At first, Thanks to Anupam Chakraborty Sir. Dear Kaustobh, In future you will be a great singer in all over Assam. God bless you and to your parents. Thank you very much.
Mojja anupom da apuni bukar padumbur butali Ani vl korisa lora2 aru aguyai jauk taka kamona korisu..aru apaunaku dhaniyabad disu..aru apuniu aguyai jai jan
সুন্দৰ অতি সুন্দৰ। তুমি সচাঁ কৈ ইমান ধুনীয়া গীত গাবলৈ শিকিলা।তোমাক ভগৱানে আৰু আগবঢ়াই নিয়ক।
বৰ ধুনীয়া গাইছা আগলৈ আৰু আগুৱাই যোৱা
Val lagil koustv agbahi jua
বহুত বহুত ভাল লাগিছে দেই সদায় আগুৱাই যোৱা❤❤❤
অতি সুন্দৰ গাইছা। আগুৱাই যোৱা।ঈশ্বৰে মঙ্গল কৰক।
কৌস্তুভ তোমাৰ কণ্ঠ ইমান সুন্দৰ এনেকৈয়ে গীত গাই আগবাঢ়ি গৈ থাকা তাৰে কামনা কৰিলোঁ। ❤👌
ঢকবতী দা আপোনি বহুত ভাল কৰিছে আৰু কসতূব ইমান ধুনীয়া গাইছেশ শুনি থাকিব মন যায়
আপোনাক বহুত বহুত ধন্যবাদ🙏 ল'ৰাতোক আগবঢ়ায় নিয়া বাবে🙏।❤
অতি সুন্দৰ। উজ্বল ভৱিষ্যত কামনা কৰিলো।
Anupam da aponak sasai dhanya bad diso eman dhuniya 2 pratibha bisari2 amar majat bilai diye amito gamei napalo hy thank you Anupam da
বহুত ভাল লাগিছে ধন্যবাদ আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিছো।
বহুত ভাল লাগিছে ধন্যবাদ আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিলোঁ ❤❤❤
অনন্য মধুৰ পোনাটি কণ্ঠ । এনেকুৱা মধুৰ কণ্ঠ খুব কমেইহে পোৱা যায় । প্ৰতিটো গীতৰ বহু গভীৰলৈ সোমাই গাইছে ।
গানটো বৰ ধুনীয়া লাগিছে
কৌস্তভ ভাইটী তুমি ইমান সুন্দৰ কন্ঠৰে গাইছিলা । গীতবোৰ শুনি আৰু তোমাৰ মুখলৈ চাই মোৰ হৃদয় খনি এবাৰ হিয়ৰি উঠিল । সংগীতেৰে তুমি অমৰ ভাইটী ।
M
@@bikashrajkonwar4614
Um
ভবিষ্যতে সুন্দৰ গায়ক হোৱাৰ কামনা কৰিছোঁ ।❤ ইমান সুন্দৰ কণ্ঠ । ধন্যবাদ জনাইছোঁ।
অনুপম চক্ৰৱৰ্তী দাক হাজাৰ বাৰ ধন্যবাদ জনালো । লৰা ছোৱালী কেইটাইকআনধাৰ জগতৰ পৰা পোহৰ জগতত বিলিন কৰাই দিয়াৰ বাবে বহুত ধন্যবাদ থাকিল ।
বাবা বৰ সুন্দৰ ❤❤❤
Bhut dhuniya koi gaise bhaitiye bhut bhal lagise
ইমান ভাল লাগে মাতটো বৰ ভাল
Dhuniya lagise anupam da kushtap vahtik aru alop aguwai jaboloi ajhibad korisu ❤
,ভৱিষ্যত জীৱনত আৰু অধিক ভাল ফলাফল দেখুৱাব পাৰিব লাগিব, এইটোৱেই একমাত্ৰ মোৰ কামনা, বহুত বহুত বহুত ভাল লাগিল, বহুত বহুত ভাল হওক
কৌষ্ঠৱ মনি তোমাৰ মাতটো বৰ কোমল সকলোগীতেই ইমান সুন্দৰকৈ গাব পাৰা ।তোমাৰ উজ্বল ভবিশ্যৎ কামনা কৰিলো । আগুৱাই যোৱা ; আশীৰ্বাদ দিলো ।
KastabBahutHundaGaisa. AshibafThakil. Sgu eaijua.
