ষাঠৰ চুৱা আৰু স্ত্ৰী ৰজস্বলা হোৱাৰ দৰ্শনটো কি ?।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।

Поделиться
HTML-код
  • Опубликовано: 31 янв 2025

Комментарии • 102

  • @DipikaDowarah-q4r
    @DipikaDowarah-q4r 11 месяцев назад +3

    Vsl lagil ❤❤❤

  • @prashantakonch5630
    @prashantakonch5630 Год назад +5

    বৰ্তমান সময়ৰ লগত মিলি যোৱাকৈ খুব সুন্দৰ কৈ ব্যাখ্যা আগবঢ়ালে শুনি বহুত উপকৃত হলো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 4 месяца назад +1

    Bohut bhal lagil probhu jona sewa nibedisu❤❤❤❤❤❤

  • @pratikshabhuyan
    @pratikshabhuyan 5 месяцев назад +1

    কৃষ্ণ
    ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে

  • @mintushankarofficial6333
    @mintushankarofficial6333 Год назад +4

    প্ৰভু বৰ ধুনীয়া কথা কলে প্ৰভুএ শক্তি দিয়ক আপোনাক আগবাঢ়ি যাবৰ বাবে 🙏🏻

  • @bharatikalita898
    @bharatikalita898 3 месяца назад +1

    বৰ ভাল কথা কলা বোৱাই ভাল লাগিল । আগূৱাই জোৱা ভাল হব তোমাৰ ❤❤❤❤

  • @jayantas834
    @jayantas834 Год назад +2

    সুন্দৰ ৷ শুনি বহুত ভাল লাগিল ৷

  • @Sejjalpariartandcraftideas
    @Sejjalpariartandcraftideas 7 месяцев назад +2

    বহুত ভাল লাগিল, কৃষ্ণ ।

  • @ChitenBoruah
    @ChitenBoruah Год назад +2

    Val lagil

  • @rekhaneog1101
    @rekhaneog1101 Год назад +5

    অতি গুৰুত্বপূৰ্ণ বিষয় শুনি ভাল পালো ধন্যবাদ থাকিল

  • @binaborthakur8264
    @binaborthakur8264 Год назад +5

    অতি সুন্দৰ কথা কৈছে ।জানিব লগা কথা ।

  • @preranaburagohain2063
    @preranaburagohain2063 Год назад +4

    অতি সুন্দৰ আলোচনা... ভাল লাগিল।❤😊

  • @kalpananath3301
    @kalpananath3301 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ! ভাল লাগিল কথা খিনি জানিব পায় | ❤❤❤

  • @padmadutta3158
    @padmadutta3158 7 месяцев назад +2

    সুন্দৰ বাখ্যা...বৰ ভাল লাগিল...

  • @BikanBaro-vm1mf
    @BikanBaro-vm1mf Год назад +4

    Thank you very much for this knowledge God bless you sir

  • @JoyaDevi-v3n
    @JoyaDevi-v3n 7 месяцев назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জানিৰলৈ পাই ভাল পালো 🙏🙏🙏

  • @minakshideka1470
    @minakshideka1470 Год назад +2

    Krishna krishna ram ram

  • @nripenborah1612
    @nripenborah1612 Год назад +1

    কৃষ্ণ হৰি হৰি বাপ৷ আমি মানো৷

  • @JitenBorah-g7f
    @JitenBorah-g7f 7 месяцев назад +1

    একাদশী অমাৱশ্যা তিথিযে পূনীৰ্মা ।
    কদাচিতো নযায়বাহা নাৰী জাতি সীমা।।
    মাহ মধ্যে দিন এক তাৰআছে সন্ধী।
    জানি তাক সাৱধানে মনকৰা বন্দী।।
    ( দেহতত্ব)
    ধন্যবাদ , আপোনাৰ সুন্দৰ ব্যাখ্যা...

