Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এজন সচা অভিনেতা আৱেগিক কৰি দিলে 😭🙏🙏🙏আঘাত থাকিব লাগেআপোনক হেৰুৱাবও লাগে তেতিয়াহে এদিন সফল হ'ব পাৰিব জীৱনৰ গতিত
তেখেত এনদৰে সদাই আগবাঢ়ি যাওক, তেখেত সঁচাই এজন ইতিবাচক ব্যক্তি। নম্ৰতা তুমিও আগবাঢ়ি যোৱা
মোৰ অতি প্ৰিয় অভিনেতা,সাংঘাতিক ভদ্ৰলোক , মানবীয় সকলো গুণেৰে পৰিপূৰ্ণ এজন সঁচা অন্তৰৰ মানুহ । বাৰ্তালাপক ধন্যবাদ এনে বহু ব্যক্তিৰ মাজত এখন সাকো হোৱাৰ বাবে ।
Aapuni Mur monor kotha koise.heikarone tekhetor obhinoy bur khub jibanta.natok saboi nuaru eman kandu.tarpisot dudinmanoloi monot pori thake dadar acting
চকু পানী উলায় গ'ল আপোনাৰ কথা বোৰ শুনি 😭 আপোনাৰ ভন্টি যতেই আছে তাতেই ভগৱানে সুকলমে ৰাখক তাকেই কামনা কৰিলো ❤️
হৃদয়খন ধুই থৈ গ'ল মানুহজনে ❤️❤️
এজন সঁচা অন্তৰৰ মানুহ ❤
মৃদুল দাৰ কথা নকওঁ, তেওঁ সদায় একক অনন্য ❤️, বাকী student গৰাকীৰ anchoring ধুনীয়া হৈছে, তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏
অশেষ ধন্যবাদ থাকিল😊
@@justthings9450 স্বাগতম 🙏
আপোনালুকলৈ এই অনুস্তাতো আৰু সুন্দৰ হৌক ভগৱানে মঙ্গল। হৌক বুলি কামনা জনালু দাদা বহুত বহুত বহুত ধন্যবাদ থাকিল বাই
সচাকৈ বহুত দুখ লাগিল আপোনাৰ কথা শুনি, আপুনি সদায় ভালে থাকক, সুখত থাকক
দুখ লাগিল বহুত আপোনাৰ কষ্টৰ কাহানী শুনি। কামনা কৰোঁ যাতে ভগৱানে আপোনাক কুশলে ৰাখক🙏দাদা।
Ji manuhar dukh bsi teur hahi hodai dhunia, apunar kotha Bur anuvab kri hosakoi Kandi uthisu. Apuni hodai vale thakok, apuni mur priyo avineta Hoi.,apunar avinay hossai apurba,.
ভ্ৰাম্যমান ৰ বাদশ্বাহ চম্পক শৰ্মাক ও আপোনালোকৰ show লৈ যেন আমন্ত্ৰণ দিয়ে , এয়াই মোৰ পৰা অনুৰোধ
আচলতে মৃদু লদা সচা মঞ্চ. অভিনেতা যাক. কোনো ওৰে লগত. ৰিজাৱ. পৰা নেজাই ।সুদিঘ্ৰ. অভিনয়ৰ জীৱন. কামনা কৰো।
মৃদুল দা মোৰ বাবে সদায় প্ৰিয়,প্ৰিয় হৈ থাকিব।লগতে বাৰ্তালাপ লৈ অভিনন্দন আৰু আগুৱাই যাওঁক
থিয়েটাৰ ৰ ৰজা ❤️
Trejedi king ei nhy ....Mridul da aamar xokolure moromor xodagor 💓💓💓💓💓💓💓
Bht njna janilu aji bht val lagil sai 👍❤️🙏
bht vl lge.....sir❤.apni sdai vale thakok...❤
অযান্ত্ৰীক এৰি বাৰ্তালাপ ত আহিছোঁ । আপোনালোকেও বেলেগতকৈ বেলেগ কৰিব গৈ চেনেলটো অসাৰ্থক নকৰে যেন 🙏
Chakra da val korise, students ok interview lobo dise.aguwai jaok.fron nagaon.
