@@AhmedAli-hb9dz uniform Mane hokolu homan...masjid t hijab pindhok kunu kotha nai...kintu school college t uniform thake..karon amar Hindu suwali e tu mekhela sador pindhi aru fut loi njai.
স্বাধীনতাৰ সময়ত কোন ধৰ্মৰ মানুহে কিমান শতাংশ বৃটিছৰ লগত যুদ্ধ কৰি ভাৰত স্বাধীন কৰিছিল। আমি নাজানো আজি ইয়াত বহুতো মহান ব্যক্তিসকলৰ পৰা আমি জানিব বিচাৰিছোঁ।
জন্ম নিয়ন্ত্রণ ৰ বাবে কঠোৰৰ পৰা কঠোৰতম আইন প্রণয়ন কৰি জন্ম নিয়ন্ত্রণ কৰিব নোৱাৰে নেকি। cm আসনত বহিছে যেতিয়া এইটো কৰি দেখুৱাওক। অন্য আল বাল বকি লাভ নাই। হিন্দু মুছলমানৰ কথা বহুত শুনিলো। নিৰ্বাচন ৰ সময় আহিলেই এই বিলাক কথা উলায় তাৰ পিচতেই সকলো শেষ। নাটক বন্ধ কৰক কাম কৰি দেখুৱাওক।
Muslims khini jantu hoi nki je baki manuh vilakok khai di vo. President kalam, Fakaruddin Ali Ahmed Anwara Timur, A. Rahman Antulay, ailuke desh khon bikri kori disil nki. Where we going?? Just marching towards disaster
Apuni bhal ke bujak je Ahom originally bharatar nasil aru teuluke traditional religion follow korisil, aru pisat Hinduism...kintu teuluk axomot ahi hodai axomok rakhya korisil jitu ajir Ahom e nokore....ajir Ahom muslim premi...
Please find out the literacy rate in the Miya areas. Work on health sector, education and infrastructure, also control flood and irrigation to eliminate poverty. We Miya people want government intervention to take immediate action on these sectors to control overpopulation 🙏🙏
এইবিলাক অভিমতৰ কাম নাই।ভাল কথা প্ৰচাৰ কৰিব লাগে। কেৱলমাত্ৰ বিৰুদ্ধে মাত মাতে।এসোপামান জন্ম দিলে নিতুমনিয়ে ভাল পায়।অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি হলে ভাল পায়। মুছলমানে ৰাজ্য সাসন কৰিলে ভাল পায়। সেই কাৰণে এই বোৰ প্ৰচাৰ কৰে। ইয়াৰ পৰা আমাৰ একো লাভ নহয়।ইমান ডাঙৰ মানূহে ইমান সৰু কথা চিন্তা কৰে।ঝাৰ খন্দত কলেও মুখ্য মন্ত্ৰীয়ে ভাল কথা কৈছে।
Nitu moni da ata onurudh aapunale kisuman manuh aapni aalusona koribole namatibo,karon guborok jodi gakhir di dhui diya hoi gubor keatiyau gakhir hoi najai nitu moni da,thik kisuman manuh ase ji jonmo hoi okal hindu Muslim kori thake ,he moraloikye anekoi hindu Muslim koriyea moribo.manuhok morome bujabo nuwarile lathi da di bujabo nuware nitu moni da.
১০০% শিক্ষিত হ'লেও লক্ষ্যত উপনীত নোহোৱা লৈকে কোনো বাধা দিব নোৱাৰে।
moo
Q 1⁰
❤❤❤@@lolitadeori9569
এটা বা দুটা সন্তান থকা পৰিয়াল বোৰক চৰকাৰী সুবিধাবোৰ দিয়াৰ ব্যৱস্হা কৰক আৰু দুটাতকৈ বেছি সন্তান থকা পৰিয়ালৰ সকলো চৰকাৰী সুবিধাবোৰ কৰ্ত্তন কৰক তেতিয়াহে জন্ম নিয়ন্ত্ৰন হবো..