  • @taralanath3876
    @taralanath3876 Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম 🙏ইমান দিনে ভাবি থকা প্ৰশ্নৰ উত্তৰ পালোঁ কৃষ্ণ,🙏

  • @uttamdutta8587
    @uttamdutta8587 Год назад +2

    কৃষ্ণ

  • @SangitaBharali-ev7np
    @SangitaBharali-ev7np 7 месяцев назад +1

    Bohut val lagil

  • @anupambini3930
    @anupambini3930 7 месяцев назад +1

    Bohut besi val lagil 🙏🙏🙏🙏

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +3

    Krishna. Krishna. Bohut. Guruttopurno. Kotha. Xunkale. Xewahe. Jonalu

  • @padmadutta3158
    @padmadutta3158 7 месяцев назад +1

    কৃষ্ণ কৃপা কৰা

  • @NabajyotiBordoloi-eu8qf
    @NabajyotiBordoloi-eu8qf Год назад +3

    আপোনাক ধন্যবাদ জনালো

  • @abhijitgoswami9583
    @abhijitgoswami9583 Год назад +4

    ৫১ খন শক্তিপীঠৰ নিজা নিজা ক্ষেত্ৰাচাৰ আছে। যেনে- জগন্নাথক্ষেত্ৰৰ অধিষ্ঠাত্ৰী বিমলাদেৱী; তাতে বিমলাদেৱী পীঠ আছে। ক্ষেত্ৰ মানে পৃথিৱীৰ এটা অংশ। পৃথিৱী বা প্ৰকৃতিয়েই দেৱী। আমাৰ শৰীৰটোও সেইবাবে পাৰ্থিৱ, অৰ্থাৎ প্ৰকৃতিৰে দান। সেয়ে ক্ষেত্ৰাচাৰ মানি চলিলে ভাল।

  • @jayadevigoswami5744
    @jayadevigoswami5744 7 месяцев назад +1

    Xundar, xokoloke bujai deai karone

  • @tilokgogoi3471
    @tilokgogoi3471 Год назад +2

    Very nice.

  • @ranjudeka5852
    @ranjudeka5852 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @priyonka
    @priyonka Год назад +2

    Bhal kotha

  • @girlishch.boruah6881
    @girlishch.boruah6881 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @lohithandique8735
    @lohithandique8735 Год назад +3

    শেষৰ দুই মিনিটৰ কথাখিনি মনোগ্ৰাহী হ'ল দেউ❤

  • @karunakantasarmah2067
    @karunakantasarmah2067 Год назад +1

    Suni bhal lagil .Nojna kotha janilo .

  • @BijuliTalukdar-zw5fh
    @BijuliTalukdar-zw5fh 7 месяцев назад +2

    Krishna Sundar bakhya

  • @parul4236
    @parul4236 7 месяцев назад

    Asalate Ane somot nijok shangjomi kori rokhatu nijor kotha buli. Moi bhabu. Khama kotibo. Krishnna.

  • @BeulaBaruah
    @BeulaBaruah 7 месяцев назад +1

    Right 🙏

  • @taramaiphukan8785
    @taramaiphukan8785 Год назад +2

    শেষৰ টো ভাল পালো।যিহেতুকে ইন্দ্ৰ ৰ পাপ আৰু দ্ৰুপদীৰ ৰজশ্বলা হোৱাটো উল্লেখ আছে।গতিকে মনাটো ভাল বুলি ভাৱো।

  • @augustmurah4633
    @augustmurah4633 Год назад +1

    যুগৰ ধৰ্ম এক হৰি নাম বুলি জনা যায়,

  • @kanikadas2356
    @kanikadas2356 7 месяцев назад +2

    Hoy thikei koise krishna

  • @pariboruah6694
    @pariboruah6694 7 месяцев назад +1

    Vallagilpravusawekrishna

  • @gaurabsarmamusic4804
    @gaurabsarmamusic4804 7 месяцев назад +1

    Bohut dinor pasot ajon bhokotok log palu.bhogobane kripa koribo.

