খাৰ খোৱা অসমীয়াই আজিলৈকে ৪০ বছৰ আলোচনা কৰি সময় নষ্ট কৰিলে আৰু ৪০ বছৰ আলোচনা কৰি সময় পাৰ কৰা বাদে একো নহব। ৰাজনৈতিক নেতা বিলাকে একো গুরুত্ব দিয়া আজিলৈকে দেখা নগল।কেৱল ৰাজনীতি কৰি থাকিব সমস্যা সমাধান হোৱাতো নিবিচাৰে লাগিলে অসমখন ভাগ ভাগ হৈ গৈ থাকক।
বৰা ডাঙৰীয়াক কৈছো যদি সমস্যা সমাধান হয় তেন্তে ৰাজনীতি তো নহয নষ্ট নিতী কিহেৰে কৰিব। আৰু সেই বৰ অসম আছেনে ? কিমান ভাগ হল । ভাগ হৈ নাম পালে সাত ভনী মানে seven sister. আৰু কিমান যে ছিষ্টাৰ জন্ম পাব ? কবলৈকে বেয়াও লাগে। ইত্যাদি ...
@@SageetaRabhathik ase manisu baru Miya xokolor 1951 or documents ny kintu sorkar a nije kora NRC t dekhun prai 6 lakh hindu Bangladeshi r naam baad porisil teulukor sun 1971 or a documents ny 51 bad ai diyok teu lukor kotha kio nokoi apunaluke okol Miya khini r logot lagi ase je Mane bidexi hindu hole tar aku approval nalage kintu muslim hole kihor iman prove ...sorkar or dore apunalukor dore kisuman a bidexi r majok u hindi muslim hisape bhag kore .....aikhon sacular country hoi xokolie xorute porise ..pahori najabo
Kukur r puwali Barak t original inhabitants Hindu Bengali bor . Kela chinar pora ahi khilonjia giri sudai asa Ahon rajya kiman dangor asil akbar sai lobi sudurvai . Barak t jadi Bengali Hindu khilonjia nohoi Varotat axomiya keneke khilonjia ??????
আৰু মহাশয় পাকিস্তান, আফগানিস্তান বাংলাদেশ আৰু নেপালৰ পৰা অহা সকলৰ কথা নকলেই দেখোন ন সেই সকল নাগৰিক খিলঞ্জীয়াৰ লিষ্টপৃষ্ঠাত সন্নিবিষ্ট কৰা হল চাগে 😂😂😂 জয় আই অসম
@@bolinkhataniar5821 যিয়ে নহওঁক অসমীয়া ভাষা ৰ উৎপত্তি কামৰূপী ভাষা আৰু আপুনি যিটো কথা কৈছে আধুনিক অসমীয়া ভাষা উজনিৰ ভাষা বুলি সেইটো শুদ্ধ নহয়। আধুনিক অসমীয়া ভাষা টো শিৱসাগৰ ৰ ভাষা। সমগ্ৰ উজনিৰ নহয়। যিকোনো ভাষা ঠাই আৰু সময় লৈ সলনি হৈ থাকে। উদাহৰণ স্বৰূপে ইংৰাজী ভাষাটোক চাওক। ইংলেণ্ডৰ ইংৰাজী ভাষাৰ লগত আমেৰিকাৰ ইংৰাজী একে নহয়, ভাৰতৰ ইংৰাজীৰ উচ্চাৰণ ফ্ৰান্সৰ ইংৰাজী লগত একে নহয় ইত্যাদি। কিন্তু ইংৰাজী ভাষাৰ মূল এটাই। বেংগলী ভাষাটো চাওক কলকাতাৰ বেংগলী আৰু বাংলাদেশৰ বেংগলী ভাষা বেলেগ কিন্তু ভাষাৰ মূল ৰূপ আৰু লিখিত ভাষা একেটাই।সকলো ভাষাই ঠাই আৰু সময় লৈ সলনি হৈ থাকে।
একো নুকোৱা মানে বেলেগ জাতিক মূৰ্খ বলি না ভাবিব। ইয়াৰ দ্বাৰা মই এটা কথা কব খুজিছোঁ যে আমি অসমৰ বঙালী নহয় কিন্তু আমি হলো অসমৰ অসমীয়া বঙালী। আৰু এটা কথা অসমীয় মানুহৰ এই বোৰ ঘটনাৰ কৰণেই ইমান ডাঙৰ অসম টো আজি ইমান টোক হয়গল। এতিয়া ইয়াত কৈ ও সৰু বনাব গৈ আছে।👏👏👏 মোৰ এনে লাগি আছে যে এটা সময়ত আপোনালোকে এঘৰীয়া হৈ নাযায় তো 🤔🤔🤔🤔🤔
বাৰো হল অসমৰ আদিবাসী। অসমীয়া কোন, অসমিয় যদি আদিবাসী হয় তেন্তে মিয়া, বঙালী, মাৱাৰি, বিহাৰী, ইত্যাদি। আমাৰ তেজে তেজে অসম লিখা আছে। আমিও শংকৰ দেৱৰ শিষ্য হও। মই আদিবাসী বুলিলে বৰু মানুহক চিনি পাও, History of Boru. এই কাৰনে বৰু যে অসমিয়া ভাষা আপোন কৰি নলয়। কিন্তু আমি লও।
NRC aani bohiragoto kitak... 1951 pora eyr jonohadharon koi prof kori dile... Agot pora thoka khelonjiya hokolor tat ki lav hl.. Bohiragoto khinir he lav hl..
