Monmoina By Kussum Kailash | Lakhirani Deori | Sarat Sravan | Ujjwal Aarong | Assamese Song 2023

Поделиться
HTML-код
  • Опубликовано: 18 мар 2023
  • Monmoina 2023
    Video:-
    DIRECTION & CHOREOGRAPHY - ASHIM GOGOI
    CAST - KUSSUM KAILASH & AUSTRIYANA
    CINEMATOGRAPHY - SUMAN DUWARAH
    EDITING - MANASH KASHYAP
    MAKE UP - JAAN SAIKIA DRONE - SURANJIB ASS. DIRECTION - DEEP COSTUME - DIPLU PRODUCTION MANAGER - PRASANTA SALOI
    ----------------------
    Audio:-
    🎙 Singer : Kussum Kailash & Lakhirani Deori
    📝 Lyrics & Tune : Kussum Kailash & Sarat Sravan
    🎤Additional Vocal : Smrita Deori,Sondhiya Deori & Karabi Sonowal
    🎼 Music : Ujjwal Aarong
    🎹 Ukulele : Bikash Gogoi
    🎸 Guitar : Koustavmoni Phukan
    🎺 Flute : Bitupan Konwar
    🎶 Mix/Mastered : Ibson Lal Boruah
    🔴 Recorded at Studio Srishti (Moran)
    🛰 Digital Market & Media Director :
    Junaak Milon (‪@DhwaniMusic‬ )
    📸 Cover : Satyajit D Phukon / NB Dhemaji / Zonak Yugantar Bora
    -----------------------
    Special Thanks :-
    Kulendra Kr Hujuri
    Bharat Gogoi(Bali)
    Junti Handique
    Rajib Ahmed
    Debabrat Sonowal
    Bibek Sonowal
    Abhijit Boruah
    Sachin Boruah
    Nilkamal Changmai
    Uttam Changmai
    Ghana Hazarika
    Hori Deori
    Horegubindra Deori
    Bhoirob Deori
    Diganta Deori
    Simanta Deori
    Dusmanta Deori
    Hunali
    Krishna Deori
    Hunali Deori
    Bharat Saikia
    Neel Akash
    Ramen Danah
    Ridip Rankit
    Daisy Kailash Mohan
    Partha Gogoi
    Ujal Gogoi
    Ranima Deori
    Ponkhi Maina Bora
    Diganta Deori
    Anupatkai
    Suruj Dihingia
    Prasanta Dutta
    Bijit Borpatra
    Jintu Mohan
    Arup Dihingia
    Ghana Mohan Sir
    Biman Boruah Axomiya ‪@studiomaamovie‬
    Aideo Music (Umesh Sensuwa)
