Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ফিওজৰ কামনা ই
হিন্দুৰ মাটি মুছলিম সম্প্ৰদায় ৰ। ওচৰত। বন্ধ।কৰিব লাগে আমি এই আইন।বিচাৰি আমাৰ গোৱালপাৰা ৰাভা সম্প্ৰদায়ৰ জমি মুসলিম মানুহে।কিনি জনজাতীয় লোককো ভিকৰী কৰি আছে
😊😊😊😊
সন্মানীয় সদস্য সকলে সন্মান প্ৰদৰ্শন কৰি আলোচনা কৰা উচিত । অন্যথা লজ্জা লাগে ।
পিযুচে চালে বেৰে কোবাই চিঞৰি আছে।
আমীনূল ইছলাম ডাঙৰীয়াই এইখন দেশৰ নাগৰিকত্ব দিয়া বাবে সদনত বহিব পাৰিছে ইছলামী দেশ সমূহৰ হিন্দু ধৰ্মৰ লোক সকলে কিয় সাঙবিধানিক অধিকাৰ নাপায়
আমাৰ মানুহ বোৰে এইবোৰ বুজি নাপায়
।।অধ্যক্ষ মহোদয় আপুনি সংবিধানৰ নিয়ম নাই বুলি সকলোৱে বুজি পাইছে সন্মানীয় অধ্যক্ষ হৈ মলুৱা বান্দৰ হৈ নানা দিব।। সন্মানীয় অসমৰ অধক্ষৰ আসন খন কুলশিত নকৰিব অসম বুৰঞ্জীত তোমাৰ কেলা মাৰপোহা নাম লিখা থকিব।।
MlA সকল সংযমী হব লাগে, তেওলোক মাত্র পাচঁ বছৰীয়া সেৱক, গতিকে future সুৰক্ষিত কৰি ৰাখিব লাগে
পিয়ুছ মন্ত্ৰী হৈয়েই আছে নে লাজ চিনি নাপাই নেকি সি।কেতিয়া পদত্যাগ কৰিব। পদত্যাগ কৰিম বুলি কেলেই কৈছিল ডাঙকোপ মাৰি কেলেই কৈছিল সি
পাগলে নকয় কি পইয়উছএ নকয় কি, গতিকে ৰাইজে জানে এও সঁচাৰ ওচৰ ও নআচআপএ পদত্যাগ বহুত দূৰৈৰ কথা
Manania debarbot mohudaya sir apuni bohut val kotha koice
Smart Miter ক লৈ সোনকালে আলোচনা কৰিব লাগে
অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়
অখিল গগৈৰ ৰাজনৈতিক জীৱনত সদন পৰিচালনাত যি ভূমিকা, সেইটো দেখিলে তেখেত যেন এজন অ দক্ষ বিধায়ক তাৰ ছবিখন ফুটি উঠে ।
ৰাইজে মিছা কথা কৈছে । পিযাজৰ মতে ।ৰাইজৰ কথা মানি লব লাগে । ন হলে ৰাইজে চৰকাৰক ৰঙা লাইট জলাই দিব ।
তহঁত কংগ্ৰেছৰ দিন বোৰ পাহৰা নাই দে! কি যে দিন আছিল সেইবোৰ। এতিয়া ৰ অসম আৰু ১০ বছৰ আগৰ অসম ৰ বহুত পাৰ্থক্য আছে। চৰকাৰী কৰ্মচাৰী ৰ দৰমহা নাই, ৰাস্তা ঘাটটো বাদেই দে। কেৱল মাথো নামনিত অবৈধ মিয়া বোৰক ভোটাৰ কাৰ্ড বোৰ দিয়াৰ বাহিৰে কি দাল কৰিছে। যিমান চাকৰী বিজেপি ১ বছৰত দিলে তহঁতৰ ৪০-৫০ বছ টো চাগে দিয়া নাই। আৰু বেছিভাগ টকা দিয়া চাকৰী। পঢ়ি শুনি যে চাকৰী পায় এয়া বিজেপি ৰ দিনত হে মানুহে বুজিব পৰিছে। আবেগিক অসমীয়া বোৰ অকণমান সংযম হোৱা