শিৱসাগৰত খিলঞ্জীয়া আৰু অনা-অসমীয়াৰ মাজত বিভাজন..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত'

Поделиться
HTML-код
  • Опубликовано: 27 окт 2024

Комментарии • 783

  • @dhanjitpathak5589
    @dhanjitpathak5589 2 месяца назад +151

    Good সুন্দৰ কথা এটাই বহিৰাগত অনা অসমীয়াৰ অতপালি বেছি হৈছে গতিকে যি কৰিছে ভালে হৈছে অকল শিৱসাগৰত কিয় গোটেই অসমতে এনেকুৱা হ'ব লাগে । এতিয়া পৰেশ বৰুৱা ডাঙৰীয়াৰ দৰকাৰ হৈছে অসমত আৰু পৰেশ বৰুৱা ডাঙৰীয়াই আলোচনা কৰাৰ বাবে যিখিনি কথা সদায় উপস্থাপন কৰি আহিছে সেই খিনি হৱ লাগে ।

    • @girindrakhataniar9555
      @girindrakhataniar9555 2 месяца назад +6

      চৰকাৰে বিষয় সমুহ হস্তগত কৰি সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্তৰে শান্তি ঘুৰাই আনক তাৰেই কামনা কৰিলোঁ ।

    • @PRANJALSARMA-s6d
      @PRANJALSARMA-s6d 2 месяца назад +2

      অসমীয়াৰ চিনাকি থাকিব লাগিবই। কিন্তু কাৰোবাক উচতনি দি নহয়। কাৰণ মিঞা যিমান দায়ী অনা অফমীয়াও একেই।
      সৎভাব, সমন্বয় অবিহনে অসমত আজিৰ সময়ত কোনো সমস্যাই সমাধান অসম্ভৱ।
      শিৱসাগৰৰ ৰাইজে অখিলক জয় কৰাই জাতিয়তাবাদ কৰিব বিচাৰিছে যদি আকাশত তৰা হিচাপ কৰাৰ দৰেহে হব।
      কাৰণ নিজস্ব চিন্তা আৰু ৰাইজৰ চিন্তা পাৰ্থক্য আছে

    • @crislinastatuschannel3397
      @crislinastatuschannel3397 2 месяца назад

      Bohut soo best khedi-khedi gotiyae uliyae dibo lage harami miyasob bohiragotsobok..

    • @RahulKhan-yr4yu
      @RahulKhan-yr4yu Месяц назад

      ​@@girindrakhataniar9555😢

  • @Manisha461
    @Manisha461 2 месяца назад +159

    ধন্যবাদ শিৱসাগৰবাসী ৰাইজ ।

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 2 месяца назад +21

    বহুত সুন্দৰ মন্তব্য উপস্থাপন কৰিলে গগৈ ডাঙৰীয়াই বহুত বহুত ধন্যবাদ জনালোঁ।

  • @jayantdeka9306
    @jayantdeka9306 2 месяца назад +100

    অসমীয়া ৰ দপদপনিৰ ভাল লাগিছে। সকলো অসমীয়া ওলাই আহিব লাগে।

  • @xyzzzzzzzzhhh
    @xyzzzzzzzzhhh 2 месяца назад +82

    অসমীয়া আজি মোৰ তুলি জীয়াই থাকিব পাৰিছে যদি শৃংখল চলিহা, চিতো বৰুৱা, বিকাশ অসম আৰু তেনেকুৱা কেইজনমান যুৱকৰ কাৰণে পাৰিছে। পুৰণা কথা নকওঁ। এনেকৈ উদাৰ মনোভাৱেৰে হিট তাপ নিয়ন্ত্ৰিত কোঠাত বহি হাজাৰ হাজাৰ অভিমত পাৰ হৈ গৈছে যিয়ে একো সমিধান দিব নোৱাৰে। নিজৰ জাতি নিজৰ মাটি নিজৰ ভাষা বচাবলৈ এইদৰে নৰমপন্থী উদাৰ মনোভাৱৰ প্ৰয়োজনীয়তা আজিৰ পৰা 50 বছৰ আগতেই শেষ হৈ গৈছে