    -------------------------
    টেঙাপানী দেউৰী গাওঁ ৰ সকলো জ্যেষ্ঠ আৰু লগতে যুৱক যুৱতী সকলোকে ধন্যবাদ জনালোঁ
    বিহুদলৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা
    জিতু বড়া (বিশিষ্ট বিহুৱা, চৰাইদেউ)
    বিশেষ কৃতজ্ঞতা
    ৰূপম বৰুৱা (বিশিষ্ট বিহুৱা,চৰাইদেউ),
    তপন তাঁতী (বিশিষ্ট ঢুলীয়া,চৰাইদেউ),
    মৃদুল গগৈ,বিশ্বজিত গগৈ,ধীৰাজ গগৈ, দ্বীপজ্যোতি গগৈ, পৰাণ দিহিঙীয়া, নৃপেন দিহিঙীয়া, উৎপল গোহাঁই, সুৰুজ গগৈ, প্ৰতীম গগৈ, হিতেশ্বৰ খনিকৰ,চৰাইদেউ বিহুদলৰ সমূহ বিহুৱা-বিহুৱতী আৰু সদস্য-সদস্যা লগতে ন-পুৰনি সমূহ বিহুৱা বিহুৱতীলৈ ৷
    📝Lyrics
    ইয়ে
    বেমাচিহ মুকু বেঙনা ঐ
    দিনিয়া পপঁই চিচয়া
    লৰিঙা কেৰি
    আঁয়ৰে চেচকুয়
    দুমায়ামা চাৰৰি
    কলৈ জাঙৈ
    কি কৰো মই
    তোক সমুখতে ৰাখি চাই
    ৰ'ম যেন চকুলে
    কিবা মৰম লাগে
    বহুতৰ মাজতে
    তোৰ আহুঙীয়া
    মৰমবোৰৰ মাজতে
    হেৰাই যাব খোজো
    তই বাৰু দিবিনে
    বুকুৰে মাজত
    অনুভূতিৰে লগত
    মই কথা পাতো
    তোৰে ঐ
    অ তই এৰি থৈ নাযাবি
    মোক ঐ
    পাহৰি নাযাবি
    মোক ঐ
    সদাই থাকিবি
    তই মোৰে
    মনমইনা হৈ
    তোক ন'না আছু নিমাই
    বুলি ঐ ক’বলে
    আৰু মোৰ মনে যায়
    তোৰেনো হ’বলে
    তোক জাননে ৰাখিমে
    মৰমৰ উমেৰে
    বুকুখন পাৰি দিম
    শিতাননো লৈ শুবলে
    কল্পনা মনৰ
    কৰিবলে যে নিজৰ
    দিন-ৰাতি হয় তোকে লৈ
    অ তই এৰি থৈ নাযাবি
    মোক ঐ
    পাহৰি নাযাবি
    মোক ঐ
    সদায় থাকিবি
    তই মোৰে মনমইনা হৈ
    অকাজানৰ আতিগুয়
    জৌ আকৰি মিৰাচি
    আমালৈ নিদিবি চকু
    নিয়ঁৰে নিচিনা
    ইগাবা দেকাগু
    ভূলাব নোৱাৰ একো
    হ দেউৰী চাঙতে
    তোকে ঐ দেখিলো
    মেথনি মাৰিছিলি গাত
    ইবাকু বিচুতে
    তোৰ প্ৰেমত পৰিলো
    কলিজা পেলালি শাঁত
    তোৰেনো হাঁহিত
    জানো কি যাদু আছে
    মই যে পগলা হ'লো ঐ
    অ তই পাহৰি নাযাবি
    মোক ঐ
    আতৰি নাযাবি
    মোক থৈ
    হ'বিনে ন’হবি
    তই মোৰে মনমইনা ঐ
    #Monmoina#Kussum_Kailash#New_Assamese_Song
  • ВидеоклипыВидеоклипы

