মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024
  • মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

Комментарии • 757

  • @BipulDas-r1p
    @BipulDas-r1p 5 месяцев назад +10

    হে পঠিক জিৰোআহি তাপিত জীৱন খনতেক বহিলে হিয়া পৰিব সিতল ভাগৰুৱা পঠিকৰ শন্তি নিকেতন অময়া প্ৰেমৰ পুৰি গিৰি সন্ধাচল।

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi 4 года назад +15

    তুলিকাৰ Progame দেখি শুনি খুবেই ভাল লাগিল। তেওঁৰ এই প্ৰতিভা দেখি সকলোৱেই আশীৰ্বাদ দিব লাগে আৰু দিব লাগিব।Thank you তুলিকা Thank you so much.

  • @creatorbhupen9460
    @creatorbhupen9460 5 лет назад +22

    সঁছাকৈ ই এক হৃদয় চুই যোৱা পৰিৱেশ, সঁছাকৈ মই এতিয়া কাক সলাগিম তুলিকা তুমাৰ কথাটোতো কবই নালাগে বিদ্যালয় খনও বহুত মনোমুগ্ধ | এনে এখন বিদ্যালয়ত মইও পঢ়িবলৈ পোৱা হ'লে নঠৈ আনন্দিত হলো হয়| ধন্যবাদ DY365. তুলিকা
    তোমাৰ এক সুন্দৰ ভৱিষ্যত কামনা কৰিছো🙏

  • @madhabdasvlog1837
    @madhabdasvlog1837 5 лет назад +9

    সচাঁই আপ্লুত হ'লো ভণ্টী হঁতৰ কণ্ঠ শুনি । বিশেষকৈ তুলিকা ৰ কণ্ঠই আচৰিত কৰি তুলিছে । আগবাঢ়ি যোৱা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ

  • @biswajitboruah85
    @biswajitboruah85 5 лет назад +15

    এটি সুন্দৰ কণ্ঠ .....শুনিলে শুনি থাকিব মন যোৱা.....
    এটি সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।
    ধন্যবাদ
    বিশ্বজিৎ
    দক্ষিণ ভাৰত।

  • @oxomiyajiyori_youtubechann6046
    @oxomiyajiyori_youtubechann6046 5 лет назад +2

    Reality showr bhut protojogitkoi bhut oprt tulika...🙏🙏🙏😍😍😍😚😚😚😚😚😚😚😚god gifted..bhogobanok bishwakh kora bore prithibot xday ujoli uthe ..bakibor dudinor babehe...

  • @bijoydvlog2355
    @bijoydvlog2355 5 лет назад +7

    কি বুলিনো ধন্যবাদ জানো ভাষা নাই ৷৷ তুলিকা তুমি আৰু আগ
    বাহি তাৰে কামনা কৰিলোঁ৷৷
    So god bless you tulika

  • @nilagogoi4304
    @nilagogoi4304 5 лет назад +1

    বাহ বাহ তুলিকাৰ বাইদেৱেকৰ কন্ঠ বাহ সঁচাই কতো তুলনা নাইআৰু অন্য কেইগৰাকীৰো সুন্দৰ

  • @premsautal470
    @premsautal470 5 лет назад +77

    মধুৰ কন্ঠ ভন্টি বৰ ভাল লাগিল গীতবোৰ ভৱিষ্যত উজ্বল কামনা কৰিছোঁ ।
    ভগৱানে তোমাৰ মংগল কৰক ।

    • @karunakalita2527
      @karunakalita2527 5 лет назад +2

      বৰ ভাল লাগিল আৰু বিশ্ব জিন ব এই তুলিকা

  • @joybora2711
    @joybora2711 5 лет назад +21

    সুন্দৰ কণ্ঠ ।।।
    উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুলিকা

  • @ashiqueboruah4747
    @ashiqueboruah4747 2 года назад +1

    Mjaa lagil vonti ... Tumaloi okhekh thanks 🙏🙏🙏 thakil ......tumi bohut protivar goraki ..... ❤️❤️❤️❤️❤️

