হলিউড চিনেমা,বিশ্ব বিখ্যাত কিতাপৰ নায়ক 'যাদৱ পায়েং'

Поделиться
HTML-код
  • Опубликовано: 28 авг 2024
  • HOLLYWOOD চিনেমাৰ নায়ক হব যাদৱ পায়েং
    বিশ্ব বিখ্যাত কিতাপৰ কাহিনীৰ নায়ক হল যাদৱ পায়েং
    Forest Manৰ সৈতে বাৰ্তালাপ
    যাদৱ পায়েংৰ সৈতে চক্ৰপাণি পৰাশৰ Exclusive
    #jadavpayang #forestman #hollywoodflim #chakrapaniparashar #baartalaap #padmashriaward
    ---------------------------------------------------------------------------------- / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

Комментарии • 235

  • @n.perme.misingirganechanne4252
    @n.perme.misingirganechanne4252 2 года назад +129

    তেখেতৰ interview চাই ভাল লাগে, আমেৰিকা প্ৰাইমাৰী বিদ্যালয়সমূহত পায়েং ডাঙৰীয়াৰ নাম অন্তৰ্ভুক্ত হৈছে, তেখেতৰ পৰিৱেশ সৃষ্টিৰাজিৰ কাৰণে যাতে উঠি অহা নতুন প্ৰজন্ম ই এই পৃথিৱীখনত এক সুন্দৰ সেউজ পৰিৱেশ গঢ়ি তুলিব পাৰে, বিদেশী দেশসমূহে তেখেতক বহুত বেছি গুৰুত্ব দিয়া দেখা গৈছে, কিন্তু আমাৰ ভাৰতত তেখেতৰ ওপৰত গুৰুত্ব কিমান সেয়া বিচাৰ্য বিষয়।পায়েং ডাঙৰীয়ালৈ ধন্যবাদ থাকিল।👍

  • @lachitborahofficial
    @lachitborahofficial 2 года назад +87

    হয় তেওঁ ওপৰত চিনেমা নিৰ্মাণ হ'ব লাগে, বহুত বেছি গৌৰৱৰ কথা,জয় আই অসম, আৰু তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা উচিত

    • @rekhaphukan5617
      @rekhaphukan5617 Год назад

      পাৰে ঙ চাৰলৈ শতকোতিন ধন্যবাদ লগতে তেওক বিশ্ব ত উজলি উঠাত যি সকলে সহায কৰি আছে

    • @dimbeswariborgohain2266
      @dimbeswariborgohain2266 Год назад

      Padmasree Bata bijayi manuh janak dekha nasilu . Aji dekha pai bahut Val lagil . Tekhetak mur antarik sewa aru sradha janalu .Lagate sumoni salon Jen Brabant Pura Karen tare kamala karilu

  • @tarundoley3612
    @tarundoley3612 2 года назад +63

    এনেকুৱা video সদায় million million views হব লাগে

  • @prahannapegu4114
    @prahannapegu4114 2 года назад +41

    অসম ,ভাৰত তথা বিশ্বৰ গৌৰৱ যাদৱ পায়েঙ আপোনি আমাৰ মাজত সদায় অমৰ হৈ থাকিব sir.

  • @bobyborah28
    @bobyborah28 2 года назад +54

    অসাধাৰণ ব্যক্তিত্বৰ সহজ সৰল মানুহজন। তেওঁক দেখিলে শ্রদ্ধাত মূৰটো অজানিতে দোঁ খাই যায়।

  • @Avinabrabha1989
    @Avinabrabha1989 2 года назад +35

    শিৰ নমস্য পদ্মশ্ৰী যাদৱ পায়ং ডাঙৰীয়াৰ কথা শুনিলে শুনি থাকিবৰ মন যাই। বহুত কম সময়ৰ ভিদেও যেন লাগিল হেপাহ ন পলুৱায়।ধন্যবাদ

  • @sfsguwahationlineclasses1519
    @sfsguwahationlineclasses1519 2 года назад +26