সুন্দৰ, আশীৰ্বাদ কৰিছো কৌস্তভ্ তুমি আৰু আগ বাঢ়ি য়োৱা শিল্প জগত খন লৈ তাৰেই কামনা কৰিলো ।🙏🙏🙏
গীত শুনী বহুত ভাল লাগিল ।অতি মৰমৰ লৰা ।
Vaiti tomar geet sunile mor manto beya lagi thakile anei manto khub val lage oo tomi aguyai joya..best of luck
মাক দেউতাকৰ পুণ্যৰ বলত এই ল'ৰা টোৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠ নিগৰাইছে
Bhut dhuniya gaisa beta tumi aru aguai jua mor akhirbad xodai thakil tumaloi 🥰😘
জান কি সুন্দৰ লাগিছে ভাষাৰে বুজাব নোৱাৰি ।❤❤
Val lagise aru val hook vobisot kamona korilu
Jubin da gan eta guwa
anupom da apunar ei bihek aunshtan bu bht bhl lge si bhaiti tumi hosai khub hundhar geet gai hklure hidioy joi krsa aguai jua
ইমানেই ধুনীয়া কব ভাষা নাই ইমান সুন্দৰ কণ্ঠ নিগৰাইছে। বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।
Bohut val lage vaititu mar ghr huxa hole
Eman morom lgakoi gaise xuniai Val lagise....
Aru Val koi gua...agbahi jua agoloi...tumar Val vobisot kamona korisu....
At first ,Thank to Anupam Chakrabaty sir Dear koustav will be agreat iñ all Assam,♥️
অতি সুন্দৰ হৈছে, কস্তৌভ ! You are a sweet, cute and adorable kid singer ! উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
বহুত ভাল গাইছা তুমি মাইনা। আগবাঢ়ি যোৱা। বহুতো মৰম আৰু শুভেচ্ছা জনাইছোঁ তোমাক।❤❤❤
ভাল হৈছে😊❤
Tmr gan dintu khunisu eman val lagise khodai jate valke gai thakibo para take allar usorot kamona korisu all the best ❤️❤️❤️
Best of luck.... Tumi aguwai jowa aro
"l"""
@@mainadas556 ki disa o
বহুত ভাল লাগিছে । বিয়া নাম শুনি মনটো বহুত ভাল লাগিল। ভবিষ্যত মঙ্গল কামনা কৰিলো ।😘
Uditnaryan
❤❤❤hundor
বাহঃ...ই দেখুন সবৰে গীত ইমান ধুনীয়া কৈ গাব পাৰে...বঢ়িয়া...Be blessed beta...and thanks anupam daa for this beautiful programe.
s Sonja svt
ভগবানে সহায় কৰক
V=up.
@@sunmonihandique123 ও
আগুৱাই যোৱা ।
Bohut dhuniya hoise,,,,,,,,,tumi aguyai juwa 👍
ব্হুত ধুনীয়া কন্ঠ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো
All the Best bro
Best of luck
U
Hundor Gaise
Ei program tu sai Khub val lage. Specially biyar geet tu Khub val lage suni.
Bahut sundar
God bless you.
