ৰাজীৱ ভৱনত থকা হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ কোন? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • ৰাজীৱ ভৱনত থকা হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ কোন?
    ভূপেন বৰাৰ মতে মুখ্যমন্ত্রীৰ গুপ্তচৰ অপৈনত আৰু দিছেও ভুল তথ্য
    আচলতে মুখ্যমন্ত্রীৰ গুপ্তচৰে আচল খবৰ নাপালে নে শিবিৰ সলালে?
    পৱন সিং ঘাটোৱাৰে আচলতে প্রদেশ কংগ্রেছ নেতৃত্বক কৈছিল কি?
    কংগ্রেছৰ তিনি দিনৰ সভাৰ পিছতে আশংকাগ্রস্ত হৈছে নেকি ‘বাজপেয়ী ভৱন’
    কিয় কংগ্রেছৰ প্রতিখন সভাকেই বিশেষ গুৰুত্ব দিছে মুখ্যমন্ত্রীয়ে?
    খোদ মুখ্যমন্ত্রীয়েই কংগ্রেছ শিবিৰক দিনে দিনে শক্তিশালী কৰি গৈছে নেকি?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #PratidinTime #Abhimat #NitumoniSaikia #AssamNews #talkshow

Комментарии • 140

  • @bakulboruah2026
    @bakulboruah2026 Месяц назад +10

    অসমত উন্নয়ন কিমান হৈছে উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো দেখিলেই গম পোৱা যায়।

  • @rimjimnath558
    @rimjimnath558 Месяц назад +9

    পৰিবৰ্তন লাগে।2026।বস্তুৰ দাম আকাশ গৈ পালে।ইমান দিনে নিজৰ হে উন্নয়ন হল।ৰিচাৰ্চ 500 ঘৰ পাবলৈ বাকী নাই।7 টকাৰ আলু 30 টকা পালে।😅😅😅😅😊😊😊

  • @debajithukai7665
    @debajithukai7665 Месяц назад +6

    মুখ্য মন্ত্ৰী ব্যক্তিগত আক্ৰম কৰা কাৰণে বেয়া লাগিছে দুঃখ পাইছে তেখেত নিজে যে ৰাহুল গান্ধী পৰিয়ালক ব্যক্তিগত আক্ৰম কৰিছিল সেইবোৰৰ কথা কি পাহৰি গল নেকি এইটো কথা মনত ৰখা উচিত ওপৰলৈ থুৰীয়ালে নিজৰ গাতে পৰে ।

  • @bakulboruah2026
    @bakulboruah2026 Месяц назад +78

    তৰুণ গগৈ মূখ‍্যমন্ত্ৰী তিনিবাৰ মূখ‍্যমন্ত্ৰী হোৱাৰ পাছতো তেওঁৰ সম্পত্তিৰ নামত গুৱাহাটীত এডোখৰ সামান্য মাটি আৰু এটা সাধাৰণ ঘৰ।কিন্তু কোনোবাই এবাৰ মূখ‍্যমন্ত্ৰী হওঁতেই তেওঁৰ পৰিয়ালে উজনিৰ বহু কেইখন চাহ বাগিচা,ৰিজৰ্ট,কাৰ্বি আংলংত ১০০০ বিঘা মাটি কিনি পেলালে।গুৱাহাটীত কিমান মাটি, প্ৰাইভেট ষ্কুল,কলেজ কিনিলে সেই বিষয়ে কবলৈ নাযাওঁ।বাকী অসমৰ ৰাইজে বিচাৰ কৰিব।

    • @atowarrhaman5914
      @atowarrhaman5914 5 дней назад

      222222222222222222222222222222222222222222222222222222222222222 6:48

  • @bibekbhatta254
    @bibekbhatta254 Месяц назад +37

    মই এজন বিজেপি হিচাপে কৈছো বিজেপিৰ নেতা পালি নেতাই কথা বতৰা কবলৈ শিকক

  • @dibakarmali5637
    @dibakarmali5637 Месяц назад +11

    ঋতুপৰ্ণ ডাঙৰীয়া, আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আটাইতকৈ বেছি ব্যক্তিগত আক্ৰমণ কৰা অসমৰ ৰাইজে দেখি আছে।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j Месяц назад +33