We , all Assamese people can bear all types of religions and com, but we couldn't bear seperation Assam origin, it is our challenge, a house owner never accept his guest's rudeness
Assamiyai Andulon kori thakibo Maruwari Bangoli Bihari adi ana Assamiyai Town bur Highway side bilakot bohi lole Hei bur Assamiyai kunuba adin lobo paribone.Assam or bahirar kunuba ata state or Town aru highway kakhat Assamiyai bohibo paribone
অসমৰ হিন্দু বিহাৰী আৰু বঙালী মানুহ বহুত পুৰণা হয় কিন্তু বাংলা ভাষাৰ মুছলমান বেছিদিন হোৱা নাই অসমত অহাটো ❤কিতাপত moi পাইছো😊😊❤
Borak valleyir khilonjia hindu Ba musolman luke Asomia nokoi?
অলপ ভালকৈ কিতাপ পঢ়িলে গম পাবি NRC খচৰাত কিমান শতাংশ মিয়া বাংলাদেশী আৰু কিমান শতাংশ হিন্দু বাংলাদেশী আছে।।
Toi kon kitabot paiso
Toi bongali hoi
@@raghunathbiswas2962 hindu bihari, bengali kimn purona hoi?
১৯৫১ চনৰ পিছৰ ভাৰতীয় মানুহ খিনি অসমীয়া নহয়। কিন্তু বিদেশী নেপালী খিনি অসমীয়া হৈ থাকিব পাৰে? এইটো কিহৰ আলোচনা?
Voi kihar iman.... 1951 agat jodi aha hoixa.... Voi krib loga aku ni nhy... Bandhu...
মহাসয় বুৰঞ্জী ছাব নেপালীৰ অবদান কি
Nepali go back 😂😂😂😂😂Nepali is not assames...
@@GAJENDRARAI-h3d klaa sikkim nepalor pora ahi Assam t bhut nepali mnuh bakhobakh kori ase . Hihotok sorkare aku kora nai kintu .
Oi kela Miya aamar aabadan gampuwa nai neki kela aada Kota Miya sala Tai 1951sanar voters ase ne Bangladeshi voi khaisa neki
ইছলাম অসমৰ ধৰ্ম নহয় ,ইছলাম আৰবৰ ধৰ্ম হয় |কথাখিনি স্পষ্ট হলে ভাল হয় |বৈষ্ণৱ ধৰ্মক আৰবত আমাৰ বুলি কেতিয়াও নকয় |
Manuhar darmar thakey. .konu rastra. Ba .state r darmar.nathakey...... assamar bibinna jati jannagosti .aru bibinna darmar manuh asey .. ..
Right
Atia hura hure bhumiputrabur Christian hoi ase....
@@Anamekabora ইছলাম ধৰ্ম অসমৰ নহয়, কিন্তু 1826 চনৰ আগৰ আগৰ মুচলমান মানুহ খিনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী। যেনে - গৰিয়া- মৰিয়া, dekhi, syad .
Right
অসমত থকা মাৰোৱাৰী বিহাৰী সকল ভাৰতীয় লোক যিহেতু তেওঁলোকে অসমত বসবাস কৰিব পাৰিব সদায়।
1826 চনৰ 24 ফেব্ৰুৱাৰী পিছৰ কোনো জনগোষঠী খিলঞ্জীয়া হব নালাগে।
Ji koribo Lage jaldi kora onnathai miyai khilonjiya hoijabo. Samasha kewal miyak loi he. Miya t miyar documents pura.
@@KutubUddin-ur6gt joldi koribo nelage kokaide. 1826 চনৰ আগৰ সকলো অসমৰ জনগোষ্ঠী( হিন্দু - মুচলমান) খিলঞ্জীয়া। নহলে হেংদানৰ দিনৰ সকলো জনগোষ্ঠীৰ ওপৰত অন্যাই কৰা হ'ব।
Miya r ji document ase tohotor ase ne nai heya chinta kora
১৯৫১ চন ১৯৭১ চন এই বিলাক এতিয়া এক প্রকাৰ বহুৱালীলৈ পৰিণত হৈছে। গতিকে সকলো বাদ দি এক অসমীয়া হিচাবে মিলি জুলি থাকি নিজৰ নিজৰ কৰ্মত আগবাঢ়ি গলে উন্নতি সাধন হব। সদায় এই কিনিকে কোৱা বিলাকে কৈ আছে, শুনা বিলাকে শনি আছে। যেন ফট্কাৰ ফল। একো নাই...... ।
খাৰ খোৱা অসমীয়াই আজিলৈকে ৪০ বছৰ আলোচনা কৰি সময় নষ্ট কৰিলে আৰু ৪০ বছৰ আলোচনা কৰি সময় পাৰ কৰা বাদে একো নহব। ৰাজনৈতিক নেতা বিলাকে একো গুরুত্ব দিয়া আজিলৈকে দেখা
নগল।কেৱল ৰাজনীতি কৰি থাকিব সমস্যা সমাধান হোৱাতো নিবিচাৰে লাগিলে অসমখন ভাগ ভাগ হৈ গৈ থাকক।
বৰা ডাঙৰীয়াক কৈছো যদি সমস্যা সমাধান হয় তেন্তে ৰাজনীতি তো নহয নষ্ট নিতী কিহেৰে কৰিব। আৰু সেই বৰ অসম আছেনে ? কিমান ভাগ হল । ভাগ হৈ নাম পালে সাত ভনী মানে seven sister. আৰু কিমান যে ছিষ্টাৰ জন্ম পাব ? কবলৈকে বেয়াও লাগে। ইত্যাদি ...