অশেষ ধন্যবাদ😊 মৰম , আশীৰ্বাদ দি থাকিব😊
মৃদুল দা মানেই গা গৰম কৰি দিয়া সংলাপ ।। এজন বলিষ্ঠ অভিনেতা। সদাই অন্তৰত থাকিব।। ভগৱানে কুশলে ৰাখক আপোনাক❤
চক্ৰপাণি দা আজি Camara man, wow🔥
তেখেতৰ অভিনয় বহুত ভাল লাগে
প্ৰিয় আছিল,প্ৰিয় হয় আৰু আজীৱন প্ৰিয় হৈ ৰ'ব আপুনি❤❤
My favourite hero Mridul da ❤️❤️ lovely bohut val lagil video2 sai dhonyobad baarta laap🙏🙏
নম্ৰতাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
বহুত ধন্যবাদ☺️মৰম আশীৰ্বাদ দি যাব
মোৰ অতিকৈ ভাল লগা অভিনেতাহল মৃদুল ভূইয়া .তেখেতৰ কথাবোৰে একোটা আৰট ..শুনিলশুনি থাকিবৰ মন যাই .অতিকৈ নিখুত অভিনয় .ফুৰতিত থকা অভিনেতা. তেখেতৰ লগত দৰশকেহাহিবও পাৰে কানিদবও পাৰে.শেষত তেখেতৰ সু-চাষঠ কামনা কৰিছো❤❤❤😂😂😂😂❤❤
মোৰ প্ৰিয় অভিনেতা। বহুত ভদ্ৰ মানুহ। লগতে মাদক দ্ৰব্য বিহীন লোক বাবে মই বহুত ভাল পাও মৃদুল দাক।
Abegik Hoi golu .. 🙏🙏🙏 xoxa koi ... Bhogobane kukhole rakhok sir apunak .. morigaon r pora bohut bohut morom aru xuvexha thakil apunaloi .. 🙏🙏🙏🙏🙏
Bht bhal lagil. Anchoring o bhal lagisil❤️
Thank-you😊
বহুত ভাল লাগিল কথাখিনি শুনি।
Bihot Val Lagil Mridul Daa ❤️❤️❤️
Bohut val lage... Sir❤❤apuni khadai khukhi hoi thakok🙏
Bohu dinor murot Xosa k kandibole paisu aji, dhoinnobaad 🥹
Bohut. Val. Lagil. Sai.
All time fvt ❤
ভাল লাগিল
মোৰ প্ৰিয় অভিনেতা জন❤️
চকু সেমেকি গল দাদা , বহুত ভাল লাগিল ❤
সঁচাকৈ কান্দি গ'লো।আপুনি সদায় অনন্য হৈ ৰওক।
বহুত বেয়া লাগিল
chakra daa interview apuni thakile vl lge sai ..
Favorite actor
Chakrapani daa apunr prgrm saw a besi vag....ajio salu bhut vl lgil sai....teur jibonr hahi majt lukai thoka dukh kisumn janibo prilu........Apunr studnt jni teu o bhut dhuniya k prgrm tu solai nise hoi but....apunr ai monso khonot apunk aji miss krilu....apunr kotha br miss krilu aji.....bhut val paw apunr prgrm.sai...
Mridul daa r interview hodai bhal lagy. Aru interview luwa suwali jonir maat tu Barsharani bisaya nisina. Mridul daar bukut bohut dukh lukai asy
thankyou☺️
Priya Sakrapani Parasrr Bartalap anusthantot assamar atikai janapriya Bhamyaman theatrer silpi Mridul Bhuyahr jiwanar o abhinay at bisaye howa alosanasakrakhani bahot bhal lagil.
মৃদুল দাক বহুত ভাল লাগে ❤❤❤
Bht bht vhal lage video sai
Khubey priyo aru apn mnhjn💓💓
Bahut Val lage
My favorite actor
আমাৰ গাঁও ৰ আমাৰ ঘৰৰ ওচৰৰ আমি গর্বিত করো মৃদুল দা ক লৈ
Vale thakok xodai dada❤
আপোনাৰ কথা শুনি আছো ...চকুত চকু পানী .. আপুনি কিন্তু মজা মানুহ ..
Vl lagill sai
Motivational speeh in your life wow
Val lagil.. mridul dar jibonor kisu kotha jani
Fvrt❤️
Good Programme
বহুত ভাল লাগিল ৷ চকুপানী ওলায় গ’ল কথাবোৰ জানিব পাৰি ৷
Bhut besi val lagile
❤️❤️❤️🥰🥰🥰
❤
akdom dhuniya manuh ajon manise.. bor val lagile deiii
🥰✨❤
Skupni ulai gl .. bht besi vl lgl sai Sir . Apuni vle thkk sir ❤️
Hundor
Thnk u so much sir k invite kra babe 😍
Bhal lage Mridul r acting aru smile
🔥❤️🎉
Part2 lge❤
khub hunkale ahi ase
olp jldi❤
💞🌷
❤🔥
Mridul bhuyan is my favourite theatre actor
Dada God bless you
খুবেই প্রিয় ব্যক্তি🤍
মৃদুল দা কান্দি দিলো চাই থাকোতে
Bohut njona kotha janilu dada r kahi ni xosai dukh loga 😌😢
❤️❤️❤️
My Favourite Actor🙏
😭😭😭💔💔চুকুপানী উলাই গল
মোৰ ভাল লগা অভিনেতা
Really hukhukai Kandi dilu ,,,,😭😭😭😭
Aru dakhua hole Val lagil
2nd part sunday
💕❤💓💞
Soku Pani ulai gol o Mridul dada. Apunar bhanti jote ase xuxot thakok .