    আপোনালোক আমাতকৈ বহু অভিজ্ঞ ব্যক্তি তথাপিও এষাৰ কথা কওঁ বিজেপিৰ কোনো চোৰাংচোৱা কংগ্ৰেছত নাই এইয়া হিমন্তৰ মাইণ্ডগ্ৰেমহে তেতিয়াহে কংগ্ৰেছৰ নিজৰ ভিতৰতে সন্দেহ আহিব অবিশ্বাস আহিব আৰু তেতিয়াই তেওঁ ভবামতে কাম হব ৷

    • @hamja2520
      @hamja2520 Месяц назад

      F|$||||🎉|🎉🎉|🎉|||$🎉||z

  • @kausikdeka8380
    @kausikdeka8380 Месяц назад +14

    চল-চাতুৰি বা গুপ্তচৰৰ জৰিয়তে কোনো দল বা চৰকাৰে ৰাইজৰ স্থায়ী সমৰ্থন আদায় কৰিব নোৱাৰে ৷সততাৰ জৰিয়তেহে ৰাইজৰ আস্থা জয় কৰিব পাৰি ৷চালাকি কৰি মানুহৰ হৃদয়ত কেতিয়াও স্থান দখল কৰিব নোৱাৰি।

  • @dilipkumarb9
    @dilipkumarb9 Месяц назад +20

    হিমন্ত বিশ্ব শৰ্মাই প্ৰৰোচনামূলক বা মিছা কথা কোৱাটো কোনো আচৰিত কথা নহয় । বি জে পি য়ে ৰাইজৰ সমৰ্থন ই ভি এম টেম্পাৰিঙৰ জৰিয়তেহে পাইছিল । ২০২৬ ত গম পাই যাব । কাৰণ Form- 17 C ৰ সৎ ব্যৱহাৰ হ'ব ।

  • @h1239640
    @h1239640 Месяц назад +11

    ঘতিটো উন্নয়ন হৈছে 😂কে..

  • @h1239640
    @h1239640 Месяц назад +7

    👏👏👏 ঘাটোৱাৰ ডাঙৰীয়া বঢ়িয়া দিছে শিয়াল কেইটাক..

  • @SumkiDeka
    @SumkiDeka Месяц назад +12

    Ai gan cm kiman misallia

  • @dibakarmali5637
    @dibakarmali5637 Месяц назад +32

    হিমন্তবিশ্ব শৰ্মা সৰ্বকালৰ বাবে কুখ্যাত ৰাজনীতিক হিচাবে অসমৰ ইতিহাসত লিখা থাকিব।

    • @kumudbaruah2001
      @kumudbaruah2001 Месяц назад +1

      হিমন্ত বিশ্ব শৰ্মা অসমত সৰ্বকালৰ বিচক্ষণ, অসমহিতৈসী, উন্নয়ন কৰিব পৰা, ৰাষ্ট্ৰীয় ৰাজনীতি ত প্ৰকৃত ৰাষ্ট্ৰীয় নেতা হিচাবে অসমক এখন ভাল স্থান দিব পৰা ৰাজনীতিক।

    • @fainat102
      @fainat102 3 дня назад

      😊😊😊😊😊😊😊

  • @anjanborah-5069
    @anjanborah-5069 Месяц назад +7

    খবৰক গুৰুত্ব কিয় দিব লাগে ?? নে পাকঘৰত কোন মই কল খোৱা নাই 😂

  • @user-ji7qi6bm5d
    @user-ji7qi6bm5d Месяц назад +15

    আপোনাৰ মুখ্য মন্ত্ৰী গৰাকী প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ পৰিয়াল আৰু লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ পৰি‌য়ালক কিয় আক্ৰমণ কৰে। আগন্তুক দিনবোৰত মুখ্যমন্ত্ৰীৰ পৰি‌য়ালৰ সকলো কথা ফাদিল হোৱাৰ ভয়ত মুখ্যমন্ত্ৰী গৰাকীয়ে আগতীয়াকৈ লেতেৰা ৰাজনীতিৰ বীজ সিঁচিছে। ধিক মুখ্যমন্ত্ৰী।