  • @pankajkolita9555
    @pankajkolita9555 Год назад +3

    ষাঠ বা অম্বুবাচীৰ লগত মহাপুুৰুষীয়া ৰ্ধম ৰ কিবা সমন্ধ আছেনেকি ?

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +3

      কথাতো ঠিক এনেকুৱা যিহেতু ভক্ত অভক্ত আমি সকলোৱে এইখন ভূমিকেই আশ্ৰয় কৰি আছো, ইয়াৰে পৰা উৎপন্ন অন্নক গ্ৰহণ কৰি আছো গতিকে তিনিটা দিনৰ বাবে প্ৰকৃতি দেৱীক কোনো কামতেই হস্তক্ষেপ নকৰাটো ও এক সুন্দৰ দৰ্শন হ'ব পাৰে ( কামাখ্যা ৰ উৎসৱৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ) আৰু নামঘৰ যোৱা নোযোৱা ক্ষেত্ৰত যদি চাও তিনিদিন মাতৃস্থিত এই মণ্ডলত যেতিয়া শাস্ত্ৰই ৰজোভাৱ থাকিব বুলি কৈছেই প্ৰত্যক্ষ ভাৱত চাকিগছ নজলালো যেনিবা কিন্তু মানস ভাৱেৰে ঈশ্বৰ সেৱা কৰাতটো কোনো অসুবিধা বা সাংঘাটিক একো নাই , লগতে ক্ষেত্ৰাচাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো ও হ'ল যিদৰে আমাৰ প্ৰধানমন্ত্ৰী আন এখন দেশলৈ গ'লে সেই দেশৰ ক্ষেত্ৰাচাৰক সন্মান জনায় বা সাদৰেৰে গ্ৰহণ কৰে , গতিকে মোৰ ধাৰণাত এই বিষয়টো মহাপুৰুষীয়া, বামুণীয়া, সংঘ etc বুলি ইমান সাংঘাটিক ভাৱে লোৱাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱলব্ধ নহয়।

  • @rupamahanta3978
    @rupamahanta3978 Год назад +1

    😭

  • @GouriPatar-x8g
    @GouriPatar-x8g Год назад +1

    Video to chai buji Paul Thanks

  • @madhujyagogoi9721
    @madhujyagogoi9721 Год назад +1

    What our beloved Gur mahapuursh srimanta Shankar Deb said about Ambubasi ? Please describe

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +4

      আহাৰ ষাঠত দেৱগৃহ প্ৰৱেশ, মাৰ্জন , হলবাহন , পত্ৰ, পুষ্প চয়ন মহাপুৰুষীয়া পৰম্পৰাতো নিষিদ্ধ , গুৰু চৰিততো উল্লেখ পোৱা যায় ।

  • @ranjanborah6352
    @ranjanborah6352 Год назад +1

    Pranjit Gogoi bape kotha bur pithok pithok koi koi..teu honghoria hoi bahmon hokol beya buli koi..moi log paiai thaku.

  • @minatimech4993
    @minatimech4993 Год назад +2

    Janibo.parilu.krihsna.baap.

  • @gaurabsarmamusic4804
    @gaurabsarmamusic4804 7 месяцев назад +1

    Bhokot bora dewor thikonato pamneki.

  • @Tulikaartacademy912
    @Tulikaartacademy912 7 месяцев назад

    কৃষ্ণ কৃষ্ণ বাপ। আপুনি এই বিলাক কি কয় আছে। আপুনি ভাগৱত অধ্যয়ণ‌ কৰি ইয়াকে পালে। আপুনি কোন সমাজৰ নো।এক দেৱ এক সেৱ একত বিনে‌ নাই‌‌ কেৱ । এই ফাকিয়ে মূল মন্ত্ৰ।কলি যুগত। কৃষ্ণত বাহিৰে অন্য দেৱ দেৱীক মানা টো অপৰাধ। তেনে ক্ষেত্ৰত ৰজচলা‌ আৰু কিবা এই বিলাক কৰ পৰা‌‌ আহিল ।১৮ পুৰণ পুঠি ভাগিৰ ভিতৰত ভাগৱত ভাগিতে সাৰ কথা খিনি আমাৰ কলি যুগৰ মানুহক‌ মানিবলৈ দিলে। তেনে ক্ষেত্ৰত বশুমতী‌‌ চুৱা‌‌ এই বিলাক।বাপ‌ আপোনালোকে ভাগৱত গীতা অধ্যয়ন বাখ্যা কৰে‌ । আমি কাৰ বাখ্যা মানিম । আমি অধম‌ মূৰ্খ ই‌ নাজানো। অপৰাধ ক্ষমিব‌ কৃষ্ণ কৃষ্ণ।

