যোৰহাটৰ জুমনৰ কণ্ঠত বিয়া নাম, ৰৌতাৰ জুনৰ বাঁহীত মন পৰশা সুৰ।

Поделиться
HTML-код
  • Опубликовано: 23 дек 2024

Комментарии •

  • @swapnabardoloi1210
    @swapnabardoloi1210 5 месяцев назад +27

    ইমান ধুনীয়া বিয়া নাম আৰু জুমণৰ মাত ইমান মিঠা সঁচাকৈ সুন্দৰ তুমি আগুৱাই যোৱা চকুৰ পানী ওলাই গল, God bless you ❤

  • @sanjibhazarika608
    @sanjibhazarika608 5 месяцев назад +33

    জাতিটোৰ শিপা ডাল ধৰি ৰখাৰ চেষ্টা কৰিছা। বহুত বহুত শুভেচ্ছা জনালো।

  • @majanihandique8090
    @majanihandique8090 Год назад +15

    জুমন তোমাৰ বিয়া নাম ইমান সুন্দৰ আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল তোমালৈ ।

  • @gurubayan8370
    @gurubayan8370 Год назад +15

    কি যে অনুপম!! আৰু আগুৱাই যোৱাটো কামনা কৰিছোঁ

  • @munmihazarika779
    @munmihazarika779 Год назад +16

    হয় জুমন, তোমাৰ বিয়া নাম বৰ্তমান সময়ত এক আদৰ্শ। মই কিন্তু বিয়া নাম বহুত ভাল পাও। জুমনৰ জৰিয়তে বৰ্তমান সময়ৰ যুৱক/ যুৱতী সকলক সচেতন কৰি তোলক। তাৰ কামনাৰে জুমনলৈ ধন্যবাদ তথা অভিনন্দন জনালোঁ।

  • @savitadevee2892
    @savitadevee2892 Год назад +24

    ঔ গছৰ কোমল কুঁহি
    ভাটো পৰি খায়
    ভাটো পৰি খায়
    মা দেউতাৰ চকুৰ মণি
    লোকে লৈ যায় ।
    বহুত ভাল লাগিল। ❤

  • @kishordas4870
    @kishordas4870 Год назад +45

    জুমন মই ভাবো যে তোমাৰ কণ্ঠত বাজি উঠা হৃদয় চুই যোৱা বিয়া গীত বাঁহ জুমন বাঁহ তুমি আমাৰ আদৰ্শৰ সম্পদ ।

    • @protivamohanta1572
      @protivamohanta1572 Год назад +4

      বিয়া নাম বুলি ক'লে বহুত দুখ লাগে 😭😭 তোমাৰ কন্ঠত শুলিলে আৰু বেছি দুখ লাগে 😭তোমাৰ কন্ঠৰ বিয়া নাম বুৰ আবেগ দেখা পাওঁ ।কিন্তু তোমাৰ বিয়া নাম বুৰ শুনিলে শুনি থাকিব মন যায়। আগলৈ আৰু শুনিবলৈ আশা বাদী বহুত ❤️❤️❤️

    • @amulyaKalita-uv4pe
      @amulyaKalita-uv4pe Год назад

      BIA NAM ANIMA CHOUDHARY AUDIO SONG AJI MAIL VOICE MOI 5 NOHAI 6 STAR AVO ❤❤ MANCHA BULI KOLE BIHU MANCHALE ANIB LAGE SHARAIGHATOLE

  • @diptihandique5132
    @diptihandique5132 Год назад +13

    ধন্যবাদ জুমণ যিসময়ত অসমৰ অসমীয়া নাৰীয়ে নিজৰ পৰিচয় বিয়া নাম গাবলৈ এৰিছে সেইসময়ত তোমাৰ এই কামত ম ই বৰ সুখি । মোৰ লিখা বিয়ানামৰ কিতাপ এখন তোমালৈ আগবঢ়ালোঁ।

  • @sanjibpegu5834
    @sanjibpegu5834 Год назад +11

    জুমন তুমি অনন্য, বহুত বহুত মৰম আৰু আশীৰ্বাদ কৰিছোঁ সদায় সকলোৰে মৰমৰ পাএ হোৱা আৰু আগুৱাই যোৱা। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ।