গৰূহতৰ মগজ থাকিলেহে
অতি সুন্দৰ প্ৰদৰ্শন।ভাল লাগিল। আৰু আগুৱাই যাওক ।
Very fine vdo
১৮২৬ চনৰ পিচত অহা সকল খিলঞ্জীয়া হ’বই নোৱাৰে ৷
😂😂😂
1228 should be cut off date😮
Aru 1935
Aijon reporter ata johora bjp agent
কোন নো এইটো মহান মানুহ?
আপোনালোকৰ এই ফটুৱামী আলোচনা যেন হৈছে ! আকৌ আলোচনা কৰি থাকক ১০০ বছৰ পিছত - অসমীয়া শব্দটো মিঁউজিয়ামত থাকিবগৈ ! পুজিবাদীৰ আগ্ৰাসন " হিতাধিকাৰীৰ সৃষ্টিয়ে - অসমীয়াৰ মানব সম্পদ গঢ়িবনে ? আজমল ডাঙৰীয়াই মানব সম্পদগঢ়িছে - আমাৰ মূখ্যমন্ত্ৰীয়ে গলিয়ে গলিয়ে মদৰ দোকান খুলি মানৱ সম্পদ ধ্বংস কৰিছে - ঠিক বৃটিছে কানি খুৱাই অসমীয়াক ধ্বংস কৰাৰ দৰে পুজিপতীৰ দালাল চৰকাৰ খনে অসম আৰু অসমীয়াক ধ্বংস কৰিলে !
৯৯% মুছলমানৰ ১৯৫১ ৰ NRC আছে । অনুগ্ৰহ কৰি চৰকাৰে ১৯৫১ চনৰ প্ৰমাণ বিচাৰি আকৌ নতুনকৈ NRC কৰক ।
Aponar kotha 100 percentage right.
৯৯% মুছলমানৰ ১৯৫১ৰ NRC আছে বোলাটো বিশ্বাস কৰিব নোৱাৰি , হবই নোৱাৰে ।
@@SageetaRabhathik ase manisu baru Miya xokolor 1951 or documents ny kintu sorkar a nije kora NRC t dekhun prai 6 lakh hindu Bangladeshi r naam baad porisil teulukor sun 1971 or a documents ny 51 bad ai diyok teu lukor kotha kio nokoi apunaluke okol Miya khini r logot lagi ase je Mane bidexi hindu hole tar aku approval nalage kintu muslim hole kihor iman prove ...sorkar or dore apunalukor dore kisuman a bidexi r majok u hindi muslim hisape bhag kore .....aikhon sacular country hoi xokolie xorute porise ..pahori najabo
75% Miya Bangladeshi
Apunar buronjir uporot hothik gyan borhauk
সৰ্বকালৰ জাতিধ্বংসী হিচাপে "হিমন্ত বিশ্ব শৰ্মা" চিহ্নিত হ'ল ।
এইবাৰ কৰিব নোৱাৰিলে অসমৰ খিলঞ্জীয়া ৰ কি হব? গতিকে সকলো দল সংগঠনে কিছু এৰা ধৰা কৰি হলেও এই বিষয়ে এটা সিদ্ধান্ত ত উপনীত হোৱাটোহে দৰকাৰ।
75% seat Bidhan Sabha & Lok sabha election kendrik Sangrakhsan hobo lagibo.