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 Месяц назад +7

    কোনো বেচ নোহোৱা কথালৈ আলোচনা কৰিব নালাগে ।

  • @bakulboruah2026
    @bakulboruah2026 Месяц назад +4

    হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতৰ আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ।তেওঁ ৰাজনীতিৰ বাবে যিকোনো পৰ্যায়লৈ নামি যাব পাৰে।অসম খনৰ আধা মাটি সম্পত্তি কিনি শেষ কৰিলে।এতিয়া হিন্দু-মুচলমানৰ ৰাজনীতি কৰি অসমখন শেষ কৰিব বিচাৰিছে।হিমন্তই যিমানেই চেষ্টা নকৰক কিয় ২০২৬ ত মূখ‍্যমন্ত্ৰী কিন্তু গৌৰৱ গগৈয়ে হব।

    • @kumudbaruah2001
      @kumudbaruah2001 Месяц назад

      নামনি অসম, মধ্যঅসম, উত্তৰ অসমৰ সৰহ ভাগ মাটি মিঞা মুছলমানে বৈধ অবৈধ ভাবে দখল কৰিছে। এয়া কংগ্রেসে খাল খান্দি ঘৰিয়াল মাতি অনাৰদৰে হল। নিজৰ মাটি নিজৰ লগত থকা আৰু বাংলাদেশী মিঞা মুছলমানক মাটি এৰি দিয়াতো ভয়াবহ কথা।

    • @dibakarmali5637
      @dibakarmali5637 Месяц назад

      @@bakulboruah2026 ২৬ চনত মুখ্যমন্ত্ৰী কোন হব এতিয়াই একো কব নোৱাৰে। আপোনাৰ এটা কথা বৰ ভাল লাগিছে যে হিমন্তবিস্ব শৰ্মা ভাৰতৰ ভিতৰতে আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি আপুনিও বিবেচনা কৰিছে। মোৰ বোধেৰে হিমন্তবিস্বৰ BJP গমনে দলটোক সাময়িক শাসনৰ দায়িত্ব দিয়াত সহায়ক হৈছিল যদিও দলটোৰ ভেটিত ঘূণে ধৰিলে, ইয়াৰ স্থায়িত্ব দীঘলীয়া নহব। এতিয়াও এচাম অসমীয়া মানুহৰ BJP ৰ প্ৰতি মোহ ভংগ হোৱা নাই , তেওঁলোকে আনৰ মগজুৰে পৰিচালিত হয় আৰু এচামে ব্যক্তিগত মুনাফা ( like CM ) লাভৰ আশাত সমৰ্থন কৰি আছে, গতিকে , কোন মুখ্যমন্ত্ৰী হব এতিয়াই কোৱা কঠিন , সংখ্যাই হে কব সময়ত। এটা কথা মই নিশ্চিত বুলি ভাবো ২৬ চনত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব হব নোৱাৰে।

  • @dibakarmali5637
    @dibakarmali5637 Месяц назад +5

    অদীপ ফুকন ডাঙৰীয়া, আপুনিও হিমন্ত বিশ্ব শৰ্মাক ভাল ৰাজনীতিবিদ হিচাবে সমৰ্থন কৰাত সঁচাই অন্তৰত আঘাত পালোঁ, আপোনাকো বহুত বিশ্বাস কৰিছিলোঁ, কৰবাত যেন আপোনাৰ আগৰ জাতীয়তাবদী চৰিত্ৰ হেৰাই গৈছে, তেনেকুৱা ভাৱ মনলৈ আহিছে, অসমীয়া মানুহৰ চৰিত্ৰ যদি এনেকুৱাই হয়, তেনেহলে আৰু TV ৰ সন্মুখত এনে ধৰণৰ আলোচনা কৰি একো লাভ নাই।

    • @kumudbaruah2001
      @kumudbaruah2001 Месяц назад

      দগাবাজ কংগ্রেসক সমৰ্থন কৰাবোৰো দগাবাজেই হব লাগিব৷ কবলৈ কিতো আছে। কংগ্রেসে অসমখন মিঞা মুছলমানৰ হাতত গতাই দিলে।