  • @tarunchandranath
    @tarunchandranath 2 месяца назад +71

    বসন্ত গগৈ। ধন্যবাদ

  • @GCNath-ed7im
    @GCNath-ed7im 2 месяца назад +165

    খুব ভাল কথা,অসমত অনা অনা অসমীয়াৰ দপ দপনী ঠাণ্ডা কৰিবলে সদৌ অসমৰ মানুহেই জাগিব লাগে

    • @SurenSaikia-z8k
      @SurenSaikia-z8k 2 месяца назад +2

      Ll"

    • @GCNath-ed7im
      @GCNath-ed7im 2 месяца назад +1

      ধন্যবাদ

    • @GCNath-ed7im
      @GCNath-ed7im 2 месяца назад +1

      সমুহ ৰা ইজলৈ ধন্যবাদ থাকিল

    • @simpleknowledge3516
      @simpleknowledge3516 2 месяца назад +1

      @@GCNath-ed7im ।

    • @barounvlogs8301
      @barounvlogs8301 2 месяца назад +1

      ​Right Xakolo Ahilo lage Miya Katibo @@GCNath-ed7im

  • @sumanborah9605
    @sumanborah9605 2 месяца назад +34

    বসন্ত গগৈ ক ধন্যবাদ জনালো আপোনাৰ মন্তব্য ইতিবাচক জয়ী আই অসম

  • @nirmalpegu2841
    @nirmalpegu2841 2 месяца назад +32

    সুন্দৰ প্ৰদক্ষেপ শিবসাগৰ বাসী শুভেচ্ছা থাকিল ৷ লগত আমি আছো আপোনাৰ লোকৰ লগত ৷

  • @muzzkirhussain3104
    @muzzkirhussain3104 2 месяца назад +15

    পলম কৈ হ'লেও অসমীয়া ৰাইজ জাগ্ৰত হোৱাৰ বাবে ধন্যবাদ।

  • @janardanbora2803
    @janardanbora2803 2 месяца назад +142

    শিৱসাগৰ পৰা দেখাই দিয়া হল বহিৰাগতক জয় আই অসম 🎉🎉🎉

    • @krishnokachari7913
      @krishnokachari7913 2 месяца назад

      @@janardanbora2803 Kela ki dekhai diya hol....? Maksudu kela 2, 3 ta manok Kati dekhai dibo lagisil.... tetiya baki bilak Enew voyte polabo

    • @purnimamahilary1560
      @purnimamahilary1560 2 месяца назад

      P p. O. 😅 P . 😅 😅 . O o. 😅 O. 😅 P😅 P 😅 😊. O. O. P. 😅. P😅

    • @purnimamahilary1560
      @purnimamahilary1560 2 месяца назад

      P p. O. 😅 P . 😅 😅 . O o. 😅 O. 😅 P😅 P 😅 😊. O. O. P. 😅. P😅😅

  • @chenvlog1674
    @chenvlog1674 2 месяца назад +49

    অৰুণাচল, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত সকলোতে ভূমি অধিকাৰ আছে কিন্তু অসমৰ থলুৱাই কি পালে?

    • @m.g.4289
      @m.g.4289 2 месяца назад +1

      বাহিয়া লোকৰ গতা, কেটেয়া মাত আদি লাভ কৰিছে.

    • @kushalkalita7921
      @kushalkalita7921 2 месяца назад +1

      এইটো মেইন কথা কৈছে তুমি inner line permit jadi আগতে ব্যৱস্থা থকা হলে এনেকুৱা একোঁ নহল হলে,আমাৰ ইআট মালিকী চৰ্ত নাপালে হলে,

    • @BogaBasumatary-uk3cg
      @BogaBasumatary-uk3cg 2 месяца назад

      Good

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 месяца назад +24

    সঙগামী জনগণলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোক সঙগামী জনগণলৈ আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।এই আন্দোলনলৈ আমাৰ নৈতিক সমৰ্থন আগবঢ়াইছো।

  • @Moni88-k2n
    @Moni88-k2n 2 месяца назад +19

    বসন্ত গগৈ ধন্যবাদ ইমান সুন্দৰ কৈ কথা বোৰ আগবঢ়োৱা বাবে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bhaskarboruah1946
    @bhaskarboruah1946 2 месяца назад +25

