NKTVৰ ষ্টুডিঅ’ত এটি পৃথক শিশু | শিশুটিৰ মাত-কথাই মুহি পেলাব আপোনাক

Поделиться
HTML-код
  • Опубликовано: 3 фев 2022
  • 🎶 NKTVৰ ষ্টুডিঅ’ত এটি পৃথক শিশু
    🎶 শিশুটিৰ মাত-কথাই মুহি পেলাব আপোনাক
    🎶 আশ্বাস আয়ুষ্মান তেওঁৰ নাম...
    🎶 অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’

Комментарии • 1,2 тыс.

  • @jebinsultana8104
    @jebinsultana8104 2 года назад +73

    আশ্বাস, বৰ ধুনীয়া কণমানি…, পোন প্ৰথমে আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
    মই সাধাৰণতে কমেণ্ট নকৰো কিন্তু এই কণমানিৰ প্ৰকাশভঙ্গীয়ে মোক বাধ্য কৰালে কমেণ্টত আঙুলি বুলাবলৈ…
    পোন প্ৰথমে ধন্যবাদ সেই পিতৃ মাতৃলৈ, পৰিয়াল-পাৰ্বনলৈ, নিজস্বতা ইমান সুন্দৰকৈ যে বজাই ৰাখিছে । 'ঘৰেই শিশুৰ কঠীয়াতলী' এই সুন্দৰ বাক্যফাঁকি যেন আজি বাস্তৱায়িত হৈছে । ভৱিষ্যতলৈকো যেন এই ধৰা বজাই ৰাখে আৰু লগতে প্ৰতিজন অসমীয়া অভিভাৱকলৈ মোৰ অনুৰোধ আশ্বাসৰ দৰেই যেন প্ৰতিজন শিশুক সৰুৰেপৰাই দেহে-প্ৰাণে অসমীয়াৰ বীজ শিপাই দিয়ে…
    আশ্বাসক দেখি মোৰ বুকুখন কিছু সাট পৰা যেন লাগিল, খুবেই অভিভূত হলো অসমীয়া উচ্চাৰণ আৰু কথোপকথন, বাকী অনুপম দাৰ কথা বাৰু নকওঁ, তেখেতক কাষৰ পৰা ভালকৈয়ে লগ পাইছোঁ, তেখেতৰ অসমীয়াৰ গভীৰতা জানো, এনেকৈয়ে অসমীয়া প্ৰতিভাবোৰ উলিয়াই আনি আন ১০জনক অনুপ্ৰাণিত কৰি যাওক তাৰেই শুভেচ্ছা থাকিল ।
    পুনঃ আশ্বাসলৈ আন্তৰিক মৰম কিম্বা শুভাসিহ যাছিলোঁ, গীতৰ বাছনি কিন্তু কব লগীয়া, বৰ ভাল লাগিল…, আগুৱাই যোৱা সদায়…

  • @nirmalirajkumari7584
    @nirmalirajkumari7584 2 года назад +49

    পৃথিবীলৈ নতুন সুৰুজ নামিছে । ধন্যবাদ উজ্জ্বল ভবিশ্যত কামনা কৰিলো আশ্ৰস ।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Месяц назад +2

    অন্যান্য অনুপম অস্বাসৰ সম্পৰ্কে ঠোৰটে এটা কথা মনলৈ আহিছে,যি লাই বাঢ়ে দুটা পাটতে চিনি পোৱা যায়।। এওঁৰ ভবিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰোঁ আৰু অভিভাৱকৰ প্ৰতি আহ্বান জনাও এই শিশুটিক সজতনে দায়িত্ব বোধেৰে আপোনালোকৰ মৰমত ডাঙৰ দীঘল কৰক।।🎉❤❤

  • @jitenrabha9674
    @jitenrabha9674 2 года назад +6

    আপ্লুত হলো। ল'ৰা জনৰ পিতৃ মাতৃৰ অৰিহনা জিলিকি উঠিছে। তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

  • @ritudarrang4170
    @ritudarrang4170 2 года назад +192

    ৪ৰ্থ শ্ৰেণীৰ ল'ৰা কিন্তু ল'ৰাজনৰ অসমীয়া ভাষা শৈলী বাক্যৰ গাঠনি বৰ সুন্দৰ; অসমীয়া বিষয়ৰ অধ্যাপক এজনতকৈ কোনো গুনে কম নহয়। উজ্জ্বল ভবিষ্যত কামনা কৰিলো #আশ্বাস ।