ভাল । আজি আহোমৰ ঐতিহ্য চৰাইদেউ মৈদাম ক বিজেপি ৰ চৰকাৰৰ দিনত হে UNESCO World Heritage site ত নাম পঞ্জীয়ন কৰালে। প্ৰয়াত তৰুণ গগৈ ইমান বছৰ শাসন ত থাকি কিও কৰিব পৰা নাছিল? সত্ৰৰ মাটি বেদখল কাৰিক আজি কোনে উচ্ছেদ কৰিব সক্ষম হৈছে? কেৱল খিলঞ্জীয়া খিলঞ্জীয়া কৰি ৰজা হৈছে অখিল কাম একো ডাল কৰিব নোৱাৰে।
মুচলমানৰ মাটি সিন্দুৱে আৰু সিন্দু মানুহৰ মাটি মুচলমানে কিনিব নোৱাৰিব । কাৰণ গাহৰি খোৱা মাটি আৰু গৰু খোৱা মাটি😊
আৰে আমিনুল , কংগ্ৰেছৰ দিনত অসমৰ , মৰা নদী, মৰা নদীৰ চৰ, মৰা নদীৰ পাৰ , জীৱিত নদীৰ পাৰ , জীৱিত নদীৰ চৰ , মঠাউৰি, অসমৰ সকলো বিল , সৰবোৰ , জলাশয়ৰ পাৰ , বননীৰ ভুমি , সাধাৰন চৰকাৰী ভুমি, গো ৰিজাৰ্ভ , ৰাষ্টা ৰ ফুট পাত , পুৰণি ৰেলপথ, পুৰণি ৰাষ্টীয় ঘাইপথ বেদখল কৰি শেষ কৰিলি । আমাৰ হোজাসৰল মানুহ খিনিক তেল তুল মাৰি কিছুমান ভুমি কিনিও ললি । বৰ্তমান আমাৰ থলুৱাৰ হাতত যিখিনি ভুমি আছে তাকো চকু পৰিয়েই আছে নেকি ?
126 জন বিধায়কৰ ঘৰত Smart meter লগাই বিল পৰীক্ষা কিয় কৰিব লাগে ? শাসনে মুৰত ধৰিছে নে মূৰ্খৰ জ্ঞান দেখুৱাব বিচাৰিছে নেকি ? পিওজ হাজৰিকা , অসমৰ চৌদিশে হাজাৰ হাজাৰ জনসাধাৰণে Smart meter ৰ ডকাইতৰ বিল লৈ আজি ৰাজপথত । ইয়াতকৈ আৰু কি প্ৰমান লাগে । smart meter ৰ নামত কমিচন লৈ সাধাৰণ জনতাৰ টেটু চেপা কাৰ্য্য বন্ধ কৰক।
চামচাৰ টোক নিয়ন্ত্রণ কৰক। অধ্যক্ষ মহোদয়।
বি জে পিত অসভ্য নীলাজ কেইজন লগ লাগিছে
Tur jhara akhil val neki quation kore answer xuniba nore je miya geda i opte mat di thake nunu kata miya ty o ata nunu kata miya geda suda a
সদনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা সকলে বিৰোধী ৰাজনৈতিক নেতাসকলক কথা কওঁতে টুলোঙা মন্তব্য আগবঢ়াব নালাগে
Aminul islam jindabat AIUDF jindabat
👍
Smart meter বিল বেচি দেখুওৱাৰ লোৱাৰ সনদৰভদ তুলুঙা উত্তৰ দিছে।
সদনত এনে কাজিয়াহলে গাঁৱৰ অশিক্ষিত মহিলাই কাজিয়া কৰাৰ লগত তুলনা কৰিব পাৰি।