  • @nikudas5632
    @nikudas5632 Год назад +1

    Mur eta prosno asil prosno tu hol jee namgharot okol shri krishna puja baa upasana kora hoi radha krishna baa radha r upasana baa puja kora na jai kiooo plzz answer tu dibo probhu 🙏

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +2

      কৃষ্ণৰ প্ৰেম শক্তিয়েই হৈছে ৰাধা । যিদৰে জলৰ উৎসৰ পৰা জলধাৰা বৈ আহে তেতিয়া তাক কোৱা হয় "ধাৰা" কিন্তু যেতিয়া আমাৰ চেতনাৰপী ধাৰা নিজ উৎসলৈ উভতে তেতিয়া মূল উৎসৰ সৈতে চেতনাৰ মিলনেই হৈছে "ৰাধা" । " এক্কম জ্যোতি অভেদ দ্বিধা ৰাধা মাধৱ ৰূপকম " - কৃষ্ণ আৰু ৰাধা অভেদ স্বৰূপ এটি জ্যোতিৰে দুটি প্ৰকাশ । সহজ অৰ্থত কৃষ্ণহৈছে শক্তিমান আৰু শক্তি হৈছে ৰাধা । এইবাবে নৱ- বৈষ্ণৱ আদৰ্শত প্ৰতিষ্ঠাপিত নামঘৰত পৃথককৈ ৰাধাৰ উপাসনা নাই ।

  • @AnilTantibhagawat
    @AnilTantibhagawat Год назад +3

    Hotradhikar ati hunkale hobaly bhgawnar usarat parthana korisu nirgun Krishna k jonatu hoaj nohoi bap nirboli jibo bilakak boli diatu hudaa bap apuni bhagowat mohima buja tan homait bujibo Krishna kripa korak Prabhu,,,,,,

    • @madhurjyaborah76
      @madhurjyaborah76 Год назад +1

      নিৰ্বলী জীৱ এটাক বলি দিয়াটো কোনোধৰণে বিশেষকৈ ধৰ্মৰ আৰ লৈ কৰাটো আমি ও তীব্ৰ বিৰোধিতা কৰো ! কৃষ্ণ বাপ !

    • @prodipborah3326
      @prodipborah3326 Год назад

      @@madhurjyaborah76 l

    • @smritirekhaborah9936
      @smritirekhaborah9936 Год назад

      পৃথিৱীমাতৃৰ ষাঠ লগা কথাত বলিৰ কথা কিয় আহিল।

    • @madhurjyaborah76
      @madhurjyaborah76 Год назад +2

      ​@@smritirekhaborah9936শ্ৰদ্বাৰ তাঁতী বাপেহে জানিব কিয় সম্পৰ্ক নথকা বিষয় এটা টানি আনিছে , লগতে তেখেতে আমাক কিবা সত্ৰাধিকাৰ হোৱাৰো শুভকামনা দিছে (হে ৰাম ) যিটো বিষয়ৰ সৈতে আমাৰ দূৰ দিগন্তলৈ ও সম্পৰ্ক নাই ।