  • @monjubhora633
    @monjubhora633 2 года назад +82

    সুন্দৰ কণ্ঠ আশ্বাস।উজ্জ্বল ভৱিষ্যত কামনা কৰিলো তোমাৰ।

  • @protivadas3486
    @protivadas3486 3 месяца назад +1

    কিমান ভাগ্যবান মাক দেউতাক যে এনেকুৱা এজন সুযোগ্য সন্তান জন্ম হৈছে, আশীৰ্বাদ কৰিছোঁ আশ্বাস,তুমি আৰু আগুৱাই যোৱা যেন

  • @hirokjyotihazarika.golagha5284
    @hirokjyotihazarika.golagha5284 Год назад +21

    সকলোৰে মন মুহিব পৰা মাত আৰু বহুত ধুনীয়া কণ্ঠৰ অধিকাৰী তুমি আশ্বাস। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @songeetaboruah2610
    @songeetaboruah2610 2 года назад +208

    সুৰ কণ্ঠ ইমান সুন্দৰ ❤️
    এইয়া হে অসমীয়া
    মাক দেউতাৰ গৌৰৱ তথা সংস্কৃতিৰ গৌৰৱ 👍 তেওঁৰ ভৱিৎসত বহুত উজ্জ্বল হওঁক 🙏

  • @sanjibhandique6021
    @sanjibhandique6021 2 года назад +78

    অসমৰ আটাইতকৈ মৰমীয়াল ল'ৰাটো ,,ইমান মৰম লগা ,বাকপটু,তীক্ষ্ণ, কথা কোৱাৰ ভংগী উপস্থাপনশৈলী, কণ্ঠ ,,,👌👌👌👌অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা আশ্বাস,, মৰম আৰু আশীৰ্বাদ থাকিল।

    • @sarbeswargogoi2781
      @sarbeswargogoi2781 2 года назад +1

      দেশৰ মুকুতা হৈ জিলিকি থকা। আশীৰ্বাদ বহুত থাকিল।

    • @pradipsharma8199
      @pradipsharma8199 2 года назад

      Tumi aaguai jowa axirbad thakil

    • @kamaleswargogoi4687
      @kamaleswargogoi4687 2 года назад +1

      বহু ত ভাল লাগিল । আশীর্বাদ কৰিছো আগু ৱাই যাবলৈ

    • @dipokray2388
      @dipokray2388 2 года назад

      Yk

    • @sumudutta6281
      @sumudutta6281 Год назад

      Bohut bohut morom tumaloi

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 Год назад +2

    বাপু তোমাক বহুত বহুত আশীৰ্বাদ জনালোঁ। আগুৱাই যোৱা । নিজৰ সপোন বাস্তৱ কৰা। God bless you.

  • @dipuphukan3396
    @dipuphukan3396 2 года назад +26

    আস্বাসৰ প্ৰতিভাই আপ্লুত কৰিলে৷ অভিনন্দনৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ!

  • @titaborgirlsjuniorcollege3470
    @titaborgirlsjuniorcollege3470 2 года назад +4

    অসমীয়া জাতি দুৰ্বল নহয় এটা পূৰ্ণ জাতি।ভাষা সংস্কৃতি পৰম্পৰা আদিয়ে অসমীয়া জাতি এটা সবল শক্তিশালী জাতি। তাৰেই প্ৰতিফলন আশ্বাস আয়ুসমান। তুমি আগুৱাই যোৱা তাৰেই কামনা কৰিলো ❤️।

  • @manjulpathak4182
    @manjulpathak4182 2 года назад +17

    Marvelous! ভৱিষ্যতৰ ভূপেন দা ,জুবিনৰ স্থান ল'বলৈ গৈ আছে । বৰ্তমানৰ কনমানিটোৱে তাকে প্ৰতিয়মান কৰিছে । সেই মাক দেউতাক ধন্য যি এনে এটি শিশুৰ জন্ম দিছে ! আশ্বাসৰ উজ্বল ভৱিষ্যতৰ কামনাৰে 😘

  • @monozaxom9308
    @monozaxom9308 2 года назад +15

    ইমান সুন্দৰ কণ্ঠ, ইমান সুন্দৰ কথনশৈলী, ইমান অহংকাৰশূণ্য, ইমান অমায়িক লৰাটোক এবাৰ লগ পাবলৈহে মন গৈছে। ইংৰাজী মাধ্যমত পঢ়াৰ পিছতো অসমীয়া শব্দৰ প্ৰয়োগ আৰু উচ্চাৰণ ইমান সুন্দৰ। ধন্য সেই কেইজন মাক-দেউতাক। তেওঁলোকৰ সন্তানক সংস্কাৰী তথা সকলো দিশতে অনন্য কৰি তোলাৰ বাবে। আশ্বাস তুমি বহুত আগবাঢ়ি যোৱা। আমাৰ বহুত ভৰষা আছে তোমাৰ ওপৰত।

