প্ৰথম নহয়,তলৰ পৰাহে ৬ নম্বৰত অসম|| মুখ্যমন্ত্ৰীৰ অৰ্ধসত্য||SDG ৰিৰ্পটৰ প্ৰকৃত সত্য
HTML-код
- Опубликовано: 3 окт 2024
- মুখ্যমন্ত্ৰীৰ অৰ্ধসত্য||তলৰ পৰাহে ৬ নম্বৰত অসম|| SDG ৰিৰ্পটৰ প্ৰকৃত সত্য
#assamesenews #himantabiswasarma #assam #assamesevideo #assamesenewstoday #tridibbhagabati #tridipbhagawati #nitiayog
মুখ্যমন্ত্ৰী হিমন্তHimanta biswa sarmaSdg report assamAssam cm himantaAssamese newsSdg report 2024Niti ayog sdg reportঅসম SDGsustainable developmentAssam cm pressmeetTridib bhagabatihimanta biswa sarma latest newsAssamese news todaynews live assam todayakhomiya newsAssamese latest newsTridib bhagabati talk shownews in assam
Borhiya. Sincere, detailed and insightful analysis. Keep it up, prodigy. Always proud of you.
অসমত আপোনাৰ দৰে স্পষ্টবাদী মানুহৰ প্ৰয়োজন
Dhruv rathee of assam❤❤❤❤❤❤.....
Good job atai,👍👍
সুন্দৰ
দাদা তুমি প্ৰত্যক্ষ ৰাজনীতি লৈ আহা । অসমত তোমাৰ দৰে মানুহৰ বহুত প্ৰয়োজন আছে।
ধন্যবাদ ত্ৰিদীপ , এনেকৈয়ে চৰকাৰৰ বিফলতাবোৰ উদঙাই ৰাইজক জনাই থাকিবা , ৰাইজে বহুত কথাই নজনাকৈয়ে আছে । আগলৈ
Assam dhuruv rathee tridep bhagwati ..
Really appreciate your courage and conviction to bring out the real truth and informing the public for awareness
অতি সুন্দৰ , সময়োপযোগী পকৃত তথ্য ।
খুবেই অৰ্থপূৰ্ণ কথাৰ বিৱৰণ আগবঢ়ালে আপুনি...আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থাকক😊 ...বহু বহু শুভকামনা❤
ভাল লাগে তোমাৰ তথ্যসমৃদ্ধ কথাবোৰ।
Good coments
You are the Future leader of Assam
এনেকৈ সত্য তথ্য আগবঢ়াবৰ বাবে ভগবানে সদায় শক্তি দিয়ক, এয়ে কামনা
তোমাৰ দৰে স্পষ্টবাদী মানুহৰ বহুত প্ৰয়োজন অসম তথা অসমীয়া জাতিৰ বাবে
তত্বপূৰ্ণ ভাৱিব লগা কথাখিনি।
সুন্দৰ বিশ্লেষণ । Sustainable Development ৰ অৰ্থই আমাৰ বহুতেই নাজানে ।
We will changed him in 2026
THANKS for information
Val lagil description
So talented u r
Good 👍👍👍👍
100℅ right. Thanks
তোমাৰ ভিদিয়টোৰ কথাখিনি উপস্হাপন বৰ সুন্দৰ হৈছে ।
বি জে পি ৰ মন্ত্ৰী আমোলা বিলাকে মিছা কথা কোৱা, মিছা বাতৰি দিয়াত ১ নম্বৰ l
Good
আজিৰ পৰা জদি আমি দেশ খনক ভাল পাও তেনেহলে জন্মনিয়ন্ত্ৰন কৰিব লাগিব অহা ১০ বছৰৰ ভিতৰত ভাৰতখন কিহব মই কব নালাগে
#justice for pharmacy students of Assam
সুন্দৰ বিশ্লেষণ
কেনেকেনো অসম শান্তি হ'ল বাৰু! প্ৰতি দিনেই অপৰাধ বাঢ়িছে , মৃত্যুৰ সংখ্যা বাঢ়িছে আৰু কত কি।
আপোনাৰ পৰা জানিবলৈ পায় সুখী হলো।
Good analysis. Nice👍 video.
THANK YOU, BROTHER
অন্ধভক্ত সকলে ভালদৰে শুনি লওক।
Right
Good news
Good knowledge.
অসম আন্দোলন, AGP দল গঠন, চৰকাৰ গঠন, অসম চুক্তি, কা, বিজেপিৰ মিত্ৰ দল হোৱালৈকে AGPৰ এটি আখ্যান গাই দিব নোৱাৰে নে? আশাৰে বাট চাই আছো।
Upojukta bikhlekhon,nice very nice.
Thanks for the details 🙏
বান্দৰে শিয়ালক কৈছে
খসী গৈছে গৈছে ধৰিবা ধৰিবা
শিয়ালে ছাই দেখিলে বাকলি থিক তেনেকৈ চলি আছে অসমৰ ৰাজনীতি :
ৰাইজে পাতিছে উদক ভেটা ভেটা ৰাখিয়া ... ৷
#justice for pharmacy students of Assam
Himantai manuhak burbak kari akhamak shasan karithaka chintakari ache.