ৰূপম গোস্বামীৰ এনেকুৱা ব্যৱহাৰ হলেতো হৃদয় জিনিব নোৱাৰিবই।
নিতুমনি কাৰো তলোতীয়া নহয়। তেওঁ নিৰপক্ষ , নিৰ্ভিক সৎ, সাহসী আৰু অসমৰ জনপ্ৰিয় সাংবাদিক বুলি সৰ্বজনবিদিক। তেখেত আগবাঢ়ি যাওঁক।
সূন্দৰ অনুষ্ঠান।
ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কলেজ-বিশ্ববিদ্যালয়ত হিজাব কিয় পৰিধান কৰে?, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কংগ্ৰেছৰ সহযোগত waqf board কিয় অনা হ'ল? যিটো ধৰ্মনিৰপেক্ষতাৰ সম্পূৰ্ণ বিৰোধী। মন্দিৰৰ পৰা কৰ লয় চৰকাৰে কিন্তু মছজিদৰ পৰা নলয় কিয়? কিয় শুক্ৰবাৰে নামাজৰ বাবেই ১ঘন্টা recession হয়? মুছলিমে কৰিলে চমৎকাৰ, হিন্দুৱে কৰিলে বলৎকাৰ। বাকী অসম আন্দোলনৰ দৰে সময় পাৰ কৰিও যদি অসমীয়াই কংগ্ৰেছক ভাল বুলি কয়,কবলৈ একো নাই। যি দেশে নিজৰ ইতিহাস পাহৰে সি নিজেও ইতিহাস হৈ যাব।
@@karma-w5y শিখ ধৰ্মাৱলম্বী সকলে যিদৰে মূৰত পাগুৰি পিন্ধে, লাগিলে আৰ্মী-বি.এছ.এফেই নহওক কিয়। ঠিক সেইদৰে হিজাব হৈছে মুছলমান নাৰী সকলৰ অতি লাগতিয়াল এটা পৰ্দাৰ পোছাক। আপোনালোকৰ লেতেৰা মনটো পৰিষ্কাৰ কৰক। চকুৰ পৰা কলা চছমা আঁতৰাই এবাৰ চকু ফুৰাবচোন। দেখিব সকলো ঠিক হৈ যাব।
Right, amar gyani hokole eitu accept nokore ...
@@AhmedAli-hb9dz uniform Mane hokolu homan...masjid t hijab pindhok kunu kotha nai...kintu school college t uniform thake..karon amar Hindu suwali e tu mekhela sador pindhi aru fut loi njai.
Automatically hoboi
Pomua Mane ki kotha bujabo bisarise Sir
I agree with you 💯
Congratulations to Ganendra Barman for your analysis of Muslim population will be 60 percent after two generation. God bless you.
Tayson good speech
Himachal Himachal Pradesh❤
আমাৰ সমাজত ধৰ্ম নিৰপেক্ষ কথা কৈ থাকোঁতেই গল হিমনতবিশৱ ডাঙৰীয়াই সঁচা কথাই কৈছে। যিয়েই নহককিয় সঁচাক সঁচা বুলি মানি ল'ব লাগিব। মূখ্য মন্ত্ৰী য়ে এতিয়া সঁচা কলেও বিৰুদ্ধিয়ে নসাৎ কৰিবলৈ ওথি পৰি লাগি যায়। অন্য সম্প্ৰদায়ৰ লোক সকলে হিন্দু সকলক তেনে দৰে ভাবে নে?
এটাই উপাই পৰিয়াল পৰিকল্পনা সকলোৰে বাবে একে হ'ব লাগিব
ধৰ্মৰ ভিত্তিত ভাৰত আৰু পাকিস্থানৰ বিভাজন হৈছিল । গতিকে ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ধাৰণাটোৱে ভুল । ভাৰত ধৰ্ম নিৰপেক্ষ হবই নোৱাৰে । এইয়া সেই সময়ত কংগ্ৰেছে কৰা ষড়যন্ত্ৰ ।
স্বাধিনতাৰ 60বছৰ পিছত মহাপন্দিত অলালে কি হৱ
Thike koise khura
AXOM NOHOY GHUTEY BHAROT MUSLIM RAST HOBO LE GOI ASE
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক।
ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়।
অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়।
যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।*
Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে?????
যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ?
