Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
1:10 জয় গুৰু শংকৰ। অতি সুন্দৰ বিশ্লেষন দীপক বাপ প্রভূ। এনে ধৰনৰ তন্ তন্ কৈ বুজাই দিয়াৰ বাবে। প্রভূ জনালৈ সেৱা জনালো। 🙏🙏🙏
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ণ ❤
জয় গুৰু
কৃষ্ণ কৃষ্ণ বাপ 🎉🎉❤❤
সুন্দৰ সময়োপযোগী বাখ্যা
কৃষ্ণ হৰি অ ৰাম।বাপ জনালৈ সেঁৱা জনালো🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ব্ৰহ্ম বাপ জনাৰ শ্ৰীচৰনত শতকুটী প্ৰাণাম । তেৰাৰ মুখপদ্মৰ দ্বাৰা বাজ হোৱা অমৃত কথা পাণ কৰি নিজকে ধন্য মানিছো। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
ধন্যবাদ, শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপজনালৈ সুদক্ষ বক্তা, বাখ্যা উদ্ধাৰ কৰি অমৃত দিয়াৰ বাবে অশেষ কৃতজ্ঞতা
আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল , লগতে বহুতো আনন্দিত হলো । আৰু আজিকালিৰ মানুহ বোৰক কোনে বুজাব মাছ মাংস নহলে কাজ পাতিব ই নোৱাৰে ।
জয় কৃষ্ণ ❤❤❤❤
🙏🙏🙏🙏🙏🙏🙏 কি যে সুন্দৰ বিশ্লেষণ কৰিছে বাপজনাই । কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Jay Krishna Krishna Krishna
কৃষ্ণ🙏জয় গুৰু শংকৰ মাধৱ🙏আপোনাৰ ভাগৱত ব্যাখ্যা শুনি বহুত নজনা কথা জানিলো গুৰু বাপ কৃষ্ণ🙏💐👏৷
কৃষ্ণ কৃষ্ণ ্শত কৌটি প্ৰণাম। সাৰুৱা ধৰ্ম কথা শুনি আমি ধন্য হলো।
Krishna krishna Bap Bandhab🙏🙏🙏🙏🙏🙏🙏
Joy guru Shanker 🙏🙏🙏 Krishna Krishna
Krisna krisna krisna krisna krisna ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤
Krishna Krishna prbhu nice ❤
Bohut tattwik bislekhon korise ...enekua bislekhon aamar naaghirt hobo lage....bohut dhonyabad prabhu
কৃষ্ণ বাপৰ শ্ৰী চনত সেৱা জনালোঁ 🙏🏼
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ব্যক্তব্যৰ পৰা বহুত জ্ঞান লাভ কৰিব পাৰিছো।
Bor sundor byakhya.
কৃষ্ণ 🙏🏻 সেৱা নিবেদন কৰিছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻 অতি সুন্দৰ ব্যাখ্যা 🙏🏻
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏 অতি সুন্দৰ। বিশ্লেষণ আৰু বাখ্যা।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ৰঞ্জন দৈমাৰিক তেনেহলে কিয় ফাচি নিদিলে।
কৃষ্ণ কৃষ্ণ ❤
Krisna.krisna.krisna
Krishna Krishna bap ati xundar
কৃষ্ণ প্ৰভু।আপোনাৰ চৰণত সেৱা জনালো।
Jai Shri Krishna 🙏🙏🙏
Krishna Krishna Krishna bap
কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ চৰণত সেৱা জনালোঁ কৃষ্ণ
Krishna ❤❤❤
কৃষ্ণ বাপ
Krishna. Bar bhal katha khini hunibali palu. Thanks.
