মমতাৰ ভতিজা অভিষেকে ঘটিয়ে ঘটিয়ে পানী খোৱালে লোকসভাৰ অধ্যক্ষক!
HTML-код
- Опубликовано: 20 окт 2024
- ⛔জোকৰ মুখত চূণ ভালকৈয়ে সানিলে!
⛔উদাত্ত কন্ঠৰে মমতাৰ ভতিজাই মুখৰ মাত হৰিলে অধ্যক্ষ ওম বিৰলাৰ!
⛔তীক্ষ্ন বাক্যবাণৰে অভিষেকে ঘটিয়ে ঘটিয়ে পানী খোৱালে লোকসভাৰ অধ্যক্ষক!
⛔অধ্যক্ষৰ পক্ষপাতিত্ব কেনেকুৱা সেয়া উদাহৰণ সহ বৃহস্পতিবাৰে দেখুৱাই দিলে এগৰাকী যুৱ বিৰোধী সাংসদে!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
Bohot bhal lagil
ধন্যবাদ ধন্যবাদ ধন্যবাদ এনেকুৱা কথা কোৱা ভদ্ৰ মানু্হ লাগে। আৰু কেইজনমান আৰু প্ৰয়োজন লাগে
বহুত ভাল লাগিল
এনেকৈয়ে থকাসৰকা কৰিব লাগে, বিজেপিক।
Good analysis. Thank you🙏.
সুন্দৰ
Thanks Benarjee
অতিশীঘ্রই আমি মোদীৰ পতন বিচাৰিছো ইশ্বৰৰ ওচৰত।
আমাক ৰাহুল গান্ধী লাগে
মজা দিলে।
100%right
এই বহুৱা মুডিয়েহে জনতাক দহ বচৰে গলা ঘোটি ঘোটি খাইছে। 😡
😊
মোদী ফাঁচীৰ যোগ্য ।মোদীয়ে নোট বন্দী কৰি বহু হাজাৰ লোকক মৃত্যুৰ মুখত ঠেলি দি হত্যা কৰিছে ।কৰণাত ৰাজনীতি কৰি হাজাৰ হাজাৰ লোকক হত্যা কৰিলে বিজেপিয়ে ।জনতাৰ ধন তেজ শোষণ কৰি কৰি আদানী আম্বানীক দি দি জনতাক দেউলীয়া কৰি বহুতক হত্যা কৰিলে সেয়ে মোদী ফাঁচীৰ যোগ্য ।
পাচে তাইৰ হাতে নাখাও ভাত, ঘূৰি ঘূৰি তাইতে হাত।
😁😁😝🤑🤑💊@@pratimasarma1737
Shame on you ajon pm k kene ke respect dibo Lage najane neki . Fatherless behaviour
Shame on you ajon pm k kene ke respect dibo Lage najane neki. Fatherless behaviour
Respect থকা মানুহে respect পা য়
বহুত বহুত ধন্য বাদ।
বৰ ভাল লাগিছে।
ভি ডি ও টো তুলি ধৰা বাবে বহুত বহুত ধন্যবাদ।
বাহুত ভাল লাগিল ধন্যবাদ
আপুনি যদি সচা সাংবাদিক আপুনি সাংবাদিকৰ ধৰ্ম পালন কৰক। কোনো পক্ষ নোলোৱকৈ নিজৰ ব্যখ্যা খিনি উপস্থাপন কৰিব লাগে ।
Thank you, very very good news
জুকৰ মুখত চূণ দিলে।
Satya kotha kole laj pai many thanks to Benerjee
এনেকুৱা শক্তিশালী বিৰুধী হ'ব লাগে তেনেহলেহে দেশটো বচাই ৰাখিবলৈ সক্ষম হম ধন্যবাদ।
Hundor . He delivers excellent speech. Thanks.
Very nice 👍👍 mp
Val lagil news tu
অহংকাৰী মোডীৰ অৱস্থা দিনক দিনে বেয়ালৈ আহি আছে।
I like this speech. Salutttt.........
বিৰোধী জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ
বিজেপিক অতিসোনকালে শাসনৰ পৰা
আতলাব লাগে
বঢ়িয়া
Uery good speech thanks
Very
Good.bhal.lagil
❤
কুকুৰ চাই টাঙোন। ইতিহাসৰ আটাইতকৈ পক্ষপাত যুক্ত অধ্যক্ষ।
Fantastic speach
Bohut Val lagil
মজা লাগিল
অধ্যক্ষৰ অয্যোজ্ঞ ব্যক্তি বুলি ভাবো বাকী বিচাৰ জনগনে কৰক তাৰেই কামনাৰে
বহুত ভাল লাগিল। জনসাধাৰণে এনে সৎ সাহসী সাংসদ পঠিয়ায়ব লাগে সংসদলৈ।
নৰেন্দ্ৰ মোদীক হাটাও ভাৰত বচাও বিৰোধি জিন্দাবাদ জিন্দাবাদ
মজা !