  • @prasenjitnath1519
    @prasenjitnath1519 5 лет назад +8

    অতি সুন্দৰ ।।
    ভবিষ্যত উজ্জ্বল কামনা কৰিছোঁ তুলিকা।।

  • @prabingogoi4957
    @prabingogoi4957 5 лет назад +10

    বহুত সুন্দৰ তুলিকা, তোমাৰ অনন‍্য প্ৰতিভা শলাগিবলগীয়া

  • @biswajyotibora6477
    @biswajyotibora6477 5 лет назад +1

    Tulika. And Ankita ,pronami,,Tumalokor ujjol bhobisot kamona korilu .....Majuli. is Awosome..

  • @chandrodoy1702
    @chandrodoy1702 5 лет назад +13

    ..Ankitar voice tu bor xuwola ! val lagil xokolure performance !

  • @pradipkumarborah1506
    @pradipkumarborah1506 11 месяцев назад +1

    ইমান ধুনিয়া মৰম লগা কন্ঠ শুনিলে শুনিবলৈ মন গৈ থাকে তুলিকা গান ॥

  • @nirurabha4896
    @nirurabha4896 3 года назад +4

    অতি সুন্দৰ, ভগৱানে কৃপা দৃষ্টিৰে চাওক। আগলৈকো যেন এনেদৰে শুনাই ঠাকিব বুলি আশা ৰাখিলোঁ

  • @prettysoul6236
    @prettysoul6236 5 лет назад +25

    সঁচাই স্কুল খনৰ শিক্ষক সকলৰ কষ্টৰ ফলত এনেকোৱা ধুনীয়া ফল দেখা গৈছে। লগতে তুলিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।

    • @manjulasaikia5329
      @manjulasaikia5329 3 года назад +1

      Sundar voice Sur tal tarbabe Tulikar ujjal vabiswt kamana karilo lagate Dy 365 loi Salah loiso

    • @JodumoniPegu-jq8kv
      @JodumoniPegu-jq8kv 3 месяца назад

      @@manjulasaikia5329 z

  • @terimerikahani1484
    @terimerikahani1484 5 лет назад +3

    সুন্দৰ। বহুত সুন্দৰ। বহুত ভাল লাগিল।

  • @anonymous_assamese4838
    @anonymous_assamese4838 5 лет назад +7

    সুন্দৰ কণ্ঠ দেই.... উজ্জ্বল ভৱিষ্যত কামনা কৰিছো তুলিকা ভন্টিৰ.. বিদ্যালয় খন শলাগ ল'বলগীয়া..

  • @ChandanDas-od4ce
    @ChandanDas-od4ce 4 года назад +1

    bohut dhunia hoise....Specialy "logn ukoli jai".

  • @uddhavbarman1047
    @uddhavbarman1047 5 лет назад

    সচাকৈয়ে মুগ্ধ হৈ গলোঁ ৷
    অশেষ মৰম আৰু ভালপোৱা যাচিলোঁ মৰমৰ ভন্টি জনীক সুদুৰ মহাৰাষ্ট্ৰৰ পৰা চাই বৰ সুখ অনুভৱ কৰিলোঁ ৷

    • @putubora9576
      @putubora9576 5 лет назад

      Hasai bar hundor kantho dei aagbahi jowa

  • @easydrawingassam3820
    @easydrawingassam3820 5 лет назад +9

    সঁচাকে মইনা তোমাৰ ইমান ধুনীয়া মধুৰ কণ্ঠ। "কণ্ঠৰ অপাৰ তুমি ভন্টী" আশা কৰোঁ আমাৰ অসম আৰু উজ্বল হয় উঠে,তাৰেই কামনা কৰিলোঁ।
    🙏জয় আই অসম🙏

  • @joyshreebordoloi3760
    @joyshreebordoloi3760 5 лет назад

    Bhut hundor lgil atai i vl lgl atr past atke j gai gol bhut dhunia

  • @bikramdas7374
    @bikramdas7374 5 лет назад +4

    সুন্দৰ কন্ঠ । আৰু আগবাঢ়ি যোৱা তুমি তুলিকা।

  • @djutpalmix5584
    @djutpalmix5584 5 лет назад +3

    অন্তৰ চুই গ'ল তুলিকাৰ কন্ঠৰে.....ভৱিষ্যত উজ্জল কামনা কৰিলোঁ.....