Thank
Krishna 🙏 🙏 🙏 🙏 🙏 ❤kowti kowti pranam janalu Bap
অতি সুন্দৰ বাখ্যা, ব্ৰহ্ম প্ৰভু।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏🙏
প্ৰভুঐ সেৱা নিবেদিছো ৷ কৃষ্ণ ৷
বাপ জনালৈ সেৱা ধৰিলো। সুন্দৰ হৈছে। ভাল লাগিল। আগলৈ আৰু শুনি।বৰ আশা থাকিল।অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰিছে এতিয়ালৈকে আমি বিদেশী ৰোমান লিপি ৰে লিখা টো এৰিব পৰা নাই সেয়ে আপোনাসবলৈ অনুৰোধ জনালোঁ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয়।অপ্ৰিয় হ'লেও সত্য কথা, কৃষ্ণ।অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,
কৃষ্ণ কৃষ্ণ বাপ বহু ভাল লাগিল
কৃপাৰ সাগৰ,
Krishna Krishna namaste 🙏 ♥️
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Prabhu Krishna ati sundar srabon Kari kritya halu Krishna
Krishna Krishna 🌹🙏
বেয়া মানুহৰ প্ৰভাৱ হিন্দু সমাজত আছিল আৰু আছে। আনপিনে আমাৰ মানুহে ভুল ব্যাখ্যা কৰে কাৰণ তেওঁ লোকে নিজৰ মনত যি বুজি পায় তাকে কৰে। সতীদাহ প্ৰথা কৰা হৈছিল মুঠতে সেই সময়ত দেশত ৰাজাকাৰ সকলে সময়ে সময়ে আক্ৰমণ কৰি দেশৰ জীয়ৰী বোৱাৰীক সতীত্ব হৰণ কৰিছিল আৰু সমাজৰ বিভিন্ন বেয়া মানুহ বোৰে আই মাতৃৰ ওপৰত বিভিন্ন অত্যাচাৰ কৰে। আজিলৈকে আমাৰ সমাজত ৰাজাকাৰ সকলে লাভ জেহাদ কৰা দেখা নাযায় নে ? গতিকে সকলো কথাকে চালি জাৰি চাব লাগে!
Apunar kotha hodai manim .🎉Krishno
কৃষ্ণ বাপ সেবা নিবেদিছো কৃষ্ণ জয জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জয এক শৰণ নামধৰ্মৰ ।
কৃষ্ণ বাপ🙏🙏🙏🙏
মই আপোনাক শত কোটি প্রণাম জনাইছোঁ।
কৃষ্ণ বাপ অতিকৈ গুৰুত্বপূৰ্ণ বক্তব্য।।
কৃষ্ণ❤❤
বাপ জনক শতকোতি সেৱা নিবেদিলো ।
Krishna krishna baap
কৃষ্ণ কৃষ্ণ বাপজন
Krishna 🙏
কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ৰাম। কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ
Krishna.krishna
কৃষ্ণ কৃষ্ণ
কৰ পাগল তপকিল
Krishna bap
😢
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
Khube val lagil
Krishna krishna krishna
প্ৰভু ঈশ্বৰ ,মুন্দ চেদন শব্দটো শুদ্ধ হৈছেনে? দায় দোষ হ'লে মৰিষন কৰিব !
Krishna krishna
🙏🙏🙏🙏
কৃষ্ণ মাধব মাধব
,🙏🙏🙏
Xeya jonalu ,
Krishna krishna bohut darkary kotha janilu.
আপোনাৰ এই ব্যাখ্যা ভাগৱতৰ কোন কোন শাৰীত আছে কৈ দিব লাগিছিল ।
বাপ জনা অপৰাধ ক্ষমা কৰিব।ইমান কৈ বাখ্যা শুনাৰ পাচতো দেখুন গোসাঁনীৰ আগত ম'হ বলি হাহঁ কুমুৰা ছাগলি বলিৰ ধূমখুমিয়া বিবাহত দৰাঘৰে ছোৱালী ঘৰীয়াক ছোৱালী ঘৰে দৰাঘৰিয়াক ছাগলী মাংসৰে বৰ ভোজ খুউৱা ----কোনে কৰি আছে?আমিয়েই নহয় জানো! অথাৎ সৰিয়ঁহৰ ডুলিতেই ভূত।প্ৰকৃততে এই বিলাক-গালো বালো খুলাকতি তাল।আমি বাৰ মাহত তেৰটা নিয়ম পালন কৰি মৃত জনৰ আগত গাই যাওঁ ৰাম নাম সত্য হে ।মুঠৰ ওপৰত সমাজত হৈ আছে-বচনে কেৱল মাত্ৰ হৰিত শৰণ চিত্ৰে ভজে অন্য দৱতাক ইত্যাদি ।🙏🙏🙏🙏কৃষ্ণ বাপ সমস্ত ভুল হলে ক্ষমা প্ৰাৰ্থনাহে।😢
কৃষ্ণ কৃষ্ণ ♥️🙏
Hum kara hum kaina maka saba napai hai gatka safa Kari dea bhakat
বাপ মই বুজি নেপালোঁ যে এক শৰণীয়া নাম ধৰ্মক হিন্দু ধৰ্ম বুলি কলে যে?হিন্দু ধৰ্মৰ লগত এক শৰণীয়া ধৰ্ম একে কনে?