    • @kiranbor3316
      @kiranbor3316 2 года назад

      very nice

    • @arianasdiary4801
      @arianasdiary4801 2 года назад

      Llllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllp
      lllollllllllllllll

  • @user-ig5ic7wy1s
    @user-ig5ic7wy1s Месяц назад

    অতি সুন্দৰ লাগিছে আশ্বাস শুনি ভাল লাগিল তোমাৰ কণ্ঠত গীত শুনি ।আৰু আগুৱাই যোৱাৰ কামনা কৰিলোঁ । আশীৰ্বাদ কৰিছোঁ ভগৱানে মঙ্গল কৰক।

  • @minotichetia9972
    @minotichetia9972 2 года назад +13

    ইমান সুন্দৰ আৰু কথা কোৱাৰ ভঙ্গী বহুত ভাল লাগিল।আশ্বাসলৈ বহুত মৰম ও আশ্বাসৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ ❤️❤️

  • @nirupomaphukan3504
    @nirupomaphukan3504 2 года назад +45

    আশ্বাস বাবা তুমি আৰু আগুৱাই যোৱা ,ঈশ্বৰে তোমাৰ মংগল কৰক ।

  • @JubairHassan18
    @JubairHassan18 2 года назад +21

    এই ঠাণ্ডা বতৰত লেপৰ উমত প্ৰতিটো গান ভৰি নাচি নাচি শুনিলোঁ।মনতো ভাল লাগি গল।

  • @bishubjyotisenapoti9192
    @bishubjyotisenapoti9192 2 года назад +6

    আস্বাস তোমালৈ অন্তৰৰ পৰা বহুত বহুত মৰম যাছিচো, মই অসমীয়া হিচাপে তোমাকলৈ গৌৰৱ অনুভৱ কৰিছো । তোমাৰ প্ৰতিভা আৰু বিকাস হওক লগতে তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিছো ।

  • @prafulladas7224
    @prafulladas7224 2 года назад +41

    ইমান মৰম লগা সকলো ফালৰ পৰাই মৰম লগা, বাবু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

    • @binunewar5519
      @binunewar5519 Год назад +2

      Lora hoi ne suwali moi to suwali lagise . Kinto very nice hur. Vabiboi nuwari. Bahut agbari jab buli mur kamana 🙏🙏👍👍

  • @dipankarartassam989
    @dipankarartassam989 2 года назад +25

    বৰ ভাল লাগিল
    অসম আৰু অসমীয়াৰ ভবিষ্যত।
    আগ বা

    • @PranabDeka-kt5gi
      @PranabDeka-kt5gi Месяц назад

      Asakh tumar vobishoyt kamna korilu tumar gan hunibole akha thakil

  • @user-iq6yi5fc6o
    @user-iq6yi5fc6o Месяц назад

    ইমান মৰম লগা ল'ৰা ইমান ভাল গান ভাল কথনশৈলীৰ বাবে কৃষ্ণ ভালপালো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 2 года назад +92

    আস্বাস নতুন প্ৰজন্মৰ বাবে আদৰ্শ বুলি মই ভাবোঁ। সঁচাকৈয়ে বৰ মৰম লগা। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো 😘

  • @pranabtumung6083
    @pranabtumung6083 2 года назад +21

    তোমাক আগুৱাই জাব দিবলৈ বাবে উজ্জ্বল কামনা হওক আস্বাস 👍👍🎤🎤🎤🎸🎸🎸🎹🎹🎹

  • @diptimedhi9376
    @diptimedhi9376 2 года назад +15

    আশ্বাসৰ কথা কোৱাৰ শৈলী বৰ ভাল লগা। সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

    • @arunnath2309
      @arunnath2309 2 года назад

      Bhupen mama xhodai amar majot ase aiai sauk ba buku kopi jai

  • @silentboyff5331
    @silentboyff5331 2 года назад +11

    বহুত বহুত বহুত সুন্দৰ কন্ঠ আশ্বাস। তোমাৰ উজ্জ্বল ভৱিষ্যত হওঁক তাৰে কামনা কৰিলোঁ। ❤️❤️❤️

  • @JubairHassan18
    @JubairHassan18 2 года назад +20

    He is extraordinary,his song selection is extraordinary,his style is extraordinary.