    এই নমস্য ব্যক্তি গৰাকীৰ ওপৰত লিখা পাঠ আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিতো অন্তৰ্ভুক্ত হোৱা উচিত।

  • @mskboro5248
    @mskboro5248 2 года назад +11

    অসমৰ মানো ছবে চাক,এই ভিদেও তিক, ধন্যবাদ বাৰ্তা লাপ

  • @bhagabatirajbongshi6158
    @bhagabatirajbongshi6158 2 года назад +23

    বৰ ভাল পালোঁ, তেখেতক অন্তৰৰ পৰা সেৱা জনালোঁ🙏🙏🙏

  • @hemantapegu1053
    @hemantapegu1053 2 года назад +12

    Hollywoodহে Forest man of Indiaৰ ওপৰত চিত্ৰ নিৰ্মানৰ কথা গম পায় ভাল লাগিল! ধন্যবাদ আপোনাক ভাৰতৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ লগত interview লোৱা বাবে!🙏

  • @brvlogs6866
    @brvlogs6866 2 года назад +25

    মহান ব্যক্তি সকলে সদায় সাধাৰণ ভাবে থাকি ভাল পায়।

  • @Gpegu1990
    @Gpegu1990 2 года назад +15

    সচাঁকৈ যাদৱ পায়েঙৰ চিন্তাধাৰা,কাৰুকাৰ্য অদ্বিতীয়. বহুত ভাল লাগে

  • @narayanchilakala22
    @narayanchilakala22 2 года назад +9

    যাদৱ পায়েঙক লৈ আমি গৌৰৱান্বিত হৈছো ।

  • @bhagabatirajbongshi6158
    @bhagabatirajbongshi6158 2 года назад +18

    পৰাশৰ আপোনাকো ধন্যবাদ,এনেকুৱা এটি ভিডেও দিয়া বাবে

  • @KKofficialvlog
    @KKofficialvlog 2 года назад +14

    অতি সুন্দৰ অনুষ্ঠান...বহুত ভাল লাগিল❤️❤️❤️❤️

  • @priyampriyabora1800
    @priyampriyabora1800 2 года назад +11

    সঁচাকৈ বহুত ভাল লাগিল🥰🥰

  • @manabjyotidoleylikesfarmin6503
    @manabjyotidoleylikesfarmin6503 2 года назад +11

    আপোনাৰ এই unique concept বোৰক লগতে মলাই যাদব পায়েং ছাৰৰ ত্যাগক সচাই আমি নৱ প্ৰজন্মই শলাগ ল'বলগীয়া ধন্যবাদ থাকিল আপোনালোকলৈ ইমান সূন্দৰকৈ আমাক তেখেতৰ বিষয়ে জ্ঞাত কৰোৱাৰ বাবে।

  • @gumragpegu4306
    @gumragpegu4306 2 года назад +12

    পৰিৱেশবিদ, প্ৰকৃতিবিদ , অৰন্য মানৱ,পদ্মশ্ৰী ড. যাদব মুলাই পাঃয়েং সঁচাকৈ প্রকৃতি সুৰক্ষাৰ বাবে অদিত্বীয় আদৰ্শ ব্যক্তি। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অৰন্য মানৱ আৰু পদ্মশ্ৰী বঁটা দায়িত্ব সামৰিলে। বৰ্ণ বৈষম্য, জাতিভেদ প্রথা বিৰাজমান হৈ থকা আমাৰ দেশখনত তেখেতৰ দৰে মহান ব্যক্তিৰ কোনো যথাযোগ্য সন্মান নাই। সেই কাৰণে আমেৰিকাৰ দৰে পৃথিৱীৰ উন্নত দেশে তেখেতৰ আদৰ্শত কাম কৰাৰ বাতাৱৰণ সৃষ্টি হৈছে। আৰু এওঁক লৈ বহু গ্ৰন্থ, পাঠ্যপুথি ৰচনা হৈছে। কিন্তু ভাৰতত কমকৈ হৈছে৷ যি কি নহওঁক পাঃয়েং ডাঙৰীয়া চিৰসুস্থ আৰু দীৰ্ঘজীৱিহ হওঁক।