চকুলো বাগৰি গ'ল।
Nice 👍
🙏🙏🙏😭😭😭😭God bless you
Mridul khura k huru pora prai ahisu.. morom bur sodai thakibo..ghr usrte emn val ajon manuh ase Ami proud feel korisu
Tumi aha karone views bahibo... Bohut val paisu sodai ahiba asa rakhisu...
First banch ত একে কেইগৰাকী ছোৱালী বহি থাকে যে । বেলেগ ছোৱালীক ও বঢ়াব আকৌ .
পিছৰকেইজনী আগত বহিব লাজ কৰে ছাগে😂😂
@@gautambarman7155 আগত বহা কেইজনীয়েও বৰ মুজুঙা মুজুঙ কৰি থাকে 😂😂😂
মোৰ এজন প্ৰিয় মানু্হ,
Asorit dei
😭😭😭
এই মনিং তাএম তু বহুত সমস্তহ
মইয়ো পলাইছিলো এদিন মোৰ ভন্টীৰ মৃত্যুৰ দিনা ।
আপোনাৰ studio টো ৰাস্তাৰ কাষতেই নেকি,,
2nd part lage.
Bahut besi val pau aapunak.
এজন সচা অভিনেতা
আৱেগিক কৰি দিলে 😭🙏🙏🙏
আঘাত থাকিব লাগে
আপোনক হেৰুৱাবও লাগে
তেতিয়াহে এদিন সফল হ'ব পাৰিব জীৱনৰ গতিত
তেখেত এনদৰে সদাই আগবাঢ়ি যাওক, তেখেত সঁচাই এজন ইতিবাচক ব্যক্তি। নম্ৰতা তুমিও আগবাঢ়ি যোৱা
মোৰ অতি প্ৰিয় অভিনেতা,সাংঘাতিক ভদ্ৰলোক , মানবীয় সকলো গুণেৰে পৰিপূৰ্ণ এজন সঁচা অন্তৰৰ মানুহ । বাৰ্তালাপক ধন্যবাদ এনে বহু ব্যক্তিৰ মাজত এখন সাকো হোৱাৰ বাবে ।
Aapuni Mur monor kotha koise.heikarone tekhetor obhinoy bur khub jibanta.natok saboi nuaru eman kandu.tarpisot dudinmanoloi monot pori thake dadar acting
চকু পানী উলায় গ'ল আপোনাৰ কথা বোৰ শুনি 😭 আপোনাৰ ভন্টি যতেই আছে তাতেই ভগৱানে সুকলমে ৰাখক তাকেই কামনা কৰিলো ❤️
হৃদয়খন ধুই থৈ গ'ল মানুহজনে ❤️❤️
এজন সঁচা অন্তৰৰ মানুহ ❤
মৃদুল দাৰ কথা নকওঁ, তেওঁ সদায় একক অনন্য ❤️, বাকী student গৰাকীৰ anchoring ধুনীয়া হৈছে, তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏
অশেষ ধন্যবাদ থাকিল😊
@@justthings9450 স্বাগতম 🙏
আপোনালুকলৈ এই অনুস্তাতো আৰু সুন্দৰ হৌক ভগৱানে মঙ্গল। হৌক বুলি কামনা জনালু দাদা বহুত বহুত বহুত ধন্যবাদ থাকিল বাই
সচাকৈ বহুত দুখ লাগিল আপোনাৰ কথা শুনি, আপুনি সদায় ভালে থাকক, সুখত থাকক
দুখ লাগিল বহুত আপোনাৰ কষ্টৰ কাহানী শুনি। কামনা কৰোঁ যাতে ভগৱানে আপোনাক কুশলে ৰাখক🙏দাদা।
Ji manuhar dukh bsi teur hahi hodai dhunia, apunar kotha Bur anuvab kri hosakoi Kandi uthisu. Apuni hodai vale thakok, apuni mur priyo avineta Hoi.,apunar avinay hossai apurba,.