কৃষ্ণ সেৱা ল'ব৷ অবিবাহিত লোক এজনে শৰণ ভজন লৈ ভকতি কৰিব পাৰেনে? নামাচাৰ্য বা দেউৰী বিলনীয়া আদি হ'ব পাৰেনে? নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক হ'ব পাৰেনে? এজন সত্ৰাধিকাৰে মাধৱদেৱ গুৰুজনাৰ উদাহৰণ দি পাৰিব বুলি ক'লে৷ কিন্তু কিছুমান সমাজত এনে যুৱক সকলক অৱহেলা কৰা দেখা যায়৷ সেইটো কেনেকুৱা ধৰ্ম নীতি? অনুগ্ৰহ কৰি আপোনাৰ ম'বাইল নম্বৰটো দিব৷
কৃষ্ণ কৃষ্ণ ♥️🙏 ৭০০২৯৮৪৬৪৮
ধন্যবাদ৷
Brahma gurur sti saranat kouti namaskar 😮😮😮😮
ভাগৱত ব্যাখ্যা এনেকৈও হয় নেকি প্ৰভু ?
যদি নামঘৰৰ প্ৰয়োজনেই নাই তেতিয়া হ'লে নামঘৰ বিলাক ভাঙি দিয়াই ভাল দেখোন। কোনো ধৰণৰ মূৰ্তিৰ প্ৰয়োজন নাই যদি গুৰু আসন আতৰাই দিয়াই উচিত দেখোন। গুণত থকা মানুহে নিৰ্গুণ ভক্তি কেনেকৈ কৰিব?
"মুণ্ড চেদন" কি " তাৰ অৰ্থ ?
পিতৃমাতৃ ঢুকালে মূনদ চেদন কথাটো নুবুজিলো ।
কৃষ্ণ, দীপক ব্ৰহ্মবাপৰ ফোন নম্বৰটো অনুগ্ৰহ কৰি দিবচোন ।
7002984648
Brahma. Gurur sti
Gadha mundho chedhon art house dingi kata
Aki dea gutra singa karana
আমাৰ পূৰ্ব পুৰুষ সকলৰ দ্বাৰা যি বিলাক ৰীতিনীতি কাম চলি আহিছে আমি তাকেই কৰি যাম,ইয়াত কোনো গুৰু গোহাঁই আহি আমাক শিক্ষা দিয়া দৰ্কাৰ নাই ,আৰু আজি কালি বেছিভাগ অসমীয়াই উত্তৰ ভাৰতৰ ৰীতি ৰিয়াজ হে অনুসৰণ কৰিব লৈছে নাজানো আৰু ই কিহৰ প্ৰভাৱ 😅😅
আপুনি আপোনাৰ পূৰ্বপুৰুষ সকলৰ ৰীতি-নীতি মতেই চলিব , সেইটো ঠিকেই আছে। কিন্তু আপোনাৰ পূৰ্বপুৰুষ সকলৰ পিতৃ কোন জনাব নেকি বাৰু! আপুনি যদি অসমীয়া, নিশ্চয় মাধৱদেৱৰ নামঘোষা পঢ়িছে বা বিদ্যালয়ত পঢ়ি থাকোতে প্ৰাৰ্থনা গাইছে। নামঘোষাতে লিখা আছে সকলো উত্তৰ।
@nirjurajgogoi319 মোৰ এইবিলাকত লিখা লিখি কৰি থাকিব মন নাযায় আৰু সময়ো নাই। মোক এতিয়া প্ৰাক পাথমিকৰ কথা কব নালাগে মই নিজে এজন শাস্ত্ৰ পঢ়া মানুহ কিন্তু বাপ জনে কিছোমান কথা কৈ গৈছে সেইতু শাৰীত আমি কেতিয়াও যাব নোৱাৰোঁ বচ কথা ইমানেই আৰু এটা কথা আমাৰ পূৰ্ব পুৰুষ সকলৰ ৰীতি-নীতি মহা পুৰুষ দুজন অহাৰ আগৰ পৰাই চলি আহিছে গতিকে মোক জ্ঞানৰ প্ৰয়োজন নাই বাপ পাৰিলে নিজে অলপ আয়ত্ত কৰা 😊