Комментарии • 1,6 тыс.

  • @gautambora9594
    @gautambora9594 Год назад +67

    এনে ধৰণৰ থলুৱা অৰ্থাৎ সংস্কৃতিৰ গীত অথবা সংগীত সমূহ ৰক্ষা কৰাৰ কাৰণে 😊 ধন্যবাদ ❣️ সকলো সংগীত বৃন্দলৈ ।

  • @LaraDeori
    @LaraDeori Год назад +320

    দেউৰী জনগোষ্ঠীৰ লোকসমাজ খনৰ ছবি সুন্দৰ কৈ উপস্থাপন কৰিছে,,😍😍❤️ মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা ❣️❣️✨
    Kusum দাৰ কাৰণে এটা like কৰি যাব ❤️🥰✨💘💘💘

    • @abhinashhandique3152
      @abhinashhandique3152 Год назад +4

      Tai Ahom + Deuri ❤️

    • @Extman
      @Extman Год назад +4

      @@abhinashhandique3152 where is the Tai ahom part in the video ?

    • @jagatdeuri3261
      @jagatdeuri3261 Год назад +2

      ​@@Extmanno one knows😅, they just want to claim it similar to bihu.

  • @sawneelphukan6568
    @sawneelphukan6568 Год назад +102

    কুসুম দাৰ শব্দ বোৰত কেঁচা মাটিৰ গোন্ধ মিহলি হৈ থাকে । জাতি জনগোষ্ঠীৰ বান্ধোনেৰে ♥️

  • @dipaksaikia4626
    @dipaksaikia4626 Год назад +14

    বঢ়িয়া, অষ্ট্ৰিয়ানা বহুত মৰম লাগিছে❤️👌

  • @Pallabkcreation
    @Pallabkcreation Год назад +78

    Monmoina xodai 🔥🔥🔥 প্ৰত্যেক বাৰেই এটা এটা জনগোষ্ঠী ৰ সাজপাৰ নহলে বা ভাষা গীতৰ মাজেৰেই প্ৰকাশ কৰিব যত্ন কৰে ভাল লাগে ❤❤❤

  • @subharajgogoi7316
    @subharajgogoi7316 Год назад +264

    কি যে সুমধুৰ কণ্ঠ❣️ অসমৰ জাতি, জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ সুন্দৰ উপস্থাপন।

  • @debabratdeori8264
    @debabratdeori8264 Год назад +37

    দেউৰী সম্প্ৰদায়ৰ সংস্কৃতিৰ কিছু আভাস ফুটি উঠাৰ লগতে সুন্দৰ এটি দেউৰী মিক্স ফিউজন শুনিবলৈ পালোঁ। ভাল লাগিল 😊

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 Год назад +42

    মন মইনাৰ মাজেদি কুসুম দাই প্ৰত্যেক বাৰেই বৃহৎ অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ সুন্দৰ উপস্থাপন কৰে। খুৱ ভাল লাগে। ককাইদেউলৈ অশেষ মৰম আৰু শুভেচ্ছা যাচিলোঁ।

  • @hirokhirok1930
    @hirokhirok1930 Год назад +24

    মন মইনাই প্ৰত্যেকটো গীতেই মন চুই যায় কুচুম দা। ❤️

  • @anupamneog4660
    @anupamneog4660 Год назад +4

    ককাই ডিস্ক video লাগে জলদী,নতুবা জেং হৈ যাব ।।বাকী মন মইনা 🔥🔥।।

  • @pinkiboruah9621
    @pinkiboruah9621 9 месяцев назад +4

    বহুত বহুত ভাল লাগিল গানটো ❤❤❤

  • @manikjyotiofficial
    @manikjyotiofficial Год назад +2

    কি যে সুন্দৰ উপস্থাপন হৃদয় চুলে অসমীয়া বুলি নিজক ভাৱিয়ে ভাল লাগিছে।

  • @bitusonowal6417
    @bitusonowal6417 Год назад +107

    কুসুম দাক❤️ কোনে কোনে ভাল পোৱা Like এটা দি দিয়া 😍😍
    👇

    • @Nesiaxom1997
      @Nesiaxom1997 6 месяцев назад

      1111¹11q1¹1qq11

    • @Nesiaxom1997
      @Nesiaxom1997 6 месяцев назад +2

      11111¹1q1q1❤1❤❤1

    • @Nesiaxom1997
      @Nesiaxom1997 6 месяцев назад +1

      11

    • @Nesiaxom1997
      @Nesiaxom1997 6 месяцев назад

      ❤aà¹1qa11q1

    • @GaganBarman-nd2yg
      @GaganBarman-nd2yg 3 месяца назад

      মই বহুত ভাল পাওঁ।। এদিন লগ পোৱাৰ আশা এটা মনত পুহি ৰাখিছোঁ।।মই নালবাৰী লৰা😊❤❤❤❤❤❤

  • @tamuli1234
    @tamuli1234 Год назад +16

    hydarabad ৰ পৰা মৰম যাছিলোঁ আপোনাক কুসুম দা এইবাৰ প্ৰগ্ৰেম miss কৰিম বহুত😥

  • @axomlava
    @axomlava Год назад +2

    Kusum koilash দা বহুত ধুনীয়া গান উলিয়ালা।
    ইমান সুন্দৰ গান কেনেকৈ ভাবা বাৰু।