@@thepoliticalawareness1021sir 100% right koise aponi
ৰচনা লিখি ভালকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ।
ধমৰ ভিত্তিত দেশ বিভাজন হৈছিল ।এতিয়া ধমনিৰপেক্ষ কিয় ?কাৰ স্বাথত,কাৰ বুদ্ধিত ধমনিৰপেক্ষ শব্দটো লগালে ,সেইয়া কিয় দিবেতত স্থান নাপায় বা নকৰে ।
Sob kongres e korile
😊😊😊😊😊😊😊😊😊😊😊😅😊😊😊😊😊😊😊😊😊😊😊😊😊😅😅😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅
কংগ্ৰেছৰ লিদাৰ বোৰে কৰিলে
👍
Right ❤❤❤❤❤❤❤❤
ডক্টৰ ইঞ্জিনিয়াৰ হলে আৰু এশ। শতাংশ শিক্ষিত হলে তাৰ কাৰনে চৰকাৰে। মুছলমান এলেখাত কলেজ ইউনভাৰচিটি আদি। দিব লাগে
555
স্বাধীনতাৰ সময়ত কোন ধৰ্মৰ মানুহে কিমান শতাংশ বৃটিছৰ লগত যুদ্ধ কৰি ভাৰত স্বাধীন কৰিছিল। আমি নাজানো আজি ইয়াত বহুতো মহান ব্যক্তিসকলৰ পৰা আমি জানিব বিচাৰিছোঁ।
জনসংখ্যা হ্ৰাস কৰাৰ দায়িত্ব, মাতৃ ৰ, তাৰ পিছত পিতৃৰ, তাতোকৈ দায়িত্ব চৰকাৰৰ, পমুৱা মুচলমানৰ জনসংখ্যা কিয় বছৰি বছৰি বাঢ়িছে, চিন্তাৰ বিষয়। বাংলাদেশৰ পৰা অবৈধ বাবে প্ৰবজন পিছত প্ৰবজন বা অনুপ্রবেশ কৰাৰ বাবে পমুৱা মুচলমানৰ জনসংখ্যা বৃদ্ধি হৈছে নেকি😂
নিতু তুমি কি ভাবি কৈছা বুজি পোৱা নাই অসমৰ যিকোনো জাতিৰ মানুহে মূখ্য মন্ত্ৰী হব পাৰে আৰু কৈছা সময় একে নাথাকে এয়াই সত্য ৷আগৰ মুছলিম আৰু বৰ্তমানৰ সংমিশ্ৰিত মুছলিম বহুত পাৰ্থক্য ৷তুমি জানা তোমালোক লক্ষীমপুৰৰ বাঙাল মৰাৰ অৱস্থা ৷আমিও গম পাও নামনিৰ মানুহ হিচাপে ৷আমি মনত ৰাখিছো অসমখনত যদি কিবা জাতীয় সংঘাত হয় তোমালোক কেইজনমান জগৰীয়া হব লাগিব মনত ৰাখিবা ৷
Right
@@dhirendeka04😊😊😊😊
যেতিয়া বড়োসকলে পৃঠক বড়োলেণ্ড বিচাৰে তেন্তে তাত অসমীয়াই মাত নিদিয়ে(বড়োসকলে বেয়া পাব নালাগে,সেইটো তেওলোকৰ অধিকাৰ)যেতিয়া কোচসকলে পৃথক ৰাজ্য বিচাৰে তেতিয়া কিন্ত অসমৰ বহু জনগোষ্ঠীয়ে নিজৰ পৃথক ৰাজ্য বিছাৰে।আমাৰ অসমীয়াৰ মাজত মিল নাই।এতিয়া অসমত মুছলমানৰ সংখ্যা বহু বেছি,সেইবাবে ৰাজনীতিৰ ভাষাত তেওলোক ভোটবেংক।মুছলমানৰ মাজত একতা আছে,বড়োৰ মাজত একতা আছে,কাৰ্বিৰ মাজত একতা আছে,এনেদৰে বহুতৰে একতা আছে কিন্ত অসমত যদি একতা নাই তেন্তে দুটা জনগোষ্ঠীৰ ওপৰত বেছি চকু পৰে।সেই দুটা হব আহোম আৰু কোচ-ৰাজবংশী।সেইকাৰণে এই দুটা জনগোষ্ঠীৰ উন্নতিও নাই।কেৱল খাই-বই জীয়াই আছে।
Rupam sir right
BJP pani nohora kotha , kiman sunim. Sob misa .