@@chand8918 আপুনি শাস্ত্ৰ ভাগৱত জনালোক বুলি জানিব পাৰি ভাল লাগিল । আপোনাৰ পূৰ্বপুৰুষ সকলে তেওঁলোকৰ পিতৃক চিনিব পৰা নাছিল কাৰণ সেইসময়ত শাস্ত্ৰ ভাগৱত কি বস্তু নাজানিছিল, তেওঁলোক নিৰক্ষৰ আছিল। কিন্তু গুৰু দুজনাৰ দ্বাৰা ৰচিত পুথিসমূহ অধ্যয়ন কৰি আমি ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰিছো । নামঘোষাত সেয়ে লিখিছে " ৰাজা প্ৰজা জানিলেক ভক্তিপথ, শঙ্কৰৰ মত শুদ্ধ, সিটো মতচাড়ি আন আছৰয় , পৰম সিটো মুগুধ " । ভাগৱতত লিখা আছে " ৰহিলন্ত কৰ্মকাণ্ড অগ্য়ানীৰ মাজে, ত্য়াগ কৰিলন্ত কৰ্মকাণ্ড গ্য়ানীসমাজে। যিটো মন্দমতি মহাদুৰাচাৰ কদাচিতো সি নকৰে শাস্ত্ৰৰ বিচাৰ, কেৱল মানি চলে পিতৃ পুৰুষৰ আচাৰ" ।
Kundan krile ki hy .
কীৰ্তনৰ মুচুকুন্দ-স্তুতিৰ ৯১ ঘোষাত "কালনেমি দৈত্যবংশ ভৈল আসি ৰাজা কংস", বুলি উল্লেখ আছে বাপ জনাই দয়া কৰি বুজায় দিব নেকি? 🙏🙏
হৰি বংশ পুৰাণ বিষ্ণু পৰ্ব 28 নম্বৰ শ্লোক চাব কৃষ্ণ কৃষ্ণ ♥️🙏
kisha na baap
Bhakat khamaje khakamat mas bhujan kare kir
Beyash deb kun jatar
Prahlade pretya karja kara nasil neki kirtanat likha ase
এইবোৰ যিমানে গাইবাই থাকিলে লাভ নাই৷সমাজে যিধৰণে মানে সেইধৰনে কৰিবই লাগিব৷ভূলেই হওক বা শুদ্ধই হওক নহলে এঘৰীয়া হব লাগিব এঘৰীয়া হৈ লাভ নাই মানুহ তেনেকৈ জীয়াই থাকিব নোৱাৰে৷আৰু ইনকম নোহোৱা লাভ নথকা কথাত ইমান ধৰিথাকিব সময় নাই৷ যিথাইত ঠাইভেদে যি মানে সেইমতে যাব লাগিব৷ বিকল্প হিচাপে উজনীৰ পৰা নামনিলৈকে আলোচনা সভা পাতক এনেকৈ কৈ ফুৰিলে লাভ নাই৷
মহাত্মা গান্ধীয়ে বিদেশত গৈ বিদেশী খাদ্য খোৱা নাছিল......কৃষ্ণ কৃষ্ণ ♥️🙏
@@kalindeebhomora6395যিয়ে যি নাখাওঁক আমাৰ কি কথা আছে ,কি আমি কোনো এজন ব্যক্তিৰ মতে চলি থাকিম বা তাক অনুসৰণ কৰি চলিম নেকি
Apuni.khi.p0hile.Bap.kiba.bhol.huaa.nai.to
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
1:10 জয় গুৰু শংকৰ। অতি সুন্দৰ বিশ্লেষন দীপক বাপ প্রভূ। এনে ধৰনৰ তন্ তন্ কৈ বুজাই দিয়াৰ বাবে। প্রভূ জনালৈ সেৱা জনালো। 🙏🙏🙏
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ণ ❤
জয় গুৰু
কৃষ্ণ কৃষ্ণ বাপ 🎉🎉❤❤
সুন্দৰ সময়োপযোগী বাখ্যা