    • @dibakarmali5637
      @dibakarmali5637 Месяц назад

      @@kumudbaruah2001 মই ব্যক্তিগত ভাৱে কোনো ৰাজনৈতিক দলৰ সদস্য নহওঁ, আমাৰ নিচিনা সৰ্বসাধাৰণৰ মনত অলপ হলেও জাতিটোৰ প্ৰতি ভালপোৱা আছে বাবেহে কেতিয়াবা কৰবাত মাত দিবলৈ মন যায়। B J P ৰ প্ৰতি বাৰুকৈয়ে আকৰ্ষিত হৈছিলোঁ প্ৰথম অৱস্থাত। যেতিয়াই হিমন্তবিশ্বৰ নিচিনা নীচ প্ৰকৃতিৰ ৰাজনীতিবিদেও এই দলত যোগদান কৰিলে তেতিয়াৰ পৰা ৰাজনীতিৰ প্ৰতি ঘৃণাই জন্মিছিল । কিন্তু বিবেকে কিছু আমনি কৰা বাবে মূল্যবোধৰ ৰাজনীতিৰ হৈ দুই এক মাত মাতিবৰ মন যায় বাবেহে কওঁ।

  • @prasantahazarika-hz4rl
    @prasantahazarika-hz4rl Месяц назад +29

    ধাৰ লৈ লৈ বহুত উন্নয়ন কৰিছে এইজনা মুখ্যমন্ত্ৰীয়ে।

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq Месяц назад +1

      Toi life dhar loi powa nai

    • @njyotinjyoti7541
      @njyotinjyoti7541 Месяц назад +2

      এই বিলাকি কথা সাংবাদিক কেইটাই আলোচনা নকৰে সাধাৰান মানুহ চলাত কিমান কস্ত হৈছে

    • @kumudbaruah2001
      @kumudbaruah2001 Месяц назад

      ধাৰ লৈ উন্নয়ন নকৰৰকৈ কোন খন ৰাজ্য, কোনখন ৰাষ্টই দেশ চলাইছে। উন্নয়ন হবলৈ হলে ধাৰৰ বিকল্প নাই।

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq Месяц назад

      @@kumudbaruah2001 amito car loiso.. building bnaiso loan loi..dhar loi.... Tei

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r Месяц назад +2

    কঙগেচ এৰি বিজেপি লৈ কি কাৰণত মুখ্য মন্ত্ৰী জন আহিল অসমৰ ৰাইজৰ বুজি ব লৈ বাকী নাই। তেওঁ কথা বাৰ্তা পৰাই পৰিস্কাৰ হৈছে।দল বাগৰি ফুৰাসকলৰ নৈতিকতা কি বস্তু চিনি নোপোৱা বুলি আমাৰ ভাব হয়।

  • @Grbora94953
    @Grbora94953 Месяц назад +16

    শিয়াল হিমন্তই চকী এৰিব😅😅😅ই বেটাই ভয় খাইছে।কংগ্ৰেছৰ লগত মাইণ্ড গেম খেলিছে তাৰ কোনো গুপ্তচৰ নাই।

    • @pratimasarma1737
      @pratimasarma1737 Месяц назад

      মানুহে হিমন্তৰ অসভ্যালি আৰু কিমান সহ্য কৰিব! ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু জঘন্য পৰ্যায়লৈ যাব এই জনা।

  • @atulhazarika4227
    @atulhazarika4227 Месяц назад +12

    নিতুমণি , সাংবাদিক হিচাপে বিষয় আৰু নেপালে ।

  • @boruah8390
    @boruah8390 Месяц назад +2

    যি খন সভাত উপস্থিত থকাই নাই পৱনছিং ঘাটুৱাৰ।। সেই খন সভাত বক্তব্য দিয়া বুলি কিয় মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব লাগে।। ইমান লেতেৰা ৰাজনীতি কৰি কি বুজাব খুজিছে।।

  • @scout8417
    @scout8417 Месяц назад +4

    Bhupen Bora teor kotha burote gom pai😢😢😢😢😢😢 nhole Lurin Akhilot k tenekoi kobo neki

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf Месяц назад +3

    এইটো মূখ্যমন্ত্ৰীৰ মাইন গেম যাতে CAA আইনৰ দাৰাই হিন্দু বাংগালীক নাগৰিকত্ব দিয়াত যাতে অসমৰ ৰাইজে বাধা দিব নোৱাৰে,

