ৰসাল কথাৰে মণ জয় কৰা ককা জনকক প্ৰথম FB ৰ সেই ভাইৰেল Video তোত দেখিছিলো🙂; video তু খুব ভাল লাগিলে ,এনেকুৱা এটি video আগবঢ়ায় দিয়াৰ বাবে অনুপম দাক ধন্যবাদ জ্ঞাপন কৰিলো💖
Hoi dada,apuner program tu sai val lagil...mur dangor tu jodiu English medium t class x t pohi ase ..kintu saru lora tu Assamese medium r Govt School t classa iv t pohi ase
অনুপম দাক বহুত বহুত ধন্যবাদ। আমাক ইমান এটা ধুনীয়া অনুষ্ঠান উপহাৰ দিয়াৰ বাবে🎉👍🙏
Xasakoi katha bu val lagise xuni
অতি সুন্দৰ।
মিহি কাইৰ ফকৰাৰ এখন কিতাপ লিখি
আমাক উপহাৰ হিচাপে দিয়া হ'লে।
অতি সুন্দৰ উপস্থাপন।
নিৰঞ্জন গগৈ আৰু অনুপম দাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অতি বিৰল,,অনুস্থান,,
আজি এই বিজ্ঞান-প্ৰযুক্তিৰ কোৱাল সোতত,,ডাকৰ বচন,, আমাৰ অতীত হেৰাই যাব ধৰিছে।
ভাষাৰে বুজাব নোৱাৰি এইজন মানুহৰ কথা দিল খোলা সুন্দৰ কথা কৈছে খুৰাই 🥰
Realy
Mihmi. Coca. 😂 2:37
Anupomchakroborty thanks for your mission for Assamese language,dergaon
সঁচাকৈ এক মন ভৰোৱা অনুষ্ঠান।
শিৱসাগৰ জিলাৰ নাজিৰাত মোৰ ঘৰ। ভাল লাগিল শিৱসাগৰ জিলা লৰা হৈ।
Pl
অতি সুন্দৰ 🌺
Nice
গাৱঁৰ শ্ৰদ্ধাৰ ছাৰ জনৰ কথাৰ গভীৰতাৰ শলাগ নলৈ নোৱাৰিলো। কিমান সাধাৰণ জীৱন যাপন আৰু কিমান জ্ঞানৰ গভীৰতা।। ধন্যবাদ অনুপম দা।
Right
সঁচাই খুউব সুন্দৰ অনুষ্ঠান --- অসমীয়া জাতি অস্তিত্ব প্ৰকৃত ছবি উপস্থাপন কৰিছে ।
Eman sundor anuthan bor bhal lagil nojona kotha janilu
এইবিলাক শুনিলে মনবোৰ relaxed feel হয় । আগলৈ এনে কুৱা অনুষ্ঠান পাম বুলি আশা কৰিলো।
0
আমাৰ নাজিৰাৰ শ্ৰদ্ধাৰ যোগ গগৈ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল।লগতে মিহিৰ ককালৈয়ো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
🙏🙏 বহুত ভাল কথা কৈছে দুইজনলৈ মোৰ আন্তৰিক শুভেছা থাকিল
আমাৰ সুন্দৰ গাঁওখন, ইয়াৰ মানুহৰ জ্ঞানৰ সম্ভাৰ আৰু কণ কণ শিশুসকলৰ প্ৰতিভাসমূহ কম সময়ত হলেও ৰাইজৰ আগলৈ আগবঢ়াই নিয়াৰ বাবে অনুপম ছাৰলৈ অশেষ ধন্যবাদ থাকিল🙏🏻। লগতে ককাজনলৈও আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।
লক্ষকৈক ম্প
বহুত ভাল লগা কথা এনেকুৱা এই জন মানুহক মৰিবলৈ দিব নোৱাৰি
ৰসাল কথাৰে মণ জয় কৰা ককা জনকক প্ৰথম FB ৰ সেই ভাইৰেল Video তোত দেখিছিলো🙂; video তু খুব ভাল লাগিলে ,এনেকুৱা এটি video আগবঢ়ায় দিয়াৰ বাবে অনুপম দাক ধন্যবাদ জ্ঞাপন কৰিলো💖
ককাক বহুত ভাল লাগে.... ❤️
DHUNIYA lagise anupom da moi ai mihi surak bahut bhal paw thanks anupom apuni bhal kam korise
Bahut dhuniya bahut bahut dhaniyabaad 🙏 siror kothakhuni mur deoterloi monot poril
ককা তুমাক আশিবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো 🙏🙏🙏🙏
অনুপম দা আপোনাক ধন্যবাদ ৷ গগৈ ডাঙৰীয়া আপোনালোকক প্ৰণাম জনাইছো ৷
শিক্ষক জনৰ কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ, ভাল লাগিল ।
এটি মননশীল অনুষ্ঠান ।
সুন্দৰ অনুষ্ঠান এটি উপস্থাপন কৰিলে । বহুত ভাল লাগিল আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো ।
Khub bhal lagil.agoloi punor akhara.bohut bohut dhonya bad.