  • @bikidas4484
    @bikidas4484 5 лет назад +7

    বৰ ধুনীয়া গীত তোমাৰ গীত বোৰ শুনি বহুত ভাল লাগিছে তুলিকা

  • @nipukalita489
    @nipukalita489 3 года назад +1

    টুলিকা তোমি আৰু আগুৱাই যোবা,,আই সৰচতি ওচৰত প্ৰাথনা কৰিছোঁ,, তোমাৰ লগতে তোমাৰ বদ্ধু বান্ধবী লৈ যাচিচো অলেক অজুত শুভেচ্ছা

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 6 месяцев назад +1

    বহুত ভাল লগা পৰিবেশ সছাকৈ মাজুলীৰ সকলো পৰিৱেশে ভাল লাগে।

  • @lakhyajitboruah9714
    @lakhyajitboruah9714 5 лет назад +17

    বহুত সুন্দৰ কণ্ঠ ৷ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ৷

  • @rituparnaava5124
    @rituparnaava5124 5 лет назад +11

    সুন্দৰ হৈছে অনুষ্ঠানটি...
    এংকৰ হিচাপে স্নিগ্ধাশিখা বাৰ ভূমিকাও প্ৰশংসনীয় এই অনুষ্ঠানটিত

  • @pulaksonowal1651
    @pulaksonowal1651 4 года назад +3

    বৰ ধুনীয়া কণ্ঠ তাইৰ আগুৱাই যোৱা তুমি তুলিকা

  • @prafullahazarika7337
    @prafullahazarika7337 6 месяцев назад

    সুন্দৰ কণ্ঠ, সুন্দৰ প্ৰতিভাৰে আগবাঢ়িছে । আমিও আবেগিক হৈছো । অন্তৰভৰা শুভেচ্ছাৰ দিছো। তুলিকা , এই শিপাডাল আৰু যেন অধিক কৰা লগতে DY 365 ৰ Ms. Snighdha বাইদেউক ধৰি সকলোকে এই পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @bitupanbaruah6335
    @bitupanbaruah6335 5 лет назад +53

    সুন্দৰ কণ্ঠ,,,,,,সচাঁই আপ্লুত হৈছোঁ,অসমৰ প্ৰত্যেক খন স্কুলত এনেকুৱা পৰিবেশ বিচাৰো

  • @biswajitbordoloi1962
    @biswajitbordoloi1962 5 лет назад +4

    বহুত সুন্দৰ ।
    মোৰ কবলৈ ভাষাই নাই ।

  • @ranjitborah2912
    @ranjitborah2912 5 лет назад +2

    অতি সুন্দৰ কণ্ঠ কনমানি তুলিকাৰ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, আৰু বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা জনাইছো, খুব সুন্দৰ শিক্ষা প্ৰদান কৰিছে, আশা কৰো অসমৰ প্ৰতিখন স্কুলত এনে শিক্ষা প্ৰদান কৰক 🙏!

  • @pranjitkumarthakuria1711
    @pranjitkumarthakuria1711 4 года назад +2

    Tulika, you are God gifted. You are so mingled with assamese culture. You have a great and charming future. Stay blessed.