মাহটোত ২০০০টকা দিলো।য'ত নেকি আগতে ৫০০/৬০০ মাহত বিল হৈছিল।। পইচাৰ গছজোপাত পইচা সকলো সময়ে লাগি নাথাকে আমাৰ সাধাৰণ লোক সকলৰ ঘৰত🙏🙏ইমান গৰমত ফেন খন লগাই ল'ব নোৱাৰো। গাওঁৰ ঠাইত বনৰীয়া হাতীৰ তাণ্ডৱ তথাপিও extra কৈ বাহিৰত লাইট এটাও লগাব নোৱাৰো বিলৰ ভয়ত। তেন্তে ভাৱক কিমান ভাল অসুৱিধাৰ সন্মুখীন হ'ব লগা হৈছে।। আৰু আপোনালোকৰ ঘৰত দুটা কি তিনিটা মিটাৰ লগাই ললেও ক'ত কিমান বিল ক'ম বেছি হয় বুলিলে কোনে বিশ্বাস কৰিব তাতকৈ জনসাধাৰণক দিয়ক আমি নিজেই পৰীক্ষা কৰি ল'ম ক'ত কিমান বিল আহে। কিছুমান নিয়ম জনসাধাৰণৰ বিনা অনুমতিত জাপি দিয়ে আপোনালোকে।। যদি দুখীয়া ঘৰৰ পঢ়া শুনা কৰা ল'ৰা ছোৱাৰী ঘৰত পৰীক্ষা সময়ত লাইনটো কাটি দিয়ে তেন্তে ক'ত পাব তৎক্ষনাতে পইচা তেওঁলোকে।।
বিধান সভাত ইমান চিঞৰি কথা কলে জনসাধাৰনে কি ভাবে
Good news 👍
Smart meters should be removed. I paid mostly max 2500 per month but now it becomes 7000/_ per month.So smart mtrs should removed .
আজিৰ বিধানসভাৰ অধিবেশন খন এটা সংগঠনৰ অধিবেশনত কৈ নিম্ন মানৰ হৈছে। ভবিষ্যতে কি হয় তাৰ বাবে অপেক্ষা।
অসমত অসমীয়া ৰ /হিন্দু ৰ অধীকাৰ উপৰত কৰা অতাছ কৰা বিষয় টো আলোচনা হ'ব লাগে।
অখিল গগৈ ❤❤❤❤
আপোনালোকৰ ঘৰত কিয়? বাকী মানুহ বোৰে এনেই ক্ৰিয়াৰ বাখৰ কৰি আছে নেকি? আপোনালোকে মিটাৰ টো কম চলা কৰি লব নোৱাৰিব জানো।মানুহক ইমান বোৰবক নসজাব।
ইভিএম বন্ধ কৰিব লাগে
সদনত ভৰত নৰহ নিমাত কিয় অসম আন্দোলনৰ সময়ত উদন্ত ভাষন দি অসমৰ মানুহক উৎসাহিত কৰিছিল
পিউচ্ হাজৰিকা কি যুক্তি,অখিল দাদৰ ওচৰত।সদন আজি কালি কাজিয়া কৰা ঠাই।
স্মা্ৰ্ট ফোনত মন্ত্ৰীৰ কিবা personal মোনাফা আছে নেকি? দালালি পাব নাকি ? নহলে ইমান আগ্ৰহী কিয় ?
Smart meter বন্ধ কৰিব লাগে 🫵
এই বিলাক কৰি লাভ নাই এই বিলাক কথা বি জে পিয়ে নোহুনে
❤❤
YES
Mama jindabad
Good, Dangoria.
🎉🎉🎉
বি জে পিত নিলাজ পদতিয়াক কৰিম বুলি কোৰা কথা পাহৰি লে সদনত চিৰয়ি আছে লাজ নাই নেকি
হাজৰিকা
মাটি কিনিব নোৱাৰিব বুলি কলে নে কিনা বেচা হলে মুখ্যমন্ত্ৰীৰ অনুমোদন লাগে বুলি কৈছে হিন্দু মুছলিমৰ মাজত !
Cm r anumudon lagibo aru eyt axomiya muslim r bbe nhoi miya muslim r bbe ai2 niyam
Aibar BJP vot napai. Ami nideo.
অসমীয়াৰ জ্ঞান নথকা অধ্যক্ষ মহোদয়।
Bidhan savar Sadanat tupi sobha ndia. Mati khilongia he kinib parib. Inner line permit hb lage. UCC l💯 lagu korak.