  • @NBKing12
    @NBKing12 4 месяца назад +3

    Jumon amar gourob....moi jorhat r hoi......
    Aguai jua.....❤️👍👍👍

  • @rubigogoi2299
    @rubigogoi2299 Год назад +33

    জুমন তোমাৰ বিয়া নাম শুনি কান্দি গলো তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ❤❤

  • @paporiborah1143
    @paporiborah1143 Год назад +15

    জুুমন তোমাৰ। কঠত বাজি উঠা হৃদয় চুই। যোৱা বিয়া গীত তুমি আদশৰ সম্পদ 👍👍👍

  • @Pol786-g6d
    @Pol786-g6d 3 месяца назад +3

    বাঁহী বজোৱাজন অসাধাৰণ বাঁহী বজাইছে 💓💓

  • @Fatimabegum123-g4n
    @Fatimabegum123-g4n Год назад +32

    আবেগিক হৈ পৰিলোঁ😢,জুমন আগুৱাই যোৱা,ময়ো যোৰহাটৰ জীয়াৰী আৰু যোৰহাটৰে বোৱাৰী,জুমন আমাৰ গৌৰৱ❤❤

  • @MoranorDeka
    @MoranorDeka 5 месяцев назад +9

    সঁচাকৈ আবেগিক হৈ পৰিলো 😢 মোৰ বাইদেউ বিয়া দিনটো লৈ মনত পৰি গ'ল 😪

  • @KaushikPathak-o8j
    @KaushikPathak-o8j 11 месяцев назад +4

    I am satisfied on your BIYA NAAM.. God bless u and u always be happy.....

  • @DijanDutta
    @DijanDutta Год назад +9

    সুন্দৰ কন্ঠ দাদা আগবাঢ়ি যোৱা এনেকৈই

  • @nirjugogoi2832
    @nirjugogoi2832 Год назад +16

    জুমনৰ বিয়া নাম শুনি চকুপানী ওলাবলৈ ধৰিলে, আশিবাদ কৰিছো আৰু আগবাঢ়ি যোৱা ঈশ্বৰে মংগল কৰক ❤❤❤

  • @sunilkrnath7443
    @sunilkrnath7443 Год назад +25

    বিয়া নাম শুনিলেই মই বৰ আবেগিক হৈ পৰো । বৰ সুন্দৰ গাইছা জুমন ।

  • @NRabha755
    @NRabha755 Год назад +12

    বহুত ভাল লাগীল জুমন তুমি সদাই আগুৱাই যোৱা

  • @golapisaikia9982
    @golapisaikia9982 9 месяцев назад +1

    জুমন সচাঁকৈয়ে তোমাৰ কনণ্ঠত বহুত ৰসাল ' মৌৰ ৰস আৰু সুন্দৰ জিপাল হৈ উঠক তোমাৰ ভবিষ্যৎ উজ্বল কামনা কৰিলো নেদেশা জনৰ উচৰত 👌👌👌👌👍👍👍❤🙌🙌

  • @tasrinrahman9642
    @tasrinrahman9642 4 месяца назад +1

    বাঁহী টোৰ scale টো অলপ ওপৰত ল'ব লাগিছিল। ইমান সুন্দৰ বিয়া নাম।জুমনৰ কন্ঠ অতি সুন্দৰ।❤❤❤