    • @smritirekhaborah9936
      @smritirekhaborah9936 Год назад

      তাতীবাপে এদিন পদাধিকাৰ যে হবই খাটাং।

  • @narayannath1749
    @narayannath1749 Год назад

    মই এটা কথা জানিব বিচাৰোঁ যে মাহেকীয়া সময়ত মহিলা সকলে নামঘৰলৈ গৈ নাগাৰা নাম পৰিৱেশন কৰিব পৰা যায় নে নাযায়, কাৰণ বৰ্তমান সময়ত দেখা পোৱা গৈছে যে মহিলা সকলে সদায় ধৰ্মীয় অনুষ্ঠানলৈ গৈ নাম পৰিৱেশন কৰে,

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +1

      চাওকচোন । শাস্ত্ৰৰ সহায় নোলোৱাকৈয়ে সাধাৰণ মানসিকতাৰ স্তৰতেই এই কথা বোধগম্য যে ৰজস্বলা অৱস্থাত কোনোকাৰণতে নামঘৰ , মন্দিৰ সোমোৱা নিষিদ্ধ , ব্যভিচাৰ মাত্ৰ হে ।

    • @muninoza4944
      @muninoza4944 7 месяцев назад

      ​@@madhurjyaborah-yy5rtযাৰ দুখে যাক পাব মহা পাপে তাক চুব কোনেনো সুধিব আৰু চাই ফুৰিব তুমি কেনেকুৱা গাৰে আহিচা বুলি।

  • @jadumonihazarika998
    @jadumonihazarika998 7 месяцев назад

    Ma ba deota marar pisat mundan kara to pap neki ? Janaba so ?

  • @ankitkaushiknath1364
    @ankitkaushiknath1364 Год назад +2

    পৃথিৱী যদি ৰজস্বলায়ে মাহেকত কিয় নহয় বছৰত যে হয় ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +3

      পৃথিৱী অৰ্থাৎ বসুন্ধৰাই সূৰ্য্যৰ চাৰিওফালে ১২ মাহত এটা পাক সম্পূৰ্ণ কৰে বুলি সকলোৱে জানো যাক সৌৰমাহ বুলি কোৱা হয় মনুষ্যৰ নাৰী আৰু বসুমতী ৰূপত সময়ৰ অৱধি স্বাভাৱিকতেই ভিন্ন , শাস্ত্ৰোক্ত আছে যে সূৰ্য যেতিয়া মিথুন ৰাশিস্থিত হৈ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদত প্ৰৱেশ কৰে (আহাৰ ষাঠ) তেতিয়াই ঋতুমতী হয় ( ইয়াৰ লগতে অসম কামপীঠ , ইয়াত দেৱীৰ যোনী পীঠ প্ৰতিষ্ঠাপিত হৈ থকা বাবে এই ক্ষেত্ৰৰ ই এক ক্ষেত্ৰাচাৰ )

  • @naliniadhikary6791
    @naliniadhikary6791 Год назад +1

    বাপ। প্ৰকৃতি পুৰুষ দুয়োৰে নিয়ন্তা মাধৱ,সমস্ত ৰে আত্মা হৰি পৰম বান্ধৱ।
    ষাঠৰ চুৱা সম্পৰ্কে একমত হ'ব নোৱাৰিলো।এক শৰণত প্ৰকৃতি জঢ়। গতিকে প্ৰকৃতিৰ চুৱা অবস্থাত পুৰষক অবহেলা কৰিব নোৱাৰো।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +2