ধন্যবাদ প্ৰকৃত জ্ঞান আমাক লাগে।
Good job 👏
আপোনাৰ ষ্পষ্টবাদি কথা-বাৰ্তাবোৰ ভালেই লাগে।
Excellent analys .
Good
# justice for pharmacy students of Assam
সুন্দৰ বিশ্লেষণ।
Where is the link brother
25 in education very danger kintu
Good
Juwa keibsrt vl hoise just bcz of HBS sir
Very good
ভাল পালোঁ ৷ কিন্তু দুখো লাগিল ৷
সুন্দৰ
Good news. 5:35 5:39
Xundor kokaideu ❤❤❤
Asom gelil
👏👏👏
❤❤
Right 👍
এনে দৰে নজনা কথা বোৰ আগলৈ জনিব পাম বুলি আশা ৰাখিলোঁ দাদা ❤
তোমাৰ ভিডিওবোৰ চাই ভাল লাগে কাৰণ তোমাৰ ভিডিওৰ বিষয়বস্তু বৰ ভাল লগা
Good information
Vl kotha koise
Moza❤
Bohut val lagil dada tumar kotha khini xuni...aneke jen ami nojona kotha bur video r through di sabo paru tumar ❤
Good analysis
Dada ai kam bilak koeiboloi 10 bosor dorkaru
Mamak aru 5 bosor dibo lage no dada
5 bosorot nuwari
Apuni lastor 2 minute't bujai dile dada
Justice for pharmacy students of Assam ✅
Last 2 years pora Pharmacy degree pass kori utha students burok sorkare registration dia nai. Jar folot teuluk nubonua hoi bohi thakibo logia hoise😢....kiba ata maat matibo sn dada
NO SKILL NO JOB
Assam should be run by its educated youths not by the aged people with self propaganda. Youth should come in front and take the chair..... Bura neta burok raije gusabo lage
Amr cm sir agte health and education minister asil., tar pis2 ai duta bivagr ai obsta je atiyaw...... br dukh lga kotha... failure minister...
12 lakh apply hoise aitu o ata record buli koisil .....kintu aitu kunu proud krbo lga kotha nhoi krn emn unemployment barhi jai ase tei vba a ni nki
Chapar
Garibo ka assam banayega 😢😮
Mamai khai felbo assam 😑😅😅
সুবিষেলষণ কৰিছে আপুনি
Assam politics aru youth politics r kiba jodi alusona kra 2me a asa aru like your content ❤
Dada government hospital burot doctor time ot nahe . Medical burot medicine available nathake ...
বহনক্ষম উন্নয়নৰ লক্ষ্যত SDG নিদ্দিষ্ট সময়ৰ ভিতৰত লক্ষ্যত উপনীত হবলৈ হ'লে বিশেষ কেইবাটাও বিভাগ জড়িত হৈ আছে যদিও মই কেৱল প্ৰধানকৈ কৃষি বিভাগৰ লগত জড়িত কৃষকৰ বাবে FPC/Farmers and Co-operative society Ltd সমূহৰ জৰিয়তে কম সময়ৰ ভিতৰতে লক্ষ্যত উপনীত হবলৈ পাৰিব বুলি মোৰ বিশ্বাস আছে।
আচৰিত কিনো কম এিদীপ।
Bjp kam hindu muslim korok desh k lutok😢😢😢😢😢
ত্ৰিদিপ ডাঙৰীয়া.. আপুনাৰ কথা খিনি সঁচাই শলাগিবলগীয়া... ধন্যবাদ..
পিছে যি কেইটা বিষয়ত ভাল্ ফলাফল দেখুৱাইছে.. সেই কেইটা যদি পৰিদৰ্শন কৰা যায় তাৰ সম্পুৰ্ণ বিপৰীত দৃশ্য হে চকুত পৰিব...
অৰ্থাৎ কাম বোৰ মাথো ফাইলৰ জৰিয়তে হে সম্পুৰ্ণ কৰা হৈছে... কেনেকৈ কৰা হয় সেইটো জনাই ভালকৈ বুজি পায়
"niche se check kr" assam hain yar 🤡🤦
Health and education minister 15 years man kun hoi asil ba?
Tridib da pdf to descriptiont dibo son
Govt website ote ase 125MBr
@@mrrajdeep007 ok bro
Top 5 ki hol
পাপ কৰিলে কেন্সাৰ হয়। মিচা কথা কলে কি হয়?
Apuni anakai video bonai jok
AMI AGOTE JANU EHOTOR KOTHA BESI MANUHOK TUPI PINDHUA FAKI ARU BAKI MANE DHAR
Mama be like- 'arey, yeh toh pol khol raha hai '😂
Tumiu dhruv rathier nisina shepherd he ulala😂
Sposto kotha kole dhruv rathi hoi nki.. eyat national levelor census reportor kotha bislekhon kora hoise.. Sorkaror kormor totthyo raij e pabo lage video tut Sorkaror daitto xuorai diya hoise.. shepherd xobdo tu bhumi putrak nukua tu e val..apuni video tut kiba vul dekhise nki ?
😅😅😅😅😅😂😂 এওঁ মিছা কোৱাৰ পাকৈত যে
🧑🦽😁🧑🦽😁
Sdg report khn link nidile😢
Mama exposed neki😂😂😂😂😂😂😅😅😅😅