  • @studylovernarayan
    @studylovernarayan Год назад +42

    অসমৰ নানা জাতি উপজাতিৰ প্ৰতি কুসুমদাৰ অলেখ মৰম ভালপোৱা আছে । গীতসমূহত তাৰেই প্ৰভাৱ পৰিছে । Love from sonari ❤️

  • @nibaran9k
    @nibaran9k Год назад +175

    মন মইনাৰ প্ৰতিটো গীত এ ধুনিয়া 🥰❤
    আশা কৰো আগলৈও এনেকুৱা ধুনিয়া ধুনিয়া গীত কুসুম দাৰ পৰাই শুনিবলৈ পায় থাকিম বুলি 💞😇
    Love from Baihata chariali ❤

    • @mithubharali
      @mithubharali Год назад +1

      Hsake

    • @HorribleG
      @HorribleG Год назад +2

      3Bar man salu akw sabo lagibo ai gantu 🌝🌚

    • @nibaran9k
      @nibaran9k Год назад

      @@mithubharali ummm

    • @nibaran9k
      @nibaran9k Год назад +1

      @@HorribleG moi video to sowa ni vlkoi kinto audio to xoni a thako

    • @BituBorah-jl2nv
      @BituBorah-jl2nv Год назад

      @@mithubharali a

  • @Frustratedmitu
    @Frustratedmitu Год назад +195

    "DISCO" নহয় , "মনম‌ইনা"ৰ কুসুম কৈলাশ ককাই জনৰ বিষাক্ত অনুৰাগী ম‌ই ❤️🌿

  • @chowdihingia8324
    @chowdihingia8324 Год назад +3

    গাঁৱৰ পৰিৱেশটোতকৈ আপোন আন একোৱেই হ'ব নোৱাৰে,, বহুত সুন্দৰ লাগিল ককাই।

  • @knowledgepower991
    @knowledgepower991 Год назад +24

    নানা জাতি, নানা ভাষাৰ আমাৰ এনাজৰী ডাল একত্ৰিত হৈ থাকক 🤝
    গানটোৰ কথা, ছবি, নিত্য সুন্দৰ নিদৰ্শন হৈছে ❤❤

  • @happydeori5684
    @happydeori5684 Год назад +9

    কুসুম দা, অতি সুন্দৰ হৈছে। আৰু ছোৱালী জনীৰ অভিনয় বহুত ধুনীয়া হৈছে 👍👍।

  • @MrDjCreation
    @MrDjCreation Год назад +19

    দেউৰী জনগোষ্ঠীৰ লোকসমাজৰ প্ৰতিচ্ছবি খুব সুন্দৰকৈ দাঙি ধৰি ৰাইজৰ মাজলৈ আগবঢ়ায় দিয়াৰ বাবে অশেষ ধন্যবাদ❤❤❤❤❤😍😍😍

  • @anubhobiaxom
    @anubhobiaxom Год назад +2

    সুন্দৰ , সঁচাকৈ বহুত ধুনীয়া গান

  • @akashdeori9874
    @akashdeori9874 Год назад +16

    ভাল লাগিল। দেউৰী জনগোষ্ঠী লোকসমাজৰ এক সুন্দৰ উপস্থাপন। লগতে বিহুৰ সংমিশ্ৰনে হুঁৱগা চৰা কৰি তুলিলে। Keep up the good works।। Lots of love ❤️❤️❤️❤️

  • @saurabgamein5125
    @saurabgamein5125 Год назад +4

    Dhuniya lagise gan tu , mon moina aru uliwak daa , bhal lagise ❤ জয় আই অসম

  • @pankajdas262
    @pankajdas262 Год назад +20

    মন মইনা প্ৰতি গান এ হৃদয় ত লাগি জাই ❤ কুসুম দা❤ এনেকুৱা গান সদায় শুনি পাম বুলি আশা থাকিল ❤❤❤ মৰম কুচুম দা