বৰাক উপত্যকা অসমৰ অবিছেদ্য অংগ।
অসমৰ ৰাইজে বাংলাদেশী বিচাৰি পোৱাটো বিচাৰে কিন্তু ৰাজনীতিবিদসকলে কেনেকৈ পুনৰ ক্ষমতালৈ আহিব পাৰি তাৰ ৰাজনীতিকৰণ কৰিব বিচাৰে। মই এজন মুছলমান আৰু মই এইটোও বিচাৰো যে ভাৰতত কোনো বাংলাদেশীক অনুমতি দিয়া নহ'ব কাৰণ বাংলাদেশীয়ে নিজৰ দেশ এৰি আন দেশলৈ আহে, পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কাইলৈ এই লোকসকলে আমাৰ ভাৰতৰ বিৰুদ্ধে থিয় দিব পাৰে। কিন্তু অসমত ২০১৫ চনৰ পৰা কেৱল এন আৰ চিৰ নামত ৰাজনীতি চলি আছে, কথা আৰু কামৰ কোনো মিল নাই, আজি ১০ বছৰতকৈও অধিক হ’ল কিন্তু বাংলাদেশীয়ে গম পোৱা নাই।
কি যুক্তিত বৰাকক অসমৰ অন্য জিলাৰ পৰা উৎপাদিত আয়ৰ অংশ দিব লাগিব শৰ্মা দেৱে জনাব লাগিব।
"আমি দুজন , আমাৰো দুজন " আইন অতি সোনকালে লাগু কৰক। অন্যথা এদিন গৈ "অসমীয়া" শব্দ মাত্ৰ মুখত সীমিত হব। এয়া মোৰ ভাবিশ্যবানী।
Axom divide 50/50
All Assam t Assamese solib lage
মিঞা শব্দ অসমীয়া অভিধানতেই নাই মানুহ থকাটো বেলেগ কথা ৷
১৯৫১চনৰ পিচৰ মিয়া, মাৰোৱাৰী , বিহাৰী সকল অসমীয়া নহয়,ময়ো একমত কিন্তু বঙালী সকলক অসমীয়া বুলিব লাগিব কিয়নো শিলাদিত্যৰ লগত একমত মিঞা সকলে এতিয়া বাঙলা ভাষা সিকৃতি প্ৰদান কৰিব পাৰে।
এইটো একেব্ৰে হসা কথা । বৰাক উপত্যাকাৰ 99% মানুহ খিলঞ্জীয়া হাবো পাৰে । পুৰাণ ইতিহাস ভাল দৰে চাব লাগিব ।
All equal
Apsc ৰ পৰা অসমীয়া ভাষা উঠাই দি হিমাসুৰে খিলঞ্জীয়াৰ বাবে কাম কৰা বুলি দ্ম্ভালি মাৰাটো ভ্ন্দামি নহয়জানো ।
Toi ba ke Gandhir olat
অসম চুক্তি ৰূপায়ণ নোহোৱাৰ মুল কাৰণ অসমৰ মন্ত্ৰী সকল
আৰু ছাত্ৰ সংন্থা মন্ত্ৰী সকলৰ ইচ্ছা নাই ছাত্র সন্থাই ও ইচ্ছাকৃত
ভাবে নমনীয় ভাব লৈ আছে ।
Good discussion
অসমীয়া কথা কব নজনা সকলেই ...বিদেশী!
আলোচনা দেখি আছো আৰু দেখি থাকিম
বৰাক উপত্যকতাত বঙালী সংখ্যাগৰিষ্ঠতা বাবে হয়তো
অসমীয়া বুজাবলৈ জটিলতা
আহিব পাৰে বুলিয়ে বৰাকক
বাদ দিবলৈ লৈছে। কিন্তু এইটোও
থিক যে বৰাকৰ কৰিমগঞ্জ জিলা
(তদানীন্তন মহকুমা) স্বাধীনতাৰ
পূৰ্বে চিলেট জিলাৰ মহকুমা আছিল।স্বইচ্ছাই এই মহকুমাৰ
বাসিন্দাই অসমৰ লগত অৰ্থাৎ
ভাৰতৰ লগত থাকিব বিচৰাত
অসমৰ লগত থাকিল। কাছাৰ
জিলাত কছাৰী সকলৰ ৰাজধানী
আছিল । তাত কছাৰী লোক এতিয়াও আছে। আনহাতে মানৰ
আক্ৰমনৰ সময়ত উজনি বা মধ্য
অসমৰো অনেক অসমীয়া লোক বৰাকলৈ গৈ তাতেই বসতি কৰি আছে। আকৌ স্বাধীনতাৰ আগত বা পিচত চিলেটৰ পৰাও অনেক বঙালি লোক তাত সোমাইছে বাবেই
সংখ্যা গৰিষ্ঠতা পাইছে।
এতিয়া যদি বৰাকক বাদ দি আলোচনা মৰ্মে ব্যৱস্হাটো লোৱা হয়,তেন্তে বৰাকক পৃথক ৰাজ্য
কৰাৰ বাবে দত্তৰায় বোলা বঙালি
নেতা জনে যি চেষ্টা কৰি আছে তাক
উদঙনি যোগোৱা হব।এই ক্ষেত্ৰত
বঙালি সকল বৰাকত বেছিভাগেই বহিৰাগত। বহিৰাগতক ৰাজ্য দিবলৈ হলে অন্য বহিৰাগত সকলেও ৰাজ্য বিচাৰিবলৈ সুবিধা
পাব। এই সকলো দিশৰ প্ৰতি পুণৰ বিবেচনা হোৱা উচিত আৰু বৰাককো খিলঞ্জীয়াৰ আওতাত আনি বিষয়টো সম্পন্ন হোৱা ভাল।
নহলে অদূৰ ভবিষ্যতে অসমৰ সমষ্যা অধিক বাঢ়িবহে।বৰাকক বাদ দি অসম সম্পূৰ্ণ নহয়।
Pithi fali jabo
Kukur r puwali
Barak t original inhabitants Hindu Bengali bor .
Kela chinar pora ahi khilonjia giri sudai asa
Ahon rajya kiman dangor asil akbar sai lobi sudurvai .
Barak t jadi Bengali Hindu khilonjia nohoi
Varotat axomiya keneke khilonjia ??????