  • @amazingvlogsmr1730
    @amazingvlogsmr1730 5 лет назад +10

    Best of luck Tulika
    মাজুলীক লৈ আমি গৌৰাম্বিত

  • @abro4264
    @abro4264 3 года назад +1

    moza tulika

  • @satyakhanikar8709
    @satyakhanikar8709 3 года назад

    khub dhuniya poribekh.... val lagil anusthan tu purana holeo

  • @rashmiphukon5552
    @rashmiphukon5552 5 лет назад +3

    Xundor school..Gurumondolik hewa jonalu....Tulika God bless u...all student loi mur hiya vora xuveisha jonalu

  • @pinkudeka6859
    @pinkudeka6859 5 лет назад +5

    Dhunia pribekh..dekhi bahut vl lagise..sir mam xaklok ankoi dekhi aru vll lgise...tulika 2mi amr ak natun vabisat

  • @sridharsaikia7876
    @sridharsaikia7876 4 года назад

    Bohut hundor 2mar kontha tulika eman hundor koi gan huwa 2mi..mur soku Pani ulai goise..

  • @minakshigogoi9054
    @minakshigogoi9054 Год назад +1

    নিজৰ বিদ্যালয়খন দেখিলে আবেগিক হৈ পৰো৷

  • @seemabangthai9362
    @seemabangthai9362 11 месяцев назад +1

    Dod.bless.you.tulika

  • @bishnudas8185
    @bishnudas8185 5 лет назад

    তুলিকা তোমাৰ কন্ঠত মৌ বৰষিছে।।।। ।।।।ইমান সুন্দৰ বিদ্যালয়ৰ পৰিবেশ

  • @atawarrahman9405
    @atawarrahman9405 5 лет назад +7

    Nice beta...may Allah bless you.. keep it up

  • @nabajyotidas8385
    @nabajyotidas8385 4 года назад +3

    Bor dhunia voice. Best singer. No body can't beat you

  • @WHOfficial
    @WHOfficial 5 лет назад +2

    Val lgise deiii....

  • @dipankargogoi9688
    @dipankargogoi9688 3 года назад

    ইমান ধুনীয়া গাইছে ভন্তী জনীয়ে মনটো ভাল লাগি গ'ল

  • @mortogaming8126
    @mortogaming8126 4 года назад +1

    বহুত ধুনীয়া কণ্ঠ

  • @pankajdeuri4750
    @pankajdeuri4750 5 лет назад +5

    মধুৰ কন্ঠ ,মৰম আৰু আশীৰ্বাদ থাকিল তুলিকা শইকীয়ালৈ ,ভগৱানে তোমাক মংগল কৰক ,তোমাক ভৱিষ্যত উজ্জল কামনা কৰিলোঁ..

  • @rohittaid2650
    @rohittaid2650 5 лет назад +1

    Bohut Bohut xundor poribek hosai gitbur huni anondid holu tq dy365

  • @santanudutta3261
    @santanudutta3261 5 лет назад +4

    School r dinbooroloi monot porise. Thanks DY 365

  • @bilkiss6932
    @bilkiss6932 3 года назад

    সচাকে বহুত ধুনীয়া কণ্ঠ ।শুনি ভাল লাগিল👌❤️

  • @pranjalkalita9596
    @pranjalkalita9596 5 лет назад +7

    বহুত সুন্দুৰ গাইছা ভন্টি👌👌
    তোমাৰ ভৱিষ্যত উৎজল কামনা কৰিলোঁ।।

  • @babitadeka8849
    @babitadeka8849 9 месяцев назад

    এটি সুন্দৰ কণ্ঠ তুলিকা আগুৱাই যোৱা কিন্তু snigdha sikha বাইদেউ মোৰ বৰ প্ৰিয় ❤

  • @ohooh3562
    @ohooh3562 3 года назад +1

    বৰ সুন্দৰ কন্ঠ। সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @jintubarah7888
    @jintubarah7888 3 года назад +1

    তুলিকা ভনী আপোনাৰ কণ্ঠ অতি সুন্দৰ আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @avoykumartaku3131
    @avoykumartaku3131 3 года назад +1

    ঈশ্বৰ প্ৰদত্ত কণ্ঠ তুলিকাৰ ! তাইৰ উজ্জল ভবিষ্যত কামনা কৰিলো লগতে ছাত্ৰী বিলাকৰ কণ্ঠ সঢাকৈ মন পৰষা।

  • @RamenRaj-vy1xo
    @RamenRaj-vy1xo 5 лет назад +3

    সুন্দৰ গান গাইছা দে তুলিকা
    তুমাৰ উজল ভবিষ্যত কামনা কৰিছো ।।।।।?