      পৰম পুৰুষ শ্ৰীকৃষ্ণই গীতাত কৈছে " ময়াধ্যেক্ষেণ প্ৰকৃতি সূয়তে স চৰাচৰম " অৰ্থাৎ মোৰ অধ্যক্ষতাতেই প্ৰকৃতিয়ে এই চৰাচৰ স্ৰজন কৰিছে । তৃতীয় স্কন্ধৰ অনাদি পাতনৰ প্ৰথম অধ্যায়ত ভগৱন্তই নিজ মুখে এটা কথা কৈছে যে প্ৰকৃতি দেৱী আৰু তেওঁৰ মাজত এটাই মাথোঁ পাৰ্থক্য যে প্ৰলয় কালত প্ৰকৃতি তেঁওতেই সুপ্ত থাকে আৰু বৈদিক শাস্ত্ৰনুসৰি য়ে ষাঠৰ বিধান আছে , ই অসমৰ এক ক্ষেত্ৰাচাৰ , মনা বা নমনা টো ব্যক্তিগত দৰ্শনৰ কথা কিন্ত ষাঠৰ চুৱা মনাটো পুৰুষক অৱহেলা কৰা বুলি কোৱা কথাটোত সংশোধনৰ প্ৰয়োজন আছে কিয়নো সেই পুৰুষৰে সৃষ্টিৰূপা প্ৰকৃতিৰ প্ৰতি এক সন্মান প্ৰদৰ্শনৰ ভাৱ জৰিত হৈ আছে , যাতে সেইকেইটা দিন অন্তত আমি যাতে প্ৰকৃতিক কোনো হস্তক্ষেপ নকৰাকৈ বৰ্তি থাকো ।

  • @muninoza4944
    @muninoza4944 7 месяцев назад

    লণ্ডন আমেৰিকা আদি উন্নত দেশ বিলাকত এই ষাঠ চুৱা অম্বুবাচী এইবোৰ মানে নেমানে খবৰটো প্ৰভু লবচোন যিহেতু পৃথিৱী একেখনেই । ভাৰতবৰ্ষৰ অসমতহে পৃথিৱীৰ যোনী মুখখন আছে নেকি কথাটো জনালে ভাল পাম ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  6 месяцев назад

      অসমৰ ই ক্ষেত্ৰাচাৰ । এটা দৰ্শন আছে যিটো কথা আমি ভিডিঅ'টোত কৈছোৱেই । মানে / নামানে নিজা অভিৰূচিৰ কথা । ভূৰ্মিৰ উৰ্বৰ শক্তি বৃদ্ধি হ'বলৈ প্ৰত্যক্ষ ৰূপত সেই কেইটা দিন ভূমি ( যিহেতু আমি বসুমতীক ও মাতৃ জ্ঞান কৰো ) ক কোনোধৰণৰ হস্তক্ষেপ কৰা নহয় । পুনৰ কও মনা/ নমনা নিজ অভিৰুচিৰ কথা । কিন্তু এই দৰ্শনক আমি উলাই কৰিব নোৱাৰো

  • @kanchonbori5520
    @kanchonbori5520 Год назад +1

    কৃষ্ণ বাপ আপোনাৰ পৰা বহু খিনি নজনা কথা জানিব পৰা গৈছে। কিন্তু আজি বিষয়তোৰ উপৰত আৰু অলপ জানিব বিচাৰিছোঁ কাৰণ নামঘৰ মন্দিৰ আদিত যদি ধূপ বন্তি জ্বলাই নাপাই তেন্তে সেই মাকাখ্যা ধামত দেখুন সকলো সময়তে ধূপধূনাৰ আমূল মূলাই থাকে। গতিকে এই বিষয়ে.........

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +2

      আচলতে নাপায় বুলি নহয় , ধূপ , ধূনা বাহিৰত জলাই পৰিৱেশ এটা নিৰ্মাণ কৰি ৰাখে কিন্তু মূল কপাট বন্ধ থাকে ।

  • @axommahakal4748
    @axommahakal4748 Год назад

    Bondhu Mur ata kheli meli lagi ase--- Krishna aru Ram beleg beleg ne akejone 🥺🙏
    Moi krishnat xoron loi mur mukhere Ram nam hee besikoi ulay kiba aporadh lagibo nki 🥺🙏Ram nam bahira manhe loi ami Krishna buli kobo lage aibur kotha manuhr mukhot xunibo paw ..hai bbe mur voi vab ahise...bujai dibo sun 🙏🙏Mur mukhere Ram Ram buliye ulay..aru krishna buli ulay jodiyo alop kom... 🥺🙏🙏Dukh hb neki baru..moi continue koribo parim ne Ram ram buli koiye 🥺🙏

    • @satyajeetdas433
      @satyajeetdas433 Год назад

      Krishna aru ram eke jonai .bhagban vishnu eai bishwa barmandor goraki .vishnu 24 ta abatar bhitorot shri ram eta abatar .