প্ৰকৃত গণতন্ত্ৰৰ বাবে শুভলক্ষণ
Tit for tat.বিজেপিৰ অহংকাৰ চূৰ্ণ হোৱাত অতিশয় আনন্দিত।অসমৰ এই ৰজা জনক এসেকা দিব পাৰিলেই মোৰ জীবনৰ লক্ষ্য পূৰণ হব। মোৰ লক্ষ্য জীবনত একো নাই কেৱল এওলোকক এসেকা দিয়া।ইমান অহংকাৰ এইটো দলৰ এই খন চৰকাৰৰ!!!!
Very good report
Abhishek sir zindabad.
চকিদাৰে মনে মনে দেশৰ সম্পদ বিক্ৰী কৰিব আৰু নোৱাৰিব 😝😜জনতাৰ গলা ঘোটাৰ অনুভৱ উচিত পাইছে।
Bhal bohut bhal lagise
Salute Benerjee sir
You are right
Benarjee selute ❤❤❤❤🎉🎉🎉🎉
Benarji selut
পুৰনি টকা সলাই কম কষ্ট দিছিল জনসাধাৰণক। একাউন্ট খুলিব লাগিব বুলিও যাতনা দিছিল। কৰনাৰ ভুৱা বেজি দি বহুত মানুহক অকালতে মাৰিলে এতিয়াও আমি বোৰ নানা ধৰণৰ ৰোগত ভুক্ত ভোগী। ভগৱানৰ ওচৰত আবেদন দেশৰ নাগৰিক সকলৰ মংগল হওঁক।
ফেকু ফেকুৰ ভেকুৰ বনি গল ।
Bahut Very good news
Very good Thanks PM
Very good 👍👍👍👍
Very. Good.
Mr. Banerjee continue your speech.
Very good analysis
Right Ans.
ভাল লাগিল
Forward, don't back. This is called courage. " Right 2 speak.
বিগত দিনবোৰত ১০ বছৰে বিজেপি চৰকাৰে ইতিহাসত নোহোৱা নোপোজা কিছুমান ঘটনা সংঘটিত কৰিলে ।অতি হিংসুক ভাৱ , প্ৰতিশোধ পৰায়ণতা , দৰিদ্ৰ জনতালৈ পিঠি দিয়া । পুঁজিপতি সকলক অতি গুৰুত্ব দিয়া ।সকলো বিভাগক নিজৰ তলতীয়া কৰা বিশেষকৈ ED CBI নিৰ্বাচন আয়োগ আদিক নিজৰ বহতীয়া কৰা । যি বোৰ কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা নাছিল ।গতিকে বিজেপিয়ে নিজে আত্মসমালোচনা কৰক ।
Good. News
Good news
Thank you Benarjee sir
Superb brother... congrts...keep it up...
Thanks and cngratulation
Honourable MP. Benarjee ko hardik badhai bhagawan daya kare.
Bhal lagiche
Great....good boy MP. U r right 100%.
Thanks
যি হবলগীয়া আছিল হৈয়ে আছে...
Very good speech.
Verygood
পাব আৰু মজা ওম বিৰলাই 😊ডাঙৰ মানুহৰ কাম বোৰ সৰু মানুহে ও চাই থাকে দেখি থাকে ,......
অম বেৰেলায় মনে মনে ভাবিছে নৰেন্দ্ৰ মোদীয়ে মোক তো 00 বনাই দিলে।
Good News
Right
এশ গৰু মাৰিলে বাঘৰো মৰণ হযহে !
Good mp for india
যেনে কৰ্ম তেনে ফল !
good good Abhishekh benarzee ❤❤❤❤❤
Boriya lagice
Ok bahi ok
বিৰুধিয়ে খুব ভাল কৰিছে
Nice
Thank you
Fantastic comments
😂😂😂 Eake Bule 🎉 Aia Unt pahar k nise 🎉 hi hi 😂
Nice 👍🎉
👍
Very good
Eee moza😂😂😂
Thank you for rights saying about the Situations in parliament facts
Presentation moja hoise .
Good
Jaiy.hiean.Rahul
🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️
Dhuniya lagise ... Mojaaa
সেই কাৰণেই তেখেত এতিয়া আন্ডারগ্রাউন্ড মানে ভূগর্ভস্থ ।
INDIA Zindabaad❤❤❤❤