  • @jayantasaikia5747
    @jayantasaikia5747 Год назад +5

    বহুত সুন্দৰ গীত সৃষ্টি আৰু সুন্দৰ উপস্থাপন কৈলাচ আৰু দিহিঙ্গীয়া ভন্টি 🌺🌹💜💙💜💙👌🏽👍🏻👍🏻

  • @pallabbora4422
    @pallabbora4422 Год назад +2

    Video tu sai 💕 dhuniya 💕 lagise 👌👌 lagise 🌹🌹 kussum da 😍😍

  • @Khanindra229
    @Khanindra229 Год назад +38

    মন মইনা এলবামৰ গান
    নুহুনাকৈ থাকিবই নোৱাৰি❤❤❤

  • @Nirav_nilim
    @Nirav_nilim Год назад +15

    অসমীয়া সংগীতজগতৰ উন্নতি দেখি বহুত সুখী হৈছো ।
    এটা like ❤️ kussum dar বাবে 🗿

  • @papukonwar4877
    @papukonwar4877 Год назад +8

    সুন্দৰ video অভিনয় ভাল হৈছে। 💘তাতে কুসুম দা কন্ঠ 👌। (মন মইনাত) অনাগত দিনত এনেদৰে অনুৰাগী বাবে ভাল ভাল কাম কৰিব🌹। শেষত এই গান তি লগত জড়িত সকলো ব্যক্তিক অভিনন্দন জ্ঞাপন কৰিছো । ❤❓

  • @newhindipartymix2552
    @newhindipartymix2552 Год назад +31

    i can't really describe it but this genre of music always feels like it's the last period of a great day full of energy

  • @parishmitasaikiamusical3264
    @parishmitasaikiamusical3264 Год назад +24

    মন-মইনা ৰ প্রতিটো গীতেই অন্তৰ চুই যায়..... বৰ ভাল লাগিল কৈলাশ দা💞

  • @hariprasadexplore810
    @hariprasadexplore810 Год назад +37

    বৰ সুন্দৰ হৈছে দেই,,,,সেই তাহানিৰ দিনৰ কলেজৰ প্ৰেম ,বিহু আৰু যৌৱনৰ অভিমানবোৰ আকৌ দাপোনত দেখা যেনেই পালো।🥰🥰🥰ককাই,বহুত ধন্যবাদ তোমাক,ছহা গাঁৱৰ আমাৰ গাঁৱলীয়া বুকুৰ সচাঁ কেচা কলিজাৰ মৰমবোৰ এইদৰে ,,,#আজিৰ দিনত দেখুৱাৰ বাবে🙏🙏🙏।এনেকুৱা গীত আৰু চিত্ৰনাট্যহে আমাক আছলতে লাগে ,,,,,*আমাৰ মাইনা এনেকুৱা,,, মাইনা তেনেকুৱা এইবোৰ নালাগে

    • @Infentry_soldier
      @Infentry_soldier Год назад

      Thik koise Amar maina gaan tu muru 1 no faltu loga Gan

  • @TazmiraKitchen
    @TazmiraKitchen Год назад +3

    Mojja song tu

  • @phirujdoley4165
    @phirujdoley4165 Год назад +2

    Kussum Da r krne like tu lagiboi🥰🎉💐🥀🤝

  • @entertainingaxom7380
    @entertainingaxom7380 Год назад +19

    Austriyana look's absolutely Gorgeous...🔥😍

  • @Suraj-op7sc
    @Suraj-op7sc Год назад +19

    হৃদয় চুই গʼল কুসুম ককাইদেউ ♥️

  • @sunmonideori861
    @sunmonideori861 Год назад +1

    দেউৰী জনগোষ্ঠীৰ বিষয়ে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে বৰ ভাল লাগিল । আৰু আগুৱাই যাক আপুনি মোৰ ফালৰপৰা বহুত মৰম

  • @Sptechinal9
    @Sptechinal9 Год назад +7

    মন ম‌ইনা 😍😍 is not a Album ..its our emotion ❤️❤️..