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Kunu Brahma,Vishnu, Eswar Brahmand t nai. Eswar/Atma,Swarg/Narok, Ahajanma/Parojanma, Paromatma khakal u gukat misa. Eswar/Devi/Devata aney khelna jiye kebol Obc,St,Sc k hey voy khuai aru Brahomnr babey Jibaka/Uparjonr mul dhon. Ram, krishna khakal u missa.

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      @@satyajeetdas433 Apuni voy nakoriba. Ramayan,Mahabharat,Bhagawat Gita, Bed,Puraan, Upanikhad, Monusmrity pahiley ai kitap bilak t likha Susan/Lunthanr kotha buji paba. Eswar nai, apuni jodi bisarey moi proman dim. Apunar mobile number coment t diok.

    • @axommahakal4748
      @axommahakal4748 Год назад +2

      @@mukulbaruah1833 apuni nastik manuh ..apuni astik manhr majot nuxumale val hobo neki 🙏🙏🙏apuni vogobanok blv nokore apuner rastat thakok... please distutb dibo nahibo mohakhoy 🙏🙏🙏

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +3

      নাম উচ্চাৰণ আৰু গঠনত হে অকমাণ পাৰ্থক্য আছে মূলত কোনো পাৰ্থক্য নাই , যি নামৰে আশ্ৰয় কৰা হৈছে শ্ৰদ্ধাৰে তাকেই চলাই নিয়া ।

  • @ankitkaushiknath1364
    @ankitkaushiknath1364 Год назад +3

    নামঘৰ কেতিয়াও অপবিত্ৰ হব নোৱাৰে বাপ । 

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +4

      অ বাপ ! নামঘৰ অপৱিত্ৰ হোৱাৰ কথা আমি কোৱাই নাই , কথাখিনি ভালদৰে এবাৰ শুনিবচোন বাপ ! শৰীৰত বোকা লাগিলে শৰীৰটোহে অপৱিত্ৰ হয় , গৃহখন নহয় ( যদিহে তেঁও গৃহখনত বোকাৰে সৈতে সোমোৱা নাই) , এই কথা সৰ্বজনসাধ্য ।

  • @muninoza4944
    @muninoza4944 7 месяцев назад

    ষাঠ, অম্বুবাচী, চুৱা আদি এই বিলাক কথা আমি কোনো মহাপুৰুষীয়া শাস্ত্ৰত পোৱা নাই এইবিলাক সাধাৰণ জ্ঞানৰ কথা কিমান চফা , লেতেৰা যাৰ হয় তেওঁহে জানে কেতিয়া ভকতৰ কাম কৰিব পাৰিব হোৱা গৰাকীয়েহে জানে । এইবিলাক কথা আলোচনাৰ দৰকাৰেই নাই বুলি ভাবো দেই ।

  • @sukuramkachari72
    @sukuramkachari72 Год назад

    Ai ahar mahat ambowasi ji sokle siva puja ba parbotik puja kre sei manuhbore ambobasi Mane...

  • @RupjyotiGogoi-uf1mp
    @RupjyotiGogoi-uf1mp Год назад +1

    বিজ্ঞানে কৈছে মন্দিৰৰ শিলত সনা সেন্দুৰ বাৰিষাৰ প্ৰথম বৰষুণৰ লগত মিলি অহাকে ভকতে দেৱী ৰজস্বলা বুলি ভাবিছিল।
    যজ্ঞৰ আহুতি হিচাপে দিয়া বলি সন্দৰ্ভত video এটা বিচাৰিছো🙏