Bortomanor Ekebare sironton hotyo kotha2 hol je axom t axomiya bhaxi hokolor babe eku nathakibo goi. Ei2 hoboi aru lahe lahe hoi ase, hei babe axomiya bhaxi hokole biya pota bad dibo lage jate ভৱিষ্যত প্ৰজন্মই anor otyachar hohi jiyai thakibo nalage , mogoniya hoi jate hihotor jibon par nohoy. Ei kotha2 bhabibo logiya kotha, hadharon kotha nohoy. Miya bongal, bodo etc hokolor mar khai morat koi axomiya bhaxi hokole etiyai hontan jonmo nidiyar hiddhato luwatu dorkar
Axome Sillet khon eri disil buli janu aru😂
Very good debate
Good decision ❤❤❤
আৰু মহাশয় পাকিস্তান, আফগানিস্তান বাংলাদেশ আৰু নেপালৰ পৰা অহা সকলৰ কথা নকলেই দেখোন ন সেই সকল নাগৰিক খিলঞ্জীয়াৰ লিষ্টপৃষ্ঠাত সন্নিবিষ্ট কৰা হল চাগে 😂😂😂
জয় আই অসম
বৰাকৰ মানুহে বৰাক অসমৰ অংশ বুলি নাভাৱে,তাৰ মানুহ গুৱাহাটীলৈ আহিলে আসাম যাইতাম/ আসাম জামো/আসামেৰ লোক বুলি কয়,গতিকে বৰাকক অসমৰ পৰা পিথক কৰাটো অতী দৰকাৰ,বৰাক অসমৰ বাবে cancer ৰোগ।তাৰ মানুহক অসমৰ মাটি লাগে,পানী লাগে, বেপাৰ লাগে,চাকৰি লাগে,অৰুনোদয় লাগে,micro finenes ঋণ মাফ লাগে কেৱল মাত্ৰ অসমীয়া ভাষাটো নালাগে।
আপোনাৰ এই ভুল চিন্তাধাৰা কোনে সৃষ্টি কৰিছে?
Yes, good
Bohut val hoisi
তাৰ মানে বৰাক খন অসম অত নপৰে নেকি? আমি যে সৰুৰ পৰা ব্ৰহ্মপুত্ৰ বৰাক উপতক্যা বুলি কিবা এটা পঢ়ি আহিছোঁ সেইটো মিছা আছিল নেকি? এই আলোচনাত বহা ব্যক্তি সকলৰ লগতে CM sir আৰু assu ৰ হৰটা কৰ্তা সকলোকে প্ৰশ্ন টো কৰিছোঁ , আপোনালোকৰ হিচাবত অসম খন কৰ পৰা কলৈ জনাব চোন। আৰু বৰাক ব্ৰহ্মপুত্ৰ বুলি ভাগ কৰা ব্যক্তি সকল কোন হয়। অসম চুক্তিত ভাগ কৰিছে নেকি? নে এইটো cm শৰ্মা sir ৰ নিজৰ বক্তব্। Please confusion নকৰিব, এইটো বহুত ডাঙৰ আৰু sensitive topic,
বঙালী,বিহাৰী সকল আর্য জাতিৰ বংশধৰ। তেওলোক অসমীয়া নহয়। তেওলোক অসমীয়া বিদ্যালয়ত পঢ়িও তেওলোক অসমীয়া নহয়। অথচ চায়নাৰ পৰা অহা বড়ো বিদ্যালয়ত পঢ়া বড়োসকল অসমীয়া। বাঃ
সমাধান কৰিব নোৱাৰে।
বৰাক উপত্যকা অসম ৰাজ্যৰ অন্তৰ্গত যিহেতু আৰ্যমূলীয় অসমীয়া ভাষাটো তাত কিয় প্ৰচলন নহয় ?
Karon Bongali chotur ketayao Axomiyar basa grahan nokore. Karon sihotor Bangla bashi school college thapon kori loise. Gom pala.
We don't speak Assamese.. historically Barack valley was never been a part of Assam. We're Sylheti-Kachari people and our mother tongue is Sylheti.
অসমীয়া শব্দটোৰে আমি অজনজাতীয় কামৰূপী ভাষী সংস্কৃতিৱান সকলে বিগজিৰো পাব ।
অসমীয়া ভাষাৰ মূল হৈছে কামৰূপী ভাষা।
Assamese is just modern form of the kamarupi language.