Xunileo nohobo..Bujio pabo lagibo nhy..Eko nai..Mogoju t besi jor nidiya vaal
Tur baper.... Misa
Himachal Himachal Pradesh
, বি্জে্পিৰ কোম্পানী টুয়ে মুখ্য মন্ত্ৰী ৰ প্ৰজেক্টৰ মুখ্য মন্ত্ৰী যিটু কয় এওঁ লোকে সেইখিনি কব।
নিকুমনি শইকীয়া জনসংখ্যা বঢ়াটো সঁচা বুলি আপুনি ভাবে নে? স্বাস্থ্য কৰ্মী হিচাপে এবাৰ দুই ফোটা পলিও খুওৱাৰ চৰকাৰে বাধ্যতামূলক কৰিছিল,সেই সময়ত বহুত মোল্লা, মৌলবীয়ে মানা কৰিছিল।আৰু পলিও খালে সন্তান নহ'ব বুলি প্ৰচাৰ কৰি পলিও কোৱাত মানা কৰিছিল।
ভাৰত হিন্দু ৰাষ্ট্ৰ...সেই সময়ত পাকিস্তান আৰু ভাৰতক ধৰ্ম ভিত্তিত দুভাগ কৰিছিল...
হয়
@@nawanitapator3572 এতিয়া তোমাৰ তিনিটা ভাগত বিভক্ত কৰা পাল পৰিল। কৰি দেখাওক।
তেতিয়া হলে দুয়ো দেশৰ আয়তন সমপৰিমানৰ হৱ লাগিছিলে।
Gahori nisina puwali dile prithibikhonu horu hoi jabo
Kintu congress e hindu rashtra hoi thakibo nidile.... heikarone secular bonale...
G right
যদিহে জীৱনৰ সমস্যা, দুটা সন্তান আইন নকৰে কিয়?
অসমৰ মূখ্যমন্ত্ৰী ঠিকনা বিহীন হৈ পৰিছে গতিকে আবুল তাবুল বলকিব কাৰণ ২০২৬ হিমু গাদী শেষ হোৱাতো খাটাং।
কংগ্ৰেসী বোৰে,, আবুল তাবোল বকিবলৈ লৈছে..
Sekhat Nitumoni dadai kowardare habolage.
জন্ম নিয়ন্ত্রণ ৰ বাবে কঠোৰৰ পৰা কঠোৰতম আইন প্রণয়ন কৰি জন্ম নিয়ন্ত্রণ কৰিব নোৱাৰে নেকি। cm আসনত বহিছে যেতিয়া এইটো কৰি দেখুৱাওক। অন্য আল বাল বকি লাভ নাই। হিন্দু মুছলমানৰ কথা বহুত শুনিলো। নিৰ্বাচন ৰ সময় আহিলেই এই বিলাক কথা উলায় তাৰ পিচতেই সকলো শেষ। নাটক বন্ধ কৰক কাম কৰি দেখুৱাওক।
Rightly said by rupam sir...jot percentage besi tat muslim country hoise
Cm sir is right 👍
মুখ্য মন্ত্ৰী ডাঙৰীয়া ই কৰবাত অসমৰ ৰাজহুৱা সম্পত্তি বিক্ৰি কৰিব যেন অনুভৱ হৈছে। অসমীয়া মানুহক আবেগিক কৰি তেওৰ সপোন পূৰণ কৰিব ।
Rupom, asomot muslim cm ketiao nasil neki? Ihot ketiaba hindu muslim korisil neki?
ৰাহুল গান্ধীক হিমন্তই ভয় কৰা কাৰণ আছে এটাকথাত - ৰাহুলৰ জনপ্ৰিয়তা বাঢ়িছে অহিংস নীতি ওপৰত ৷ কিন্তু আমি আশাকৰোঁ অসমৰ উন্নতি কেনেকৈ হব তাৰ ওপৰত গুৰুত্ব দিয়ক
😂😂😂😂😂😂
Right.
Asorit kotha koi, goru gasat utha kotha
Akhil Gogoi dalal hoi, teur kotha mulya nidibo...enekuwa manuh poison axomor karone....Ajmal or karone Ahil Gogoi r kiyo eman dukh, dekh drohir praman eya ..
ধৰ্ম খাইকোনো জীয়াই নাথাকে বুলি মূৰ্খ ও জানে এই বোৰ লাজ লগা কথা।
Kali kunubai amar niyom solibo buli apunak Nunu kati tupi pindhibo badhyo korile apuni hahi hahi tupi pindhibo..sobe nipindhe nhy bapu..