    জয়‌ আই অসম,❤জয় শিৱসাগৰ,,,❤ ✊✊

  • @surendrasurendra6163
    @surendrasurendra6163 2 месяца назад +8

    বসন্ত গগৈ ডাঙৰীয়াই খুউব সুন্দৰ ভাৱে আমাৰ খিলঞ্জীয়া ভুমি পুত্ৰ সকলৰ মনৰ ভাববো প্ৰকাশ কৰাৰ বাবে তেখেতক ধন্যবাদ জনালোঁ। আৰু লগতে
    তেখেতক আমাৰ খিলঞ্জীয়া ভুমি পুত্ৰ সকলৰ অচতিষ্ঠ ৰক্ষাৰ যুঁজখন শিৱসাগৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমতে বিয়পাই দিবলৈ কাতৰ অনুৰোধ জনালোঁ।জয় আই অসম।

  • @বিমানকুমাৰনাথ
    @বিমানকুমাৰনাথ 2 месяца назад +31

    গোটেইকেইজন পেনেলিষ্টলৈ আমাৰ প্ৰণাম আৰু গভীৰ শ্ৰদ্ধা আছে। অসমীয়াত্বৰ জ্যোতি কিতাপখনত বৰ সুন্দৰকৈ ময়ূৰ বৰা ডাঙৰীয়াই কথাবোৰ লিখিছে।

  • @Sunitkrsaikia
    @Sunitkrsaikia 2 месяца назад +69

    সকলো অসমীয়া একগোট সবৰ হল ।জোৰপুৰি হাত পালেহি ।

  • @priyankuchetiapator2756
    @priyankuchetiapator2756 2 месяца назад +18

    সুন্দৰ উপস্থাপন বসন্ত গগৈ ডাঙৰীয়া । জয় আই অসম ❤

  • @user-tm2rf2ii9d
    @user-tm2rf2ii9d 2 месяца назад +38

    এই শ্যাম কানু বুলাটোক নামাতিব....এক নম্বৰ sutmaroni হয় ককাই ভাই গিতা

  • @gogoi4250
    @gogoi4250 2 месяца назад +32

    অসমীয়া মানুহে নিজৰ সহানুভূতি আগবঢ়াই বহিৰাগত মানুহক ঠাই দিছিল। তাৰোপৰি সেই বহিৰাগত মানুহ খিনিৰ হে উৎপাত বাঢ়িল। যিমান উৎপাত কৰিব লগা আছিল কৰিলে আৰু নহব এতিয়াৰে পৰা যিমান উৎপাত, অভদ্ৰ আৰু দাদাগিৰি দেখাব তেতিয়াই কানৰ তলত এছৰ পৰিব কাৰণ অসম আৰু অসমীয়াৰ ওপৰত কোনো বহিৰাগত মুছলমান, মাৰোৱাৰী, বেংগুলি আদি সম্প্ৰদায়ৰ ব্যৱসায়ীৰ গুণ্ডামি নচলিব। জয় আই অসম ❤।

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u 2 месяца назад +12

    অসমত অনা অসমীয়া দাদাগীৰী নচলিব ,,অকল শিৱসাগৰ তে নহয় সকলো জিলাতে এনেকুৱা হব লাগিব,,জয় আই অসম

  • @bakulboruah2026
    @bakulboruah2026 2 месяца назад +113

    অসম কেৱল খিলঞ্জীয়া অসমীয়াৰ বাবে।ইয়াত কোনোবা গুজৰাট,ৰাজস্থানৰ পৰা অহা মাৰোৱাড়ী,বিহাৰৰ পৰা অহা বিহাৰী, পশ্চিম বংগৰ পৰা অহা বঙালীয়ে উৎপাত কৰিলে,আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিলে প্ৰতিটো অনা-অসমীয়াক অসমৰ পৰা আঁঠু কঢ়াই কাণত ধৰাই অসমৰ পৰা বাহিৰ কৰি দিয়া হব।