  • @anupamdoloi8904
    @anupamdoloi8904 Год назад +42

    বাৰে বাৰে শুনিছোঁ গানটো ধন্যবাদ kusum da আকৌ এবাৰ ইমান সুন্দৰ গান দিয়াৰ বাবে♥️♥️♥️♥️😍😍😍

  • @biswajitdas7392
    @biswajitdas7392 Год назад +16

    বাৰে বাৰে শুনি থাকিব মন যায় কুসুম দা গানবোৰ। আগলৈও ধুনীয়া ধুনীয়া গান পাম বুলি আশা ৰাখিলো।❤💛💚

  • @prossanaprossana7763
    @prossanaprossana7763 Год назад +1

    Excited hoi asilu ketea vdo ahibo buli finally ❤❤❤❤

  • @dpmech4376
    @dpmech4376 Год назад +17

    Ur really a Gem of Assamese Music Industry. Big Salute Dada.

  • @robinburagohain
    @robinburagohain Год назад +10

    Beautiful place and so cute girl ❤❤❤, মন মইনা প্ৰতিটো গীতেই ধুনীয়া , আশা কৰো কুসুম দা ই সদায় আমাৰ মাজলৈ এনে ধৰণৰ গীত পৰিৱশন কৰে৷ 🥰🥰🥰🥰🥰

  • @prasantasaikia3394
    @prasantasaikia3394 Год назад +3

    Superbbb♥️💕

  • @Dhemajirsampriti
    @Dhemajirsampriti Год назад +18

    Mesmerizing voice ❤ Love from Dhemaji 🥰

  • @H.B_ZONE
    @H.B_ZONE Год назад +9

    বাৰেবৰণীয়া সমাজৰ প্ৰতি কুসুম দাৰ যি আন্তৰিকতা...দেখি ভাল লাগিলে।😘 তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো।❤

  • @bijudeori6034
    @bijudeori6034 Год назад +11

    দেউৰী জনগোষ্ঠীৰ প্ৰতিচ্ছবি সুন্দৰ কৈ দাঙি ধৰাৰ বাবে দেউৰী সম্প্ৰদায়ৰ হৈ অপেক্ষা ধন্যবাদ থাকিল কুচুম দা আৰু আগলৈ এনেধৰনৰ‌ গীত শুনিম বুলি আশা ৰাখিলোঁ দাদা।

  • @xyzp425
    @xyzp425 Год назад +13

    Austriyana outstanding performance....Kussum da always rock

  • @pranobgogoi5508
    @pranobgogoi5508 Год назад

    কিমান এটা সুন্দৰ গান লগতে অতি সুন্দৰ ভিডিঅগ্ৰাফী । প্ৰতিটো গীত যথেষ্ট কষ্টৰ ফল । কুসুম দাৰ পৰা আৰু সুন্দৰ গানৰ আশা কৰিলো ।

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Год назад +5

    সমূহ অসমবাসীলৈ আগন্তুক
    ❤ৰঙালী বিহুৰ ❤
    আন্তৰিক হিয়াভৰা শুভেচ্ছা
    😍যাচিলো😍
    #মোৰবসন্ত

  • @vishalpanging415
    @vishalpanging415 Год назад +10

    This is the first time I've seen such a beautiful Assamese music video❤️❤️❤️ It's very nice❤️❤️❤️❤️❤️❤️❤️