  • @prahladbordoloi6884
    @prahladbordoloi6884 2 года назад +7

    পোন প্ৰথমে আপোনালোক দুয়োজনলৈ ধন্যবাদ ❤️🙏। আমাৰ সন্মানিয় যাদৱ পায়েং চাৰ লৈ শতকোটি প্ৰণাম 🙏🙏🙏 জনাইছোঁ।তেখেতক যাতে ভগৱানে আৰু বহু বছৰ আয়ুশ দি জীয়াই ৰাখে। তেখেত হৈছে আমাৰ গৌৰৱৰ এক অমূল্য সম্পদ। তেখেতৰ কৰ্মই আজি পৃথিৱীত সকলোতে স্থান পাইছে।আৰু ক'বলৈ ভাষা নাই, তেখেত আৰু তেখেতৰ সহ পৰিয়ালে যিপ্ৰচেষ্টা চলাই আছে তাত যাতে সফল হৈ আৰু যাতে প্ৰাকৃতিক জগতখন সুন্দৰকৈ গঢ়ি তুলিব পাৰে তাৰেই কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏।

    • @user-hq8mv4he1r
      @user-hq8mv4he1r 10 месяцев назад

      শত কৌটিবার প্রনাম জনাইছো

  • @ddhemali2.040
    @ddhemali2.040 2 года назад +2

    বৰ সুন্দৰ অনুষ্ঠান। বহুত জানিব লগা আৰু শিকিব লগা কথা। প্ৰকৃতিক ভালপোৱা মানুহজনৰ জীৱন- প্ৰণালী অতি সহজ- সৰল। তেখেতৰ কথা -বতৰা অতি মনোমুগ্ধকৰ লগতে তেখেতৰ প্ৰতিটো কথাই যুক্তি আছে। শেষত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘয়ু কামনা কৰিলোঁ। 🙏🙏🙏

  • @bikashboruah616
    @bikashboruah616 2 года назад +70

    অসমৰ বাবে গৌৰব যে আমি এনে এজন মানুহ পাইছো।

    • @user-mg4tn4es6n
      @user-mg4tn4es6n 2 года назад +3

      গৌৰৱ কৰিব নাইকোৱা তেওঁ, কেৱল কৈছে তেওঁ যি কৰিছে ,আপুনিও কৰক সেইবোৰ

  • @ramanujdoley9723
    @ramanujdoley9723 2 года назад +23

    Payeng sir is the real hero in the world 🌍

  • @hchik-boraik6693
    @hchik-boraik6693 2 года назад +31

    যাদৱ পায়েং ছাৰ চিৰ দিন আমাৰ মাজত যুগমীয়া হৈ ৰব 🙏🙏🙏

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 2 года назад +4

    অসম চৰকাৰৰ ফালৰ পৰাও বিশেষ সন্মান দিয়াটো বিচাৰো , এদিন লগ পোৱাৰ বহুত আশা আছে

  • @bvlogs8415
    @bvlogs8415 2 года назад +6

    মনৰ পৰা ভাল লগা মানুহজন 😍😍😍

  • @dibyajyotidoley4625
    @dibyajyotidoley4625 2 года назад +7

    Real Hero 🙏 really Ta:to you are a down to earth person ❣️
    And proud of you Munmuni

  • @bishalsarma5306
    @bishalsarma5306 2 года назад +15

    আপোনাৰ গোটেই কেইটা অনুষ্ঠান ৰ ভিতৰত আটাইতকৈ এইটো interview বেছি বেষ্ট হৈছে🙏🏽

  • @jatinsaikia6342
    @jatinsaikia6342 2 года назад +5

    ধন‍্যবাদ , যাদৱ পায়েং ছাৰ... 💚🙏

  • @kristimooidas5909
    @kristimooidas5909 2 года назад +9

    আপোনাৰ প্ৰতিতো অনুষ্ঠানৰ বাবে ৰৈ থাকো😊 যাদৱ পায়েং দেৱক লগ পোৱাৰ হেঁপাহ বহুত দিনৰে পৰাই আছে , তেঁও আমাৰ গৌৰৱ , আপুনি তেঁওক ইমান ওচৰৰ পৰা দেখুওৱা বাবে আপোনাক বহুত ধন্যবাদ 🙏