    • @dkdk5486
      @dkdk5486 2 месяца назад +5

      Also bangladeshi

    • @xyzzzzzzzzhhh
      @xyzzzzzzzzhhh 2 месяца назад

      right

    • @HarenChetia-fg2sw
      @HarenChetia-fg2sw 2 месяца назад +5

      অসমত অনা-অসমীই ও অসমীয়া ভাষা কবলাগে, দলত পূজাৰী অসমীয়া মানুহ হব লাগে

    • @rupkamalnath2275
      @rupkamalnath2275 2 месяца назад

      😊oo😊

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 месяца назад

      একদম ঠিক কথা কেলা 😡

  • @DibakarJAB
    @DibakarJAB 2 месяца назад +28

    অকল শিৱসাগৰ নহয়,, সকলো ঠাইতে অনা অসমীযাক মাটি বিক্ৰী বন্ধ হোৱা উচিত।।

  • @SureshgogoiSureshgogoi
    @SureshgogoiSureshgogoi 2 месяца назад +13

    অসমত মাৰোৱাৰী পট্ৰী শব্দ শাৰী কাটি "জ্যোতিপ্ৰসাদ আগৱলা "পথ কৰক

    • @bhaviks5213
      @bhaviks5213 2 месяца назад

      Dhui, agarwala axomiya niki

  • @bhaylinasaikia5940
    @bhaylinasaikia5940 2 месяца назад +3

    খুউব সুন্দৰ হৈছে অনুষ্ঠানটি।

  • @mintusarmah1271
    @mintusarmah1271 2 месяца назад +18

    Good Job Joi আই অসম

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 2 месяца назад +7

    সকলো শিৱসাগৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ ❤️✊

  • @nirensonowal3100
    @nirensonowal3100 2 месяца назад +31

    এইটো শ্যাম কানুক এইবোৰ জাতীয়তা বাদীৰ কাৰ্যসূচী নমতাই ভাল ৷

  • @sarbanandamili1833
    @sarbanandamili1833 2 месяца назад +20

    যাক যাক যাক অসমীয়া যাক সকলোৱে ওলাই আহক । জয় আই অসম

  • @m3official209
    @m3official209 2 месяца назад

    ধন্যবাদ শিৱসাগৰবাসী। Plz well come Paresh Baruah sir...plz .. এতিয়া আপোনাক প্ৰয়োজন হৈছে।

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 2 месяца назад +14

    ধন্যবাদ শিৱসাগৰ ৰাইজৰ প্ৰতিবাদ,

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 месяца назад +51

    আক্ৰমন কৰিলে প্ৰত্যক্ৰমন কৰা কথা আছিল কৰিছে প্ৰতিবাদ। বাহিৰৰ মানুহে দেখুৱাইছে সাহস। আমি ব্যস্ত মত অভিমতত।।

    • @assamfirebase6892
      @assamfirebase6892 2 месяца назад +7

      অসমৰ মুখ্যমন্ত্ৰী ৰ পলিটিক্স এইবোৰ।

    • @krishnokachari7913
      @krishnokachari7913 2 месяца назад +3

      ​@@assamfirebase6892Lewra Montri kela 😅😅😅

    • @tapankumarvlogs9570
      @tapankumarvlogs9570 2 месяца назад +5

      অনা অসমীয়াই আইন হাতত তুলি ললে শাস্তি নহয় কিন্তু অসমীয়াই আইন হাতত তুলি ললে জেল যাব লাগে। কথা হল আইন খন কেৱল অসমীয়াৰ বাবে নেকি?

    • @tamjidahmed5119
      @tamjidahmed5119 2 месяца назад

      অনুমান হয় অসমৰ অসমীয়াৰ ওপৰত ভেল্কিবাজী মেজিক চলি আছে। অবাতে পৰিচালিত হৈ থকা যেন লাগে। ভূপেন হাজৰিকাদেৱে গাই যোৱা "আমি অসমীয়া নহওঁ দুখীয়া" গীতটো ক্ৰমে উপদেশ হৈ পৰিছে।