  • @advika...8603
    @advika...8603 3 месяца назад +2

    বহুত সুন্দৰ ভাল লাগিছে বহুত ধন্যবাদ ❤❤❤

  • @manabsaikia617
    @manabsaikia617 2 месяца назад +1

    সঁচাকৈ বিয়া নাম এক আবেগিক লোক সংগীত।

  • @MinuDevi-y2e
    @MinuDevi-y2e Год назад +6

    জুমনৰ উজ্জ’ল ভবিষ্যত কামনা কৰিলো ৷

  • @pranabbhagawati3174
    @pranabbhagawati3174 Год назад +11

    ইমান ধুনীয়া কণ্ঠ।

  • @jayatinialisivasagar2094
    @jayatinialisivasagar2094 Год назад +8

    ইমান ধুনীয়া কণ্ঠ, তোমাৰ আবেগ ভৰা বিয়া নাম বিলাক শুনি কান্দি ওঠিলো জুমন

  • @anadiphukan5778
    @anadiphukan5778 11 месяцев назад

    ❤সচাকৈয়ে আমি অসমীয়া হিচাপে বহুত গৌৰাৱাম্বিত ৷ইমান সুন্দৰ কৃষ্টি সংস্কৃতিৰে ভৰপুৰ আমি ৷আছলতে আমি নাচি নাজানি চোতাল খন বেকা বোলি কৈছো ৷যিকি নহওক ৷আজি কায্যসোচি ভাগ চাই বহুত ভাল লাগিল ৷জুমন তোমি আৰু আগুৱাই যোৱা ।ভবিশ্যতে এনেকৈ আৰু সুন্দৰ উপহাৰ দিবা বোলি আশা থাকিল।

  • @Jgdassamaese7256
    @Jgdassamaese7256 Год назад +2

    ইমান ধুনীয়া বিয়ানাম গাইছা শুনিলে বৰদুখ লাগিযায় নজনাকৈয়ে চকুলো বৈ আহে ।

  • @bhabakantanath
    @bhabakantanath Год назад +23

    চকুৰ পানী ৰোধ কৰিব নোৱাৰিলোঁ।
    আপুনি জনমানসত জনপ্ৰিয় হৈ থাকক। উজ্জ্বল আৰু দীৰ্ঘায়ু কামনাৰে ভৱিষ্যত উন্নতি কামনা কৰিলোঁ।

  • @JitenBorah-g9l
    @JitenBorah-g9l Год назад

    বিয়া নামে যুগ্ম জীৱনৰ দায়িত্ব আৰু কৰ্তব্য শিকাই।সুন্দৰ উপস্থাপন।

  • @swapnagogoi8702
    @swapnagogoi8702 Год назад +2

    Bohut bhal hoise namoti gorakir konthotu sundor Krishna sundor podokhyap ashirbad korisu bohut agbarhi jua oshomiyar krishtry jiyai rokhat orihona jugabo

  • @rejiabegum2355
    @rejiabegum2355 Год назад +7

    ভাল লাগিছে জুমন গাই থাকিবা ।

  • @mrinalchsarma8586
    @mrinalchsarma8586 9 месяцев назад

    বহুত বহুত ধন্যবাদ জুমন । আমাৰ সংস্কৃতিত বিয়ানাম এটা অংগ তাক জীয়াই ৰখা আমাৰ সকলোরে কর্তব্য ।

  • @NipuBora-w2y
    @NipuBora-w2y Месяц назад

    সুন্দৰ জুমন দা আগোয়াই যোৱা ❤❤❤❤

  • @MadanchandraHazarika
    @MadanchandraHazarika Год назад +2

    ইমান সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা জুমন ।

  • @prianchigogoi9168
    @prianchigogoi9168 Год назад +1

    অতি সুন্দৰ তুমাৰ বিয়া নামৰ সুৰ জুমন বহুত ভাল লাগিল তুমাৰ বিয়াৰ নাম শুনি মোৰ হদয চুই গল জুমন বহুত বহুত ধন্যবাদ থাকিল ।

  • @hemantahazarika9715
    @hemantahazarika9715 5 месяцев назад

    এটা ভাল অনুষ্ঠান চালো, যিটো আমনি নালাগিল, সচাঁই কৈছো আমি ইমান চহকী, ইমান সুন্দৰ সমাহাৰ আছে আমাৰ, বিয়ানাম, নিচুকণী গীত , বন গীত মোৰ অতিকে প্ৰিয়, নৱম শ্ৰেণীত পঢ়ি থাকোঁতে মই বিয়ানাম প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলো, মোৰ মাই খুবেই জানে বিয়ানাম, চেষ্টা কৰি আছো পুৰনি বিয়ানামৰ এটি নিপুন এলবাম কৰি ৰাইজক উপহাৰ দিয়াৰ, সংযোজন আৰু সংগ্ৰহ কৰি আছো, চুমনৰ সৈতে এদিন কৰিম এইটো কাম,