  • @debojitahomrk6645
    @debojitahomrk6645 2 года назад +15

    মই আজি কি লিখিম বুজাব নোৱাৰা হলো তথাপিও ছাৰ লৈ ধন্যবাদ থাকিল❤️❤️❤️❤️

  • @mr.phatik8883
    @mr.phatik8883 2 года назад +15

    সুস্থ শৰীৰ অধিকাৰী হওক ছাৰ

  • @gboys7573
    @gboys7573 2 года назад +18

    বিশ্বৰ গৌৰৱ 🙏🙏❤❤

  • @ranjitkonch855
    @ranjitkonch855 2 года назад +6

    প্ৰিয় মানুহ জন.. ❣️

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 месяца назад +1

    Bharat Ratna, Asom Ratna. Asom Gourav. Jadab payang dev. God bless you.

  • @arundhatiphukon5210
    @arundhatiphukon5210 2 года назад +4

    আপোনাৰ দৰে হাতীৰ কথা সকলোৱেই ভাবিলে হাতী মানুহৰ সংঘাত নিশ্চয় উন্নত হ'ল হেতেঁন।

  • @Ajm9101
    @Ajm9101 2 года назад +2

    Bhut mon Jay forest khn sabokoi jabo pra ni, adin jamei 💚 apunar ktha pta, barta lap bhut bhl lgil 💚

  • @AviNill
    @AviNill 2 года назад +2

    চাৰ বহুত বহুত মৰম আৰু প্ৰণাম জনাইছোঁ

  • @karabiburman1789
    @karabiburman1789 2 года назад +3

    তেখেতৰ চিনেমা চাবলৈ বহু অপেক্ষাৰে থাকিম।(অৰণ্য পিতালৈ) পুনৰ ধন্যবাদ।🌴🦌🐃🐅

  • @user-iw1it6ek7p
    @user-iw1it6ek7p 10 месяцев назад +1

    Like Like like like like dil se hajar lakhoo baar like❤❤❤❤❤

  • @user-rz4ib3un3y
    @user-rz4ib3un3y 5 месяцев назад +1

    পায়েং ছাৰকলৈ হলিউদৰ চিনেমা হ'ব বুলি জানি আনন্দিত হৈছো।

  • @BiTuVloG-z6p
    @BiTuVloG-z6p 2 года назад +12

    Payeng k forest renger post t appointmnt dibo lge 100%

  • @BiTuVloG-z6p
    @BiTuVloG-z6p 2 года назад +6

    Salute payeng sir & tekhet k forest renger r post t appointment dibo lge

  • @pabitrakaman8613
    @pabitrakaman8613 2 года назад +1

    Always my real hero 🤞🥰 jadhav payeng sir 💝💝god always healthy and bless 🙏 him

  • @Ridipaxom
    @Ridipaxom 2 года назад +4

    বৰ্তা শুভেচ্ছা থাকিল ❤️

  • @montudarig4737
    @montudarig4737 2 года назад +1

    বহুত ভাল কথা শুনিলো পায়েং ছাৰ আমাৰ বাবে সদাই super hero হৈ থাকিব🙏🙏🙏

  • @krishnadutta1770
    @krishnadutta1770 2 года назад +12

    মোৰ প্ৰিয় মানুহ দুজন🙏🙏🙏❤️

  • @anupamhandique98
    @anupamhandique98 2 года назад +13

    Bikash chetry,babu bhaiya k rastat roi roi gamusa gal dyat k ekhetok di ahok..
    Hihoti lakh lakh toka ghoti ase.