কৃষ্ণ হৰি অ ৰাম।বাপ জনালৈ সেঁৱা জনালো🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ব্ৰহ্ম বাপ জনাৰ শ্ৰীচৰনত শতকুটী প্ৰাণাম । তেৰাৰ মুখপদ্মৰ দ্বাৰা বাজ হোৱা অমৃত কথা পাণ কৰি নিজকে ধন্য মানিছো। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
ধন্যবাদ, শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপজনালৈ সুদক্ষ বক্তা, বাখ্যা উদ্ধাৰ কৰি অমৃত দিয়াৰ বাবে অশেষ কৃতজ্ঞতা
আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল , লগতে বহুতো আনন্দিত হলো । আৰু আজিকালিৰ মানুহ বোৰক কোনে বুজাব মাছ মাংস নহলে কাজ পাতিব ই নোৱাৰে ।
জয় কৃষ্ণ ❤❤❤❤
🙏🙏🙏🙏🙏🙏🙏 কি যে সুন্দৰ বিশ্লেষণ কৰিছে বাপজনাই । কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Jay Krishna Krishna Krishna
কৃষ্ণ🙏জয় গুৰু শংকৰ মাধৱ🙏আপোনাৰ ভাগৱত ব্যাখ্যা শুনি বহুত নজনা কথা জানিলো গুৰু বাপ কৃষ্ণ🙏💐👏৷
কৃষ্ণ কৃষ্ণ ্শত কৌটি প্ৰণাম। সাৰুৱা ধৰ্ম কথা শুনি আমি ধন্য হলো।
Krishna krishna Bap Bandhab🙏🙏🙏🙏🙏🙏🙏
Joy guru Shanker 🙏🙏🙏 Krishna Krishna
Krisna krisna krisna krisna krisna ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤ ❤
Krishna Krishna prbhu nice ❤
Bohut tattwik bislekhon korise ...enekua bislekhon aamar naaghirt hobo lage....bohut dhonyabad prabhu
কৃষ্ণ বাপৰ শ্ৰী চনত সেৱা জনালোঁ 🙏🏼
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ব্যক্তব্যৰ পৰা বহুত জ্ঞান লাভ কৰিব পাৰিছো।
Bor sundor byakhya.
কৃষ্ণ 🙏🏻 সেৱা নিবেদন কৰিছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻 অতি সুন্দৰ ব্যাখ্যা 🙏🏻
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏 অতি সুন্দৰ। বিশ্লেষণ আৰু বাখ্যা।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ৰঞ্জন দৈমাৰিক তেনেহলে কিয় ফাচি নিদিলে।
কৃষ্ণ কৃষ্ণ ❤
Krisna.krisna.krisna
Krishna Krishna bap ati xundar
কৃষ্ণ প্ৰভু।আপোনাৰ চৰণত সেৱা জনালো।
Jai Shri Krishna 🙏🙏🙏
Krishna Krishna Krishna bap
কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ চৰণত সেৱা জনালোঁ কৃষ্ণ
Krishna ❤❤❤
কৃষ্ণ বাপ
Krishna. Bar bhal katha khini hunibali palu. Thanks.