  • @sabitrisvlog721
    @sabitrisvlog721 Год назад +3

    ভাল লাগিছে ভিডিঅ'টি চাই।বিয়া গীত ক সন্মান জনাইছোঁ। বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগিছে 🙏🙏🙏 ইমান ধুনীয়া কৈ বিয়া গীত ক আদিৰ জুনৰ লগত কথা পাতি আমাৰ ৰাইজক বিলাই দিছে জুনৰ বিয়া গীতত সুন্দৰ লাগিছে 🙏🙏🙏🎉🙏🎉🎉🙏

  • @m.r..koushikborkataki9859
    @m.r..koushikborkataki9859 3 месяца назад

    Val Val bohut Val lagil tumar kontho xuni ru agbahi juwa❤❤❤

  • @tilakkr.hazarika7133
    @tilakkr.hazarika7133 2 месяца назад

    হৃদয়স্পশী ! ••• সঁচাই সুন্দৰ হৈছে ভাইটি !

  • @Kakubharali-q3m
    @Kakubharali-q3m 10 месяцев назад +1

    🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥disa. Rovat bohi thoka jen lagise ooo🔥🔥🔥

  • @PriyaMajhi-zv7ig
    @PriyaMajhi-zv7ig 3 месяца назад +2

    Bohut val lagile jumon vaiti❤❤❤❤❤

  • @Dipankarshivam
    @Dipankarshivam 2 месяца назад

    D y এই সাংবাদিক বা গৰাকী বহুত প্ৰিয়।লগতে জুমনক বহুত বহুত ধন্যবাদ।

  • @masumvlogs7003
    @masumvlogs7003 Год назад +6

    ইমান ধুনীয়া গাইছা শুনিলে শুনিবলৈ মন গই থাকে আগবাঢ়ি যোৱা তুমি আখিৱাদ কৰিছো ❤❤❤❤❤❤

  • @maina143-zs4el
    @maina143-zs4el 10 месяцев назад

    Bahut dhunia kontho tumar juman dada
    ..tomar biya name bht khini abegik hoi parilo❤❤love from mangaldai

  • @pampyvlogs4152
    @pampyvlogs4152 Год назад +27

    ইমান ধুনীয়া কণ্ঠ😊 শুনিলে শুনি থাকিবৰ মন যায়😊 কন্দুৱাই দিলা অ😢😢

  • @supmihatiboruah9408
    @supmihatiboruah9408 Год назад +3

    কন্দুৱাই দিলা অ জুমন😢😢 আগুৱাই যোৱা তুমি।

  • @monjyotidas2750
    @monjyotidas2750 Год назад +13

    সঁচাই তোমাৰ কণ্ঠ ঈশ্বৰৰ দান... আগবাঢ়ি যোৱা 🙏

  • @ridipgoswami95
    @ridipgoswami95 Год назад +2

    লৰা মানুহে ইমান ধুনীয়াকৈ গাইছে আবেগিক হৈ গলু ।

  • @দেউকা
    @দেউকা Год назад +3

    বহুত বহুত ধুনীয়া ৷ ইয়াতকৈ আৰু ধুনীয়াকৈ কোনোৱে গাৱ নোৱাৰে দাদা

  • @Samarrabha-cn2eo
    @Samarrabha-cn2eo 6 месяцев назад +1

    bohut bohut val lagil nice❤❤🙏🙏🔥🔥

    • @NilimadasDas-j5f
      @NilimadasDas-j5f 6 месяцев назад

      Loko song skreitiloppabamnidile hayn-anedaceaneethanpati Dark Khakareagat prasar Karak Dhyanabad❤❤❤❤❤

  • @rimjimnath558
    @rimjimnath558 11 месяцев назад +3

    যুমণ তোমাৰ সুমধুৰ কন্ঠৰ গীত বোৰ আকাশ বতাহ ৰজঞ্জনাই উথক

  • @HemantaPrasantaBora
    @HemantaPrasantaBora Год назад +1

    ❤❤যোমণ। বিয়া নামেৰেই আবেগৰ যোৱাৰ আৰু সেই আবগে মিলনৰ‌ ‌ বান্ধোনৰ জৰি কতকতি‌য়া‌ কৰি তোলে।। সেই য়া‌‌তোমাৰ ‌কনঠথ