    • @tamjidahmed5119
      @tamjidahmed5119 2 месяца назад

      ​@@assamfirebase6892 সত্য

  • @Deepb97
    @Deepb97 2 месяца назад +15

    অসমতে অসমীয়াক প্ৰহাৰ কৰিব, আৰু অসমীয়াই মত-অভিমত পাতি থাকিব!😅

  • @nakulbanikya6653
    @nakulbanikya6653 2 месяца назад +1

    খুব ভাল বিষয
    আলোচনা হ'ল।অসমীয়াই শিক্ষা ল
    ওখ।

  • @ratikantamili.5442
    @ratikantamili.5442 2 месяца назад +6

    Ajir nisina alusona hobo....lage bohut bhal lagile Nitu....da.....Jai I Ahom.❤❤

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 2 месяца назад

      হয়, আজিৰ আলোচনা গঠনমূলক হৈছে। ভাল লাগিল।

  • @deepjutideka969
    @deepjutideka969 2 месяца назад

    ভাল সিদ্বান্ত❤

  • @deepakdarabdhara8345
    @deepakdarabdhara8345 2 месяца назад +1

    Basanta Gogoi thanks for ur thinking,not only in Sivasagar but also in whole Assam the land of local people gradually goes to the hand of outsider of Assam.

  • @IsfaVlogs
    @IsfaVlogs 2 месяца назад +6

    সুন্দৰ পদক্ষেপ লৈছে দাদা।

  • @LilambarBhatta
    @LilambarBhatta 2 месяца назад +18

    Singkhol soliha good coment

  • @mriduphukan5210
    @mriduphukan5210 2 месяца назад +1

    Diplomatic answer by shyam kanu mahanta.. clever man

  • @kushalkalita7921
    @kushalkalita7921 2 месяца назад +8

    অসমীয়াৰ আবেগ ধান খেৰৰ জুই, এই জুই ভাষা আন্দোলনত জলিছিল ,এই জুই অসম আন্দোলনত সময়ত জলিছিল ,কা সময়ত জলিছিল কিন্তু কি পালো আমি অসমীয়াই ,মাত্ৰ এখন ইনাৰ লাইন পাৰ্মিত আমি নাপালোঁ কিন্তু উততৰপূৰ্বাঞ্চলৰ সকলো ৰাজ্য পালে,কেইডিন মন যোৱা পাছত চিনখল চালিহাক কিবা এটা কাৰণত জেলত সুমুৱাই থব

  • @papurecipeandtravel2410
    @papurecipeandtravel2410 2 месяца назад +22

    কোনো বা যদি বি জে পি অসমীয়া মানুহে চায় আছে মোক উত্তৰ এটা দিয়ক ,মামাই কিয় ঘটনাৰ বিষয়ে একো মাত মতা নাই

    • @dipankardasdk7808
      @dipankardasdk7808 2 месяца назад

      Karon sarkar or daityo hoise sobok ai hontusto kora...

    • @krishnokachari7913
      @krishnokachari7913 2 месяца назад

      ​@@dipankardasdk7808Ghenta dal kela 😅😅😅

    • @bitopandas879
      @bitopandas879 2 месяца назад +2

      Axom r bahirot oo bohut student ru family ase

    • @nipulsarma8888
      @nipulsarma8888 2 месяца назад

      ​@@bitopandas879axomor bahorot thoka manuh khunie kaku mar pit kora nai ...

    • @NitumoniBorah123
      @NitumoniBorah123 2 месяца назад

      ​@@bitopandas879tarpasot ki hol

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 месяца назад +5

    এই বাৰ আৰু কোনো ক্ষমা নাই দয়া নাই গোটেই অসম জাগক‌ আৰু বহিৰাগত বদমাছ বিলাকক আজিৰ পৰাই খেদা আৰাম্ভ কৰক।কৰিম বা মৰিম বুলি প্ৰতিজ্ঞা কৰক।কৰিম নকৰিব বুলি ভাবি থাকি কোনো লাভ নাই। মৃত্যু লৈ ভয়‌খাই কোনো লাভ নাই ‌এদিনটো মৃত্যু বৰন কৰিবলৈ লাগিব। মৃত্যুও টো এটা শিল্প।জয় আই অসম।

  • @JitenBorah-g7f
    @JitenBorah-g7f 2 месяца назад +10

    ধন্যবাদ ময়ুৰ দা,আপোনাৰ নিচিনা মনস্তাত্বিক চিন্তাৰ ব্যক্তিসকলৰ জৰিয়তে
    6 নং দফা কাৰ্যকৰি কৰি চৰকাৰে অসমীয়া জাতিক সুৰক্ষিত কৰাত গুৰুত্ব
    দিয়ক।

  • @UnwindPhysicsWithNamashya
    @UnwindPhysicsWithNamashya 2 месяца назад +5

    Huge respect, Boxonto Gogoi Dangoriya !