সুন্দৰ প্ৰদক্ষেপ । শুদ্ধ অসমীয়া ভাষা আজিকালি কিতাপত হে লিপিবদ্ধ হৈছে । মাতৃভাষা লিখিব পঢ়িব কব জনাটো অতিকৈ প্ৰয়োজন ।
Bohut val lagil 🙂🙂🙂
হচাকৈ সিংখা হে লাগিছে মানুহ ইমান সুখি কেনেকৈ হব পাৰে. ❓❓❓❓❓❓ মোৰ ঘৰতো যদি এইজন ককা আহিল হয় আমিও সুখ অনুভব কৰিলো হয়.
নিৰঞ্জণ গগৈদেৱক এটি ভাল এনড্ৰইড মবাইল প্ৰদান কৰি সদায় এনেকুৱা ৰসাল ভিডিও বনাবলৈ সুবিধা প্ৰদান কৰাৰ লগতে You tube ভিডিও নিৰ্মাণৰ জৰিয়তে এক সুন্দৰ সংস্থাপন প্ৰদান কৰা উচিত।
অসম কমেডী ৰাজা মিহি কাই 😂😂😂😂
ভাল লাগিল দেই অনুষ্ঠান টো চাই
স্কুলৰ চাৰ জনৰ ও কথা খিনি শুনি খুব ভাল লাগিল 🥰
ফকৰা-জোজনা আৰু সাথৰত প্রকৃতি আৰু নিজক চিনি পোৱাত অতি সহজ।
@@runuboruah2962
হয়।
Bohut val lagil onusthan tu sai apunar luk hodai vale kukhole thakok take kamona korisu🥰🥰
Thanks Anupam da
অতি সুন্দৰ উপস্থাপন।।। অসমীয়া জাতি তাকিবলে হ'লে এই বোৰ যানিব লাগিব।।।
ভাল লাগিল শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা অনাগত দিনত আকৌ পাম বুলি
ইমান ভাল লাগিল,আমাৰ কাকপথাৰ নাম লোৱা বাবে।
Val lagil Mising oi nitom janibor mon. Sir
অনন্য অৱদান ।আপোনাৰ অনুস্থানবোৰ বিশেষত্ব আজি বহু ওপৰত । সেই হে বহুত প্ৰিয় মোৰ ।বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাক, ধন্যবাদ।
হাঁহিলে সুখ নেহাঁহিলে দুখ ,
মুখ থকাৰ ভাত নথকা জনৰ পাত ৷
বহুত ভাল লাগিল
ভাল লাগিল।
Buhut bhal lagile👍👍👌👌
বহুত বহুত ভাল কথাই কৈছে দুয়োজনলৈকে বহুত বহুত শুভেচ্ছা থাকিল
খুব ধুনীয়া অনুস্থান। 🙏🙏🙏
Bahut val lagil anushthan to sai.
ন ৰূপত সজাই তুলিছে সঁচাই ভাল লাগিল ❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🇮🇳🇮🇳
Niranjon daity thanks
Bor val lagil gantu huni. God bless you
Bhut dhuniya lagise ♥️
Bahut Bhal lagil sai
Val lagil dhonyobad dada. agote facebook, youtube't horu horu video paw aru saboloi huniboloi issa asil eibar valkoi apunalukor channel't dekhi montu vaal lagil. Apunar programe aru news saai bor vaal laage. Apunar Dirghayu kamona korilu aru vaal vaal video saboloi paam buli akha korilu.
চহা অসমীয়া জাতিৰ প্ৰকূত ছবি, ধন্যবাদ 🙏
সুন্দৰ যোজনা
মিহি কাই কথা শুনিলে দুখত থাকিলেওঁ হাহি উঠে মজা
খুব ধুনীয়া লাগিলে চাই ❤️❤️
Hosai bohot dhuniya lagil
Bastob sobi dekhuwale
Val lagil
Bohot bohot dhoinobat Dada 🙏🙏🙏
অনুষ্ঠানটো বৰ ভাল লাগিল ।
sir jonoloi hewa jonalu
অতি সুন্দৰ।।দুই জনলৈ কে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল 🙏🙏
Anupom da apunk bhut val laga ❤️
Mind blowing performance 😀😀😀😀🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
তিনিটা কথা চিৰসত্য ...