  • @dilipkumardas9329
    @dilipkumardas9329 Год назад +9

    বোপাই তুমি মোক চকুলো টুবালা তুমাৰ বিয়াৰ নামৰ শুনি মই কেই মান হল মোৰ ছোৱালী জনীক বিয়া দিয়া শুভেচ্ছা থাকিল তুমাৰ ভবিষ্যতে উজ্জ্বল কামনা কৰিলো

  • @AS15135
    @AS15135 Год назад +3

    তোমাৰ বিয়া নাম শুনি দুচকুৰে চকুলো বৈ গ'ল। মই এজনী ছোৱালীৰ দেউতাক। বাইদেউ, ভন্টিৰ বিয়াত মই কন্দা নাছিলোঁ।

  • @arupjyoti1222
    @arupjyoti1222 Год назад +4

    সময়ৰ সোঁতত হেৰাই যাব খোজা বিয়া নাম সমুহ অসমৰ চুকে - কোনে বিচাৰি আপোনাৰ সুমধুৰ , অনন্য কণ্ঠত জীয়াই তোলে যেন ! সঁচাই অতি সুন্দৰ । শুভকামনা জনালোঁ । আপোনৰ এই যাত্ৰাই যেন হীমাদ্ৰীৰ শীৰ্ষ চুই যাওক ।

  • @rupamkumarsaikia4029
    @rupamkumarsaikia4029 Год назад +5

    মন চুই যায় অসমীয়া বিয়ানাম শুনিলে।

  • @minotigogoi7078
    @minotigogoi7078 Год назад +4

    ,, তোমাৰ বিয়া নাম শোনি ভাল লাগিল আৰু দুশত গাৰু তিতিল ৰাতি তিনিতা বজাত হাপাই মবাতুচালু চাই ইওতিবত তোমাৰ বিয়া নাম

  • @Education-k-n5t
    @Education-k-n5t 5 месяцев назад +1

    বহু পলমকৈ তোমালৈ আন্তৰিক শুভেচ্ছা জনালোঁ এইকাৰণে আমাৰ বৰ্তমানৰ অসমীয়া জাতি যি ভাষা ৰক্ষাৰ কথা কয় কিন্তু, নিজৰ শিশুটিক দেউতাৰ সলনি পাপা বুলি কবলৈ শিকায় , তাৰ‌ ব্যতিক্ৰম হিচাপে তোমাৰ বিষয়বস্তু, প্ৰকৃততেই উচ্চ প্ৰশংসনীয় জীৱনৰ পাতত জিলিকি থাকা আৰু আনকো পোহৰ বিলাবলৈ অনুৰোধ জনালোঁ ❤❤।

  • @luijiranigogoi2462
    @luijiranigogoi2462 5 месяцев назад +1

    agbahi jawk dada ...bor dhuniya hoise..jorhat r buli Jani bohut vl lagise...👌👌👌

  • @PurabiBaman-ng7dr
    @PurabiBaman-ng7dr Месяц назад

    🙏❤️❤️❤️❤️তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ🙏

  • @jayantaneog4122
    @jayantaneog4122 Год назад +1

    বহুত বহুত ভাল লাগিল। কৃতজ্ঞতা জ্ঞাপন কৰিলো।

  • @HareshBaruah-b6f
    @HareshBaruah-b6f Год назад +1

    Bohut Bohut Val Lagesa 👍👍( From Punjab )

  • @bhaswatideka-h3w
    @bhaswatideka-h3w 5 часов назад

    Jumon da dhuniya voice apunar xuni bohut vl lagil ❤❤❤❤❤❤

  • @nabajyotidutta8296
    @nabajyotidutta8296 26 дней назад

    যোৰহাট মোৰ জন্মস্থান। তোমাৰ দৰে যুৱকৰ বাবে নিজকে যোৰহাটীয়া বুলি কৈ গৌৰৱ কৰিছোঁ

  • @jesminbegum4609
    @jesminbegum4609 Год назад +1

    Bohut bohut val lagise❤

  • @rimjimsonowal
    @rimjimsonowal 10 месяцев назад +1

    Bahut val lagil Suman .