  • @prasenjitkoch966
    @prasenjitkoch966 2 года назад +26

    Ashwas is a child prodigy. The morning Sun shows the day. He is future music sensation of Assam. Awesome voice. God bless him

  • @munmihazarika779
    @munmihazarika779 3 месяца назад

    সচাঁকৈ বৰ সুন্দৰ লাগিছে। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো কৃষ্ণ। 😊

  • @mirazahmed9663
    @mirazahmed9663 2 года назад +2

    আশ্বাস , আগুৱাই যোৱা সকলোৰে আশীৰ্বাদ তোমাৰ লগত আছে ।মাথো অহঙ্কাৰী নহবা ।

  • @pratapkalita8894
    @pratapkalita8894 2 года назад +8

    আশ্বাস ৰ bright future কামনা কৰিলো।

  • @prafulladas7224
    @prafulladas7224 2 года назад +56

    শেষৰ গীতটি বৰ অৰ্থ পূৰ্ণ কৰি দিলা ও বাবু সঁচাই বাদ্যশিল্পী সকল পৰিচয় বিহীন হৈ থাকে কিন্তু তুমি কাষত গৈ এজন এজন কৈ দেখাই দিলা । ধন্যবাদ তোমালৈ ।

    • @harichandranath3739
      @harichandranath3739 2 года назад +4

      আস্বাসৰ ভবিষ্যত উজ্বল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ

    • @jayantadas1357
      @jayantadas1357 2 года назад +2

      সুন্দৰ

    • @devasaikia2726
      @devasaikia2726 6 месяцев назад

      @@harichandranath3739 dc.

    • @Rupaliboruah-gi4uk
      @Rupaliboruah-gi4uk 6 месяцев назад

      ​@@harichandranath3739q❤❤

    • @kumbheswarboruah5365
      @kumbheswarboruah5365 6 месяцев назад

      0​@@harichandranath3739

  • @riturajkalita2767
    @riturajkalita2767 Год назад +1

    আশ্বাসৰ সুৰ,কণ্ঠ, বাকশৈলীতাই সকলোকে অভিভূত কৰাইছে।কি সুন্দৰ পাৰফৰমেঞ্চ! সঁচাকৈ, আশ্বাসৰ দৰে সন্তানৰ পিতৃ মাতৃ হোৱাটো ও গৌৰৱৰ কথা।
    আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @manjulabora8219
    @manjulabora8219 2 года назад +3

    সচায় আশ্বাসৰ আশ্বাস👍👍 উঠি অহা সকলৰ কাৰণে আদৰ্শ নীয়। তেওঁৰ পিতৃ মাতৃ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো লৈকে।❤️❤️🙏🙏 God bless you 🙏🙏

  • @bijitsaharia5692
    @bijitsaharia5692 2 года назад +51

    দেখাত যিমান মৰমলগা সিমানেই মৰম লগা কথা-বতৰা। তোমাৰ ভবিষ্যত উজ্বল হওক।

    • @kunjabora961
      @kunjabora961 2 года назад

      Maram laga kanmaniti Agabarhi jua.

  • @pratapkalita8894
    @pratapkalita8894 2 года назад +4

    আশ্বাস তোমাক আশীৰ্বাদ কৰিছো তুমি আগুৱাই যোৱা। ভগৱান সদায় তোমাৰ সহায় হব।

  • @abantigoswami9308
    @abantigoswami9308 8 месяцев назад

    বৰ সুন্দৰ । সংস্কাৰপূৰ্ণ পৰিয়ালৰ ফচল ।অসমৰ গৌৰৱ ।

  • @jyotibordoloi2664
    @jyotibordoloi2664 Год назад +1

    বৰ সুন্দৰ, সাংঘাটিক ধুনীয়া কৈ গাব পৰা শক্তি আছে । ভৱিষ্যত উজ্বল হৈ নক্ষত্ৰ হৈ জিলিকি উঠক ।

  • @inugogoi797
    @inugogoi797 2 года назад +43

    আস্বাস তুমি বহুত মৰম লগা, সুন্দৰ কণ্ঠ, সুন্দৰ নিখুঁত শব্দ, তোমাৰ উজ্বল প্ৰতিভাৰে সকলোৰে মন জয় কৰা তাৰেই কামনা কৰিলোঁ ♥️♥️♥️

  • @dmvlogs6553
    @dmvlogs6553 2 года назад +14

    আশ্বাসৰ মাতটো শুনি flowrinak মনত পৰিল।

  • @bbora931
    @bbora931 2 года назад +5

    অতি সুন্দৰ হৈছে।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনা ইছো যেন আৰু আগ বা ঢ়ক। কৃষ্ণ।