  • @albertgogoi9489
    @albertgogoi9489 5 лет назад +2

    Tulika তোমাৰ জীৱন উজ্জ্বল কামনা কৰিলো.....

  • @nirmalkutum1733
    @nirmalkutum1733 5 лет назад +2

    বৰ ভাল লাগিল তাইৰ মাত হুনি

  • @munindragogoi8032
    @munindragogoi8032 4 года назад

    Tulika bhantir pratibha ananya.Anusthantut bidyalyar siksharthi hakalar sringkhalabdhata dekhi abhibhut hoisu.Sradhar Sir-Baideo hakalaloi mur Hashradha pranam.DY365 long live.

  • @debabratasarmah2890
    @debabratasarmah2890 4 года назад

    Wow! Wow ক'ত লুকাই আছে এনে দুৰ্দান্ত প্ৰতিভা

  • @bidyadhardas5624
    @bidyadhardas5624 5 лет назад +5

    I am crying think about my past life and remember my old memories..... now I am remembering in past n remember my gratefull teacher

  • @ma_kosom_hero
    @ma_kosom_hero 5 лет назад +6

    outstanding , mind blowing voice....2lika you are geart

  • @indraneelkachari9468
    @indraneelkachari9468 5 лет назад +3

    সচাঁকৈ দেই সুন্দৰ কন্ঠ .... উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো ... 👍

  • @dipuphukan3396
    @dipuphukan3396 3 года назад +1

    অতি সুন্দৰ👌👍❤️❤️❤️

  • @munubora3900
    @munubora3900 11 месяцев назад

    তুলীকা তোমাৰলৈ থাকিল অশেষ শুভেচ্ছা থাকিল। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @jinli69gaming61
    @jinli69gaming61 4 года назад +1

    Mur prl pra tulikak best of luck

  • @ranjitb.r4356
    @ranjitb.r4356 Год назад

    o God ,,eman dhuniya kantha,,,❤

  • @narendradeka3977
    @narendradeka3977 3 года назад

    বহুত বহুত ভাল লাগিছে

  • @mithuraj4288
    @mithuraj4288 5 лет назад +2

    Dhuniya lagil de khuni pisotiyakoi paisu video tu val lagil nice voice .

  • @purnagogoi1650
    @purnagogoi1650 3 года назад +1

    বহুত সুন্দৰ

  • @DaRPaN123-h7l
    @DaRPaN123-h7l 5 лет назад

    খুব ধুনীয়া।।।একদম হৃদয়ৰ পৰা অনুভৱ কৰি গাইছে মাইনা টোৱে।।।

  • @dibakarkalita7609
    @dibakarkalita7609 5 лет назад +1

    জুবিন দা ৰ দৰে তুলিকায়ো অসমৰ সংগীত জগতক আগুৱাই নিয়ে যেন❤❤❤❤❤❤❤

  • @dipaborah8139
    @dipaborah8139 5 лет назад

    Hundor poribekh,bohut 2 vl lagise thank

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 7 месяцев назад

    বৰ উপযুক্ত কণ্ঠৰে শুনালা গান কেইটা উৎসা জনক ভবিষ্যতে কুশল ভাবে সু-ৰীয়া গায়ক হৈ উঠাৰ বাবে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰপুতে জনাইছোঁ।।❤🎉❤

  • @HirakDhayanam
    @HirakDhayanam 7 месяцев назад

    সুন্দৰ ভৱিষ্যতৰ কামনা কৰিলোঁ

  • @srimantadas8713
    @srimantadas8713 5 лет назад +2

    শুভেচ্ছা জ্ঞাপন কৰিলোঁ তুলিকা ক

  • @bidyadhardas5624
    @bidyadhardas5624 5 лет назад +3

    DY365 channel is the best channel of the world I real God Bidyadhar Das declare that jai DY365