  • @utpalggoi2.082
    @utpalggoi2.082 Год назад +6

    Next level. Love form dhemaji ♥️

  • @AssamGirl6240
    @AssamGirl6240 Год назад +1

    Love from Dibrugarh ♥️

  • @riturajdas7747
    @riturajdas7747 Год назад +4

    borhiya 🥀❤

  • @hzk9950
    @hzk9950 Год назад +9

    এইবাৰ মন মইনা জনি বৰ ধুনীয়া দেই❤

  • @manuranjan_deuri08
    @manuranjan_deuri08 Год назад +7

    Love from Deori community, Kusum daa ❤️

  • @sumonkonwar7625
    @sumonkonwar7625 Год назад +6

    Lines are on fire 🔥

  • @__official____bitopan____01__
    @__official____bitopan____01__ Год назад +1

    So very nice❤my fevret song❣️🤗

  • @dolibora4754
    @dolibora4754 Год назад +3

    মনমইনা সঁচাকৈয়ে ধুনীয়া...কি সুমুধুৰ কণ্ঠ.....👌👌👌

  • @Tarun56701
    @Tarun56701 Год назад +9

    So Beautiful Deori ♥️♥️

  • @stylishaj6173
    @stylishaj6173 Год назад +1

    ধুনীয়া দাদা love from বঙাইগাঁও❤।

  • @misssumpisonowal7813
    @misssumpisonowal7813 Год назад +1

    মন মইনা 🔥👍

  • @gautamphukon9626
    @gautamphukon9626 Год назад +4

    কুসুম দাৰ মন মইনাজনীলৈ মৰম দিলোঁ...❤❤

  • @sumannath3111
    @sumannath3111 Год назад

    Choreography, videography ❤️❤️❤️❤ ️ excellent 🌹🌹

  • @deepankaraxom6700
    @deepankaraxom6700 Год назад +2

    অসমীয়া সংগীত বুলিলে ইয়াতকৈ আৰু আমাক কি লাগে ❤ নতুনত্ব

  • @priyankabaruah1481
    @priyankabaruah1481 Год назад +3

    সুন্দৰ হৈছে দাদা ❤️ আপোনাৰ গান শুনিবলৈ বহুত আগ্ৰহী মই

  • @aruns9008
    @aruns9008 Год назад +27

    I am from Tamilnadu.. I don't know this language.. But i love this song❤

  • @Ponkaj46
    @Ponkaj46 Год назад +1

    ভাষা নাই বুজাবলৈ
    বহুত ভাল লাগিছে ❤❤❤

  • @dulukrishnavlog4063
    @dulukrishnavlog4063 Год назад

    ❤❤❤❤❤❤❤ bhut beci val lgil say traditional culture bur say vl lge 🤩🤩🤩🤩🎉🎉

  • @hunsengyoutubechannel6372
    @hunsengyoutubechannel6372 Год назад +3

    Love from Assam tinsukia my best singer ❤️❤️❤️

  • @giyan_short
    @giyan_short Год назад +21

    খুব সুন্দৰকৈ আমাৰ দেউৰী জনগোষ্ঠীৰ ছবি উপস্থাপন কৰি ভিদিঅটি ৰাইজৰ মাজত আগবঢ়াই দিয়া বাবে অশেষ ধন্যবাদ। 🙏❤️❤️

  • @prasantadas2812
    @prasantadas2812 Год назад +1

    Tammam moja, gan, ALL ASSAM PEOPLE WILL LIKE THIS SONG.

  • @rimadas5127
    @rimadas5127 Год назад +1

    Supper kusum da❤

  • @mrtulsizglover721
    @mrtulsizglover721 Год назад +686

    No Hollywood No Bollywood my love assam favourit singer kusum koilash daa ❤ জয় আই অসম 🥰

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Год назад +13

    কি সুন্দৰ কণ্ঠ ,কি সুন্দৰ অভিনয় ,কি সুন্দৰ পৰিচালনা ,কি সুন্দৰ মন মইনা ।। সঁচাই ভাষাবিহীন ,,খুব ভাল লাগিল কুসুম দা
    ❤️😘🤗👌

  • @nathjoy2776
    @nathjoy2776 Год назад +1

    Dhuniya ❤❤

  • @bhaskargogoi547
    @bhaskargogoi547 Год назад +1

    বহুত ভাল লাগিল, মন মইনাই প্ৰতিবাৰে মন কাঢ়ি লৈ যায়,ডুবাই প্ৰেমৰ নদীত বোৱাই লৈ যায় মৰমৰ সাগৰত.....