Thank
Krishna 🙏 🙏 🙏 🙏 🙏 ❤kowti kowti pranam janalu Bap
অতি সুন্দৰ বাখ্যা, ব্ৰহ্ম প্ৰভু।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏🙏
প্ৰভুঐ সেৱা নিবেদিছো ৷ কৃষ্ণ ৷
বাপ জনালৈ সেৱা ধৰিলো। সুন্দৰ হৈছে। ভাল লাগিল। আগলৈ আৰু শুনি।বৰ আশা থাকিল।
অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰিছে এতিয়ালৈকে আমি বিদেশী ৰোমান লিপি ৰে লিখা টো এৰিব পৰা নাই সেয়ে আপোনাসবলৈ অনুৰোধ জনালোঁ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয়।
অপ্ৰিয় হ'লেও সত্য কথা, কৃষ্ণ।
অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,
কৃষ্ণ কৃষ্ণ বাপ বহু ভাল লাগিল
কৃপাৰ সাগৰ,
Krishna Krishna namaste 🙏 ♥️
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Prabhu Krishna ati sundar srabon Kari kritya halu Krishna
Krishna Krishna 🌹🙏
বেয়া মানুহৰ প্ৰভাৱ হিন্দু সমাজত আছিল আৰু আছে। আনপিনে আমাৰ মানুহে ভুল ব্যাখ্যা কৰে কাৰণ তেওঁ লোকে নিজৰ মনত যি বুজি পায় তাকে কৰে। সতীদাহ প্ৰথা কৰা হৈছিল মুঠতে সেই সময়ত দেশত ৰাজাকাৰ সকলে সময়ে সময়ে আক্ৰমণ কৰি দেশৰ জীয়ৰী বোৱাৰীক সতীত্ব হৰণ কৰিছিল আৰু সমাজৰ বিভিন্ন বেয়া মানুহ বোৰে আই মাতৃৰ ওপৰত বিভিন্ন অত্যাচাৰ কৰে। আজিলৈকে আমাৰ সমাজত ৰাজাকাৰ সকলে লাভ জেহাদ কৰা দেখা নাযায় নে ? গতিকে সকলো কথাকে চালি জাৰি চাব লাগে!
Apunar kotha hodai manim .🎉Krishno
কৃষ্ণ বাপ সেবা নিবেদিছো কৃষ্ণ জয জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জয এক শৰণ নামধৰ্মৰ ।
কৃষ্ণ বাপ🙏🙏🙏🙏
মই আপোনাক শত কোটি প্রণাম জনাইছোঁ।
কৃষ্ণ বাপ অতিকৈ গুৰুত্বপূৰ্ণ বক্তব্য।।
কৃষ্ণ❤❤
বাপ জনক শতকোতি সেৱা নিবেদিলো ।
Krishna krishna baap
কৃষ্ণ কৃষ্ণ বাপজন
Krishna 🙏
কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ৰাম। কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ
Krishna.krishna
কৃষ্ণ কৃষ্ণ
কৰ পাগল তপকিল
Krishna bap
😢
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
Khube val lagil
Krishna krishna krishna
প্ৰভু ঈশ্বৰ ,মুন্দ চেদন শব্দটো শুদ্ধ হৈছেনে? দায় দোষ হ'লে মৰিষন কৰিব !
Krishna krishna
🙏🙏🙏🙏
কৃষ্ণ মাধব মাধব
,🙏🙏🙏
Xeya jonalu ,
Krishna krishna bohut darkary kotha janilu.
আপোনাৰ এই ব্যাখ্যা ভাগৱতৰ কোন কোন শাৰীত আছে কৈ দিব লাগিছিল ।
বাপ জনা অপৰাধ ক্ষমা কৰিব।ইমান কৈ বাখ্যা শুনাৰ পাচতো দেখুন গোসাঁনীৰ আগত ম'হ বলি হাহঁ কুমুৰা ছাগলি বলিৰ ধূমখুমিয়া বিবাহত দৰাঘৰে ছোৱালী ঘৰীয়াক ছোৱালী ঘৰে দৰাঘৰিয়াক ছাগলী মাংসৰে বৰ ভোজ খুউৱা ----কোনে কৰি আছে?আমিয়েই নহয় জানো! অথাৎ সৰিয়ঁহৰ ডুলিতেই ভূত।প্ৰকৃততে এই বিলাক-গালো বালো খুলাকতি তাল।আমি বাৰ মাহত তেৰটা নিয়ম পালন কৰি মৃত জনৰ আগত গাই যাওঁ ৰাম নাম সত্য হে ।মুঠৰ ওপৰত সমাজত হৈ আছে-বচনে কেৱল মাত্ৰ হৰিত শৰণ চিত্ৰে ভজে অন্য দৱতাক ইত্যাদি ।🙏🙏🙏🙏কৃষ্ণ বাপ সমস্ত ভুল হলে ক্ষমা প্ৰাৰ্থনাহে।😢
কৃষ্ণ কৃষ্ণ ♥️🙏
Hum kara hum kaina maka saba napai hai gatka safa Kari dea bhakat
বাপ মই বুজি নেপালোঁ যে এক শৰণীয়া নাম ধৰ্মক হিন্দু ধৰ্ম বুলি কলে যে?