  • @simarjitkour7855
    @simarjitkour7855 Год назад +2

    আবেগিক কৰি দিলা😢শুভেচ্ছা জনাইছো প্রতিটো পলৰ বাবে ....

  • @jonalibarman3246
    @jonalibarman3246 10 месяцев назад

    সুন্দৰ কন্ঠ ভাটি আনৰ কথা নেউছি আগুৱাই যোৱা,,আৰু বা আপোনাক ও বহুত ভাল লাগে ।।

  • @runukalita4427
    @runukalita4427 Год назад +1

    Bht bht dhuniya gaisa juman .... Ru agoloi aag barhi jua .... God bless you

  • @monjuriborthakur2114
    @monjuriborthakur2114 Год назад +35

    অতি সুন্দৰ কন্ঠ জুমন, তুমি আমাৰ অসমীয়া সমাজৰ পৰা লোপ পাব ধৰা বিয়ানাম সমূহ সুৰীয়া কন্ঠেৰে গাই খহি পৰাৰ পৰা উদ্ধাৰ কৰি ধৰি ৰাখিছা | তুমি এনেদৰেই আগলৈ আগুৱাই যোৱাৰ আন্তৰিক শুভ কামনা কৰিলোঁ |

  • @ushatamuli602
    @ushatamuli602 Год назад +1

    জুমন তোমাৰ কণ্ঠত বিয়া নাম যিমান শুনো সিমান মোৰ বাহি বিয়াৰ দিনা ঘৰৰ পৰা ওলাই অহা সময় খিনিলৈ মনত পৰে আৰু কান্দি উঠো আৰু দাদা ভাইটিয়ে কেনেদৰে কান্দি কব নোৱাৰা হৈ যোৱা দৃশ্যটো মনত আহে । তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ

  • @PinkuDevi-n7m
    @PinkuDevi-n7m Месяц назад +1

    জুমন অন্তৰৰ পৰা তোমাক আশিবাদ কৰিছোঁ তোমি সুস্থ ভৰিৰে সদায় থাকা তোমাৰ প্ৰবিত্ৰ কম ক্ষেত্ৰত আৰু আগবাঢ়ি যোৱা

  • @heerasvlogs4231
    @heerasvlogs4231 Год назад +56

    তোমাৰ বিয়া নামবোৰ শুনিলে শুনি থাকিবৰ মন যায় ,বৰ সুন্দৰ গাইছা ভাইটি ❤

  • @bijoysonowal8181
    @bijoysonowal8181 Год назад +1

    সুন্দৰ কণ্ঠ জুমন উজ্বল ভবিষ্যত কামনা কৰিছো ।

  • @NituGogoi-to4sz
    @NituGogoi-to4sz Год назад +8

    মই একো নকওঁ 😍 মাথোঁ তোৰ মাত টু শুনিলে শুনি থাকিব মন যায় ❤️ বাকী বিয়া নাম কেইটা খুব সুন্দৰ গাইছ 🤗 আগবাঢ়ি যা 🤲

  • @diptihazarika4006
    @diptihazarika4006 6 месяцев назад

    জুমন তোমাৰ কন্ঠৰ আৰু ভাল হয় তাৰ বাবে ভগৱান ৰ ওচৰত প্ৰাথনা জনাইছো মই হোজাই জিলাৰ কাকীৰ নিবাসী দিপ্তী

  • @maniksonowal3730
    @maniksonowal3730 Год назад +1

    বিয়া নামৰ কিজে এক অমিয়া হুৰ এই পৃথিৱীত পাবলৈ নাই 👍🙏🌹🪔

  • @digantadas6023
    @digantadas6023 Год назад +1

    সচাই বহুত হৃদয় চুই গল ❤

  • @PronatiNeog-kk2uy
    @PronatiNeog-kk2uy Год назад

    Bohut bohut Val lagise. Mur deha mon sui goise

  • @nijaradeka7161
    @nijaradeka7161 Год назад

    Xundor anustan... Amar ashomiya sanskriti lop pab dhora geet punor ujjipit hoise... Xundor, aru aguwai joa...