  • @manuranjan_deuri08
    @manuranjan_deuri08 Месяц назад +2

    Great discussion

  • @scout8417
    @scout8417 Месяц назад +4

    Bhupen Bora teor kotha burote gom pai

  • @pankajkonwar2211
    @pankajkonwar2211 Месяц назад +2

    প্ৰথম কথা বিজেপি মানুহৰ মুখত উন্নয়নৰ কথা শুভা নাপায় উন্নয়ন নামত ফটা ঢোল বজোৱা বাদে একো হোৱা নাই দুই নম্বৰ কথা হিমন্ত বিশ্ব দৰে মিছলীয়া ৰাজনীতিক অসমত নাই এই বিজেপি দালাল বোৰক ২০২৬ ত ৰাইজে বিদায় দিবলৈ হাজো

  • @jadukoch7576
    @jadukoch7576 Месяц назад +2

    আন দলৰ মাজত ভাঙোন আনিবলৈ কৰা এটা ষড়যন্ত্র ৰ বাহিৰে আন একো নহয়। এই বিষয়টো আলোচনা কৰি বিৰোধীক দুৰ্বল কৰা হে হব।

  • @dbhargab
    @dbhargab Месяц назад +1

    মোৰ এনেকুৱা লাগে ২০২৬ ত কি কংগ্ৰেছ কি বিজেপি সকলো দলেই যেন লগ লাগি দাদা ব্ৰিগেডক উৎখাত কৰিব বিচাৰিছে তেনেকুৱা ধাৰণা হয় ।

  • @rabiulislam9042
    @rabiulislam9042 Месяц назад +1

    অসম বাকী ৰাজ্যৰ তুলনাত সকলো ক্ষেত্ৰত অধিক তলত পৰিছে আৰু প্ৰতি বছৰে তললৈ গৈ আছে। তেনে স্থলত মুখ্যমন্ত্ৰী অসমৰ কি উন্নয়ন কৰা বুলি দম্ভালি মাৰি থাকে বুজি পোৱা নাই। ধাৰৰ ওপৰত ধাৰ লৈ অসমখনক ৰসাতলে নিলে, ৰাইজে অলপ বুজা দৰকাৰ।

    • @kumudbaruah2001
      @kumudbaruah2001 Месяц назад

      মিঞা মুছলমানে চাৰি পাচ জনিকৈ তিৰোতা বিয়া কৰাইছে। এজনীয়ে পাচটাকৈ ধৰি ২০/২২ টা সন্তান জন্ম দিছে। চৰকাৰী বেচৰকাৰী মাটি দখল কৰিছে, চোৰ, ডকাইত, ধৰ্ষণ কাৰী কে ধৰি এশ এবুৰি অপৰাধী সৃষ্টি হৈছে। এয়াই অসমৰ বৰ্তমান বাস্তব উন্নয়নৰ চবি।

  • @h1239640
    @h1239640 Месяц назад +2

    হেমাংগ কাই তামাম ভয় খাইছে,,,

  • @hairprasaddeori2325
    @hairprasaddeori2325 Месяц назад +1

    Thanks top most Cong leader for your strong voice.

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k Месяц назад +3

    ভুপেন বৰা দাঙৰিয়া সফল হৈছে তাৰ মানে মুখ্য মন্ত্ৰী দাঙৰিয়াৰ কথাত গম পোৱা গৈছে
    তিনি গগৈ আৰু ভুপেন বৰা দাঙৰিয়া সফল হৈছে
    অসমৰ ৰাইজৰ কাৰণে বহুত ভাল খবৰ হয়
    আৰু তিনি গগৈ লগ লাগি আৰু ভূপেন বৰা দাঙৰিয়াই এইবাৰ মুখ্য মন্ত্ৰীক ধোকে ধোকে পানী খুয়াব আৰু ধৰা খায়ি কৰিব মুখ্য মন্ত্ৰী দাঙৰিয়াৰ নিজৰ কথাত গম পোৱা গৈছে এয়াই অসমৰ ৰাইজৰ কাৰণে বহুত ভাল খবৰ

  • @kandarpa2622
    @kandarpa2622 Месяц назад +1

    I doubt Bhupen Bora may be the spy of BJP..Bhupen Bora is not leader of Congress party . He is.APCC president only.His duty is to approve the proposal of the members of APCC only and nothing else. Why Bhupen Bora says that he will do everything at his own leadership.It is quite wrong. That is why he is not leader,but he is a nominated APCC president only.I say immediately APCC president should be contested in a democratic process .