চৰকাৰী স্কুলত সকলোৱে চাকৰি কৰিব বিচাৰে
কিন্তু নিজৰ ল'ৰা-ছোৱালী পঢ়াব নিবিচাৰে ...
কৃষকৰ কৃষি সকলোৰে মনোমোহা
কিন্তু কৃষকক কোনেও ছোৱালী দিব নোখোজে ..
ছোৱালীৰ জন্ম কোনেও কামনা নকৰে
কিন্তু বিয়া পাতিবলৈ সকলোকে এজনী ভাল ছোৱালী লাগে ...
এনেকুৱাই হয়গৈ এইবোৰ আমাৰ বুকুৰ মাজত থকা অসমীয়া ভাষাৰ, সাহিত্যৰ সংস্কৃতিৰ ৰস। আজিৰ ল'ৰা-ছোৱালীবোৰে মাক বাপেকৰ মৰম চেনেহবোৰ যান্ত্ৰিক কৰি পেলালে । ইয়াৰ মূলত আমাৰ উচ্চাকাঙ্খী মনোভাৱৰ বৃশ্চিঙ্খলতাৰ পাদুৰভাব।
সুন্দৰ কথা ।
বৰ ধুনীয়া লাগিল অনুষ্ঠানটো চাই।
Ati hundor. Anupam dai val kam korile dhonyobad
বৰ ভাল লাগিছে
Khub val lagile... Aji kali prai fokora jujona ba dakor boson manuhe pahorisei.. bohut nojona kotha hikibole palu video 2r jugedi.. 🙏🙏
আমাৰ মিহি কাই সদায় ৰজা৷
Bohut. Val. Lagil.
Dhuniya lagise dei
সুন্দৰ অনুষ্ঠান
Very nice.... love❤ from sivasagar ❣️
বহুত জানিবলগীয়া কথা৷সুন্দৰ অনুস্হান৷
Aapunar a'ie Anusthan Sai aaplut holu.Aapunaloi bohut bohut Dhoinnobaad jasilu. Logote aapuni khustho aaru dhirghojibi houk taare aantorik kamona korilu.
এনেকুৱা অনুস্থানে নতুন প্ৰজন্মৰ বাবে বৰ উপকাৰ হ'ব বুলি আশা কৰোঁ।হেৰাই যোৱা সংস্কৃতি ৰক্ষা হ'ব।
Khub dhuniya anushthan.
Program tu sai bahut bhaal lagil
Maaje maaje enekuws program Di thaakibo sir
Birat dhuniaa🍁🌿🌾🌾
অতি সুন্দৰ 👌👍
Bhut dinor murt dekha pai khub vl lgil ..apuni hodai jileki thakok takei kmona korelu
Nice
Making style Tu bhut val lagil
সুন্দৰ মনোগ্ৰাহী আৰু সময়োপযোগী অনুষ্ঠান
Bahut vl lagil
Bohut val lagil
Hosakoi bohut val lagil........
Kaka bahut dhunea di aru ag bahi jauk💗💗💗
তেওঁ ক ভাল লাগে এবাৰ লগ পাইছিলো
Thanks ❤️❤️❤️❤️❤️👍👍👍👍👍
Moja
👍 apune je eman dur bat goi news korese kisuman ase ene ji ti koi thake A .C rumot bohe 😁🥰🥰
its a very good.its so beautyful.
Mihi dadai dailock bahut barhia. Excellent.
Hoi dada,apuner program tu sai val lagil...mur dangor tu jodiu English medium t class x t pohi ase ..kintu saru lora tu Assamese medium r Govt School t classa iv t pohi ase
Sir kotha huni khub val lagil hosai
Bht vl lagil Anupam da🙏🙏
So fanny.... Val lagel sai .. koka jon bohut fanny hoi dai
Bor hundor anusthan
বৰ ভাল লাগিল
Mihi mihi kai ghorr usororai akakhn gaonr ajon hohoj horol manuh.... Bohut val lagil...
গগৈ ছাৰৰ কথাখিনি ভাল লাগিল।ছাৰক সেৱা জনাইছো।
ককাৰ কথা বোৰ শুনিয়ে জিভাত পানী আহিছে ককা দীৰ্ঘ জীবি হক ।
He is one of the happiest person ...to everyone he meets he tries to make him/her laugh...