  • @diptynath8779
    @diptynath8779 11 месяцев назад

    তোমাৰ কণ্ঠত সঁচাকৈয়ে বহুত ভাল লগা বিয়ানাম সমূহ। বহুত দেৰিলৈকে কান্দিলো।লগতে ছোৱালীতে হেৰুওৱা আইলৈ বহুত মনত পৰিল। তুমি আগুৱাই যোৱা। এদিন তোমাৰ গীত সন্মুখৰ পৰা শুনিম বুলি আশা কৰিলোঁ 🙏।

  • @Padmagogoi-v4x
    @Padmagogoi-v4x Год назад +2

    Khub bhal lagil ❤😊🎉

  • @MonikaDas-t3p
    @MonikaDas-t3p 3 месяца назад

    Tumar biya Naam khuni moi চকুৰ পানী ৰখাব নোৱাৰিলোঁ । মোৰ বিয়া আহি আছে জানুৱাৰী ত। তুমি আৰু আগুৱাই যোৱা ভগৱানে তোমাক আৰু আগুৱাই নিয়ক।😢😢😢

  • @31no.jogduarsunarikaliapan75
    @31no.jogduarsunarikaliapan75 Год назад +1

    Jumon tumi aru agbagi jua....bohut vl lgil....moiu suali biya dilu...ajiu moi hei drishya pahoribo nuaru..

  • @deepjyotiMosorang
    @deepjyotiMosorang Год назад

    সুন্দৰ কণ্ঠ জুমন ভাল লাগিল অনুষঠানতু চাই।

  • @krishnaduwara1778
    @krishnaduwara1778 Год назад +2

    Tumar biya nam gutai din hunileu amoni nalage Jumon ❤ . Moi hodai huni thaku 😊 . Love from Arunachal Pradesh ❤❤❤

  • @samironkonwar1545
    @samironkonwar1545 Год назад +1

    সুন্দৰ jumon gaijua agbadri jua

  • @RobinSaikia-z8n
    @RobinSaikia-z8n 4 месяца назад

    সুন্দৰ কণ্ঠ গৰাকি তুমি bro ❤❤❤❤❤

  • @RumiDutta-t7h
    @RumiDutta-t7h Год назад +1

    জুনমন সদআয়গআই থাকিবা বহুত ভাল লাগিছে

  • @rumibhagabati2849
    @rumibhagabati2849 4 месяца назад

    জুমনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। অসমীয়া লোক সংগীতৰ এই দিনটো জীয়াই ৰাখিবলৈ অনুৰোধ জনালোঁ।

  • @DolliNeog
    @DolliNeog Месяц назад

    বহু ত ভাল লাগে। তোমাৰ মাতটো। আগলৈ আগুৱাই যোৱা

  • @cheniramrajkhowa8323
    @cheniramrajkhowa8323 Год назад +4

    সুন্দৰ হৈছে জুমন ।

  • @reenachoudhury4527
    @reenachoudhury4527 Год назад

    জুমনে বিয়ানাম ৰক্ষা কৰিবলৈ যেনেদৰে আগবাঢ়ি আহিছে , নথৈ আনন্দিত হৈছো। ভগৱানে তেওঁক কুশল মংগল কৰক

  • @durbaphukan2170
    @durbaphukan2170 Год назад +14

    সঁচাকৈয়ে জুমনৰ কন্ঠ অতি সুন্দৰ লাগে ।চকুপানী কব নোৱাৰাকৈয়ে ওলাই আহিল 👌🏿👌🏿👌🏿👌🏿👌🏿💖💖💖💖

  • @JiyadAhmadJA
    @JiyadAhmadJA 11 месяцев назад

    কলিজা চেচা পৰি গ'ল । চকুলো ওলাই গ'ল জুমন।

  • @NabamiDevi-k6r
    @NabamiDevi-k6r Год назад +1

    Bhut val lagise dei bhayti

  • @DevajitGogoi-vh1lr
    @DevajitGogoi-vh1lr 5 месяцев назад

    বহুত বহুত avinondon নমস্কাৰ ধুনীয়া কণ্ঠ

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 Год назад +15

    সচাঁ ই বৰ সুন্দৰ।মন চুই গ'ল ❤❤