বৰ্তমান আধুনিক অসমীয়া বুলি ক'লে উজনি অসমৰ ভাষাটো বুলিহে জনাযায়।উজনি অসমৰ ভাষাৰ ক্ৰমান্বয়ে সলনি হৈ আহি হে বৰ্তমানৰ আধুনিক অসমীয়াৰ ৰূপ(Accent) লৈছে।যিটো আপুনি মিডিয়া পেনেলিষ্টৰ উচ্চাৰণৰ পৰা জানিবপাৰে।
@@bolinkhataniar5821 চৰকাৰে কিছু সংগঠনে যিয়ে নকৰক সত্য কেতিয়াওঁ ঢাকিব নোৱাৰে । এই ভূমি এই কামৰূপ শাস্ত্ৰসন্মত উল্লেখিত ।
@@bolinkhataniar5821 যিয়ে নহওঁক অসমীয়া ভাষা ৰ উৎপত্তি কামৰূপী ভাষা আৰু আপুনি যিটো কথা কৈছে আধুনিক অসমীয়া ভাষা উজনিৰ ভাষা বুলি সেইটো শুদ্ধ নহয়। আধুনিক অসমীয়া ভাষা টো শিৱসাগৰ ৰ ভাষা। সমগ্ৰ উজনিৰ নহয়। যিকোনো ভাষা ঠাই আৰু সময় লৈ সলনি হৈ থাকে। উদাহৰণ স্বৰূপে ইংৰাজী ভাষাটোক চাওক। ইংলেণ্ডৰ ইংৰাজী ভাষাৰ লগত আমেৰিকাৰ ইংৰাজী একে নহয়, ভাৰতৰ ইংৰাজীৰ উচ্চাৰণ ফ্ৰান্সৰ ইংৰাজী লগত একে নহয় ইত্যাদি। কিন্তু ইংৰাজী ভাষাৰ মূল এটাই। বেংগলী ভাষাটো চাওক কলকাতাৰ বেংগলী আৰু বাংলাদেশৰ বেংগলী ভাষা বেলেগ কিন্তু ভাষাৰ মূল ৰূপ আৰু লিখিত ভাষা একেটাই।সকলো ভাষাই ঠাই আৰু সময় লৈ সলনি হৈ থাকে।
সাংবাদিক বিলাকক ৰাজ্যখন এৰি দিয়ক,,,, তেওঁলোকৰ সমান জ্ঞানী পৃথিৱীত যেন কোনো নাই। ভালকৈ কাকো কব নিদি নিজৰখিনি পেক পেক,,,কৰি আছে।
আজি caa আছে বঙালী বিহাৰী মানুহ খিনিৰ এয়া এক সাহস। চিন্তনীয় বিষয় এইটো এ যে বঙালী বিহাৰি লোক সকলৰ বাবে এদিন এয়াই আকৌ বিপদ হব পাৰে।কোনোবা চৰকাৰে যদি কৈ দিয়ে ভৱিষ্যত caa ৰ জৰিয়তে পোৱা নাগৰিকত্ব বোৰ বাতিল হব তেতিয়া সেইসকল লোকৰ মহাবিপদ হব। এতিয়া ভাৱক সেইসকল লোকৰ ভৱিষ্যতক কোনে এক প্ৰকাৰৰ বিপদ আনিব?
একো নুকোৱা মানে বেলেগ জাতিক মূৰ্খ বলি না ভাবিব।
ইয়াৰ দ্বাৰা মই এটা কথা কব খুজিছোঁ যে আমি অসমৰ বঙালী নহয় কিন্তু আমি হলো অসমৰ অসমীয়া বঙালী।
আৰু এটা কথা অসমীয় মানুহৰ এই বোৰ ঘটনাৰ কৰণেই ইমান ডাঙৰ অসম টো আজি ইমান টোক হয়গল। এতিয়া ইয়াত কৈ ও সৰু বনাব গৈ আছে।👏👏👏
মোৰ এনে লাগি আছে যে এটা সময়ত আপোনালোকে এঘৰীয়া হৈ নাযায় তো 🤔🤔🤔🤔🤔
বাৰো হল অসমৰ আদিবাসী। অসমীয়া কোন, অসমিয় যদি আদিবাসী হয় তেন্তে মিয়া, বঙালী, মাৱাৰি, বিহাৰী, ইত্যাদি। আমাৰ তেজে তেজে অসম লিখা আছে।
আমিও শংকৰ দেৱৰ শিষ্য হও।
মই আদিবাসী বুলিলে বৰু মানুহক চিনি পাও, History of Boru.
এই কাৰনে বৰু যে অসমিয়া ভাষা আপোন কৰি নলয়। কিন্তু আমি লও।
৬ নং দফা ৰূপায় কৰা আৰু অসমৰ NRC ৰ উন্নতি কৰণ কাম একেই হবযেন লাগিছে।
৯৯% মুছলমানৰ 1951ৰ NRC থকাটো অসম্ভৱ , মিছা কথা ।
Try kora June koise tare hai t nai.
NRC aani bohiragoto kitak... 1951 pora eyr jonohadharon koi prof kori dile... Agot pora thoka khelonjiya hokolor tat ki lav hl.. Bohiragoto khinir he lav hl..
খিলঞ্জীয়া চিনাক্তকৰন জনগোষ্ঠীয় ভিত্তিত হব লাগে । যি সমুহ জনগোষ্ঠী কেৱল অসমতহে আচে , যেনে আহোম দেউৰি মিচিং কচাৰি তিৱা মৰান মটক চুতিয়া শৰনীয়া ৰাভা বড়ো কলিতা ইতাদি তেওলোক খিলঞ্জীয়া ইয়াত কাৰো আপত্তি নাই ।
আনহাতে মিঞা, বেংগুলি, মাৰোৱাৰী বিহাৰী, নৰ্থ আৰু চাউথ ইণ্ডীয়াৰ পৰা অহা বোৰ কোনো কাৰনতে অসমৰ খিল্জীয়া নহয় ।
আপোনাৰ কথাত মইও একমদ
Solo bangla likhboo
😅😅😂😂
এওঁলোকে পিয়াঁজ কেলাই দিব আৰু তহতে বহি বহি মচমচাই খাই থাকিবি? ফকটীয়াকৈ খোৱা পৰজীৱী প্ৰাণী হৈ জীয়াই থাকিব বিচৰা?😂🤣
আপোনাৰ মতে মই এক মত। এতিয়া মাটিৰ দালাল বোৰে চাই এইবোৰক মাটি বেচিব নালাগে। আগতে বেচা মাটি বোৰ ঘূৰাই লব লাগে। এইবোৰ সংবাদমেল পাতি লাভ নাই
Right
এইটো কি কথা অসমীয়া উপাধি থকা আৰু জনগোষ্ঠীয় উপাধি থকা সকল হে অসমীয়া ।।।অসমীয়া মানুহ বেংগল ত গৈ যেনেকৈ বেংগলী হৈ নাযায় তেনেকৈ অসমত অহা বাহিৰৰ মানুহ কেতিয়াও অসমীয়া নহয়
অহম চুক্তি স্বাক্ষৰিত কৰিবলৈ হ'লে আহোম লাগিব যদি বেলেগ কোনো লোকে এই চুক্তি কৰে কেতিয়াও মানি লোৱা নহ'ব,
Right joyguru
১৮২৬ চনলৈকে থকা মানুহখিনিয়ে খিলঞ্জীয়া আৰু অসমীয়া।এই মানুহখিনিক সুৰক্ষা কৱচ দি তথা মাটি আৰু ৰাজনৈতিক অধিকাৰ দিব লাগে আৰু বাদ বাকী সকলো অনাঅসমীয়া বা প্ৰবজনকাৰী এই ঢুক্তি ৰূপায়নৰ নাটকখন শেষ কৰক।
bonus payment time change kori dekhuauk , in the month of April
1951 r pisot kono miah manuh Assomot oha jen nalage.