  • @monjuheujnursery9724
    @monjuheujnursery9724 Месяц назад +1

    হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মন্ত্ৰী, গতিকে তেওঁ মিছা কথা কোৱাতো কোনো ডাঙৰ কথা নহয়

  • @jnanendrasingha8398
    @jnanendrasingha8398 Месяц назад +1

    মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চোৰাংচোৱাৰ বক্তব্যখিনি ৰাজহুৱা কৰিব নালাগিছিল। গোপন কথাবিলাক গোপনে ৰাখি গোপনে তাৰ বিৰূদ্ধে ব্যৱস্থা লোৱাটোৱেই বুদ্ধিমানৰ কাম । মূখ্যমন্ত্ৰীয়ে ভূল কৰি আছে ।

  • @bishnuramrabha4714
    @bishnuramrabha4714 Месяц назад +2

    Himanto Really letera Maanuh.BJPir maanuh bilaak je aaru !!! Kio imaan letera BJPir maanuh bilaak.

  • @nripenborgohain201
    @nripenborgohain201 Месяц назад +1

    ভীষণ ভয় খাইছে চকীখন এৰিলে কিহব ? নিজে ভবা কথাকেই আনক কৈ শান্তি লভে ৷

  • @channelabcreation
    @channelabcreation Месяц назад +1

    শ্ৰদ্ধাৰ হেমাংগদেৱৰ কথাখিনি শুনি ৰাইজে কি!! ভাৱে???

  • @vivekdeka4348
    @vivekdeka4348 Месяц назад +2

    Develaaapment

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr Месяц назад

    মুখ্য মন্ত্ৰীক কোনে ভাল পাই জিজন স্বাৰ্থপৰ আৰু বহুত মানুহ বিপদত পৰিচে বহুত মানুহৰ মথা খাইছে সেইজন মুখ্য মন্ত্ৰী আবুল তবুল বকি থাকে আমাক সুধিচে নে ভাত খাইছো নাখাইছো তেওঁ নিজৰ স্বাৰ্থ পুৰন কৰিছে জদি তেওঁ স্বাৰ্থ পৰ নহয় জদি বান পানি হোৱা মানহ বিলাকক খৱৰ ললেহেতেন আৰু বিয়া খাৱলে বহুত প ইচা খৰচ কৰিৱ পাৰে বিপদত পৰা মানুহৰ খৱৰ লৱ নোৱাৰে ধন্যবাদ আপোনাৰ ল'ৰা ছোৱালীক সম্পত্তি গহী দয়ক নহলে সিহতি ভিখা কৰি খাৱ লাগিৱ আমি মৰি জাম ল'ৰা ছোৱালীয়ে দেখিৱ মোৰ আশিবদ কৰিছোঁ আমাৰ জিৱন খাই পেলালে।

    • @NipenHazarika-ny1hr
      @NipenHazarika-ny1hr Месяц назад

      বিজেপি চৰকাৰে সপোন দেখি লাভ নাই আৰু মুখ্য মন্ত্ৰী কংগ্ৰেছ হ'ব। আৰু এতিয়া আবোল তাবুল বকিবৈয়।

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc Месяц назад +1

    কালন্ত এটা নিলা শিয়াল । দেগদ্ৰোহী

  • @mosudurrahman907
    @mosudurrahman907 Месяц назад +2

    Himanta Bishwa Sarma a mind game khelise.beleg kunu kotha nai.

  • @rahuldhiramihira7422
    @rahuldhiramihira7422 Месяц назад +1

    Cm or family pocket gorom hoise nitumoni da aru eku huwa nai axomot

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Месяц назад

    মুখ্য মন্ত্ৰী হ'লেও বহু মিছা কয়

  • @user-cy8lv7es5m
    @user-cy8lv7es5m Месяц назад +5

    ২০২৬ ত বি জে পি য়ে অকলে নিশ্চয় ১২৬খন আসন পাব!!!!!

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn Месяц назад

    ভূপেন বৰা অলপ বেছি হৈছেনেকি

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Месяц назад

    কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব‌ই গুপ্তচৰৰ কাম কোনে কৰি আছে চিনাক্ত কৰা অতি প্ৰয়োজন।

  • @hairprasaddeori2325
    @hairprasaddeori2325 Месяц назад +1

    Ai takuriya jonok kiyo mate eyar kathar Aku value nai 3 Rd cls

  • @seemantadekabhagawati8800
    @seemantadekabhagawati8800 Месяц назад

    His graph will come down recently.