  • @debenborah2905
    @debenborah2905 2 месяца назад

    ধন্যবাদ, অনুষ্ঠানটো চাই ভাল লাগিল ❤🙏

  • @Moni88-k2n
    @Moni88-k2n 2 месяца назад +1

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @DilipkumarDas-n9l
    @DilipkumarDas-n9l 2 месяца назад

    ধন্যবাদ শিৱসাগৰ বাসীৰ বিচনাথ

  • @golakvai662
    @golakvai662 2 месяца назад +1

    জই আই অসম ,বিহাৰী মাৰোৱাৰী ৰাজত্ব নচলিব সকলো অসমীয়া ওলাই আহিব লগে

  • @বিমানকুমাৰনাথ
    @বিমানকুমাৰনাথ 2 месяца назад +15

    গোটেইবোৰ অৰ্থনীতি। থলগিৰিয়ে সৰুৰ পৰা ডাঙৰ সকলো কামতে মনোনিৱেশ কৰিব লাগিব, তেতিয়া মাটিও বিক্ৰী নকৰে। থলগিৰিয়ে তামোল কটা হোটেলত ভাত বনোৱাক টেট শিক্ষক শিক্ষয়িত্ৰীৰ সমানে সন্মান কৰিব লাগিব। কৰ্মক সন্মান নকৰা এটা স্বভাৱ থলগিৰিৰ নাই বুলি নুই কৰিব নোৱাৰি। কেৱল হোটেল ধাবাই অৰ্থনীতি টনকিয়াল নকৰে উদ্যোগ গঢ়িব লাগিব থলগিৰিয়ে। টকা নথকাখিনিৰ নাই, থকাসোপাও চৰকাৰী চতুৰ্থ বৰ্গ বুলি মাটিকে একামোৰ খোৱা মানসিকতা ত্যাগ কৰক।

  • @joker-l4y2b
    @joker-l4y2b 2 месяца назад

    Ekdom right 👍

  • @SushilaDuarah
    @SushilaDuarah 2 месяца назад

    ধৈৰ্য বৰ দৰকাৰ। আমিও দলে বলে ওলাম ওলাম। কিন্তু চৰকাৰে বিবেচনা কৰিব লাগে।

  • @debmk7449
    @debmk7449 2 месяца назад +7

    ভাল কথা কৈছে সকলোৱে।দুই তিনিতা মাৱাৰি কাৰনে সকলো বদনাম হৈছে।

  • @dilipchdeka6812
    @dilipchdeka6812 2 месяца назад +1

    অসমৰ উন্নতিৰ বাবে এনে আলোচনা দৰকাৰ। অসমীয়াৰ সৰলতাক বিদেশীয়ে দুৰ্বলতা বুলি ধৰি লৈ আগবাঢ়ে । অসম কেতিয়াও বিদেশী মুক্ত নহয় একমাত্ৰ আসমীয়া সুবিধাবাদী ৰাজ নীতিকৰ বাবে। অসমত অসমীয়া সুৰক্ষিত হ'বই লাগিব শাসনত যিয়েই নাথাকক । জয় আই অসম । 🙏🙏🙏