  • @aamarprithivibharatiphukan6883
    @aamarprithivibharatiphukan6883 2 года назад +6

    আশ্বাস আচলতে এটি অনুষ্ঠান, সকলো প্ৰতিভাৰ সুন্দৰ সমাহাৰ, আৰু আগুৱাই যোৱা

  • @p.lagachuofficialplproduct3928
    @p.lagachuofficialplproduct3928 2 года назад +8

    কি যে মন মোহিনী কণ্ঠ ভগৱানে তেওঁক আৰু আশীৰ্বাদ কৰক লগতে অনুপম দালৈ সীমাহীন সন্মান আৰু বহুত বহুত আন্তৰিক অভিনন্দন ,,,,

  • @arunhazarika5296
    @arunhazarika5296 2 года назад +11

    খুব ভাল লৰা আৰু সুন্দৰ মাট সুন্দৰ গান গাই। প্ৰথম Dimpu ৰ লগত

  • @rubigogoi5237
    @rubigogoi5237 2 года назад +37

    কণমাণি আশ্বাসলৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ দিলো। ঈশ্বৰে সদায় তোমাক কুঁশলে ৰাখক। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️

  • @purnagohain1853
    @purnagohain1853 2 года назад +97

    বৰ সুন্দৰ কণ্ঠ , বৰদৈ চিলা গীত টি শুনি শুনি থাকিবৰ মন , আশ্বাসৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ🙏

  • @manjulpathak4182
    @manjulpathak4182 2 года назад +6

    জীৱনত চোৱা অনুষ্ঠানবোৰৰ ভিতৰত অন্যতম । পুলকিত কৰিলা আশ্বাস 😍

  • @parishmitaparashar2122
    @parishmitaparashar2122 2 года назад +3

    আশ্বাস অতি সুন্দৰ। তোমাক মই আগৰে পৰা চিনি পাওঁ। ভৱিষ্যতে আৰু আগুৱাই যোৱা। ভগবানে তোমাৰ মংগল কৰক। 💖💖💖

  • @kangkankalita9933
    @kangkankalita9933 2 года назад +2

    বহু দিনৰ মূৰত এটা খুব আমোদজনক অনুষ্ঠান চাব পৰিলোঁ। তাৰ বাবে অনুপম দা আপোনাক বহুত বেছি ধন্যবাদ । আৰু লগতে আশ্বাসক কি কম ভাষা হেৰাই গৈছে । দেখাত যিমান মৰম লগা লৰা টো তেওঁৰ কথোপকথন সুৰ কণ্ঠ আৰু বেছি সুন্দৰ । খুব জিপাল ।। উজ্বল ভৱিষ্যত কামনা কৰিছোঁ । অনাগত দিনবোৰত এটা উজ্বল নখত্ৰ হৈ পৰক । তাৰ বাবে পাৰ্থনা জনাইছোঁ।। এটা সুন্দৰ কণ্ঠৰ অধিকাৰী হক । উঠি অহা নৱ প্ৰজন্মৰ বাবে প্ৰেৰণা হক ।। শেষত আটাইলৈ ধন্যবাদ এনেকুৱা এটা অনুষ্ঠান আগবৰুৱাৰ বাবে ।। ❣️💐

  • @banasri845
    @banasri845 2 года назад +10

    Outstanding performance... God bless you baba

  • @ratulbarman5379
    @ratulbarman5379 2 года назад +12

    আশ্বাস উজ্জ্বল ভৱিষ্যত কামনা কৰিছো

  • @muninborah6784
    @muninborah6784 6 месяцев назад

    অপূৰ্ব; উজ্জ্বল ভৱিষ্যত কামনা কৰিলো;

  • @chandrasaikia4910
    @chandrasaikia4910 Год назад +1

    অতি সুন্দৰ।আকৌ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱে গোৱা যেন লাগিছে।আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @kalpanapicture2.017
    @kalpanapicture2.017 2 года назад +4

    Coment nkrakoi thkibo nuarilu,......
    anupam daa apunar anekwa hokolu protyuk2 video sai vl pwa apuna premik moii ❤️anedore ntun projonmok apuni agbhai niok.. love you ❤️❤️🙏 আস্বাস aguai jwa ❤️❤️

  • @aninditaphukon117
    @aninditaphukon117 7 месяцев назад

    বহুত আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 2 года назад +1

    আশ্বাস !! তুমি আমাৰ ভৱিষ্যতৰ পৃথিৱীৰ বাবে বহুত আশ্বাসৰ ভঁৰাল। তোমাৰ এই ভৱিষ্যত যাত্ৰাৰ সৰ্বতোপ্ৰকাৰে উজ্জ্বল কামনা কৰিছো।