হিন্দু ধৰ্মৰ লগত এক শৰণীয়া ধৰ্ম একে কনে?
কৃষ্ণ সেৱা ল'ব৷ অবিবাহিত লোক এজনে শৰণ ভজন লৈ ভকতি কৰিব পাৰেনে? নামাচাৰ্য বা দেউৰী বিলনীয়া আদি হ'ব পাৰেনে? নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক হ'ব পাৰেনে? এজন সত্ৰাধিকাৰে মাধৱদেৱ গুৰুজনাৰ উদাহৰণ দি পাৰিব বুলি ক'লে৷ কিন্তু কিছুমান সমাজত এনে যুৱক সকলক অৱহেলা কৰা দেখা যায়৷ সেইটো কেনেকুৱা ধৰ্ম নীতি? অনুগ্ৰহ কৰি আপোনাৰ ম'বাইল নম্বৰটো দিব৷
কৃষ্ণ কৃষ্ণ ♥️🙏
৭০০২৯৮৪৬৪৮
ধন্যবাদ৷
Brahma gurur sti saranat kouti namaskar 😮😮😮😮
ভাগৱত ব্যাখ্যা এনেকৈও হয় নেকি প্ৰভু ?
যদি নামঘৰৰ প্ৰয়োজনেই নাই তেতিয়া হ'লে নামঘৰ বিলাক ভাঙি দিয়াই ভাল দেখোন। কোনো ধৰণৰ মূৰ্তিৰ প্ৰয়োজন নাই যদি গুৰু আসন আতৰাই দিয়াই উচিত দেখোন। গুণত থকা মানুহে নিৰ্গুণ ভক্তি কেনেকৈ কৰিব?
"মুণ্ড চেদন" কি " তাৰ অৰ্থ ?
পিতৃমাতৃ ঢুকালে মূনদ চেদন কথাটো নুবুজিলো ।
কৃষ্ণ, দীপক ব্ৰহ্মবাপৰ ফোন নম্বৰটো অনুগ্ৰহ কৰি দিবচোন ।
7002984648
Brahma. Gurur sti
Gadha mundho chedhon art house dingi kata
Aki dea gutra singa karana
আমাৰ পূৰ্ব পুৰুষ সকলৰ দ্বাৰা যি বিলাক ৰীতিনীতি কাম চলি আহিছে আমি তাকেই কৰি যাম,ইয়াত কোনো গুৰু গোহাঁই আহি আমাক শিক্ষা দিয়া দৰ্কাৰ নাই ,আৰু আজি কালি বেছিভাগ অসমীয়াই উত্তৰ ভাৰতৰ ৰীতি ৰিয়াজ হে অনুসৰণ কৰিব লৈছে নাজানো আৰু ই কিহৰ প্ৰভাৱ 😅😅
আপুনি আপোনাৰ পূৰ্বপুৰুষ সকলৰ ৰীতি-নীতি মতেই চলিব , সেইটো ঠিকেই আছে। কিন্তু আপোনাৰ পূৰ্বপুৰুষ সকলৰ পিতৃ কোন জনাব নেকি বাৰু! আপুনি যদি অসমীয়া, নিশ্চয় মাধৱদেৱৰ নামঘোষা পঢ়িছে বা বিদ্যালয়ত পঢ়ি থাকোতে প্ৰাৰ্থনা গাইছে। নামঘোষাতে লিখা আছে সকলো উত্তৰ।
@nirjurajgogoi319 মোৰ এইবিলাকত লিখা লিখি কৰি থাকিব মন নাযায় আৰু সময়ো নাই। মোক এতিয়া প্ৰাক পাথমিকৰ কথা কব নালাগে মই নিজে এজন শাস্ত্ৰ পঢ়া মানুহ কিন্তু বাপ জনে কিছোমান কথা কৈ গৈছে সেইতু শাৰীত আমি কেতিয়াও যাব নোৱাৰোঁ বচ কথা ইমানেই আৰু এটা কথা আমাৰ পূৰ্ব পুৰুষ সকলৰ ৰীতি-নীতি মহা পুৰুষ দুজন অহাৰ আগৰ পৰাই চলি আহিছে গতিকে মোক জ্ঞানৰ প্ৰয়োজন নাই বাপ পাৰিলে নিজে অলপ আয়ত্ত কৰা 😊