  • @jd1963
    @jd1963 2 месяца назад

    Thanks sibsagar bashi rise

  • @bijubarman1299
    @bijubarman1299 2 месяца назад

    ভাল লাগিল

  • @abhijitbarman8059
    @abhijitbarman8059 2 месяца назад

    Great initiative

  • @MakhanChetia-ye8lj
    @MakhanChetia-ye8lj 2 месяца назад +2

    ভাল লাগিলে, জয় আই অসম✊

  • @theviralmadevideostvm5062
    @theviralmadevideostvm5062 2 месяца назад +3

    Basanta Gogoi hundor 👏👏

  • @RAHUL1975AMIN
    @RAHUL1975AMIN 2 месяца назад +2

    Great Step

  • @monjuridutta5528
    @monjuridutta5528 2 месяца назад +1

    Right

  • @RomenboraRbora
    @RomenboraRbora 2 месяца назад

    Thank you disu apunaluk lagok val poribakh loisa

  • @DipuHazarika-yk4rz
    @DipuHazarika-yk4rz 2 месяца назад +1

    Welcome to sibshagar

  • @dkvlogs0145
    @dkvlogs0145 2 месяца назад

    অতি সুন্দৰ বাৰ্তা

  • @bhabanigogoi3278
    @bhabanigogoi3278 2 месяца назад +1

    Very.good

  • @nilutpaldas8659
    @nilutpaldas8659 2 месяца назад +1

    সুন্দৰ পদক্ষেপ, জয় আই অসম

  • @rafizahyder2870
    @rafizahyder2870 2 месяца назад

    Welll said

  • @azaharahmed8663
    @azaharahmed8663 2 месяца назад +2

    Good dada❤❤❤❤

  • @PrahladDas-e6h
    @PrahladDas-e6h 2 месяца назад +2

    Joi I akhom❤❤❤

  • @Hjng4665-c2o
    @Hjng4665-c2o 2 месяца назад

    Full support ❤❤

  • @theassameseboy3086
    @theassameseboy3086 2 месяца назад

    বসন্ত গগৈ ❤

  • @sri6989
    @sri6989 2 месяца назад +7

    ভাৰতৰ লগত থকাৰ পৰিণতি

  • @prabinsutradhar5692
    @prabinsutradhar5692 2 месяца назад

    জয় শিব সাগ ৰ খিলঞ্জীয়া ৰাইজৰ!

  • @kushallx8474
    @kushallx8474 2 месяца назад

    জয় আই অসম ❤❤❤❤❤

  • @uttamsonowal1656
    @uttamsonowal1656 2 месяца назад

    Bhakhonto da right kotha koise hosa kotha

  • @dudumoni5596
    @dudumoni5596 2 месяца назад

    শিৱসাগৰ ৰাইজ একমত ,ভাল লাগে

  • @sankuhazarika221
    @sankuhazarika221 2 месяца назад +9

    এই মহন্তটোক কিয় মাতে মানে এইবোৰ ভাল অনুষ্ঠানত।
    ই অনা অসমীয়াক তেল মাৰিয়েই চলি আছে।
    ই ৰাইজৰ আগত বেলেগ এটা কয় আৰু ভিতৰি বেলেগ এটা ৰূপ লৈ থাকে।

  • @7gc970
    @7gc970 2 месяца назад +24

    বৰপেটাৰ মিঞাৰ মোছলীম সকলে খিলঞ্জীয়াৰ উপৰত আক্ৰমণ কৰিলে সেই
    খিলঞ্জীয়াৰে মাৰ খাই চুপ হৈ আছে । এনেকৈই এফালৰ পৰা খিলঞ্জীয়াৰ শেষ হৈ জাব । খিলঞ্জীয়াৰ একগোট হৈ থিয় হোৱাৰ সময় হল ।শিৱসাগৰ ৰাইজৰ লগত আমি খিলঞ্জীয়াৰ ৰাইজ সদাই আছো ।

    • @spiritualiq-n8g
      @spiritualiq-n8g 2 месяца назад

      Asomr budhijibi hokol American deep state r usorot bikri hoise, Hindu birodhi kam Kori ase,

    • @izazulhoque5625
      @izazulhoque5625 2 месяца назад

      Be positive

    • @s.k.mastermix..445
      @s.k.mastermix..445 2 месяца назад

      Gedabur dadagiri bahise...

    • @latifali9650
      @latifali9650 2 месяца назад +1

      @@s.k.mastermix..445geda bur 2 r pora 5 khon district r fosi ase.... Gedak hohoje khada jabo ....kintu maruyari bihari k khediya iman easy nohoi

    • @7gc970
      @7gc970 2 месяца назад

      @@izazulhoque5625 thanks .