A gogoi joy hok
আজিৰ নামনি অসম এসময়ত কোঁচ ৰাজবংশী সকলৰ কমতা পুৰ আছিল , কিন্তু শেষ , চৰকাৰ এ ইচ্ছা কৰিলে দিব পাৰিলে হয় , তেতিয়া কিন্তু মীয়া ই দশল কৰিব নোৱাৰিলে হয় 😭😭🙏🙏🙏
Smart miter kothatu thik koise
Dhanyabad
ইহতি নিজকে মুঢলিম বুলি ভাবে অসমীয়া বোলি নাভাবে কিয়নো তাৰ তুপিতোয়েই কই
1800 চনৰ ম্যাদি প ট্টা দাৰ বিলাকে হে কিনিব পাৰিব।।বাংলাদেশী বিলাকক সুবিধা দিব লগা একো নাই। বা।বাংলা দেশ ত হোৱা নাৰিকীয় ঘটনা সদনত মাত নুফুতে কিয়?. জু ন মাহৰ বিলৰ লগত সংগতি ৰাখি জুলাই আগষ্ট r বিল পৰী সুধ কৰাৰ প্ৰস্তাৱ পাছ কৰক সদনে।। বান পিৰিত ৰাইজক জু লা ই পৰা ডিচেম্বৰ মাহলৈ মুক্ত বিল ঘোষণা কৰক B. K . Songho Nagaon distrct
Ukhil gogoi _; gawrob gogoi duyaw majod ,ajon conggresor shib hobo lagibo_?
ওপৰৰ মাল পিয়াজ হাজৰিকা😂😂😂
Should be kept proper discussion in cabinate.
Jai hind sir this a good and stable very fine goverment jai shree ram
Cpiyus hajarika nakelay hab
2026 ahi ase monot rakhibo
Respected Mantry Mahmuda jetiya niki mortuary hakal Akhamot permanent bakhabhakh karise.kintu Mantry Mahudai koise j Akhamar student Delhi Punjab mattra education karane jai. Akhamar studente bakhabakh kariboloi jua noi . Ho hidina hoi jua ghataner uparat nimilaba buli anugrah karilu. Thank you.
Kajia nalagibo
Mamar niti shangbidan birudi
আমি বনধ কৰিম
We need not smart miter.
My electricity bill has been decreasedafter using the smart metre
Namoni khottom
4:58 Vidhansabha oddokkhyajon nirupekkho hobo lage aito Tu ajon moha soyton manuh Himontor kothamote sole. Birudi MLA bilakok pattai nidiye okol sasok pokkhor kothamote sole. Opposition MLA bilakor kothabilak gap diye.
Failure Sarkar.
Iits only indu. Muslim asembly not devolopment
Minister dangoria aponalokor ghrt dia smart meter borotkoi sadharan mnuhor ghrt dia mtr ake nohoy.
Uporormale ki kobooo bisarise
Fius or Kam ni.
Thik koise piyush sire ,akhil ki jane manuhar betha
আমাৰ আমাৰবিল বেছি আহিছে
Smart meter bondho hobo lage
General catagorir ki hobo. Qutq quta quta only for ST, SC . What is the wrong of general cast by birth as general catagory ?
Assamat Karu milnai
Kampur Raha road at Bagalajan kopilli diversion infront of buha namghor sinkin g at any moment.attention by govt and di need full action.
Akhil gogoi ki karise assamr karane.....
হিন্দু ৰ মাটি মুছলমান আৰু মুছলমানৰ মাটি হিন্দুয়ে কিনিবলৈ মূখ্য মন্ত্ৰী ৰ আদেশ ল'ব লগা আইন আমি ৰাইজে নামানো।সমুহ অসমবাসী ৰাইজক অনুৰোধ কৰছো এই মূখ্য মন্ত্ৰী ৰ কথা নুহুনিব ।এই মূখ্য মন্ত্ৰী অসমখনক শেষ কৰি দিব
Tea labour r 351/ Rs. ?
Pchuj.hajoreka.sar.iamart.mitara.dukhia manur.bhut.kosti.hoi.asa.bill.baai.hoi.
Smat metar bondo hobo laga
BJP hex
Asomor bidhyak hokole kiya opsr kotha kiya nuliyai.