ভ্ৰাম্যমান ৰ বাদশ্বাহ চম্পক শৰ্মাক ও আপোনালোকৰ show লৈ যেন আমন্ত্ৰণ দিয়ে , এয়াই মোৰ পৰা অনুৰোধ
আচলতে মৃদু লদা সচা মঞ্চ. অভিনেতা যাক. কোনো ওৰে লগত. ৰিজাৱ. পৰা নেজাই ।সুদিঘ্ৰ. অভিনয়ৰ জীৱন. কামনা কৰো।
মৃদুল দা মোৰ বাবে সদায় প্ৰিয়,প্ৰিয় হৈ থাকিব।লগতে বাৰ্তালাপ লৈ অভিনন্দন আৰু আগুৱাই যাওঁক
থিয়েটাৰ ৰ ৰজা ❤️
Trejedi king ei nhy ....Mridul da aamar xokolure moromor xodagor 💓💓💓💓💓💓💓
Bht njna janilu aji bht val lagil sai 👍❤️🙏
bht vl lge.....sir❤.apni sdai vale thakok...❤
অযান্ত্ৰীক এৰি বাৰ্তালাপ ত আহিছোঁ । আপোনালোকেও বেলেগতকৈ বেলেগ কৰিব গৈ চেনেলটো অসাৰ্থক নকৰে যেন 🙏
Chakra da val korise, students ok interview lobo dise.aguwai jaok.fron nagaon.
অশেষ ধন্যবাদ😊 মৰম , আশীৰ্বাদ দি থাকিব😊
মৃদুল দা মানেই গা গৰম কৰি দিয়া সংলাপ ।। এজন বলিষ্ঠ অভিনেতা। সদাই অন্তৰত থাকিব।। ভগৱানে কুশলে ৰাখক আপোনাক❤
চক্ৰপাণি দা আজি Camara man, wow🔥
তেখেতৰ অভিনয় বহুত ভাল লাগে
প্ৰিয় আছিল,প্ৰিয় হয় আৰু আজীৱন প্ৰিয় হৈ ৰ'ব আপুনি❤❤
My favourite hero Mridul da ❤️❤️ lovely bohut val lagil video2 sai dhonyobad baarta laap🙏🙏
নম্ৰতাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
বহুত ধন্যবাদ☺️মৰম আশীৰ্বাদ দি যাব
মোৰ অতিকৈ ভাল লগা অভিনেতা
হল মৃদুল ভূইয়া .তেখেতৰ কথাবোৰে একোটা আৰট ..শুনিল
শুনি থাকিবৰ মন যাই .অতিকৈ নিখুত অভিনয় .ফুৰতিত থকা অভিনেতা. তেখেতৰ লগত দৰশকে
হাহিবও পাৰে কানিদবও পাৰে.
শেষত তেখেতৰ সু-চাষঠ কামনা কৰিছো❤❤❤😂😂😂😂❤❤
মোৰ প্ৰিয় অভিনেতা। বহুত ভদ্ৰ মানুহ। লগতে মাদক দ্ৰব্য বিহীন লোক বাবে মই বহুত ভাল পাও মৃদুল দাক।
Abegik Hoi golu .. 🙏🙏🙏 xoxa koi ... Bhogobane kukhole rakhok sir apunak .. morigaon r pora bohut bohut morom aru xuvexha thakil apunaloi .. 🙏🙏🙏🙏🙏
Bht bhal lagil. Anchoring o bhal lagisil❤️
Thank-you😊
বহুত ভাল লাগিল কথাখিনি শুনি।
Bihot Val Lagil Mridul Daa ❤️❤️❤️
Bohut val lage... Sir❤❤apuni khadai khukhi hoi thakok🙏
Bohu dinor murot Xosa k kandibole paisu aji, dhoinnobaad 🥹
Bohut. Val. Lagil. Sai.
All time fvt ❤
ভাল লাগিল
মোৰ প্ৰিয় অভিনেতা জন❤️
চকু সেমেকি গল দাদা , বহুত ভাল লাগিল ❤
সঁচাকৈ কান্দি গ'লো।আপুনি সদায় অনন্য হৈ ৰওক।
বহুত বেয়া লাগিল
chakra daa interview apuni thakile vl lge sai ..
Favorite actor
Chakrapani daa apunr prgrm saw a besi vag....ajio salu bhut vl lgil sai....teur jibonr hahi majt lukai thoka dukh kisumn janibo prilu........
Apunr studnt jni teu o bhut dhuniya k prgrm tu solai nise hoi but....apunr ai monso khonot apunk aji miss krilu....apunr kotha br miss krilu aji.....bhut val paw apunr prgrm.sai...