  • @ramchandraofficials
    @ramchandraofficials 2 года назад +2

    Video tu sai bhut val lagil ❤️,,, proud feel koru padmashree Jadov payeng sir k loi ❤️❤️

  • @samscookingvlogs7359
    @samscookingvlogs7359 2 года назад +9

    So humble people as father as daughter got tears in my eyes this are our real heroes my deep respect to jadav payeng sir

  • @rejengupit5121
    @rejengupit5121 2 года назад +1

    Bohut bohut dhanyabad akhetor interview luwar babe.

  • @jharnamonitaye4983
    @jharnamonitaye4983 2 года назад +1

    চাৰৰ জীয়েকজনীৰ কথাবোৰ শুনি বৰ ভাল পালো |

  • @majulisisangko3397
    @majulisisangko3397 2 года назад +13

    অসমৰ গৌৰৱ বা বিশ্বৰে গৌৰৱ

  • @oldvideos7543
    @oldvideos7543 2 года назад +1

    Bhut bhut thanks dekuwar karne

  • @ashokanandadas1856
    @ashokanandadas1856 2 года назад +1

    Dhuniya intreview Chakra da.. vl lgil Jadav payeng sir aru tewr jiorir kotha bur xuni..❤️

  • @hiranyawithvolgs9166
    @hiranyawithvolgs9166 Год назад

    বহুত ভাল লাগিল interview টো চায়
    You great sir

  • @ubanpayeng826
    @ubanpayeng826 2 года назад +5

    Superb.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад

    Absolutely correct. Many many congratulations to Honble jadav payeng. Always be positive and happiness. All the best

  • @anjumanimalakar9281
    @anjumanimalakar9281 11 месяцев назад

    Bohut bhal lagil

  • @neelimdas7746
    @neelimdas7746 11 месяцев назад

    ❤❤❤ এনে ১০জন মানুহ থাকিলে পৃথিৱী খনৰ মানুহ বোৰ বেছি বছৰ জীয়াই থাকিব ❤❤❤

  • @armaanpegu1625
    @armaanpegu1625 2 года назад +1

    Dada moi apunak information diyar babe bohot bohot doinubat 🙏🙏🇮🇳 jonaisu I love you 💚✌️

  • @kaustavsarmah5351
    @kaustavsarmah5351 2 года назад

    খুউব সুন্দৰ । বৰ ভাল লাগিল সাক্ষাতকাৰটো ।

  • @medakfarm8329
    @medakfarm8329 2 года назад +6

    Absolutely brilliant

  • @MB-jr7wk
    @MB-jr7wk 2 года назад +1

    Hosake bhut bhal lagil comment nokora koi thakibo nuaril great interview sir encourages 👍

  • @munusunu6486
    @munusunu6486 2 года назад +12

    আমাৰ কিতাপ বোৰতো পায়েং দেৱৰ পাঠ অন্তৰ্ভুক্ত হ'ব লাগে। এলেহুৱা অসমত কেই বছৰৰ মূৰত এইটো কাম হ'ব ঠিক নাই

    • @neeljuli8083
      @neeljuli8083 2 года назад

      Amar Assam t political leaders burr namehe include Hy naturalist hklr ktha nhoi.

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 2 года назад +5

    Waw chakra daa luv ur work

  • @JayPegu321
    @JayPegu321 2 месяца назад

    শুনি ভাল লাগিল।।।❤❤❤

  • @kusumdeka7527
    @kusumdeka7527 2 года назад +3

    বহুত ভাল লাগিল।

  • @hemantapegu1053
    @hemantapegu1053 2 года назад +7

    Hoping eagerly that Hollywood industry will make the biopic movie of Jadav payeng as one of the most popular block buster movies in the world like that of Titanic movie.