Piyaj hazarika atiau podtyag kora nai kio
😊😊😊😊😊😊😊😊😊😮😮😮😢😢😢
Murko fijusr logout somoy kori lab nai
Sir. Aami. Daridra. Manuh. Aamak. Smar. Mitar. Nalage.. Sir. Mur. Aagate. Lite. Bill. Aasil. 180. Atiya. 480. Tka. Aahi. Thake
অসমৰ মাটি কোনে কাক বিক্ৰী কৰিব সেইটো মাটিৰ গৰাকীৰ নিজৰ কথা সেইটো ওপৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাৰ কাৰন কি?অসমখন মুখ্যমন্ত্ৰী নিজৰ সম্পত্তি বুলি ভাবিছেনেকি? যদি ভাবিছে তেন্তে ভুল কৰিছে কাৰন তেও সদায় মুখ্যমন্ত্ৰী হৈ নেথাকে।
Last year tulonat smart mitre prai double bill ahe.
nijar mati nije besib tat sarkara paramash luwa kia darkar ase aia ki aiyan banise mukhy sarkar hihaty raijar unty karib lage
Hamare yahan to electricity 11:46
Mla sokole bill di puwa naije,
Aikhan. Bedhan sava nahai garubajar
Minister ako bujia napa
Pijuj,tumi,Kun,hoi
MITAR 10 TA mAN LAGA
Assam power minister murdabad.
Azsam bahiarat Asamiyak bahiragat kay.Assamar manuhe anya raiyat mati kiniba najay.
😂 17:50
ফিওজৰ কামনা ই
হিন্দুৰ মাটি মুছলিম সম্প্ৰদায় ৰ। ওচৰত। বন্ধ।কৰিব লাগে আমি এই আইন।বিচাৰি আমাৰ গোৱালপাৰা ৰাভা সম্প্ৰদায়ৰ জমি মুসলিম মানুহে।কিনি জনজাতীয় লোককো ভিকৰী কৰি আছে
😊😊😊😊
😊😊😊😊
সন্মানীয় সদস্য সকলে সন্মান প্ৰদৰ্শন কৰি আলোচনা কৰা উচিত । অন্যথা লজ্জা লাগে ।
পিযুচে চালে বেৰে কোবাই চিঞৰি আছে।
আমীনূল ইছলাম ডাঙৰীয়াই এইখন দেশৰ নাগৰিকত্ব দিয়া বাবে সদনত বহিব পাৰিছে ইছলামী দেশ সমূহৰ হিন্দু ধৰ্মৰ লোক সকলে কিয় সাঙবিধানিক অধিকাৰ নাপায়
আমাৰ মানুহ বোৰে এইবোৰ বুজি নাপায়
।।অধ্যক্ষ মহোদয় আপুনি সংবিধানৰ নিয়ম নাই বুলি সকলোৱে বুজি পাইছে সন্মানীয় অধ্যক্ষ হৈ মলুৱা বান্দৰ হৈ নানা দিব।। সন্মানীয় অসমৰ অধক্ষৰ আসন খন কুলশিত নকৰিব অসম বুৰঞ্জীত তোমাৰ কেলা মাৰপোহা নাম লিখা থকিব।।
MlA সকল সংযমী হব লাগে, তেওলোক মাত্র
পাচঁ বছৰীয়া সেৱক, গতিকে future সুৰক্ষিত কৰি ৰাখিব লাগে
পিয়ুছ মন্ত্ৰী হৈয়েই আছে নে লাজ চিনি নাপাই নেকি সি।কেতিয়া পদত্যাগ কৰিব। পদত্যাগ কৰিম বুলি কেলেই কৈছিল ডাঙকোপ মাৰি কেলেই কৈছিল সি