1971 আহিছিল।
মারোয়ারী , বিহারী কেলে যাব ।সিহত কি ভারতর নহয় নেকী
যাবলে কোৱা নাই অসমীয়া নহয় বুলি কৈছে৷
❤❤❤
Calculated steps for election
খিলঞ্জীয়া 1800 চনৰ ম্যাদী প ত্তা দা ৰ সক ল1951 বিদেশী বহিষ্কাৰ। এই বিলাক কৰিবলৈ নাগালেণ্ড দৰে ৰাজ্যৰ নেতা ই পাৰে সমস্যা সমূহ।। আ মাৰ বিলাকৰ ছাল 6 বছৰ আঠাই 12 বছৰ সাৰ কিমান যুগ যাব এটা কৈ গছৰ খুঁটা???
From Barak , barak is a part n parcel of Assam, no question
Barak velly peace place...plz don't disturb us ...
অ পণ্ডিত মহোদয়সকল আপোনালোকে ভাত খাই নে বতাহ খাই মাৰোৱাৰী বিহাৰী কোনটো ৰাষ্ট্ৰৰ পৰা আহিছে আপোনালোকে উল্লেখ কৰক।এই বিপ্লৱ শৰ্মা কমেটিয়ে কোনটো সংবিধানৰ আধাৰত এই ৰিপোৰ্ট দিছে। অসমৰ সংবিধানত কাশ্মীৰৰ দৰে ৩৭০ নিচিনা কিবা ধৰা আছে নেকি। ভাৰতৰ সংবিধানৰ অসমৰ ওপৰত কোনো প্ৰভাৱ নাই নেকি।
Jai ai axom
APSC ত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক হ'বনে নহয়???
Alternative to NRC ( b4 1951 ) is best
ছয় নঙ (নং )দফা বুলি উচ্চাৰণ কৰাটো শ্ৰুতি কটু আৰু ভুল । সংক্ষিপ্ত ৰূপত ১নং লিখিলেও উচ্চাৰণ কৰিব লাগে ১ নম্বৰ বুলি ।২য় লিখিলে দুয় বুলি মাতিব নালাগে ,২য় লিখিলে দ্বিতীয় বুলি উচ্চাৰণ কৰিব লাগে ।
Big big zero😊😊
18.24.26 আমাৰ ভিত্তি বৰ্ষ। ক্ষমতা অংত আমাক সংখ্যা লঘূ কৰিব বিচাৰিলে নহ'ব।
চৰকাৰে এইটো কথা ভাবিছে কোনো খিলঞ্জীয়াই বিজেপিক ভোট নিদিলেও বাংলাদেশৰ পৰা অহা হিন্দু বাঙালীয়ে ভোট দিব সেইকাৰণে বৰাক ভেলীত অসমৰ অংশ লৈ অনা নহ'ল।
নমস্কাৰ, 1981চনৰ পিছত অহা মুছলমান খিনি যদি অসমীয়া নহয়, এইখিনি মুছলমানৰ ভাষা অসমীয়া বুলি ধৰি লব নে নলয়?যদি নলয় তেন্তে এই মুছলমান খিনিৰ ভাষা কি হব?ধন্যবাদ।
1951 good 👍
Jai
Bharat
Maata
তেওঁলোক ভাৰতীয় হিচাপে অসমৰ বাসিন্দা হৈ থাকিব, তাত আপত্তি নাই, কিন্তু অসমীয়া কেনেকৈ হব?