পমুৱা মুছলমান মানে কি? অসমত যদি পমুৱা মুছলমান আছে তেন্তে অসমত পমুৱা হিন্দু নাই নেকি? মোৰ প্ৰশ্ন হ'ল পমুৱা শব্দটো আপোনালোকে বাৰে বাৰে কেৱল মুছলমান সম্প্ৰদায়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণ কি? ইয়াক অসমৰ এটা জনগোষ্ঠী হিচাপে স্বীকৃতি দিব নিবিচাৰে নে?
Ekdom right, nitumoni saikiya da rupam sir e ekdom thik koise, jetiya percentage bahribo apuniu eku kotha kobo nuware.... accept this....its a fact....
হিমন্ত বিশ্ব শৰ্মা মিঞাই জনসংখ্য বেছি কৰা নাই, বামুণৰ উচ্ছ নিচ,জাত পাত ভেদা ভেদে আজি দৈনিক হাজাৰ হাজাৰ হাজাৰ হিন্দুধৰ্ম মানুহ, খৃষ্টান, মুছলমান হৈ আছে,মিছা কৈছো যদি দেশত চাৰ্ভে কৰক।গতিকেই বামুণৰ নিতি পৰিহাৰ কৰক,নহলে হিন্দুধৰ্ম নাথাকিব।
বিজেপি কেইটাৰ অহংকাৰ২০২৬ত পতন নিশ্চিত।
Tumalokor B j p ,A G P kori din ,jabo Jana ne? Akom Rohatole gol vay ,😢 😢😢 Hindu Ak ho,
Oii Miya... Chupp..
ছয় জনগোষ্টী জনজাতি কৰণে এইবোৰ সমস্যা সামাধান হব।
ইয়াৰ বাবে চৰকাৰে দায়িত্ব লওক।
অসমত বাংলা দেশী জন গোষ্ঠী হ'ব নোৱাৰে।
আজিৰ শিক্ষিত সভ্য মানুহে ভৰা অসমত কেবল ৰাজনিতি ৰাজনিতিৰ কথাই ভাললৈ নে কাললৈ আগবাঢ়িছে,,,,
কিছুমান অতি বদমাচ ৰাজনীতি লোক কৱেল জনসাধাৰনৰ মাজত বিৰূপ মন্তব্য আৰু ভাষনেৰে পৰস্পৰ পৰস্পৰে সংঘৰ্ষ লগোৱাৰ চেষ্টা চলায় আহিছে মুখ্যতে বিজেপি'ৰ মোদী আৰু হিমন্তই গতিকে জনসাধাৰণে দুয়ো জনৰ লগতে তেওঁলোকৰ দল নিহছিন্ন কৰিবৰ হল । ইতিমধ্যে দেশ আৰু ৰাজ্য সমূহৰ অপুৰণিয় ক্ষতি কৰিলে । সমজত অসহিষ্ণুতাই এফালৰ পৰা আমাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ পূৰ্ণোদ্যমে চলায় আহিছে, । সেয়ে একে আখৰে দেশত বিজেপি নিহশেষ কৰা হওক ।
হিমন্ত বিশ্ব শৰ্মা মিয়াৰ
মুখমন্ত্রী নহয়----
তেওঁ লোকে ভোট দিয়া নাই---
Kundli Bhagya
Muslims khini jantu hoi nki je baki manuh vilakok khai di vo.