পাগলে নকয় কি পইয়উছএ নকয় কি, গতিকে ৰাইজে জানে এও সঁচাৰ ওচৰ ও নআচআপএ পদত্যাগ বহুত দূৰৈৰ কথা
Manania debarbot mohudaya sir apuni bohut val kotha koice
Smart Miter ক লৈ সোনকালে আলোচনা কৰিব লাগে
অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়
অখিল গগৈৰ ৰাজনৈতিক জীৱনত সদন পৰিচালনাত যি ভূমিকা, সেইটো দেখিলে তেখেত যেন এজন অ দক্ষ বিধায়ক তাৰ ছবিখন ফুটি উঠে ।
ৰাইজে মিছা কথা কৈছে । পিযাজৰ মতে ।ৰাইজৰ কথা মানি লব লাগে । ন হলে ৰাইজে চৰকাৰক ৰঙা লাইট জলাই দিব ।
তহঁত কংগ্ৰেছৰ দিন বোৰ পাহৰা নাই দে! কি যে দিন আছিল সেইবোৰ। এতিয়া ৰ অসম আৰু ১০ বছৰ আগৰ অসম ৰ বহুত পাৰ্থক্য আছে। চৰকাৰী কৰ্মচাৰী ৰ দৰমহা নাই, ৰাস্তা ঘাটটো বাদেই দে। কেৱল মাথো নামনিত অবৈধ মিয়া বোৰক ভোটাৰ কাৰ্ড বোৰ দিয়াৰ বাহিৰে কি দাল কৰিছে। যিমান চাকৰী বিজেপি ১ বছৰত দিলে তহঁতৰ ৪০-৫০ বছ টো চাগে দিয়া নাই। আৰু বেছিভাগ টকা দিয়া চাকৰী। পঢ়ি শুনি যে চাকৰী পায় এয়া বিজেপি ৰ দিনত হে মানুহে বুজিব পৰিছে। আবেগিক অসমীয়া বোৰ অকণমান সংযম হোৱা ভাল । আজি আহোমৰ ঐতিহ্য চৰাইদেউ মৈদাম ক বিজেপি ৰ চৰকাৰৰ দিনত হে UNESCO World Heritage site ত নাম পঞ্জীয়ন কৰালে। প্ৰয়াত তৰুণ গগৈ ইমান বছৰ শাসন ত থাকি কিও কৰিব পৰা নাছিল? সত্ৰৰ মাটি বেদখল কাৰিক আজি কোনে উচ্ছেদ কৰিব সক্ষম হৈছে? কেৱল খিলঞ্জীয়া খিলঞ্জীয়া কৰি ৰজা হৈছে অখিল কাম একো ডাল কৰিব নোৱাৰে।
মুচলমানৰ মাটি সিন্দুৱে আৰু সিন্দু মানুহৰ মাটি মুচলমানে কিনিব নোৱাৰিব । কাৰণ গাহৰি খোৱা মাটি আৰু গৰু খোৱা মাটি😊
আৰে আমিনুল , কংগ্ৰেছৰ দিনত অসমৰ , মৰা নদী, মৰা নদীৰ চৰ, মৰা নদীৰ পাৰ , জীৱিত নদীৰ পাৰ , জীৱিত নদীৰ চৰ , মঠাউৰি, অসমৰ সকলো বিল , সৰবোৰ , জলাশয়ৰ পাৰ , বননীৰ ভুমি , সাধাৰন চৰকাৰী ভুমি, গো ৰিজাৰ্ভ , ৰাষ্টা ৰ ফুট পাত , পুৰণি ৰেলপথ, পুৰণি ৰাষ্টীয় ঘাইপথ বেদখল কৰি শেষ কৰিলি । আমাৰ হোজাসৰল মানুহ খিনিক তেল তুল মাৰি কিছুমান ভুমি কিনিও ললি । বৰ্তমান আমাৰ থলুৱাৰ হাতত যিখিনি ভুমি আছে তাকো চকু পৰিয়েই আছে নেকি ?