কৌস্তুভ তুমি গীত গাই যোৱা।তোমাৰ উজ্ব ল ভ্ৱিষ্যত কাম না ক ৰিলো❤❤
Ye
তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ভাল হব আই লভ ইউ 💖💖💖💖💖💖💖💞💞💞💞💞💞💞💕💕💕💕💕💝💝💝💝💝💝💘💘💘💘💘😍😍😍😍😍😍😍😍👍👍👍👍👍👍👍👍
অতি সুন্দৰ হৈছে, তুমি আগুৱাই যোৱা 👌👌👌
Kaku Das Kaku Das
Bohut valke gaisa agoloi aguwai juwa
@@fatemakhan7908 \
সুন্দৰ অতি সুন্দৰ সুৰ।ভগৱানে কৃপা কৰক।
শিল্পী তুমি আগুবাই যোবা আগুবাই যোবা তোমাক হাজার হাজার ধন্যবাদ ধন্যবাদ ধন্যবাদ ❤️❤️❤️❤️
❤❤❤ ইমান ধুনীয়া লাগিছে❤❤❤😢
বহুত সুন্দৰ কন্ঠ । আশীৰ্বাদ দিছো ।
মই ও গান গাই বহুত ভাল পাওঁ মোকো অলপ আশীৰ্বাদ দিবচোন কিজানি ভাল গায়ক এজন হব পাৰো।
Eman sundor kontha Aagbahi juwa Aamar Aasirbad thakil ❤❤
ইম্মান সুন্দৰকৈ গাইছে বিয়ানাম ৷ অন্য গীতও বৰ সুন্দৰকৈ গাইছে ৷শ্ৰদ্ধাৰ অনুপম চক্ৰৱৰ্তীক অশেষ ধন্যবাদ এই প্ৰচেষ্টাৰ বাবে ৷ভগবানে কুশলে ৰাখক আপোনাক ৷
Lucky Saikia
Lucky Saikia m by if
Lucky Saikia
Hi moi rajib das
Lucky Slll
Really Anupam chakrawarty dangoria . bor xundar gaise ai growing age r akonman loratue ..teuk xubidha xujug diatu ata dangor manobio dhorma hobo .
Wow usrt pua hole tumak...bor morom lagise o tumak and eman modhumoi tumar kontho....wow..
Xundar tomar kantha. God bless you.
বহুত ভাল লাগিছে। আগুৱাই যোৱা ।
Best, better also beautiful. Thanks
Bhut dhuniya lagise vaiti aguwai juwa....... Very nice
You tube ত বহুত বিয়া নাম শুনিলোঁ কিন্তু এনে কন্ঠৰ বিয়া নাম মই শুনা নাই.....👏👏🏾👏👏
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ .....
প্ৰচেষ্টা অব্যাহত ৰাখিবা
Bohut val hoise tumr Vobissot utjal hok... ❤❤❤❤❤❤
কৌষ্টভ ভগৱানে তোমাৰ মংগল কৰক, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
❤❤❤❤❤❤❤❤❤
Dhuniya lagise dia bhaiti 2mr voice to 😘😘😘 god bless you bhaiti 💓
At first, Thanks to Anupam Chakraborty Sir. Dear Kaustobh, In future you will be a great singer in all over Assam. God bless you and to your parents. Thank you very much.
সুন্দৰ 'মই মৰানৰে। মিশ্চয় তোমাক সোমকালে লগ কৰিম।
We pray to almighty God for your bright future. Good keep it up.👍👍
তুমি দেশৰ গৌৰৱ হৈ ফুলিউঠা,
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাঁলো।
ভাইটি তুমি ইমান ধুনীয়া কৈ গান গোৱা ।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
😊😊
Bha eman hundor,aguai jwa , God bless you 🙏
Examplery sweet voice. God bless u to build plateform to all level. My heartfull regards to Anupam daa for such steps.