@@chand8918 আপুনি শাস্ত্ৰ ভাগৱত জনালোক বুলি জানিব পাৰি ভাল লাগিল । আপোনাৰ পূৰ্বপুৰুষ সকলে তেওঁলোকৰ পিতৃক চিনিব পৰা নাছিল কাৰণ সেইসময়ত শাস্ত্ৰ ভাগৱত কি বস্তু নাজানিছিল, তেওঁলোক নিৰক্ষৰ আছিল। কিন্তু গুৰু দুজনাৰ দ্বাৰা ৰচিত পুথিসমূহ অধ্যয়ন কৰি আমি ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰিছো । নামঘোষাত সেয়ে লিখিছে " ৰাজা প্ৰজা জানিলেক ভক্তিপথ, শঙ্কৰৰ মত শুদ্ধ, সিটো মতচাড়ি আন আছৰয় , পৰম সিটো মুগুধ " । ভাগৱতত লিখা আছে " ৰহিলন্ত কৰ্মকাণ্ড অগ্য়ানীৰ মাজে, ত্য়াগ কৰিলন্ত কৰ্মকাণ্ড গ্য়ানীসমাজে। যিটো মন্দমতি মহাদুৰাচাৰ কদাচিতো সি নকৰে শাস্ত্ৰৰ বিচাৰ, কেৱল মানি চলে পিতৃ পুৰুষৰ আচাৰ" ।
Kundan krile ki hy .
কীৰ্তনৰ মুচুকুন্দ-স্তুতিৰ ৯১ ঘোষাত "কালনেমি দৈত্যবংশ ভৈল আসি ৰাজা কংস", বুলি উল্লেখ আছে বাপ জনাই দয়া কৰি বুজায় দিব নেকি? 🙏🙏
হৰি বংশ পুৰাণ বিষ্ণু পৰ্ব 28 নম্বৰ শ্লোক চাব
কৃষ্ণ কৃষ্ণ ♥️🙏
kisha na baap
Bhakat khamaje khakamat mas bhujan kare kir
Beyash deb kun jatar
Prahlade pretya karja kara nasil neki kirtanat likha ase
এইবোৰ যিমানে গাইবাই থাকিলে লাভ নাই৷সমাজে যিধৰণে মানে সেইধৰনে কৰিবই লাগিব৷ভূলেই হওক বা শুদ্ধই হওক নহলে এঘৰীয়া হব লাগিব এঘৰীয়া হৈ লাভ নাই মানুহ তেনেকৈ জীয়াই থাকিব নোৱাৰে৷আৰু ইনকম নোহোৱা লাভ নথকা কথাত ইমান ধৰিথাকিব সময় নাই৷ যিথাইত ঠাইভেদে যি মানে সেইমতে যাব লাগিব৷ বিকল্প হিচাপে উজনীৰ পৰা নামনিলৈকে আলোচনা সভা পাতক এনেকৈ কৈ ফুৰিলে লাভ নাই৷
মহাত্মা গান্ধীয়ে বিদেশত গৈ বিদেশী খাদ্য খোৱা নাছিল......
কৃষ্ণ কৃষ্ণ ♥️🙏
@@kalindeebhomora6395যিয়ে যি নাখাওঁক আমাৰ কি কথা আছে ,কি আমি কোনো এজন ব্যক্তিৰ মতে চলি থাকিম বা তাক অনুসৰণ কৰি চলিম নেকি
Apuni.khi.p0hile.
Bap.kiba.bhol.huaa.nai.to
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
Krishna bap