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +3

      দেৱীৰ ৰজস্বলা বস্ত্ৰৰ কথাটো সুকীয়া , সেইবিষয়ে আমি অজ্ঞাত ( বস্ত্ৰৰ বিষয়টো মন্দিৰ পৰিষদে আগম শাস্ত্ৰনুসৰি দেৱীৰ প্ৰতিমা বস্ত্ৰৰে আচ্ছাদিত কৰি দিয়ে )যিহেতু সেই বিষয়তো আমাৰ উদ্দেশ্য নহয় , সূৰ্যৰ স্থিতি অনুসৰি বসুমতী ৰজস্বলা দৰ্শনৰ ধৰাতলত সেই বিষয়ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাই । মানে বস্ত্ৰৰ কথাটো মন্দিৰৰ ( তালৈ যিহেতু আমাৰ অৰ্থাৎ বৈষ্ণৱৰ যোৱাৰ বিশেষ প্ৰয়োজন নাথাকে গতিকে তাত তেওলোকে কেনেকৈ কি আয়োজন কৰে আমাৰ তাত বিচাৰ বা বিশেষ গুৰুত্ব নাই ) কিন্তু ষাঠ ৰ কথা টো হৈছে সমগ্ৰ অসমৰে ক্ষেত্ৰাচাৰ ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  Год назад +5

      আৰু শাস্ত্ৰনুসৰি যজ্ঞত পশু আহুতি কিম্বা বলি দিয়াৰ কোনো বিধান নাই - ই কেৱল ইচ্ছাপূৰ্তিৰ পগলামিৰ কৰ্মহে ।

    • @RupjyotiGogoi-uf1mp
      @RupjyotiGogoi-uf1mp Год назад +3

      বহুত ধন্যবাদ দেই মাধূর্য। উপকৃত হ'লো

  • @narayanhazarika4493
    @narayanhazarika4493 Год назад

    এই চুৱা ঘৰত গৰু ছাগলী নথকা সকলেহে মানিব,কাৰণ গৰু এৰাল দি মাটিত খুটি মাৰিব লাগিব এৰি দিলে লোকৰ কঠীয়া খাবগৈ ।কাৰণ মানিলে বেজীৰ খোচটোৰ পৰা মানিব লাগিব ।তুমি চাগে গৰু ছাগলী চিনি‌য়ে নোপোৱা সেই কাৰণে মানিব পাৰিছা।

    • @madhurjyaborah76
      @madhurjyaborah76 Год назад +4

      কি হাস্যপদ কথা কৈছে বাৰু, এদিনৰ বাবে গৰু পোহা সকলৰ বাদে বাকী সকলে সদায় খুটি মাৰিব নালাগে

  • @liladas1146
    @liladas1146 Год назад +1

    তোলনী বিয়া পতাটো এটা Advertigement. Post এটা Vacant হৈছে বুলি জনোৱা৷অন্য একো নাই

    • @biswajitbaruah3564
      @biswajitbaruah3564 Год назад +1

      Madhujyai hundarkoi bujai dile patiba lage ne nalage .

    • @narayanhazarika4493
      @narayanhazarika4493 Год назад

      এটা কথা বুজি নাপালো যদি‌ ৰজচচলা মহিলা গৰাকী অপবিত্ত নহয় বুলি মানে তেন্তে সাতৰ চুৱা বুলি কিয় কয়? আৰু চুৱা অসুচী এই শব্দ বোৰ কোন সম্প্ৰদায়ে সৃষ্টি কৰিলে ? প্ৰকৃততে ইয়াৰ অৰ্থ কি ? মই ভাবোঁ ইয়াৰ উত্তৰো তোমাৰ ওচৰত আছে গতিকে জনাবলৈ‌ নাপাহৰিবা।

    • @smritirekhaborah9936
      @smritirekhaborah9936 Год назад

      ইমান সুন্দৰকৈ ফুটাই কোৱাৰ পাছত এনে প্ৰশ্ন হ'ব নালাগে। বাপজনে মনোযোগ দি নুশুনিলে।

  • @Rasamitৰসঅমৃত
    @Rasamitৰসঅমৃত Год назад +8

    কৃষ্ণ কৃষ্ণ বাপ