  • @jubisrabha260
    @jubisrabha260 Год назад +8

    That eeh eeh ooh ooh signature of the Kussum koilash😍

  • @chinmoyborgohain4120
    @chinmoyborgohain4120 Год назад +5

    The taste of KKW is always Wow! আপোনাৰ theme বিলাক সঁচাই বৰ সুকীয়া

  • @TeamSumiiAssam
    @TeamSumiiAssam Год назад +2

    Love from Jorhat❤️❤️

  • @rajgogoi1172
    @rajgogoi1172 Год назад

    Hundor bhut bhut vl hoise mon monai poti2 gan superhit .❤ Love u kusum da

  • @poragbaruahAxom
    @poragbaruahAxom Год назад +4

    I love this song 🥰 my all time favourite singer kusum koilash daa 💖জয় আই অসম 💞

  • @chandramohanhazarika8979
    @chandramohanhazarika8979 Год назад +4

    সুন্দৰ গীতৰলগত সুন্দৰ অভিনয় ..... Love you কুসুমদা❤️❤️❤️👌👌👌👌

  • @gautamkakaty295
    @gautamkakaty295 Год назад +1

    Mind blowing brother ❤️🔥

  • @jbtezpurvlog3080
    @jbtezpurvlog3080 Год назад +1

    Borhiya❤❤

  • @Extman
    @Extman Год назад +21

    Wow what a beautiful deori culture 👌
    LOVE FROM U.S.A 🇺🇲

  • @ShibaSobor5917
    @ShibaSobor5917 Год назад +4

    বহুত ধুনীয়া হৈছে ❤❤❤ ভিডিঅ'টো আগলৈকে এই ধৰণৰ মন মইনা গান বোৰ শুনিবলৈ পাও যেন কুসুম দা 🥰❤️🤗😘
    Love From Golaghat

  • @amikhakaptak6885
    @amikhakaptak6885 Год назад +1

    Bhut bhut Favourite ❤️🔥 apunr song 🔥🥰 favorite 👑

  • @himantagogoi8098
    @himantagogoi8098 Год назад

    Hundor kusum Koilash daa moja hoi se video to sai deh mon bhori goise

  • @Dipjyoti143
    @Dipjyoti143 Год назад +4

    Love from America..... Nice voice👍

  • @hirakjyotidas212
    @hirakjyotidas212 Год назад +11

    Bohag Bihu is Incomplete without his song 🔥

  • @nilutpaldihingia1184
    @nilutpaldihingia1184 Год назад

    Finally ahi gol.. roi asilu.. mozaahhh kusum da and bhonti Austriana

  • @gopaldohar1214
    @gopaldohar1214 Год назад +1

    Love❤ from 🏔Himachal . Assamese songs always my favourite. Thanks kussum kailash & Ujjwal Aarong for this amzazing creation.❤

  • @anshurajkashyap
    @anshurajkashyap Год назад +3

    Great works @all team Mon Moina❤️❤️❤️ love it

  • @bhubanborpatra3383
    @bhubanborpatra3383 Год назад +3

    Love this song .one of my faborite singer❤❤.From Dhemaji.

  • @ASSAMMUSICAL
    @ASSAMMUSICAL Год назад +2

    Potitu gan eman dhuniya kor pora likha 🙏🙏❤❤

  • @dorpongohain7728
    @dorpongohain7728 Год назад

    Dhuniya hoise ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️👍👍👍👍 bohut val lagil

  • @bharatsinghparmar_
    @bharatsinghparmar_ 11 месяцев назад +5

    I am from uttarakhand so can't understand much but in love with this song
    One of my Assamese friends suggested me this
    Since then listening on loop ❤