  • @gogoiCRPF5552
    @gogoiCRPF5552 5 лет назад +4

    ভাল লাগিল ।।। আগলৈ আৰু আগবাঢ়ি যোৱা ভন্টি ।।আৰু ধন্যবাদ DY365. ..আপোনালোকে আগলৈ আৰু এনেকৈ প্ৰতিজন শিশুকেই আগোৱাই যোৱাত উছ্বাহ দিয়ে যেন ।।। ধন্যবাদ

  • @pinkusaikia5235
    @pinkusaikia5235 5 лет назад +9

    2mr life hoigl vonti..u r so smart girl..👌👌

  • @bidyadhardas5624
    @bidyadhardas5624 5 лет назад +1

    Nomal Saikia is the best person of the world n he is the greatest person of the world n he is an honest person of the world n he is the heart and soul of the world jai Nomal...... jai Supriya...... jai Tulika............

  • @pranabhazarika7949
    @pranabhazarika7949 5 лет назад

    Bohut dhuniya gaisa tulika, aru aguwai juwa thank you

  • @binodbordoloi2225
    @binodbordoloi2225 11 месяцев назад

    ঈশ্বৰ সহায় হৌক সৰ্ব দা কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @ritumonichutia1826
    @ritumonichutia1826 4 года назад +1

    তুলিকা বা মজ্জা

  • @himangshugogoi3419
    @himangshugogoi3419 3 года назад

    Bahut sundar kontho tumar ujol vbhisot kamona korisu❤️❤️❤️😉😁😘

  • @zubeenismyemotion8782
    @zubeenismyemotion8782 5 лет назад +1

    এক সুন্দৰ প্ৰতিভা ,এইটো যেন কেতিয়াও মৰহি যাব নিদিয়ে তাৰে কামনা কৰিলো ।

  • @bishyajithira6657
    @bishyajithira6657 5 лет назад +1

    সুন্দৰ কন্ঠ তুলিকা তোমাৰ ।আগুৱাই যোৱা তুমি।

  • @samsubggrand1129
    @samsubggrand1129 5 лет назад +4

    Tumi agbahijua Tulika . God bless you every alltime.

  • @rubulprince507
    @rubulprince507 5 лет назад +3

    tulika long live... good voice.. love u... go forward... thank u dy 365...

  • @internetsaathiassammobile1101
    @internetsaathiassammobile1101 5 лет назад +1

    অসমৰ প্ৰতিখন বিদ্যালয়ত এনে ব্যাৱস্হা কৰিলে সুন্দৰ হব অসমৰ বাতাবৰণ।তুলিকা তোমাৰ উজ্বল ভবিস্বত কামনা কৰিছোঁ

  • @nabajyotiboro2941
    @nabajyotiboro2941 5 лет назад +4

    তুলিকা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
    এগৰাকী সাংবাদিক হয় অাপুনি। প্ৰাৰ্থনা শেষ নহঁওতেই বলকি অাছে কিয় ? সেইকন জ্ঞান নাইনে অাপোনাৰ

  • @BhagirathKalita-p4k
    @BhagirathKalita-p4k 6 месяцев назад

    তুলিকা তোমাৰ সুৰ বৰ ভাল আৰু ভাল হক তাৰে কামনা কৰিলো নদেখা জনৰ ওচৰত

  • @lakhipatar6362
    @lakhipatar6362 11 месяцев назад

    তুলিকা ভবিষ্যত জীৱন উন্নতিৰ হওঁক৷

  • @chandrasenpeguchakreswarpe6532
    @chandrasenpeguchakreswarpe6532 Год назад +1

    Very heartiest song,

  • @AnilKumar-hg3jk
    @AnilKumar-hg3jk 5 лет назад

    Bohut bohut vl lagil ... best of luck tulika...

  • @bhaskardehingia64
    @bhaskardehingia64 5 лет назад +18

    Vonti joni dekhat jiman dhunia tatut koi hoto gune dhunia tair kontho... Khub hundor aru aag bari juwa...