  • @hemantagogoi6104
    @hemantagogoi6104 Месяц назад

    নিতুমনি অনুস্থান যেন লগা নাই

  • @KanTalukdar
    @KanTalukdar Месяц назад +1

    Nitumoni da aponaloke politics r topics bor aalochona kore......bastovot ghoti thoka ( for example pollution, unemployment etc.) ghotona bor kiyo aalochona nakore....

  • @DebojitkrboraBora
    @DebojitkrboraBora Месяц назад

    ।। বিদায় দিয়ক বিদায় দিয়ক এইবাৰ বিজেপি দলৰ নেতা মন্ত্ৰী চৰকাৰক শুভেচ্ছাৰে 2026ত ভোট যুদ্ধৰে অসমৰ পৰাই বিদায় দিয়ক।।

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 Месяц назад

    নিতুমণি,ইয়াৰ পৰা সাধাৰণ মানুহৰ কি লাভ হব বাৰু.

  • @puspadhardowarah1932
    @puspadhardowarah1932 Месяц назад

    বিজেপিক যে অহা ২০২৬ উৎখাত কৰিব পৰা যাব তাত মই সম্পূৰ্ণ বিশ্বাসী।

  • @moupiya8263
    @moupiya8263 Месяц назад

    Devalapment hoise kintu

  • @drmahananda8547
    @drmahananda8547 Месяц назад

    Him anta Biswa Sharma is one of the best politician of Assam.Bakibure tekhetar pora najana katha hikak aru janok

  • @Nyapar424
    @Nyapar424 Месяц назад

    Cm sirrr wife k kunu questions nkrib Assam r garib hkl. Cm wifer right aitu corer corer poisa bonuar

  • @bidulboruah8351
    @bidulboruah8351 Месяц назад

    নিতুমনি দা বৰ ফকতিয়া আলোচনা আগবঢ়ালে হিমন্ত বিশ্ব শৰ্ম্মাই এনেকুৱা আবোলতাবোল বকিথাকেই

  • @monuranjanphukon8553
    @monuranjanphukon8553 Месяц назад

    Harbakalar misalia C M

  • @user-dq6ms2kl8u
    @user-dq6ms2kl8u Месяц назад

    কেৱল মিছা কেৱল।মিছা বি জে পিৰ নিছা।

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h Месяц назад

    গেলা বৰালী মনে গোন্ধাই😅😅😅

  • @birendranathsaikia2350
    @birendranathsaikia2350 Месяц назад

    Dear Saikia, please do not discuss about " Guptasar " in Congress , I cordially invite your attention to discuss and analyse the reason for the destruction of Assam and Indigenous Assamese communities . They are not the Congress party and its leadership mainly Let PM I Gandhi will now you are proud of Congress leaders in Assam. . Remember Our kitchen is surrounded by Bangladeshis Muslim . many more to discuss and debate.

  • @subhashchrabha5747
    @subhashchrabha5747 11 дней назад

    Congresse muhlim mukhya mantri patak , aru ma, bhanir lai bchaok . Laj lage congressor rajniti kara dekhile .

  • @subhamonideka2945
    @subhamonideka2945 Месяц назад

    Kune ki krise bad dilu.kin2 apuni guptasar laguwa2 Val huwa nai.ear Dara apunar sbarup2 he olai parise.apunar pad majya lagabh hoise.

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r 25 дней назад

    This is political speaks.Ido n't know.