126 জন বিধায়কৰ ঘৰত Smart meter লগাই বিল পৰীক্ষা কিয় কৰিব লাগে ? শাসনে মুৰত ধৰিছে নে মূৰ্খৰ জ্ঞান দেখুৱাব বিচাৰিছে নেকি ? পিওজ হাজৰিকা , অসমৰ চৌদিশে হাজাৰ হাজাৰ জনসাধাৰণে Smart meter ৰ ডকাইতৰ বিল লৈ আজি ৰাজপথত । ইয়াতকৈ আৰু কি প্ৰমান লাগে । smart meter ৰ নামত কমিচন লৈ সাধাৰণ জনতাৰ টেটু চেপা কাৰ্য্য বন্ধ কৰক।
চামচাৰ টোক নিয়ন্ত্রণ কৰক। অধ্যক্ষ মহোদয়।
বি জে পিত অসভ্য নীলাজ কেইজন লগ লাগিছে
Tur jhara akhil val neki quation kore answer xuniba nore je miya geda i opte mat di thake nunu kata miya ty o ata nunu kata miya geda suda a
সদনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা সকলে বিৰোধী ৰাজনৈতিক নেতাসকলক কথা কওঁতে টুলোঙা মন্তব্য আগবঢ়াব নালাগে
Aminul islam jindabat AIUDF jindabat
👍
Smart meter বিল বেচি দেখুওৱাৰ লোৱাৰ সনদৰভদ তুলুঙা উত্তৰ দিছে।
সদনত এনে কাজিয়াহলে গাঁৱৰ অশিক্ষিত মহিলাই কাজিয়া কৰাৰ লগত তুলনা কৰিব পাৰি।
মাহটোত ২০০০টকা দিলো।য'ত নেকি আগতে ৫০০/৬০০ মাহত বিল হৈছিল।। পইচাৰ গছজোপাত পইচা সকলো সময়ে লাগি নাথাকে আমাৰ সাধাৰণ লোক সকলৰ ঘৰত🙏🙏ইমান গৰমত ফেন খন লগাই ল'ব নোৱাৰো। গাওঁৰ ঠাইত বনৰীয়া হাতীৰ তাণ্ডৱ তথাপিও extra কৈ বাহিৰত লাইট এটাও লগাব নোৱাৰো বিলৰ ভয়ত। তেন্তে ভাৱক কিমান ভাল অসুৱিধাৰ সন্মুখীন হ'ব লগা হৈছে।। আৰু আপোনালোকৰ ঘৰত দুটা কি তিনিটা মিটাৰ লগাই ললেও ক'ত কিমান বিল ক'ম বেছি হয় বুলিলে কোনে বিশ্বাস কৰিব তাতকৈ জনসাধাৰণক দিয়ক আমি নিজেই পৰীক্ষা কৰি ল'ম ক'ত কিমান বিল আহে। কিছুমান নিয়ম জনসাধাৰণৰ বিনা অনুমতিত জাপি দিয়ে আপোনালোকে।। যদি দুখীয়া ঘৰৰ পঢ়া শুনা কৰা ল'ৰা ছোৱাৰী ঘৰত পৰীক্ষা সময়ত লাইনটো কাটি দিয়ে তেন্তে ক'ত পাব তৎক্ষনাতে পইচা তেওঁলোকে।।
বিধান সভাত ইমান চিঞৰি কথা কলে জনসাধাৰনে কি ভাবে
Good news 👍
Smart meters should be removed. I paid mostly max 2500 per month but now it becomes 7000/_ per month.So smart mtrs should removed .
আজিৰ বিধানসভাৰ অধিবেশন খন এটা সংগঠনৰ অধিবেশনত কৈ নিম্ন মানৰ হৈছে। ভবিষ্যতে কি হয় তাৰ বাবে অপেক্ষা।
অসমত অসমীয়া ৰ /হিন্দু ৰ অধীকাৰ উপৰত কৰা অতাছ কৰা বিষয় টো আলোচনা হ'ব লাগে।
অখিল গগৈ ❤❤❤❤
আপোনালোকৰ ঘৰত কিয়? বাকী মানুহ বোৰে এনেই ক্ৰিয়াৰ বাখৰ কৰি আছে নেকি? আপোনালোকে মিটাৰ টো কম চলা কৰি লব নোৱাৰিব জানো।মানুহক ইমান বোৰবক নসজাব।
ইভিএম বন্ধ কৰিব লাগে
সদনত ভৰত নৰহ নিমাত কিয় অসম আন্দোলনৰ সময়ত উদন্ত ভাষন দি অসমৰ মানুহক উৎসাহিত কৰিছিল
পিউচ্ হাজৰিকা কি যুক্তি,অখিল দাদৰ ওচৰত।সদন আজি কালি কাজিয়া কৰা ঠাই।
স্মা্ৰ্ট ফোনত মন্ত্ৰীৰ কিবা personal মোনাফা আছে নেকি? দালালি পাব নাকি ? নহলে ইমান আগ্ৰহী কিয় ?