  • @RONTU684
    @RONTU684 2 года назад +8

    সুন্দৰ ভবিষ্যতৰ অধিকাৰী।

  • @sharatsonowal10
    @sharatsonowal10 2 года назад +4

    উজ্বল ভৱিষ্যত কামনা কৰিলো মৰমৰ ভাইটিতো লৈ❤️❤️

  • @lakhiboro7445
    @lakhiboro7445 2 года назад +1

    ঐছৰীক অৱদান!ভৱিশ্যতৰ ভৱিশ্যত।অতি শুন্দৰ কণ্ঠ!অদ্ভুত মৰমীয়াল!শুণ্দৰ সংশ্কাৰ!শুণ্দৰ প্ৰতিভাৰ গৰাকি! শুন্দৰ অসমীয়া ভাষা শৈলী!শুন্দৰ বত্তৃত্বৰ উপশ্থাপন!বহু জ্ঞাণ গুণেৰে পৰিপুৰ্ণ !আশ্শাস তুমি সদাই এনেদৰে জিলিকী থকা !ইচ্ছৰে তুমাক সদাই মংঙ্গলে!ৰাখক আৰু তুমি তোমাৰ জীৱণত সদায় আগবাড়ি যোৱা সেইবাবে ইচ্ছৰৰ ওচৰত তাৰে প্ৰাৰ্থণা জনালো!ধণ্যবাদ

  • @bhargabacharja1778
    @bhargabacharja1778 2 года назад +2

    ইংলিছ স্কুলত পঢ়িলেই কিন্তু অসমীয়া পাহৰি নাযায় আমাৰ " আশ্বাস" এয়া উদাহৰণ। সুন্দৰ ভৱিষ্যত কামনাৰে।

  • @bhagabandas4888
    @bhagabandas4888 2 года назад +16

    বোপাই অ বৰ ভাল লাগিল l উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ l

  • @anilgogoi876
    @anilgogoi876 2 года назад +46

    ভবিষ্যতৰ ভোটা তৰা। অনুষ্ঠানটি আগবঢ়োৱাৰ বাবে অনুপম চক্ৰৱৰ্তী লৈ অশেষ ধন্যবাদ থাকিল।

  • @sikhahandique7774
    @sikhahandique7774 2 года назад

    ইমান মৰমলগা 🥰🥰কথা কেইটাও বৰ ধুনীয়া ❤️

  • @rumibarman8007
    @rumibarman8007 Год назад +1

    সুন্দৰ কণ্ঠ।❤️❤️❤️ বাবু যেন নালাগে মাইনা যেন লাগে 🥰🥰🥰

  • @khagenboruah3054
    @khagenboruah3054 2 года назад +3

    বহুত মেচ্ছীয়ৰ্ট। কতো খুঁত নাই। ভবিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ।

  • @akonborah3857
    @akonborah3857 2 года назад +6

    তোমাৰ গীতে আমাক মুগ্ধ কৰিলে। তুমি আগবাঢ়ি যোৱা।

  • @minudeka1089
    @minudeka1089 2 года назад +1

    আশ্বাসৰ বহুত বহুত বহুত শুভ কামনা জনালো। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। বহুত বহুত দুৰ আগুৱাই যোৱা তুমি

  • @binitakakati1561
    @binitakakati1561 Год назад

    কবলৈ ভাষা নাই ইমান মৰম লগা❤❤❤❤💛💛💛💛💛

  • @alpanahazarika7178
    @alpanahazarika7178 2 года назад +13

    বহুত বহুত অন্তৰস্পৰ্শী ,আবেদনময়ী শিশু কণ্ঠ। অসমৰ ভৱিষ্যতৰ আকাশৰ এটি
    উজ্বলতৰ আলোক জ্যোতি হৈ থাকক
    তেওঁ।

  • @manjubhuyan2225
    @manjubhuyan2225 2 года назад +3

    No Words to say about you
    & Your Sweet Voice
    Awesome 👍👍👍

  • @pkdutta7953
    @pkdutta7953 2 года назад +5

    আশ্বাসৰ কন্ঠ বৰ সুন্দৰ আৰু কথা বিলাক কওতেও বহুত সুন্দৰ তেওঁৰ ভবিষ্যতৰ উজ্বল কামনা কৰিলো।