President kalam, Fakaruddin Ali Ahmed Anwara Timur, A. Rahman Antulay, ailuke desh khon bikri kori disil nki. Where we going?? Just marching towards disaster
BJPNice❤❤❤❤❤❤❤
PRITHIBIT AJIR DINOT 57 TA MUSLIM RAST ASE
😢
মুছলমানৰ জন বিস্ফৰন fertility rate-ৰ কাৰনে হোৱা নাই , বাংলাদেশী প্ৰবজনহে ইয়াৰ মূল কাৰন । নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ চৰ এলেকাই ইয়াৰ প্ৰমান। কিন্তু বদনৰূপী অখিল গগৈ, নিতুমনি শইকীয়া নিচিনা মানুহে secularism ৰ আৰলৈ এদিন অসমক দ্বিতীয় বাংলাদেশলৈ ৰুপান্তৰিত কৰিব।
তেওঁ আগত কোন দলৰ আছিল কংগ্ৰেছৰ নাছিলনে
আপোনাৰ কথা জনসাধাৰণে নুশুনে যদি আপুনি গাডী এৰি দিয়ক।
কুকুৰে এৰা বিস্কুত খাই ডাঙৰ হুৱা মানুহজন হ'য় জানো আপুনি অসমৰ বাহিৰত অসমৰ কথা কবলৈ লাজ পাব লাগিছিল/, কংগ্ৰেছ দলত আপুনি থাকুতে আপুনি কি দাৰিত্ব আছিল অসমৰ ৰাইজক উওৰ দিয়ক চোন
নিতুমনি শইকীয়া ৰাজনীতি লৈ মন মেলিছে ।
Reale
সেই বাবেই গ্ৰহণ যোগ্যতা হ্রাস পাইছে।
ৰু পাম গোস্বামিয়ে ঠিকে ই কৈছে সহইটো অসমীয়া ভাষাটো হেৰায় ই যাব পাৰে
তাত গৈ টেটো ফালাত কে বৰ্ডাৰ ছিল নকৰে কিয়
😮
Barman crazy 🦂🦂🦂🦂
আহোম সকল হিন্দু নহয়
ইতি হাখ পঢ়ি চাওক
Apuni bhal ke bujak je Ahom originally bharatar nasil aru teuluke traditional religion follow korisil, aru pisat Hinduism...kintu teuluk axomot ahi hodai axomok rakhya korisil jitu ajir Ahom e nokore....ajir Ahom muslim premi...
হেমন্ত স্যার, মুখ্যমন্ত্রী না হয়ে ডেলীবারি ডাক্তার হলে ভাল হতো, কারণ জন্মনিয়ন্ত্রণ কম হতে পারে,
Mm
"বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দৰে অসমৰ মুখ্যমন্ত্রীৰো একেই অৱস্থা হ'ব"
"হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী নহয়, তেওঁ এজন বেপাৰী হে"
Gaurav gogoi muslim premi , agor ahom nohoi....
Thik ase. Problem tu solve koriboloi govt ki korise.kam korib lagib. Kotha patile nohobo.
🤔🤨
কথা কোৱাৰ ষ্টাইল চোৱা না বিজেপি লীডাৰ কেইজনৰ।
অখিল,, ফে উ ৰা ক চোৱা না
Nitumone day
Please find out the literacy rate in the Miya areas. Work on health sector, education and infrastructure, also control flood and irrigation to eliminate poverty. We Miya people want government intervention to take immediate action on these sectors to control overpopulation 🙏🙏
আপোনাৰ কথা নুশুনে যদি পদত্যাগ
কৰক এনেয়ে গাদীখন ধৰি ৰাখি লাভ নাই ।
Rupom Gushwamir kuwa kothatu ekebare homorthonjougyo nohoi.
স্বাস্থ্য মন্তী ুহৈ থাকোতে তেখেতে কি কৰিছিল?
এইবিলাক অভিমতৰ কাম নাই।ভাল কথা প্ৰচাৰ কৰিব লাগে। কেৱলমাত্ৰ বিৰুদ্ধে মাত মাতে।এসোপামান জন্ম দিলে নিতুমনিয়ে ভাল পায়।অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি হলে ভাল পায়। মুছলমানে ৰাজ্য সাসন কৰিলে ভাল পায়। সেই কাৰণে এই বোৰ প্ৰচাৰ কৰে। ইয়াৰ পৰা আমাৰ একো লাভ নহয়।ইমান ডাঙৰ মানূহে ইমান সৰু কথা চিন্তা কৰে।ঝাৰ খন্দত কলেও মুখ্য মন্ত্ৰীয়ে ভাল কথা কৈছে।