1951 চন বুলি কোনো political কথা নাই, মিঞা বঙালী বিহাৰী মাৰোৱাৰী আদি naturally অসমীয়া নহয় ৷ অসমীয়া হ’ল এইসকল লোক যিসকল লোকৰ অসমীয়া মাতৃভাষা, সংস্কৃতি অসমীয়া আৰু অসমৰ থলুৱা tribal group বড়ো কাৰ্বি ৰাভা লালুং আহোম চাহজনগোষ্ঠী গৰিয়া মৰিয়া আদিহে অসমীয়া ৷
Sah jono gusti ako Bihar bibhajon huar agote ahise ...???😂😂
By the way u are right 👍
We are indians not khilonjiya 👍👍
১৯৭১ ও নহয় ১৯৫১ ও নহয়। আমি ৭১ ৫১ কৰি কমেন্ট লিখি থাকিম আৰু আমাৰ ৰাজনীতি কৰা নেতা সকলে মুনাফা আদায় কৰিব। এই নাটকৰ প্রযোজক পৰিচালক চিত্রনাট্য কাৰ সেইটো সচেতন লোকসকলে নিশ্চয় বুজিছে।
Cm jindabad
অসমত ৩০ বছৰ পাছত অসমীয়া ভাষা নেতাকে, কাৰন ১৯৫১ চনৰ পাছত অহা ১ কোটি বাংলাদেশী আছে, অসম এিপুৰী হব,
বঙালী, নেপালী ,কি অসমীয়া ।
চি এম ছাৰে অসমৰ সম্পদ বিক্ৰী বা বাহিৰাগত কোম্পানীৰ হাতলৈ গতাব নোৱাৰে তাত আলোচনা হ'ব লাগিব।
We , all Assamese people can bear all types of religions and com, but we couldn't bear seperation Assam origin, it is our challenge, a house owner never accept his guest's rudeness
অসম এটা ই দুটা নহয়। অসম এক্সৰ্ড অসমৰ বাবে।
আলোচনা কৰি থাকিলে নহয় মিয়া অসমৰ পৰা বাহিৰ কৰিব লাগে
বাংলাদেশি মহিলা ditention camp এ একটা daily waige এ একটা চাকরি চাই। আমার age over parmanent চাকরি ম্যাচ হবে না তাই।
😊😊
এতিয়া সুৰক্ষিত নহয় বুলি আপোনালোকে ক'বলৈ ধৰিছে । কিয় ? কাৰণ সকলোৱে জানে । ইয়াৰ বিশেষ কথাটো হ'ল ভাৰত চৰকাৰ তথা অসম চৰকাৰে চুবুৰীয়া দেশৰ জনবিষ্ফোৰণক আকোঁৱালি লোৱাতো । আকোঁৱালি লোৱাৰ কাৰণ যি য়ে নহওঁক কিয়। আমি , অসমীয়াই ভাৰত বৰ্ষৰ বাবে খিলঞ্জীয়া কিন্তু ভাৰত স্বাধীনোত্তৰ কালৰ পৰা ৰাজস্থানত বাস কৰিলে মোক এজন ৰাজস্থানী হ'ম নেকি? মই, সদায় অসমীয়া ( বড়ো ) হৈ থাকিম । সেইদৰে অসমত 1951 চনৰ পাছৰ পৰা বাস কৰা পূৰ্ববঙ্গীয় লোক সকল যি ধৰ্মীৰে নহওঁক কিয় তেওঁলোক কেতিয়াও অসমীয়া হ'ব নোৱাৰে। তেওঁ লোকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ সদিশ্যা নাই । বিশেষ পৰিস্থিতিত পৰিহে অসমীয়া গামোচা খন দিঙিত ওলোমাই লয় ।
ঠগিছে কেলাঃ, এলেকচন আহিছে তাৰে টোপ এইটো, পিছত বাঁহ ভৰাব ।।
পূৰ্ণ সমৰ্থনত
আধার কার্ড ইংলিশ লিখা কিও, অসমীয়া লিখা নাই দেখোঁ
Ki j Gianni...
Assamiyai Andulon kori thakibo Maruwari Bangoli Bihari adi ana Assamiyai Town bur Highway side bilakot bohi lole Hei bur Assamiyai kunuba adin lobo paribone.Assam or bahirar kunuba ata state or Town aru highway kakhat Assamiyai bohibo paribone
Try kora.
বিহাৰী মাৰোৱাৰী কিয় অসমীয়া হব
Congress. Zindabad,
Editor Aditya dangoriyar" to the point" prosnobur prasananiyo.
ভিওি বছৰ ১৯৫১ হলে অসম চুক্তিৰ ৬নং দফাৰ গুরুত্ব কত ? আমি এনেই মূৰ ঘমাই আছো নেকি ?
Really Dubai nisina hbo lage
মূলতঃ নিৰ্বাচন কেন্দ্ৰিক নাটক , নহয় গৈ টো !
বৰাক উপত্যকাৰ ক্ষেত্ৰত এখন নতুন পৰিকল্পনাৰে কৰা six চিদোল চৰকাৰে নিশ্চয়কৈ কৰিব পাৰে।
হিমন্তই দিয়া অসমীয়া সংজ্ঞাটো মানি লোৱা নহব ৷ আছুৱে মানিলেও আমি মানি নলওঁ ৷ কাৰণ হিমন্তই ৰাজনীতি কৰিছে ৷ কি কাৰণত বৰাক উপত্যকা অসমত অন্তৰ্গত নকৰিব ? হিমন্তই বৰাকক বেলেগ ৰাজ্য দিবলৈ ওলাইছে?
বাংলাভাষী খিলঞ্জীয়া হ'ব নোৱাৰে এইটো কোন নাপিতে কয়?😅😂
😂😂
Sauk cm ji bhabi ase aitu ketyau nhbo😂😂😂