  • @lachithazarika760
    @lachithazarika760 2 года назад +20

    future singer in assam....❤❤

  • @jayantachangmai2563
    @jayantachangmai2563 2 года назад +3

    আশ্বাসৰ ওপৰত আমাৰ বিস্বাস আছে ! ভবিষ্যতে অসমীয়া সংস্কৃতিৰ গুৰিধৰিব, সংস্কৃতিৰ পথাৰত এপাহ মৰহি নোযোৱা ফুলহৈ ৰব!.......
    অসমীয়া সন্তান এটিৰ এনে বহুমুখী প্রতিভা দেখি মনত এটি অবুজ আনন্দৰজোৱাৰ উঠিল....! আনন্দত কব নোৱৰাকৈয়ে চকলু নিগৰি আহিল! আশ্বাস আৰু অনুপমদাৰ সুস্বাস্থ্য ,দীৰ্ঘায়ু কামনা কৰিলো! .......ধন্যবাদ!

    • @birensarma5130
      @birensarma5130 2 года назад

      বৰ ভাল লাগিল আশ্বাস, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @swapnasaikia9470
    @swapnasaikia9470 2 года назад +1

    প্ৰথমে তোমাৰ মা দেউতাক অভিনন্দন জ্ঞাপন কৰিছো।

  • @padminisaikia6104
    @padminisaikia6104 7 месяцев назад

    বর সুন্দর ।আগুৱাগ যোৱা তুমি আশ্বাস ।আশীবাদ করিছো আরু দীরঘায়ু কামনা করিছো ।মরম লগা লরাটো

  • @santanugogoi9904
    @santanugogoi9904 2 года назад +11

    সাৱলীল ভাষাৰে মৰম লগা হাঁহিৰে মন মুহিব পৰা ভংগিমাৰে এটি সুন্দৰ কন্ঠৰ অধিকাৰী

  • @mirzapurso3new49
    @mirzapurso3new49 2 года назад +9

    Cute and very smart and intelligent child ❤️❤️

  • @dharmakantadeka3553
    @dharmakantadeka3553 4 месяца назад

    সচাই ধুনীয়া লাগিছে ল'ৰাটোৰ গীতবোৰ ।ভৰষা আমাৰো আছে। এদিন ধুনীয়া গায়ক হ'ব।

  • @jnvlogs2821
    @jnvlogs2821 2 года назад +4

    অতি সুন্দৰ।ভাষা নাই|ভৱিষ্যতৰ বঠা ধৰোঁতা।

  • @diptidutta1058
    @diptidutta1058 2 года назад +26

    আশ্বাসৰ অনুষ্ঠানটো চাই আপ্লুত হ'লো । তেওঁৰ সংগীত যাত্ৰা ভৱিষ্যতলৈ অব্যাহত থাকক তাকে কামনা কৰিলো ।

    • @prafulladas7224
      @prafulladas7224 2 года назад +1

      হয় দিয়ক 54 মিনিট এক ছেকেণ্ড কেনেকৈ গমে নাপালোঁ ।

    • @jyotshnamahanta3646
      @jyotshnamahanta3646 2 года назад

      Èo0

  • @sureshchandraray50
    @sureshchandraray50 2 года назад +11

    অসমৰ গৌৰৱ । ভৱিয়য়ৎ উজজল হক ।

    • @marykujur8120
      @marykujur8120 2 года назад +1

      তোমাৰ ভবিষ্যত উজ্বল কামনা
      কৰিলোঁ ।

  • @monjitdourah1741
    @monjitdourah1741 2 года назад +3

    বহুত বহুত মৰম আৰু শুভাশীষ যাচিলোঁ আশ্বাস । অসাধাৰণ প্ৰতিভা তোমাৰ । আগুৱাই যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @kailashnaturalbeauty2830
    @kailashnaturalbeauty2830 2 года назад +2

    ইমান ধুনীয়া কে গীতবোৰ গাইছে ইমান কম বয়সতে,, উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ভগৱান ৰ ওচৰত,,,

  • @utpalgogoi2112
    @utpalgogoi2112 2 года назад +12

    বহুত ভাল লাগিলে ভাইটি ক

  • @shilpikalita6287
    @shilpikalita6287 2 года назад +2

    উজ্জ্বল ভবিষ্যত কামনা কৰিছো আশ্বাস ❣️

  • @rupaligogoi4974
    @rupaligogoi4974 2 года назад +1

    আস্বাস সঁচা ই তুমি নতুন প্ৰজন্ম ৰ আদৰ্শ।ভগৱানে তোমাক আগবাঢ়ি যোৱাত সহায় কৰে যেন।