Nice song
Really good boy. I wish his future life one of great singer . লগতে বন্দী সজাৰ পখীক মুকলি আকাশত উৰিবলৈ দিওঁতাসকলক ।
ইমান ধুনীয়া গীত 🥰🥰
অ মা যাৰ হৃদয় আছে কিছু হলেও চকুৰ পানী ওলাব ।কাৰণ কণমানি লৰাটোৰ কন্ঠই চকু পানী ওলাবওলাবলৈ সহায় কৰে ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন তেওঁ ভবিষ্যতে নাম উজ্জ্বল কৰক ।
nice song👌👌👌👌
bhal lagise aru bhal gan gaba
B
T
@@bhuvanmagar8732 dfffguii
Vet good
Xsai bht bht Val lgil xuni thanks Anupam da emn dhunia program ata diar bbe
Nice song voice
ভাইটি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ অসমী আইৰ সু-সন্তান তুমি কৌস্তুভ ৷ তোমাৰ ওচৰত আমাৰ আশীৰ্বাদ সদায় থাকিব তুমি আগুৱাই যোৱা ৷
Your right
nice
Denmark
Good night moja Lagos💞💝
Frgyrt
aguyai jua tumi bohut bohut bohut bohut besi val lagil 👌👌👌
কণমানি সোনটো তোমাৰ এই কণ্ঠৰ যাদু শুনি নকন্দাকৈ নোৱাৰিলো । তোমাৰ মাক হাজাৰ নমষ্কাৰ জনাইছো । আশীৰ্বাদ কৰিছো উজ্বল ভৱিষ্যতৰ ।
😢
বহুত ভাল লাগিছে ❤❤
Soo sweet Kaustav. God bless u
Vaite tumi aru.aguai.jua.so.naice. 👍👍👍👍👍
Emn dhuniya voice
Aru aaguai Jua tumar ujjal vobishyat kamona korilu dai.God bless you
You are soo nice singer well done keep it up👍👍👍👍👍
Iman hundor kontho...Tumar ujjwal vobishot kamona krilu..
Thank you anupam for giving them opportunity to show their talents
সুন্দৰ হৈছে দেই উজ্বল ভৱিষ্যত কামনা কৰিছোঁ
Aru aguai jowa vaiti verry nice
কৌস্তুভৰ গান শুনি অতি আপ্লুত হলোঁ,,, তুমি আগুৱাই যোৱা।
বহোত ভাল লাগে
Very good
Bahut Val lagise koustabh.aagoloi aru Val houk
সুন্দৰ,সুন্দৰ বহুত² সুন্দৰ, হিয়া মন হাত পৰি যায় । ভগবানে আশীৰ্বাদ কৰক। সিহতক আগবঢ়াই অনাৰ বাবে অনুপম দালৈ বহুত² ধন্যবাদ।
Loratur unnati houk
Bht dhuniya gaisa tumi 😊 aguai jua tumi ❤
বিয়ানাম কেতিয়া গাব কেতিয়া গাব বুলি ৰৈ থাকো...বাকীবোৰ গানো বৰ সুন্দৰকৈ গোৱা কিন্তু মোৰ বিয়া নামবেৰ বহুত ভাল লাগে...তুমি বহুত আগুৱাই যোৱা কৌস্তভ |
Bastab Jyoti Lahan ya you are righit
@@ranjimabegum3148 .........
Bastab Jyoti Lahan 💐👌
Bastab Jyoti Lahan
very nice0
00
কৌস্তুভৰ গান ইমান ভাল লাগিল সছাই মই তেওঁক অনন্তৰৰ পৰাই আশীৰ্বাদ জনাইছো আৰু আগবাঢ়ি যাওঁক ধন্যবাদ ৷সুৰ শইকীয়া হাজৰিকা ৷মজুলী 6oo1288977.
Mojja anupom da apuni bukar padumbur butali Ani vl korisa lora2 aru aguyai jauk taka kamona korisu..aru apaunaku dhaniyabad disu..aru apuniu aguyai jai jan
বহুত সুন্দৰ কণ্ঠ । মন মুগ্ধ কৰি পেলালে ।
Grishgogoi
Vit tumr get hune ata Comment nokore nurelu . Bohut vall hoisa . Aru agui jua tume . Aru Anupam Da apunaku bohut dhonobad desu .
👌👌👌👏👏👏👆👆👍👍👍সুন্দৰ সুন্দৰ,
Hape
8
Dhuniya bhut bhut val hoise Aru Aguwai juwa Tumi