Smart meter বন্ধ কৰিব লাগে 🫵
এই বিলাক কৰি লাভ নাই এই বিলাক কথা বি জে পিয়ে নোহুনে
❤❤
YES
Mama jindabad
Good, Dangoria.
🎉🎉🎉
বি জে পিত নিলাজ পদতিয়াক কৰিম বুলি কোৰা কথা পাহৰি লে সদনত চিৰয়ি আছে লাজ নাই নেকি
হাজৰিকা
মাটি কিনিব নোৱাৰিব বুলি কলে নে কিনা বেচা হলে মুখ্যমন্ত্ৰীৰ অনুমোদন লাগে বুলি কৈছে হিন্দু মুছলিমৰ মাজত !
Cm r anumudon lagibo aru eyt axomiya muslim r bbe nhoi miya muslim r bbe ai2 niyam
Aibar BJP vot napai. Ami nideo.
অসমীয়াৰ জ্ঞান নথকা অধ্যক্ষ মহোদয়।
Bidhan savar Sadanat tupi sobha ndia. Mati khilongia he kinib parib. Inner line permit hb lage. UCC l💯 lagu korak.
A gogoi joy hok
আজিৰ নামনি অসম এসময়ত কোঁচ ৰাজবংশী সকলৰ কমতা পুৰ আছিল , কিন্তু শেষ , চৰকাৰ এ ইচ্ছা কৰিলে দিব পাৰিলে হয় , তেতিয়া কিন্তু মীয়া ই দশল কৰিব নোৱাৰিলে হয় 😭😭🙏🙏🙏
Smart miter kothatu thik koise
Dhanyabad
ইহতি নিজকে মুঢলিম বুলি ভাবে অসমীয়া বোলি নাভাবে কিয়নো তাৰ তুপিতোয়েই কই
1800 চনৰ ম্যাদি প ট্টা দাৰ বিলাকে হে কিনিব পাৰিব।।বাংলাদেশী বিলাকক সুবিধা দিব লগা একো নাই। বা।বাংলা দেশ ত হোৱা নাৰিকীয় ঘটনা সদনত মাত নুফুতে কিয়?. জু ন মাহৰ বিলৰ লগত সংগতি ৰাখি জুলাই আগষ্ট r বিল পৰী সুধ কৰাৰ প্ৰস্তাৱ পাছ কৰক সদনে।। বান পিৰিত ৰাইজক জু লা ই পৰা ডিচেম্বৰ মাহলৈ মুক্ত বিল ঘোষণা কৰক B. K . Songho Nagaon distrct
Ukhil gogoi _; gawrob gogoi duyaw majod ,ajon conggresor shib hobo lagibo_?
ওপৰৰ মাল পিয়াজ হাজৰিকা😂😂😂
Should be kept proper discussion in cabinate.
Jai hind sir this a good and stable very fine goverment jai shree ram
Cpiyus hajarika nakelay hab
2026 ahi ase monot rakhibo
Respected Mantry Mahmuda jetiya niki mortuary hakal Akhamot permanent bakhabhakh karise.kintu Mantry Mahudai koise j Akhamar student Delhi Punjab mattra education karane jai. Akhamar studente bakhabakh kariboloi jua noi . Ho hidina hoi jua ghataner uparat nimilaba buli anugrah karilu. Thank you.
Kajia nalagibo
Mamar niti shangbidan birudi
আমি বনধ কৰিম
We need not smart miter.
My electricity bill has been decreasedafter using the smart metre
Namoni khottom
4:58 Vidhansabha oddokkhyajon nirupekkho hobo lage aito Tu ajon moha soyton manuh Himontor kothamote sole. Birudi MLA bilakok pattai nidiye okol sasok pokkhor kothamote sole. Opposition MLA bilakor kothabilak gap diye.
Failure Sarkar.
Iits only indu. Muslim asembly not devolopment
Minister dangoria aponalokor ghrt dia smart meter borotkoi sadharan mnuhor ghrt dia mtr ake nohoy.
Uporormale ki kobooo bisarise
Fius or Kam ni.
Thik koise piyush sire ,akhil ki jane manuhar betha
আমাৰ
আমাৰবিল বেছি আহিছে