  • @nipandas5010
    @nipandas5010 Месяц назад +2

    এই ঋতুবৰণ এটা ধুৰ।

  • @assamnoobgamer9752
    @assamnoobgamer9752 Месяц назад

    নিতুমনি মামাক বেয়া পায়। বিজেপি বিৰোধী congressৰ সমৰ্থন।

  • @MagneticShock-me5kk
    @MagneticShock-me5kk Месяц назад

    ভাৰতৰ মূখ্যমন্ত্ৰীৰ ভিতৰত এই জনেই চেল বেলীয়া মূখ্যমন্ত্ৰী।

  • @nipandas5010
    @nipandas5010 Месяц назад +2

    ঠাকুৰীয়া ধুৰ

  • @brojenkhargharia15
    @brojenkhargharia15 Месяц назад

    Cm apune jar tar kotha mane nolobo apunak dubabo ghatoyar val manuh

  • @azadkabir4014
    @azadkabir4014 Месяц назад

    Uvoti dhorise ghúsa duta maribo poara naineki

  • @paragchetia5023
    @paragchetia5023 Месяц назад +1

    নিতুমণি, তোৰ দালালি ভাল হৈছে।

  • @user-wv6gd7tl2w
    @user-wv6gd7tl2w Месяц назад

    টক চোত ফালটু কথা আলোচনা হৈ আছে।ইয়াৰ পৰা আমাৰ একো লাভ নাই ।ইয়াৰ পৰা জনসাধাৰণৰ একো গিয়ান নহয়।মানুহে বিৰক্তি অনুভৱ কৰে।সাধাৰণ কথা চেনেল বোৰে আলোচনা নকৰাই ভাল।

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn Месяц назад

    ৰেকিব আহমেদ৷

  • @junjunali7108
    @junjunali7108 21 день назад

    L
    P pp

  • @tamalinidevi4351
    @tamalinidevi4351 Месяц назад

    😮😮😮

  • @RitamoniDihingia-w8x
    @RitamoniDihingia-w8x 17 дней назад

    😅

  • @prafullaborah1827
    @prafullaborah1827 Месяц назад

    Soikia. Konggesor. Ajent

  • @Kamalsonowal-fm3he
    @Kamalsonowal-fm3he Месяц назад

    Ai bar bjp gol bay bay

  • @munuali5423
    @munuali5423 Месяц назад

    2026 bidhan khavat welcome gaurav Gogoi jindabad jindabad BJP go break

  • @user-km6nx1rx1j
    @user-km6nx1rx1j Месяц назад

    Ai bilak amar ovivabokne tezpia nijokloi khwa kamura solise amakloi mulya bidhir pori kolpona ssihs lazlagise aru.....

  • @AnandaGogoi-cc4wi
    @AnandaGogoi-cc4wi Месяц назад

    Debbort koka hoi

  • @beria842
    @beria842 Месяц назад

    Mcdonalds

  • @mohankumarsingh1040
    @mohankumarsingh1040 Месяц назад

    খুব বেশি বিৰক্তিকৰ ।

  • @Sarudhan-xj7wg
    @Sarudhan-xj7wg Месяц назад

    Axom xnr lgte all india ses krile bjp a.
    But bjp a 26 t srkr hb.

  • @user-bc1tu6fe2d
    @user-bc1tu6fe2d Месяц назад

    Hemang thakuriai kotha kobo najane.ekdom faltu kotha kai

  • @ManojdekaManojdeka
    @ManojdekaManojdeka Месяц назад

    Ejon Val manuhok bodnam dib nelage.mama ki km aru

  • @karunakalita3524
    @karunakalita3524 Месяц назад

    Nitumani BJP বিৰোধী

  • @AinulAli-j4g
    @AinulAli-j4g Месяц назад

    Aye hemanto .botdhe

  • @deepjyotideka1906
    @deepjyotideka1906 Месяц назад

    Bjp zindabad

  • @RajenBorah-o1v
    @RajenBorah-o1v Месяц назад

    অতি ফটুৱা আলোচনা ,,,,

  • @pkvlogs1406
    @pkvlogs1406 Месяц назад

    Congress 🎉🎉🎉🎉🎉🎉🎉

  • @scout8417
    @scout8417 Месяц назад +2

    Bhupen Bora teor kotha burote gom pai

  • @MagneticShock-me5kk
    @MagneticShock-me5kk Месяц назад

    ভাৰতৰ মূখ্যমন্ত্ৰীৰ ভিতৰত এই জনেই চেল বেলীয়া মূখ্যমন্ত্ৰী।

  • @MofidulKazi
    @MofidulKazi Месяц назад

    😅

  • @scout8417
    @scout8417 Месяц назад +1

    Bhupen Bora teor kotha burote gom pai

  • @MagneticShock-me5kk
    @MagneticShock-me5kk Месяц назад

    ভাৰতৰ মূখ্যমন্ত্ৰীৰ ভিতৰত এই জনেই চেল বেলীয়া মূখ্যমন্ত্ৰী।

  • @MagneticShock-me5kk
    @MagneticShock-me5kk Месяц назад

    ভাৰতৰ মূখ্যমন্ত্ৰীৰ ভিতৰত এই জনেই চেল বেলীয়া মূখ্যমন্ত্ৰী।