  • @rajibsaikia5415
    @rajibsaikia5415 Месяц назад

    Good কথ।

  • @NNG-SINGER
    @NNG-SINGER 2 месяца назад

    আলোচনা ভাল লাগিল ।

  • @NizamUddin-cq3xz
    @NizamUddin-cq3xz 2 месяца назад +3

    গগৈ দা ধন্য বাদ

  • @salimhussain4907
    @salimhussain4907 2 месяца назад +4

    জয় আই অসম

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc 2 месяца назад +1

    ধন্যবাদ বসন্ত, শৃংখল জাতি ৰক্ষাত আমিসকলোও এক, অকল ক্ষ মাই নহয় চুক্তি হব লাগিব

  • @arunbharali
    @arunbharali 2 месяца назад

    এই দপদপনি সদায়েই থকা উচিত জয় আই অসম

  • @MonjitgogiiKrishan
    @MonjitgogiiKrishan 2 месяца назад +2

    সুন্দৰ বসন্ত গগৈ ডাঙৰীয়া। জয় আই অসম❤❤

  • @abdulhyemiah6791
    @abdulhyemiah6791 2 месяца назад

    Thanks

  • @kcpinformationcentre1570
    @kcpinformationcentre1570 2 месяца назад

    We support 100%

  • @pranabjyotiboruah1008
    @pranabjyotiboruah1008 2 месяца назад

    Right dada

  • @momirajkhowa3884
    @momirajkhowa3884 2 месяца назад

    ধন্যবাদ,, সকলো শিৱসাগৰ বাসীক ধন্যবাদ জনালো

  • @Prabahan-n6o
    @Prabahan-n6o 2 месяца назад

    Dhanyabad sivsagor baxi raij ami xakolu axomiya manuh akgut hobor hol

  • @mdvofficial9815
    @mdvofficial9815 2 месяца назад +5

    তিনিচুকীয়া অতি সোনকালে লাগে

    • @NNG-SINGER
      @NNG-SINGER 2 месяца назад

      হয় ভাই ।তিনিচুকীয়া ভয়ঙ্কৰ ।

  • @durlovkoch7362
    @durlovkoch7362 2 месяца назад +2

    Good job

  • @ajitkumardas8620
    @ajitkumardas8620 2 месяца назад

    It is high time to empower the local youth organisations and take suitable action.

  • @debojyotihazarika81
    @debojyotihazarika81 2 месяца назад

    আন্তৰিক ওলগ যাচিলো। আপোনাৰলোকৰ লগত আমি ও আছো ।

  • @anamenable5180
    @anamenable5180 2 месяца назад

    Very good

  • @jintugogoi8049
    @jintugogoi8049 2 месяца назад

    Joi ai axom shinkal da... Baalor kela kunu baherogata kotha nuhunu kela.. Apunar kotha huni bohut val lagil gogoi da

  • @abdulmotalebchoudhury1106
    @abdulmotalebchoudhury1106 2 месяца назад

    সমূহ জাতীয় সংগ্ৰামী বীৰ বিৰংগণা লৈ, বিনম্ৰ আহ্বান জনাইছোঁ, শকুনী মামাৰ পৰা সতৰ্ক থাকিব যেন, বিষ বাষ্প ছটিয়াই, অশান্ত সৃষ্টি কৰিব নোৱাৰে। ধন্যবাদ, "তৰিলে দেশ মৰিলে স্বৰ্গ" জয় আই অসম।

    • @abdulmotalebchoudhury1106
      @abdulmotalebchoudhury1106 2 месяца назад

      আপোনাৰ প্ৰশ্ন পদক বক্তব্যৰ, কিহৰ বলেৰে?? উত্তৰ -ডবল ইঞ্জিন, আৰু নাগপুৰত পেঁপা বাজিছে, অসমত এওঁ লোক নাচিছে,

  • @janakjanakkalita1696
    @janakjanakkalita1696 2 месяца назад +3

    Srikhal da good stepp

  • @dudumoni5596
    @dudumoni5596 2 месяца назад

    মই চৰকাৰক কৈছো,ৰাজস্থানত এনেকৈ কৰি চাওক, সকলোৱে অসমত কিয় ইমান সুবিধা পাই