  • @worldmusic7130
    @worldmusic7130 2 года назад

    Jadav payeng is the real hero in the world God bless you❤❤🤟 sir

  • @jayantapegu6290
    @jayantapegu6290 2 года назад +1

    Val lagil sai

  • @satyajitboruahvlogs5266
    @satyajitboruahvlogs5266 2 года назад

    খুব ভাল লাগিল ভিডেও টো চাই।💗❤️

  • @BORGOSS4473
    @BORGOSS4473 2 года назад

    Mojaaaaa moi val Pao bht tekhetot

  • @mohendrasivasagar8421
    @mohendrasivasagar8421 2 года назад +5

    আমাৰ ভাৰত চৰকাৰত হওক বা বলীউডত হওক সেইবোৰ দেখা নাপাবা ।

  • @thorgaming5314
    @thorgaming5314 2 года назад

    চক্ৰপাণি দা আপোনাৰ বাৰ্তালাপটো চাই বহুত ভাল লাগে।

  • @mrmanchey746
    @mrmanchey746 2 года назад

    Dhuniya show

  • @guna3466
    @guna3466 2 года назад +1

    Real Sons of mother Earth 🙏🙏

  • @boraananta830
    @boraananta830 2 года назад +1

    সঁচাই ভাল লাগিল

  • @karinava5053
    @karinava5053 2 года назад +1

    Vl lagil bhut ❤️u

  • @AnkurJyoti-xh8wf
    @AnkurJyoti-xh8wf 2 месяца назад

    I.feel verry proud of you

  • @TOM-kb5hf
    @TOM-kb5hf 2 года назад +3

    Hollywood: - Ramanujan ,The forest man ,Jadav Payen ,. Bollywood:- Kabir Singh,Dabbang,Malang ,falana Falana🤣😂🥱

  • @mohendranathhazarika4197
    @mohendranathhazarika4197 2 года назад

    ভাল লাগিল
    বিশ্বত জিলিকি উঠক

  • @invisibleeye4587
    @invisibleeye4587 2 года назад +1

    ধন্যবাদ দাদা।।

  • @bhudevdas3834
    @bhudevdas3834 10 месяцев назад

    চক্ৰপানি পৰাশৰ, আপোনাৰ ইন্টাৰভিউবোৰ অতি সুন্দৰ ।অৰন্য মানব যাদব পাঙৰ প্ৰচাৰ হব লাগে। 3:53

  • @GK-bj6fh
    @GK-bj6fh Год назад

    Asomor sampot Padmashri jadav payeng sir
    Big salute
    Jai aai axom

  • @jinamonigogoi1612
    @jinamonigogoi1612 2 года назад +7

    চাই চাই কেতিয়াও হেঁপাহ পলুৱাই নাই,,,

  • @narajit0.1
    @narajit0.1 2 года назад

    Video তো চাই ‌ভাল লাগিল।

  • @indraeducationalpoint7967
    @indraeducationalpoint7967 2 года назад +1

    সুন্দৰ♥️

  • @mintutalukdar9619
    @mintutalukdar9619 2 года назад

    Bohut. Val. Lagil. Vidio. Tu. Sai.

  • @utpalpanging5771
    @utpalpanging5771 2 года назад

    Vl lgil kota kini huni very good bartalap

  • @kiranpegu76vlog42
    @kiranpegu76vlog42 2 года назад +1

    Very nice n really super hero

  • @tanujdutta3638
    @tanujdutta3638 Год назад

    Salute sir

  • @kanishkadas4935
    @kanishkadas4935 2 года назад +5

    জয় আই অসম ❤👍

  • @usharanirabha8158
    @usharanirabha8158 2 месяца назад

    Congratulations 🎉❤💚💚

  • @ratikantamili.5442
    @ratikantamili.5442 2 года назад

    Bohut val lagise....

  • @bhawakantataye5895
    @bhawakantataye5895 2 года назад

    Boud val lagise ❤️❤️🙏🙏🙏

  • @utpalg2510
    @utpalg2510 2 года назад

    👍👍👍👍great man always be a great

  • @rajendasofficial7121
    @rajendasofficial7121 2 года назад

    বৰ ভাল লাগিল

  • @khalnorah7899
    @khalnorah7899 2 года назад

    Bohut bhal lagil dada.

  • @chittaranjankhakhalary1588
    @chittaranjankhakhalary1588 5 месяцев назад

    God bless you.

  • @tileswarpegu7640
    @tileswarpegu7640 2 года назад +1

    Great news