ধন্যবাদৰ পাত্ৰ।
❤❤
❤❤