Rite encar
Akom Khon Rohatole gol 😢😢😢
আ খালেক তুমি মুখ্য মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰু কৰণেৰে এটা জনগুষ্টিক হিঙ্সা কৰিছে। আনকি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা কিছুমান ভূল তথ্য দাঙি ধৰিছে এই কথা অসমৰ প্ৰতি গৰাকী ভোটাৰ জ্ঞাত। এই জন হেমন্ত বিশ্ব শৰ্মা নহয় বেলেগ কোনোবাহে। এই বেলেগ কোনোবা টো কোন হয়? এই বেলেগ কোনোবা জন টো হ'ল হিঙ্সা নামৰ দুষ্ট প্ৰবৃত্তিহে।ড হেমন্ত বিশ্ব শৰ্মা পৱিত্ৰ কিন্তু দুখৰ বিষয় এয়ে যে এই দূষ্ট প্ৰবৃত্তি সমূহ হ'ল মানুহৰ শত্ৰু। ইহঁতে মানুহক বিপদত পেলাই পলাই ফুৰে এই কথা মাননীয় মুখ্যমন্ত্ৰীয়েও জানে অথচ তেখেতৰ দৰে জ্ঞানী জনকো বস্যতা স্বীকাৰ কৰাইছে। ইহঁতে পৃথিৱীৰ কিমান মূখ্যমন্ত্ৰী কিমান প্ৰধান মন্ত্ৰী আৰু কিমান ৰাষ্ট্ৰপতিক ধ্বংস কৰিলে তাৰ লেখ নাই। সিহঁত মুছল মান হ'ব নোৱাৰে সিহঁত মুছল নমান হে কাৰণ যি দেশৰ বায়ু পানীৰে জীয়াই আছে যি দেশত জন্ম সেই দেশক আন দেশে পৰাজয় কৰিব আৰু সেই দেশৰ হৈ জয় ধ্বনি দিব।সি কেনেকৈ মুছলমান হ'ব পাৰে?সি মুছল ন মানহে। তাৰ কোনো ধৰ্ময় থাকিব নোৱাৰে। কাৰণ তাৰ চৰিত্ৰয় ঠিক নহয়। যাৰ চৰিত্ৰ ঠিক নাই তাৰ কোনো ধৰ্ময় থাকিব নোৱাৰে।
Apna location
Nitomani stillpakistani supporter like Ajit Bhuyan
Kl😊😊😊😊😊😊😊😊😊
মা মা আপোনি কোৱা কথা খাৰ ভুল হৈ ছে নেকি কাৰন ছব মুছলমানে ১০ ১২ ল'ৰা ছোৱালী জন্ম নিদিয়ে। আৰু ম ই ভাবো সিন্ধু মানুহৰু ১০ ১২ ল'ৰা ছোৱালী জন্ম দিয়ে
Tayßàn. Hussain. Góod
Nitumoni da aitu gosuwami bula tuk koi diak akhil dar bikha ata u tu shabda nakobole
দুখৰ বিষয় মুখ্যমন্ত্ৰীৰ কথা নুশুনে 😂😂😂 চকীখন এৰক কাৰন এনেয়ে শুই বহি থাকিবলৈ চকীখন ধৰি থকাটো ধৰ্মৰ পৰিপন্থী নহয়নে প্ৰভু ঈশ্বৰ
ৰেচন কাৰ্ড কোনে দি আছে pmyj ঘৰ কোনে দি আছে চৰকা কোনে চলাই আছে
ৰূপম গোস্বামী অতি অভদ্ৰ মানুহ
হেনদু। মুসলিম। বাত। দে। পিয়াস। নেহৰু। আৰু। মইদা।দাম বিধি। হোৱা টু। নিয়ন্ত্রণ। কৰক। জংআই।অসম।
Jun bure CM sir or kotha rajniti buli koise, parinam bhugibo ready hobo...
Khalek.sir.righi.
সঁচাকৈয়ে আপুনি নিতুমণি নহ'য় কেতুমণি। চুটমাৰানি কেলা।
La ilaha illallahu Mohammadur rasulallah 💚🤍❤️
নিতুমনি নিভিক,নিৰপক্ষ,দুচকুৰে দেখি থাকে।
Nitu moni da ata onurudh aapunale kisuman manuh aapni aalusona koribole namatibo,karon guborok jodi gakhir di dhui diya hoi gubor keatiyau gakhir hoi najai nitu moni da,thik kisuman manuh ase ji jonmo hoi okal hindu Muslim kori thake ,he moraloikye anekoi hindu Muslim koriyea moribo.manuhok morome bujabo nuwarile lathi da di bujabo nuware nitu moni da.
নিতূমনি নিজেই মিঞা
প্ৰীতি ।মিঞা সকলক ষ্টুডিঅ'ত মাতি ব্যক্তব্য ৰাখিব দিয়াটোহেই ভূল।
মুচলমান, BJP ক ভোট নিদিলে।