  • @ponchanonborah4291
    @ponchanonborah4291 2 года назад +4

    সুন্দৰ অনুষ্ঠান, আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @harshitasaikia523
    @harshitasaikia523 2 года назад +3

    Geetr kotha baru nkoua.. Teur dore kotha koboloi aasolote horu lorasualir logote dangrew hikatu bohut proiujon.. Bohut morom ruu huvokamona thakil tumaloi❤❤

  • @renuchoudhury5044
    @renuchoudhury5044 2 года назад +1

    সচাঁই মাতকথা আৰু গান মুহি দিছে ধন্যবাদ জনালো আৰু লগতে তোমাৰ মা দেউতাকো তোমাৰ উজ্জল ভৱিষ্যতৰ কামনা কৰিলো ভগৱানৰ ওচৰত

  • @nirupamaborah8235
    @nirupamaborah8235 2 года назад +1

    অনাগত সময়ৰ বাবে দেশৰ গৌৰৱ।সাহিত্য সংস্কৃতি ধৰি ৰখা এটি উজ্বল নক্ষএ। আশ্বাসলৈ বহুত ধন্যবাদ আৰু আৰ্শিবাদ থাকিল। ধন্যতোমাৰ প্ৰতিভা।

  • @HemendraSarma-tp8ge
    @HemendraSarma-tp8ge Год назад +3

    A historical legendary song for Assamese people by Dr. Hajarika,congratulations to beautiful little singer,

  • @minikalita8587
    @minikalita8587 2 года назад +11

    উত্তম।

  • @KushalKrRabha
    @KushalKrRabha 2 года назад +1

    সুন্দৰ, অতি সুন্দৰ আশ্বাসৰ কণ্ঠ ৷
    ইতিমধ্যে যোৱাটো সুধাকণ্ঠৰ গীতৰ
    প্ৰতিযোগীতাত সঙ্গীত প্ৰেমীক বহুত
    আশ্বাস দি গৈছে ৷ আচলতে এজন শিল্পিৰ যিবিলাক গুণ থাকিব লাগে
    যেনে আমাৰ চিৰপূজ্য ভূপেন হাজৰিকা
    দেৱৰ লেখিয়া এটা মন, কঠন ভঙ্গী ইত্যাদি ৷ আচলতে আশ্বাসে এই পখিলা খেদা বয়সতে আমাক তাৰেই বহুত
    কিবা-কিবি আশ্বাস দিবলৈ সক্ষম
    হৈছে ৷ অতি মৰম লগা আশ্বাস ভবিষ্যতে অসমৰ আকাশত আৰু এজন
    বিষ্ণু ৰাভা নতুবা এজন ভূপেন হাজৰিকা হৈ জিলিকি থাকক
    তাৰেই কামনা কৰিলোঁ ৷ লগতে
    তেখেতৰ মা-দেউতালৈ মোৰ সশ্ৰদ্ধ
    প্ৰণাম জনালোঁ আৰু অনুস্থানটোৰ
    আত ধৰোটা জনলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ আমাক এটা ইমান
    সুন্দৰ programme চাবলৈ সুযোগ দিয়া
    বাবে ৷

  • @swarnasaikia7768
    @swarnasaikia7768 9 месяцев назад

    অতি সুন্দৰ কণ্ঠ আশ্বাস উজ্জ্বল ভবিষ্যত কামনা কৰিলো তোমাৰ আগুৱাই যোৱা আশীৰ্বাদ থাকিল ❤❤❤

  • @hiraboruah3208
    @hiraboruah3208 2 года назад +10

    অতি সুন্দৰ।

  • @axomiajyotistatus3607
    @axomiajyotistatus3607 2 года назад +11

    আশ্বাস , তোমাৰ সুন্দৰ কন্ঠ টিক লৈ আগুৱাই যাব সংকৃতিৰ ভৱিষ্যত। বহুত বহুত উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।।🥰🙏🤩🤩

    • @sovravgayan8440
      @sovravgayan8440 2 года назад

      Kune kose anupam da kotha kobo najane.june koise hihe laj puwa usit

  • @gaganchandrahazarika4605
    @gaganchandrahazarika4605 7 месяцев назад

    সুন্দৰ কণ্ঠৰে ডক্টৰ ভূপেন হাজৰিকাৰ এক অনন্য ৰূপ।

  • @GituDas-oj6ej
    @GituDas-oj6ej 2 месяца назад

    সুন্দৰ তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।

  • @junaliborgohain2611
    @junaliborgohain2611 2 года назад +4

    ইমান সুন্দৰ কণ্ঠ ।ভৱিষ্য'ত উজ্জ্বল হওক আশ্বাস